Difference between revisions of "KTurtle/C2/Grammar-of-TurtleScript/Assamese"
From Script | Spoken-Tutorial
(3 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
{|border =1 | {|border =1 | ||
− | + | |'''Time''' | |
− | + | |'''Narration''' | |
− | + | ||
|- | |- | ||
Line 9: | Line 8: | ||
||00.01 | ||00.01 | ||
− | || | + | ||সকলোকে নমস্কাৰ জনালো |
|- | |- | ||
Line 15: | Line 14: | ||
||00.02 | ||00.02 | ||
− | ||'''Grammar of TurtleScript''' in '''Kturtle''' | + | ||'''Grammar of TurtleScript''' in '''Kturtle'''লৈ আেপানাক স্বাগতম জনাইছো |
|- | |- | ||
Line 33: | Line 32: | ||
||00.16 | ||00.16 | ||
− | ||এইটো টিউটৰিয়েল ৰেকৰ্দ | + | ||এইটো টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ আমি ব্যবহাৰ কৰিম Ubuntu Linux OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta. |
|- | |- | ||
Line 81: | Line 80: | ||
||00.56 | ||00.56 | ||
− | || '''টাৰ্মিনেল''' | + | || '''টাৰ্মিনেল''' খুলিবলৈ আমি এেকলেগ '''CTRL+ALT+T''' প্ৰেছ কিৰম ৷ |
|- | |- | ||
Line 93: | Line 92: | ||
||01.08 | ||01.08 | ||
− | ||আমি | + | ||আমি প্রথমে চাও '''TurtleScript'''। |
|- | |- | ||
Line 105: | Line 104: | ||
||01.15 | ||01.15 | ||
− | || বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ | + | || বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ বেলেগ শব্দ আৰু চিহ্ন আছে। |
|- | |- | ||
Line 111: | Line 110: | ||
||01.21 | ||01.21 | ||
− | ||এইটোএ Turtle ক | + | ||এইটোএ Turtle ক কি কৰিব লাগে কয় |
|- | |- | ||
Line 123: | Line 122: | ||
||01.30 | ||01.30 | ||
− | || Comments | + | || Comments Commands Numbers |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 141: | Line 128: | ||
||01.33 | ||01.33 | ||
− | + | |Strings, Variables আৰু | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 183: | Line 164: | ||
||01.49 | ||01.49 | ||
− | + | |Variablesত সংগ্রহ কৰিব পাৰি|মই এতিয়া ভালকৈ দেখিবলৈ প্ৰোগ্ৰাম টেকস্টো জোম (text zoom) কৰিম। | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 195: | Line 170: | ||
||01.54 | ||01.54 | ||
− | ||এতিয়া প্রথমেত ভেৰিয়েবল | + | ||এতিয়া প্রথমেত ভেৰিয়েবল বোৰ চাম। |
|- | |- | ||
Line 201: | Line 176: | ||
||01.57 | ||01.57 | ||
− | ||ভেৰিয়েবল কিছুমান শব্দ হয় যি ‘$’ | + | ||ভেৰিয়েবল কিছুমান শব্দ হয় যি ‘$’ চাইনৰে আৰম্ভ হয়, যেনে $a |
|- | |- | ||
Line 207: | Line 182: | ||
|| 02.04 | || 02.04 | ||
− | ||এডিটৰ | + | ||এডিটৰ ভিতৰত সেইেবাৰ বেঙুনীয়া ৰং ত জিলিক উঠিব |
|- | |- | ||
Line 243: | Line 218: | ||
||02.41 | ||02.41 | ||
− | ||উদাহৰণ স্বৰূপে, আমি | + | ||উদাহৰণ স্বৰূপে, আমি কোডটো ধৰিম। |
|- | |- | ||
Line 297: | Line 272: | ||
|| 03.29 | || 03.29 | ||
− | ||আমি | + | ||আমি কোডটো লাহে লাহে চলাম। |
|- | |- | ||
Line 303: | Line 278: | ||
||03.34 | ||03.34 | ||
− | ||কেনভাচ (canvas) ত ভেলো '''2029''' | + | ||কেনভাচ (canvas) ত ভেলো '''2029''' দেখুৱাব ৷ |
|- | |- | ||
Line 317: | Line 292: | ||
|| Mathematical operators ত থাকিব- | || Mathematical operators ত থাকিব- | ||
− | + | '''+''' (Addition) | |
− | + | '''-''' (Subtraction) | |
− | + | '''*''' (Multiplication) আৰু | |
− | + | '''/''' (Division) | |
|- | |- | ||
Line 341: | Line 316: | ||
||04.05 | ||04.05 | ||
− | ||এতিয়া মই | + | ||এতিয়া মই কোডটো ব্যাখ্যা কৰিম ৷ |
|- | |- | ||
Line 359: | Line 334: | ||
||04.22 | ||04.22 | ||
− | || value '''1+1''' | + | || value '''1+1'''টো ভেৰিয়েবল (variable) ''' $add,''' ত এছাইন কৰা হ’ল ৷ |
|- | |- | ||
Line 365: | Line 340: | ||
||04.26 | ||04.26 | ||
− | ||Value '''20-5''' | + | ||Value '''20-5'''টো ভেৰিয়েবল (variable)'''$subtract''', ত এছাইন কৰা হ’ল ৷ |
|- | |- | ||
Line 371: | Line 346: | ||
||04.31 | ||04.31 | ||
− | ||value '''15 * 2''' | + | ||value '''15 * 2'''টো ভেৰিয়েবল (variable) '''$multiply''' ত এছাইন কৰা হ’ল ৷ |
|- | |- | ||
Line 377: | Line 352: | ||
||04.36 | ||04.36 | ||
− | ||'''30/30''' | + | ||'''30/30'''টো ভেৰিয়েবল (variable) '''$divide.''' ত এছাইন কৰা হ’ল |
|- | |- | ||
Line 383: | Line 358: | ||
||04.40 | ||04.40 | ||
− | ||'''go 10,10'''’এ '''Turtle'''ক কেনভাচ (canvas)’ৰ | + | ||'''go 10,10'''’এ '''Turtle'''ক কেনভাচ (canvas)’ৰ 10 pixels বাও আৰু 10 pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে |
|- | |- | ||
Line 389: | Line 364: | ||
||04.52 | ||04.52 | ||
− | ||'''print''' কম্মান্দ এ ভেৰিয়েবল (variable) | + | ||'''print''' কম্মান্দ এ ভেৰিয়েবল (variable)টো কেনভাচ (canvas) ত দেখুৱাব। |
|- | |- | ||
Line 401: | Line 376: | ||
||05.03 | ||05.03 | ||
− | || | + | || টিউটৰিয়েলটো ৰখাম আৰু প্ৰোগ্ৰামটো ''' KTurtle''' এদিটৰত টাইপ কিৰম ৷ |
|- | |- | ||
Line 407: | Line 382: | ||
||05.08 | ||05.08 | ||
− | || প্ৰোগ্ৰামটাইপ কৰাৰ | + | || প্ৰোগ্ৰামটাইপ কৰাৰ পিছত টিউটৰিয়েল আকৌ চলাম ৷ |
|- | |- | ||
Line 413: | Line 388: | ||
||05.13 | ||05.13 | ||
− | ||এতিয়া '''Run''' বটনত ক্লিক | + | ||এতিয়া '''Run''' বটনত ক্লিক কৰিম আৰু প্ৰোগ্ৰামটো ৰান (run) হব দিম ৷ |
|- | |- | ||
Line 425: | Line 400: | ||
||05.22 | ||05.22 | ||
− | ||'''Turtle'''এ (value) ভেলো | + | ||'''Turtle'''এ (value) ভেলো বোৰ কেনভাচ (canvas) ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব ৷ |
|- | |- | ||
Line 437: | Line 412: | ||
|| 05.41 | || 05.41 | ||
− | ||মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো clear কৰিম মানে কাটিম আৰু '''clear''' কম্মান্দ আৰু “Run” টাইপ কৰিম কেনভাচ (canvas) | + | ||মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো clear কৰিম মানে কাটিম আৰু '''clear''' কম্মান্দ আৰু “Run” টাইপ কৰিম কেনভাচ (canvas) চাফা কৰিবলৈ। |
|- | |- | ||
Line 443: | Line 418: | ||
|| 05.49 | || 05.49 | ||
− | ||এতিয়া আমি | + | ||এতিয়া আমি প্ৰোগ্ৰামটো ভালৈক দেখিবলৈ জোম কৰিম ৷ |
|- | |- | ||
Line 449: | Line 424: | ||
|| 05.53 | || 05.53 | ||
− | || | + | ||আহক টাইপ কৰা |
|- | |- | ||
Line 467: | Line 442: | ||
||06.09 | ||06.09 | ||
− | ||ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা | + | ||ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা হৈছ ’'''greater than'''’ operator সৈতে |
|- | |- | ||
Line 485: | Line 460: | ||
|| 06.27 | || 06.27 | ||
− | || | + | ||আহক এতিয়া কোডটো ৰান (run) কেৰা ৷ |
|- | |- | ||
Line 491: | Line 466: | ||
||06.29 | ||06.29 | ||
− | ||'''Turtle''' য়ে '''Boolean value true''' বোলি কেনভাচ (canvas) ত | + | ||'''Turtle''' য়ে '''Boolean value true''' বোলি কেনভাচ (canvas) ত দেখুৱাব ৷ |
|- | |- | ||
Line 497: | Line 472: | ||
||06.34 | ||06.34 | ||
− | ||এতিয়া আমি চাম Strings | + | ||এতিয়া আমি চাম Strings বোৰ এইটো এপলিকেছনত (application) কেনেকৈ কাম কৰে ৷ |
|- | |- | ||
Line 503: | Line 478: | ||
||06.39 | ||06.39 | ||
− | ||Strings বোৰ ভেৰিয়েবলত (variables) নং ৰ | + | ||Strings বোৰ ভেৰিয়েবলত (variables) নং ৰ নিচিনাকৈ বহাব পাৰি ৷ |
|- | |- | ||
Line 509: | Line 484: | ||
||06.43 | ||06.43 | ||
− | ||Strings | + | ||Strings বোৰ mathematical বা comparison operators ত ব্যৱহাৰ কৰিব নোৱাৰিব ৷ |
|- | |- | ||
Line 515: | Line 490: | ||
||06.49 | ||06.49 | ||
− | ||Strings | + | ||Strings বোৰ ৰঙা ৰং ত জিলিক উঠিব ৷ |
|- | |- | ||
Line 539: | Line 514: | ||
||07.11 | ||07.11 | ||
− | ||তাত অকল ২টা '''boolean''' values | + | ||তাত অকল ২টা '''boolean''' values থাকিব '''true''' আৰু '''false.''' |
|- | |- | ||
Line 545: | Line 520: | ||
||07.16 | ||07.16 | ||
− | ||উদাহৰণৰ কাৰনে , আহক কোড টাইপ | + | ||উদাহৰণৰ কাৰনে , আহক কোড টাইপ কৰক। |
|- | |- | ||
Line 563: | Line 538: | ||
||07.34 | ||07.34 | ||
− | ||'''Boolean value false''' variable''' $answer'''ত | + | ||'''Boolean value false''' variable''' $answer'''ত এছাইন কৰা হয় কাৰণ 7 5 তকৈ ডাঙৰ হয়। |
|- | |- | ||
Line 569: | Line 544: | ||
|| 07.43 | || 07.43 | ||
− | || | + | ||আহক এতিয়া কোডটো ৰান (Run) কৰো । |
|- | |- | ||
Line 581: | Line 556: | ||
|| 07.51 | || 07.51 | ||
− | || | + | ||আহক আমি এতিয়া “if-else” condition মানে স্বৰ্তাৱলী শিকিম. |
|- | |- | ||
Line 604: | Line 579: | ||
||08.17 | ||08.17 | ||
− | || টেক্সট ফাইল ত আগতী্যাৈক কোড | + | || টেক্সট ফাইল ত আগতী্যাৈক কোড থাকিব ৷ |
|- | |- | ||
Line 610: | Line 585: | ||
|| 08.21 | || 08.21 | ||
− | || | + | ||এইকোডে 4 , 5 আৰু 6 নং ক তুলানা কৰিব আৰু কেনভাচ (canvas)ত অনুক্রমে ফলাফল দেখুৱাব |
|- | |- | ||
Line 616: | Line 591: | ||
||08.30 | ||08.30 | ||
− | || | + | || এতিয়া মই কোডটো টেক্সট এডিটৰ পৰা কপি (copy) কৰিম আৰু '''KTurtle''' এডিটৰত পেস্ট কৰিম |
− | + | ||
|- | |- | ||
||08.36 | ||08.36 | ||
− | || টিউটৰিয়েল পজ(pause) কৰক আৰু '''KTurtle''' | + | || টিউটৰিয়েল পজ(pause) কৰক আৰু '''KTurtle''' এডিটৰ’ত টাইপ কৰক। |
|- | |- | ||
Line 628: | Line 602: | ||
||08.42 | ||08.42 | ||
− | || প্ৰোগ্ৰাম | + | || প্ৰোগ্ৰাম লিখা হোৱাৰ পিছত টিউটৰিয়েল আকৌ চলাম। |
|- | |- | ||
Line 634: | Line 608: | ||
|| 08.46 | || 08.46 | ||
− | || | + | ||আহক আমি কোড টো ৰান (Run) কৰো ৷ |
|- | |- | ||
Line 640: | Line 614: | ||
||08.49 | ||08.49 | ||
− | ||'''Turtle''' | + | ||'''Turtle''' য়ে 4 আৰু 5 Values ক তুলনা কৰিলে |
− | + | ||
|- | |- | ||
Line 652: | Line 625: | ||
||09.00 | ||09.00 | ||
− | ||আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল | + | ||আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল সামৰিনলৈ আহিলো। |
|- | |- | ||
Line 658: | Line 631: | ||
||09.05 | ||09.05 | ||
− | || | + | ||আহক সামৰো |
|- | |- | ||
Line 682: | Line 655: | ||
||09.17 | ||09.17 | ||
− | ||এতিয়া | + | ||এতিয়া এছাইনমেটৰ ভাগ। |
|- | |- | ||
Line 688: | Line 661: | ||
||09.19 | ||09.19 | ||
− | || | + | ||ইকুৱেছন এটা সমাধান কৰক |
|- | |- | ||
Line 712: | Line 685: | ||
||09.33 | ||09.33 | ||
− | || assignment সমাধান | + | || assignment সমাধান কৰিবলৈ |
|- | |- | ||
Line 718: | Line 691: | ||
||09.35 | ||09.35 | ||
− | ||যিকোনো 4 তা নং | + | ||যিকোনো 4 তা নং বাচি লোৱা |
|- | |- | ||
Line 730: | Line 703: | ||
||09.42 | ||09.42 | ||
− | || comparison operators | + | || comparison operators ব্যৱহাৰ কিৰ ফলাফল তুলনা কৰা |
|- | |- | ||
Line 742: | Line 715: | ||
||09.49 | ||09.49 | ||
− | || greater result | + | || greater result টো কেনভাচ(canvas) ৰ কেন্দ্রত দেখুৱাই |
|- | |- | ||
Line 754: | Line 727: | ||
||09.59 | ||09.59 | ||
− | || এই | + | || এই ভিদিওটো চাওক |
|- | |- | ||
Line 760: | Line 733: | ||
||10.03 | ||10.03 | ||
− | || | + | ||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সামৰিণ হয় |
|- | |- | ||
Line 790: | Line 763: | ||
||10.22 | ||10.22 | ||
− | ||অধিক জনাৰ বাবে, অনুগ্রহ কৰি '''contact@spoken-tutorial.org''' ইয়াৈল | + | ||অধিক জনাৰ বাবে, অনুগ্রহ কৰি '''contact@spoken-tutorial.org''' ইয়াৈল লিখক |
|- | |- | ||
Line 814: | Line 787: | ||
||10.48 | ||10.48 | ||
− | ||এই প্ৰশিক্ষণ | + | ||এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যুগ্দান কৰা হইচে. |
|- | |- |
Latest revision as of 17:00, 23 February 2017
Time | Narration |
00.01 | সকলোকে নমস্কাৰ জনালো |
00.02 | Grammar of TurtleScript in Kturtleলৈ আেপানাক স্বাগতম জনাইছো |
00.08 | এই টিউটৰিয়েলত, আমি শিকব পাম কেনেকৈ |
00.11 | Turtle স্ক্ৰীপ্টৰ বয়াকৰণ আৰু 'if'-'else' condition মানে চৰ্ত ৷ |
00.16 | এইটো টিউটৰিয়েল ৰেকৰ্দ কৰিবলৈ আমি ব্যবহাৰ কৰিম Ubuntu Linux OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta. |
00.29 | আমি ধৰিলৈছো যে আপোনাৰ KTurtle ৰ ওপৰত সাধাৰণ জ্ঞান আেছ ৷ |
00.35 | যদি নাই, সম্পৰ্কীয় টিউটৰিয়েলচৰ কাৰেন, আমাৰ ৱেবচাইত দৰ্শন কৰক http://spoken-tutorial.org |
00.40 | আহক আমি এটা নতুন KTurtle এপলিকেছন (Application) খোলো । |
00.43 | Dash home'ত ক্লিক কৰক । |
00.45 | Search bar ত টাইপ কৰক KTurtle.। |
00.49 | KTurtle আইকণত ক্লিক কৰক . |
00.52 | আমি টাৰ্মিনেল বয়্ৱহাৰ কিৰও KTurtle খুলিব পাৰিম। |
00.56 | টাৰ্মিনেল খুলিবলৈ আমি এেকলেগ CTRL+ALT+T প্ৰেছ কিৰম ৷ |
01.01 | KTurtle এপলিকেছন (Application) খুিলবৈল KTurtle টাইপ কৰক আৰু এন্টাৰ টিপক। |
01.08 | আমি প্রথমে চাও TurtleScript। |
01.11 | TurtleScript এটা প্ৰোগ্ৰামিঙ লেঙগুয়েজ (language) হয়। |
01.15 | বেলেগ বেলেগ কামত ব্যৱহাৰ কৰাৰ কৰেন ইয়াৰ বেলগ বেলেগ শব্দ আৰু চিহ্ন আছে। |
01.21 | এইটোএ Turtle ক কি কৰিব লাগে কয় |
01.25 | ' KTurtle ৰ Grammar of TurtleScript ত- |
01.30 | Comments Commands Numbers |
01.33 | Strings, Variables আৰু |
01.36 | Boolean values থাকে। |
01.38 | এতিয়া আমি ছাম এই নং বোৰ ক’ত সংগ্রহ কৰিব পাৰি। |
01.42 | নং বোৰ - |
01.44 | Mathematical operators |
01.46 | Comparison operators আৰু |
01.49 | মই এতিয়া ভালকৈ দেখিবলৈ প্ৰোগ্ৰাম টেকস্টো জোম (text zoom) কৰিম। |
01.54 | এতিয়া প্রথমেত ভেৰিয়েবল বোৰ চাম। |
01.57 | ভেৰিয়েবল কিছুমান শব্দ হয় যি ‘$’ চাইনৰে আৰম্ভ হয়, যেনে $a |
02.04 | এডিটৰ ভিতৰত সেইেবাৰ বেঙুনীয়া ৰং ত জিলিক উঠিব |
02.09 | Assignment বয়ৱহাৰ কৰি, equal to (=) কৰিলে এটা ভেৰিয়েবলক তাৰ কনটেন্ট দিয়া হয় |
02.14 | ভেৰিয়েবলত তাৰ নং থাকিব পাৰে $a=100. |
02.20 | strings $a=hello বা |
02.25 | boolean values যিবোৰ সচা বা মিছা হ’ব পাৰে, $a=true। |
02.32 | ভেৰিয়েবল’এ প্ৰোগ্ৰাম শেষ নোহোৱালৈকে তাৰ কনটেন্ট ৰাখি থয় বা যেতিয়ালৈ বেলেগ ৰিএছাইন কৰা নহয়। |
02.41 | উদাহৰণ স্বৰূপে, আমি কোডটো ধৰিম। |
02.44 | আহক আমি টাইপ কৰো $a = 2004 |
02.50 | $b = 25 |
02.55 | print $a + $b |
03.01 | ভেৰিয়েবল 'a' ক value assign কৰা হৈছে 2004। |
03.06 | ভেৰিয়েবল 'b'ক value assign কৰা হৈছে 25 । |
03.10 | print কম্মান্দ’এ Turtle’ক আদেশ দিয়ে কেনভাচ (canvas)’ত কিবা লিখিবলৈ। |
03.15 | print কম্মান্দ’ numbers আৰু strings input হিচাপে লয়। |
03.19 | print $a + $bএ Turtleক আদেশ দিয়ে ২টা ভেলো যোগ কৰি কেনভাচ (canvas)’ত ডিস্পলে কৰিবলৈ। |
03.29 | আমি কোডটো লাহে লাহে চলাম। |
03.34 | কেনভাচ (canvas) ত ভেলো 2029 দেখুৱাব ৷ |
03.40 | এতিয়া আমি Mathematical Operators চাম। |
03.44 | Mathematical operators ত থাকিব-
+ (Addition) - (Subtraction) * (Multiplication) আৰু / (Division) |
03.53 | মই বৰ্তমানৰ কোড (code) , এদিটৰ (editor) পৰা কাটি দিম আৰু টাইপ কৰিব clear কম্মান্দ আৰু RUN কেনভাচ (canvas) চাফা কৰিবলৈ। |
04.01 | টেক্সট এদিতৰত (text editor) মোৰ আগতীয়াকৈ প্ৰোগ্ৰাম এটা থাকিব। |
04.05 | এতিয়া মই কোডটো ব্যাখ্যা কৰিম ৷ |
04.08 | “reset” কম্মান্দ’এ Turtle’ক default পজিছনত (position) চেত কৰি দিয়ে। |
04.12 | canvassize 200,200এ কেনভাচ (canvas)’ৰ দীৰ্ঘ্যতা আৰু উচ্চতা ঢাৰ্য্য কৰে 200 pixelsলৈ। |
04.22 | value 1+1টো ভেৰিয়েবল (variable) $add, ত এছাইন কৰা হ’ল ৷ |
04.26 | Value 20-5টো ভেৰিয়েবল (variable)$subtract, ত এছাইন কৰা হ’ল ৷ |
04.31 | value 15 * 2টো ভেৰিয়েবল (variable) $multiply ত এছাইন কৰা হ’ল ৷ |
04.36 | 30/30টো ভেৰিয়েবল (variable) $divide. ত এছাইন কৰা হ’ল |
04.40 | go 10,10’এ Turtleক কেনভাচ (canvas)’ৰ 10 pixels বাও আৰু 10 pixels ওপৰলৈ যাবলৈ আদেশ দিয়ে |
04.52 | print কম্মান্দ এ ভেৰিয়েবল (variable)টো কেনভাচ (canvas) ত দেখুৱাব। |
04.56 | মই টেকস্ট এদিটৰ পৰা কোড কপি কৰি KTurtleৰ এদিটৰত পেস্ট কৰিম। |
05.03 | টিউটৰিয়েলটো ৰখাম আৰু প্ৰোগ্ৰামটো KTurtle এদিটৰত টাইপ কিৰম ৷ |
05.08 | প্ৰোগ্ৰামটাইপ কৰাৰ পিছত টিউটৰিয়েল আকৌ চলাম ৷ |
05.13 | এতিয়া Run বটনত ক্লিক কৰিম আৰু প্ৰোগ্ৰামটো ৰান (run) হব দিম ৷ |
05.17 | যিটো কম্মান্দ একজিকিউট কৰা হৈছে সেয়া এদিটৰত হাইলাইট (highlight) কৰা হয়। |
05.22 | Turtleএ (value) ভেলো বোৰ কেনভাচ (canvas) ৰ নিৰ্ধাৰিত ঠাইত দেখুৱাব ৷ |
05.34 | ব’লক আমি ১টা সহজ উদাহৰণ চাওcomparison operatorৰ ওপৰত। |
05.41 | মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো clear কৰিম মানে কাটিম আৰু clear কম্মান্দ আৰু “Run” টাইপ কৰিম কেনভাচ (canvas) চাফা কৰিবলৈ। |
05.49 | এতিয়া আমি প্ৰোগ্ৰামটো ভালৈক দেখিবলৈ জোম কৰিম ৷ |
05.53 | আহক টাইপ কৰা |
05.55 | $answer = 10 > 3 |
06.03 | print $answer |
06.09 | ইয়াত 10 ক 3 ৰ লগত তুলনা কৰা হৈছ ’greater than’ operator সৈতে |
06.14 | এই তুলনাৰ (comparison) ফলাফল, boolean value true ৰখা হয় |
06.19 | variable $answer’ত আৰু value true কেনভাচ (canvas)ত দেখুৱা হব ৷ |
06.27 | আহক এতিয়া কোডটো ৰান (run) কেৰা ৷ |
06.29 | Turtle য়ে Boolean value true বোলি কেনভাচ (canvas) ত দেখুৱাব ৷ |
06.34 | এতিয়া আমি চাম Strings বোৰ এইটো এপলিকেছনত (application) কেনেকৈ কাম কৰে ৷ |
06.39 | Strings বোৰ ভেৰিয়েবলত (variables) নং ৰ নিচিনাকৈ বহাব পাৰি ৷ |
06.43 | Strings বোৰ mathematical বা comparison operators ত ব্যৱহাৰ কৰিব নোৱাৰিব ৷ |
06.49 | Strings বোৰ ৰঙা ৰং ত জিলিক উঠিব ৷ |
06.53 | KTurtle’s এটা বাক্য ডবল কোট্চত (double quotes) থাকিলে string বুলি ধৰি লয়। |
07.00 | মই এতিয়া এদিটৰৰ পৰা বৰ্তমান কোডটো clear কৰিম মানে কাটিম . টাইপ কৰক clear কম্মান্দ আৰু Run , কেনভাচ (canvas) চফা কৰিবলৈ। |
07.08 | এতিয়া মই Boolean values বোৰ বাখ্যা কৰিম । |
07.11 | তাত অকল ২টা boolean values থাকিব true আৰু false. |
07.16 | উদাহৰণৰ কাৰনে , আহক কোড টাইপ কৰক। |
07.20 | $answer = 7<5 |
07.28 | print $answer |
07.34 | Boolean value false variable $answerত এছাইন কৰা হয় কাৰণ 7 5 তকৈ ডাঙৰ হয়। |
07.43 | আহক এতিয়া কোডটো ৰান (Run) কৰো । |
07.47 | Turtle’এ Boolean value false বুলি কেনভাচ (canvas)’ত দেখোৱায়। |
07.51 | আহক আমি এতিয়া “if-else” condition মানে স্বৰ্তাৱলী শিকিম. |
07.56 | ‘if’ conditionটো দেখোৱা হয় যেতিয়া boolean value ‘true’ হ’লে হয় |
08.03 | ‘else’ conditionটো দেখোৱা হয় যদিহে ‘if’ conditionটো ‘false’ হয়। |
08.09 | মই বৰ্তমান এডিটৰ’ৰ পৰা কোডটো কাটিম টাইপ কৰক clear আৰু Run কম্মান্দ কেনভাচ (canvas) চফা কৰিবলৈ। |
08.17 | টেক্সট ফাইল ত আগতী্যাৈক কোড থাকিব ৷ |
08.21 | এইকোডে 4 , 5 আৰু 6 নং ক তুলানা কৰিব আৰু কেনভাচ (canvas)ত অনুক্রমে ফলাফল দেখুৱাব |
08.30 | এতিয়া মই কোডটো টেক্সট এডিটৰ পৰা কপি (copy) কৰিম আৰু KTurtle এডিটৰত পেস্ট কৰিম |
08.36 | টিউটৰিয়েল পজ(pause) কৰক আৰু KTurtle এডিটৰ’ত টাইপ কৰক। |
08.42 | প্ৰোগ্ৰাম লিখা হোৱাৰ পিছত টিউটৰিয়েল আকৌ চলাম। |
08.46 | আহক আমি কোড টো ৰান (Run) কৰো ৷ |
08.49 | Turtle য়ে 4 আৰু 5 Values ক তুলনা কৰিলে |
08.53 | কেনভাচ (canvas)’ত ফলাফল দেখোৱাই যে ৪ ৬’তকৈ সৰু হয়। |
09.00 | আৰু ইয়াৰে সৈতে আমি এই টিউটৰিয়েল সামৰিনলৈ আহিলো। |
09.05 | আহক সামৰো |
09.07 | এই টিউটৰিয়েল ত, আমি সিকিলো যে- |
09.11 | Grammar of Turtle script আৰু |
09.14 | ‘if-else’ স্বৰ্তাৱলী |
09.17 | এতিয়া এছাইনমেটৰ ভাগ। |
09.19 | ইকুৱেছন এটা সমাধান কৰক |
09.22 | if - else স্বৰতাবলী ব্যবহাৰ কৰি |
09.24 | Mathematical আৰু comparision operators |
09.27 | “print” আৰু “go” কম্মান্দ ব্যবহাৰ কৰি ফলাফল দেখুৱা |
09.33 | assignment সমাধান কৰিবলৈ |
09.35 | যিকোনো 4 তা নং বাচি লোৱা |
09.38 | এই ৰেন্দম সখয়াৰ দুটা চেত পুৰণ কৰক |
09.42 | comparison operators ব্যৱহাৰ কিৰ ফলাফল তুলনা কৰা |
09.46 | দুতা ফলাফল দেখুৱা |
09.49 | greater result টো কেনভাচ(canvas) ৰ কেন্দ্রত দেখুৱাই |
09.54 | আপোনি যিকোনো এটা ইকোৱেছন বাছি লওক |
09.59 | এই ভিদিওটো চাওক |
10.03 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ সামৰিণ হয় |
10.06 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10.12 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে : |
10.14 | শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
10.18 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে |
10.22 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি contact@spoken-tutorial.org ইয়াৈল লিখক |
10.30 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
10.35 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
10.43 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
10.48 | এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা যুগ্দান কৰা হইচে. |
10.52 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |