Jmol-Application/C2/Create-and-edit-molecular-models/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search

Time Narration

00:01 নমস্কাৰ দৰ্শক সকল. 'Jmol এপলিকেছনত Create and edit molecular models এই টিউটোৰিয়েললৈ  আপোনাক স্বাগতম.
00:09 এই টিউটোৰিয়েলত, আমি শিকিম,
00:12 এটা কার্যকৰী দলৰ(functional group) সৈতে এটা আণবিক মডেলত  'হাইড্রোজেন' পৰমাণু প্রতিস্থাপিত কৰা.
00:17 * বন্ড যুক্ত কৰা আৰু মুছি দিয়া.
00:20 * পৰমাণু যুক্ত কৰা আৰু মুছি দিয়া.
00:23 * আৰু পপ-আপ মেনু ব্যবহাৰ কৰা শিকা, যাক contextual মেনু বোলিও কোৱা হয়.
00:29 এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে আপোনি
00:32 * 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ আৰু
00:36 Modelkit ফাংশন,যি আণবিক মডেল নির্মাণ কৰিবলৈ ব্যবহৃত হয়, ইয়াৰ সৈতে পৰিচিত হব লাগিব
00:41 প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট পৰিদর্শন কৰক.
00:46 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:49 * 'উবুন্টু' OS সংস্কৰণ 12.04
00:53 * 'Jmol' সংস্কৰণ 12.2.2
00:57 * আৰু ' Java সংস্কৰণ 7.
01:00 , 'Jmol অ্যাপ্লিকেশন' খোলিবলৈ   Dash home ত ক্লিক কৰক.
01:05 সার্চ বক্সত টাইপ কৰক 'Jmol' .
01:08 'Jmol' আইকন পর্দাত প্রদর্শিত হয়.
01:11 Jmol অ্যাপ্লিকেশন উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক.
01:17 আমি আগতে  তৈয়াৰ কৰি থোৱা  'প্রোপেনৰ মডেলৰ সৈতে আৰম্ভ কৰো.
01:22 ফাইলটো খুলিবলৈ টুল বাৰত থকা '“Open file” আইকনত ক্লিক কৰক.
01:27 এটা ডায়লগ বক্স পর্দাত প্রদর্শিত হয়.
01:30 প্রয়োজনীয় ফাইলটো অবস্থিত থকা ফোল্ডাৰত ক্লিক কৰক.
01:34 আমাৰ ফাইলটো Desktop' ত অবস্থিত হয়.
01:37 সেয়ে, আমি 'ডেস্কটপ' নির্বাচন কৰিম আৰু  Open' বোতামত ক্লিক কৰিম.
01:43 '. “File or URL” টেক্সট বক্সত "ফাইলৰ নাম টাইপ কৰক
01:48 তাৰিপিছত, 'open' বোতামত ক্লিক কৰক.
01:51 প্রোপেনৰ মডেল পর্দাত প্রদর্শিত হয়.
01:55 আমি 'প্রোপেনত' 'কার্যকৰী দল যেনে:
01:59 hydroxy, amino, halogens যেনে  fluro, chloro, bromo 'আৰু অন্যান্যৰ সৈতে ' 'hydrogens' প্রতিস্থাপন কৰিব পাৰো .
02:07 আমি ইয়াক 'Prôpanol'লৈ ৰুপান্তৰ কৰিবলৈ, 'প্রোপেন' অণুলৈ এটা 'হাইড্রক্সি' গ্রুপ যোগ কৰিব বিচাৰো.
02:13 'মডেল কিট' মেনু খুলক. ক্রিয়া মূলক গ্রুপৰ এটা তালিকা ইয়াতে পোৱা যায়.
02:20 'অক্সিজেন' পৰমাণু বিৰুদ্ধে বক্সত চেক কৰক.
02:23 প্রথম কার্বন পৰমাণুৰ সংযুক্ত 'হাইড্রোজেন' পৰমাণু উপৰত ক্লিক কৰক.
02:28 'হাইড্রোজেন' পৰমাণু হাইড্রক্সি 'গ্রুপ'ৰ দ্বাৰা প্রতিস্থাপিত হৈছে. অক্সিজেন পৰমাণু ইয়াত ৰঙা ৰঙত দেখা গৈছে.
02:37 'প্রোপেন' এতিয়া 1-Prôpanol লৈ 'ৰুপান্তৰিত হয়.
02:41 এতিয়া 1-Propanolক 2-chloro-1-propanolলৈ ৰুপান্তৰ কৰাৰ চেষ্টা কৰো.
02:47 'model kit ' 'মেনুৰ পৰা' 'Chloro' গ্রুপ নির্বাচন কৰক.
02:51 দ্বিতীয় 'কার্বন' পৰমাণুলৈ সংযুক্ত হোৱা 'হাইড্রোজেন' পৰমাণুত ক্লিক কৰক.
02:57 আমাৰ উচৰত এতিয়া ' 2-chloro-1-propanolৰ মডেল আছে. ক্লোৰিন ইয়াত সেউজীয়া ৰঙত দেখা যায়.
03:04 আপোনি শক্তি মিনিমাইজেশন কৰিব পাৰে আৰু ইমেজটো dot mol ফাইল  হিসাবে সংৰক্ষণ কৰিব পাৰিব.
03:10 ইয়াতে এটা অনুশীলনী আছে.
03:11 নিম্নলিখিত অণু 3-bromo-1-butanol আৰু 2-amino-4-chloro-pentane মডেল তৈয়াৰ কৰক
03:20 * শক্তি কমাই আৰু  ইমেজটো JPEG ফৰম্যাটেত সংৰক্ষণ কৰক. 
03:25 বিভিন্ন ফাইল ফৰম্যাটেত ইমেজ সংৰক্ষণ কৰিবলৈ:
03:28 টুল বাৰত থকা  “Save current view as an image” আইকন  ব্যবহাৰ কৰক".
03:33 অাপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত
03:40 এতিয়া Jmol এপলিকেছন উইন্ডোলৈ উভতি যাও.
03:45 'Jmol অ্যাপ্লিকেশনে' এটা 'পপ-আপ' মেনুও উপলব্ধ কৰে.
03:50 আপোনি দুটা ভিন্ন পদ্ধতি দ্বাৰা  'পপ-আপ' মেনু অ্যাক্সেস কৰিব পাৰিব .
03:55 এইটো যদি খোলা অাছে, 'মডেল কিট' মেনুৰ পৰা প্রস্থান কৰক.
03:59 'মডেল কিট' মেনু তললৈ স্ক্রোল কৰক আৰু “exit model kit mode”ত ক্লিক কৰক.
04:04 'পপ-আপ' মেনু খুলিবলৈ, প্যানেলত থকা মাউস বাটনত সো-ক্লিক কৰক.
04:09 'পপ-আপ' মেনু প্যানেলত প্ৰদৰ্শিত হৈছে.
04:12 'পপ-আপ' মেনুয়ে পৰমাণুৰ প্রদর্শন পৰিবর্তন কৰিবলৈ অনেক ফাংশন প্রস্তাব দিয়ে.
04:18 ইয়াত নির্বাচন আৰু ৰেন্ডাৰিংৰ বিভিন্ন অপশন আছে.
04:22 এই মেনুত অধিকাংশই ফাংশন মেনু বাৰত সদৃশ হয়.
04:28 'পপ-আপ' মেনুত থকা আইটেমবোৰ স্বশাসিত( self-explanatory) হয়.
04:32 সিহতক বিস্তাৰিত বিবৰণৰ প্রয়োজন নহয়.
04:35 'পপ-আপ' মেনুৰ পৰা প্রস্থান কৰাৰ বাবে 'Jmol' প্যানেলত ক্লিক কৰক.
04:39 'পপ-আপ' মেনু অ্যাক্সেস কৰিবলৈ দ্বিতীয় উপায়টো হৈছে 'Jmol' লোগোত ক্লিক কৰি.
04:44 Jmol 'প্যানেলৰ তলত সোফালে কোণত অবস্থিত হয়.
04:49 এতিয়া এই অণুক সম্পাদনা কৰা আৰু ইয়াক  'ইথেন' অণুলৈ ৰুপান্তৰ কৰা চাও.
04:55 ইয়াৰ বাবে, আমি 'হাইড্রক্সি' গ্রুপ, 'ক্লোৰিন' গ্রুপ, 'কার্বন' আৰু দুটা 'হাইড্রোজেন' পৰমাণু মুছি পেলাম.
05:05 'মডেল কিট' মেনু খুলক.
05:08 “delete atom”ৰ 'বিৰুদ্ধে থকা বক্সত চেক কৰক. '
05:12 আপনি মুছিব বিছৰা পৰমাণুত ক্লিক কৰক.
05:15 'অক্সিজেন, ক্লোৰিন' আৰু 'কার্বন' পৰমাণু.
05:21 আমি এটা ' ethane' অণু তৈয়াৰ কৰিবলৈ এই অণুলৈ 'hydrogens' যোগ কৰিব লাগিব.
05:26 'মডেল কিট' মেনুৰ পৰা “add hydrogens” অপশনত ক্লিক কৰক.
05:32 দুটা 'হাইড্রোজেন' পৰমাণু অণুলৈ যোগ কৰা হৈছে.
05:36 আমাৰ উচৰত এতিয়া পর্দাত 'ইথেন'ৰ মডেল আছে.
05:40 alkenes আৰু alkynes তৈয়াৰ কৰা শিকা যাওক.
05:45 অণুত এটা ডবল বন্ড প্রবর্তন(introduce) কৰাৰ বাবে, 'মডেল কিট' মেনু খুলক,
05:50 " 'double' " অপশনটিত চেক কৰক.
05:53 'ইথেন' অণুত থকা দুটা কার্বন পৰমাণুৰ মাজত থকা বন্ডত কার্সাৰ ৰাখক.
05:58  ৰঙা ৰঙৰ ৰিং 'কার্বন' পৰমাণু চাৰিওপাশে প্রদর্শিত হয়.
06:01 বন্ডত ক্লিক কৰক.
06:05 মন কৰক যে একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হৈছে.
06:09 প্যানেলেত 'Ethene'ৰ এটা মডেল আছে.
06:13 এতিয়া Ethene ক  Ethyneলৈ ৰুপান্তৰ কৰো,
06:16 'Modelkit' মেনুত ক্লিক কৰক আৰু “triple” বিকল্পটত চেক কৰক.
06:21 'Ethene' অণুত থকা ডবল বন্ডৰ উপৰত কার্সাৰ ৰাখক আৰু এইটোত ক্লিক কৰক. 
06:28 ডবল বন্ড তিনটা বন্ডলৈ ৰুপান্তৰিত হয়.
06:31 এইটো 'Ethyne এৰ মডেল হয়.
06:34 সবতচেই স্থিতিশীল আকাৰ পাবলৈ শক্তি কমাই দিয়ক আৰু সংৰক্ষণ কৰক.
06:40 সংক্ষেপ কৰা যাওক.এই টিউটোৰিয়েলত আমি শিকিছো .
06:43 * এটা কার্যকৰী দলৰ(functional group) সৈতে ' alkanesত 'হাইড্রোজেন' পৰমাণু সৈতে প্ৰতিস্হাপন কৰক.
06:48 * alkanesক alkenes আৰু alkynesলৈ ৰুপান্তৰ কৰিবলৈ বন্ড যুত্ত কৰক.
06:52 *পৰমাণু যুক্ত কৰক আৰু মুছি দিয়ক আৰু
06:54 * পপ-আপ মেনু ব্যবহাৰ কৰক.
06:58 নিয়োগৰ বাবে
06:59 2-fluoro-1,3-butadiene  আৰু 2-pentyne ৰ মডেল তৈয়াৰ কৰক .
07:06 # মডেলৰ ডিসপ্লে Wireframeলৈ পৰিবর্তন  কৰিবলৈ 'পপ-আপ মেনু ব্যবহাৰ কৰক.
07:10 # শক্তি কমাওক (energy minimization ) আৰু ' PDF' ফৰম্যাটত ইমেজ সংৰক্ষণ কৰক.
07:16 আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত.
07:24 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
07:27 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:31 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:36 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
07:38 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
07:41 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
07:45 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
07:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:57 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:04 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:08 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble