Difference between revisions of "Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by one other user not shown)
Line 1: Line 1:
 
{|border=1
 
{|border=1
|'''Time'''
+
|Time
|'''Narration'''
+
|Narration
  
 
|-
 
|-
 
|00:01
 
|00:01
|অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
+
|নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
  
 
|-
 
|-
 
|00:09
 
|00:09
|এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে
+
|এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে
  
 
|-
 
|-
 
|00:13
 
|00:13
|Extend,
+
|Extend, Configuration,
 
+
|-
+
|00:15
+
|Configuration,
+
  
 
|-
 
|-
Line 25: Line 21:
 
|-
 
|-
 
|00:18
 
|00:18
|'Report.
+
|Report.
  
 
|-
 
|-
 
|00:20
 
|00:20
 
|এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
 
|এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
 
+
উবুন্টু অপাৰেটিং সিস্টেম
* '' 'উবুন্টু অপাৰেটিং সিস্টেম' ''
+
Drupal 8 আৰু
* '' 'Drupal 8' '' আৰু
+
ফায়াৰফক্স ওয়েব ব্রাউজাৰ
* '' 'ফায়াৰফক্স' '' ওয়েব ব্রাউজাৰ
+
  
 
|-
 
|-
Line 41: Line 36:
 
|-
 
|-
 
|00:34
 
|00:34
| আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো.
+
| আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো.
  
 
|-
 
|-
 
|00:38
 
|00:38
|আমি আগেই উল্লেখ কৰিছো, '' 'Drupal ' '' এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে.
+
|আমি আগেই উল্লেখ কৰিছো, Drupal  এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে.
  
 
|-
 
|-
 
|00:45
 
|00:45
|এই  Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো  
+
|এই  Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো  
  
 
|-
 
|-
 
|00:53
 
|00:53
|''Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ '' 'মডিউল' ''ৰ এটা ওভাৰভিউ দিয়ে.
+
|Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে.
  
 
|-
 
|-
Line 61: Line 56:
 
|-
 
|-
 
|01:02
 
|01:02
|আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম.
+
|আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম.
  
 
|-
 
|-
Line 69: Line 64:
 
|-
 
|-
 
|01:11
 
|01:11
|আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো.
+
|আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো.
  
 
|-
 
|-
 
|01:18
 
|01:18
|'' 'Extend' '' মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা '' 'মডিউল' ''ক  দেখিবলৈ অনুমতি দিয়ে.
+
|Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক  দেখিবলৈ অনুমতি দিয়ে.
  
 
|-
 
|-
 
|01:26
 
|01:26
|আমাৰ সাইটত এই সিৰিজত আমি আৰু '' 'মডিউল' 'যোগ কৰিম.
+
|আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম.
 
|-
 
|-
 
|01:32
 
|01:32
|এতিয়া ' 'কনফিগাৰেশন' '' মেনু চাও. মাত্র' site administratorsএ এই এলাকাৰ এক্সেস পাই.
+
|এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই.
  
 
|-
 
|-
 
|01:41
 
|01:41
|যিহেতু আমি '' 'সুপাৰ-ইউজাৰ' '' অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো.
+
|যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো.
  
 
|-
 
|-
 
|01:47
 
|01:47
|লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে.
+
|লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে.
  
 
|-
 
|-
 
|01:51
 
|01:51
|আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে.
+
|আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে.
  
 
|-
 
|-
 
|01:54
 
|01:54
|এইটোৱে কয় যে '' status report'' ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ '' 'Drupal ৰ সাইট' '' আপ টু ডেট হয় নে নহয়.
+
|এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়.
  
 
|-
 
|-
 
|02:03
 
|02:03
|মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো.
+
|মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো.
  
 
|-
 
|-
Line 112: Line 107:
 
|-
 
|-
 
|02:30
 
|02:30
|আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম.
+
|আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম.
  
 
|-
 
|-
 
|02:35
 
|02:35
|কিন্তু এতিয়াৰ বাবে, আমি ' 'সাইটৰ' '' তথ্য আপডেট কৰো.
+
|কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো.
  
 
|-
 
|-
 
|02:39
 
|02:39
|''Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ  নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক '' আৰু  Sloganত ,' '' টাইপ কৰক  "A Great Place to Learn All About Drupal".
+
|Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ  নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু  Sloganত , টাইপ কৰক  A Great Place to Learn All About Drupal.
  
 
|-
 
|-
 
|02:53
 
|02:53
|যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র '' 'সাইট' '' পৰিবর্তন কৰে.
+
|যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে.
  
 
|-
 
|-
 
|02:58
 
|02:58
|এইটো  'কন্টেন্ট ম্যানেজমেন্ট সিস্টেম"ৰ 'সম্পর্কে এটা ভাল বস্তু হয়
+
|এইটো  কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয়
 
|-
 
|-
 
|03:04
 
|03:04
|সেয়ে এতিয়া আমাৰ'' 'সাইটত', এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম '' 'Drupalville' '' হব.
+
|সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব.
  
 
|-
 
|-
 
|03:16
 
|03:16
|সেইটো এটা সচাকৈয়ে ডাঙৰ  উন্নতি হয় static HTMLত.
+
|সেইটো এটা সচাকৈয়ে ডাঙৰ  উন্নতি হয় static HTMLত.
  
 
|-
 
|-
 
|03:21
 
|03:21
|লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়.
+
|লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়.
  
 
|-
 
|-
 
|03:29
 
|03:29
|আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু 'এটা ডিফল্ট' '403' '' আৰু '' '404' '' পৃষ্ঠা.
+
|আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা.
  
 
|-
 
|-
 
|03:37
 
|03:37
|মন কৰিব যে '' 'Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়.
+
|মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়.
  
 
|-
 
|-
 
|03:41
 
|03:41
|সেয়ে, প্রতিটো সময়ত আমাৰ '' Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, ''আমি Submit বা Saveত ক্লিক কৰিব লাগিব.
+
|সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব.
  
 
|-
 
|-
 
|03:49
 
|03:49
|তলত Save configuration'বাটনত ক্লিক কৰো.
+
|তলত Save configurationবাটনত ক্লিক কৰো.
  
 
|-
 
|-
 
|03:54
 
|03:54
|তাৰ পিছত  Back to siteত ক্লিক কৰক
+
|তাৰ পিছত  Back to siteত ক্লিক কৰক
  
 
|-
 
|-
 
|03:58
 
|03:58
|লক্ষ কৰক যে, আমাৰ'' 'সাইটৰনাম' '' এতিয়া '' 'Drupalville' ' হয়' আৰু আমাৰ'' 'সাইটৰ' '' প্রতিটো পৃষ্ঠাত এটা '' 'শ্লোগান' '' আছে.
+
|লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে.
  
 
|-
 
|-
 
|04:06
 
|04:06
|আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে '' 'কনফিগাৰেশন' '' মেনু অন্বেষণ কৰিম.
+
|আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম.
  
 
|-
 
|-
Line 175: Line 170:
 
|-
 
|-
 
|04:16
 
|04:16
|এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়.
+
|এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়.
  
 
|-
 
|-
 
|04:20
 
|04:20
|আপোনি '' 'tabsবোৰ মন কৰিব - List, Permissions আৰু Roles..
+
|আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles..
  
 
|-
 
|-
 
|04:26
 
|04:26
| এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ  বিস্তাৰিতভাবে আবৰণ কৰিম.
+
| এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ  বিস্তাৰিতভাবে আবৰণ কৰিম.
  
 
|-
 
|-
 
|04:32
 
|04:32
| '' 'Roles'' বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা.
+
| Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা.
  
 
|-
 
|-
 
|04:44
 
|04:44
|ব্যবহাৰকাৰীৰনাম ''"admin"' '' হয় ইয়াতে.
+
|ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে.
  
 
|-
 
|-
 
|04:47
 
|04:47
|Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো.
+
|Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো.
  
 
|-
 
|-
 
|04:54
 
|04:54
|আমি '' যদি বর্তমানৰ 'পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো.
+
|আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো.
  
 
|-
 
|-
 
|04:59
 
|04:59
|তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰ'' 'ভূমিকা' '''অ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়.
+
|তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়.
  
 
|-
 
|-
 
|05:09
 
|05:09
|মোৰ'' 'status' ' Active' 'হয়' ' 'আৰু আমাৰ নিজৰ' '' Personal contact form 'আছে' ', আৰু আমাৰ LOCATION SETTINGS.' '' অবস্থান সেটিংস. '' '
+
|মোৰstatus  Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস.  
  
 
|-
 
|-
Line 215: Line 210:
 
|-
 
|-
 
|05:29
 
|05:29
|সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, '' Saveত ক্লিক কৰক.
+
|সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক.
  
 
|-
 
|-
 
|05:37
 
|05:37
|সাৰসংক্ষেপে - '' Roles ট্যাবে' আমাক বিভিন্ন '' 'ভূমিকাক' ''''যোগ কৰিবলৈ অনুমতি দিয়ে. 
+
|সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে.  
  
 
|-
 
|-
 
|05:42
 
|05:42
|'' 'Permissions ট্যাবে' '' সেই ভূমিকাত কিছু অনুমতি দিয়ে.
+
|Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে.
  
 
|-
 
|-
 
|05:48
 
|05:48
|আৰ'' List ট্যাবে' '' আমাক'' 'এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে.
+
|আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে.
  
 
|-
 
|-
 
|05:54
 
|05:54
|তেখেতলোকে নির্দিষ্ট 'অনুমতিসমূহ' '' পাব ', যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে.
+
|তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে.
  
 
|-
 
|-
 
|06:04
 
|06:04
|''People হৈছে যত আমি আমাৰ'' 'Drupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো.
+
|People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো.
  
 
|-
 
|-
 
|06:10
 
|06:10
|শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম.
+
|শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম.
  
 
|-
 
|-
 
|06:16
 
|06:16
|'' Reportsত ক্লিক কৰক.
+
| Reportsত ক্লিক কৰক.
  
 
|-
 
|-
 
|06:18
 
|06:18
|এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰ'' 'Drupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়.
+
|এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়.
  
 
|-
 
|-
 
|06:25
 
|06:25
|উদাহৰণস্বৰুপে - ''তাত কোনো '' 'উপলব্ধ আপডেট আছে নেকি'?
+
|উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি?
  
 
|-
 
|-
 
|06:28
 
|06:28
|'' 'সাম্প্রতিক লগ বার্তা,' ''(Recent log messages,)
+
|সাম্প্রতিক লগ বার্তা (Recent log messages,)
  
 
|-
 
|-
 
|06:31
 
|06:31
|'' 'সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে' ''
+
|সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে
  
 
|-
 
|-
 
|06:36
 
|06:36
|'স্ট্যাটাস ৰিপোর্ট' '' ',
+
|স্ট্যাটাস ৰিপোর্ট ,
  
 
|-
 
|-
 
|06:37
 
|06:37
|'' 'শীর্ষ “access denied” আৰু Page not found” এৰৰ,
+
|শীর্ষ “access denied” আৰু Page not found” এৰৰ,
 
|-
 
|-
 
|06:42
 
|06:42
|'' 'শীর্ষ সার্চ বাক্যাংশ,' '' আৰু '' কিছু 'প্লাগইন' যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে.
+
|শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে.
  
 
|-
 
|-
 
|06:49
 
|06:49
|Available updatesত ক্লিক কৰক '' 'এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে.
+
|Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে.
  
 
|-
 
|-
Line 282: Line 277:
 
|-
 
|-
 
|07:04
 
|07:04
|এইটো '' 'cron' '' দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন.
+
|এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন.
  
 
|-
 
|-
Line 290: Line 285:
 
|-
 
|-
 
|07:15
 
|07:15
|আমি ইনস্টল কৰা সকলোক'' 'Drupal এ' ''এতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়.  
+
|আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়.  
  
 
|-
 
|-
 
|07:24
 
|07:24
|যদি আমি আমাৰ সাইটত আৰো "মডিউল" অথবা'' বৈশিষ্ট্য'যোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব.
+
|যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব.
  
 
|-
 
|-
 
|07:32
 
|07:32
|আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম.
+
|আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম.
  
 
|-
 
|-
 
|07:37
 
|07:37
| আমাৰ'' 'সাইট' '' ৰ এটা '' 'স্ট্যাটাস ৰিপোর্ট' '' পাবলৈ 'ৰিপোর্টত' 'ক্লিক কৰক ''.
+
| আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক .
  
 
|-
 
|-
 
|07:42
 
|07:42
|উদাহৰণস্বৰুপে '' 'Drupal এৰ' 'কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া  '' '' cron '' ''গতি কৰিছিল.  
+
|উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল.  
  
 
|-
 
|-
 
|07:49
 
|07:49
|ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি 'cron' ''ক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো.
+
|ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো.
  
 
|-
 
|-
 
|07:55
 
|07:55
|আমাৰ'' 'ডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ' '', ইত্যাদি
+
|আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি
  
 
|-
 
|-
 
|08:00
 
|08:00
|আপোনি আপোনাৰ'' 'সাইট' ''ৰ'' 'ৰিপোর্ট' '' বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত.
+
|আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত.
  
 
|-
 
|-
 
|08:05
 
|08:05
|বিশেষকৈ, আপোনি যদি ' 'Drupal  '' আৰু '' 'ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী  ব্যক্তি হয়.
+
|বিশেষকৈ, আপোনি যদি Drupal  আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী  ব্যক্তি হয়.
  
 
|-
 
|-
 
|08:14
 
|08:14
|সর্বশেষত, আমাৰ উচৰত  Help আছে আৰু  Helpএ আমাক 'সাইটৰ help pageৰ লিঙ্ক দিয়ে.
+
|সর্বশেষত, আমাৰ উচৰত  Help আছে আৰু  Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে.
  
 
|-
 
|-
 
|08:22
 
|08:22
|এইয়াই হৈছে আমাৰ 'Administration Toolbar.
+
|এইয়াই হৈছে আমাৰ Administration Toolbar.
  
 
|-
 
|-
Line 339: Line 334:
 
|08:32
 
|08:32
 
|এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে
 
|এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে
+
 
 
Extend
 
Extend
 
Configuration
 
Configuration
People and
+
People and
 
Report.
 
Report.
  
 
|-
 
|-
 
|08:52
 
|08:52
|এই ভিডিওটো '' 'Acquia' '' আৰু "' OSTraining 'ৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে  
+
|এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে  
  
 
|-
 
|-
Line 355: Line 350:
 
|-
 
|-
 
|09:11
 
|09:11
|স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
+
|স্পোকেন টিউটোৰিয়েল  প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
  
 
|-
 
|-
 
|09:19
 
|09:19
|স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, মানব সম্পদ উন্নয়ন মন্ত্রণালয় আৰু NVLI ভাৰতৰ সংস্কৃতি সৰকাৰ মন্ত্রণালয়ৰ দ্বাৰা নিহিত হয়.
+
|স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়.
  
 
|-
 
|-
 
|09:32
 
|09:32
|এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.
+
|আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো | অংশগ্রহণৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 16:24, 17 October 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম.
00:09 এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে
00:13 Extend, Configuration,
00:16 People আৰু
00:18 Report.
00:20 এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো

উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ

00:29 আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে.
00:34 আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো.
00:38 আমি আগেই উল্লেখ কৰিছো, Drupal এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে.
00:45 এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো
00:53 Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে.
01:00 মডিউল হৈছে বৈশিষ্ট্য.
01:02 আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম.
01:06 এইটো Drupal এৰ সৈতে অহা মডিউলৰ কিছু তালিকা হয়.
01:11 আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো.
01:18 Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক দেখিবলৈ অনুমতি দিয়ে.
01:26 আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম.
01:32 এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই.
01:41 যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো.
01:47 লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে.
01:51 আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে.
01:54 এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়.
02:03 মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো.
02:09 এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে
02:16 যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য.
02:30 আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম.
02:35 কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো.
02:39 Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত , টাইপ কৰক A Great Place to Learn All About Drupal.
02:53 যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে.
02:58 এইটো কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয়
03:04 সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব.
03:16 সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত.
03:21 লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়.
03:29 আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা.
03:37 মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়.
03:41 সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব.
03:49 তলত Save configurationবাটনত ক্লিক কৰো.
03:54 তাৰ পিছত Back to siteত ক্লিক কৰক
03:58 লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে.
04:06 আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম.
04:12 Administration toolbar থকা People ত ক্লিক কৰো.
04:16 এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়.
04:20 আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles..
04:26 এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম.
04:32 Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা.
04:44 ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে.
04:47 Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো.
04:54 আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো.
04:59 তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়.
05:09 মোৰstatus Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস.
05:21 আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো.
05:29 সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক.
05:37 সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে.
05:42 Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে.
05:48 আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে.
05:54 তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে.
06:04 People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো.
06:10 শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম.
06:16 Reportsত ক্লিক কৰক.
06:18 এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়.
06:25 উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি?
06:28 সাম্প্রতিক লগ বার্তা (Recent log messages,)
06:31 সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে
06:36 স্ট্যাটাস ৰিপোর্ট ,
06:37 শীর্ষ “access denied” আৰু Page not found” এৰৰ,
06:42 শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে.
06:49 Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে.
06:58 আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল.
07:04 এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন.
07:10 এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক.
07:15 আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়.
07:24 যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব.
07:32 আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম.
07:37 আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক .
07:42 উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল.
07:49 ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো.
07:55 আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি
08:00 আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত.
08:05 বিশেষকৈ, আপোনি যদি Drupal আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়.
08:14 সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে.
08:22 এইয়াই হৈছে আমাৰ Administration Toolbar.
08:26 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে.
08:32 এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে

Extend Configuration People and Report.

08:52 এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:03 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:11 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
09:19 স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়.
09:32 অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya