Difference between revisions of "Drupal/C2/Overview-of-Drupal/Assamese"
From Script | Spoken-Tutorial
(2 intermediate revisions by the same user not shown) | |||
Line 1: | Line 1: | ||
{|border=1 | {|border=1 | ||
− | | | + | |Time |
− | | | + | |Narration |
|- | |- | ||
Line 9: | Line 9: | ||
|- | |- | ||
|00:06 | |00:06 | ||
− | |এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম | + | |এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম-কন্টেন্ট ম্যানেজমেন্ট সিস্টেম, Drupal |
− | কন্টেন্ট ম্যানেজমেন্ট সিস্টেম | + | |
− | Drupal | + | |
|- | |- | ||
|00:13 | |00:13 | ||
− | | Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু | + | | Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু এই শৃঙ্খলাৰ ওভাৰভিউ |
− | এই শৃঙ্খলাৰ ওভাৰভিউ | + | |
|- | |- | ||
|00:19 | |00:19 | ||
− | | প্রথমে বুজো ড্রুপাল কি হয়. | + | | প্রথমে বুজো ড্রুপাল কি হয়. Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়. |
− | Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়. | + | |
|- | |- | ||
|00:30 | |00:30 | ||
− | | এটা সিএমএস কি? | + | | এটা সিএমএস কি? এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে. |
− | এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে. | + | |
|- | |- | ||
Line 34: | Line 29: | ||
|- | |- | ||
|00:47 | |00:47 | ||
− | | এতিয়া এইটো খুব ভিন্ন. | + | | এতিয়া এইটো খুব ভিন্ন. প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয় |
− | প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয় | + | |
|- | |- | ||
|00:55 | |00:55 | ||
Line 50: | Line 44: | ||
|- | |- | ||
|01:14 | |01:14 | ||
− | | এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে. | + | | এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে. আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে, |
− | আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে, | + | |
|- | |- | ||
|01:23 | |01:23 | ||
− | | অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ. | + | | অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ. আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে. |
− | আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে. | + | |
|- | |- | ||
Line 118: | Line 110: | ||
|- | |- | ||
|03:06 | |03:06 | ||
− | | নম্বৰ1: | + | | নম্বৰ1:Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়. |
− | Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়. | + | |
|- | |- | ||
Line 131: | Line 122: | ||
|- | |- | ||
|03:20 | |03:20 | ||
− | | ২ নম্বৰ: | + | | ২ নম্বৰ:Drupal ফ্লেক্সিবল হয়. |
− | Drupal ফ্লেক্সিবল হয়. | + | |
|- | |- | ||
Line 148: | Line 138: | ||
|- | |- | ||
|03:42 | |03:42 | ||
− | | | + | | নম্বৰ 3:Drupal মোবাইলত উপলব্ধ. |
− | Drupal মোবাইলত উপলব্ধ. | + | |
|- | |- | ||
Line 157: | Line 146: | ||
|- | |- | ||
|03:54 | |03:54 | ||
− | | নম্বৰ4: | + | | নম্বৰ4:Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব. |
− | Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব. | + | |
|- | |- | ||
Line 166: | Line 154: | ||
|- | |- | ||
|04:08 | |04:08 | ||
− | | Drupal | + | | Drupal আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে. |
|- | |- | ||
Line 178: | Line 166: | ||
|- | |- | ||
|04:24 | |04:24 | ||
− | | নম্বৰ5: | + | | নম্বৰ5:Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়. |
− | Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়. | + | |
|- | |- | ||
Line 191: | Line 178: | ||
|- | |- | ||
|04:45 | |04:45 | ||
− | | সংখ্যা 6: | + | | সংখ্যা 6:Drupal নিৰাপদ আৰু সুৰক্ষিত হয়. |
− | Drupal নিৰাপদ আৰু সুৰক্ষিত হয়. | + | |
|- | |- | ||
Line 212: | Line 198: | ||
|- | |- | ||
|05:11 | |05:11 | ||
− | | সংখ্যা 7: | + | | সংখ্যা 7:আমি Drupal সাইটত বৈশিষ্ট্য যোগ কৰা হাজাৰ মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো. |
− | আমি Drupal সাইটত বৈশিষ্ট্য যোগ কৰা হাজাৰ মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো. | + | |
|- | |- | ||
Line 221: | Line 206: | ||
|- | |- | ||
|05:27 | |05:27 | ||
− | | আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে | + | | আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে . আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে. |
− | আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে. | + | |
|- | |- | ||
|05:40 | |05:40 | ||
− | | সংখ্যা 8: | + | | সংখ্যা 8: যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল! |
− | যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল! | + | |
|- | |- | ||
Line 247: | Line 230: | ||
|- | |- | ||
|06:08 | |06:08 | ||
− | | সংখ্যা 9: | + | | সংখ্যা 9:কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে. |
− | কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে. | + | |
|- | |- | ||
Line 260: | Line 242: | ||
|- | |- | ||
|06:32 | |06:32 | ||
− | | সংখ্যা 10: | + | | সংখ্যা 10:Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে. |
− | Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে. | + | |
|- | |- | ||
Line 273: | Line 254: | ||
|- | |- | ||
|06:58 | |06:58 | ||
− | | এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম | + | |এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম কিভাবে Drupal এৰ ইনস্টল কৰে. |
− | কিভাবে Drupal এৰ ইনস্টল কৰে. | + | |
|- | |- | ||
Line 286: | Line 266: | ||
|- | |- | ||
|07:18 | |07:18 | ||
− | | বিষয়বস্তু workflow- | + | | বিষয়বস্তু workflow-ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়. |
− | ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়. | + | |
|- | |- | ||
Line 303: | Line 282: | ||
|- | |- | ||
|07:49 | |07:49 | ||
− | | কিভাবে Drupalক প্রসাৰিত কৰে- | + | | কিভাবে Drupalক প্রসাৰিত কৰে-Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস. |
− | Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস. | + | |
|- | |- | ||
Line 316: | Line 294: | ||
|- | |- | ||
|08:13 | |08:13 | ||
− | | কিভাবে siteক লেআউট কৰে- | + | | কিভাবে siteক লেআউট কৰে-এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব. |
− | এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব. | + | |
|- | |- | ||
Line 329: | Line 306: | ||
|- | |- | ||
|08:38 | |08:38 | ||
− | | | + | |peopleক কীভাবে পৰিচালনা কৰিব - |
|- | |- | ||
Line 349: | Line 326: | ||
|- | |- | ||
|09:17 | |09:17 | ||
− | | | + | |এইটো সাইটক আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক. |
|- | |- | ||
Line 357: | Line 334: | ||
|- | |- | ||
|09:28 | |09:28 | ||
− | | সংক্ষেপে. | + | | সংক্ষেপে.এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:Drupal এৰ পৰিচয়, Drupal এৰ প্রধান বৈশিষ্ট্য আৰু এই Drupal এৰ শৃঙ্খলাৰ ওভাৰভিউ. |
− | এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো: | + | |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 377: | Line 350: | ||
|- | |- | ||
|10:11 | |10:11 | ||
− | | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, | + | | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
|- | |- |
Latest revision as of 16:37, 14 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Overview of Drupalৰ স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম-কন্টেন্ট ম্যানেজমেন্ট সিস্টেম, Drupal |
00:13 | Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু এই শৃঙ্খলাৰ ওভাৰভিউ |
00:19 | প্রথমে বুজো ড্রুপাল কি হয়. Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়. |
00:30 | এটা সিএমএস কি? এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে. |
00:40 | বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে. |
00:47 | এতিয়া এইটো খুব ভিন্ন. প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয় |
00:55 | কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে. |
01:00 | এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়. |
01:06 | সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে. |
01:14 | এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে. আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে, |
01:23 | অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ. আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে. |
01:32 | CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ. |
01:37 | ই যেনে PHP, Ajax, Javascript ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে |
01:47 | সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে. |
01:55 | বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়. |
02:00 | সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে. |
02:07 | Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ. |
02:15 | যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে. |
02:18 | Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল. |
02:24 | যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে. |
02:32 | তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে. |
02:37 | Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম. |
02:43 | এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা Drupal বনোৱা হৈছে. |
02:51 | ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community” |
02:58 | হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে. |
03:02 | ইয়াৰ পিছত, আমি Drupal এৰ শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো. |
03:06 | নম্বৰ1:Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়. |
03:11 | যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে. |
03:15 | যদিও আপোনি এজন ডেভেপপাৰ হয়, Drupal এৰ খুবেই দৰকাৰী. |
03:20 | ২ নম্বৰ:Drupal ফ্লেক্সিবল হয়. |
03:24 | Drupal আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়. |
03:28 | Drupal অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়. |
03:35 | ডেভেলপাৰে এইটোক উভয় সিএমএস আৰু এটা বৃহত্তৰ ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্মহিসাবে ব্যবহাৰ কৰে . |
03:42 | নম্বৰ 3:Drupal মোবাইলত উপলব্ধ. |
03:46 | আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো. |
03:54 | নম্বৰ4:Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব. |
04:00 | whitehouse.govৰ পৰা weather.comলৈ আৰুDallas Cowboys, Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে. |
04:08 | Drupal আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে. |
04:12 | এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়. |
04:19 | এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত. |
04:24 | নম্বৰ5:Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়. |
04:29 | Drupal এ মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে. |
04:34 | লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে. |
04:45 | সংখ্যা 6:Drupal নিৰাপদ আৰু সুৰক্ষিত হয়. |
04:50 | Drupal এ আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে, |
04:57 | session IDs যি অনুমতি(permissions) পৰিবর্তন হোৱাত পৰিবর্তন হয়, |
05:01 | টেক্স্ট ফৰম্যাট অনুমতিইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে. |
05:07 | Drupal এ নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়. |
05:11 | সংখ্যা 7:আমি Drupal সাইটত বৈশিষ্ট্য যোগ কৰা হাজাৰ মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো. |
05:18 | যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা মডিউল নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে. |
05:27 | আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে . আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে. |
05:40 | সংখ্যা 8: যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল! |
05:48 | Drupal এৰ বাবে বিশ্বত বহুতো ইভেন্ট হয়. |
05:52 | স্থানীয় ইভেন্টক Drupal কেম্পস বুলি কোৱা হয়. |
05:55 | আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান DrupalConsহয় . |
06:01 | খুবেই সক্রিয় ফোৰাম আছে, User Groups আৰু IRC চ্যাটবোৰ Drupal এৰ সমর্থনত নিবেদিত. |
06:08 | সংখ্যা 9:কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে. |
06:15 | Acquia, এই শৃঙ্খলাৰ বাবে অংশীদাৰ, Drupal এৰ বৃহত্তম কোম্পানী. |
06:21 | ভাৰতত ষাঠিটাত চে বেশি Drupal এৰ সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে. |
06:32 | সংখ্যা 10:Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে. |
06:40 | Drupal এ সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে. |
06:50 | Drupal সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়. |
06:58 | এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম কিভাবে Drupal এৰ ইনস্টল কৰে. |
07:04 | আমি Drupal আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো. |
07:10 | প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ লিনাক্স বা উইন্ডোজ এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই. |
07:18 | বিষয়বস্তু workflow-ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়. |
07:26 | আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম. |
07:34 | তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে Drupalক অনন্য কৰিব পাৰে. |
07:40 | সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি. |
07:49 | কিভাবে Drupalক প্রসাৰিত কৰে-Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস. |
07:56 | আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা মডিউলআছে, . |
08:05 | প্রদত্ত যে তাতে অসংখ্য মডিউল আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা মডিউল নির্বাচন কৰে. |
08:13 | কিভাবে siteক লেআউট কৰে-এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব. |
08:24 | লেআউট অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে. |
08:31 | মডিউলৰ নিচিনা, লেআউট বা থিমও কমিউনিটি কান্ট্রিবিউটৰ হিসাবে পোৱা যায়. |
08:38 | peopleক কীভাবে পৰিচালনা কৰিব - |
08:40 | অন্যান্য একক ভিত্তিক CMS ব্যবহাৰকাৰী, যেনে ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়. |
08:53 | people ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু তেখেতলোকক বিভিন্ন অনুমতিদিয়ে, শিকো. |
09:01 | কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে Drupal এৰ কোড পৰিচালনা কৰে শিকো. |
09:11 | এটা সাইট নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ. |
09:17 | এইটো সাইটক আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক. |
09:24 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. |
09:28 | সংক্ষেপে.এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:Drupal এৰ পৰিচয়, Drupal এৰ প্রধান বৈশিষ্ট্য আৰু এই Drupal এৰ শৃঙ্খলাৰ ওভাৰভিউ. |
09:41 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
09:51 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
09:59 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
10:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
10:24 | এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ. |