Difference between revisions of "Advanced-Cpp/C2/Inheritance/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{| border=1
 
{| border=1
| '''Time'''
+
| Time
| '''Narration'''
+
| Narration
 
|-
 
|-
 
| 00:01  
 
| 00:01  
Line 28: Line 28:
 
|-
 
|-
 
| 00:19  
 
| 00:19  
| '' 'উবুন্টু অপাৰেটিং সিস্টেম' '' সংস্কৰণ 11.10 '' '
+
| উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10  
  
 
|-
 
|-
 
| 00:24  
 
| 00:24  
| '' 'g++ compiler  সংস্কৰণ  4.6.1 ''
+
| g++ compiler  সংস্কৰণ  4.6.1
  
 
|-
 
|-
Line 145: Line 145:
 
|-
 
|-
 
| 02:23  
 
| 02:23  
| আমাৰ ফাইলৰ নাম '' exam_inherit.cpp '' ' হয়  
+
| আমাৰ ফাইলৰ নাম exam_inherit.cpp   হয়  
  
 
|-
 
|-
Line 152: Line 152:
 
|-
 
|-
 
| 02:35  
 
| 02:35  
|এইটো আমাৰ হেডাৰ ফাইল '' '' Iostream '' '
+
|এইটো আমাৰ হেডাৰ ফাইল   Iostream
  
 
|-
 
|-
Line 160: Line 160:
 
|-
 
|-
 
| 02:42  
 
| 02:42  
| ইয়াত আমাৰ উচৰত '' 'student" বর্গ আছে   
+
| ইয়াত আমাৰ উচৰত student" বর্গ আছে   
  
 
|-
 
|-
 
| 02:44  
 
| 02:44  
| তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল'' roll_no আৰু character array name  আছে
+
| তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no আৰু character array name  আছে
  
 
|-
 
|-
 
| 02:53  
 
| 02:53  
| ফাংশন '' 'input ' '' আৰু ফাংশন '' 'display ' '' ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .  
+
| ফাংশন input   আৰু ফাংশন   display   ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .  
  
 
|-
 
|-
 
| 02:59  
 
| 02:59  
| ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি '' 'input' '' ফাংশন ব্যবহাৰ কৰিম.  
+
| ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি input ফাংশন ব্যবহাৰ কৰিম.  
  
 
|-
 
|-
 
| 03:06  
 
| 03:06  
| তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ '' '' display  ফাংশন আছে.  
+
| তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ   display  ফাংশন আছে.  
  
 
|-
 
|-
 
| 03:11  
 
| 03:11  
| ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে '' 'exam_inherit.'
+
| ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে   exam_inherit.
  
 
|-
 
|-
Line 192: Line 192:
 
|-
 
|-
 
| 03:23  
 
| 03:23  
| তাৰপিছত আমি '' 'sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো  
+
| তাৰপিছত আমি sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো  
  
 
|-
 
|-
 
| 03:28  
 
| 03:28  
| private ভেৰিয়েবল হিচাবে '' ' class exam_inherit.  
+
| private ভেৰিয়েবল হিচাবে   class exam_inherit.  
 
|-
 
|-
 
| 03:33  
 
| 03:33  
Line 202: Line 202:
 
|-
 
|-
 
| 03:41  
 
| 03:41  
| ইয়াত আমি '' 'exam_inherit" ক্লাছ বন্ধ কৰিম  
+
| ইয়াত আমি exam_inherit" ক্লাছ বন্ধ কৰিম  
  
 
|-
 
|-
 
| 03:44  
 
| 03:44  
| এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ' '' input_exam '' 'ফাংশন ব্যবহাৰ কৰিছো.  
+
| এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ input_exam ফাংশন ব্যবহাৰ কৰিছো.  
  
 
|-
 
|-
 
| 03:52  
 
| 03:52  
| ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ '' display_exam '' '' ফাংশন ব্যবহাৰ কৰিছো.  
+
| ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam   ফাংশন ব্যবহাৰ কৰিছো.  
  
 
|-
 
|-
Line 218: Line 218:
 
|-
 
|-
 
| 04:01  
 
| 04:01  
| এইটো আমাৰ 'main function হয়.
+
| এইটো আমাৰ main function হয়.
  
 
|-
 
|-
Line 258: Line 258:
 
|-
 
|-
 
| 04:43  
 
| 04:43  
| '' ./exam ' '' Enter টিপক.  
+
| ./exam   Enter টিপক.  
  
 
|-
 
|-
Line 290: Line 290:
 
|-
 
|-
 
| 05:00  
 
| 05:00  
| '' 'subject 2ত 70 হিচাবে দিও
+
| subject 2ত 70 হিচাবে দিও
  
 
|-
 
|-
 
| 05:02  
 
| 05:02  
| আৰু' subject 3ত 80 হিচাবে দিও
+
| আৰু subject 3ত 80 হিচাবে দিও
 
|-
 
|-
 
| 05:06  
 
| 05:06  
Line 323: Line 323:
 
|-
 
|-
 
| 05:22  
 
| 05:22  
| আমাৰ ফাইলৰ নাম '' multilevel.cpp ''  হয়   
+
| আমাৰ ফাইলৰ নাম multilevel.cpp   হয়   
  
 
|-
 
|-
Line 351: Line 351:
 
|-
 
|-
 
| 05:56  
 
| 05:56  
| আৰু ক্লাছ  gradeৰ বাবে ক্লাছ '''exam_inherit' 'বেস ক্লাছ  হয়
+
| আৰু ক্লাছ  gradeৰ বাবে ক্লাছ exam_inherit বেস ক্লাছ  হয়
  
 
|-
 
|-
 
| 06:02  
 
| 06:02  
| ক্লাস '' 'exam_inheritৰ 'সমস্ত ফাংছন আৰু' তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
+
| ক্লাস exam_inheritৰ সমস্ত ফাংছন আৰু তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
  
 
|-
 
|-
Line 382: Line 382:
 
|-
 
|-
 
| 06:36  
 
| 06:36  
| তাৰপিছত আমি '' 'gd' অবজেক্ট '' ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
+
| তাৰপিছত আমি gd অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
  
 
|-
 
|-
 
| 06:40  
 
| 06:40  
| '' 'gd.input ()' ''
+
| gd.input ()
  
 
|-
 
|-
 
| 06:42  
 
| 06:42  
| '' 'input_exam' ''
+
| input_exam
  
 
|-
 
|-
 
| 06:44  
 
| 06:44  
| '' 'display ' ''
+
| display  
  
 
|-
 
|-
 
| 06:45  
 
| 06:45  
| '' 'display_exam  
+
| display_exam  
  
 
|-
 
|-
 
| 06:46  
 
| 06:46  
| আৰু ''' average function.  
+
| আৰু average function.  
  
 
|-
 
|-
 
| 06:49  
 
| 06:49  
| আৰু এইটো আমাৰ 'return স্তেটমেন্ট হয়.
+
| আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
  
 
|-
 
|-
Line 414: Line 414:
 
|-
 
|-
 
| 06:56  
 
| 06:56  
| আৰু ক্লাছ grade ৰ বাবে 'exam_inherit' 'বেস ক্লাছ হয়
+
| আৰু ক্লাছ grade ৰ বাবে exam_inherit বেস ক্লাছ হয়
  
 
|-
 
|-
 
| 07:01  
 
| 07:01  
| আৰু ইয়াত ক্লাছ '' 'exam_inherit' '' derived ক্লাছ হয়
+
| আৰু ইয়াত ক্লাছ exam_inherit derived ক্লাছ হয়
  
 
|-
 
|-
 
| 07:06  
 
| 07:06  
| আৰু ক্লাছ '' 'exam_inherit' 'ৰ বাবে ক্লাছ student 'বেস ক্লাছ হয়
+
| আৰু ক্লাছ exam_inherit ৰ বাবে ক্লাছ student বেস ক্লাছ হয়
  
 
|-
 
|-
Line 454: Line 454:
 
|-
 
|-
 
| 07:32  
 
| 07:32  
| ইয়াতে আমি চাও,' 'Enter Roll no.:  
+
| ইয়াতে আমি চাও, Enter Roll no.:  
  
 
|-
 
|-
 
| 07:34  
 
| 07:34  
|আমি '' '' 2 '' হিচাবে লিখো  
+
|আমি   2 হিচাবে লিখো  
  
 
|-
 
|-
Line 466: Line 466:
 
|-
 
|-
 
| 07:38  
 
| 07:38  
| আমি '' '' Pratham '' হিচাবে লিখো  
+
| আমি   Pratham হিচাবে লিখো  
  
 
|-
 
|-
Line 474: Line 474:
 
|-
 
|-
 
| 07:43  
 
| 07:43  
| আমি '' ''  '65' '' হিচাবে লিখো  
+
| আমি   65 হিচাবে লিখো  
  
 
|-
 
|-
Line 481: Line 481:
 
|-
 
|-
 
| 07:48  
 
| 07:48  
| '' '82 হিসাবে subject3' ''
+
| 82 হিসাবে subject3
  
 
|-
 
|-
Line 489: Line 489:
 
|-
 
|-
 
| 07:54  
 
| 07:54  
| '' Roll no is: 2  
+
| Roll no is: 2  
  
 
|-
 
|-
 
| 07:56  
 
| 07:56  
|'' Name is: Pratham  
+
| Name is: Pratham  
  
 
|-
 
|-
 
| 07:57  
 
| 07:57  
| '' Total is: 214 আৰু
+
| Total is: 214 আৰু
  
 
|-
 
|-
Line 525: Line 525:
 
|-
 
|-
 
| 08:11  
 
| 08:11  
| ''  Inheritanceৰ প্রকাৰ
+
| Inheritanceৰ প্রকাৰ
  
 
|-
 
|-

Revision as of 15:35, 20 February 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:06 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Inheritance
00:10 inheritance প্রকাৰ
00:12 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:16 এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:19 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:24 g++ compiler সংস্কৰণ 4.6.1
00:28 আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:32 যেতিয়া এটা অবজেক্টয়ে অন্যৰ বৈশিস্ঠ ( property) অর্জন কৰে এইটোক inheritance বোলা হয়
00:38 এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়.
00:44 inheritance প্রকাৰ
00:45 Single level inheritance
00:48 Multiple level inheritance
00:50 Hierarchical Inheritance
00:52 Multilevel inheritance
00:55 Hybrid Inheritance
00:57 প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও.
01:02 বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে.
01:06 ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়.
01:09 ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে.
01:14 দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়.
01:18 দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে.
01:23 আমি চাও single levelৰ inheritance কি হয় .
01:27 Single levelৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়.
01:34 Multiple ( একাধিক) inheritance
01:37 একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে.
01:44 Hierarchical Inheritance
01:47 Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে.
01:55 Multilevel inheritance
01:57 Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে.
02:05 আৰু Hybrid inheritance
02:08 Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয়
02:14 এতিয়া আমি single levelৰ inheritanceৰ এটা উদাহৰণ চাও.
02:18 আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো.
02:21 আমি এইটোক ব্যাখ্যা কৰিম.
02:23 আমাৰ ফাইলৰ নাম exam_inherit.cpp হয়
02:28 উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে.
02:35 এইটো আমাৰ হেডাৰ ফাইল Iostream
02:38 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
02:42 ইয়াত আমাৰ উচৰত student" বর্গ আছে
02:44 তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no আৰু character array name আছে
02:53 ফাংশন input আৰু ফাংশন display ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .
02:59 ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি input ফাংশন ব্যবহাৰ কৰিম.
03:06 তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ display ফাংশন আছে.
03:11 ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে exam_inherit.
03:16 এইটো দিৰাইভ্দ ক্ললাছ হয়.
03:18 ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে.
03:23 তাৰপিছত আমি sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো
03:28 private ভেৰিয়েবল হিচাবে class exam_inherit.
03:33 ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে.
03:41 ইয়াত আমি exam_inherit" ক্লাছ বন্ধ কৰিম
03:44 এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ input_exam ফাংশন ব্যবহাৰ কৰিছো.
03:52 ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো.
03:59 তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো.
04:01 এইটো আমাৰ main function হয়.
04:03 ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ এটা অবজেক্ট তৈয়াৰ কৰিছো
04:10 তাৰপিছত আমি ex অবজেক্টটো ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো
04:15 আৰু এইটো আমাৰ return স্টেতমেন্ট হয়
04:18 আমি প্রোগ্রামটো সম্পাদন কৰো
04:20 আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
04:30 কম্পাইল কৰাৰ বাবে টাইপ কৰক
04:31 g++ (স্পেচ)exam_inherit.cpp (স্পেচ)-o (স্পেচ) exam
04:41 Enter টিপক.
04:42 লিখক
04:43 ./exam Enter টিপক.
04:46 ইয়াত এনেধৰনে প্রদর্শন কৰা হয়,
04:47 Enter Roll no.:
04:49 আমি 1 হিসাবে দিও
04:51 Enter Name:
04:52 আমি Arya হিসাবে দিও
04:55 Enter marks of subject1
04:57 আমি 60 হিসাবে দিও
05:00 subject 2ত 70 হিচাবে দিও
05:02 আৰু subject 3ত 80 হিচাবে দিও
05:06 আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয়
05:08 Roll no is: 1
05:09 Name is: Arya আৰু
05:11 Total is: 210
05:13 এতিয়া আমি একেই উদাহৰণত multilevel inheritance দেখা পাম
05:18 আমি ইতিমধেয় কোডটো টাইপ কৰিছো.
05:20 আমি আমাৰ সম্পাদকৰলৈ উভতি যাও.
05:22 আমাৰ ফাইলৰ নাম multilevel.cpp হয়
05:28 ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো.
05:32 class exam_inheritৰ public variable হিচাবে.
05:38 ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয়
05:44 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ grade আছে.
05:49 ই ক্লাছ exam_inherit আহৰণ কৰে
05:53 ক্লাছ grade দিৰাইভ্দ ক্লাছ হয়
05:56 আৰু ক্লাছ gradeৰ বাবে ক্লাছ exam_inherit বেস ক্লাছ হয়
06:02 ক্লাস exam_inheritৰ সমস্ত ফাংছন আৰু তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
06:11 ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো
06:17 আৰু public হিচাবে ফাংশন average হয়
06:21 তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম.
06:23 ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো
06:27 তাৰিছত আমি average প্রিন্ট কৰো
06:30 আমি main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো
06:36 তাৰপিছত আমি gd অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
06:40 gd.input ()
06:42 input_exam
06:44 display
06:45 display_exam
06:46 আৰু average function.
06:49 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
06:52 এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয়
06:56 আৰু ক্লাছ grade ৰ বাবে exam_inherit বেস ক্লাছ হয়
07:01 আৰু ইয়াত ক্লাছ exam_inherit derived ক্লাছ হয়
07:06 আৰু ক্লাছ exam_inherit ৰ বাবে ক্লাছ student বেস ক্লাছ হয়
07:12 আমি প্রোগ্রামটো সম্পাদনা কৰো.
07:14 আমি টার্মিনাললৈ আহো.
07:17 কম্পাইল কৰাৰ বাবে টাইপ কৰক
07:18 g++ (স্পেচ) multilevel.cpp (স্পেচ) -o (স্পেচ) mul
07:26 Enter টিপক
07:27 ./mul লিখক
07:30 Enter টিপক
07:32 ইয়াতে আমি চাও, Enter Roll no.:
07:34 আমি 2 হিচাবে লিখো
07:36 Enter Name:
07:38 আমি Pratham হিচাবে লিখো
07:41 Enter marks of subject1
07:43 আমি 65 হিচাবে লিখো
07:46 67 হিচাবে subject2
07:48 82 হিসাবে subject3
07:52 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07:54 Roll no is: 2
07:56 Name is: Pratham
07:57 Total is: 214 আৰু
07:59 Average is: 71
08:01 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
08:05 আমি স্লাইডবোৰলৈ যাও.
08:07 আমি সংক্ষেপ কৰো
08:08 এই টিউটোৰিয়েলত, আমি শিকিছো,
08:10 Inheritance আৰু
08:11 Inheritanceৰ প্রকাৰ
08:14 এটা নিয়োগ হিসাবে
08:15 এটা ক্লাছ Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক.
08:18 তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক.
08:23 তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক.
08:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
08:44 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
08:53 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:13 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya