Difference between revisions of "Advanced-Cpp/C2/Polymorphism/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border = 1
 
{| border = 1
| '''Time'''
+
| Time
| '''Narration'''
+
| Narration
 
|-
 
|-
 
| 00:02  
 
| 00:02  
| নমস্কাৰ দৰ্শক সকল. 'C++ত Polymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
+
| নমস্কাৰ দৰ্শক সকল. C++ত Polymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
  
 
|-
 
|-
Line 24: Line 24:
 
|-
 
|-
 
| 00:16  
 
| 00:16  
| এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি 'উবুন্টু অপাৰেটিং সিস্টেম' '' সংস্কৰণ 11.10 '' g++ কম্পাইলাৰ সংস্কৰণ 4.6.1 '' 'ব্যবহাৰ কৰিছো.
+
| এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো.
 
|-
 
|-
 
| 00:27  
 
| 00:27  
Line 31: Line 31:
 
|-
 
|-
 
| 00:31  
 
| 00:31  
| বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়.  
+
| বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়.  
 
|-
 
|-
 
| 00:36  
 
| 00:36  
Line 42: Line 42:
 
|-
 
|-
 
| 00:45  
 
| 00:45  
| '' 'Virtual' '' ফাংশন এটা ক্লাসৰ member ফাংশন হয়.  
+
| Virtual ফাংশন এটা ক্লাসৰ member ফাংশন হয়.  
  
 
|-
 
|-
Line 50: Line 50:
 
|-
 
|-
 
| 00:53  
 
| 00:53  
|  এইটো virtual keywordৰ সৈতে দিক্লেয়াৰ কৰা হয়.  
+
| এইটো virtual keywordৰ সৈতে দিক্লেয়াৰ কৰা হয়.  
  
 
|-
 
|-
 
| 00:57  
 
| 00:57  
| Virtual function' '' কল '' run-time ত সমাধান কৰা হয়. 
+
| Virtual function কল run-time ত সমাধান কৰা হয়.
  
 
|-
 
|-
 
| 01:01  
 
| 01:01  
| এতিয়া Virtual function'ৰ উপৰত এটা উদাহৰণ দেখা যাওক.  
+
| এতিয়া Virtual functionৰ উপৰত এটা উদাহৰণ দেখা যাওক.  
  
 
|-
 
|-
Line 70: Line 70:
 
|-
 
|-
 
| 01:10  
 
| 01:10  
| মন কৰক যে আমাৰ ফাইলৰ নাম' 'virtual.cpp' হয়.  
+
| মন কৰক যে আমাৰ ফাইলৰ নাম virtual.cpp হয়.  
  
 
|-
 
|-
Line 82: Line 82:
 
|-
 
|-
 
| 01:22  
 
| 01:22  
| এইটো আমাৰ হেডাৰ ফাইল '' 'iostream"হয়.
+
| এইটো আমাৰ হেডাৰ ফাইল iostream" হয়.
  
 
|-
 
|-
 
| 01:25  
 
| 01:25  
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.  
+
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.  
  
 
|-
 
|-
Line 94: Line 94:
 
|-
 
|-
 
| 01:33  
 
| 01:33  
| এইটো  base class হয়.  
+
| এইটো  base class হয়.  
  
 
|-
 
|-
 
| 01:35  
 
| 01:35  
|ইয়াত আমি width,height আৰু ar নামৰ  integer ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
+
|ইয়াত আমি width,height আৰু ar নামৰ  integer ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
  
 
|-
 
|-
Line 106: Line 106:
 
|-
 
|-
 
| 01:45  
 
| 01:45  
| 'তাৰপিছত আমাৰ উচৰত  public হিসাবে দিক্লেয়াৰ কৰা ফাংশন set_values ​​আছে.  
+
| তাৰপিছত আমাৰ উচৰত  public হিসাবে দিক্লেয়াৰ কৰা ফাংশন set_values ​​আছে.  
  
 
|-
 
|-
 
| 01:50  
 
| 01:50  
|ইয়াত আমাৰ উচৰত a আৰু b নামৰ দুটা '' আর্গুমেন্ট '' ''আছে.  
+
|ইয়াত আমাৰ উচৰত a আৰু b নামৰ দুটা আর্গুমেন্ট আছে.  
  
 
|-
 
|-
Line 118: Line 118:
 
|-
 
|-
 
| 02:00  
 
| 02:00  
| '' 'এইটো আমাৰ virtual function এলাকা হয়.  
+
| এইটো আমাৰ virtual function এলাকা হয়.  
  
 
|-
 
|-
Line 134: Line 134:
 
|-
 
|-
 
| 02:17  
 
| 02:17  
| ইয়াত আমি ফাংশন '' 'areaক '' ওভাৰৰাইড কৰো.  
+
| ইয়াত আমি ফাংশন areaক ওভাৰৰাইড কৰো.  
  
 
|-
 
|-
Line 146: Line 146:
 
|-
 
|-
 
| 02:25  
 
| 02:25  
| ইয়াত আমাৰ উচৰত  triangle নামৰ অন্য এটা দিৰাইভ্দ ক্লাছ আছে.  
+
| ইয়াত আমাৰ উচৰত  triangle নামৰ অন্য এটা দিৰাইভ্দ ক্লাছ আছে.  
  
 
|-
 
|-
Line 154: Line 154:
 
|-
 
|-
 
| 02:35  
 
| 02:35  
| ইয়াত আকৌ আমি ফাংশন '' 'area' '' ওভাৰৰাইড কৰো. 
+
| ইয়াত আকৌ আমি ফাংশন area ওভাৰৰাইড কৰো.  
 
|-
 
|-
 
| 02:39  
 
| 02:39  
Line 165: Line 165:
 
|-
 
|-
 
| 02:43  
 
| 02:43  
| এইটো আমাৰ main function হয়.
+
| এইটো আমাৰ main function হয়.
  
 
|-
 
|-
 
| 02:46  
 
| 02:46  
| ইয়াতে আমি p নামৰ class parallelogramৰ এটা অবজেক্ট  তৈয়াৰ কৰো.  
+
| ইয়াতে আমি p নামৰ class parallelogramৰ এটা অবজেক্ট  তৈয়াৰ কৰো.  
  
 
|-  
 
|-  
Line 177: Line 177:
 
|-
 
|-
 
| 02:56  
 
| 02:56  
| এইটো ''class parallelogramৰ পয়েন্টাৰ' '' হয়.  
+
| এইটো class parallelogramৰ পয়েন্টাৰ হয়.  
  
 
|-
 
|-
Line 189: Line 189:
 
|-
 
|-
 
| 03:08  
 
| 03:08  
| ইয়াতে আমি ক্লাস Rectangle আৰু Triangleৰ অবজেক্ট  তৈয়াৰ কৰো
+
| ইয়াতে আমি ক্লাস Rectangle আৰু Triangleৰ অবজেক্ট  তৈয়াৰ কৰো
  
 
|-
 
|-
Line 197: Line 197:
 
|-
 
|-
 
| 03:18  
 
| 03:18  
| তাৰপিছত আমি 3 আৰু 2 হিসাবে 'আর্গুমেন্ট' পাছ কৰো.
+
| তাৰপিছত আমি 3 আৰু 2 হিসাবে আর্গুমেন্ট পাছ কৰো.
  
 
|-
 
|-
 
| 03:23  
 
| 03:23  
| তাৰপিছত আমি 'ফাংশন এলাকা কল কৰো.
+
| তাৰপিছত আমি ফাংশন এলাকা কল কৰো.
  
 
|-
 
|-
 
| 03:26  
 
| 03:26  
| ইয়াত, ''  Parallelক  ''rectৰ ঠিকনা লৈ নির্ধাৰিত কৰিছো.
+
| ইয়াত,   Parallelক  rectৰ ঠিকনা লৈ নির্ধাৰিত কৰিছো.
  
 
|-
 
|-
 
| 03:30  
 
| 03:30  
| '' rect' '' Rectangle  ক্লাসৰ অবজেক্ট '' হয় .
+
| rect Rectangle  ক্লাসৰ অবজেক্ট হয় .
  
 
|-
 
|-
 
| 03:33  
 
| 03:33  
| আকৌ আমি '' '' '' 4 আৰু '5 '' হিসাবে 'আর্গুমেন্টপাস কৰো.  
+
| আকৌ আমি   4 আৰু 5 হিসাবে আর্গুমেন্ট পাস কৰো.  
  
 
|-
 
|-
 
| 03:37  
 
| 03:37  
| আৰু আমি 'function area' কল কৰো
+
| আৰু আমি function area কল কৰো
  
 
|-
 
|-
 
| 03:40  
 
| 03:40  
| আৰু শেষলৈ আমি Triangle ৰ  ঠিকনালৈ  Parallel নিয়োগ কৰো 
+
| আৰু শেষলৈ আমি Triangle ৰ  ঠিকনালৈ  Parallel নিয়োগ কৰো 
  
 
|-
 
|-
 
| 03:45  
 
| 03:45  
| ''trgl.
+
| trgl.
  
 
|-
 
|-
 
| 03:47  
 
| 03:47  
| এইটো  '' class Triangleৰ অবজেক্ট হয়.
+
| এইটো  class Triangleৰ অবজেক্ট হয়.
  
 
|-
 
|-
 
| 03:51  
 
| 03:51  
| ইয়াত আমি  '' '6' ''আৰু '5 হিসাবে 'আর্গুমেন্ট' 'পাছ কৰো.
+
| ইয়াত আমি  6 আৰু 5 হিসাবে আর্গুমেন্ট পাছ কৰো.
 
|-
 
|-
 
| 03:54  
 
| 03:54  
| আৰু '' function area' কল কৰো.  
+
| আৰু function area কল কৰো.  
  
 
|-
 
|-
 
| 03:56  
 
| 03:56  
| আৰু এইটো আমাৰ '' ' return '' স্তেটমেন্ট হয়.
+
| আৰু এইটো আমাৰ   return স্তেটমেন্ট হয়.
  
 
|-
 
|-
Line 248: Line 248:
 
|-
 
|-
 
| 04:02  
 
| 04:02  
| আপোনাৰ কীবোর্ডত "' Ctrl, Alt আৰু T '' কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
+
| আপোনাৰ কীবোর্ডত " Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
 
|-
 
|-
 
| 04:09  
 
| 04:09  
| কম্পাইল কৰাৰ বাবে:  
+
| কম্পাইল কৰাৰ বাবে:  
  
 
|-
 
|-
 
| 04:10  
 
| 04:10  
| ''g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir. এন্টাৰ টিপক.
+
| g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir. এন্টাৰ টিপক.
  
 
|-
 
|-
 
| 04:20  
 
| 04:20  
| লিখক '' './vir' '' '' '' এন্টাৰ টিপক.
+
| লিখক ./vir   এন্টাৰ টিপক.
  
 
|-
 
|-
 
| 04:24  
 
| 04:24  
| আপোনি দেখিব পাৰিব যে, আউটপুট এনেধৰনে প্রদর্শন হয়:  
+
| আপোনি দেখিব পাৰিব যে, আউটপুট এনেধৰনে প্রদর্শন হয়:  
  
 
|-
 
|-
Line 279: Line 279:
 
|-
 
|-
 
| 04:34  
 
| 04:34  
| আমাৰ স্লাইডলৈ উভতি আহক.  
+
| আমাৰ স্লাইডলৈ উভতি আহক.  
  
 
|-
 
|-
 
| 04:36  
 
| 04:36  
| আমি সংক্ষেপ কৰো.  
+
| আমি সংক্ষেপ কৰো.  
  
 
|-
 
|-
Line 295: Line 295:
 
|-
 
|-
 
| 04:41  
 
| 04:41  
| ভার্চুয়াল ফাংশন যেনে '' 'Virtual int' '' এলাকা  
+
| ভার্চুয়াল ফাংশন যেনে Virtual int এলাকা  
  
 
|-
 
|-
Line 322: Line 322:
 
|-
 
|-
 
| 05:04  
 
| 05:04  
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে 
+
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে 
 
|-
 
|-
 
| 05:06  
 
| 05:06  

Revision as of 15:47, 20 February 2017

Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. C++ত Polymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:10 Polymorphism.
00:11 Virtual Function.
00:13 আমি এইটো এটা উদাহৰণ দি এই কাম কৰিম.
00:16 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো.
00:27 আমি polymorphismৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:31 বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়.
00:36 এইটো বিভিন্ন উপায়েৰে একেই নামৰ ফাংশন এটা ব্যবহাৰ কৰাৰ প্রক্রিয়া হয়.
00:42 আমি এতিয়া ভার্চুয়াল ফাংশন চাও.
00:45 Virtual ফাংশন এটা ক্লাসৰ member ফাংশন হয়.
00:49 এইটো তাৰ derived classত ওভাৰৰাইড কৰা যায় .
00:53 এইটো virtual keywordৰ সৈতে দিক্লেয়াৰ কৰা হয়.
00:57 Virtual function কল run-time ত সমাধান কৰা হয়.
01:01 এতিয়া Virtual functionৰ উপৰত এটা উদাহৰণ দেখা যাওক.
01:06 আমি ইতিমধ্যে কোডটো লিখিলো.
01:08 আমি এইটোৰ মাধ্যমেৰে যাও.
01:10 মন কৰক যে আমাৰ ফাইলৰ নাম virtual.cpp হয়.
01:15 এই প্ৰোগ্ৰামত,
01:16 আমি এটা আয়তক্ষেত্র, সামন্তৰিক আৰু ত্রিভুজৰ এলাকা গণনা কৰিম.
01:22 এইটো আমাৰ হেডাৰ ফাইল iostream" হয়.
01:25 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:29 তাৰপিছত আমাৰ উচৰত এটা class parallelogram আছে
01:33 এইটো base class হয়.
01:35 ইয়াত আমি width,height আৰু ar নামৰ integer ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
01:42 এইবোৰ protected বুলি দিক্লেয়াৰ কৰা হয়.
01:45 তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা ফাংশন set_values ​​আছে.
01:50 ইয়াত আমাৰ উচৰত a আৰু b নামৰ দুটা আর্গুমেন্ট আছে.
01:55 তাৰপিছত আমি public members ব্যবহাৰ কৰি protected members উপলব্ধ কৰিছো.
02:00 এইটো আমাৰ virtual function এলাকা হয়.
02:04 ইয়াত আমি সামন্তৰিকৰ এলাকা নিৰুপণ কৰিম.
02:07 তাৰপিছত আমাৰ উচৰত class Rectangle নামৰ এটা derived class আছে.
02:12 ই বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে.
02:17 ইয়াত আমি ফাংশন areaক ওভাৰৰাইড কৰো.
02:21 তাৰপিছত আমি আয়তক্ষেত্রৰ এলাকা নিৰুপণ কৰো.
02:23 আৰু মানটো প্রিন্ট কৰো.
02:25 ইয়াত আমাৰ উচৰত triangle নামৰ অন্য এটা দিৰাইভ্দ ক্লাছ আছে.
02:29 ইয়ো বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে.
02:35 ইয়াত আকৌ আমি ফাংশন area ওভাৰৰাইড কৰো.
02:39 তাৰপিছত আমি ত্রিভুজৰ এলাকা নিৰুপণ কৰো.
02:41 আৰু মানটো প্রিন্ট কৰো.
02:43 এইটো আমাৰ main function হয়.
02:46 ইয়াতে আমি p নামৰ class parallelogramৰ এটা অবজেক্ট তৈয়াৰ কৰো.
02:52 আমি ইয়াতে pointer parallel দেখিব পাৰো.
02:56 এইটো class parallelogramৰ পয়েন্টাৰ হয়.
03:00 এইটোক Base pointer বুলি কোৱা হয়.
03:03 বেস ক্লাসৰ পয়েন্টাৰে দিৰাইভ্দ ক্লাছৰ অবজেক্টকলৈ নির্দেশ দিব পাৰে.
03:08 ইয়াতে আমি ক্লাস Rectangle আৰু Triangleৰ অবজেক্ট তৈয়াৰ কৰো
03:14 ইয়াতে, Parallel এ pৰ ঠিকনালৈ নিৰ্দেশ দিছে.
03:18 তাৰপিছত আমি 3 আৰু 2 হিসাবে আর্গুমেন্ট পাছ কৰো.
03:23 তাৰপিছত আমি ফাংশন এলাকা কল কৰো.
03:26 ইয়াত, Parallelক rectৰ ঠিকনা লৈ নির্ধাৰিত কৰিছো.
03:30 rect Rectangle ক্লাসৰ অবজেক্ট হয় .
03:33 আকৌ আমি 4 আৰু 5 হিসাবে আর্গুমেন্ট পাস কৰো.
03:37 আৰু আমি function area কল কৰো
03:40 আৰু শেষলৈ আমি Triangle ৰ ঠিকনালৈ Parallel নিয়োগ কৰো
03:45 trgl.
03:47 এইটো class Triangleৰ অবজেক্ট হয়.
03:51 ইয়াত আমি 6 আৰু 5 হিসাবে আর্গুমেন্ট পাছ কৰো.
03:54 আৰু function area কল কৰো.
03:56 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
03:59 এতিয়া আমাৰ প্রোগ্রামটো সম্পাদনা কৰো.
04:02 আপোনাৰ কীবোর্ডত " Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
04:09 কম্পাইল কৰাৰ বাবে:
04:10 g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir. এন্টাৰ টিপক.
04:20 লিখক ./vir এন্টাৰ টিপক.
04:24 আপোনি দেখিব পাৰিব যে, আউটপুট এনেধৰনে প্রদর্শন হয়:
04:27 Area of parallelogram is 6
04:29 Area of rectangle is 20
04:31 আৰু Area of triangle is 15
04:34 আমাৰ স্লাইডলৈ উভতি আহক.
04:36 আমি সংক্ষেপ কৰো.
04:37 এই টিউটোৰিয়েলত আমি শিকিছো
04:39 Polymorphism.
04:41 ভার্চুয়াল ফাংশন যেনে Virtual int এলাকা
04:45 এটা নিয়োগ হিসাবে
04:46 আয়তক্ষেত্র, বর্গক্ষেত্র আৰু ত্রিভুজৰ ঘেৰ(perimeter) গণনা কৰক.
04:50 এটা ভার্চুয়েল ফাংশন হিসাবে ঘেৰ(perimeter) তৈয়াৰ কৰক.
04:54 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:57 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
05:00 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:04 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
05:06 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
05:09 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
05:14 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
05:21 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
05:25 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
05:32 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
05:37 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya