Difference between revisions of "Jmol-Application/C2/Introduction-to-Jmol-Application/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(2 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
− | <font size=" | + | <font size="3"> |
{|border=1 | {|border=1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
</font> | </font> | ||
|- | |- | ||
| 00:01 | | 00:01 | ||
− | | নমস্কাৰ দৰ্শক সকল | + | | নমস্কাৰ দৰ্শক সকল '''Jmol''' অ্যাপ্লিকেশনৰ পৰিচয়ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 00:07 | | 00:07 | ||
Line 15: | Line 12: | ||
|- | |- | ||
| 00:11 | | 00:11 | ||
− | | '' 'Jmol' '' অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম. | + | | '''Jmol''' অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম. |
|- | |- | ||
Line 35: | Line 32: | ||
|- | |- | ||
| 00:28 | | 00:28 | ||
− | | | + | | এটা '' '' Methyl'' দলৰ সৈতে '' '' hydrogen' সলনি কৰি অণু তৈয়াৰ কৰা. |
|- | |- | ||
Line 43: | Line 40: | ||
|- | |- | ||
| 00:36 | | 00:36 | ||
− | | | + | | এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা |
|- | |- | ||
Line 79: | Line 76: | ||
|- | |- | ||
| 01:06 | | 01:06 | ||
− | |অনুগ্ৰহ কৰি মন কৰক যে | + | |অনুগ্ৰহ কৰি মন কৰক যে '''Jmol'''এপলিকেছন ' ভালকে ৰান কৰিবলৈ, আপোনাৰ সিস্টেমত Java ইনস্টল হৈ থাকা উচিত. |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 449: | Line 442: | ||
|- | |- | ||
|09:04 | |09:04 | ||
− | |আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। | + | |এই পাঠটি মৌচুমি মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |
|} | |} |
Latest revision as of 16:34, 27 February 2017
Time | Narration
|
00:01 | নমস্কাৰ দৰ্শক সকল Jmol অ্যাপ্লিকেশনৰ পৰিচয়ৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
00:07 | এই টিউটোৰিয়েলত, আমি সংক্ষিপ্তভাবে |
00:11 | Jmol অ্যাপ্লিকেশন উইন্ডো আৰু কিছু মৌলিক অপাৰেশনৰ সম্পর্কে ব্যাখ্যা কৰিম. |
00:16 | আমি শিকিম |
00:18 | Menu Bar, Tool bar, আৰু Jmol প্যানেল. |
00:22 | কিভাবে: * 'Jmol' প্যানেলেৰ মাপ পৰিবর্তন কৰা. |
00:25 | * সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰা. |
00:28 | এটা Methyl দলৰ সৈতে hydrogen' সলনি কৰি অণু তৈয়াৰ কৰা. |
00:34 | আমি আৰু শিকিম |
00:36 | এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি কমোৱা |
00:41 | আৰু * ইমেজ টো .mol 'ফাইল' হিসাবে সংৰক্ষণ কৰা. |
00:45 | এই টিউটোৰিয়েলটো অনুসৰণ কৰাৰ বাবে, আপোনাৰ |
00:49 | * উচ্চ বিদ্যালয়ৰ ৰসায়ন আৰু |
00:50 | * প্রাথমিক জৈব ৰসায়নৰ জ্ঞান থাকা উচিত |
00:53 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো : |
00:56 | * 'উবুন্টু' অপাৰেটিং সিস্টেম সংস্কৰণ 12.04 |
01:00 | * 'Jmol' সংস্কৰণ 12.2.2 |
01:03 | আৰু * ' Java' সংস্কৰণ 7 |
01:06 | অনুগ্ৰহ কৰি মন কৰক যে Jmolএপলিকেছন ' ভালকে ৰান কৰিবলৈ, আপোনাৰ সিস্টেমত Java ইনস্টল হৈ থাকা উচিত. |
01:14 | আৰু Jmol অ্যাপ্লিকেশন বিষয়ে, |
01:17 | এইটো এটা মুক্ত আৰু ওপেন সোর্স Molecular Viewer হয়. |
01:21 | * ইয়াক তৈয়াৰ আৰু ৰাসায়নিক স্ট্রাকচাৰৰ 3 মাত্রিক মডেল (3 dimensional models) চাবলৈ ব্যবহৃত হয়. |
01:27 | আৰু proteins আৰু macromoleculesৰ মাধ্যমিক (secondary) স্ট্রাকচাৰ দেখিবলৈ ব্যবহৃত হয়. |
01:33 | তথ্য সংক্রান্ত ডাউনলোড আৰু ইনস্টলেশনৰ বিষয়ে. |
01:37 | 'উবুন্টু অপাৰেটিং সিস্টেমৰ বাবে , Jmol এৰ ইনস্টলেশন Ubuntu Software Center ব্যবহাৰ কৰি কৰা হয়. |
01:45 | আমাৰ ওয়েবসাইট 'www.spoken-tutorial.org' ত থকা Linux সিৰিজত এই টিউটোৰিয়েল অনুসৰণ কৰক |
01:56 | উইন্ডোজ, ম্যাক OS আৰু অ্যান্ড্রয়েড ডিভাইসত ইনস্টলেশনৰ বাবে অনুগ্রহ কৰি www.jmol.sourceforge.net 'পৰিদর্শন কৰক. |
02:08 | আৰু ইনস্টল কৰিবলৈ ওয়েব পেজত দিয়া নির্দেশাবলী অনুসৰণ কৰক. |
02:13 | মই ইতিমধ্যে মোৰ সিস্টেমত 'উবুন্টু সফটওয়্যাৰ সেন্টাৰ' ব্যবহাৰ কৰি 'Jmol অ্যাপ্লিকেশন' ইনস্টল কৰিছো. |
02:20 | Jmol অ্যাপ্লিকেশন' খোলিবলৈ Dash homeত ক্লিক কৰক. |
02:24 | সার্চ বক্সত টাইপ কৰক 'Jmol' . |
02:27 | 'Jmol' আইকন পর্দাত প্রদর্শিত হয়. |
02:30 | 'Jmol অ্যাপ্লিকেশন' উইন্ডো খোলিবলৈ 'Jmol' আইকনত ক্লিক কৰক. |
02:35 | 'Jmol অ্যাপ্লিকেশন' উইন্ডোৰ উপৰত এটা 'menu bar ' আছে. |
02:40 | 'menu bar ৰ' তলত এটা Tool bar' আছে. |
02:43 | ইয়াত ' Jmol panel হিসাবে উল্লেখ কৰা Display এলাকা আছে. |
02:48 | মেনু বাৰত, বিভিন্ন অপশন আছে যেনেFile, Edit, Display, ইত্যাদি . |
02:56 | ইয়াৰ প্রত্যেকটোৰে বিভিন্ন সাব-অপশন আছে. |
03:00 | অন্যান্য অপশনৰ বাহিৰে Tools ' মেনুৰ উচৰত পৰমাণুৰ মাজৰ দূৰত্ব পৰিমাপ কৰিবলৈ কিছো টোল্চ (tools) আছে. |
03:07 | আমি এই অপশনৰ সম্পর্কে পৰবর্তী টিউটোৰিয়ালত শিকিম. |
03:12 | Help মেনুত Jmol অ্যাপ্লিকেশনৰ 'সম্পর্কে অনেক গুৰুত্বপূর্ণ তথ্য আছে. |
03:18 | ইয়াৰ উচৰত ইউজাৰ গাইডো আছে যত ডকুমেন্টেশন আছে. |
03:23 | Tool barত ' বহুতো মেনু আইকন আছে. |
03:27 | মেনু আইকনে নির্দিষ্ট ফাংশন সম্পাদনা কৰে: যেনে open, save, export, print ইত্যাদি |
03:37 | ইয়াতে কিছো আইকণ আছে যেনে ৰোটেত কৰা মানে ঘোৰোৱা, পৰমাণুৰ সেট নির্বাচন কৰা , দূৰত্ব পৰিমাপ কৰা, ইত্যাদি |
03:47 | "Modelkit" আইকন molecular models (আণবিক মডেল) তৈয়াৰ আৰু সম্পাদন কৰিবলৈ ব্যবহৃত হয় . |
03:53 | আমাৰ প্রয়োজন অনুযায়ী 'Jmol প্যানেলৰ মাপ পৰিবর্তন কৰিব পাৰি. |
03:58 | কাৰ্চাৰদাল উইন্ডোৰ কোনো এটা কোণৰ লৈ লৈ যাওক যেতিয়ালৈকে ই এৰো ইন্দিকেটৰ লৈ পৰিবর্তন হয় . |
04:04 | এতিয়া এটা কোণৰ পৰা তলৰফালে বা উপৰৰ ফালে টানি আনি উইন্ডোৰ মাপ পৰিবর্তন কৰক. |
04:10 | menu barত থকা Display মেনু বাৰ প্যানেলৰ মাপ পৰিবর্তন কৰাত বয়ৱহাৰ কৰা হয়. |
04:16 | ' Display menuত ক্লিক কৰক আৰু Resize বিকল্প নির্বাচন কৰক. |
04:20 | এটা ডায়লগ বক্স প্রর্দশিত হয় যত আমি প্রস্থ (width ) অাৰু উচ্চতাৰ (height) মাত্রা (dimensions) pixelsত নির্দিষ্ট কৰিব পাৰো. |
04:27 | আমাক 800 by 600 pixels আকাৰৰ উইন্ডোৰ প্রয়োজন হয়. |
04:32 | সেয়ে, আমি 800 স্পেস 600 টাইপ কৰিম আৰু ' OK' বোতামত ক্লিক কৰিম. |
04:41 | এতিয়া 'Jmol প্যানেলৰ আকাৰ 800 by 600 pixelsলৈ পৰিবর্তিত কৰা হয়. |
04:47 | এতিয়া কিছু সহজ জৈব অণুৰ মডেল তৈয়াৰ কৰিবলৈ আগোৱাই যাও |
04:53 | 'Modelkit'এ আমাক শক্তি কমোৱাৰ সৈতে মডেল নির্মাণ আৰু পৰিবর্তন কৰিবলৈ দিয়ে. |
05:00 | tool barত থকা “modelkit” আইকনত ক্লিক কৰক. |
05:04 | Methaneৰ' এটা মডেল প্যানেলত প্রদর্শিত হয়. |
05:07 | 'Jmol প্যানেলৰ উপৰৰ বাঁও কোণৰ অংশত এটা মেনু প্রদর্শিত হয়. |
05:12 | এই মেনুৰ বৈশিষ্ট্যত * সহজেই যোগ কৰা, মোছা ,পৰমাণু ড্র্যাগ কৰাৰ ক্ষমতা অন্তর্ভুক্ত হয়. |
05:19 | * ফাংছনেল (ক্রিয়ামূলক) গ্রুপ যোগ কৰা. |
05:21 | * বন্দক মোছা, যোগ কৰা আৰু ঘোৰোৱা. |
05:25 | * Hydrogens যোগ কৰা, ফাইল মিনিমাইজ কৰা আৰু সংৰক্ষণ কৰা ইত্যাদি. |
05:30 | মেনুত এটা নির্দিষ্ট বৈশিষ্ট্য ব্যবহাৰ কৰাৰ বাবে, দিয়া চেক বক্সত ক্লিক কৰক. |
05:35 | 'Modelkit' ফাংশনে আমাক Methyl groupৰ সৈতে Hydrogen atomক সলনি কৰিবলৈ অনুমতি দিয়ে. |
05:41 | আপোনি সলাব বিচৰা Hydrogen atomটোলৈ কার্সাৰদাল আনক. |
05:46 | এটা 'ৰঙা ৰিং Hydrogen atomত প্রদর্শিত হয়. |
05:50 | atomত ক্লিক কৰক. |
05:52 | আপোনি মন কৰিব যে এটা 'Methyl গ্রুপ যোগ কৰা হৈছে. |
05:56 | Methane molecule এতিয়া Ethaneলৈ ৰুপান্তৰিত কৰা হৈছে. |
06:00 | আগেই কৰাৰ দৰে একেই পদক্ষেপ পুনৰাবৃত্তি কৰক. |
06:03 | ' Propaneৰ এটা মডেল পাবলৈ hydrogen atomত ক্লিক কৰক. |
06:07 | এই অণুৰ উপৰত Energy minimization কৰাত আমাক স্থিতিশীল আকাৰ দিয়ে. |
06:13 | 'Energy minimization কৰিবলৈ |
06:15 | 'Modelkit মেনু'ত বিকল্পটো তললৈ স্ক্রোল কৰক. |
06:19 | minimize অপশনত ক্লিক কৰক . |
06:22 | আমাৰ উচৰত এতিয়া Propane অণুৰ সবতকে স্থিতিশীল মডেল আছে. |
06:28 | এই গঠনটো .mol ফাইল হিচাবে চেভ কৰিবলৈ 'Modelkit মেনু' খোলক. |
06:33 | 'menu' তললৈ স্ক্রোল কৰক আৰু save file বিকল্পত ক্লিক কৰক. |
06:37 | এটা Save ডায়লগ বক্স পর্দাত প্রদর্শিত হয়. |
06:41 | আপোনি আপোনাৰ ফাইলখন সংৰক্ষণ কৰিব বিচৰা ফোল্ডাৰত ক্লিক কৰক. |
06:45 | আমি আমাৰ ফাইল সংৰক্ষণৰ বাবে অবস্থান হিসাবে 'Desktopত নির্বাচন কৰিছো. |
06:50 | সেয়ে, Desktop নির্বাচন কৰক Open বোতামত ক্লিক কৰক. |
06:54 | ' File Nameলৈ যাওক আৰু টেক্সট বক্সত 'Propane টাইপ কৰক. |
06:59 | Files of Type ত ক্লিক কৰক আৰু 'MOL' বিকল্প নির্বাচন কৰক. |
07:03 | এতিয়া, ডায়লগ বক্সৰ সো ফালে তললৈ Save বোতামত ক্লিক কৰক. |
07:08 | Propane ৰ ' '3D' 'মডেলটো .mol ফাইল হিসাবে Desktopত সংৰক্ষিত হব. |
07:14 | 'Jmol' 'ৰ পৰা প্রস্থান কৰাৰ বাবে, 'File মেনুত ক্লিক কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰাৰ বাবে, Exit' বিকল্প নির্বাচন কৰক. |
07:21 | সংক্ষেপ কৰা যাওক. |
07:22 | এই টিউটোৰিয়েলত আমি শিকিছো: |
07:25 | * Jmol অ্যাপ্লিকেশন 'উইন্ডোৰ সম্পর্কে. |
07:27 | * 'Jmol প্যানেল' পুনৰায় আকাৰ কৰা |
07:29 | * Methane, Ethane আৰু Propaneৰ নিচিনা সহজ জৈব অণুৰ 3D মডেল তৈয়াৰ কৰিবল টুল বাৰত থকা Modelkit ফাংশন ব্যবহাৰ কৰক. |
07:40 | * Methyl groupৰ সৈতে Hydrogenৰ অনুকল্প (substitution ) দ্বাৰা অণু তৈয়াৰ কৰক. |
07:45 | *এটা স্থিতিশীল আকাৰ পাবলৈ Energy minimization কৰা. |
07:48 | *আৰু .mol ফাইল হিসাবে ইমেজ সংৰক্ষণ কৰা. |
07:52 | "'Jmol Modelkit ফাংশন ব্যবহাৰ কৰি: নিম্নলিখিত অণুৰ মডেল বনাবলৈ |
07:58 | * * 2-4 Dimethyl Pentane আৰু 3-Ethyl, 5-Methyl Heptane. |
08:03 | * এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি (energy) কম কৰক. |
08:07 | ' .mol ফাইল' হিসাবে ইমেজ সংৰক্ষণ কৰক. |
08:11 | * টুল বাৰত থকা "'rotate molecule' ব্যবহাৰ কৰি মডেলটো ঘোৰাওক. |
08:15 | আপোনাৰ সম্পন্ন নিয়োগ এনেধৰনৰ দেখাত উচিত. |
08:19 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
08:22 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
08:26 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
08:30 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
08:36 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
08:40 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
08:47 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
08:52 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
08:59 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
09:04 | এই পাঠটি মৌচুমি মেধীৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |