Difference between revisions of "Drupal/C2/Displaying-Contents-using-Views/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(2 intermediate revisions by the same user not shown)
Line 9: Line 9:
 
|-
 
|-
 
| 00:07
 
| 00:07
| এই টিউটোৰিয়েলত শিকিম:Views,teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
+
| এই টিউটোৰিয়েলত শিকিম: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
  
 
|-
 
|-
 
|00:15
 
|00:15
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-
+
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি অপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
+
Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
+
আপোনি অপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
+
  
 
|-
 
|-
 
| 00:31
 
| 00:31
|প্রথমে Views সম্পর্কে শিকো।
+
|প্রথমে Views সম্পর্কে শিকো। Views অনুৰুপ কন্টেন্টৰ সংগ্রহ প্রদর্শন কৰিবলৈ ব্যবহৃত হয়, Views বিভিন্ন ফৰম্যাটত দেখোৱাব পাৰে যেনে -
Views অনুৰুপ কন্টেন্টৰ সংগ্রহ প্রদর্শন কৰিবলৈ ব্যবহৃত হয়
+
Views বিভিন্ন ফৰম্যাটত দেখোৱাব পাৰে যেনে -
+
  
 
|-
 
|-
 
| 00:43
 
| 00:43
|টেবোলস
+
|টেবোলস, লিস্টস, গ্যালাৰি ইত্যাদি।
লিস্টস
+
গ্যালাৰি ইত্যাদি।
+
  
 
|-
 
|-
 
| 00:49
 
| 00:49
|এইটোক নির্ধাৰণৰ উপৰত ভিত্তি কৰি কন্টেন্ট select, order, filter আৰু present কৰিবলৈ পাৰে।
+
|এইটোক নির্ধাৰণৰ উপৰত ভিত্তি কৰি কন্টেন্ট select, order, filter আৰু present কৰিবলৈ পাৰে। Views অন্যান্য সফ্টওয়্যাৰত পৰিচয় মূলত Reports বা Query Results হয়.
Views অন্যান্য সফ্টওয়্যাৰত পৰিচয় মূলত Reports বা Query Results হয়.
+
  
 
|-
 
|-
 
| 01:04
 
| 01:04
|উদাহৰণস্বৰুপে লাইব্রেৰিত গৈ গ্রন্থাগাৰিকক নিম্ন মানদণ্ডৰ সৈতে কিতাপৰ স্ট্যাকৰ বাবে সোধিলে:
+
|উদাহৰণস্বৰুপে লাইব্রেৰিত গৈ গ্রন্থাগাৰিকক নিম্ন মানদণ্ডৰ সৈতে কিতাপৰ স্ট্যাকৰ বাবে সোধিলে:যি 1905 ৰ আগেই প্রকাশিত যি লেখকৰ নামৰ শেষাংশ M দি আৰম্ভ হয়।
যি 1905 ৰ আগেই প্রকাশিত
+
যি লেখকৰ নামৰ শেষাংশ M দি আৰম্ভ হয়।
+
  
 
|-
 
|-
Line 51: Line 41:
 
|-
 
|-
 
| 01:34
 
| 01:34
| Views সেট কৰাৰ 5টা সহজ ধাপ আছে। Views এৰ ওয়ার্কফ্লো হল:
+
| Views সেট কৰাৰ 5টা সহজ ধাপ আছে। Views এৰ ওয়ার্কফ্লো হল:Display চয়ন কৰক, Format সেট কৰক
Display চয়ন কৰক
+
Format সেট কৰক
+
  
 
|-
 
|-
 
| 01:45
 
| 01:45
|আপোনাৰ Fields নিশ্চিত কৰক
+
|আপোনাৰ Fields নিশ্চিত কৰক, এটা Filter প্রয়োগ কৰক আৰু তাৰপিছত ফলাফল Sort কৰক।
এটা Filter প্রয়োগ কৰক আৰু তাৰপিছত ফলাফল Sort কৰক।
+
  
 
|-
 
|-
Line 159: Line 146:
 
|-
 
|-
 
| 05:09
 
| 05:09
| Drupal এৰ এটা মূল বৈশিষ্ট্য হল তথ্য স্থাপন কৰাৰ ক্ষমতা
+
| Drupal এৰ এটা মূল বৈশিষ্ট্য হল তথ্য স্থাপন কৰাৰ ক্ষমতা Block regions বা ওয়েবসাইটৰ সাইডবাৰত।
Block regions বা ওয়েবসাইটৰ সাইডবাৰত।
+
  
 
|-
 
|-
Line 250: Line 236:
 
|-
 
|-
 
| 08:46
 
| 08:46
| সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:
+
| সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
Views
+
teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
+
  
 
|-
 
|-
Line 260: Line 244:
 
|-
 
|-
 
| 09:12
 
| 09:12
| এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ  
+
| এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
সৈতে যোগাযোগ কৰক।
+
  
 
|-
 
|-

Latest revision as of 16:56, 14 October 2016

Time Narration
00:01 নমস্কাৰ দৰ্শ সকল. Displaying Contents using Views এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত শিকিম: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি অপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:31 প্রথমে Views সম্পর্কে শিকো। Views অনুৰুপ কন্টেন্টৰ সংগ্রহ প্রদর্শন কৰিবলৈ ব্যবহৃত হয়, Views বিভিন্ন ফৰম্যাটত দেখোৱাব পাৰে যেনে -
00:43 টেবোলস, লিস্টস, গ্যালাৰি ইত্যাদি।
00:49 এইটোক নির্ধাৰণৰ উপৰত ভিত্তি কৰি কন্টেন্ট select, order, filter আৰু present কৰিবলৈ পাৰে। Views অন্যান্য সফ্টওয়্যাৰত পৰিচয় মূলত Reports বা Query Results হয়.
01:04 উদাহৰণস্বৰুপে লাইব্রেৰিত গৈ গ্রন্থাগাৰিকক নিম্ন মানদণ্ডৰ সৈতে কিতাপৰ স্ট্যাকৰ বাবে সোধিলে:যি 1905 ৰ আগেই প্রকাশিত যি লেখকৰ নামৰ শেষাংশ M দি আৰম্ভ হয়।
01:19 যত কিতাপৰ 100 বা তাৰ বেশি পৃষ্ঠা থাকে আৰু কভাৰ হল ৰঙা।
01:25 এইটোক সোধিলে গ্রন্থাগাৰৰ পৰা পঠাই দিব. কিন্তু Drupal ত Views এৰ সৈতে এইটোক কৰা খুব সহজ।
01:34 Views সেট কৰাৰ 5টা সহজ ধাপ আছে। Views এৰ ওয়ার্কফ্লো হল:Display চয়ন কৰক, Format সেট কৰক
01:45 আপোনাৰ Fields নিশ্চিত কৰক, এটা Filter প্রয়োগ কৰক আৰু তাৰপিছত ফলাফল Sort কৰক।
01:53 আমি আগেই নির্মিত ওয়েবসাইটটো খুলো।
01:58 এতিয়া সহজ Drupal site ত স্ট্যান্ডার্ড Views বনোৱা শিকো।
02:04 Structure ত টিপক আৰু তাৰপিছত Views ত টিপক।
02:09 Drupal ৰ অনেক বিল্ট ইন Views আছে। উদাহৰণস্বৰুপে: Content Viewএ অ্যাডমিনিস্ট্রেটৰক কনটেন্ট পৰিচালনাৰ অনুমতি দিয়ে।
02:20 একেই কথা Custom block library, Files, Frontpage, People, Recent comments, Recent content, Taxonomy terms, Who’s new আৰু Who’s online ৰ সৈতে।
02:37 এই সকলো Views, Drupal এৰ সৈতে আহে, যাক আপডেট বা এডিট কৰিবলৈ পাৰি।
02:44 প্রথমে Teasers এৰ সৈতে সহজ পৃষ্ঠা বনোৱা। এইটোক Events Content type এৰ বাবে ল্যান্ডিং পেজ।
02:54 Add new view ত টিপক আৰু এইটোক Events Sponsored নাম দিয়ক।
03:02 Content of type ক All পৰা Eventsত সলাওক আৰু Newest first দ্বাৰা সর্ট কৰক।
03:11 Create a page ত টিপক। Display format ক Unformatted list, teasers হিসাবে ৰাখক।
03:20 কাৰণ ইতিমধ্যে Manage display ত Teaser mode সেট কৰিছো।
03:26 Create a menu link ছেক কৰক। তাৰপিছত Menu ড্রপ ডাউনত Main navigation চয়ন কৰক।
03:35 এইটোৱে সকলো Events চাবলৈ সাহায্য কৰে যাক সাইটত যোগ কৰিছো।
03:41 Save and edit টিপক আৰু এতিয়া স্ক্রিনত এক্সেস আছে যি পৰিচয়ত উল্লেখ কৰিছিলো।
03:51 এই স্ক্রিনে এটা Page দেখায়, যাৰ Format হল Unformatted list, Teasers ৰ।
03:59 ইয়াতে কোনো ফীল্ড এৰ প্রয়োজন নাই কাৰণ Teaser mode সেট কৰিছো।
04:05 FILTER CRITERIA হল Published events আৰু বা SORT CRITERIA নিম্নক্রমানুসাৰে প্রকাশনৰ তাৰিখ।
04:16 তলত স্ক্রোল কৰিলে আমি এটা দ্রুত প্রিভিউ চাব পাৰো।
04:21 এইটো পছন্দ নহলে, এইটোক সলাবলৈ সহজ. এইটোক অন্য টিউটোৰিয়েলত দেখোৱাম।
04:28 এতিয়া Save ত টিপো। Back to siteত টিপো।
04:35 মেন মেনুত Events নামৰ নতুন ট্যাব আছে, যত সকলো Events ৰ তালিকা থাকে।
04:44 ইয়াতে বিভিন্ন আকাৰ আৰু আকৃতিৰ সৈতে Event logos আছে।
04:50 আমাৰ Event Website আৰু Event Date আছে।
04:55 মনত ৰাখিব Events Content type এৰ বাবে এইটোক Teaser mode ত আপডেট কৰিবলৈ পাৰি যদি আমি সলাব বিছাৰো।
05:04 ব্যাস ইমানেই। এইটো Events এৰ বাবে ল্যান্ডিং পৃষ্ঠা।
05:09 Drupal এৰ এটা মূল বৈশিষ্ট্য হল তথ্য স্থাপন কৰাৰ ক্ষমতা Block regions বা ওয়েবসাইটৰ সাইডবাৰত।
05:19 পূর্বে এটা নতুন Event যোগ কৰা থাকিলে, প্রতিটো পৃষ্ঠাৰ সাইডবাৰত যাবলৈ লাগিব পাৰে আৰু সাইডবাৰ আপডেট কৰিবলৈ লাগিব।
05:31 এতিয়া Views নিজেই নিজেই কন্টেন্ট আপডেট কৰে।
05:36 Structure ত টিপি তাৰপিছত Views ত টিপক।
05:41 যিহেতু ইয়াতে অনেকবাৰ উভতি আহিছে, সেয়ে স্টাৰত টিপি এইটোক শর্টকাটত যোগ কৰো। Add new view ত টিপক।
05:53 View name ত লিখক Recent Events Added. এইটোক সাইটত জোড়া আধুনিক Events এৰ তালিকা হব।
06:04 Content of type ক All পৰা Events লৈ সলাওক।
06:09 Create a block চয়ন কৰক। sorted by ক Newest First ৰাখক।
06:18 Block title ত লিখক Recently Added Events. মাত্ৰ এইটো দেখাবলৈ যে ইয়াতে ভিন্ন নাম আৰু শিৰোনাম থাকিব পাৰে।
06:28 Drupal, Views ৰ বিভিন্ন স্টাইল বনাবলৈ দিয়ে. এইটোক Unformatted list, titles হিসাবে  থৈ দিয়ক, প্রতি  ব্লকক 5টা আইটেম সহ।
06:40 Use a pager চেক নকৰিব. এইটোক কৰিলে ব্লকৰ তলত আমি এই ৰকমে পৃষ্ঠা সংখ্যা পাও তিনিৰ এক, তিনিৰ দুই ইত্যাদি।
06:53 Save and edit টিপক। এতিয়া প্রিভিউ চাও। এইটোক ইতিমধ্যে যুক্ত Events এৰ শিৰোনামৰ তালিকা দেখায়।
07:05 ইয়াতে আমি চাও, এইটোক এটা Block দেখাইছে। FORMAT হল Unformatted list. FIELDS হল Title ফীল্ডস।
07:16 FILTER CRITERIA তাৰ প্রকাশনৰ তাৰিখ অনুযায়ী অধ:ক্রমত সজোৱা Published Events.
07:24 Save টিপক। এইটো কতো নেদেখাব কাৰণ আমি এতিয়ালৈকে block ৰাখা নাই।
07:33 Structure ত আৰু Block layoutত টিপক। block ক Sidebar first এলাকাত ৰাখক।
07:43 Place block ত টিপক। তলত স্ক্রোল কৰিলে আমি Recent Events Added নামৰ block চাও। Place block ত টিপক।
07:54 আমি এতিয়াও বিস্তাৰিতভাবে blocks সম্পর্কে শিকা নাই, আমি Save ত টিপিম। এইটোক প্রতিটো পৃষ্ঠাত দেখাব। এইটোক পিছত এডিট কৰাম।
08:06 এইটোক Searchৰ পিছত অর্ডাৰ অনুযায়ী দেখাব। Save blocks টিপক।
08:13 Back to site টিপক। প্রতিটো পৃষ্ঠাত নতুন block আছে যি সাইটত সম্প্রতি যুক্ত Events দিব।
08:24 এইটোক আকৌ এবাৰ কনফিগাৰৰ দৰকাৰ নাই. আপোনি যি বিছাৰে এইটোক ৰাখিব পাৰে আৰু এইটো সর্বদা আপ টু ডেট হব।
08:33 এইটো publication date order ত Events Content type ব্যবহাৰ কৰি Block viewৰ এটা উদাহৰণ।
08:42 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:46 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: Views, teaser সহ পৃষ্ঠা আৰু এটা সহজ block view.
09:01 এই ভিডিওটো Acquia আৰু OSTrainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
09:12 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। স্পোকেন টিউটোৰিয়েল প্রকল্প দল কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
09:29 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
09:42 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi