Difference between revisions of "Java-Business-Application/C2/Database-and-validation/Assamese"
From Script | Spoken-Tutorial
Line 1: | Line 1: | ||
{| style="border-spacing:0;" | {| style="border-spacing:0;" | ||
− | | style="border-top:0.05pt double #808080;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| Time | + | | style="border-top:0.05pt double #808080;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:none;padding-top:0.049cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| '''Time''' |
− | | style="border:0.05pt double #808080;padding:0.049cm;"| Narration | + | | style="border:0.05pt double #808080;padding:0.049cm;"| '''Narration''' |
|- | |- | ||
Line 22: | Line 22: | ||
|- | |- | ||
| style="border-top:none;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:none;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:12 | | style="border-top:none;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:none;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0cm;"| 00:12 | ||
− | | style="border-top:none;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:0.05pt double #808080;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0.049cm;"| ইয়াত আমি ব্যৱহাৰ কৰিছো | + | | style="border-top:none;border-bottom:0.05pt double #808080;border-left:0.05pt double #808080;border-right:0.05pt double #808080;padding-top:0cm;padding-bottom:0.049cm;padding-left:0.049cm;padding-right:0.049cm;"| ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন ১২.০৪"" |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 16:24, 27 February 2017
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Database and validationৰ স্পৌকেন টিওটৰিয়েল লৈ স্বাগতম । |
00:06 | এই টিওটৰিয়েলত আমি শিকিম: |
00:08 | ডাটাবেছ ৰ সৈতে বিস্তাৰ কৰিবলৈ |
00:10 | ফিল্দৰ বৈধতা প্ৰদান কৰিবলৈ |
00:12 | ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন ১২.০৪"" |
00:15 | নেটবীন্চ IDE ৭.৩ |
00:19 | JDK ১.৭ |
00:21 | ফায়াৰফক্স ৱেব ব্ৰাউচাৰ ২১.০ |
00:24 | নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে । |
00:28 | এই টিওটৰিয়েল বুজিবলৈ, আপুনাৰ । |
00:31 | Java Servlet আৰু JSP ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত। |
00:35 | নেটবীন্চ IDEৰ পৰা MySQL ডাটাবেছ সংযোগ কৰা । |
00:39 | ডাটাবেছ আৰু টেব্ল সৃষ্টি কৰা |
00:42 | যদিহে নাই, তেন্তে প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক । |
00:47 | এতিয়া নেটবীন্চ IDE লৈ যাও আহক । |
00:52 | মই MySQL চাৰ্ভাৰ আৰম্ভ কৰিছো । |
00:55 | library নামেৰে চাৰ্ভাৰত এটা ডাটাবেছ সৃষ্টি কৰিছো । |
01:00 | Users বুলি এখন টেব্ল সৃষ্টি কৰিছো । |
01:04 | এই টেব্ল খনত কিছোমান মান দিয়া হৈছে । |
01:08 | এতিয়া মান সমূহ দেখুৱাম |
01:10 | তাৰ বাবে, Usersত ৰাইট ক্লিক কৰি View Dataত ক্লিক কৰক |
01:15 | তলত থকা Output বাটনত ক্লিক কৰিব |
01:19 | আমি দেখা পাম যে ইয়াত ১৫ যন users আছে |
01:23 | আমি FirstName, Surname, Age, Gender, Email, Username আৰু Password দেখা পাম |
01:31 | এতিয়া, JDBC(Java Database Connectivity Driver) ল'ড কৰো আহক |
01:39 | তাৰ বাবে Projects tabত ক্লিক কৰিব। |
01.42 | Librariesত ৰাইত ক্লিক কৰি Add Libraryত ক্লিক কৰিব । |
01.46 | তাৰ পাছত MySQL JDBC Driverত ক্লিক কৰিব । |
01.50 | আৰু Add Libraryত ক্লিক কৰিব । |
01.53 | ই JDBC দ্ৰাইভাৰ ল'ড কৰিব |
01.56 | আগৰ দৰে প্ৰজেক্টটো ৰান কৰি চাও আহক । |
02.00 | এতিয়া টাইপ কৰিব username- arya আৰু password- arya*123 বুলি । |
02.06 | তাৰ পাছত Sign Inত ক্লিক কৰিব । |
02.08 | আমি successGreeting পৃষ্ঠা দেখা পাম । |
02.12 | লগ আউত কৰিবলৈ hereত ক্লিক কৰিব । |
02.15 | এতিয়া IDE লৈ যাও আহক । |
02.17 | আমি GreetingServlet dot java লৈ যাম । |
02.21 | doPost methodলৈ আহক । |
02.23 | আমি কৰা অনুৰোধ অনুশৰি getParameter (পদ্ধতি) method ব্যৱহাৰ কৰি Username আৰু Password পোৱা গৈছে । |
02.31 | তাৰ পাছত আমি JDBC connectionৰ বাবে ক'ড খিনি চাম । |
02.35 | আমি আৰম্ভণিতে, Connection অবজেক্ট ত( object), PreparedStatement অবজেক্ট ত ( object) আৰু Resultset অবজেক্ট ত( object), নাল( null) সংৰক্ষণ কৰিছো। |
02.44 | তাৰ পাছত আমাৰ প্ৰগ্ৰামৰ দ্ৰাইভাৰ ৰেজিষ্টাৰ কৰিছো |
02.48 | তাৰ পাছত আমি ডাটাবেছলৈ এটা সংযোগ স্হাপন কৰো । |
02.52 | তাৰ পাছত আমি prepareStatement methodটো, Connection অবজেক্ট ত( object) এক্সিকিউত কৰো |
02.58 | Users টেব্লৰ পৰা userৰ বিষয়(details) পাবলৈ কোৱেৰি( query) দিব লাগে । |
03.03 | ফৰ্মত দিয়া অনুশৰি username আৰু password একে হয় নে নহয় পৰীক্ষা কৰিম |
03.09 | ইয়াত প্ৰশ্ন চিহ্নয়ে ডাটাবেছৰ প্ৰতিটো ফিল্দ বুজায় । |
03.15 | প্ৰশ্ন চিহ্নৰ ঠাইত মান যোগান ধৰিবলৈ আমি setString method এক্সিকিউত কৰো । |
03.22 | PreparedStatement অবজেক্ট ৰ ( object) সহায়ত আমি এই কাৰ্য্য সমপন্ন কৰো |
03.26 | তাৰ পাছত, PreparedStatement অবজেক্ট ত, executeQuery (পদ্ধতি)methodএক্সিকিউত কৰো । |
03.33 | ResultSet অবজেক্ট ত আমি ফলাফল সংৰক্ষণ কৰো । |
03.37 | সফলতাপূৰ্ণ ল'গিনৰ বাবে আমি successGreeting পৃষ্ঠা প্ৰদৰ্শন কৰো । |
03.43 | তাৰ বাবে আমি RequestDispatcher interface ব্যৱহাৰ কৰো । |
03.48 | RequestDispatcher অবজেক্ট পাবলৈ কৰা অনুৰোধত আমি getRequestDispatcher method ব্যৱহাৰ কৰো । |
03.56 | তাৰ পাছত আমি RequestDispatcher অবজেক্টত forward (পদ্ধতি)method আৱাহন কৰিছো । |
04.02 | এই ধৰণে আমি successGreeting dot jsp লৈ আগবাঢ়ি যাও । |
04.07 | এতিয়া আমি স্লাইদলৈ যাও আহক । |
04.10 | RequestDispatcher interfaceৰ বিষয়ে কিছু কথা শিকো আহক । |
04.15 | এটা requestক (অনুৰোধক) আন এটা ৰিচৌৰ্সলৈ প্ৰেৰণ কৰা সুবিধা এই ইন্টাৰফেচে প্ৰদান কৰে । |
04.22 | এই ৰিচৌৰ্সটো html, servlet, অথবা jsp হ'ব পাৰে । |
04.26 | এতিয়া IDEলৈ ঘূৰি যাও আহক । |
04.29 | successGreeting dot jsp লৈ যাও আহক । |
04.33 | ইয়াত আমি সফলতাৰ কথা প্ৰদৰ্শন কৰিছো, You have successfully logged in. |
04:38 | এতিয়া ব্ৰাউচাৰ লৈ ঘূৰি আহক । |
04.41 | ডাটাবেছত নথকা username আৰু password এটা টাইপ কৰিব । |
04.47 | মই username হিচাপে abc আৰু password হিচাপে abc123* টাইপ কৰিম |
04.56 | তাৰ পাছত Sign Inত ক্লিক কৰিব । |
04.59 | আমি দেখা পাম যে একে পৃষ্ঠাতে error message পাম. |
05.03 | Please correct the following error!!! Invalid username or password |
05.09 | এতিয়া এইখিনিৰ বাবে ক'ড চাও আহক । |
05.12 | তাৰ বাবে IDEলৈ যাও আহক । |
05.14 | GreetingServlet dot java লৈ যাও আহক । |
05.17 | যদি বৈধতা ব্যৰ্থ হয় আমি error message প্ৰদৰ্শন কৰো । |
05.22 | প্ৰথমে আমি এখন errorMsgsৰ লিস্ত নিৰ্ধাৰিত কৰি লও । |
05.27 | setAttribute মেঠদ ব্যৱহাৰ কৰি errorMsgs বোলা ভেৰিয়েব্লটো request scope লৈ নিৰ্ধাৰণ কৰা হৈছে |
05.35 | ইয়াত errorMsgs হৈছে এট্ৰিবিউতৰ নাম |
05.39 | আমি স্ত্ৰীং ভেৰিয়েব্ল আইদি( String variable id) এটা নাল( null) মানলৈ নিৰ্ধাৰণ কৰিছো |
05.44 | তাৰ পাছত আমি, ব্যৱহাৰকাৰী জন ডাটাবেছত আছে নে নাই পৰীক্ষা কৰো |
05.48 | যদি আছে, আমি মান সমূহ id বোলা ভেৰিয়েব্ল এটাত সংৰক্ষণ কৰিম |
05.53 | অথবা, আমি ভুল খিনি Invalid username or password বুলি errorMsgs listত যোগ দিম |
06.00 | যদি errorMsgs list খন খালি নহয়, আমি index dot jspত error messages সমূহ প্ৰদৰ্শন কৰিম । |
06.09 | তাৰ বাবে আমি পুনৰায় index dot jspলৈ নিৰ্দেশ দিব লাগিব । |
06.13 | RequestDispatcher ব্যৱহাৰ কৰি আন এখন পাঠলৈ যাবলৈ আমি আগতে শিকিছো |
06.20 | মন কৰিব যে আমি এই ক'ড খিনি, exceptionৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ try catch blockত অন্তৰভুক্ত কৰিছো |
06.27 | এতিয়া index dot jspত errorMsgs ভেৰিয়েব্ল কি দৰে পাব পাৰি চাও আহক । |
06.34 | প্ৰথমে আমি errorMsgs বোলা attributeৰ মান সমূহ সংগ্ৰহ কৰো আহক । |
06.38 | এই কাৰ্য্য, requestত getAttribute method ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব পাৰি । |
06.44 | মন কৰিব যে আমি এই খিনি জাভা ক'ড অপেনীং টেগৰ অন্তৰ্গত, অন্তৰ্ভুক্ত কৰিছো - less than চিহ্ন percentage চিহ্ন আৰু closing tag percentage চিহ্ন আৰু greater than চিহ্ন |
06.57 | ক'ডৰ এই ব্লকটো scriptlet বুলি জনা যায় । |
07.02 | ই জাভা ক'ড সংৰক্ষণ কৰে, যি প্ৰতিবাৰে এক্সিকিউত হয় যেতিয়া JSP আৱাহন কৰা হয় । |
07.08 | যদি errorMsgsৰ মান নাল নহয়, আমি এই বাৰ্তা প্ৰদৰ্শন কৰো |
07.15 | Please correct the following errors. |
07:18 | তাৰ পাছত আমি errorMsgsৰ লিস্তক পুনৰায় কৰিম |
07.23 | আমি error messages সমূহ লিস্ত হিচাপে প্ৰদৰ্শন কৰো |
07.27 | এই দৰে আমি index dot jspত error messages সমূহ প্ৰদৰ্শন কৰো |
07.32 | এতিয়া ডাটাবেছত এটা user যোগ দিব শিকো আহক । |
07.37 | ডাটাবেছত এটা user যোগ দিয়াৰ আগতে, আমি User tableৰ বাবে এটা model সৃষ্টি কৰিব লাগিব । |
07.44 | এতিয়া, এটা model কি হয় চাও আহক |
07.48 | এটা model : |
07.49 | এটা চফ্টৱেৰ এপলিকেচনৰ উাটাৰ লজিকেল গঠনৰ বিৱৰণি প্ৰদৰ্শন কৰে. |
07.55 | এটা জাভা ক্লাছ, attributes আৰু setters আৰু getters সৈতে |
08.00 | এই ধৰণে আমি model সমূহক, এটা attributeৰ সলনি একে বুলি ধৰিব পাৰো |
08.07 | এতিয়া, Netbeans IDEলৈ যাও আহক. |
08.11 | মই User dot java বুলি মদেল এটা সৃষ্টি কৰিছো |
08.16 | মন কৰিব যে আমি এই জাভা ক্লাছ, package org dot spokentutorial dot modelৰ অন্তৰ্গত সৃষ্টি কৰিছো |
08.24 | আমাৰ এই সমূহ attribute আছে firstName, surname, age, gender, email, username, password |
08.33 | আমি এই সমূহ খালি মান বুলি নিৰ্ধাৰণ কৰিছো |
08.37 | আমাৰ উচৰত এটা parameterized constructor আছে |
08.41 | আমাৰ উচৰত default constructorৰো আছে |
08.44 | getFirstName methodৰ বিৱৰণ দাঙি ধৰিলো |
08.47 | setFirstName method ৰ বিৱৰণ দাঙি ধৰিলো |
08.51 | একেদৰে প্ৰত্যেক attributeৰ বাবে আমি set আৰু get methodৰ বিৱৰণ দাঙি ধৰিলো |
08.57 | ব্ৰাউচাৰ লৈ ঘূৰি আহক |
08.59 | এতিয়া আমি register কৰিবলৈ here link ত ক্লিক কৰিম- |
09.03 | Registrationৰ পাঠত সকলো ফিল্দ টাইপ কৰো আহক |
09.07 | তাৰ পাছত Add Userত ক্লিক কৰিব |
09.10 | আমি এখন Add User Success পাঠ পাম. |
09.14 | আমি এটা বাৰ্তা পাম যে Your request to add harshita was successful |
09.20 | ইয়াত username harshita দিয়া হৈছিল. |
09.24 | এতিয়া ইয়াক কিদৰে কৰিব পাৰি চাও আহক. |
09.28 | IDEলৈ ঘূৰি যাও আহক |
09.30 | AddUserServlet dot java লৈ যাও আহক. |
09.35 | পদক্ষেপবোৰ আমি GreetingServlet dot javaত কৰাৰ দৰে একেই. |
09.40 | প্ৰথমে আমি getParameter method ব্যৱহাৰ কৰি form parameters পাও. |
09.46 | আমি ভেৰিয়েব্ল user সমূহ, নিজা attribute সমূহৰ সৈতে User Modelৰ instance হিচাপে নিৰ্ধাৰণ কৰো । |
09.53 | setAttribute method ব্যৱহাৰ কৰি আমি ভেৰিয়েব্ল user সমূহক, request scopeত নিৰ্ধাৰণ কৰো |
10.01 | যদি ফৰ্ম পূৰণ কৰোতে একো ভুল নাই, আমি user tableত মান সমূহ সন্নিৱিষ্ট কৰিবলৈ কোৱেৰী এক্সকিউত কৰো |
10.10 | তাৰ পাছত আমি success user pageলৈ আগোৱাই দিও |
10.15 | এতিয়া successUser dot jspলৈ আহক |
10.19 | প্ৰথমে আমি User dot java আমদানি কৰিলো |
10.24 | JSPত এই ক'ড শাৰীক directive বোলা হয় । |
10.28 | JSP directive এটা opening tag less than চিহ্ন percentage চিহ্ন আৰু at the rate চিহ্নৰে আৰম্ভ হয় আৰু closing tag percentage চিহ্ন আৰু greater than চিহ্নৰে শেষ হয় । |
10.42 | এইটো এটা page directive |
10.45 | এই page directiveটোৱে সকলো আমদানি কৰা packagesৰ লিস্ত ৰাখে |
10.50 | আমি userৰ সকলো মান সংগ্ৰহ কৰিলো আৰু ইয়াক User object হিচাপে সংৰক্ষন কৰিব পাৰো । |
10.57 | তাৰ পাছত আমি ইয়াত success message পাবালৈ সক্ষম হৈছো |
11.00 | ইয়াত আমি Usernameটো বিচাৰি লৈছো |
11.04 | request objectত আমি getUsername() method ব্যৱহাৰ কৰিছো । |
11.09 | এই কাৰ্য্য আমি scriptlet tag সমূহ ব্যৱহাৰ কৰি কৰিবলৈ সক্ষম হৈছো । |
11.12 | এতিয়া ব্ৰাউচাৰ লৈ ঘূৰি যাও আহক । |
11.15 | আমি ডাটাবেছত থকা এটা user যোগ দিব চাও আহক |
11.20 | তাৰ বাবে মই harshita যোগ দি চাও আহক । |
11.24 | আমি ভুল হোৱা বাৰ্তা পাম - Please correct the following errors!!1 Duplicate entry 'harshita' for key username |
11.33 | এতিয়া এজন userৰ বাবে আকৌ ৰেজিস্তাৰ কৰি চাও আহক |
11.37 | ইয়াত মই ফৰ্ম খন সম্পূৰ্ণ কৰিলো |
11.40 | Age ফিল্দত মই এটা ভুল কৰিছো |
11.44 | এটা বৈধ নম্বৰৰ সলনি মই ab টাইপ কৰিলো |
11.48 | এতিয়া Add Userত ক্লিক কৰিব |
11.51 | আমি আকৌ ভুল হোৱা বাৰ্তা পাম The age must be a positive integer |
11.57 | কিদৰে কৰে চাও আহক |
12.00 | IDEলৈ ঘূৰি যাও আহক |
12.03 | AddUserServlet dot java খোলো আহক |
12.08 | ইয়াত আমি errorMsgsৰ বাবে এখন লিস্ত তৈয়াৰী কৰিছো । |
12.11 | setAttribute মেঠদ ব্যৱহাৰ কৰি আমি errorMsgs ভেৰিয়েব্লটো request scopeত ধাৰ্য কৰিছো । |
12.18 | তাৰ পাছত আমি integer প্ৰকৃতিৰ ageUser বুলি ভেৰিয়েব্ল এটা বিৱৰণ কৰিছো আৰু ইয়াক আমি -১ ৰ মান নিৰ্ধাৰণ কৰি দিছো । |
12.26 | try catch blockৰ অন্তৰ্গত আমি parseInt মেঠদ ব্যৱহাৰ কৰিছো |
12.31 | ইনপুতত এটা সংখ্যাৰ ষ্ট্ৰীং প্ৰতীনিধীত্ব দিলে ই এটা ইন্টেযাৰ ঘূৰাই দিয়ে । |
12.37 | সেইবাবে ইয়াত আমি age fieldত বৈধতা প্ৰদান কৰিম । |
12.44 | যদি বৈধতা ব্যৰ্থ হয় আমি errorMsgs লিস্তত ভুল হোৱা বাৰ্তা দিম । |
12.51 | বয়স সদায় পচিতিভ ইন্টেযাৰ হ'ব লাগিব । |
12.54 | একেধৰণে আমি সকলো ফিল্দত এটা বৈধতাৰ পৰীক্ষা কৰিব লাগিব |
13.01 | যদি errorMsgs লিস্ত খন খালি নহয় আমি addUser dot jspত errorMsgs সমূহ প্ৰদৰ্শন কৰিম |
13.09 | RequestDispatcher ব্যৱহাৰ কৰি কিদৰে কাৰ্য্য সমপন্ন কৰিব পাৰি আমি আগতে দেখিলো |
13.15 | এতিয়া addUser dot jspলৈ আহক. |
13.19 | ইয়াতো আমি প্ৰথমে User dot java আমদানি কৰিছো. |
13.24 | scriptlet tags সমূহৰ অন্তৰ্গত আমি User ধৰণৰ এটা অবজেক্ট সৃষ্টি কৰিছো |
13.31 | getAttribute মেঠদ ব্যৱহাৰ কৰি আমি errorMsgs বোলা এট্ৰিবিউতৰ মান সমূহ পাবলৈ সক্ষম হৈছো । |
13.38 | এই মান নাল(null) হয় নে নহয় এটা পৰীক্ষা কৰো আহক. |
13.43 | যদি নাল(null) ৰ সমান নহয়, আমি ভুল হোৱা বাৰ্তা প্ৰেৰণ কৰো, যিদৰে আমি index dot jspত কৰিছিলো থিক একেদৰে. |
13.51 | যদি নহয়, User model ব্যৱহাৰ কৰি আমি user বোলা এট্ৰিবিউতৰ মান পাবলৈ সক্ষম হ'ম |
13.59 | তাৰ পাছত আমাৰ ফৰ্ম আছে |
14.01 | form tag খনৰ আচৰণ AddUserServlet আৰু মেঠদ POST বুলি আছে |
14.07 | প্ৰথম ফিল্দ খন হৈছে First Name যাৰ ইনপুতৰ টাইপ হৈছে text , name হৈছে firstName আৰু মান হৈছে user dot getFirstName |
14.18 | ইয়াত আমি firstName ৰ মান খালি ষ্ট্ৰীং হিচাপে নিৰ্ধাৰণ কৰিলো |
14.24 | একেধৰণে আপুনি বেলেগ ফিল্দ সমূহৰ বাবে কৰিব লাগিব |
14.28 | আমাৰ এটা submit বোলা বুটাম আছে আৰু তাৰ মান হৈছে Add User |
14.33 | এই ধৰণে আমি addUser.jspত ফিল্দ সমূহ বৈধতাৰ পৰীক্ষা কৰো |
14.38 | আপুনি Add User পৃষ্ঠাত বিভিন্ন ভুল চেষ্টা কৰি চাব পাৰে |
14.42 | এতিয়া চাও আহক harshita বোলা ব্যৱহাৰকাৰী জন ডাটাবেছত যোগ দিয়া হল নে নায় । |
14.49 | তাৰ বাবে user টেব্ললৈ ঘূৰি আহক। আমি দেখা পাম যে ডাটাবেছত harshita যোগ দিয়া হৈছে । |
14.56 | এই টিওটৰিয়েলত আমি শিকিলো: |
14.58 | ডাটাবেছ কানেক্টিভিটি আৰু |
15.00 | ফিল্দ ভেলিদেচন |
15.02 | স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক । |
15.07 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
15.11 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
15.15 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
15.17 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
15.20 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
15.23 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
15.29 | স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
15.32 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
15.38 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/NMEICT-intro |
15.48 | Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে |
15.57 | তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে । |
16.02 | এই পাঠটী অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ । |