Difference between revisions of "GChemPaint/C2/Editing-molecules/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 18: Line 18:
 
|-
 
|-
 
| 00:09
 
| 00:09
| * এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা
+
| এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা
  
 
|-
 
|-
 
| 00:12
 
| 00:12
| * Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা.
+
| Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা.
  
 
|-
 
|-
 
| 00:16
 
| 00:16
| * এটা পৰমাণুৰ  গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
+
| এটা পৰমাণুৰ  গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
 
|-
 
|-
 
| 00:21
 
| 00:21
Line 33: Line 33:
 
|-
 
|-
 
| 00:23
 
| 00:23
| * এটা পৰমাণুৰ  উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
+
| এটা পৰমাণুৰ  উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
 
|-
 
|-
 
| 00:26
 
| 00:26
| * চাইক্লিক অণু যোগ কৰা
+
| চাইক্লিক অণু যোগ কৰা
 
|-
 
|-
 
| 00:29
 
| 00:29
| * mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
+
| mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
  
 
|-
 
|-
Line 150: Line 150:
 
|-
 
|-
 
| 02:21
 
| 02:21
| Phosphorus trichlorideৰ গঠন আকক
+
|   Phosphorus trichlorideৰ গঠন আকক
  
 
|-
 
|-
 
| 02:24
 
| 02:24
| * ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক.
+
| ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক.
  
 
|-
 
|-
Line 352: Line 352:
 
|-
 
|-
 
| 05:59
 
| 05:59
| * ' '''Nitrate ion(NO<sup>-</sup><sub>3</sub>)''' ত 'স্থানীয় চার্জ দেখাওক' '
+
| ' '''Nitrate ion(NO<sup>-</sup><sub>3</sub>)''' ত 'স্থানীয় চার্জ দেখাওক' '
  
 
|-
 
|-
Line 434: Line 434:
 
|-
 
|-
 
|07:24
 
|07:24
|* '''Add a three membered cycle'''
+
| '''Add a three membered cycle'''
  
 
|-
 
|-
 
|07:26
 
|07:26
|* '''Add a four membered cycle'''
+
| '''Add a four membered cycle'''
 
|-
 
|-
 
| 07:29
 
| 07:29
| * আৰু কিছু ''cycle''' টোল
+
| আৰু কিছু ''cycle''' টোল
  
 
|-
 
|-
Line 525: Line 525:
 
|-
 
|-
 
| 08:45
 
| 08:45
| * এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা
+
| এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা
 
   
 
   
 
|-
 
|-
 
| 08:48
 
| 08:48
| * Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা
+
| Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা
  
 
|-
 
|-
 
| 08:53
 
| 08:53
| এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
+
|   এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
  
 
|-
 
|-
Line 541: Line 541:
 
|-
 
|-
 
| 09:00
 
| 09:00
| *এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
+
| এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
  
 
|-
 
|-
 
| 09:04
 
| 09:04
| cyclic অণু যোগ কৰা
+
|   cyclic অণু যোগ কৰা
  
 
|-
 
|-
 
| 09:06
 
| 09:06
| mono-cyclic অণুক  bi-cyclic অণুলৈ  ৰুপান্তৰ কৰা.
+
|   mono-cyclic অণুক  bi-cyclic অণুলৈ  ৰুপান্তৰ কৰা.
  
 
|-
 
|-
Line 556: Line 556:
 
|-
 
|-
 
| 09:13
 
| 09:13
| * ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক
+
| ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক
  
 
|-
 
|-
 
| 09:16
 
| 09:16
| * ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক.
+
| ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক.
  
 
|-
 
|-

Revision as of 08:43, 22 February 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল
00:02 'GChemPaint' ' "'Editing Molecules'' 'টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত, আমি শিকিম
00:09 এটা পৰমাণু উপৰত অাবদ্ধ(unbound) ইলেকট্রন যোগ কৰা
00:12 Carbonic acid অাৰু Sulphuric acidৰ গঠন অকা.
00:16 এটা পৰমাণুৰ গ্রুপত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
00:21 আমি আৰু শিকিম,
00:23 এটা পৰমাণুৰ উপৰত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
00:26 চাইক্লিক অণু যোগ কৰা
00:29 mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
00:34 ইয়াত আমি ব্যবহাৰ কৰিছো
00:35 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04
00:39 'GChemPaint' সংস্কৰণ 0.12.10
00:46 এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি
00:50 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হোৱা উচিত.
00:53 নহলে, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে, আমাৰ ওয়েবসাইট প্ৰৰ্দশন কৰক.
00:58 মই এাট নতুন 'GChemPaint' আবেদন খোলিছো.
01:02 প্রথমে 'Ammonia ' গঠন আকক.
01:06 Current element ড্রপ ডাউন এৰো বটনত ক্লিক কৰক
01:09 টেবোলৰ পৰা Nনির্বাচন কৰক
01:11 টুল বক্সত N' মন কৰক.
01:15 Add or modify an atom টুলত ক্লিক কৰক.
01:18 তাৰপিছত ' Display areaত ক্লিক কৰক.
01:21 NH3' Display areaত দেখা গৈছে.
01:24 ডাঙৰ আখৰ H' টিপক. এটা H আখৰ দি আৰম্ভ হোৱা উপাদানৰ এখন তালিকাৰ সৈতে 'সাবমেনু' 'প্রদর্শিত হয়.
01:30 তালিকাৰ পৰা H' নির্বাচন কৰক.
01:33 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
01:38 ' Nitrogen পৰমাণুৰ তিনটা বন্ড আঁকিবলৈ
01:41 ক্লিক কৰক আৰু Nitrogen পৰমাণুত বন্ডটো তিনিবাৰ টানক.
01:46 'Pyramid ৰ' নিচিনা গঠন এটা বনাবলৈ বন্ডবোৰক ওৰিয়েন্ট কৰক
01:51 'Nitrogen ' পৰমাণুত এজোড়া আবদ্ধ ইলেকট্রন যোগ কৰা যাওক
01:56 Add an electron pair to an atom টুলত ক্লিক কৰক
02:01 তাৰপিছত ' Ammoniaৰ Nitrogen 'পৰমাণুত ক্লিক কৰক.
02:05 পৰিবর্তনটো লক্ষ্য কৰক.
02:07 লক্ষ্য কৰক যে 'Ammonia 'নাইট্রোজেন'ত এতিয়া ইলেকট্রনৰ জোড়া আছে.
02:12 এই জোড়াটো বন্দ বনোৱাত অংশ নলয়
02:16 এই জোড়া ইলেকট্রন হৈছে lone pair'
02:20 এটা নিয়োগ হিসাবে,
02:21 Phosphorus trichlorideৰ গঠন আকক
02:24 ফসফৰাস পৰমাণুৰ উপৰত আবদ্ধ ইলেকট্রন একজোড়া যোগ কৰক.
02:29 এতিয়া 'Carbonic acid(H2CO3) আৰু Sulphuric acid(H2SO4)গঠন আকো
02:34 ইয়াতে , Carbonic acidআৰু Sulphuric acid গঠনৰ বাবে এটা স্লাইড আছে
02:40 প্রথমে ' Ammonia' ৰ গঠনক অলপ অতৰুৱাই দিয়ো
02:44 ইয়াৰ বাবে, Select one or more objects টুলত ক্লিক কৰক.
02:48 তাৰপিছত ' Ammonia" গঠনৰ উপৰত ক্লিক কৰক আৰু ইয়াক একফালে টানক.
02:53 এতিয়া Carbonic acid গঠন আকো.
02:56 'Current element ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03:00 টেবোলৰ পৰা C নির্বাচন কৰক.
03:02 ' Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
03:07 ' Display areaত ক্লিক কৰক.
03:09 তিনোটা বন্ডক এনেধৰনে অৰিয়েন্ট(orient) কৰক যাতে সিহতে উলোটা Y গঠিত লয়.
03:15 চাৰি নম্বৰ বন্দটো কোনো এটা বন্দলৈ 'ডবল বন্ড' হিসাবে আঁকক.
03:21 এতিয়া 'Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03:25 O' নির্বাচন কৰক.
03:26 Add or modify an atom টুলত ক্লিক কৰক .
03:30 বন্ডৰ কাষত কার্সাৰদালক ৰাখক.
03:33 তিনিটা বন্ড অবস্থানৰ উপৰত ক্লিক কৰক.
03:37 Carbonic acid(H2CO3) গঠনটো অকা হল.
03:40 এতিয়া ' Sulphuric acid গঠন আকো
03:44 "Current element ' ড্রপ ডাউন এৰো বাটনত ক্লিক কৰক.
03:47 S নির্বাচন কৰক
03:48 Add or modify an atom' টুলত ক্লিক কৰক.
03:52 তাৰপিছত Display areaত ক্লিক কৰক.
03:55 H2S মন কৰক
03:57 এতিয়া ' Display area'ত যিকোনো ঠাইত ডাঙৰ ফলা O লিখক
04:01 2 অপশন O অাৰু Os'অপাৰেটিং সিস্টেমৰ সৈতে 'সাবমেনু' 'প্রর্দশিত হয়.
04:06 O নির্বাচন কৰক.
04:08 Add or modify an atomটুলত ক্লিক কৰক.
04:11 তাৰপিছত Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক
04:17 ' Property' মেনুত, Bond length ৰ মান 200 বা তাতকৈ বেছিলৈ বৃদ্ধি কৰক.
04:23 OH' ৰ পৰা Sলৈ তিনিটা বন্দ আকিবলৈ "H2Sত ক্লিক কৰক.
04:29 Sৰ উচৰত এটা ইতিবাচক চার্জ লক্ষয় কৰক
04:32 ই প্রদর্শিত হয়, কাৰন ' 'Sulphur য়ে ' '6' ' ৰ valencyক সন্তুষ্ট কৰিব লাগিব
04:39 চতুর্থ বন্ডৰ কাৰনে, প্রথমে Sত ক্লিক কৰক.
04:43 এতিয়া মাউসটো এৰি নিদিয়াকে বন্ডটো এক ফালে টানক.
04:47 এতিয়া আমাৰ বিপৰীত বন্ডটো double bonds'টোলৈ ৰুপান্তৰ কৰো.
04:52 Add a bond or change the multiplicity of the existing one টুলত ক্লিক কৰক.
04:58 তাৰপিছত গঠনৰ বিপৰীত ফালে উপস্থিত থাকা বন্ডত ক্লিক কৰক.
05:03 মন কৰক যে সেই পজিটিভ চার্জ আৰু দৃশ্যমান নহয়.
05:08 Sulphuric acid গঠনটো সম্পূর্ণ হল
05:12 পিছত, Carbonic acid আৰু Sulphuric acid গঠনত স্থানীয় চার্জ যোগ কৰা যাওক.
05:18 'স্থানীয় চার্জ প্রদর্শন কৰিবলৈ, Decrement the charge of an atom' ' টুলত ক্লিক কৰক.
05:24 'Carbonic acid ' 'গঠনৰ দুটা O-H' দলত( group) ক্লিক কৰক.
05:30 মন কৰক যে Carbonate ion CO32- 'গঠিত হয়.
05:36 Sulphuric acid গঠন'ত স্থানীয় চার্জ প্রদর্শন কৰিবলৈ
05:41 Decrement the charge of an atom' টুলত ক্লিক কৰক.
05:44 ' Sulphuric acidৰ দুটা বিপৰীত O-Hগ্রুপত ক্লিক কৰক.
05:49 মন কৰক যে ' Sulphate ion SO42- গঠিত হয়.
05:56 এট নিয়োগ হিসাবে,
05:57 Nitric acid (HNO3) ' গঠন আকক
05:59 ' Nitrate ion(NO-3) ত 'স্থানীয় চার্জ দেখাওক' '
06:02 আপোনাৰ সমাপ্ত নিয়োগ এনে ধৰনৰ হোৱা উচিত.
06:07 এটা পৰমাণুত স্থানীয় চার্জ যোগ কৰা পদ্ধতিটো প্রদর্শন কৰা যাওক.
06:12 Display areaত যিকোনো জাগাত, ডাঙৰ আখৰ N টিপক
06:16 এটা 'সাবমেনু' খোলে যত আমি 'Na' নির্বাচন কৰিম.
06:21 ' Add or modify an atom ' টুলত ' ক্লিক কৰক
06:24 তাৰপিছত ' Display areaত ক্লিক কৰক.
06:27 সোডিয়াম পৰমাণু ' Display areaত প্রদর্শিত হয়.
06:30 Increment the charge of an atom টুলত ক্লিক কৰক
06:35 তাৰপিছত 'Na' ত ক্লিক কৰক.
06:37 Sodium ' পৰমাণুত এট ইতিবাচক চার্জ লক্ষ্য কৰক.
06:41 একেভাবে, আমি এটা পৰমাণুত 'নেতিবাচক' চার্জ যোগ কৰিব পাৰো.
06:46 এইটো ' Decrement the charge of an atom টুলত নির্বাচন কৰিও কৰিব পাৰে.
06:51 এতিয়া আমি ' Cyclic অণু আঁকিবলৈ শিকো.
06:54 ইয়াৰ বাবে, আমি এটা নতুন GChemPaint উইন্ডো খোলিম.
06:59 টুলবাৰত থকা 'Create a new file ' আইকনত ক্লিক কৰক.
07:03 নিশ্চিত কৰক যে C' যি Carbon হয় উপাদান হিসাবে নির্বাচন কৰা হয়
07:09 আৰু নিশ্চিত কৰক যে Bond length(দৈৰ্ঘয়) 200 বা তাতকৈ বেছি হয়.
07:14 টুল বক্সত থকা চতুর্থ টুলবাৰটো Cycle টুল হয়
07:19 আমি ব্যবহাৰ কৰিব পৰা ইয়াতে বিভিন্ন টোল আছে.
07:22 যেনে -
07:24 Add a three membered cycle
07:26 Add a four membered cycle
07:29 আৰু কিছু cycle' টোল
07:32 আৰু তাৰপিছত ' Add a cycle টুল.
07:35 আমি Add a four membered cycle ব্যবহাৰ কৰিম.
07:40 সেয়ে ইয়াত ক্লিক কৰক.
07:42 তাৰপিছত ' Display area ত ক্লিক কৰক.
07:44 কোণত থকা চক্র (cycle) টোলৈ পৰমাণু যোগ কৰা যাওক.
07:49 যি কোনো এটা কোণত ক্লিক কৰক.
07:52 এটা 'সাবমেনু' প্রর্দশিত হয়. Atom' নির্বাচন কৰক আৰু তাৰপিছত Display symbolত ক্লিক কৰক.
07:58 অনুৰুপভাবে সকলো কোণত পৰমাণু যোগ কৰা যাওক.
08:03 প্রাপ্ত গঠনটো Cyclobutane হয়.
08:07 এতিয়া আমি mono-cyclic compound ৰ পৰা bi-cyclic compoundৰ লৈ ৰুপান্তৰ কৰো.
08:12 Add a six membered cycle' টুলত ক্লিক কৰক.
08:16 তাৰপিছত ' Display areaত ক্লিক কৰক.
08:19 ছাইকেল বন্ডত কার্সাৰডাল ৰাখক আৰু আকৌ এবাৰ ক্লিক কৰক.
08:24 Bi-cyclic compound লক্ষ্য কৰক
08:27 ফাইল সংৰক্ষণ কৰিবলৈ ' টুলবাৰত থকা Save the current file' আইকনত ক্লিক কৰক
08:32 ' Save as ডাইলগ বক্স প্রর্দশিত হয়.
08:35 ' Editing Molecules হিসাবে ফাইলৰ নাম লিখক
08:38 ' Saveবাটনত ক্লিক কৰক.
08:41 সংক্ষেপ কৰা যাওক.
08:43 এই টিউটোৰিয়েলত, আমি শিকিলো
08:45 এটা পৰমাণুত অাবদ্ধ ইলেকট্রনবোৰ যোগ কৰা
08:48 Carbonic acid আৰু Sulphuric acid ৰ গঠন আকা
08:53 এটা পৰমাণুৰ দলত এটা স্থানীয় চার্জ যুক্ত কৰক আৰু পৰিবর্তন কৰক
08:58 আমি আৰু শিকিছো
09:00 এটা পৰমাণুত এটা স্থানীয় চার্জ যুক্ত কৰা আৰু পৰিবর্তন কৰা
09:04 cyclic অণু যোগ কৰা
09:06 mono-cyclic অণুক bi-cyclic অণুলৈ ৰুপান্তৰ কৰা.
09:11 এট নিয়োগ হিসাবে
09:13 ডিসপ্লে এলাকাত এটা সাতটা সদস্য থকা চক্র যোগ কৰক
09:16 ইয়াক tricyclic যৌগ লৈ পৰিবর্তন কৰক.
09:20 তলৰ সংযোগত থকা ভিদিয়'তো চাওক http://spoken-tutorial.org/ What_is_a_Spoken_Tutorial
09:24 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09:27 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09:32 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:,স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
09:36 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09:40 অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org
09:46 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:50 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:57 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
10:03 এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya