Difference between revisions of "GChemPaint/C2/Formation-of-Bonds/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 16: Line 16:
 
|-
 
|-
 
| 00:10
 
| 00:10
| * উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
+
| উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
  
 
|-
 
|-
 
| 00:13
 
| 00:13
| বন্ড  ওৰিয়েন্ট কৰা
+
|   বন্ড  ওৰিয়েন্ট কৰা
  
 
|-
 
|-
 
| 00:15
 
| 00:15
| * Stereochemical  বন্ড যুক্ত কৰা আৰু
+
| Stereochemical  বন্ড যুক্ত কৰা আৰু
 
|-
 
|-
 
| 00:18
 
| 00:18
| * Inverse wedge hashes  যুক্ত  কৰা
+
| Inverse wedge hashes  যুক্ত  কৰা
  
 
|-
 
|-
Line 239: Line 239:
 
|-
 
|-
 
| 04:46
 
| 04:46
| * '' Add a wedge bond,
+
| '' Add a wedge bond,
  
 
|-
 
|-
 
| 04:48
 
| 04:48
| * '' ' Add a hash bond,
+
| '' ' Add a hash bond,
  
 
|-
 
|-
 
| 04:50
 
| 04:50
| * '' '' Add a squiggle bond
+
| '' '' Add a squiggle bond
  
 
|-
 
|-
 
| 04:53
 
| 04:53
| * আৰু Add a fore bond.
+
| আৰু Add a fore bond.
  
 
|-
 
|-
Line 355: Line 355:
 
|-
 
|-
 
| 06:49
 
| 06:49
| * উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা   
+
| উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা   
  
 
|-
 
|-
 
| 06:52
 
| 06:52
| বন্ডক ওৰিয়েন্ট কৰা
+
|   বন্ডক ওৰিয়েন্ট কৰা
  
 
|-
 
|-
 
| 06:54
 
| 06:54
| * Stereochemical বন্ড যোগ কৰা
+
| Stereochemical বন্ড যোগ কৰা
  
 
|-
 
|-
 
| 06:56
 
| 06:56
| * আৰু  Inverse wedge hashes  যোগ কৰা
+
| আৰু  Inverse wedge hashes  যোগ কৰা
  
 
|-
 
|-
 
| 07:00
 
| 07:00
| এটা  নিয়োগ হিসাবে,
+
| এটা  নিয়োগ হিসাবে, Propaneক Propyneলৈ ৰুপান্তৰ কৰা
 
+
|-
+
| 07:01
+
| * Propaneক Propyneলৈ ৰুপান্তৰ কৰা
+
  
 
|-
 
|-
 
| 07:04
 
| 07:04
| * Propane আৰু butaneৰ  গঠন আকক
+
| Propane আৰু butaneৰ  গঠন আকক
  
 
|-
 
|-
 
| 07:07
 
| 07:07
| * stereochemical bonds দেখোৱাওক
+
| stereochemical bonds দেখোৱাওক
  
 
|-
 
|-

Latest revision as of 17:01, 22 February 2017

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল
00:02 GChemPaintত Formation of bondsৰ টিউটোৰীয়েললৈ স্বাগতম
00:07 এই টিউটোৰীয়েলত, আমি শিকিম,
00:10 উপস্থিত বন্ডলৈ বন্ড যোগ কৰা
00:13 বন্ড ওৰিয়েন্ট কৰা
00:15 Stereochemical বন্ড যুক্ত কৰা আৰু
00:18 Inverse wedge hashes যুক্ত কৰা
00:21 ইয়াতে আমি 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04 ব্যবহাৰ কৰিছো.
00:27 'GChemPaint' সংস্কৰণ 0.12.10
00:33 এই টিউটোৰীয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00:37 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব
00:40 যদি নহয়, প্রাসঙ্গিক টিউটোৰীয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দৰ্শন কৰক.
00:46 আমি Ethane গঠনৰ সৈতে এটা নতুন 'GChemPaint' আবেদন খোলিছো
00:51 আমি Saturated Hydrocarbonsৰ পৰা Unsaturated Hydrocarbons লৈ ৰুপান্তৰ কৰা শিকো আহক.
00:58 আমি Ethane' ৰ গঠন কপি কৰো আৰু Display areaত ' ইয়াক দুইবাৰ পেস্ট কৰো.
01:05 Select one or more objects টুলত ক্লিক কৰক
01:08 ইয়াক নির্বাচন কৰিবলৈ' 'Ethaneৰ গঠনত ক্লিক কৰক.
01:11 গঠনটো কপি কৰিবলৈ CTRL +C ' প্ৰেচ কৰক
01:14 ' গঠনটো পেস্ট কৰিবলৈ CTRL + V প্ৰেচ কৰক
01:19 মন কৰক যে দুইটা গঠনে ইটো সিটোক ওভাৰল্যাপ কৰে.
01:23 এতিয়া দ্বিতীয় ওভাৰল্যাপিং গঠনটো অলপমান অতুৰুৱাই দিয়ো.
01:27 গঠনটোত কার্সাৰটি ৰাখক আৰু ইয়াক মাউসটোৰে টানি আনক
01:33 গঠনটোত কার্বন পৰমাণুৰ মাজত একক বন্ড লক্ষ্য কৰক.
01:40 প্ৰথমে একক বন্ডৰ পৰা ডবল বন্ডলৈ ৰুপান্তৰ কৰা যাওক .
01:44 Add a bond or change the multiplicity of an existing one টুলত ক্লিক কৰক .
01:51 দ্বিতীয় Ethane গঠনৰ উপস্থিত বন্ডত ক্লিক কৰক.
01:55 লক্ষ্য কৰক যে এটা একক বন্ড এটা ডবল বন্ডলৈ ৰুপান্তৰিত হয়.
02:00 Hydrogen পৰমাণু সংখ্যা 6 ৰ পৰা 4 লৈকে পৰিণত হৈছে
02:06 নতুন গঠনটো হৈছে 'Ethene'.
02:09 ইয়াৰ পিছত চিংগল (একক) বন্ডক ত্ৰিপল বন্ডলৈ ৰুপান্তৰ কৰা যাওক.
02:14 তৃতীয় ' Ethane গঠনত উপস্হিত থকা বন্ডত দুইবাৰ ক্লিক কৰক.
02:20 লক্ষ্য কৰক যে Single বন্ড triple বন্ডলৈ ৰুপান্তৰিত হয়.
02:25 6 ৰ পৰা 2 লৈ হাইড্রোজেন পৰমাণুৰ সংখ্যা কমে.
02:30 নতুন গঠনটো হৈছে 'Ethyne'".
02:34 আমি গঠনৰ নাম লিখো.
02:37 "'Add or modify a text" টুলত ক্লিক কৰক
02:41 গঠনৰ তলত ক্লিক কৰক.
02:43 Ethane, Ethene আৰু Ethyne নামৰ হিসাবে গঠনৰ নাম লিখক.
02:53 পিছত, Tetrahedral geometry বিষয়ে শিকো.
02:57 গঠনটোক এফালে আনো.
03:00 সকলো অবজেক্টক নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক.
03:03 Select one or more objects টুলত ক্লিক কৰক আৰু গঠনটো টানি আনক.
03:10 ইয়াতে Tetrahedral Methane গঠনৰ বাবে এটা স্লাইড আছে.
03:14 সমস্ত বন্ডৰ দৈৰ্ঘয 1.09 'Angstrom' ৰ সমান হয়.
03:19 Tetrahedral methaneৰ গঠনত, সকলো বন্ড এন্গোল '109.5 ডিগ্রীৰ সমান হয় .
03:31 এতিয়া Tetrahedral Ethaneৰ গঠন আকো.
03:35 '" Add a bond or change the multiplicity of existing one" টুলত ক্লিক কৰক.
03: 41 Display areaত ক্লিক কৰক.
03:43 বন্ডক অনুভূমিক দিশলৈ লৈ যাওক.
03:47 প্রতিটোৰ বন্ডৰ প্রান্তত আমি তিনটা বন্ড আঁকো.
03:51 Tetrahedral geometry গঠন কৰিবলৈ বন্ডক সেই ধৰনে দিশ দিয়ক.
03:55 প্রতিটোৰ প্রান্তত ক্লিক কৰক. তাৰপিছত তিনটা বন্ডক বিভিন্ন দিশলৈ যাবলৈ নির্দেশ দিয়ক.
04:02 অনুৰুপভাবে আমি অন্যান্য প্রান্তত আঁকো.
04:07 আমি শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিও.
04:10 শেষৰফালে হাইড্রোজেন পৰমাণু জোড়া দিবলৈ ডাঙৰ আখৰ H প্রেস কৰক.
04:16 এটা সাবমেনু খোলে যত আমি H নির্বাচন কৰিম.
04:21 লক্ষ্য কৰক যে 'hydrogen' পৰমাণু টুল বক্সত প্রদর্শিত হয়.
04:26 Add or modify an atom টুলত ক্লিক কৰক.
04:29 hydrogen পৰমাণু যোগ কৰাৰ বাবে সকলো অবস্থানত ক্লিক কৰক.
04:37 এতিয়া Ethane গঠনলৈ আমি Stereochemical বন্ড যোগ কৰো.
04:42 টুল বক্সত উপলব্ধ Stereochemical বন্ডবোৰ হল,
04:46 Add a wedge bond,
04:48 ' Add a hash bond,
04:50 Add a squiggle bond
04:53 আৰু Add a fore bond.
04:55 Ethaneক Stereochemical" গঠনলৈ ৰুপান্তৰ 'কৰিবলৈ Add a wedge bond ব্যবহাৰ কৰো.
05:03 Add a wedge bondত ক্লিক কৰক .
05:05 তাৰপিছত সকলো বন্ডত ক্লিক কৰক.
05:10 পৰিবর্তনবোৰ লক্ষ্য কৰক.
05:13 " ' Add a hash bond"ত ক্লিক কৰক
05:15 আৰু তাৰপিছত Display areaত ক্লিক কৰক.
05:19 এতিয়া আমি ' Invert wedge hashes ৰ সম্পর্কে ব্যাখ্যা কৰিম.
05:25 Edit মেনু লৈ যাওক, Preferences লৈ যাওক আৰু ইয়াত ক্লিক কৰক.
05:31 GChemPaint Preferences উইন্ডো প্রর্দশিত হয়.
05:34 Invert wedge hashes ছেক বক্চত ক্লিক কৰক
05:38 যদি সেট হৈ গল, তেনেহলে সেই wedge hashes বন্ডে স্বাভাবিক সম্মেলন (convention) অনুসৰণ কৰিব.
05:43 বন্দৰ আৰম্ভনিতো সৰু হয় আৰু বন্দৰ শেষৰ ফালে ডাঙৰ হয়.
05:50 এইটোৱে সঠিকভাবে বন্ডক কাল্পনিক কৰাত সাহায্য করে.
05:55 GChemPaintত ডিফল্ট দৃষ্টিকোণ নিয়ম টো বিপৰীত হয়, কাৰণ ই দৃশ্যানুযায়ী নিয়মৰ সৈতে আৰু বেছি সংগতিপূর্ণ হয়.
06:05 'Hash ' বন্ডত হোৱা পৰিবর্তনটো লক্ষ্য কৰক.
06:09 আমি ৱিন্দোখন বন্ধ কৰিবলৈ Close বাটনত ক্লিক কৰো.
06:13 বন্দবোৰক Ethane গঠনত থকা Add a hash bond লৈ পৰিবর্তন কৰো.
06:18 Add a hash bondত 'ক্লিক কৰক'.
06:21 সকলো বন্ডত ক্লিক কৰক.
06:27 আমি এতিয়া ফাইলটো সেভ কৰো.
06:30 টুলবাৰত থকা Save the current file আইকনত ক্লিক কৰক.
06:34 'Save as ডায়লগ বক্স খোলে.
06:37 Formation of bond" বোলি ফাইলৰ নাম লিখক
06:41 Save বাটনত ক্লিক কৰক.
06:44 সংক্ষেপ কৰা যাওক.
06:46 আমি এই টিউটোৰিয়েলত শিকিলো,
06:49 উপস্হিত থকা বন্ডলৈ বন্ড যোগ কৰা
06:52 বন্ডক ওৰিয়েন্ট কৰা
06:54 Stereochemical বন্ড যোগ কৰা
06:56 আৰু Inverse wedge hashes যোগ কৰা
07:00 এটা নিয়োগ হিসাবে, Propaneক Propyneলৈ ৰুপান্তৰ কৰা
07:04 Propane আৰু butaneৰ গঠন আকক
07:07 stereochemical bonds দেখোৱাওক
07:11 আপোনাৰ সমাপ্ত নিয়োগটো এনেধৰনৰ হোৱা উচিত.
07:16 তলৰ সংযোগত থকা ভিদিয়'তো চাওক.
07:19 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:23 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:28 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07:33 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:36 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
07:42 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
07:47 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
07:54 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:00 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো .
08:02 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya