Difference between revisions of "KiCad/C2/Designing-printed-circuit-board-in-KiCad/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 || Time || Narration |- | 00:01 | মৰমৰ বন্ধুসকল |- | 00:02 | কিকেডত''' প্ৰিণ্টড চাৰ্কিট ব...")
 
 
(3 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| Time
+
|| '''Time'''
|| Narration
+
|| '''Narration'''
  
 
|-
 
|-
| 00:01  
+
| 00:01
| মৰমৰ বন্ধুসকল
+
| মৰমৰ বন্ধুসকল কিকেডত প্ৰিণ্টড চাৰ্কিট বোৰ্ডৰ ডিজাইনিং সস্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম ।
  
 
|-
 
|-
| 00:02
+
| 00:07
| কিকেডত''' প্ৰিণ্টড চাৰ্কিট বোৰ্ডৰ ডিজাইনিং সস্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম ।'''
+
 
+
|-
+
| 00:07  
+
 
| এই টিউটৰিয়েলত আমি শিকিম,
 
| এই টিউটৰিয়েলত আমি শিকিম,
  
 
|-
 
|-
| 00:09  
+
| 00:09
 
| কিকেডৰ ওপৰত কেনেকৈ প্ৰিণ্টেড চাৰ্কিড বোৰ্ডৰ ডিজাইন কৰা হয় ।
 
| কিকেডৰ ওপৰত কেনেকৈ প্ৰিণ্টেড চাৰ্কিড বোৰ্ডৰ ডিজাইন কৰা হয় ।
  
 
|-
 
|-
| 00:12  
+
| 00:12
| '''আমি উবুণ্টু 12.04 ইয়াত অ'''পাৰৰ্টিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো ।  
+
| '''আমি উবুণ্টু 12.04 ইয়াত অ'''পাৰৰ্টিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো ।
  
 
|-
 
|-
| 00:16  
+
| 00:16
 
| কিকেড ভাৰ্চনৰ সৈতে: এইটো টিউটেৰিয়েলৰ কাৰণে '''2011 হাইফেন 05 হাইফেন 25.'''
 
| কিকেড ভাৰ্চনৰ সৈতে: এইটো টিউটেৰিয়েলৰ কাৰণে '''2011 হাইফেন 05 হাইফেন 25.'''
  
 
|-
 
|-
| 00:25  
+
| 00:25
 
| '''এইটো টিউটেৰিয়লৰ কাৰণে ইলেকট্ৰিক চাৰ্কিডৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব । '''
 
| '''এইটো টিউটেৰিয়লৰ কাৰণে ইলেকট্ৰিক চাৰ্কিডৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব । '''
  
 
|-
 
|-
| 00:30  
+
| 00:30
 
| কিকেডৰ ওপৰত কেনেদৰে চাৰ্কিড স্কিমেটিকৰ ডিজাইন কৰিব পাৰি সেইটোও ব্যৱহাৰকাৰীজনে জানিব লাগিব ।
 
| কিকেডৰ ওপৰত কেনেদৰে চাৰ্কিড স্কিমেটিকৰ ডিজাইন কৰিব পাৰি সেইটোও ব্যৱহাৰকাৰীজনে জানিব লাগিব ।
  
 
|-
 
|-
| 00:35  
+
| 00:35
 
| ইলেকট্ৰিক নিয়ম পৰীক্ষা কৰিবলৈ,
 
| ইলেকট্ৰিক নিয়ম পৰীক্ষা কৰিবলৈ,
  
 
|-
 
|-
| 00:37  
+
| 00:37
 
| '''নেটলিষ্ট জেনেৰেশ্বন কৰিবলৈ,'''
 
| '''নেটলিষ্ট জেনেৰেশ্বন কৰিবলৈ,'''
  
 
|-
 
|-
| 00:39  
+
| 00:39
 
| '''ফুটপ্ৰিণ্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ,'''
 
| '''ফুটপ্ৰিণ্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ,'''
  
 
|-
 
|-
| 00:43  
+
| 00:43
| দৰকাৰী টিউটেৰিয়েলছৰ কাৰণে, অনুগ্ৰহ কৰি htt://spoken hyphen tutorial.org ত ভিজিট কৰক
+
| দৰকাৰী টিউটেৰিয়েলৰ কাৰণে, অনুগ্ৰহ কৰি http://spoken hyphen tutorial.org ত চাওক
  
 
|-
 
|-
| 00:50  
+
| 00:50
 
| কিকেড আৰম্ভ কৰিবলৈ,
 
| কিকেড আৰম্ভ কৰিবলৈ,
  
 
|-
 
|-
| 00:52  
+
| 00:52
| উবুণ্টু ডেস্কটপ স্কিণৰ ও'''পৰ বাওদিশৰ চুকলৈ যাওক ।'''
+
| উবুণ্টু ডেস্কটপ স্কিণৰ ওপৰ বাওদিশৰ চুকলৈ যাওক ।
  
 
|-
 
|-
| 00:56  
+
| 00:56
 
| প্ৰ্থ্ম আইকন, যেনে-ডেশ্ব হোমত ক্লিক কৰক ।
 
| প্ৰ্থ্ম আইকন, যেনে-ডেশ্ব হোমত ক্লিক কৰক ।
  
 
|-
 
|-
| 01:01  
+
| 01:01
 
| চাৰ্ছ বাৰত গৈ কিকেড লিখক আৰু এণ্টাৰ টিপক।
 
| চাৰ্ছ বাৰত গৈ কিকেড লিখক আৰু এণ্টাৰ টিপক।
  
 
|-
 
|-
| 01:09  
+
| 01:09
 
| এইটোৱে কিকেডৰ প্ৰধান উইনণ্ড’খন খোল খুৱাব।
 
| এইটোৱে কিকেডৰ প্ৰধান উইনণ্ড’খন খোল খুৱাব।
  
 
|-
 
|-
| 01:12  
+
| 01:12
| EEschema খুলিবলৈ ওপৰ পেনেলত যাওক আৰু EEschema টেবত ক্লিক কৰক ।  
+
| EEschema খুলিবলৈ ওপৰৰ পেনেলত যাওক আৰু EEschema টেবত ক্লিক কৰক ।
  
 
|-
 
|-
| 01:19  
+
| 01:19
| এই তথ্য ডাইলগ বক্স খোল খাব যিটো'''ৱে Schematic বিচাৰি পোৱা নাই বুলি দেখুৱাব ।'''
+
| এই তথ্য ডাইলগ বক্স খোল খাব যিটোৱে Schematic বিচাৰি পোৱা নাই বুলি দেখুৱাব ।
  
 
|-
 
|-
| 01:25  
+
| 01:25
 
| OK ত ক্লিক কৰক ।
 
| OK ত ক্লিক কৰক ।
  
 
|-
 
|-
| 01:28  
+
| 01:28
| '''মই Astable Multivibrator ৰ circuit schematic ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল ।'''
+
| মই Astable Multivibrator ৰ circuit schematic ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল ।
  
 
|-
 
|-
| 01:35  
+
| 01:35
 
| এইটো কৰিবলৈ মই File Menu ত যাম আৰু অপেনত ক্লিক কৰিম ।
 
| এইটো কৰিবলৈ মই File Menu ত যাম আৰু অপেনত ক্লিক কৰিম ।
  
 
|-
 
|-
| 01:42  
+
| 01:42
 
| ফাইলটো য’ত চেভ কৰা হৈছে সেইটো ফল্ডাৰ বাছি উলিৱাওক।
 
| ফাইলটো য’ত চেভ কৰা হৈছে সেইটো ফল্ডাৰ বাছি উলিৱাওক।
  
 
|-
 
|-
| 01:49  
+
| 01:49
| Project 1 .sch চিলেক্ট কৰক আৰু অপেনত ক্লিক কৰক ।
+
| Project1.sch চিলেক্ট কৰক আৰু অপেনত ক্লিক কৰক ।
  
 
|-
 
|-
| 01:56  
+
| 01:56
| মই উইণ্ড’খ্ন '''ৰিচাইজ''' কৰিম ।
+
| মই উইণ্ডখন ৰিচাইজ কৰিম ।
  
 
|-
 
|-
| 02:00  
+
| 02:00
 
| আৰু এতিয়া অপেনত ক্লিক কৰক।
 
| আৰু এতিয়া অপেনত ক্লিক কৰক।
  
 
|-
 
|-
| 02:06  
+
| 02:06
| এইটোৱে Circuit Schematic খোল খুৱাব ।  
+
| এইটোৱে Circuit Schematic খোল খুৱাব ।
  
 
|-
 
|-
| 02:08  
+
| 02:08
 
| মাউচৰ Scroll Button ব্যৱহাৰ কৰি মই Zoom কৰিম ।
 
| মাউচৰ Scroll Button ব্যৱহাৰ কৰি মই Zoom কৰিম ।
  
 
|-
 
|-
| 02:13  
+
| 02:13
| আমি এইটো Circuit ৰ কাৰণে ইতিমধ্যেই netlist তৈয়াৰ কৰিছো ।
+
| মই এইটো Circuit ৰ কাৰণে ইতিমধ্যেই netlist তৈয়াৰ কৰিছো ।
 
|-
 
|-
| 02:16  
+
| 02:16
| আ'''ৰু পিছৰ অনুৰুপ ফুটপ্ৰিণ্টছসমুহৰ লগত উ'''পাদানসমুহৰ পৰিমাপ কৰিছো ।  
+
| আৰু পিছৰ অনুৰুপ ফুটপ্ৰিণ্টছসমুহৰ লগত উপাদানসমুহৰ পৰিমাপ কৰিছো ।
  
 
|-
 
|-
| 02:20  
+
| 02:20
| পিছৰ''' পৰ্যায়টো হ’ল printed circuit Board r ৰ layout তৈয়াৰ কৰা ।'''
+
| পিছৰ পৰ্যায়টো হ’ল printed circuit Board ৰ layout তৈয়াৰ কৰা ।
  
 
|-
 
|-
| 02:26  
+
| 02:26
 
| এইটো আৰম্ভ কৰিবলৈ, EEschema Window ৰ ওপৰ পেনেলত থকা Run PCBnew বাটনত ক্লিক কৰক ।
 
| এইটো আৰম্ভ কৰিবলৈ, EEschema Window ৰ ওপৰ পেনেলত থকা Run PCBnew বাটনত ক্লিক কৰক ।
  
 
|-
 
|-
| 02:36  
+
| 02:36
 
| এইটোৱে PCBnew Window খোল খুৱাব ।
 
| এইটোৱে PCBnew Window খোল খুৱাব ।
  
 
|-
 
|-
| 02:39  
+
| 02:39
| এ'''ক তথ্য '''ডায়লগ বক্স খোল খাব আৰু ইয়ে Project 1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব।
+
| এটা তথ্য ডায়লগ বক্স খোল খাব আৰু ইয়ে Project1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব।
  
 
|-
 
|-
| 02:44  
+
| 02:44
| এই''' ডায়লগ বকছ টো বন্ধ কৰি'''বলৈ OK ত ক্লিক কৰক ।
+
| এই ডায়লগ বকছটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক ।
  
 
|-
 
|-
| 02:49  
+
| 02:49
| এতিয়া আপুনি PCBnew Window ৰ ওপৰ পেনেলত Read Netl'''ist Button ত ক্লিক '''কৰি Footprints সমূহ '''import''' কৰিব পাৰে ।
+
| এতিয়া আপুনি PCBnew Window ৰ ওপৰ পেনেলত Read Netlist Button ত ক্লিক কৰি Footprints সমূহ '''import''' কৰিব পাৰে ।
  
 
|-
 
|-
| 02:57  
+
| 02:57
 
| এতিয়া Netlist Window খোল খাব ।
 
| এতিয়া Netlist Window খোল খাব ।
  
 
|-
 
|-
| 03:01  
+
| 03:01
 
| সকলোবোৰ Default Settings যেনেদৰে আছে তেনেদৰে ৰাখক।
 
| সকলোবোৰ Default Settings যেনেদৰে আছে তেনেদৰে ৰাখক।
  
 
|-
 
|-
| 03:03  
+
| 03:03
| Browuse Netlist Files বাটনত ক্লিক কৰক ।
+
| Browse Netlist Files বাটনত ক্লিক কৰক ।
  
 
|-
 
|-
| 03:07  
+
| 03:07
 
| এইটোৱে Netlist Window খোল খুৱাব ।
 
| এইটোৱে Netlist Window খোল খুৱাব ।
  
 
|-
 
|-
| 03:13  
+
| 03:13
| এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইণ্ড’খন ৰিচাইজ কৰিম ।  
+
| এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইণ্ডখন ৰিচাইজ কৰিম ।
  
 
|-
 
|-
| 03:20  
+
| 03:20
| ইচ্ছাকৃত ডাইৰেক্টৰিৰ পৰা Project 1. Net চিলেক্ট কৰক আৰু open ত ক্লিক কৰক ।
+
| ইচ্ছাকৃত ডাইৰেক্টৰিৰ পৰা Project1. Net চিলেক্ট কৰক আৰু open ত ক্লিক কৰক ।
  
 
|-
 
|-
| 03:27  
+
| 03:27
 
| ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক ।
 
| ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক ।
  
 
|-
 
|-
| 03:30  
+
| 03:30
| এইটোৱে Project 1. Cmp বিচাৰি পোৱা নাই বুলি এক স্ংকেত দেখুৱাব ।
+
| এইটোৱে Project1.cmp বিচাৰি পোৱা নাই বুলি এক স্ংকেত দেখুৱাব ।
  
 
|-
 
|-
| 03:35  
+
| 03:35
 
| OK ত ক্লিক কৰক ।
 
| OK ত ক্লিক কৰক ।
  
 
|-
 
|-
| 03:37  
+
| 03:37
 
| এতিয়া ক্লজ বাটনত ক্লিক কৰি Netlist Window বন্ধ কৰক ।
 
| এতিয়া ক্লজ বাটনত ক্লিক কৰি Netlist Window বন্ধ কৰক ।
  
 
|-
 
|-
| 03:42  
+
| 03:42
| আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিণ্টছই ইমপোৰ্ট কৰা হৈছে আৰু PCBnew Window ৰ ওপৰ বাওদিশত প্লেছ কৰা হৈছে ।
+
| আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিণ্টছই ইমপোৰ্ট কৰা হৈছে আৰু PCBnew Window ৰ ওপৰ বাওদিশত বহোৱা হৈছে ।
  
 
|-
 
|-
| 03:49  
+
| 03:49
| এতিয়া আমি সকলোবোৰ ফুটপ্ৰিণ্টছকেই PCBnew Window ৰ চেণ্টাৰত প্লেছ কৰিম
+
| এতিয়া আমি সকলোবোৰ ফুটপ্ৰিণ্টছকেই PCBnew Window ৰ চেণ্টাৰত বহোৱাম
  
 
|-
 
|-
| 03:56  
+
| 03:56
| এইটোৰ কাৰণে Manual আৰু Automatic move আৰু PCBnew Window ৰ টপ পেনেলত থকা Place of Modules বাটনত ক্লিক কৰক ।
+
| এইটোৰ কাৰণে Manual আৰু Automatic move আৰু PCBnew Window ৰ উপৰৰ পেনেলত থকা Place of Modules বাটনত ক্লিক কৰক ।
  
 
|-
 
|-
| 04:08  
+
| 04:08
| এতিয়া PCBnew window ৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক ।  
+
| এতিয়া PCBnew window ৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক ।
  
 
|-
 
|-
| 04:14  
+
| 04:14
| Glob Move ত যাওক আৰু প্লেছ কৰক । তাৰপিছত Move All Modules ত ক্লিক কৰক ।
+
| Glob Move ত যাওক আৰু বহোৱাক । তাৰপিছত Move All Modules ত ক্লিক কৰক ।
  
 
|-
 
|-
| 04:22  
+
| 04:22
| এইটোৱে এখন কনফাৰমেচন উইণ্ড’ খোল খুৱাব । Yes ত ক্লিক কৰক ।
+
| এইটোৱে এখন কনফাৰমেচন উইণ্ড খোল খুৱাব । Yes ত ক্লিক কৰক ।
  
 
|-
 
|-
| 04:28  
+
| 04:28
| অধিক ভাল দৃশ্যৰ কাৰণে '''মই মাউচৰ Scroll button ৰ সহায়ত Zoom কৰক '''
+
| অধিক ভাল দৃশ্যৰ কাৰণে মই মাউচৰ Scroll button ৰ সহায়ত Zoom কৰিম
  
 
|-
 
|-
| 04:35  
+
| 04:35
| আপুনি ফুটপ্ৰিণ্টছৰ টাৰমিনেলছৰ লগত স্ংযুক্ত''' White Wires বোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে। '''
+
| আপুনি ফুটপ্ৰিণ্টছৰ টাৰমিনেলছৰ লগত স্ংযুক্ত White Wires বোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে।
  
 
|-
 
|-
| 04:39  
+
| 04:39
| যদি দেখা নাপায়, তেন্তে PCBnew Window ৰ বৰ্তি পেনেলত থকা Show''' নাইবা Hide board ratsnet বাটনত ক্লিক কৰক ।'''
+
| যদি দেখা নাপায়, তেন্তে PCBnew Window ৰ পেনেলত থকা Show নাইবা Hide board ratsnet বাটনত ক্লিক কৰক ।
  
 
|-
 
|-
| 04:51  
+
| 04:51
| White Wires বোৰক Airwires য়ে বুলিও কোৱা হয় ।
+
| White Wires বোৰক Airwires বুলিও কোৱা হয় ।
  
 
|-
 
|-
| 04:55  
+
| 04:55
| এতিয়া আমি Modules বোৰ চিজিল কৰিম যাতে নূন্যতম স্ংখ্যক airwires য়ে ইটোৱে সিটোক '''কটাকটি '''কৰে ।
+
| এতিয়া আমি Modules বোৰ চিজিল কৰিম যাতে নূন্যতম স্ংখ্যক airwires য়ে ইটোৱে সিটোক কটাকটি কৰে ।
  
 
|-
 
|-
| 05:01  
+
| 05:01
| এতিয়া I'''C555 ফুট'''প্ৰিণ্টছত ক্লিক কৰক ।
+
| এতিয়া IC555 ফুটপ্ৰিণ্টছত ক্লিক কৰক ।
  
 
|-
 
|-
| 05:07  
+
| 05:07
| ফুটপ্ৰিণ্টছ অপশ্বন’ত যাওক আৰু Move ত ক্লিক কৰক ।
+
| ফুটপ্ৰিণ্টছ অপশ্বনত যাওক আৰু Move ত ক্লিক কৰক ।
  
 
|-
 
|-
| 05:12  
+
| 05:12
| আপু'''নি দেখা পাব যে ফুট'''প্ৰিণ্টছই Cursor ৰ লগত স্ংযুক্ত হৈ আছে।
+
| আপুনি দেখা পাব যে ফুটপ্ৰিণ্টছই Cursor ৰ লগত স্ংযুক্ত হৈ আছে।
  
 
|-
 
|-
| 05:16  
+
| 05:16
 
| আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভুমিত প্ৰদৰ্শন কৰা Grid ৰ ভিত্তিত চলাচল কৰে ।
 
| আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভুমিত প্ৰদৰ্শন কৰা Grid ৰ ভিত্তিত চলাচল কৰে ।
  
 
|-
 
|-
| 05:25  
+
| 05:25
 
| এতিয়া উপাদানসমূহত প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । মই ইয়াক ইয়াত প্লেছ কৰিম ।
 
| এতিয়া উপাদানসমূহত প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । মই ইয়াক ইয়াত প্লেছ কৰিম ।
 
   
 
   
 
|-
 
|-
| 05:33  
+
| 05:33
 
| PCBnew Window ৰ ওপৰ পেনেলত থকা Grid Options Drop Down Menu ব্যৱহাৰ কৰি Grid Spacing সলনি কৰা সম্ভৱ ।
 
| PCBnew Window ৰ ওপৰ পেনেলত থকা Grid Options Drop Down Menu ব্যৱহাৰ কৰি Grid Spacing সলনি কৰা সম্ভৱ ।
  
 
|-
 
|-
| 05:44  
+
| 05:44
 
| এতিয়া আমি Default Value ৰে আগবাঢ়িম ।
 
| এতিয়া আমি Default Value ৰে আগবাঢ়িম ।
  
 
|-
 
|-
| 05:53  
+
| 05:53
 
| যিটো হ’ল Grid 1.270.
 
| যিটো হ’ল Grid 1.270.
  
 
|-
 
|-
| 05:58  
+
| 05:58
| মুডিং ক্ম্পনেণ্টছৰ কাৰণে আপুনি ছৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে।  
+
| মুডিং ক্ম্পনেণ্টছৰ কাৰণে আপুনি ছৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে।
  
 
|-
 
|-
| 06:02  
+
| 06:02
 
| উদাহৰণস্বৰুপে, Capacitor কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম ।
 
| উদাহৰণস্বৰুপে, Capacitor কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম ।
  
 
|-
 
|-
| 06:05  
+
| 06:05
 
| Cursor টো capacitor ত point কৰক ।
 
| Cursor টো capacitor ত point কৰক ।
 
   
 
   
 
|-
 
|-
| 06:14  
+
| 06:14
| ক্ম্পনেণ্টছবোৰ প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক ।  
+
| কম্পনেণ্টছবোৰ প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
| 06:17  
+
| 06:17
| ক্ম্পনেণ্টছ ৰটেট কৰিবলৈ R টিপক।
+
| কম্পনেণ্টছ ৰটেট কৰিবলৈ R টিপক।
  
 
|-
 
|-
| 06:22  
+
| 06:22
| উদাহৰণস্বৰু'''পে, মই Resistor টো '''ৰটেট কৰিম ।Cursor টো Resistor ত প্লেছ কৰক আৰু R টিপক ।  
+
| উদাহৰণস্বৰুপে, মই Resistor টো ৰটেট কৰিম । Cursor টো Resistor ত প্লেছ কৰক আৰু R টিপক ।
  
 
|-
 
|-
| 06:29  
+
| 06:29
 
| একেদৰে আপুনি সকলোবোৰ ক্ম্পনেণ্টছ চিজিল কৰিব পাৰে ।
 
| একেদৰে আপুনি সকলোবোৰ ক্ম্পনেণ্টছ চিজিল কৰিব পাৰে ।
  
 
|-
 
|-
| 06:32  
+
| 06:32
| Ai'''rwires ৰ মাজত নূন্যতম ছে'''দন পাবলৈ মই ইতিমধ্যে Footprints চিজিল কৰিছো ।
+
| Airwires ৰ মাজত নূন্যতম ছেদন পাবলৈ মই ইতিমধ্যে Footprints চিজিল কৰিছো ।
  
 
|-
 
|-
| 06:41  
+
| 06:41
| এতিয়া '''আমি এই Aiewires '''বোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব ।
+
| এতিয়া আমি এই Aiewires বোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব ।
  
 
|-
 
|-
| 06:46  
+
| 06:46
 
| PCBnew Window ৰ সোদিশে থকা Layer tab ত গৈ Back Layer চিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ ।Back Layer ক সেউজীয়া ৰঙেৰে বুজুৱা হৈছে ।
 
| PCBnew Window ৰ সোদিশে থকা Layer tab ত গৈ Back Layer চিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ ।Back Layer ক সেউজীয়া ৰঙেৰে বুজুৱা হৈছে ।
 
   
 
   
 
|-
 
|-
| 07:01  
+
| 07:01
| চিলেক্ট কৰা Layer টোক এডাল নীলা কাড় '''চিহ্নৰে সূচোৱা হয় ।'''
+
| চিলেক্ট কৰা Layer টোক এডাল নীলা কাড় চিহ্নৰে সূচোৱা হয় ।
  
 
|-
 
|-
| 07:06  
+
| 07:06
 
| Track সৃষ্টি কৰিবলৈ, PCBnew Windowৰ সোদিশে থকা পেনেলত গৈ Add Tracks আৰু Vias Button চিলেক্ট কৰক ।
 
| Track সৃষ্টি কৰিবলৈ, PCBnew Windowৰ সোদিশে থকা পেনেলত গৈ Add Tracks আৰু Vias Button চিলেক্ট কৰক ।
  
 
|-
 
|-
| 07:17  
+
| 07:17
 
| এতিয়া আমি R1 যিকোনো এডাল Node ত ক্লিক কৰিম ।
 
| এতিয়া আমি R1 যিকোনো এডাল Node ত ক্লিক কৰিম ।
  
 
|-
 
|-
| 07:22  
+
| 07:22
| তাৰপিছত আমি R2 ৰ No'''de ত ডাৱল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।'''
+
| তাৰপিছত আমি R2 ৰ Node ত ডাৱল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
  
 
|-
 
|-
| 07:31  
+
| 07:31
 
| একেদৰে আমি Resistor R3 আৰু Capacitor C1 ৰ মাজত আৰু এডাল ৱায়াৰ স্ংযুক্ত কৰিম ।
 
| একেদৰে আমি Resistor R3 আৰু Capacitor C1 ৰ মাজত আৰু এডাল ৱায়াৰ স্ংযুক্ত কৰিম ।
  
 
|-
 
|-
| 07:38  
+
| 07:38
| এতি্'''যা R3ৰ এডাল Node ত '''ক্লিক কৰিম ।
+
| এতিয়া R3ৰ এডাল Node ত ক্লিক কৰিম ।
  
 
|-
 
|-
| 07:41  
+
| 07:41
 
| ৱায়াৰ ডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
 
| ৱায়াৰ ডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
| 07:46  
+
| 07:46
 
| তাৰপিছত আমি C1 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
 
| তাৰপিছত আমি C1 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
  
 
|-
 
|-
| 07:51  
+
| 07:51
| সৃষ্টি হোৱা সেউজীয়া ট্ৰেক ডালে প্ৰিণ্টেড চাৰ্কিতD বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল '''copper pathটো বুজাইছে । '''
+
| সৃষ্টি হোৱা সেউজীয়া ট্ৰেক ডালে প্ৰিণ্টেড চাৰ্কিতD বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল copper pathটো বুজাইছে ।
  
 
|-
 
|-
| 07:59  
+
| 07:59
 
| ট্ৰেকৰ প্ৰ্স্থ সলনি কৰা সম্ভৱ ।
 
| ট্ৰেকৰ প্ৰ্স্থ সলনি কৰা সম্ভৱ ।
  
 
|-
 
|-
| 08:02  
+
| 08:02
 
| এইটো কৰিবলৈ PCBnew Window ৰ মেনু বাৰত থকা Design Rule Menu অপশ্বনত ক্লিক কৰিব লাগিব।
 
| এইটো কৰিবলৈ PCBnew Window ৰ মেনু বাৰত থকা Design Rule Menu অপশ্বনত ক্লিক কৰিব লাগিব।
  
 
|-
 
|-
| 08:11  
+
| 08:11
| Desi'''gn Rules ত ক্লিক কৰক ।'''
+
| Design Rules ত ক্লিক কৰক ।
  
 
|-
 
|-
| 08:14  
+
| 08:14
| Design R'''ules Editor '''তাত খোল খাব য’ত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব ।
+
| Design Rules Editor তাত খোল খাব য’ত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব ।
  
 
|-
 
|-
| 08:19  
+
| 08:19
 
| আমি ট্ৰেকৰ প্ৰ্ৰ্সস্থ 1.5 লৈ সলনি কৰিম । এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত দাবল্ ক্লিক কৰক ।1.5 টাইপ কৰক আৰু এণ্টাৰ টিপক ।
 
| আমি ট্ৰেকৰ প্ৰ্ৰ্সস্থ 1.5 লৈ সলনি কৰিম । এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত দাবল্ ক্লিক কৰক ।1.5 টাইপ কৰক আৰু এণ্টাৰ টিপক ।
 
   
 
   
 
|-
 
|-
| 08:34  
+
| 08:34
 
| ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবোৰ্ডৰ x key টোও ব্যৱহাৰ কৰিব পাৰো ।
 
| ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবোৰ্ডৰ x key টোও ব্যৱহাৰ কৰিব পাৰো ।
  
 
|-
 
|-
| 08:39  
+
| 08:39
| মই এইটো দেখুৱাই দিছো ।Cursor ডাল Led D1 যিকোনো Node ৰ ওপৰত ৰাখক আৰু X key টিপক।  
+
| মই এইটো দেখুৱাই দিছো ।Cursor ডাল Led D1 যিকোনো Node ৰ ওপৰত ৰাখক আৰু X key টিপক।
  
 
|-
 
|-
| 08:48  
+
| 08:48
| তাৰপিছত আমি R3 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱাসাৰ ডাল স্ংযুক্ত কৰা হ’ব ।
+
| তাৰপিছত আমি R3 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
  
 
|-
 
|-
| 08:54  
+
| 08:54
| আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে ।এনেদৰে আপুনি বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে ।  
+
| আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে ।এনেদৰে আপুনি বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে ।
  
 
|-
 
|-
| 09:03  
+
| 09:03
 
| মই ইতিমধ্যেই এইটো বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো ।
 
| মই ইতিমধ্যেই এইটো বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো ।
 
   
 
   
 
|-
 
|-
| 09:08  
+
| 09:08
| মই এতিয়া সম্পূৰ্ণ হোৱা বোৰ্ড ফাইলৰ ডিজাইনটো অপেন কৰিম
+
| মই এতিয়া সম্পূৰ্ণ হোৱা বোৰ্ড ফাইলৰ ডিজাইনটো অপেন কৰিম.
  
 
|-
 
|-
| 09:19  
+
| 09:19
 
| ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি PCB Edgeটো ড্ৰ কৰিব লাগিব ।
 
| ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি PCB Edgeটো ড্ৰ কৰিব লাগিব ।
  
 
|-
 
|-
| 09:25  
+
| 09:25
 
| এইটোৰ কাৰণে আমি PCBnew Window ৰ সোদিশৰ Layer tab ত থকা PCB Edges অপশ্বনটো চিলেক্ট কৰিব লাগিব ।
 
| এইটোৰ কাৰণে আমি PCBnew Window ৰ সোদিশৰ Layer tab ত থকা PCB Edges অপশ্বনটো চিলেক্ট কৰিব লাগিব ।
  
 
|-
 
|-
| 09:34  
+
| 09:34
| এতিয়া Layout Editor Window ৰ সোদিশৰ পেনেলত্ থকা Add graphic line বা Polygan Button ত ক্লিক কৰক ।  
+
| এতিয়া Layout Editor Window ৰ সোদিশৰ পেনেলত্ থকা Add graphic line বা Polygon Button ত ক্লিক কৰক ।
  
 
|-
 
|-
| 09:44  
+
| 09:44
 
| এতিয়া Prited Circuit Board ৰ চাৰিওফালে এট আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক ।
 
| এতিয়া Prited Circuit Board ৰ চাৰিওফালে এট আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক ।
  
 
|-
 
|-
| 09:49  
+
| 09:49
 
|  Layout ৰ ওপৰ বাও দিশত ক্লিক কৰক ।
 
|  Layout ৰ ওপৰ বাও দিশত ক্লিক কৰক ।
  
 
|-
 
|-
| 09:52  
+
| 09:52
'''Cursor ডাল সমান্তৰালকৈ সোদিশে লৈ আনক '''
+
|  Cursor ডাল সমান্তৰালকৈ সোদিশে লৈ আনক ।
  
 
|-
 
|-
| 09:56  
+
| 09:56
|  লাইনৰ দিশ সলনi সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।  
+
|  লাইনৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
  
 
|-
 
|-
| 10:00  
+
| 10:00
 
|  cursor ডাল লম্বভাবে তললৈ আনক।
 
|  cursor ডাল লম্বভাবে তললৈ আনক।
  
 
|-
 
|-
| 10:04  
+
| 10:04
 
|  একেদৰে আমি আয়তক্ষেত্ৰটো সম্পুৰ্ণ কৰিব পাৰো ।
 
|  একেদৰে আমি আয়তক্ষেত্ৰটো সম্পুৰ্ণ কৰিব পাৰো ।
  
 
|-
 
|-
| 10:11  
+
| 10:11
 
|  এতিয়া মই আয়তটো স্ম্পূৰ্ণ কৰিম।
 
|  এতিয়া মই আয়তটো স্ম্পূৰ্ণ কৰিম।
  
 
|-
 
|-
| 10:16  
+
| 10:16
 
|  মাউচ বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পুৰ্ণ কৰক ।
 
|  মাউচ বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পুৰ্ণ কৰক ।
  
 
|-
 
|-
| 10:24  
+
| 10:24
 
|  এতিয়া File Menu ত ক্লিক কৰক আৰু save অপশ্বনত ক্লিক কৰক ।অনুগ্ৰ্হ কৰি মন কৰিব যাতে এই ফাইলটো Extension.brd ত চেভ কৰা হৈছে ।
 
|  এতিয়া File Menu ত ক্লিক কৰক আৰু save অপশ্বনত ক্লিক কৰক ।অনুগ্ৰ্হ কৰি মন কৰিব যাতে এই ফাইলটো Extension.brd ত চেভ কৰা হৈছে ।
  
 
|-
 
|-
| 10:38  
+
| 10:38
 
|  এইটোৱে Astable Multivibrator circuit ৰ কাৰণে বোৰ্ড layout টো সম্পূৰ্ণ কৰিব ।
 
|  এইটোৱে Astable Multivibrator circuit ৰ কাৰণে বোৰ্ড layout টো সম্পূৰ্ণ কৰিব ।
  
 
|-
 
|-
| 10:44  
+
| 10:44
 
|  এই টিউটৰিয়েলত আমি PCBnew ব্যৱহাৰ কৰি Kicad ৰ ওপৰত Printed Circuit Board ৰ ডিজাইন কৰিবলৈ শিকিলো ।
 
|  এই টিউটৰিয়েলত আমি PCBnew ব্যৱহাৰ কৰি Kicad ৰ ওপৰত Printed Circuit Board ৰ ডিজাইন কৰিবলৈ শিকিলো ।
  
 
|-
 
|-
| 10:50  
+
| 10:50
|  তলৰ লিংকটোত থকা Video টো চাওক ।
+
|  তলৰ লিংকটোত থকা ভিডিওটো চাওক ।
  
 
|-
 
|-
| 10:54  
+
| 10:54
|  ইয়ে স্পকেন টিউটৰিয়েলl প্ৰ্জেক্টটো স্ংক্ষেপতে দেখুৱাব
+
|  ইয়ে স্পকেন টিউটৰিয়েল প্ৰ্জেক্টটো স্ংক্ষেপতে দেখুৱাব
  
 
|-
 
|-
| 10:56  
+
| 10:56
|  যদি আপোনাৰ ভাল Bandwidth নাই তেন্তে ইয়াক Download কৰি চাব পাৰে ।
+
|  যদি আপোনাৰ ভাল বেন্দৱিথ নাই তেন্তে ইয়াক ডাওনলোদ কৰি চাব পাৰে ।
 
|-
 
|-
  
 
| 10:54
 
| 10:54
  
|এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।x
+
|এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
  
 
|-
 
|-
Line 465: Line 461:
 
| 11:00
 
| 11:00
  
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে  
+
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
  
 
|-
 
|-
Line 471: Line 467:
 
| 11:03
 
| 11:03
  
|*কর্মশালাৰ আয়োজন কৰে আৰু  
+
|*কর্মশালাৰ আয়োজন কৰে আৰু
  
 
|-
 
|-
Line 483: Line 479:
 
| 11:10
 
| 11:10
  
|বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰকcontact at spoken hyphen tutorial dot org.  
+
|বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক contact at spoken hyphen tutorial dot org.
  
 
|-
 
|-
Line 489: Line 485:
 
| 11:15
 
| 11:15
  
|স্পোকেন টিউটোৰিয়েল প্রকল্প '''Talk to a Teacher''' প্রকল্পৰ অংশবিশেষ।  
+
|স্পোকেন টিউটোৰিয়েল প্রকল্প '''Talk to a Teacher''' প্রকল্পৰ অংশবিশেষ।
  
 
|-
 
|-
Line 507: Line 503:
 
| 11:29
 
| 11:29
  
|spoken hyphen tutorial dot org slash NMEICT hyphen Intro.  
+
|spoken hyphen tutorial dot org slash NMEICT hyphen Intro.
  
 
|-
 
|-
Line 519: Line 515:
 
| 11:38
 
| 11:38
  
| মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।
+
| এই পাঠটি জোনালীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।
 
|}
 
|}

Latest revision as of 17:45, 23 February 2017

Time Narration
00:01 মৰমৰ বন্ধুসকল কিকেডত প্ৰিণ্টড চাৰ্কিট বোৰ্ডৰ ডিজাইনিং সস্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম ।
00:07 এই টিউটৰিয়েলত আমি শিকিম,
00:09 কিকেডৰ ওপৰত কেনেকৈ প্ৰিণ্টেড চাৰ্কিড বোৰ্ডৰ ডিজাইন কৰা হয় ।
00:12 আমি উবুণ্টু 12.04 ইয়াত অপাৰৰ্টিং চিষ্টেম হিচাপে ব্যৱহাৰ কৰিছো ।
00:16 কিকেড ভাৰ্চনৰ সৈতে: এইটো টিউটেৰিয়েলৰ কাৰণে 2011 হাইফেন 05 হাইফেন 25.
00:25 এইটো টিউটেৰিয়লৰ কাৰণে ইলেকট্ৰিক চাৰ্কিডৰ ওপৰত এক পূৰ্ব আহৰিত প্ৰাথমিক জ্ঞান থাকিব লাগিব ।
00:30 কিকেডৰ ওপৰত কেনেদৰে চাৰ্কিড স্কিমেটিকৰ ডিজাইন কৰিব পাৰি সেইটোও ব্যৱহাৰকাৰীজনে জানিব লাগিব ।
00:35 ইলেকট্ৰিক নিয়ম পৰীক্ষা কৰিবলৈ,
00:37 নেটলিষ্ট জেনেৰেশ্বন কৰিবলৈ,
00:39 ফুটপ্ৰিণ্টছৰ লগত উপাদানসমূহৰ পৰিমাণ জুখিবলৈ,
00:43 দৰকাৰী টিউটেৰিয়েলৰ কাৰণে, অনুগ্ৰহ কৰি http://spoken hyphen tutorial.org ত চাওক ।
00:50 কিকেড আৰম্ভ কৰিবলৈ,
00:52 উবুণ্টু ডেস্কটপ স্কিণৰ ওপৰ বাওদিশৰ চুকলৈ যাওক ।
00:56 প্ৰ্থ্ম আইকন, যেনে-ডেশ্ব হোমত ক্লিক কৰক ।
01:01 চাৰ্ছ বাৰত গৈ কিকেড লিখক আৰু এণ্টাৰ টিপক।
01:09 এইটোৱে কিকেডৰ প্ৰধান উইনণ্ড’খন খোল খুৱাব।
01:12 EEschema খুলিবলৈ ওপৰৰ পেনেলত যাওক আৰু EEschema টেবত ক্লিক কৰক ।
01:19 এই তথ্য ডাইলগ বক্স খোল খাব যিটোৱে Schematic বিচাৰি পোৱা নাই বুলি দেখুৱাব ।
01:25 OK ত ক্লিক কৰক ।
01:28 মই Astable Multivibrator ৰ circuit schematic ব্যৱহাৰ কৰিম যিটো পূৰ্বতে তৈয়াৰ কৰা হৈছিল ।
01:35 এইটো কৰিবলৈ মই File Menu ত যাম আৰু অপেনত ক্লিক কৰিম ।
01:42 ফাইলটো য’ত চেভ কৰা হৈছে সেইটো ফল্ডাৰ বাছি উলিৱাওক।
01:49 Project1.sch চিলেক্ট কৰক আৰু অপেনত ক্লিক কৰক ।
01:56 মই উইণ্ডখন ৰিচাইজ কৰিম ।
02:00 আৰু এতিয়া অপেনত ক্লিক কৰক।
02:06 এইটোৱে Circuit Schematic খোল খুৱাব ।
02:08 মাউচৰ Scroll Button ব্যৱহাৰ কৰি মই Zoom কৰিম ।
02:13 মই এইটো Circuit ৰ কাৰণে ইতিমধ্যেই netlist তৈয়াৰ কৰিছো ।
02:16 আৰু পিছৰ অনুৰুপ ফুটপ্ৰিণ্টছসমুহৰ লগত উপাদানসমুহৰ পৰিমাপ কৰিছো ।
02:20 পিছৰ পৰ্যায়টো হ’ল printed circuit Board ৰ layout তৈয়াৰ কৰা ।
02:26 এইটো আৰম্ভ কৰিবলৈ, EEschema Window ৰ ওপৰ পেনেলত থকা Run PCBnew বাটনত ক্লিক কৰক ।
02:36 এইটোৱে PCBnew Window খোল খুৱাব ।
02:39 এটা তথ্য ডায়লগ বক্স খোল খাব আৰু ইয়ে Project1.brd বিচাৰি পোৱা নাই বুলি দেখুৱাব।
02:44 এই ডায়লগ বকছটো বন্ধ কৰিবলৈ OK ত ক্লিক কৰক ।
02:49 এতিয়া আপুনি PCBnew Window ৰ ওপৰ পেনেলত Read Netlist Button ত ক্লিক কৰি Footprints সমূহ import কৰিব পাৰে ।
02:57 এতিয়া Netlist Window খোল খাব ।
03:01 সকলোবোৰ Default Settings যেনেদৰে আছে তেনেদৰে ৰাখক।
03:03 Browse Netlist Files বাটনত ক্লিক কৰক ।
03:07 এইটোৱে Netlist Window খোল খুৱাব ।
03:13 এতিয়া মই আৰু অধিক ভাল দৃশ্যৰ কাৰণে উইণ্ডখন ৰিচাইজ কৰিম ।
03:20 ইচ্ছাকৃত ডাইৰেক্টৰিৰ পৰা Project1. Net চিলেক্ট কৰক আৰু open ত ক্লিক কৰক ।
03:27 ৰিড কাৰেণ্ট নেটলিষ্ট বাটনত ক্লিক কৰক ।
03:30 এইটোৱে Project1.cmp বিচাৰি পোৱা নাই বুলি এক স্ংকেত দেখুৱাব ।
03:35 OK ত ক্লিক কৰক ।
03:37 এতিয়া ক্লজ বাটনত ক্লিক কৰি Netlist Window বন্ধ কৰক ।
03:42 আপুনি দেখিব যে সকলোবোৰ ফুটপ্ৰিণ্টছই ইমপোৰ্ট কৰা হৈছে আৰু PCBnew Window ৰ ওপৰ বাওদিশত বহোৱা হৈছে ।
03:49 এতিয়া আমি সকলোবোৰ ফুটপ্ৰিণ্টছকেই PCBnew Window ৰ চেণ্টাৰত বহোৱাম ।
03:56 এইটোৰ কাৰণে Manual আৰু Automatic move আৰু PCBnew Window ৰ উপৰৰ পেনেলত থকা Place of Modules বাটনত ক্লিক কৰক ।
04:08 এতিয়া PCBnew window ৰ চেণ্টাৰত এবাৰ ৰাইট ক্লিক কৰক ।
04:14 Glob Move ত যাওক আৰু বহোৱাক । তাৰপিছত Move All Modules ত ক্লিক কৰক ।
04:22 এইটোৱে এখন কনফাৰমেচন উইণ্ড খোল খুৱাব । Yes ত ক্লিক কৰক ।
04:28 অধিক ভাল দৃশ্যৰ কাৰণে মই মাউচৰ Scroll button ৰ সহায়ত Zoom কৰিম ।
04:35 আপুনি ফুটপ্ৰিণ্টছৰ টাৰমিনেলছৰ লগত স্ংযুক্ত White Wires বোৰ দেখা পাবও পাৰে বা নাপাবও পাৰে।
04:39 যদি দেখা নাপায়, তেন্তে PCBnew Window ৰ পেনেলত থকা Show নাইবা Hide board ratsnet বাটনত ক্লিক কৰক ।
04:51 White Wires বোৰক Airwires বুলিও কোৱা হয় ।
04:55 এতিয়া আমি Modules বোৰ চিজিল কৰিম যাতে নূন্যতম স্ংখ্যক airwires য়ে ইটোৱে সিটোক কটাকটি কৰে ।
05:01 এতিয়া IC555 ফুটপ্ৰিণ্টছত ক্লিক কৰক ।
05:07 ফুটপ্ৰিণ্টছ অপশ্বনত যাওক আৰু Move ত ক্লিক কৰক ।
05:12 আপুনি দেখা পাব যে ফুটপ্ৰিণ্টছই Cursor ৰ লগত স্ংযুক্ত হৈ আছে।
05:16 আপুনি দেখা পাব যে উপাদানসমূহে ইয়াৰ পটভুমিত প্ৰদৰ্শন কৰা Grid ৰ ভিত্তিত চলাচল কৰে ।
05:25 এতিয়া উপাদানসমূহত প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক । মই ইয়াক ইয়াত প্লেছ কৰিম ।
05:33 PCBnew Window ৰ ওপৰ পেনেলত থকা Grid Options Drop Down Menu ব্যৱহাৰ কৰি Grid Spacing সলনি কৰা সম্ভৱ ।
05:44 এতিয়া আমি Default Value ৰে আগবাঢ়িম ।
05:53 যিটো হ’ল Grid 1.270.
05:58 মুডিং ক্ম্পনেণ্টছৰ কাৰণে আপুনি ছৰ্টকাট কি M ব্যৱহাৰ কৰিব পাৰে।
06:02 উদাহৰণস্বৰুপে, Capacitor কেনেদৰে চলাব লাগে সেয়া মই দেখুৱাম ।
06:05 Cursor টো capacitor ত point কৰক ।
06:14 কম্পনেণ্টছবোৰ প্লেছ কৰিবলৈ এবাৰ ক্লিক কৰক ।
06:17 কম্পনেণ্টছ ৰটেট কৰিবলৈ R টিপক।
06:22 উদাহৰণস্বৰুপে, মই Resistor টো ৰটেট কৰিম । Cursor টো Resistor ত প্লেছ কৰক আৰু R টিপক ।
06:29 একেদৰে আপুনি সকলোবোৰ ক্ম্পনেণ্টছ চিজিল কৰিব পাৰে ।
06:32 Airwires ৰ মাজত নূন্যতম ছেদন পাবলৈ মই ইতিমধ্যে Footprints চিজিল কৰিছো ।
06:41 এতিয়া আমি এই Aiewires বোৰ একচুৱেল ট্ৰেকলৈ সলনি কৰিব লাগিব ।
06:46 PCBnew Window ৰ সোদিশে থকা Layer tab ত গৈ Back Layer চিলেক্ট কৰক যদি কৰা নাই এতিয়ালৈ ।Back Layer ক সেউজীয়া ৰঙেৰে বুজুৱা হৈছে ।
07:01 চিলেক্ট কৰা Layer টোক এডাল নীলা কাড় চিহ্নৰে সূচোৱা হয় ।
07:06 Track সৃষ্টি কৰিবলৈ, PCBnew Windowৰ সোদিশে থকা পেনেলত গৈ Add Tracks আৰু Vias Button চিলেক্ট কৰক ।
07:17 এতিয়া আমি R1 যিকোনো এডাল Node ত ক্লিক কৰিম ।
07:22 তাৰপিছত আমি R2 ৰ Node ত ডাৱল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
07:31 একেদৰে আমি Resistor R3 আৰু Capacitor C1 ৰ মাজত আৰু এডাল ৱায়াৰ স্ংযুক্ত কৰিম ।
07:38 এতিয়া R3ৰ এডাল Node ত ক্লিক কৰিম ।
07:41 ৱায়াৰ ডালৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
07:46 তাৰপিছত আমি C1 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
07:51 সৃষ্টি হোৱা সেউজীয়া ট্ৰেক ডালে প্ৰিণ্টেড চাৰ্কিতD বোৰ্ডৰ ওপৰত সৃষ্টি হোৱা একচুৱেল copper pathটো বুজাইছে ।
07:59 ট্ৰেকৰ প্ৰ্স্থ সলনি কৰা সম্ভৱ ।
08:02 এইটো কৰিবলৈ PCBnew Window ৰ মেনু বাৰত থকা Design Rule Menu অপশ্বনত ক্লিক কৰিব লাগিব।
08:11 Design Rules ত ক্লিক কৰক ।
08:14 Design Rules Editor তাত খোল খাব য’ত আপুনি ট্ৰেকৰ প্ৰস্থটো সলনি কৰিব ।
08:19 আমি ট্ৰেকৰ প্ৰ্ৰ্সস্থ 1.5 লৈ সলনি কৰিম । এইটো কৰিবলৈ ট্ৰেকৰ প্ৰস্থৰ মানৰ ওপৰত দাবল্ ক্লিক কৰক ।1.5 টাইপ কৰক আৰু এণ্টাৰ টিপক ।
08:34 ট্ৰেকটো সৃষ্টি কৰিবলৈ আমি কিবোৰ্ডৰ x key টোও ব্যৱহাৰ কৰিব পাৰো ।
08:39 মই এইটো দেখুৱাই দিছো ।Cursor ডাল Led D1 যিকোনো Node ৰ ওপৰত ৰাখক আৰু X key টিপক।
08:48 তাৰপিছত আমি R3 ৰ Node ৰ ওপৰত ডাবল ক্লিক কৰিম য’ত ৱায়াৰ ডাল স্ংযুক্ত কৰা হ’ব ।
08:54 আপুনি দেখা পাব যে ট্ৰেকৰ প্ৰস্থটো বৃদ্ধি হৈছে ।এনেদৰে আপুনি বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিব পাৰে ।
09:03 মই ইতিমধ্যেই এইটো বোৰ্ডৰ ডিজাইন সম্পূৰ্ণ কৰিছো ।
09:08 মই এতিয়া সম্পূৰ্ণ হোৱা বোৰ্ড ফাইলৰ ডিজাইনটো অপেন কৰিম.
09:19 ডিজাইনটো সম্পূৰ্ণ কৰিবলৈ আমি PCB Edgeটো ড্ৰ কৰিব লাগিব ।
09:25 এইটোৰ কাৰণে আমি PCBnew Window ৰ সোদিশৰ Layer tab ত থকা PCB Edges অপশ্বনটো চিলেক্ট কৰিব লাগিব ।
09:34 এতিয়া Layout Editor Window ৰ সোদিশৰ পেনেলত্ থকা Add graphic line বা Polygon Button ত ক্লিক কৰক ।
09:44 এতিয়া Prited Circuit Board ৰ চাৰিওফালে এট আয়তক্ষেত্ৰ সৃষ্টি কৰা হওক ।
09:49 Layout ৰ ওপৰ বাও দিশত ক্লিক কৰক ।
09:52 Cursor ডাল সমান্তৰালকৈ সোদিশে লৈ আনক ।
09:56 লাইনৰ দিশ সলনি কৰিবলৈ এবাৰ ক্লিক কৰক ।
10:00 cursor ডাল লম্বভাবে তললৈ আনক।
10:04 একেদৰে আমি আয়তক্ষেত্ৰটো সম্পুৰ্ণ কৰিব পাৰো ।
10:11 এতিয়া মই আয়তটো স্ম্পূৰ্ণ কৰিম।
10:16 মাউচ বাটনৰ বাওফালে ডাবল ক্লিক কৰি আয়তটো সম্পুৰ্ণ কৰক ।
10:24 এতিয়া File Menu ত ক্লিক কৰক আৰু save অপশ্বনত ক্লিক কৰক ।অনুগ্ৰ্হ কৰি মন কৰিব যাতে এই ফাইলটো Extension.brd ত চেভ কৰা হৈছে ।
10:38 এইটোৱে Astable Multivibrator circuit ৰ কাৰণে বোৰ্ড layout টো সম্পূৰ্ণ কৰিব ।
10:44 এই টিউটৰিয়েলত আমি PCBnew ব্যৱহাৰ কৰি Kicad ৰ ওপৰত Printed Circuit Board ৰ ডিজাইন কৰিবলৈ শিকিলো ।
10:50 তলৰ লিংকটোত থকা ভিডিওটো চাওক ।
10:54 ইয়ে স্পকেন টিউটৰিয়েল প্ৰ্জেক্টটো স্ংক্ষেপতে দেখুৱাব
10:56 যদি আপোনাৰ ভাল বেন্দৱিথ নাই তেন্তে ইয়াক ডাওনলোদ কৰি চাব পাৰে ।
10:54 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:56 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটা ডাউনলোড কৰি চাওক।
11:00 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
11:03 *কর্মশালাৰ আয়োজন কৰে আৰু
11:06 * অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে
11:10 বিস্তাৰিত তথ্যৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক contact at spoken hyphen tutorial dot org.
11:15 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
11:19 স্পোকেন টিউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত
11:25 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য
11:29 spoken hyphen tutorial dot org slash NMEICT hyphen Intro.
11:35 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
11:38 এই পাঠটি জোনালীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble