Advanced-Cpp/C2/Polymorphism/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ দৰ্শক সকল. C++ত Polymorphism ৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:10 Polymorphism.Virtual Function.
00:13 আমি এইটো এটা উদাহৰণ দি এই কাম কৰিম.
00:16 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো.
00:27 আমি polymorphismৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:31 বিভিন্ন ৰুপ লোৱা ক্ষমতা থকাকেই polymorphism হয়.
00:36 এইটো বিভিন্ন উপায়েৰে একেই নামৰ ফাংশন এটা ব্যবহাৰ কৰাৰ প্রক্রিয়া হয়.
00:42 আমি এতিয়া ভার্চুয়াল ফাংশন চাও.
00:45 Virtual ফাংশন এটা ক্লাসৰ member ফাংশন হয়.
00:49 এইটো তাৰ derived classত ওভাৰৰাইড কৰা যায় .
00:53 এইটো virtual keywordৰ সৈতে দিক্লেয়াৰ কৰা হয়.
00:57 Virtual function কল run-time ত সমাধান কৰা হয়.
01:01 এতিয়া Virtual functionৰ উপৰত এটা উদাহৰণ দেখা যাওক.
01:06 আমি ইতিমধ্যে কোডটো লিখিলো.
01:08 আমি এইটোৰ মাধ্যমেৰে যাও.
01:10 মন কৰক যে আমাৰ ফাইলৰ নাম virtual.cpp হয়.
01:15 এই প্ৰোগ্ৰামত,
01:16 আমি এটা আয়তক্ষেত্র, সামন্তৰিক আৰু ত্রিভুজৰ এলাকা গণনা কৰিম.
01:22 এইটো আমাৰ হেডাৰ ফাইল iostream" হয়.
01:25 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:29 তাৰপিছত আমাৰ উচৰত এটা class parallelogram আছে
01:33 এইটো base class হয়.
01:35 ইয়াত আমি width,height আৰু ar নামৰ integer ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
01:42 এইবোৰ protected বুলি দিক্লেয়াৰ কৰা হয়.
01:45 তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা ফাংশন set_values ​​আছে.
01:50 ইয়াত আমাৰ উচৰত a আৰু b নামৰ দুটা আর্গুমেন্ট আছে.
01:55 তাৰপিছত আমি public members ব্যবহাৰ কৰি protected members উপলব্ধ কৰিছো.
02:00 এইটো আমাৰ virtual function এলাকা হয়.
02:04 ইয়াত আমি সামন্তৰিকৰ এলাকা নিৰুপণ কৰিম.
02:07 তাৰপিছত আমাৰ উচৰত class Rectangle নামৰ এটা derived class আছে.
02:12 ই বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে.
02:17 ইয়াত আমি ফাংশন areaক ওভাৰৰাইড কৰো.
02:21 তাৰপিছত আমি আয়তক্ষেত্রৰ এলাকা নিৰুপণ কৰো.
02:23 আৰু মানটো প্রিন্ট কৰো.
02:25 ইয়াত আমাৰ উচৰত triangle নামৰ অন্য এটা দিৰাইভ্দ ক্লাছ আছে.
02:29 ইয়ো বেস ক্লাছ parallelogramৰ বৈশিষ্ট্য আহৰণ কৰে.
02:35 ইয়াত আকৌ আমি ফাংশন area ওভাৰৰাইড কৰো.
02:39 তাৰপিছত আমি ত্রিভুজৰ এলাকা নিৰুপণ কৰো.
02:41 আৰু মানটো প্রিন্ট কৰো.
02:43 এইটো আমাৰ main function হয়.
02:46 ইয়াতে আমি p নামৰ class parallelogramৰ এটা অবজেক্ট তৈয়াৰ কৰো.
02:52 আমি ইয়াতে pointer parallel দেখিব পাৰো.
02:56 এইটো class parallelogramৰ পয়েন্টাৰ হয়.
03:00 এইটোক Base pointer বুলি কোৱা হয়.
03:03 বেস ক্লাসৰ পয়েন্টাৰে দিৰাইভ্দ ক্লাছৰ অবজেক্টকলৈ নির্দেশ দিব পাৰে.
03:08 ইয়াতে আমি ক্লাস Rectangle আৰু Triangleৰ অবজেক্ট তৈয়াৰ কৰো
03:14 ইয়াতে, Parallel এ pৰ ঠিকনালৈ নিৰ্দেশ দিছে.
03:18 তাৰপিছত আমি 3 আৰু 2 হিসাবে আর্গুমেন্ট পাছ কৰো.
03:23 তাৰপিছত আমি ফাংশন এলাকা কল কৰো.
03:26 ইয়াত, Parallelক rectৰ ঠিকনা লৈ নির্ধাৰিত কৰিছো.
03:30 rect Rectangle ক্লাসৰ অবজেক্ট হয় .
03:33 আকৌ আমি 4 আৰু 5 হিসাবে আর্গুমেন্ট পাস কৰো.
03:37 আৰু আমি function area কল কৰো
03:40 আৰু শেষলৈ আমি Triangle ৰ ঠিকনালৈ Parallel নিয়োগ কৰো
03:45 trgl.
03:47 এইটো class Triangleৰ অবজেক্ট হয়.
03:51 ইয়াত আমি 6 আৰু 5 হিসাবে আর্গুমেন্ট পাছ কৰো.
03:54 আৰু function area কল কৰো.
03:56 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
03:59 এতিয়া আমাৰ প্রোগ্রামটো সম্পাদনা কৰো.
04:02 আপোনাৰ কীবোর্ডত " Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
04:09 কম্পাইল কৰাৰ বাবে:
04:10 g++ স্পেচ virtual.cpp স্পেচ -o স্পেচ vir. এন্টাৰ টিপক.
04:20 লিখক ./vir এন্টাৰ টিপক.
04:24 আপোনি দেখিব পাৰিব যে, আউটপুট এনেধৰনে প্রদর্শন হয়:
04:27 Area of parallelogram is 6
04:29 Area of rectangle is 20
04:31 আৰু Area of triangle is 15
04:34 আমাৰ স্লাইডলৈ উভতি আহক.
04:36 আমি সংক্ষেপ কৰো.
04:37 এই টিউটোৰিয়েলত আমি শিকিছো
04:39 Polymorphism.
04:41 ভার্চুয়াল ফাংশন যেনে Virtual int এলাকা
04:45 এটা নিয়োগ হিসাবে
04:46 আয়তক্ষেত্র, বর্গক্ষেত্র আৰু ত্রিভুজৰ ঘেৰ(perimeter) গণনা কৰক.
04:50 এটা ভার্চুয়েল ফাংশন হিসাবে ঘেৰ(perimeter) তৈয়াৰ কৰক.
04:54 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:57 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
05:00 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:04 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
05:06 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
05:09 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
05:14 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
05:21 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
05:25 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
05:32 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
05:37 এই পাঠটি মৌচুমী মেধীৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya