Difference between revisions of "PERL/C2/Comments-in-Perl/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(8 intermediate revisions by 3 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
!  <center>'''Visual Cue'''</center>
+
|'''Time'''
!  <center>'''Narration'''</center>
+
|'''Narration'''
 
|-
 
|-
| 00.00
+
| 00:00
| ' পার্ল ''' '' ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
+
| '''Perl''' (পার্ল) ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
  
 
|-
 
|-
| 00.05
+
| 00:05
| এই টিউটোৰিয়েলত . আমি  
+
| এই টিউটোৰিয়েলত আমি  
  
 
|-
 
|-
| 00.08
+
| 00:08
| ' পার্ল ''' '' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম  
+
|'''perl''' '' ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম  
 
|-
 
|-
| 00.10
+
| 00:10
| আমি '' ' উবুন্টু Linux12.04 ''' অপাৰেটিং সিস্টেম আৰু '' ' পার্ল ''' '' '5 .14.2 '' 'ব্যবহাৰ কৰিছো
+
| আমি '' ' Ubuntu Linux 12.04 ''' অপাৰেটিং সিস্টেম আৰু ''' perl''' '5.14.2 '' 'ব্যবহাৰ কৰিছো
  
 
|-
 
|-
| 00.18
+
| 00:18
| মানে  ' পার্ল ''' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2
+
| মানে  '''perl''' সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2
  
 
|-
 
|-
| 00.23
+
| 00:23
 
| আমি '' ' gedit টেক্সট এডিটৰ ''' ব্যবহাৰ কৰিম.
 
| আমি '' ' gedit টেক্সট এডিটৰ ''' ব্যবহাৰ কৰিম.
  
 
|-
 
|-
| 00.27
+
| 00:27
 
| আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
 
| আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
  
 
|-
 
|-
| 00.31
+
| 00:31
| আপোনাৰ পার্লত  কম্পাইলিং. একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত
+
| আপোনাৰ পার্লত  কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত
 
+
 
|-
 
|-
| 00.37
+
| 00:37
| নহলে. স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক  
+
| নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক  
 
|-
 
|-
| 00.43
+
| 00:43
| '' ' পার্ল '''ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি :
+
| '' ' perl'''ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি :
  
 
|-
 
|-
| 00.47
+
| 00:47
| ''''Single Line'''  
+
| '''Single Line''' ''' Multi Line'''
 
+
  
 
|-
 
|-
| 00.48
+
| 00:49
| ' Multi Line'''
+
|এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা
  
 
|-
 
|-
| 00.49
+
| 00:55
|এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা
+
| কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে
  
 
|-
 
|-
| 00.55
+
| 01:01
| কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ
+
| এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্ৰতীকেৰে আৰম্ভ হয়  
 
+
|-
+
| 01.01
+
| এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্রতীকেৰে আৰম্ভ হয়  
+
 
|-
 
|-
| 01.05
+
| 01:05
 
| ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো.
 
| ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো.
  
 
|-
 
|-
| 01.11
+
| 01:11
|  টার্মিনাল ''' '' খোলক ' আৰু টাইপ কৰক- '''gedit comments dot pl space &'''
+
| টার্মিনাল ''' '' খোলক ' আৰু টাইপ কৰক- '''gedit comments dot pl space &'''
 
|-
 
|-
| 01.19
+
| 01:19
| আকৌ এবাৰ আপোনাক কৈছো যে. '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড প্রম্পট ''' মুক্ত কৰিবলৈ  ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক.
+
| আকৌ এবাৰ আপোনাক কৈছো যে '' ' ampersand ''' '' ' টার্মিনেলত ''' ' কমান্ড প্ৰম্পট ''' মুক্ত কৰিবলৈ  ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক.
  
 
|-
 
|-
| 01.27
+
| 01:27
 
| এতিয়া এইয়া কমান্ড টাইপ কৰক.
 
| এতিয়া এইয়া কমান্ড টাইপ কৰক.
  
 
|-
 
|-
| 01.29
+
| 01:29
 
| '''hash Declaring count variable''' আৰু এন্টাৰ প্রেস কৰক  
 
| '''hash Declaring count variable''' আৰু এন্টাৰ প্রেস কৰক  
  
 
|-
 
|-
| 01.37
+
| 01:37
| '''dollar count space equal to space 1 semicolon''' আৰু এন্টাৰ প্রেস কৰক
+
| '''dollar count space equal to space 1 semicolon''' আৰু এন্টাৰ টিপক
 
|-
 
|-
| 01.45
+
| 01:45
| '''print space double quotes Count is dollar count slash n''' ডবল উদ্ধৃতি বন্ধ  কৰক '''semicolon space hash prints Count is 1'''   
+
| '''print space double quotes Count is dollar count slash n''' ডবল উদ্ধৃতি বন্ধ  কৰক '''semicolon space hash prints Count is 1'''  
 
+
  
 
|-
 
|-
| 02.03
+
| 02:03
 
| এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু '' ' পার্ল ''' স্ক্রিপ্ট একযিকিউত কৰক.
 
| এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু '' ' পার্ল ''' স্ক্রিপ্ট একযিকিউত কৰক.
  
 
|-
 
|-
| 02.08
+
| 02:08
| '' ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক '''perl hyphen c comments dot pl''' আৰু এন্টাৰ প্রেস কৰক
+
| '' ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক '''perl hyphen c comments dot pl''' আৰু এন্টাৰ টিপক
  
 
|-
 
|-
| 02.18
+
| 02:18
 
| এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই
 
| এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই
  
 
|-
 
|-
| 02.21
+
| 02:21
| এতিয়া '' টাইপ ' কৰক  '''perl comments dot pl''' আৰু এন্টাৰ প্রেস কৰক
+
| এতিয়া '' টাইপ ' কৰক  '''perl comments dot pl''' আৰু এন্টাৰ টিপক
  
 
|-
 
|-
| 02.28
+
| 02:28
| নিম্নলিখিত আউটপুট প্রদর্শন কৰে - '''Count is 1'''
+
| নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে - '''Count is 1'''
  
 
|-
 
|-
| 02.33
+
| 02:33
| আমি ' gedit লৈ উভতি যাও .
+
| আমি ' gedit লৈ উভতি যাও .
  
 
|-
 
|-
| 02.36
+
| 02:36
|' gedit '''ত , প্রথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক .
+
|' gedit '''ত , প্ৰথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক .
  
 
|-
 
|-
| 02.40
+
| 02:40
| প্রথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক.
+
| প্ৰথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক.
  
 
|-
 
|-
| 02.44
+
| 02:44
| '' ' হ্যাশ বিস্ময়বোধক চিহ্ন স্ল্যাশ usr স্ল্যাশ বিন স্ল্যাশ পার্ল '''
+
| ''Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl'''
  
 
|-
 
|-
| 02.52
+
| 02:52
| ''Hash exclamation mark slash usr slash bin slash perl'''
+
|এই লাইনটো' ' পার্লত '''shebang''' লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয়
  
 
|-
 
|-
| 02.59
+
| 02:59
| এই লাইনটো' ' পার্ল ত '''shebang''' লাইন বোলি কোৱা হয় আৰু পাৰ্ল প্ৰগ্ৰামত প্ৰথম লাইন হয়
+
| ই কয় পাৰ্ল ইন্টাৰপিটাৰ কত বিচাৰিব লাগে
  
 
|-
 
|-
| 03.03
+
| 03:03
| মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্ল ''' '' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত  কৰা নহব.
+
| মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ''' '' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব.
  
 
|-
 
|-
| 03.11
+
| 03:11
 
| এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও
 
| এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও
  
 
|-
 
|-
| 03.13
+
| 03:13
| '' ' মাল্টি লাইন '''এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয়
+
| '' ' মাল্টি লাইন '''এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয়
  
 
|-
 
|-
| 03.17
+
| 03:17
| যেতিয়া ইউজাৰে কোড এটাক মন্তব্য কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে  
+
| যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে  
  
 
|-
 
|-
| 03.25
+
| 03:25
|এই ধৰনৰ  মন্তব্য '''equal to head''' প্রতীকেৰে আৰম্ভ হয় আৰু ''equal to cut'''ৰে শেষ হয়
+
|এই ধৰনৰ  মন্তব্য '''equal to head''' প্ৰতীকেৰে আৰম্ভ হয় আৰু ''equal to cut'''ৰে শেষ হয়
  
 
|-
 
|-
| 03.33
+
| 03:33
|  gedit '''লৈ উভতি যাও আৰু '''comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক
+
| gedit '''লৈ উভতি যাও আৰু '''comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক
  
 
|-
 
|-
| 03.39
+
| 03:39
| ফাইল টাইপ ৰ শেষত লিখক '''equal to head''', আৰু এন্টাৰ টিপক  
+
| ফাইল টাইপৰ শেষত লিখক '''equal to head''', আৰু এন্টাৰ টিপক  
  
 
|-
 
|-
| 03.45
+
| 03:45
| print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক.  
+
| print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক.
  
 
|-
 
|-
| 03.59
+
| 03:59
 
|'''equal to cut'''
 
|'''equal to cut'''
  
 
|-
 
|-
| 04.01
+
| 04:01
 
| ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু '' ' পার্ল ''' স্ক্রিপ্ট একযিকিউট কৰক.
 
| ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু '' ' পার্ল ''' স্ক্রিপ্ট একযিকিউট কৰক.
  
 
|-
 
|-
| 04.05
+
| 04:05
| '' ' টার্মিনাল ত' টাইপ কৰক '''perl hyphen c comments dot pl'''আৰু এন্টাৰ টিপক  .
+
| '' ' টার্মিনাল ত' টাইপ কৰক '''perl hyphen c comments dot pl'''আৰু এন্টাৰ টিপক  .
  
 
|-
 
|-
| 04.13
+
| 04:13
 
|কোনো সিনট্যাক্স এৰৰ নাই  
 
|কোনো সিনট্যাক্স এৰৰ নাই  
 
|-
 
|-
| 04.15
+
| 04:15
 
| সেয়ে আমি ইয়াক একযিকিউট কৰো '''perl comments dot pl'''
 
| সেয়ে আমি ইয়াক একযিকিউট কৰো '''perl comments dot pl'''
  
 
|-
 
|-
| 04.21
+
| 04:21
|ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্রদর্শন কৰে '''Count is 1'''
+
|ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্ৰদর্শন কৰে '''Count is 1'''
  
 
|-
 
|-
| 04.27
+
| 04:27
| ই '“count variable is used for counting purpose”''' বাক্যটি প্রিন্ট নকৰে
+
| ই '“count variable is used for counting purpose”''' বাক্যটি প্রিন্ট নকৰে
 
|-
 
|-
| 04.32
+
| 04:32
| ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' ব্যবহাৰ কৰি অংশটোক মন্তব্য কৰিছো
+
| ইয়াৰ কাৰন হল যে আমি ''equal to head''' আৰু '''equal to cut''' ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো
 
|-
 
|-
| 04.40
+
| 04:40
 
| আপোনি '''=head =cut''' বা '''=begin =end.''' ব্যবহাৰ কৰিব পাৰিব
 
| আপোনি '''=head =cut''' বা '''=begin =end.''' ব্যবহাৰ কৰিব পাৰিব
  
 
|-
 
|-
| 04.48
+
| 04:48
| এইবোৰ "পার্ল ''' দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়.
+
| এইবোৰ "পার্ল ''' দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়.
  
 
|-
 
|-
| 04.52
+
| 04:52
|অনুগ্রহ কৰি মন কৰক যে,  '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' or '''end''' শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing space স্থান (সমূহ) হব নালাগে 
+
|অনুগ্ৰহ কৰি মন কৰক যে, '''= to''' চিহ্নৰ আগত আৰু '''head'''. '''cut''', '''begin''' বা '''end''' শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে
 
|-
 
|-
| 05.02
+
| 05:02
| আৰু এবাৰ  ' টার্মিনাল ''' খোলক.
+
| আৰু এবাৰ  ' টার্মিনাল ''' খোলক.
  
 
|-
 
|-
| 05.05
+
| 05:05
| আৰু টাইপ কৰক - '' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ টিপক  .
+
| আৰু টাইপ কৰক -'' ' gedit commentsExample ডট PL স্পেচ''' আৰু এন্টাৰ টিপক  .
  
 
|-
 
|-
| 05.15
+
| 05:15
 
| পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক.
 
| পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক.
  
 
|-
 
|-
| 05.19
+
| 05:19
 
| ইয়াত আমি দুটি ভেৰিয়েবল '' ' firstNum '''আৰু '' ' secondNum ''' ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো
 
| ইয়াত আমি দুটি ভেৰিয়েবল '' ' firstNum '''আৰু '' ' secondNum ''' ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো
 
|-
 
|-
| 05.28
+
| 05:28
 
| তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো  
 
| তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো  
  
 
|-
 
|-
| 05.32
+
| 05:32
 
| এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক.
 
| এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক.
  
 
|-
 
|-
| 05.39
+
| 05:39
 
| পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো.
 
| পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো.
  
 
|-
 
|-
| 05.44
+
| 05:44
| ফাইলটি সংৰক্ষণ কৰক আৰু  টার্মিনেলত '' ' পার্ল ''' '' ' স্ক্রিপ্ট একযিকিউট কৰক.
+
| ফাইলটি সংৰক্ষণ কৰক আৰু  টার্মিনেলত '' ' পার্ল ''' '' ' স্ক্ৰীপ্ট একযিকিউট কৰক.
  
 
|-
 
|-
| 05.49
+
| 05:49
 
| টার্মিনেলত ''perl hyphen c commentsExample dot pl''', আৰু এন্টাৰ টিপক  
 
| টার্মিনেলত ''perl hyphen c commentsExample dot pl''', আৰু এন্টাৰ টিপক  
 
|-
 
|-
|05.57
+
|05:57
|তাত  কোনো চিনটেক্চ এৰৰ নাই  
+
|তাত  কোনো চিনটেক্চ এৰৰ নাই  
 
|-
 
|-
| 05.59
+
| 05:59
 
| সেয়ে  
 
| সেয়ে  
 
|-
 
|-
| 06.01
+
| 06:01
| ''perl commentsExample dot pl''' টাইপ কৰি স্ক্রিপ্টখন একযিকিউত
+
|'''perl commentsExample dot pl''' টাইপ কৰি স্ক্ৰীপ্টখন একযিকিউত
 কৰক আৰু এন্টাৰ টিপক  
+
কৰক আৰু এন্টাৰ টিপক  
  
 
|-
 
|-
| 06.07
+
| 06:07
| ই নিম্নলিখিত আউটপুট প্রদর্শন কৰে'' ''''Addition is 30'''
+
| ই নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে'' ''''Addition is 30'''
  
 
|-
 
|-
| 06.12
+
| 06:12
 
| ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে.
 
| ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে.
  
 
|-
 
|-
| 06.16
+
| 06:16
| ইয়াত আমি ' পার্ল '''ত  মন্তব্য যোগ কৰিবলৈ শিকিলো
+
| ইয়াত আমি ' পার্ল '''ত  মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো
 
|-
 
|-
| 06.19
+
| 06:19
 
| সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক.
 
| সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক.
 
|-
 
|-
| 06.23
+
| 06:23
 
| লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি  
 
| লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি  
 
|-
 
|-
| 06.30
+
| 06:30
 
| এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
 
| এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
 
|-
 
|-
| 06.34
+
| 06:34
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
|06.37
+
|06:37
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
| যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 06.42
+
| 06:42
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
 
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে  
  
 
|-
 
|-
| 06.44 এখন
+
| 06:44  
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
 
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
  
 
|-
 
|-
| 06.48
+
| 06:48
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
 
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
  
 
|-
 
|-
|06.51
+
|06:51
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
 
|-
 
|-
| 06.58
+
| 06:58
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
+
| স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ
  
 
|-
 
|-
|07.03
+
|07:03
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
 
|-
 
|-
|07.11
+
|07:11
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
| 07.15
+
| 07:15
| আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
| আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 09:36, 5 March 2017

Time Narration
00:00 Perl (পার্ল) ৰ স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:05 এই টিউটোৰিয়েলত আমি
00:08 perl ৰ মন্তব্য (Comments ) সম্পর্কে শিকিম
00:10 আমি ' Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু perl '5.14.2 'ব্যবহাৰ কৰিছো
00:18 মানে perl সংশোধন 5 ভাৰ্চন 14 আৰু চাবভাৰ্চন 2
00:23 আমি ' gedit টেক্সট এডিটৰ ' ব্যবহাৰ কৰিম.
00:27 আপোনি আপোনাৰ পছন্দ মতে কোনো এটা টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00:31 আপোনাৰ পার্লত কম্পাইলিং, একযিকিউটিং আৰু ভেৰিয়েবলৰ বেসিক জ্ঞান থকা উচিত
00:37 নহলে, স্পকেন টিউটোৰিয়েল ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক
00:43 ' perl'ত কোড এটাক মন্তব্য দুটি পদ্ধতিত দিব পাৰি :
00:47 Single Line Multi Line
00:49 এই ধৰনৰ মন্তব্য ব্যবহৃত হয় যেতিয়া ইউজাৰে কোডৰ এটি একক লাইনক মন্তব্য কৰিব বিছাৰে বা
00:55 কোড এটাৰ কার্যকাৰিতা ব্যাখ্যা কৰিবলৈ এটা লাইনাৰ টেক্সট যুক্ত কৰিবলৈ বিছাৰে
01:01 এই ধৰনৰ মন্তব্য # ( হ্যাশ ) প্ৰতীকেৰে আৰম্ভ হয়
01:05 ইয়াত এটি ডেমো আছে . আমি টেক্সট এডিটৰত এটি নতুন ফাইল খোলো.
01:11 টার্মিনাল খোলক ' আৰু টাইপ কৰক- gedit comments dot pl space &'
01:19 আকৌ এবাৰ আপোনাক কৈছো যে ' ampersand ' টার্মিনেলত ' কমান্ড প্ৰম্পট মুক্ত কৰিবলৈ ব্যবহাৰ কৰা হয় আৰু এন্টাৰ টিপক.
01:27 এতিয়া এইয়া কমান্ড টাইপ কৰক.
01:29 hash Declaring count variable আৰু এন্টাৰ প্রেস কৰক
01:37 dollar count space equal to space 1 semicolon আৰু এন্টাৰ টিপক
01:45 print space double quotes Count is dollar count slash n ডবল উদ্ধৃতি বন্ধ কৰক semicolon space hash prints Count is 1
02:03 এতিয়া ctlr এস টিপি এই ফাইলটি সংৰক্ষণ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউত কৰক.
02:08 ' টার্মিনাল লৈ যাওক আৰু টাইপ কৰক perl hyphen c comments dot pl আৰু এন্টাৰ টিপক
02:18 এইটোৱে কয় যে তাত কোনো চিনটেক্চ এৰৰ নাই
02:21 এতিয়া টাইপ ' কৰক perl comments dot pl আৰু এন্টাৰ টিপক
02:28 নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে - Count is 1
02:33 আমি ' gedit লৈ উভতি যাও .
02:36 ' gedit ত , প্ৰথম লাইন লৈ যাওক আৰু এন্টাৰ টিপক .
02:40 প্ৰথম লাইনৰ লৈ যাওক আৰু এই কমান্ডটি টাইপ কৰক.
02:44 Hash বিস্ময়বোধক চিহ্ন slash usr slash bin slash perl'
02:52 এই লাইনটো' ' পার্লত shebang লাইন বোলি কোৱা হয় আৰু পাৰ্লৰ প্ৰগ্ৰামত প্ৰথম লাইন হয়
02:59 ই কয় পাৰ্ল ইন্টাৰপিটাৰ কত বিচাৰিব লাগে
03:03 মন কৰক যদিও এই লাইনটো হ্যাশ চিহ্নৰে আৰম্ভ হয় , এইটোক ' পার্লৰ ' দ্বাৰা এটি একক লাইন মন্তব্য হিচাবে বিবেচিত কৰা নহব.
03:11 এতিয়া আমি multiline comments (একাধিক লাইন মন্তব্য) চাও
03:13 ' মাল্টি লাইন 'এই ধৰনৰ মন্তব্য ব্যবহাৰ কৰা হয়
03:17 যেতিয়া ইউজাৰে কোড এটাক মন্তব্য(comment) কৰিৱ বিচাৰে বা কোডৰ অংশক বর্ণনা / ব্যবহাৰৰ যুক্ত কৰিব বিছাৰে
03:25 এই ধৰনৰ মন্তব্য equal to head' প্ৰতীকেৰে আৰম্ভ হয় আৰু equal to cutৰে শেষ হয়
03:33 gedit লৈ উভতি যাও আৰু comments dot pl" ফাইলত নিম্নলিখিত টাইপ কৰক
03:39 ফাইল টাইপৰ শেষত লিখক equal to head, আৰু এন্টাৰ টিপক
03:45 print space double quote count variable গণনাৰ বাবে ব্যবহাৰ কৰা হয় ' ডবল উদ্ধৃতি বন্ধ কৰক আৰু এন্টাৰ টিপক.
03:59 equal to cut
04:01 ফাইলটি সংৰক্ষণ কৰক , এইটোক বন্ধ কৰক আৰু ' পার্ল ' স্ক্রিপ্ট একযিকিউট কৰক.
04:05 ' টার্মিনাল ত' টাইপ কৰক perl hyphen c comments dot plআৰু এন্টাৰ টিপক .
04:13 কোনো সিনট্যাক্স এৰৰ নাই
04:15 সেয়ে আমি ইয়াক একযিকিউট কৰো perl comments dot pl
04:21 ই আগতে দেখোৱাৰ দৰে একেই আউটপুট প্ৰদর্শন কৰে Count is 1
04:27 ই '“count variable is used for counting purpose” বাক্যটি প্রিন্ট নকৰে
04:32 ইয়াৰ কাৰন হল যে আমি equal to head' আৰু equal to cut ব্যবহাৰ কৰি অংশটোক মন্তব্য (comment) কৰিছো
04:40 আপোনি =head =cut বা =begin =end. ব্যবহাৰ কৰিব পাৰিব
04:48 এইবোৰ "পার্ল দ্ৱাৰা ব্যবহৃত বিশেষ কীওয়ার্ড নহয়.
04:52 অনুগ্ৰহ কৰি মন কৰক যে, = to চিহ্নৰ আগত আৰু head. cut, begin বা end শব্দৰ পিছত কোনো leading (নেতৃস্থানীয়) বা trailing স্পেচ স্থান (সমূহ) হব নালাগে
05:02 আৰু এবাৰ ' টার্মিনাল খোলক.
05:05 আৰু টাইপ কৰক - ' gedit commentsExample ডট PL স্পেচ' আৰু এন্টাৰ টিপক .
05:15 পর্দাত দেখোৱাৰ দৰে নিম্নলিখিত কমান্ড টাইপ কৰক.
05:19 ইয়াত আমি দুটি ভেৰিয়েবল ' firstNum আৰু ' secondNum ঘোষণা কৰিছো আৰু আমি তাত কিছু মান নির্ধাৰণ কৰিছো
05:28 তাৰ পিছত আমি ইয়াত এই অংশ মন্তব্য কৰিছো
05:32 এতিয়া আমি এই দুটি সংখ্যা যোগ কৰিছো আৰু addition নামৰ এটি তৃতীয় ভেৰিয়েবলক মান নির্ধাৰণ কৰক.
05:39 পিছত আমি প্রিন্ট কমান্ড ব্যবহাৰ কৰি মান প্রিন্ট কৰিব বিছাৰো.
05:44 ফাইলটি সংৰক্ষণ কৰক আৰু টার্মিনেলত ' পার্ল ' স্ক্ৰীপ্ট একযিকিউট কৰক.
05:49 টার্মিনেলত perl hyphen c commentsExample dot pl', আৰু এন্টাৰ টিপক
05:57 তাত কোনো চিনটেক্চ এৰৰ নাই
05:59 সেয়ে
06:01 perl commentsExample dot pl টাইপ কৰি স্ক্ৰীপ্টখন একযিকিউত

কৰক আৰু এন্টাৰ টিপক

06:07 ই নিম্নলিখিত আউটপুট প্ৰদর্শন কৰে 'Addition is 30
06:12 ইয়াতে এই টিউটোৰিয়েল সামৰনি পৰিছে.
06:16 ইয়াত আমি ' পার্ল ত মন্তব্য (comment) যোগ কৰিবলৈ শিকিলো
06:19 সংখ্যাৰ বর্গ পাবলৈ এটি পার্ল স্ক্রিপ্ট লিখক.
06:23 লিখিত কোড কার্যকাৰিতা ব্যাখ্যা কৰক : Single Line Comment আৰু Mutli Line Comment ব্যবহাৰ কৰি
06:30 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
06:34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
06:37 যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
06:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
06:44 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
06:48 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
06:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
06:58 স্পোকেম টিউটৰিয়েল প্ৰজেক্ট Talk to a Teacher প্ৰজেক্টৰ এটা অংগ
07:03 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:11 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
07:15 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে. মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble