Difference between revisions of "Jmol-Application/C2/Create-and-edit-molecular-models/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 1: | Line 1: | ||
− | <font size=" | + | <font size="3"> |
{|border=1 | {|border=1 | ||
!'''Time''' | !'''Time''' | ||
Line 342: | Line 342: | ||
|- | |- | ||
| 06:40 | | 06:40 | ||
− | | সংক্ষেপ কৰা যাওক. | + | | সংক্ষেপ কৰা যাওক.এই টিউটোৰিয়েলত আমি শিকিছো . |
− | |||
− | |||
− | |||
|- | |- | ||
| 06:43 | | 06:43 |
Latest revision as of 16:35, 27 February 2017
Time | Narration
|
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. 'Jmol এপলিকেছনত Create and edit molecular models এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
00:09 | এই টিউটোৰিয়েলত, আমি শিকিম, |
00:12 | এটা কার্যকৰী দলৰ(functional group) সৈতে এটা আণবিক মডেলত 'হাইড্রোজেন' পৰমাণু প্রতিস্থাপিত কৰা. |
00:17 | * বন্ড যুক্ত কৰা আৰু মুছি দিয়া. |
00:20 | * পৰমাণু যুক্ত কৰা আৰু মুছি দিয়া. |
00:23 | * আৰু পপ-আপ মেনু ব্যবহাৰ কৰা শিকা, যাক contextual মেনু বোলিও কোৱা হয়. |
00:29 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনি |
00:32 | * 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ আৰু |
00:36 | Modelkit ফাংশন,যি আণবিক মডেল নির্মাণ কৰিবলৈ ব্যবহৃত হয়, ইয়াৰ সৈতে পৰিচিত হব লাগিব |
00:41 | প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিদর্শন কৰক. |
00:46 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:49 | * 'উবুন্টু' OS সংস্কৰণ 12.04 |
00:53 | * 'Jmol' সংস্কৰণ 12.2.2 |
00:57 | * আৰু ' Java সংস্কৰণ 7. |
01:00 | , 'Jmol অ্যাপ্লিকেশন' খোলিবলৈ Dash home ত ক্লিক কৰক. |
01:05 | সার্চ বক্সত টাইপ কৰক 'Jmol' . |
01:08 | 'Jmol' আইকন পর্দাত প্রদর্শিত হয়. |
01:11 | Jmol অ্যাপ্লিকেশন উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক. |
01:17 | আমি আগতে তৈয়াৰ কৰি থোৱা 'প্রোপেনৰ মডেলৰ সৈতে আৰম্ভ কৰো. |
01:22 | ফাইলটো খুলিবলৈ টুল বাৰত থকা '“Open file” আইকনত ক্লিক কৰক. |
01:27 | এটা ডায়লগ বক্স পর্দাত প্রদর্শিত হয়. |
01:30 | প্রয়োজনীয় ফাইলটো অবস্থিত থকা ফোল্ডাৰত ক্লিক কৰক. |
01:34 | আমাৰ ফাইলটো Desktop' ত অবস্থিত হয়. |
01:37 | সেয়ে, আমি 'ডেস্কটপ' নির্বাচন কৰিম আৰু Open' বোতামত ক্লিক কৰিম. |
01:43 | '. “File or URL” টেক্সট বক্সত "ফাইলৰ নাম টাইপ কৰক |
01:48 | তাৰিপিছত, 'open' বোতামত ক্লিক কৰক. |
01:51 | প্রোপেনৰ মডেল পর্দাত প্রদর্শিত হয়. |
01:55 | আমি 'প্রোপেনত' 'কার্যকৰী দল যেনে: |
01:59 | hydroxy, amino, halogens যেনে fluro, chloro, bromo 'আৰু অন্যান্যৰ সৈতে ' 'hydrogens' প্রতিস্থাপন কৰিব পাৰো . |
02:07 | আমি ইয়াক 'Prôpanol'লৈ ৰুপান্তৰ কৰিবলৈ, 'প্রোপেন' অণুলৈ এটা 'হাইড্রক্সি' গ্রুপ যোগ কৰিব বিচাৰো. |
02:13 | 'মডেল কিট' মেনু খুলক. ক্রিয়া মূলক গ্রুপৰ এটা তালিকা ইয়াতে পোৱা যায়. |
02:20 | 'অক্সিজেন' পৰমাণু বিৰুদ্ধে বক্সত চেক কৰক. |
02:23 | প্রথম কার্বন পৰমাণুৰ সংযুক্ত 'হাইড্রোজেন' পৰমাণু উপৰত ক্লিক কৰক. |
02:28 | 'হাইড্রোজেন' পৰমাণু হাইড্রক্সি 'গ্রুপ'ৰ দ্বাৰা প্রতিস্থাপিত হৈছে. অক্সিজেন পৰমাণু ইয়াত ৰঙা ৰঙত দেখা গৈছে. |
02:37 | 'প্রোপেন' এতিয়া 1-Prôpanol লৈ 'ৰুপান্তৰিত হয়. |
02:41 | এতিয়া 1-Propanolক 2-chloro-1-propanolলৈ ৰুপান্তৰ কৰাৰ চেষ্টা কৰো. |
02:47 | 'model kit ' 'মেনুৰ পৰা' 'Chloro' গ্রুপ নির্বাচন কৰক. |
02:51 | দ্বিতীয় 'কার্বন' পৰমাণুলৈ সংযুক্ত হোৱা 'হাইড্রোজেন' পৰমাণুত ক্লিক কৰক. |
02:57 | আমাৰ উচৰত এতিয়া ' 2-chloro-1-propanolৰ মডেল আছে. ক্লোৰিন ইয়াত সেউজীয়া ৰঙত দেখা যায়. |
03:04 | আপোনি শক্তি মিনিমাইজেশন কৰিব পাৰে আৰু ইমেজটো dot mol ফাইল হিসাবে সংৰক্ষণ কৰিব পাৰিব. |
03:10 | ইয়াতে এটা অনুশীলনী আছে. |
03:11 | নিম্নলিখিত অণু 3-bromo-1-butanol আৰু 2-amino-4-chloro-pentane মডেল তৈয়াৰ কৰক |
03:20 | * শক্তি কমাই আৰু ইমেজটো JPEG ফৰম্যাটেত সংৰক্ষণ কৰক. |
03:25 | বিভিন্ন ফাইল ফৰম্যাটেত ইমেজ সংৰক্ষণ কৰিবলৈ: |
03:28 | টুল বাৰত থকা “Save current view as an image” আইকন ব্যবহাৰ কৰক". |
03:33 | অাপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত |
03:40 | এতিয়া Jmol এপলিকেছন উইন্ডোলৈ উভতি যাও. |
03:45 | 'Jmol অ্যাপ্লিকেশনে' এটা 'পপ-আপ' মেনুও উপলব্ধ কৰে. |
03:50 | আপোনি দুটা ভিন্ন পদ্ধতি দ্বাৰা 'পপ-আপ' মেনু অ্যাক্সেস কৰিব পাৰিব . |
03:55 | এইটো যদি খোলা অাছে, 'মডেল কিট' মেনুৰ পৰা প্রস্থান কৰক. |
03:59 | 'মডেল কিট' মেনু তললৈ স্ক্রোল কৰক আৰু “exit model kit mode”ত ক্লিক কৰক. |
04:04 | 'পপ-আপ' মেনু খুলিবলৈ, প্যানেলত থকা মাউস বাটনত সো-ক্লিক কৰক. |
04:09 | 'পপ-আপ' মেনু প্যানেলত প্ৰদৰ্শিত হৈছে. |
04:12 | 'পপ-আপ' মেনুয়ে পৰমাণুৰ প্রদর্শন পৰিবর্তন কৰিবলৈ অনেক ফাংশন প্রস্তাব দিয়ে. |
04:18 | ইয়াত নির্বাচন আৰু ৰেন্ডাৰিংৰ বিভিন্ন অপশন আছে. |
04:22 | এই মেনুত অধিকাংশই ফাংশন মেনু বাৰত সদৃশ হয়. |
04:28 | 'পপ-আপ' মেনুত থকা আইটেমবোৰ স্বশাসিত( self-explanatory) হয়. |
04:32 | সিহতক বিস্তাৰিত বিবৰণৰ প্রয়োজন নহয়. |
04:35 | 'পপ-আপ' মেনুৰ পৰা প্রস্থান কৰাৰ বাবে 'Jmol' প্যানেলত ক্লিক কৰক. |
04:39 | 'পপ-আপ' মেনু অ্যাক্সেস কৰিবলৈ দ্বিতীয় উপায়টো হৈছে 'Jmol' লোগোত ক্লিক কৰি. |
04:44 | Jmol 'প্যানেলৰ তলত সোফালে কোণত অবস্থিত হয়. |
04:49 | এতিয়া এই অণুক সম্পাদনা কৰা আৰু ইয়াক 'ইথেন' অণুলৈ ৰুপান্তৰ কৰা চাও. |
04:55 | ইয়াৰ বাবে, আমি 'হাইড্রক্সি' গ্রুপ, 'ক্লোৰিন' গ্রুপ, 'কার্বন' আৰু দুটা 'হাইড্রোজেন' পৰমাণু মুছি পেলাম. |
05:05 | 'মডেল কিট' মেনু খুলক. |
05:08 | “delete atom”ৰ 'বিৰুদ্ধে থকা বক্সত চেক কৰক. ' |
05:12 | আপনি মুছিব বিছৰা পৰমাণুত ক্লিক কৰক. |
05:15 | 'অক্সিজেন, ক্লোৰিন' আৰু 'কার্বন' পৰমাণু. |
05:21 | আমি এটা ' ethane' অণু তৈয়াৰ কৰিবলৈ এই অণুলৈ 'hydrogens' যোগ কৰিব লাগিব. |
05:26 | 'মডেল কিট' মেনুৰ পৰা “add hydrogens” অপশনত ক্লিক কৰক. |
05:32 | দুটা 'হাইড্রোজেন' পৰমাণু অণুলৈ যোগ কৰা হৈছে. |
05:36 | আমাৰ উচৰত এতিয়া পর্দাত 'ইথেন'ৰ মডেল আছে. |
05:40 | alkenes আৰু alkynes তৈয়াৰ কৰা শিকা যাওক. |
05:45 | অণুত এটা ডবল বন্ড প্রবর্তন(introduce) কৰাৰ বাবে, 'মডেল কিট' মেনু খুলক, |
05:50 | " 'double' " অপশনটিত চেক কৰক. |
05:53 | 'ইথেন' অণুত থকা দুটা কার্বন পৰমাণুৰ মাজত থকা বন্ডত কার্সাৰ ৰাখক. |
05:58 | ৰঙা ৰঙৰ ৰিং 'কার্বন' পৰমাণু চাৰিওপাশে প্রদর্শিত হয়. |
06:01 | বন্ডত ক্লিক কৰক. |
06:05 | মন কৰক যে একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হৈছে. |
06:09 | প্যানেলেত 'Ethene'ৰ এটা মডেল আছে. |
06:13 | এতিয়া Ethene ক Ethyneলৈ ৰুপান্তৰ কৰো, |
06:16 | 'Modelkit' মেনুত ক্লিক কৰক আৰু “triple” বিকল্পটত চেক কৰক. |
06:21 | 'Ethene' অণুত থকা ডবল বন্ডৰ উপৰত কার্সাৰ ৰাখক আৰু এইটোত ক্লিক কৰক. |
06:28 | ডবল বন্ড তিনটা বন্ডলৈ ৰুপান্তৰিত হয়. |
06:31 | এইটো 'Ethyne এৰ মডেল হয়. |
06:34 | সবতচেই স্থিতিশীল আকাৰ পাবলৈ শক্তি কমাই দিয়ক আৰু সংৰক্ষণ কৰক. |
06:40 | সংক্ষেপ কৰা যাওক.এই টিউটোৰিয়েলত আমি শিকিছো . |
06:43 | * এটা কার্যকৰী দলৰ(functional group) সৈতে ' alkanesত 'হাইড্রোজেন' পৰমাণু সৈতে প্ৰতিস্হাপন কৰক. |
06:48 | * alkanesক alkenes আৰু alkynesলৈ ৰুপান্তৰ কৰিবলৈ বন্ড যুত্ত কৰক. |
06:52 | *পৰমাণু যুক্ত কৰক আৰু মুছি দিয়ক আৰু |
06:54 | * পপ-আপ মেনু ব্যবহাৰ কৰক. |
06:58 | নিয়োগৰ বাবে |
06:59 | 2-fluoro-1,3-butadiene আৰু 2-pentyne ৰ মডেল তৈয়াৰ কৰক . |
07:06 | # মডেলৰ ডিসপ্লে Wireframeলৈ পৰিবর্তন কৰিবলৈ 'পপ-আপ মেনু ব্যবহাৰ কৰক. |
07:10 | # শক্তি কমাওক (energy minimization ) আৰু ' PDF' ফৰম্যাটত ইমেজ সংৰক্ষণ কৰক. |
07:16 | আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত. |
07:24 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
07:27 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
07:31 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
07:36 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
07:38 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
07:41 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
07:45 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
07:52 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
07:57 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:04 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
08:08 | আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |