Difference between revisions of "Inkscape/C3/Create-a-3-fold-brochure/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 12: | Line 12: | ||
|- | |- | ||
− | | 00 | + | | 00:08 |
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। | | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। | ||
Line 72: | Line 72: | ||
|- | |- | ||
| 00:59 | | 00:59 | ||
− | | এইবোৰ পৰিবর্তন কৰক: | + | | এইবোৰ পৰিবর্তন কৰক: Default units to mm |
|- | |- | ||
− | |01 | + | | 01:00 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
| ডিফল্ট ইউনিটক '''mm''' ত। | | ডিফল্ট ইউনিটক '''mm''' ত। | ||
|- | |- | ||
− | | 01 | + | | 01:03 |
| পৃষ্ঠাৰ আকাৰক '''A4''' ত। | | পৃষ্ঠাৰ আকাৰক '''A4''' ত। | ||
|- | |- | ||
− | | 01 | + | | 01:05 |
| বিন্যাসকক '''Landscape''' ত। | | বিন্যাসকক '''Landscape''' ত। | ||
|- | |- | ||
− | | 01 | + | | 01:07 |
| কাস্টম সাইজ ইউনিটক '''mm''' ত। | | কাস্টম সাইজ ইউনিটক '''mm''' ত। | ||
|- | |- | ||
− | | 01 | + | | 01:11 |
| আমি ক্যানভাসক '''3''' টা ফোল্ডত ভাগ কৰিম। | | আমি ক্যানভাসক '''3''' টা ফোল্ডত ভাগ কৰিম। | ||
− | |||
|- | |- | ||
− | | 01 | + | | 01:14 |
| ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল '''297'''. | | ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল '''297'''. | ||
|- | |- | ||
− | | 01 | + | | 01:18 |
| সেয়ে আমি '''297''' ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে '''99'''. | | সেয়ে আমি '''297''' ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে '''99'''. | ||
|- | |- | ||
− | | 01 | + | | 01:27 |
| '''Document Properties''' ডায়ালগ বাক্স বন্ধ কৰক। | | '''Document Properties''' ডায়ালগ বাক্স বন্ধ কৰক। | ||
|- | |- | ||
− | | 01 | + | | 01:30 |
| ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। | | ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। | ||
|- | |- | ||
− | | 01 | + | | 01:35 |
| গাইডলাইনত দুইবাৰ টিপক। | | গাইডলাইনত দুইবাৰ টিপক। | ||
|- | |- | ||
− | | 01 | + | | 01:37 |
| এটা ডায়লগ বাক্স খোলে। | | এটা ডায়লগ বাক্স খোলে। | ||
|- | |- | ||
− | | 01 | + | | 01:41 |
| X এৰ মান '''99''' ত কৰে '''OK''' ত টিপক। | | X এৰ মান '''99''' ত কৰে '''OK''' ত টিপক। | ||
|- | |- | ||
− | | 01 | + | | 01:45 |
| ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। | | ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। | ||
|- | |- | ||
− | | 01 | + | | 01:50 |
| ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক। | | ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক। | ||
|- | |- | ||
− | | 01 | + | | 01:53 |
| ইয়াত '''X''' এৰ মান '''198''' লৈ সলাওক। | | ইয়াত '''X''' এৰ মান '''198''' লৈ সলাওক। | ||
|- | |- | ||
− | | 01 | + | | 01:56 |
| এতিয়া আমাৰ ক্যানভাস '''3''' টা সমান বিভাগত বিভক্ত হৈছে। | | এতিয়া আমাৰ ক্যানভাস '''3''' টা সমান বিভাগত বিভক্ত হৈছে। | ||
|- | |- | ||
− | | 02 | + | | 02:01 |
| এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়। | | এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়। | ||
|- | |- | ||
− | | 02 | + | | 02:06 |
| এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো: | | এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো: | ||
|- | |- | ||
− | | 02 | + | | 02:08 |
| এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে | | এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে | ||
|- | |- | ||
− | | 02 | + | | 02:11 |
| আৰু অনয়টো বাহিৰৰ ফালৰ বাবে। | | আৰু অনয়টো বাহিৰৰ ফালৰ বাবে। | ||
|- | |- | ||
− | | 02 | + | | 02:13 |
| '''File''' ত যাওক আৰু '''Save as''' ত টিপক। | | '''File''' ত যাওক আৰু '''Save as''' ত টিপক। | ||
|- | |- | ||
− | | 02 | + | | 02:16 |
| আমি '''Brochure-OUT.svg''' নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম। | | আমি '''Brochure-OUT.svg''' নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম। | ||
|- | |- | ||
− | | 02 | + | | 02:22 |
| আৰু এবাৰ '''File''' ত যাওক আৰু '''Save as''' ত টিপক। | | আৰু এবাৰ '''File''' ত যাওক আৰু '''Save as''' ত টিপক। | ||
|- | |- | ||
− | | 02 | + | | 02:26 |
| এইবাৰ মই নাম '''Brochure-IN.svg''' দিও আৰু '''Save''' ত টিপিম। | | এইবাৰ মই নাম '''Brochure-IN.svg''' দিও আৰু '''Save''' ত টিপিম। | ||
|- | |- | ||
− | | 02 | + | | 02:33 |
| সেয়ে এতিয়া '''2''' টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে। | | সেয়ে এতিয়া '''2''' টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে। | ||
|- | |- | ||
− | | 02 | + | | 02:39 |
| '''Brochure-IN.svg''' দি আৰম্ভ কৰো। | | '''Brochure-IN.svg''' দি আৰম্ভ কৰো। | ||
|- | |- | ||
− | | 02 | + | | 02:43 |
| আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়। | | আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়। | ||
|- | |- | ||
− | | 02 | + | | 02:50 |
| এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম। | | এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম। | ||
|- | |- | ||
− | | 02 | + | | 02:54 |
| প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ '''2, 3''' আৰু '''4'''. | | প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ '''2, 3''' আৰু '''4'''. | ||
|- | |- | ||
− | | 03 | + | | 03:00 |
| '''Bezier''' টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক। | | '''Bezier''' টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক। | ||
|- | |- | ||
− | | 03 | + | | 03:09 |
| স্ট্রোক অতৰুৱাওক। | | স্ট্রোক অতৰুৱাওক। | ||
|- | |- | ||
− | | 03 | + | | 03:14 |
| এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক। | | এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক। | ||
|- | |- | ||
− | | 03 | + | | 03:19 |
| '''150x150''' পিক্সেলৰ এটা বৃত্ত আঁকক। | | '''150x150''' পিক্সেলৰ এটা বৃত্ত আঁকক। | ||
|- | |- | ||
− | | 03 | + | | 03:26 |
| ইয়াৰ ৰঙ সেউজীয়া কৰক। | | ইয়াৰ ৰঙ সেউজীয়া কৰক। | ||
|- | |- | ||
− | | 03 | + | | 03:28 |
| বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ '''5''' টা বৃত্ত আঁকক। | | বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ '''5''' টা বৃত্ত আঁকক। | ||
|- | |- | ||
− | | 03 | + | | 03:36 |
| বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক। | | বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক। | ||
|- | |- | ||
− | | 03 | + | | 03:40 |
| এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম। | | এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম। | ||
|- | |- | ||
− | | 03 | + | | 03:44 |
| আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো। | | আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো। | ||
|- | |- | ||
− | | 03 | + | | 03:50 |
| আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। | | আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। | ||
|- | |- | ||
− | | 03 | + | | 03:56 |
| টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক। | | টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:02 |
| ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক। | | ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:04 |
| '''File''' ত যাওক, '''Import''' ত টিপক আৰু তাৰপিছত '''Image1''' ত। | | '''File''' ত যাওক, '''Import''' ত টিপক আৰু তাৰপিছত '''Image1''' ত। | ||
|- | |- | ||
− | | 04 | + | | 04:09 |
| এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক। | | এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক। | ||
|- | |- | ||
− | | 04 | + | | 04:12 |
| একেইভাবে, অন্যান্য '''5''' টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক। | | একেইভাবে, অন্যান্য '''5''' টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:17 |
| '''Align and Distribute''' বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক। | | '''Align and Distribute''' বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:20 |
| এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত। | | এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত। | ||
|- | |- | ||
− | | 04 | + | | 04:25 |
| ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক। | | ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:28 |
| '''Bezier''' টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক। | | '''Bezier''' টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক। | ||
|- | |- | ||
− | | 04 | + | | 04:34 |
| ইয়াৰ ৰঙ ধূসৰ কৰক। | | ইয়াৰ ৰঙ ধূসৰ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:38 |
| স্ট্রোক অতৰুৱাওক। | | স্ট্রোক অতৰুৱাওক। | ||
|- | |- | ||
− | | 04 | + | | 04:41 |
| '''Filters''' মেনুত যাওক। '''Shadows and Glows''' নির্বাচন কৰক আৰু তাৰপিছত '''Drop Shadow''' ত টিপক। | | '''Filters''' মেনুত যাওক। '''Shadows and Glows''' নির্বাচন কৰক আৰু তাৰপিছত '''Drop Shadow''' ত টিপক। | ||
|- | |- | ||
− | | 04 | + | | 04:47 |
| প্রভাব চাবলৈ '''Preview''' বাক্স নির্বাচন কৰক। | | প্রভাব চাবলৈ '''Preview''' বাক্স নির্বাচন কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:50 |
| এতিয়া '''Apply''' ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক। | | এতিয়া '''Apply''' ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক। | ||
|- | |- | ||
− | | 04 | + | | 04:55 |
| প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক। | | প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক। | ||
|- | |- | ||
− | | 05 | + | | 05:01 |
| আৰো '''2''' টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক। | | আৰো '''2''' টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক। | ||
|- | |- | ||
− | | 05 | + | | 05:05 |
| প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক। | | প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক। | ||
|- | |- | ||
− | | 05 | + | | 05:10 |
| এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে। | | এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে। | ||
|- | |- | ||
− | | 05 | + | | 05:13 |
| আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম। | | আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম। | ||
|- | |- | ||
− | | 05 | + | | 05:15 |
| নতুন লেয়াৰত, প্রথম ৰো ত '''Introduction''' লিখক। | | নতুন লেয়াৰত, প্রথম ৰো ত '''Introduction''' লিখক। | ||
|- | |- | ||
− | | 05 | + | | 05:20 |
| দ্বিতীয় ৰোত '''Features''' লিখক। | | দ্বিতীয় ৰোত '''Features''' লিখক। | ||
|- | |- | ||
− | | 05 | + | | 05:24 |
| তৃতীয় ৰো ত '''Usage''' লিখক। | | তৃতীয় ৰো ত '''Usage''' লিখক। | ||
|- | |- | ||
− | | 05 | + | | 05:28 |
| এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব। | | এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব। | ||
|- | |- | ||
− | | 05 | + | | 05:33 |
| মই ইতিমধ্যে সংৰক্ষণ কৰা '''LibreOffice Writer''' ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম। | | মই ইতিমধ্যে সংৰক্ষণ কৰা '''LibreOffice Writer''' ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম। | ||
|- | |- | ||
− | | 05 | + | | 05:40 |
| এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ। | | এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ। | ||
|- | |- | ||
− | | 05 | + | | 05:43 |
| এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক। | | এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক। | ||
|- | |- | ||
− | | 05 | + | | 05:47 |
| আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক। | | আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক। | ||
|- | |- | ||
− | | 05 | + | | 05:50 |
| ফন্টৰ আকাৰ '''15''' লৈ হ্রাস কৰক আৰু '''Text and Font''' বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক। | | ফন্টৰ আকাৰ '''15''' লৈ হ্রাস কৰক আৰু '''Text and Font''' বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক। | ||
|- | |- | ||
− | | 05 | + | | 05:55 |
| '''ellipse''' টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক। | | '''ellipse''' টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক। | ||
|- | |- | ||
− | | 05 | + | | 05:59 |
| এইটোক প্রথম বাক্যৰ সোফালে ৰাখক। | | এইটোক প্রথম বাক্যৰ সোফালে ৰাখক। | ||
|- | |- | ||
− | | 06 | + | | 06:02 |
| সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক। | | সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক। | ||
|- | |- | ||
− | | 06 | + | | 06:05 |
| এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত। | | এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত। | ||
|- | |- | ||
− | | 06 | + | | 06:08 |
| আমাৰ '''SVG''' ফাইল সংৰক্ষণ কৰিবলৈ '''CTRL + S''' টিপক। | | আমাৰ '''SVG''' ফাইল সংৰক্ষণ কৰিবলৈ '''CTRL + S''' টিপক। | ||
|- | |- | ||
− | | 06 | + | | 06:12 |
| আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে। | | আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে। | ||
|- | |- | ||
− | | 06 | + | | 06:18 |
| এতিয়া '''PDF''' ত একেই ফাইলটোক সংৰক্ষণ কৰো। | | এতিয়া '''PDF''' ত একেই ফাইলটোক সংৰক্ষণ কৰো। | ||
|- | |- | ||
− | | 06 | + | | 06:21 |
| '''File''' ত যাওক আৰু '''Save As''' ত টিপক। | | '''File''' ত যাওক আৰু '''Save As''' ত টিপক। | ||
|- | |- | ||
− | | 06 | + | | 06:24 |
| ফাইল এক্সটেনশনক '''PDF''' ত সলাওক। | | ফাইল এক্সটেনশনক '''PDF''' ত সলাওক। | ||
|- | |- | ||
− | | 06 | + | | 06:29 |
| '''Save''' ত টিপক। | | '''Save''' ত টিপক। | ||
|- | |- | ||
− | | 06 | + | | 06:31 |
| এটা নতুন ডায়লগ বাক্স খোলে। | | এটা নতুন ডায়লগ বাক্স খোলে। | ||
|- | |- | ||
− | | 06 | + | | 06:34 |
| প্রিন্টিং এৰ বাবে, ৰেজল্যুশন '''300''' হব। | | প্রিন্টিং এৰ বাবে, ৰেজল্যুশন '''300''' হব। | ||
|- | |- | ||
− | | 06 | + | | 06:37 |
| ওয়েবৰ বাবে, এইটো '''72''' হব পাৰে। | | ওয়েবৰ বাবে, এইটো '''72''' হব পাৰে। | ||
|- | |- | ||
− | | 06 | + | | 06:40 |
| ইয়াক '''300''' হিসাবে ৰাখো। | | ইয়াক '''300''' হিসাবে ৰাখো। | ||
|- | |- | ||
− | | 06 | + | | 06:42 |
| এতিয়া '''OK''' ত টিপক। | | এতিয়া '''OK''' ত টিপক। | ||
|- | |- | ||
− | | 06 | + | | 06:44 |
| এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো। | | এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো। | ||
|- | |- | ||
− | | 06 | + | | 06:47 |
| অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা '''70''' ত সলাওক। | | অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা '''70''' ত সলাওক। | ||
|- | |- | ||
− | | 06 | + | | 06:52 |
| আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো। | | আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো। | ||
|- | |- | ||
− | | 06 | + | | 06:58 |
| '''SVG''' আৰু '''PDF''' ফৰম্যাটত ফাইল সংৰক্ষণ কৰক। | | '''SVG''' আৰু '''PDF''' ফৰম্যাটত ফাইল সংৰক্ষণ কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:04 |
| পার্থক্য বুঝাবলৈ '''2''' টা '''PDF''' ফাইল তুলনা কৰক। | | পার্থক্য বুঝাবলৈ '''2''' টা '''PDF''' ফাইল তুলনা কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:08 |
| এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো। | | এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো। | ||
|- | |- | ||
− | | 07 | + | | 07:12 |
| '''File''' ত যাওক, '''Open''' ত টিপক। | | '''File''' ত যাওক, '''Open''' ত টিপক। | ||
|- | |- | ||
− | | 07 | + | | 07:14 |
| '''Brochure-OUT.svg''' নির্বাচন কৰক। | | '''Brochure-OUT.svg''' নির্বাচন কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:18 |
| এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব। | | এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব। | ||
|- | |- | ||
− | | 07 | + | | 07:22 |
| আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব। | | আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব। | ||
|- | |- | ||
− | | 07 | + | | 07:28 |
| প্রদর্শিত '''Bezier''' টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক। | | প্রদর্শিত '''Bezier''' টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক। | ||
|- | |- | ||
− | | 07 | + | | 07:33 |
| এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক। | | এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক। | ||
|- | |- | ||
− | | 07 | + | | 07:36 |
| আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা '''Spoken Tutorial''' লোগোক ইম্পোর্ট কৰক। | | আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা '''Spoken Tutorial''' লোগোক ইম্পোর্ট কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:40 |
| আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক। | | আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক। | ||
|- | |- | ||
− | | 07 | + | | 07:46 |
| লিখক '''Spoken Tutorial''' আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক। | | লিখক '''Spoken Tutorial''' আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:51 |
| ফন্টৰ আকাৰ '''25''' ত সলাওক। | | ফন্টৰ আকাৰ '''25''' ত সলাওক। | ||
|- | |- | ||
− | | 07 | + | | 07:54 |
| টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক। | | টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক। | ||
|- | |- | ||
− | | 07 | + | | 07:58 |
| '''Inkscape''' লোগোক ইম্পোর্ট কৰক। | | '''Inkscape''' লোগোক ইম্পোর্ট কৰক। | ||
|- | |- | ||
− | | 08 | + | | 08:00 |
| এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক। | | এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক। | ||
|- | |- | ||
− | | 08 | + | | 08:03 |
| লোগোৰ তলত '''Inkscape''' লিখক। ফন্টৰ আকাৰ '''45''' ত সলাওক। | | লোগোৰ তলত '''Inkscape''' লিখক। ফন্টৰ আকাৰ '''45''' ত সলাওক। | ||
|- | |- | ||
− | | 08 | + | | 08:09 |
| আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো। | | আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো। | ||
|- | |- | ||
− | | 08 | + | | 08:15 |
| এইটোক এইভাবেই কৰক। | | এইটোক এইভাবেই কৰক। | ||
|- | |- | ||
− | | 08 | + | | 08:17 |
| আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো: | | আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো: | ||
|- | |- | ||
− | | 08 | + | | 08:19 |
| '''Text and font''' | | '''Text and font''' | ||
|- | |- | ||
− | | 08 | + | | 08:21 |
| আৰু '''Align and Distribute''' বিকল্প। | | আৰু '''Align and Distribute''' বিকল্প। | ||
|- | |- | ||
− | | 08 | + | | 08:24 |
| এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত। | | এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত। | ||
|- | |- | ||
− | | 08 | + | | 08:28 |
− | | '''File''' ত যাওক। | + | | '''File''' ত যাওক। '''Save As'''ত টিপক। |
|- | |- | ||
− | | 08 | + | | 08:31 |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
| ইয়াৰ ফৰম্যাট '''SVG''' ত সলাওক আৰু '''Save''' ত টিপক। | | ইয়াৰ ফৰম্যাট '''SVG''' ত সলাওক আৰু '''Save''' ত টিপক। | ||
|- | |- | ||
− | | 08 | + | | 08:37 |
| একেই পদ্ধতি পুনৰাবৃত্তি কৰক। | | একেই পদ্ধতি পুনৰাবৃত্তি কৰক। | ||
|- | |- | ||
− | | 08 | + | | 08:39 |
| এক্সটেনশন '''PDF''' ত সলাওক। | | এক্সটেনশন '''PDF''' ত সলাওক। | ||
|- | |- | ||
− | | 08 | + | | 08:41 |
| '''Save''' ত টিপক। | | '''Save''' ত টিপক। | ||
|- | |- | ||
− | | 08 | + | | 08:43 |
| এইটো আমাৰ প্রস্তুত ব্রোসাৰ। | | এইটো আমাৰ প্রস্তুত ব্রোসাৰ। | ||
|- | |- | ||
− | | 08 | + | | 08:46 |
| আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে। | | আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে। | ||
|- | |- | ||
− | | 08 | + | | 08:54 |
| ইয়াতে আৰো '''2''' টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো। | | ইয়াতে আৰো '''2''' টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো। | ||
|- | |- | ||
− | | 09 | + | | 09:00 |
| সংক্ষিপ্তকৰণ কৰো। | | সংক্ষিপ্তকৰণ কৰো। | ||
|- | |- | ||
− | | 09 | + | | 09:02 |
| এই টিউটোৰিয়েলত আমি শিকিছো: | | এই টিউটোৰিয়েলত আমি শিকিছো: | ||
|- | |- | ||
− | | 09 | + | | 09:04 |
| নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। | | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। | ||
|- | |- | ||
− | | 09 | + | | 09:07 |
| '''3-fold''' ব্রোসৰৰ বাবে সেটিং কৰা। | | '''3-fold''' ব্রোসৰৰ বাবে সেটিং কৰা। | ||
|- | |- | ||
− | | 09 | + | | 09:09 |
| '''3-fold''' ব্রোসৰ ডিজাইন কৰা। | | '''3-fold''' ব্রোসৰ ডিজাইন কৰা। | ||
|- | |- | ||
− | | 09 | + | | 09:11 |
− | | আমি এয়াও শিকিছো: | + | | আমি এয়াও শিকিছো: লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা। |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | | 09 | + | | 09:14 |
| আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা। | | আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা। | ||
|- | |- | ||
− | | 09 | + | | 09:18 |
| আপোনাৰ বাবে নির্দেশিত কাম আছে। | | আপোনাৰ বাবে নির্দেশিত কাম আছে। | ||
|- | |- | ||
− | | 09 | + | | 09:20 |
| স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা '''3-fold''' ব্রোসৰ তৈয়াৰ কৰক। | | স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা '''3-fold''' ব্রোসৰ তৈয়াৰ কৰক। | ||
|- | |- | ||
− | | 09 | + | | 09:24 |
| আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। | | আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। | ||
|- | |- | ||
− | | 09 | + | | 09:29 |
| এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। | | এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। | ||
|- | |- | ||
− | | 09 | + | | 09:35 |
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। | | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। | ||
|- | |- | ||
− | | 09 | + | | 09:42 |
| বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। | | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। | ||
|- | |- | ||
− | | 09 | + | | 09:45 |
| স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ '''NMEICT, MHRD''' দ্বাৰা সমর্থিত। | | স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ '''NMEICT, MHRD''' দ্বাৰা সমর্থিত। | ||
|- | |- | ||
− | | 09 | + | | 09:50 |
| এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। | | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। | ||
|- | |- | ||
− | | 09 | + | | 09:54 |
| আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। | | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। | ||
|- | |- | ||
− | | 09 | + | | 09:57 |
| মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। | | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |
Latest revision as of 18:26, 22 February 2017
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. Create a 3-fold brochure ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:08 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
00:10 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
00:12 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
00:15 | আমি লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতাও শিকিম । |
00:18 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
00:21 | উবুন্টু লিনাক্স 12.04 OS |
00:24 | Inkscape সংস্কৰণ 0.48.4 |
00:28 | এইটো 3 fold ব্রোসাৰৰ এটা নমুনা। আমি যেতিয়াই এইটো খুলো আমি 3 টা ভাঁজ চাব পাৰো। |
00:34 | সেয়ে ইয়াত মোট 6 টা ভাগ আছে। |
00:37 | বাহিৰৰ ভাগত আছে 1, 5 আৰু 6. |
00:42 | ব্রোসাৰৰ ভিতৰত ভাগ আছে 2, 3 আৰু 4. |
00:46 | এতিয়া এই ৰকমে এটা ব্রোসাৰ তৈয়াৰ কৰা শিকিম। |
00:51 | Inkscape খুলক। |
00:53 | File ত টিপক আৰু Document Properties ত যাওক। |
00:56 | প্রথমে কিছু মৌলিক সেটিং কৰক। |
00:59 | এইবোৰ পৰিবর্তন কৰক: Default units to mm |
01:00 | ডিফল্ট ইউনিটক mm ত। |
01:03 | পৃষ্ঠাৰ আকাৰক A4 ত। |
01:05 | বিন্যাসকক Landscape ত। |
01:07 | কাস্টম সাইজ ইউনিটক mm ত। |
01:11 | আমি ক্যানভাসক 3 টা ফোল্ডত ভাগ কৰিম। |
01:14 | ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল 297. |
01:18 | সেয়ে আমি 297 ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে 99. |
01:27 | Document Properties ডায়ালগ বাক্স বন্ধ কৰক। |
01:30 | ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
01:35 | গাইডলাইনত দুইবাৰ টিপক। |
01:37 | এটা ডায়লগ বাক্স খোলে। |
01:41 | X এৰ মান 99 ত কৰে OK ত টিপক। |
01:45 | ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
01:50 | ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক। |
01:53 | ইয়াত X এৰ মান 198 লৈ সলাওক। |
01:56 | এতিয়া আমাৰ ক্যানভাস 3 টা সমান বিভাগত বিভক্ত হৈছে। |
02:01 | এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়। |
02:06 | এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো: |
02:08 | এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে |
02:11 | আৰু অনয়টো বাহিৰৰ ফালৰ বাবে। |
02:13 | File ত যাওক আৰু Save as ত টিপক। |
02:16 | আমি Brochure-OUT.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম। |
02:22 | আৰু এবাৰ File ত যাওক আৰু Save as ত টিপক। |
02:26 | এইবাৰ মই নাম Brochure-IN.svg দিও আৰু Save ত টিপিম। |
02:33 | সেয়ে এতিয়া 2 টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে। |
02:39 | Brochure-IN.svg দি আৰম্ভ কৰো। |
02:43 | আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়। |
02:50 | এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম। |
02:54 | প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ 2, 3 আৰু 4. |
03:00 | Bezier টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক। |
03:09 | স্ট্রোক অতৰুৱাওক। |
03:14 | এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক। |
03:19 | 150x150 পিক্সেলৰ এটা বৃত্ত আঁকক। |
03:26 | ইয়াৰ ৰঙ সেউজীয়া কৰক। |
03:28 | বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ 5 টা বৃত্ত আঁকক। |
03:36 | বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক। |
03:40 | এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম। |
03:44 | আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
03:50 | আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। |
03:56 | টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক। |
04:02 | ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক। |
04:04 | File ত যাওক, Import ত টিপক আৰু তাৰপিছত Image1 ত। |
04:09 | এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক। |
04:12 | একেইভাবে, অন্যান্য 5 টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক। |
04:17 | Align and Distribute বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক। |
04:20 | এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত। |
04:25 | ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক। |
04:28 | Bezier টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক। |
04:34 | ইয়াৰ ৰঙ ধূসৰ কৰক। |
04:38 | স্ট্রোক অতৰুৱাওক। |
04:41 | Filters মেনুত যাওক। Shadows and Glows নির্বাচন কৰক আৰু তাৰপিছত Drop Shadow ত টিপক। |
04:47 | প্রভাব চাবলৈ Preview বাক্স নির্বাচন কৰক। |
04:50 | এতিয়া Apply ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক। |
04:55 | প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক। |
05:01 | আৰো 2 টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক। |
05:05 | প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক। |
05:10 | এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে। |
05:13 | আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম। |
05:15 | নতুন লেয়াৰত, প্রথম ৰো ত Introduction লিখক। |
05:20 | দ্বিতীয় ৰোত Features লিখক। |
05:24 | তৃতীয় ৰো ত Usage লিখক। |
05:28 | এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব। |
05:33 | মই ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম। |
05:40 | এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ। |
05:43 | এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক। |
05:47 | আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক। |
05:50 | ফন্টৰ আকাৰ 15 লৈ হ্রাস কৰক আৰু Text and Font বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক। |
05:55 | ellipse টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক। |
05:59 | এইটোক প্রথম বাক্যৰ সোফালে ৰাখক। |
06:02 | সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
06:05 | এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত। |
06:08 | আমাৰ SVG ফাইল সংৰক্ষণ কৰিবলৈ CTRL + S টিপক। |
06:12 | আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে। |
06:18 | এতিয়া PDF ত একেই ফাইলটোক সংৰক্ষণ কৰো। |
06:21 | File ত যাওক আৰু Save As ত টিপক। |
06:24 | ফাইল এক্সটেনশনক PDF ত সলাওক। |
06:29 | Save ত টিপক। |
06:31 | এটা নতুন ডায়লগ বাক্স খোলে। |
06:34 | প্রিন্টিং এৰ বাবে, ৰেজল্যুশন 300 হব। |
06:37 | ওয়েবৰ বাবে, এইটো 72 হব পাৰে। |
06:40 | ইয়াক 300 হিসাবে ৰাখো। |
06:42 | এতিয়া OK ত টিপক। |
06:44 | এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো। |
06:47 | অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা 70 ত সলাওক। |
06:52 | আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো। |
06:58 | SVG আৰু PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰক। |
07:04 | পার্থক্য বুঝাবলৈ 2 টা PDF ফাইল তুলনা কৰক। |
07:08 | এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো। |
07:12 | File ত যাওক, Open ত টিপক। |
07:14 | Brochure-OUT.svg নির্বাচন কৰক। |
07:18 | এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব। |
07:22 | আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব। |
07:28 | প্রদর্শিত Bezier টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক। |
07:33 | এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক। |
07:36 | আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা Spoken Tutorial লোগোক ইম্পোর্ট কৰক। |
07:40 | আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক। |
07:46 | লিখক Spoken Tutorial আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক। |
07:51 | ফন্টৰ আকাৰ 25 ত সলাওক। |
07:54 | টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক। |
07:58 | Inkscape লোগোক ইম্পোর্ট কৰক। |
08:00 | এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক। |
08:03 | লোগোৰ তলত Inkscape লিখক। ফন্টৰ আকাৰ 45 ত সলাওক। |
08:09 | আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো। |
08:15 | এইটোক এইভাবেই কৰক। |
08:17 | আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো: |
08:19 | Text and font |
08:21 | আৰু Align and Distribute বিকল্প। |
08:24 | এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত। |
08:28 | File ত যাওক। Save Asত টিপক। |
08:31 | ইয়াৰ ফৰম্যাট SVG ত সলাওক আৰু Save ত টিপক। |
08:37 | একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
08:39 | এক্সটেনশন PDF ত সলাওক। |
08:41 | Save ত টিপক। |
08:43 | এইটো আমাৰ প্রস্তুত ব্রোসাৰ। |
08:46 | আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে। |
08:54 | ইয়াতে আৰো 2 টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো। |
09:00 | সংক্ষিপ্তকৰণ কৰো। |
09:02 | এই টিউটোৰিয়েলত আমি শিকিছো: |
09:04 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
09:07 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
09:09 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
09:11 | আমি এয়াও শিকিছো: লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা। |
09:14 | আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা। |
09:18 | আপোনাৰ বাবে নির্দেশিত কাম আছে। |
09:20 | স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা 3-fold ব্রোসৰ তৈয়াৰ কৰক। |
09:24 | আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। |
09:29 | এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। |
09:35 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। |
09:42 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
09:45 | স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
09:50 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
09:54 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
09:57 | মই মৌচুমি মেধী আই আই টি বম্বেৰ পৰা বিদায় লৈছো. ধন্যবাদ। |