Java-Business-Application/C2/Database-and-validation/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Database and validationৰ স্পৌকেন টিওটৰিয়েল লৈ স্বাগতম ।
00:06 এই টিওটৰিয়েলত আমি শিকিম:
00:08 ডাটাবেছ ৰ সৈতে বিস্তাৰ কৰিবলৈ
00:10 ফিল্দৰ বৈধতা প্ৰদান কৰিবলৈ
00:12 ইয়াত আমি ব্যৱহাৰ কৰিছো ""উবুন্তু ভাৰ্চন ১২.০৪""
00:15 নেটবীন্চ IDE ৭.৩
00:19 JDK ১.৭
00:21 ফায়াৰফক্স ৱেব ব্ৰাউচাৰ ২১.০
00:24 নিজৰ ইচ্ছা অনুশৰি যিকোনো ৱেব ব্ৰাউচাৰ ব্যৱহাৰ কৰিব পাৰে ।
00:28 এই টিওটৰিয়েল বুজিবলৈ, আপুনাৰ ।
00:31 Java Servlet আৰু JSP ৰ বিষয়ত সামান্য জ্ঞান থকা উচিত।
00:35 নেটবীন্চ IDEৰ পৰা MySQL ডাটাবেছ সংযোগ কৰা ।
00:39 ডাটাবেছ আৰু টেব্ল সৃষ্টি কৰা
00:42 যদিহে নাই, তেন্তে প্ৰাসংগিক টিওটৰিয়েলৰ বাবে আমাৰ ৱেবছাইট প্ৰত্যক্ষ কৰক ।
00:47 এতিয়া নেটবীন্চ IDE লৈ যাও আহক ।
00:52 মই MySQL চাৰ্ভাৰ আৰম্ভ কৰিছো ।
00:55 library নামেৰে চাৰ্ভাৰত এটা ডাটাবেছ সৃষ্টি কৰিছো ।
01:00 Users বুলি এখন টেব্ল সৃষ্টি কৰিছো ।
01:04 এই টেব্ল খনত কিছোমান মান দিয়া হৈছে ।
01:08 এতিয়া মান সমূহ দেখুৱাম
01:10 তাৰ বাবে, Usersত ৰাইট ক্লিক কৰি View Dataত ক্লিক কৰক
01:15 তলত থকা Output বাটনত ক্লিক কৰিব
01:19 আমি দেখা পাম যে ইয়াত ১৫ যন users আছে
01:23 আমি FirstName, Surname, Age, Gender, Email, Username আৰু Password দেখা পাম
01:31 এতিয়া, JDBC(Java Database Connectivity Driver) ল'ড কৰো আহক
01:39 তাৰ বাবে Projects tabত ক্লিক কৰিব।
01.42 Librariesত ৰাইত ক্লিক কৰি Add Libraryত ক্লিক কৰিব ।
01.46 তাৰ পাছত MySQL JDBC Driverত ক্লিক কৰিব ।
01.50 আৰু Add Libraryত ক্লিক কৰিব ।
01.53 JDBC দ্ৰাইভাৰ ল'ড কৰিব
01.56 আগৰ দৰে প্ৰজেক্টটো ৰান কৰি চাও আহক ।
02.00 এতিয়া টাইপ কৰিব username- arya আৰু password- arya*123 বুলি ।
02.06 তাৰ পাছত Sign Inত ক্লিক কৰিব ।
02.08 আমি successGreeting পৃষ্ঠা দেখা পাম ।
02.12 লগ আউত কৰিবলৈ hereত ক্লিক কৰিব ।
02.15 এতিয়া IDE লৈ যাও আহক ।
02.17 আমি GreetingServlet dot java লৈ যাম ।
02.21 doPost methodলৈ আহক ।
02.23 আমি কৰা অনুৰোধ অনুশৰি getParameter (পদ্ধতি) method ব্যৱহাৰ কৰি Username আৰু Password পোৱা গৈছে ।
02.31 তাৰ পাছত আমি JDBC connectionৰ বাবে ক'ড খিনি চাম ।
02.35 আমি আৰম্ভণিতে, Connection অবজেক্ট ত( object), PreparedStatement অবজেক্ট ত ( object) আৰু Resultset অবজেক্ট ত( object), নাল( null) সংৰক্ষণ কৰিছো।
02.44 তাৰ পাছত আমাৰ প্ৰগ্ৰামৰ দ্ৰাইভাৰ ৰেজিষ্টাৰ কৰিছো
02.48 তাৰ পাছত আমি ডাটাবেছলৈ এটা সংযোগ স্হাপন কৰো ।
02.52 তাৰ পাছত আমি prepareStatement methodটো, Connection অবজেক্ট ত( object) এক্সিকিউত কৰো
02.58 Users টেব্লৰ পৰা userৰ বিষয়(details) পাবলৈ কোৱেৰি( query) দিব লাগে ।
03.03 ফৰ্মত দিয়া অনুশৰি username আৰু password একে হয় নে নহয় পৰীক্ষা কৰিম
03.09 ইয়াত প্ৰশ্ন চিহ্নয়ে ডাটাবেছৰ প্ৰতিটো ফিল্দ বুজায় ।
03.15 প্ৰশ্ন চিহ্নৰ ঠাইত মান যোগান ধৰিবলৈ আমি setString method এক্সিকিউত কৰো ।
03.22 PreparedStatement অবজেক্ট ৰ ( object) সহায়ত আমি এই কাৰ্য্য সমপন্ন কৰো
03.26 তাৰ পাছত, PreparedStatement অবজেক্ট ত, executeQuery (পদ্ধতি)methodএক্সিকিউত কৰো ।
03.33 ResultSet অবজেক্ট ত আমি ফলাফল সংৰক্ষণ কৰো ।
03.37 সফলতাপূৰ্ণ ল'গিনৰ বাবে আমি successGreeting পৃষ্ঠা প্ৰদৰ্শন কৰো ।
03.43 তাৰ বাবে আমি RequestDispatcher interface ব্যৱহাৰ কৰো ।
03.48 RequestDispatcher অবজেক্ট পাবলৈ কৰা অনুৰোধত আমি getRequestDispatcher method ব্যৱহাৰ কৰো ।
03.56 তাৰ পাছত আমি RequestDispatcher অবজেক্টত forward (পদ্ধতি)method আৱাহন কৰিছো ।
04.02 এই ধৰণে আমি successGreeting dot jsp লৈ আগবাঢ়ি যাও ।
04.07 এতিয়া আমি স্লাইদলৈ যাও আহক ।
04.10 RequestDispatcher interfaceৰ বিষয়ে কিছু কথা শিকো আহক ।
04.15 এটা requestক (অনুৰোধক) আন এটা ৰিচৌৰ্সলৈ প্ৰেৰণ কৰা সুবিধা এই ইন্টাৰফেচে প্ৰদান কৰে ।
04.22 এই ৰিচৌৰ্সটো html, servlet, অথবা jsp হ'ব পাৰে ।
04.26 এতিয়া IDEলৈ ঘূৰি যাও আহক ।
04.29 successGreeting dot jsp লৈ যাও আহক ।
04.33 ইয়াত আমি সফলতাৰ কথা প্ৰদৰ্শন কৰিছো, You have successfully logged in.
04:38 এতিয়া ব্ৰাউচাৰ লৈ ঘূৰি আহক ।
04.41 ডাটাবেছত নথকা username আৰু password এটা টাইপ কৰিব ।
04.47 মই username হিচাপে abc আৰু password হিচাপে abc123* টাইপ কৰিম
04.56 তাৰ পাছত Sign Inত ক্লিক কৰিব ।
04.59 আমি দেখা পাম যে একে পৃষ্ঠাতে error message পাম.
05.03 Please correct the following error!!! Invalid username or password
05.09 এতিয়া এইখিনিৰ বাবে ক'ড চাও আহক ।
05.12 তাৰ বাবে IDEলৈ যাও আহক ।
05.14 GreetingServlet dot java লৈ যাও আহক ।
05.17 যদি বৈধতা ব্যৰ্থ হয় আমি error message প্ৰদৰ্শন কৰো ।
05.22 প্ৰথমে আমি এখন errorMsgsৰ লিস্ত নিৰ্ধাৰিত কৰি লও ।
05.27 setAttribute মেঠদ ব্যৱহাৰ কৰি errorMsgs বোলা ভেৰিয়েব্লটো request scope লৈ নিৰ্ধাৰণ কৰা হৈছে
05.35 ইয়াত errorMsgs হৈছে এট্ৰিবিউতৰ নাম
05.39 আমি স্ত্ৰীং ভেৰিয়েব্ল আইদি( String variable id) এটা নাল( null) মানলৈ নিৰ্ধাৰণ কৰিছো
05.44 তাৰ পাছত আমি, ব্যৱহাৰকাৰী জন ডাটাবেছত আছে নে নাই পৰীক্ষা কৰো
05.48 যদি আছে, আমি মান সমূহ id বোলা ভেৰিয়েব্ল এটাত সংৰক্ষণ কৰিম
05.53 অথবা, আমি ভুল খিনি Invalid username or password বুলি errorMsgs listত যোগ দিম
06.00 যদি errorMsgs list খন খালি নহয়, আমি index dot jsperror messages সমূহ প্ৰদৰ্শন কৰিম ।
06.09 তাৰ বাবে আমি পুনৰায় index dot jspলৈ নিৰ্দেশ দিব লাগিব ।
06.13 RequestDispatcher ব্যৱহাৰ কৰি আন এখন পাঠলৈ যাবলৈ আমি আগতে শিকিছো
06.20 মন কৰিব যে আমি এই ক'ড খিনি, exceptionৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ try catch blockত অন্তৰভুক্ত কৰিছো
06.27 এতিয়া index dot jsperrorMsgs ভেৰিয়েব্ল কি দৰে পাব পাৰি চাও আহক ।
06.34 প্ৰথমে আমি errorMsgs বোলা attributeৰ মান সমূহ সংগ্ৰহ কৰো আহক ।
06.38 এই কাৰ্য্য, requestgetAttribute method ব্যৱহাৰ কৰি সম্পূৰ্ণ কৰিব পাৰি ।
06.44 মন কৰিব যে আমি এই খিনি জাভা ক'ড অপেনীং টেগৰ অন্তৰ্গত, অন্তৰ্ভুক্ত কৰিছো - less than চিহ্ন percentage চিহ্ন আৰু closing tag percentage চিহ্ন আৰু greater than চিহ্ন
06.57 ক'ডৰ এই ব্লকটো scriptlet বুলি জনা যায় ।
07.02 ই জাভা ক'ড সংৰক্ষণ কৰে, যি প্ৰতিবাৰে এক্সিকিউত হয় যেতিয়া JSP আৱাহন কৰা হয় ।
07.08 যদি errorMsgsৰ মান নাল নহয়, আমি এই বাৰ্তা প্ৰদৰ্শন কৰো
07.15 Please correct the following errors.
07:18 তাৰ পাছত আমি errorMsgsৰ লিস্তক পুনৰায় কৰিম
07.23 আমি error messages সমূহ লিস্ত হিচাপে প্ৰদৰ্শন কৰো
07.27 এই দৰে আমি index dot jsperror messages সমূহ প্ৰদৰ্শন কৰো
07.32 এতিয়া ডাটাবেছত এটা user যোগ দিব শিকো আহক ।
07.37 ডাটাবেছত এটা user যোগ দিয়াৰ আগতে, আমি User tableৰ বাবে এটা model সৃষ্টি কৰিব লাগিব ।
07.44 এতিয়া, এটা model কি হয় চাও আহক
07.48 এটা model :
07.49 এটা চফ্টৱেৰ এপলিকেচনৰ উাটাৰ লজিকেল গঠনৰ বিৱৰণি প্ৰদৰ্শন কৰে.
07.55 এটা জাভা ক্লাছ, attributes আৰু setters আৰু getters সৈতে
08.00 এই ধৰণে আমি model সমূহক, এটা attributeৰ সলনি একে বুলি ধৰিব পাৰো
08.07 এতিয়া, Netbeans IDEলৈ যাও আহক.
08.11 মই User dot java বুলি মদেল এটা সৃষ্টি কৰিছো
08.16 মন কৰিব যে আমি এই জাভা ক্লাছ, package org dot spokentutorial dot modelৰ অন্তৰ্গত সৃষ্টি কৰিছো
08.24 আমাৰ এই সমূহ attribute আছে firstName, surname, age, gender, email, username, password
08.33 আমি এই সমূহ খালি মান বুলি নিৰ্ধাৰণ কৰিছো
08.37 আমাৰ উচৰত এটা parameterized constructor আছে
08.41 আমাৰ উচৰত default constructorৰো আছে
08.44 getFirstName methodৰ বিৱৰণ দাঙি ধৰিলো
08.47 setFirstName method ৰ বিৱৰণ দাঙি ধৰিলো
08.51 একেদৰে প্ৰত্যেক attributeৰ বাবে আমি set আৰু get methodৰ বিৱৰণ দাঙি ধৰিলো
08.57 ব্ৰাউচাৰ লৈ ঘূৰি আহক
08.59 এতিয়া আমি register কৰিবলৈ here link ত ক্লিক কৰিম- 
09.03 Registrationৰ পাঠত সকলো ফিল্দ টাইপ কৰো আহক
09.07 তাৰ পাছত Add Userত ক্লিক কৰিব
09.10 আমি এখন Add User Success পাঠ পাম.
09.14 আমি এটা বাৰ্তা পাম যে Your request to add harshita was successful
09.20 ইয়াত username harshita দিয়া হৈছিল.
09.24 এতিয়া ইয়াক কিদৰে কৰিব পাৰি চাও আহক.
09.28 IDEলৈ ঘূৰি যাও আহক
09.30 AddUserServlet dot java লৈ যাও আহক.
09.35 পদক্ষেপবোৰ আমি GreetingServlet dot javaত কৰাৰ দৰে একেই.
09.40 প্ৰথমে আমি getParameter method ব্যৱহাৰ কৰি form parameters পাও.
09.46 আমি ভেৰিয়েব্ল user সমূহ, নিজা attribute সমূহৰ সৈতে User Modelinstance হিচাপে নিৰ্ধাৰণ কৰো ।
09.53 setAttribute method ব্যৱহাৰ কৰি আমি ভেৰিয়েব্ল user সমূহক, request scopeত নিৰ্ধাৰণ কৰো
10.01 যদি ফৰ্ম পূৰণ কৰোতে একো ভুল নাই, আমি user tableত মান সমূহ সন্নিৱিষ্ট কৰিবলৈ কোৱেৰী এক্সকিউত কৰো
10.10 তাৰ পাছত আমি success user pageলৈ আগোৱাই দিও
10.15 এতিয়া successUser dot jspলৈ আহক
10.19 প্ৰথমে আমি User dot java আমদানি কৰিলো
10.24 JSPত এই ক'ড শাৰীক directive বোলা হয় ।
10.28 JSP directive এটা opening tag less than চিহ্ন percentage চিহ্ন আৰু at the rate চিহ্নৰে আৰম্ভ হয় আৰু  closing tag percentage চিহ্ন আৰু greater than চিহ্নৰে শেষ হয় ।
10.42 এইটো এটা page directive
10.45 এই page directiveটোৱে সকলো আমদানি কৰা packagesৰ লিস্ত ৰাখে
10.50 আমি userৰ সকলো মান সংগ্ৰহ কৰিলো আৰু ইয়াক User object হিচাপে সংৰক্ষন কৰিব পাৰো ।
10.57 তাৰ পাছত আমি ইয়াত success message পাবালৈ সক্ষম হৈছো
11.00 ইয়াত আমি Usernameটো বিচাৰি লৈছো
11.04 request objectত আমি getUsername() method ব্যৱহাৰ কৰিছো ।
11.09 এই কাৰ্য্য আমি scriptlet tag সমূহ ব্যৱহাৰ কৰি কৰিবলৈ সক্ষম হৈছো ।
11.12 এতিয়া ব্ৰাউচাৰ লৈ ঘূৰি যাও আহক ।
11.15 আমি ডাটাবেছত থকা এটা user যোগ দিব চাও আহক
11.20 তাৰ বাবে মই harshita যোগ দি চাও আহক ।
11.24 আমি ভুল হোৱা বাৰ্তা পাম - Please correct the following errors!!1 Duplicate entry 'harshita' for key username
11.33 এতিয়া এজন userৰ বাবে আকৌ ৰেজিস্তাৰ কৰি চাও আহক
11.37 ইয়াত মই ফৰ্ম খন সম্পূৰ্ণ কৰিলো
11.40 Age ফিল্দত মই এটা ভুল কৰিছো
11.44 এটা বৈধ নম্বৰৰ সলনি মই ab টাইপ কৰিলো
11.48 এতিয়া Add Userত ক্লিক কৰিব
11.51 আমি আকৌ ভুল হোৱা বাৰ্তা পাম The age must be a positive integer
11.57 কিদৰে কৰে চাও আহক
12.00 IDEলৈ ঘূৰি যাও আহক
12.03 AddUserServlet dot java খোলো আহক
12.08 ইয়াত আমি errorMsgsৰ বাবে এখন লিস্ত তৈয়াৰী কৰিছো ।
12.11 setAttribute মেঠদ ব্যৱহাৰ কৰি আমি errorMsgs ভেৰিয়েব্লটো request scopeত ধাৰ্য কৰিছো ।
12.18 তাৰ পাছত আমি integer প্ৰকৃতিৰ ageUser বুলি ভেৰিয়েব্ল এটা বিৱৰণ কৰিছো আৰু ইয়াক আমি -১ ৰ মান নিৰ্ধাৰণ কৰি দিছো ।
12.26 try catch blockৰ অন্তৰ্গত আমি parseInt মেঠদ ব্যৱহাৰ কৰিছো
12.31 ইনপুতত এটা সংখ্যাৰ ষ্ট্ৰীং প্ৰতীনিধীত্ব দিলে ই এটা ইন্টেযাৰ ঘূৰাই দিয়ে ।
12.37 সেইবাবে ইয়াত আমি age fieldত বৈধতা প্ৰদান কৰিম ।
12.44 যদি বৈধতা ব্যৰ্থ হয় আমি errorMsgs লিস্তত ভুল হোৱা বাৰ্তা দিম ।
12.51 বয়স সদায় পচিতিভ ইন্টেযাৰ হ'ব লাগিব ।
12.54 একেধৰণে আমি সকলো ফিল্দত এটা বৈধতাৰ পৰীক্ষা কৰিব লাগিব
13.01 যদি errorMsgs লিস্ত খন খালি নহয় আমি addUser dot jsperrorMsgs সমূহ প্ৰদৰ্শন কৰিম
13.09 RequestDispatcher ব্যৱহাৰ কৰি কিদৰে কাৰ্য্য সমপন্ন কৰিব পাৰি আমি আগতে দেখিলো
13.15 এতিয়া addUser dot jspলৈ আহক.
13.19 ইয়াতো আমি প্ৰথমে User dot java আমদানি কৰিছো.
13.24 scriptlet tags সমূহৰ অন্তৰ্গত আমি User ধৰণৰ এটা অবজেক্ট সৃষ্টি কৰিছো
13.31 getAttribute মেঠদ ব্যৱহাৰ কৰি আমি errorMsgs বোলা এট্ৰিবিউতৰ মান সমূহ পাবলৈ সক্ষম হৈছো ।
13.38 এই মান নাল(null) হয় নে নহয় এটা পৰীক্ষা কৰো আহক.
13.43 যদি নাল(null) ৰ সমান নহয়, আমি ভুল হোৱা বাৰ্তা প্ৰেৰণ কৰো, যিদৰে আমি index dot jspত কৰিছিলো থিক একেদৰে.
13.51 যদি নহয়, User model ব্যৱহাৰ কৰি আমি user বোলা এট্ৰিবিউতৰ মান পাবলৈ সক্ষম হ'ম
13.59 তাৰ পাছত আমাৰ ফৰ্ম আছে
14.01 form tag খনৰ আচৰণ AddUserServlet আৰু মেঠদ POST বুলি আছে
14.07 প্ৰথম ফিল্দ খন হৈছে First Name যাৰ ইনপুতৰ টাইপ হৈছে text , name হৈছে firstName আৰু মান হৈছে user dot getFirstName
14.18 ইয়াত আমি firstName ৰ মান খালি ষ্ট্ৰীং হিচাপে নিৰ্ধাৰণ কৰিলো
14.24 একেধৰণে আপুনি বেলেগ ফিল্দ সমূহৰ বাবে কৰিব লাগিব
14.28 আমাৰ এটা submit বোলা বুটাম আছে আৰু তাৰ মান হৈছে Add User
14.33 এই ধৰণে আমি addUser.jspত ফিল্দ সমূহ বৈধতাৰ পৰীক্ষা কৰো
14.38 আপুনি Add User পৃষ্ঠাত বিভিন্ন ভুল চেষ্টা কৰি চাব পাৰে
14.42 এতিয়া চাও আহক harshita বোলা ব্যৱহাৰকাৰী জন ডাটাবেছত যোগ দিয়া হল নে নায় ।
14.49 তাৰ বাবে user টেব্ললৈ ঘূৰি আহক। আমি দেখা পাম যে ডাটাবেছত harshita যোগ দিয়া হৈছে ।
14.56 এই টিওটৰিয়েলত আমি শিকিলো:
14.58 ডাটাবেছ কানেক্টিভিটি আৰু
15.00 ফিল্দ ভেলিদেচন
15.02 স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
15.07 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
15.11 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
15.15 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
15.17 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
15.20 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
15.23 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
15.29 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
15.32 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
15.38 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken-tutorial.org/NMEICT-intro
15.48 Corporate Social Responsibility Programmeৰ দ্বাৰা এটা আগশাৰীৰ চফ্টৱেৰ MNCয়ে Library Management Systemৰ বাবে বৰঙনি আগবঢ়াইছে
15.57 তেওলোকে এই স্পৌকেন টিওটৰিয়েলৰ বিষয়বস্তুৰ ওপৰত বৈধতা প্ৰদান কৰিছে ।
16.02 এই পাঠটী অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো । যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble