Difference between revisions of "Drupal/C3/Adding-Functionalities-using-Modules/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by the same user not shown)
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
| Adding Functionalities using Modules এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. Adding Functionalities using Modules এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
  
 
|-
 
|-
 
| 00:08
 
| 00:08
| এই টিউটোৰিয়েলত মডিউলৰ সৈতে পৰিচয় হম।
+
| এই টিউটোৰিয়েলত মডিউলৰ সৈতে পৰিচয় হম। আমি Book Module আৰু Forum Module সম্পর্কে শিকিম।
আমি Book Module আৰু Forum Module সম্পর্কে শিকিম।
+
  
 
|-
 
|-
 
| 00:19
 
| 00:19
|| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
+
|| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
 
+
* উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
+
* Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
+
আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
+
 
|-
 
|-
 
| 00:35
 
| 00:35
Line 37: Line 32:
 
|-
 
|-
 
| 01:06
 
| 01:06
| | এইবোৰ বন্ধ কৰা যাব পাৰে। কিন্তু ftp প্রয়োগ কৰি সাইটৰ core area ত নাযাব আৰু মডিউলক মুছক।
+
| এইবোৰ বন্ধ কৰা যাব পাৰে। কিন্তু ftp প্রয়োগ কৰি সাইটৰ core area ত নাযাব আৰু মডিউলক মুছক।
 
|-
 
|-
 
|01:15
 
|01:15
Line 48: Line 43:
 
|-
 
|-
 
| 01:28
 
| 01:28
| | ইয়াৰ পিছত Contributed Modules আছে। ইতিমধ্যে এটা ইনস্টল কৰিছো, devel আগেইই ইনস্টল কৰিছো।
+
| ইয়াৰ পিছত Contributed Modules আছে। ইতিমধ্যে এটা ইনস্টল কৰিছো, devel আগেইই ইনস্টল কৰিছো।
  
 
|-
 
|-
Line 94: Line 89:
 
|-
 
|-
 
| 03:09
 
| 03:09
| | প্রথম তিন বা চাৰিটা পৃষ্ঠাত সবতচে জনপ্রিয় মডিউল থাকে। যাৰ মানে সিহতক সবতচে বেশী ব্যবহৃত হয় আৰু সবতচে সহায়ক।
+
| প্রথম তিন বা চাৰিটা পৃষ্ঠাত সবতচে জনপ্রিয় মডিউল থাকে। যাৰ মানে সিহতক সবতচে বেশী ব্যবহৃত হয় আৰু সবতচে সহায়ক।
  
 
|-
 
|-
 
| 03:21
 
| 03:21
| | সাৰসংক্ষেপে, Modules বৈশিষ্ট্য যোগ কৰে আৰু drupal.org ত অনেক বিনামূল্যৰ মডিউল আছে।
+
| সাৰসংক্ষেপে, Modules বৈশিষ্ট্য যোগ কৰে আৰু drupal.org ত অনেক বিনামূল্যৰ মডিউল আছে।
 
|-
 
|-
 
| 03:30
 
| 03:30
Line 110: Line 105:
 
|-
 
|-
 
| 03:53
 
| 03:53
| | আৰু অলপ আতৰলৈ স্ক্রোল কৰক আৰু আমি Forum module পাও। সেইটোও চালু কৰক।
+
| আৰু অলপ আতৰলৈ স্ক্রোল কৰক আৰু আমি Forum module পাও। সেইটোও চালু কৰক।
 
|-
 
|-
 
| 04:01
 
| 04:01
| | আমি একেই সময়ত দুটা সম্পূর্ণ পৃথক মডিউল চালু কৰিব পাৰো।
+
| আমি একেই সময়ত দুটা সম্পূর্ণ পৃথক মডিউল চালু কৰিব পাৰো।
 
+
 
|-
 
|-
 
| 04:07
 
| 04:07
| | তলত স্ক্রোল কৰি Install ত টিপক।
+
| তলত স্ক্রোল কৰি Install ত টিপক।
  
 
|-
 
|-
 
| 04:12
 
| 04:12
| | Book module আৰু Forum module দুটা একেবাৰে পৃথক মডিউল।
+
| Book module আৰু Forum module দুটা একেবাৰে পৃথক মডিউল।
 
|-
 
|-
 
|04:19
 
|04:19
Line 131: Line 125:
 
|-
 
|-
 
| 04:35
 
| 04:35
| নতুন বৈশিষ্ট্য যোগ কৰিবলৈ সাইটত কেতিয়া বিছাৰে
+
| নতুন বৈশিষ্ট্য যোগ কৰিবলৈ সাইটত কেতিয়া বিছাৰে যত এইটো এটা সম্পূর্ণ নতুন কার্যকাৰিতা বা মাত্ৰ এটা নতুন Field type
 
+
* যত এইটো এটা সম্পূর্ণ নতুন কার্যকাৰিতা
+
* বা মাত্ৰ এটা নতুন Field type
+
 
|-
 
|-
 
|04:45
 
|04:45
Line 140: Line 131:
 
|-
 
|-
 
| 04:50
 
| 04:50
| | এতিয়া Structure আৰু Content types ত টিপক। তাতে দুটা নতুন Content Types দেখো - Book page আৰু Forum topic.
+
| এতিয়া Structure আৰু Content types ত টিপক। তাতে দুটা নতুন Content Types দেখো - Book page আৰু Forum topic.
  
 
|-
 
|-
Line 148: Line 139:
 
|-
 
|-
 
|05:11
 
|05:11
| | Book pageএ সাইটত এটা কিতাপ বনায় যাতে অধ্যায়, নেভিগেশন আৰু লগতে ব্লগও থাকে, যাক যেতিয়াই বিছাৰো   যাব পাৰে।
+
| Book pageএ সাইটত এটা কিতাপ বনায় যাতে অধ্যায়, নেভিগেশন আৰু লগতে ব্লগও থাকে, যাক যেতিয়াই বিছাৰো   যাব পাৰে।
 
|-
 
|-
 
| 05:24
 
| 05:24
Line 189: Line 180:
 
|-
 
|-
 
| 06:51
 
| 06:51
| | এতিয়া সাইটত উভতি গৈ Add child pageত টিপক।
+
| এতিয়া সাইটত উভতি গৈ Add child pageত টিপক।
  
 
|-
 
|-
 
| 06:57
 
| 06:57
| | Title হিসাবে Installing Drupal আৰু Body হিসাবে This is where we explain how to install Drupal লিখক।
+
| Title হিসাবে Installing Drupal আৰু Body হিসাবে This is where we explain how to install Drupal লিখক।
  
 
|-
 
|-
 
| 07:08
 
| 07:08
| | লক্ষ্য কৰক এইটো আমাৰ ব্যবহৃত Drupal manual ত নিজেই ৰাখা হয়. এইটো হয় কাৰণ আমি Create Book page এ টিপিছো।
+
| লক্ষ্য কৰক এইটো আমাৰ ব্যবহৃত Drupal manual ত নিজেই ৰাখা হয়. এইটো হয় কাৰণ আমি Create Book page এ টিপিছো।
  
 
|-
 
|-
 
| 07:20
 
| 07:20
| | Save and publish টিপক।
+
| Save and publish টিপক।
  
 
|-
 
|-
 
| 07:23
 
| 07:23
| | আমি দেখো যে navigation আমাৰ বাবে নিজেই তৈয়াৰ হয়।
+
| আমি দেখো যে navigation আমাৰ বাবে নিজেই তৈয়াৰ হয়।
  
 
|-
 
|-
 
| 07:29
 
| 07:29
| | Up টিপক। এইটো মেন লেভেলে লৈ যায়. মনত কৰক আমি আগেই কৈছো যে ইয়াত এটা block আছে।
+
| Up টিপক। এইটো মেন লেভেলে লৈ যায়. মনত কৰক আমি আগেই কৈছো যে ইয়াত এটা block আছে।
  
 
|-
 
|-
Line 248: Line 239:
 
|-
 
|-
 
| 09:07
 
| 09:07
| |Forum module আসলতে new Content type বনায় যাক Forum topic বোলে।
+
|Forum module আসলতে new Content type বনায় যাক Forum topic বোলে।
  
 
|-
 
|-
 
| 09:13
 
| 09:13
| | তাতে field able আছে, যাৰ মানে আমি মাত্ৰ title আৰু body ত সীমাবদ্ধ নাই।
+
| তাতে field able আছে, যাৰ মানে আমি মাত্ৰ title আৰু body ত সীমাবদ্ধ নাই।
 
|-
 
|-
 
| 09:21
 
| 09:21
Line 285: Line 276:
 
|-
 
|-
 
| 10:25
 
| 10:25
| | এতিয়া আমি comment ত টিপি comments যোগ কৰা অব্যাহত ৰাখিব পাৰো। এইভাবে, আমি সকলো forums বনাব পাৰো।
+
| এতিয়া আমি comment ত টিপি comments যোগ কৰা অব্যাহত ৰাখিব পাৰো। এইভাবে, আমি সকলো forums বনাব পাৰো।
 
|-
 
|-
 
| 10:37
 
| 10:37
| | Forums শব্দত টিপি।
+
| Forums শব্দত টিপি।
 
|-
 
|-
 
| 10:41
 
| 10:41
Line 311: Line 302:
 
|-
 
|-
 
|11:38
 
|11:38
|ইয়া‍ৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। সংক্ষিপ্তকৰণ কৰো।
+
|ইয়া‍ৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:Modules পৰিচয়, Book Module আৰু Forum Module
 
+
এই টিউটোৰিয়েলত আমি শিকিছো:
+
 
+
* Modules পৰিচয়
+
* Book Module আৰু Forum Module
+
  
 
|-
 
|-
 
| 12:05
 
| 12:05
| | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
+
|এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
 
|-
 
|-
 
| 12:16
 
| 12:16
Line 327: Line 313:
 
|-
 
|-
 
|12:25
 
|12:25
| স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
+
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
  
 
|-
 
|-

Latest revision as of 16:59, 14 October 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Adding Functionalities using Modules এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:08 এই টিউটোৰিয়েলত মডিউলৰ সৈতে পৰিচয় হম। আমি Book Module আৰু Forum Module সম্পর্কে শিকিম।
00:19 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:35 Modules আৰু themes, Drupal সাইটত এক্সটেন্ড বা ফীচাৰ জোড়াৰ প্রাথমিক উপায়।
00:42 Drupal এটা পূর্ণ content management system দিয়ে. কিন্তু কেতিয়াবা অধিক প্রয়োজন হলে modules প্রয়োজন।
00:53 Modulesএ, Drupalৰ সাইটত ফীচাৰ জোড়ে। ইয়াত তিন ধৰণৰ modules আছে।
00:59 ইয়াত Core Modules আছে। এই modules ডিফল্টৰুপে Drupal এৰ সৈতে আহে।
01:06 এইবোৰ বন্ধ কৰা যাব পাৰে। কিন্তু ftp প্রয়োগ কৰি সাইটৰ core area ত নাযাব আৰু মডিউলক মুছক।
01:15 Drupalক আপডেট কৰিলে তাক পুনৰায় ইনস্টল কৰিব লাগিব।
01:22 Core Modules, Drupal এৰ মৌলিক কার্যকাৰিতা কৰিবলৈ ডিজাইন কৰা হয়।
01:28 ইয়াৰ পিছত Contributed Modules আছে। ইতিমধ্যে এটা ইনস্টল কৰিছো, devel আগেইই ইনস্টল কৰিছো।
01:38 Contributed Module এটা মডিউল যাক কমিউনিটিৰ পৰা এজনে কান্ট্রিবিউট কৰে । এইটো drupal.org ত উপলব্ধ।
01:49 অন্তিম মডিউল হল Custom Module.
01:52 এইটো যত কিছু নির্দিষ্ট বৈশিষ্ট্য আছে যাক প্রজেক্টৰ বাবে প্রয়োজন। এই মডিউল উপলব্ধ নহয় আৰু এই পর্যন্ত কোনেও চিন্তা কৰা নাই।
02:07 সেয়ে খুব সম্ভবত, এইটো নিজে বনাব লাগিব বা কাৰোবাক টকা দি বনাব লাগিব।
02:15 Drupal ত অনেক ভিন্ন মডিউল উপলব্ধ।
02:20 drupal.org ত আমি ইতিমধ্যে 32.458 টা মডিউল দেখিব পাৰো।
02:30 Modules অনেক বিষয় কৰে।
02:33 মডিউল Content type ত field জুড়াব পাৰে। আৰু এটা মডিউল সমগ্র সাইটৰ বাবে সম্পূর্ণ Voting System জুড়াব পাৰে।
02:45 কিন্তু আমি মাত্র সেই মডিউল ব্যবহাৰ কৰো যি Drupal সংস্কৰণৰ সৈতে সামঞ্জস্যপূর্ণ।
02:51 সেয়ে ইয়াত সর্বদা মডিউল ফিল্টাৰ কৰিব লাগিব, drupal.org/project/modules.
03:03 আমি তাক ফিল্টাৰ কৰিলে সিহত সর্বদা জনপ্রিয়ৰ ক্রমত তালিকাবদ্ধ হয়।
03:09 প্রথম তিন বা চাৰিটা পৃষ্ঠাত সবতচে জনপ্রিয় মডিউল থাকে। যাৰ মানে সিহতক সবতচে বেশী ব্যবহৃত হয় আৰু সবতচে সহায়ক।
03:21 সাৰসংক্ষেপে, Modules বৈশিষ্ট্য যোগ কৰে আৰু drupal.org ত অনেক বিনামূল্যৰ মডিউল আছে।
03:30 আমাৰ আগেই নির্মিত ওয়েবসাইট খুলো। Extend ত টিপি তলত স্ক্রোল কৰক।
03:38 ইয়াত কিছু মডিউল আছে যাক ডিফল্টৰুপে Drupal এৰ সৈতে আহে. কিন্তু সিহত ইতিমধ্যে চালু নাই।
03:48 Book module সক্রিয় কৰো।
03:53 আৰু অলপ আতৰলৈ স্ক্রোল কৰক আৰু আমি Forum module পাও। সেইটোও চালু কৰক।
04:01 আমি একেই সময়ত দুটা সম্পূর্ণ পৃথক মডিউল চালু কৰিব পাৰো।
04:07 তলত স্ক্রোল কৰি Install ত টিপক।
04:12 Book module আৰু Forum module দুটা একেবাৰে পৃথক মডিউল।
04:19 কিন্তু সিহত একেবাৰে নতুন Content types বনায় আৰু এইটো এক্সটেন্ড কৰি Drupalত কার্যকাৰিতা যোগ কৰে।
04:29 Drupal মডিউলে অনেক ভিন্ন কাম কৰে যদিও সিহত সকলো মডিউল হয়।
04:35 নতুন বৈশিষ্ট্য যোগ কৰিবলৈ সাইটত কেতিয়া বিছাৰে যত এইটো এটা সম্পূর্ণ নতুন কার্যকাৰিতা বা মাত্ৰ এটা নতুন Field type
04:45 Drupal core এক্সটেন্ড কৰিবলৈ মডিউল যোগ কৰিছে।
04:50 এতিয়া Structure আৰু Content types ত টিপক। তাতে দুটা নতুন Content Types দেখো - Book page আৰু Forum topic.
05:03 Book page Content type চেক কৰিবলৈ Content আৰু Add content ত টিপক।
05:11 Book pageএ সাইটত এটা কিতাপ বনায় যাতে অধ্যায়, নেভিগেশন আৰু লগতে ব্লগও থাকে, যাক যেতিয়াই বিছাৰো   যাব পাৰে।
05:24 Book page ত টিপক। Title হিসাবে Our Drupal Manual লিখক।
05:30 Body ত লিখক: This is the beginning of our Drupal manual
05:36 Publication settings ত নতুন setting আছে।
05:41 BOOK OUTLINE ত টিপক আৰু None ক Create a new book ত সলাওক। Save and publish ত টিপক।
05:55 ইয়াত Add child page নামৰ নতুন লিঙ্ক লক্ষ্য কৰক, drupal.org ত Documentationত টিপক।
06:06 এতিয়া Understanding Drupal ত টিপিলে আমি Book module দেখো।
06:12 ইয়াত সো ফালে navigation আছে। ইয়াত পৃষ্ঠাৰ শেষলৈ আৰো কিছু navigation আছে যি নিজেই তৈয়াৰ হয়।
06:24 বাও ফালে লিঙ্ক আছে।
06:29 Drupal concept ত টিপক। লক্ষ্য কৰক ইয়াত navigation আছে।
06:34 সো ফালে navigation ও এক্সপ্যান্ড হৈছে যি ইয়াৰ পিছত কি আছে তাক দেখায়।
06:42 আমি Book module প্রয়োগ কৰি সম্পূর্ণ আৰু জটিল ইউসাৰ গাইড বা কোনো কিতাপ বনাব পাৰো।
06:51 এতিয়া সাইটত উভতি গৈ Add child pageত টিপক।
06:57 Title হিসাবে Installing Drupal আৰু Body হিসাবে This is where we explain how to install Drupal লিখক।
07:08 লক্ষ্য কৰক এইটো আমাৰ ব্যবহৃত Drupal manual ত নিজেই ৰাখা হয়. এইটো হয় কাৰণ আমি Create Book page এ টিপিছো।
07:20 Save and publish টিপক।
07:23 আমি দেখো যে navigation আমাৰ বাবে নিজেই তৈয়াৰ হয়।
07:29 Up টিপক। এইটো মেন লেভেলে লৈ যায়. মনত কৰক আমি আগেই কৈছো যে ইয়াত এটা block আছে।
07:41 Structure আৰু Block layout ত টিপক।
07:45 Sidebar first ত block ৰাখো। Place block টিপক আৰু আমি দেখো যে ইয়াত Book navigation menu আছে।
07:56 Place block আৰু তাৰপিছত Save block ত টিপক।
08:01 Save blocks ত টিপি সাইটত উভতি যাওক. ইয়াত Book navigation, Our Drupal Manual আৰু Installing Drupal আছে।
08:14 আমি নতুন child pages যোগ কৰিলে তাৰ প্রয়োজনত বৃদ্ধি পাব।
08:21 আকৌ এবাৰ মনত কৰাও যে, drupal.org ত যাওক. user manual বা documentation এৰ মাধ্যমেৰে ব্রাউস কৰক যি এইটোক হবলৈ Book module ব্যবহাৰ কৰে।
08:35 এইটো সচায়েই শক্তিশালী যদি এই ধৰণৰ কনটেন্ট আপোনাৰ সাইটত প্রয়োজন। আপোনি ইয়াত title আৰু body ত সীমাবদ্ধ নাই।
08:47 Content type ত fields জুড়াব পাৰে যি Book module এৰ সৈতে আহে।
08:53 forum থাকাত এটা ওয়েবসাইট সচায়েই উপকৃত হলে, Forum module সচায়েই সহায়ক।
09:01 Content আৰু তাৰপিছত Add content ত টিপক।
09:07 Forum module আসলতে new Content type বনায় যাক Forum topic বোলে।
09:13 তাতে field able আছে, যাৰ মানে আমি মাত্ৰ title আৰু body ত সীমাবদ্ধ নাই।
09:21 Forum topic ত টিপক। নতুন forum topic লিখক, Learning Drupal. Forums এইটো General discussion ত ৰাখক।
09:35 body ত লিখক - Hi, I’m just learning Drupal. Can someone help me?
09:42 Save and publish টিপক।
09:45 এইটো Forum Content types ত থকাত এজনে comments কৰি প্রতিক্রিয়া দিব পাৰে।
09:53 এটা comment যোগ কৰো - Sure I can help. You should just read everything at Drupalville! আৰু Save টিপক।
10:07 আমি super user হিসাবে লগ ইন কৰাত এইবোৰ নিজেই অনুমোদিত হব।
10:14 এতিয়া General discussionত টিপিলে এটা General discussion হয়।
10:21 Learning Drupal নামেৰে Forum topic এইটো কমেন্টৰ সৈতে আছে।
10:25 এতিয়া আমি comment ত টিপি comments যোগ কৰা অব্যাহত ৰাখিব পাৰো। এইভাবে, আমি সকলো forums বনাব পাৰো।
10:37 Forums শব্দত টিপি।
10:41 নতুন forum topic জুড়াবলৈ ইয়াত টিপিব পাৰে যি general discussion ত হব. কিন্তু administrator হিসাবে, আপোনি ইয়াৰ বাহিৰে আৰো পৃথক ফোৰাম বিছাৰিব পাৰে।
10:55 এতিয়া সেইটো কৰো. Structure আৰু তাৰপিছত Forums ত টিপক। এইটোৱে যত আমি নতুন forums আৰু নতুন containers জুড়াব পাৰো।
11:07 মই এটা ফোৰাম জুড়াব বিছাৰিলে, মই এইটো কৰিব পাৰো আৰু আমি এইটো বিছাৰিলে ৰি-অর্ডাৰ কৰিব পাৰো।
11:18 এতিয়া Content তাৰপিছত Add content আৰু তাৰপিছত Forum topic ত যাওক. এতিয়া আমাৰ এইটো অন্য forums ত ৰাখাৰ বিকল্প আছে।
11:31 এইভাবে Drupal সাইটত আমি এটা সুন্দৰ forum ভালকৈ ৰাখিব পাৰো।
11:38 ইয়া‍ৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো। সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:Modules পৰিচয়, Book Module আৰু Forum Module
12:05 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
12:16 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:25 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
12:35 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
12:49 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi