Difference between revisions of "Drupal/C3/People-Management/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 10: Line 10:
 
| 00:06
 
| 00:06
 
| এই টিউটোৰিয়েলত আমি শিকিম
 
| এই টিউটোৰিয়েলত আমি শিকিম
 
+
People Management আৰু
People Management আৰু
+
নির্দিষ্ট টাস্ক ভিত্তিক ৰোল সেট কৰা.
নির্দিষ্ট টাস্ক ভিত্তিক ৰোল সেট কৰা.
+
  
 
|-
 
|-
 
| 00:14
 
| 00:14
 
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
 
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
+
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
 
Drupal 8 আৰু  
 
Drupal 8 আৰু  
ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
+
ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
 
আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
 
আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
  
Line 117: Line 116:
 
| 02:30
 
| 02:30
 
| এই তালিকা লাহে লাহে বাড়ি থাকে -
 
| এই তালিকা লাহে লাহে বাড়ি থাকে -
যোগ কৰা Content type ইয়াৰ বাবে,
+
যোগ কৰা Content type ইয়াৰ বাবে,
যোগ কৰা Module ইয়াৰ বাবে।
+
যোগ কৰা Module ইয়াৰ বাবে।
 
|-
 
|-
 
|02:39
 
|02:39
Line 201: Line 200:
 
| 04:18
 
| 04:18
 
| আমি Summer Intern ক কি কৰিব মানা কৰিম -
 
| আমি Summer Intern ক কি কৰিব মানা কৰিম -
অন্য লোকৰ কন্টেন্ট মুছিবলৈ,
+
অন্য লোকৰ কন্টেন্ট মুছিবলৈ,
ৰিভিশনস মুছিবলৈ,
+
ৰিভিশনস মুছিবলৈ,
সিহতে নবনোৱা ইভেন্ট এডিট কৰিবলৈ।
+
সিহতে নবনোৱা ইভেন্ট এডিট কৰিবলৈ।
  
 
|-
 
|-
Line 280: Line 279:
 
| 06:10
 
| 06:10
 
| সাফল্যবার্তা কয় যে,
 
| সাফল্যবার্তা কয় যে,
 
+
Sam ইয়াৰ বাবে অ্যাকাউন্ট তৈয়াৰ হৈছে আৰু
Sam ইয়াৰ বাবে অ্যাকাউন্ট তৈয়াৰ হৈছে আৰু
+
কোনো ইমেল পঠোৱা হোৱা নাই।
কোনো ইমেল পঠোৱা হোৱা নাই।
+
  
 
|-
 
|-
Line 400: Line 398:
 
| 08:57
 
| 08:57
 
| সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো
 
| সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো
 
+
People Management আৰু নতুন ইউসাৰ যোগ কৰা।
People Management আৰু নতুন ইউসাৰ যোগ কৰা।
+
  
 
|-
 
|-

Revision as of 15:15, 7 October 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Drupal People Management ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম

People Management আৰু নির্দিষ্ট টাস্ক ভিত্তিক ৰোল সেট কৰা.

00:14 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো

উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।

00:29 People management সম্পর্কে শিকো।
00:31 আমি ZIRCON theme ত উভতি যাও আৰু বাকি টিউটোৰিয়েলৰ বাবে এই theme ৰাখিম।
00:39 People management সচায়েই খুবেই গুৰুত্বপূর্ণ।
00:42 এইটো সঠিকভাবে পোৱা বেশ জটিল।
00:46 এইটো মাত্ৰ এবাৰ কিন্তু সঠিকভাবে কৰিব লাগিব।
00:50 People ত টিপো।
00:53 Drupalত People ক roles দিয়া হয় যাৰ permissions থাকে।
00:58 permission স্ট্রাকচাৰ দ্বাৰা Drupalএ আমাক, মানুহে কি দেখিবলৈ আৰু কৰিব পাৰে তাক অনুমতি দিয়ে।
01:06 ইয়াতে কিছু বিষয় মনত ৰাখা গুৰুত্বপূর্ণ।
01:10 আপোনি ইউসাৰ সংখ্যা 1 - অর্থাৎ super user.
01:15 কোনোৱেও আপোনাৰ permissions সলাব নোৱাৰে।
01:18 ইয়াৰ তলত এজন ইউসাৰ ADMINISTRATOR আছে।
01:23 Administratorsক সাধাৰণতে সমগ্র সাইট পৰিচালনা কৰাৰ অনুমতি দিয়ে।
01:29 কিন্তু সিহত User No.1 ইয়াৰ মতে উচ্চ নহয়।
01:33 Authenticated Users সেই মানুহ হয় যাৰ নির্দিষ্টি অধিকাৰ আছে।
01:39 শেষলৈ, Anonymous Users হল অতিথি যাৰ লগইন নাই।
01:45 সাধাৰণতে, Anonymous Usersএ মাত্ৰ অসুৰক্ষিত কন্টেন্ট দেখিবলৈ পাৰে আৰ কিছু নহয়।
01:53 আৰু এটা মনত ৰাখাৰ বিষয় হল, সাইটত টাস্কৰ বাবে নির্দিষ্ট ৰোল সেট কৰা।
02:01 ধৰক এজন summer intern আছে যাক মাত্ৰ Events আপডেট কৰাৰ অনুমতি আছে। কোনো Articles কোনো Pages কোনো User Groups নহয়.
02:11 summer internএ ইয়াৰ নিজস্ব ভূমিকা বিছাৰে, যাতে আপোনি permissions ম্যানেজ কৰিব পাৰে।
02:19 এইটো খুব শীঘ্রই সেট কৰিম।
02:22 এতিয়া Permissions ট্যাবত টিপো।
02:26 লাহে লাহে স্ক্রোল কৰি দেখো যে কি উপলব্ধ।
02:30 এই তালিকা লাহে লাহে বাড়ি থাকে -

যোগ কৰা Content type ইয়াৰ বাবে, যোগ কৰা Module ইয়াৰ বাবে।

02:39 প্রতিটো View যাক আমি বনাও।
02:42 Drupal ত People management মানে মানুহে কি কৰিব পাৰে।
02:46 ইয়াৰ পিছত নতুন ৰোল যোগ কৰো, ইয়াতে permissions দি আৰু পৰীক্ষা কৰো।
02:52 Roles ত টিপক।
02:54 এটা নতুন ৰোল যোগ কৰো, Summer Intern.
02:59 Drupalএ সর্বদা নিচিনা এইটোক এটা মেশিন নাম দিব।
03:03 Save টিপক।
03:05 এতিয়া এটা নতুন ৰোল Summer Intern আছে যাৰ এতিয়ালৈকে কোনো permissions নাই।
03:12 মই মোৰ ৰোলৰ ক্ষমতা বা permissions ইয়াৰ ক্রমত ৰাখিব বিছাৰো।
03:17 এইটোৱে লজিক্যাল ক্রমত ৰোল দেখোবলৈ সাহায্য কৰে - কাৰ কি permissions আছে।
03:24 Save order ত টিপক।
03:27 এতিয়া নতুন ৰোলক permissions দিব বিছাৰো।
03:31 Permissions ট্যাবত টিপক।
03:34 আমি দেখো যে এই পৃষ্ঠা সকলো permissions ইয়াৰ ওভাৰভিউ।
03:39 এতিয়া Roles ট্যাবত টিপি এবাৰ উভতি যাও।
03:44 Summer Intern ত টিপি Edit permissions চয়ন কৰক।
03:51 এতিয়া আমি Summer Intern ইয়াৰ permissions দেখিছো আৰু এইটো অলপ সহজ।
03:58 তলত স্ক্রোল কৰি Events নামৰ Content type খুঁজক - এইটো আমাৰ বাবে প্রায় অর্ধক পথ।
04:06 ধৰক Summer Intern এ
নতুন ইভেন্ট বনাব পাৰে
মাত্ৰ সিহতৰ নিজৰ ইভেন্ট মুছা আৰু 
সিহতৰ নিজস্ব ইভেন্ট এডিট কৰা।
04:18 আমি Summer Intern ক কি কৰিব মানা কৰিম -

অন্য লোকৰ কন্টেন্ট মুছিবলৈ, ৰিভিশনস মুছিবলৈ, সিহতে নবনোৱা ইভেন্ট এডিট কৰিবলৈ।

04:30 আমি সিহতকও পুৰনা সংস্কৰণত প্রত্যাবর্তনৰ অনুমতি নিদিও।
04:37 এইটো আমাৰ এডিটৰৰ সেই বিশেষ ক্ষমতা দিব।
04:41 এইটো বেশ সীমিত ৰোল।
04:44 এতিয়া স্ক্রোল কৰি তলত যাওক আৰু Save permissions ত টিপক।
04:50 আকৌ এবাৰ লক্ষ্য কৰক -সিহতে ভিউস এডিট কৰিব নোৱাৰে।
04:54 সিহতে কিতাপ এডিট কৰিব নোৱাৰে, সিহতে কাৰোৰ অনুমতি নোহোৱাকৈ কমেন্ট ও কৰিব নোৱাৰে।
04:58 সেয়ে এইটো খুব সীমিত ৰোল. তৃতীয় ধাপ হল ব্যক্তি যোগ কৰা।
05:06 আমি ৰোল সেট কৰি permissions যোগ কৰিছো।
05:11 এটা ইউসাৰ যোগ কৰি আৰু ইয়াতে এটা জালি ইমেল এড্রেস দিব পাৰি।
05:18 এইটো মাত্ৰ বৈধ ফৰম্যাটত হব লাগিব।
05:22 আমি কম intern@email.com কাৰণ আমি সিহতক আসলতে ইমেল নপঠাও।
05:31 Username ত, আমি Sam লিখিম আৰু পাসওয়ার্ড হিসাবেও sam ব্যবহাৰ কৰিম।
05:38 এইটো অসুৰক্ষিত পাসওয়ার্ড। কিন্তু এতিয়াৰ বাবে এইটো ঠিক আছে কাৰণ এইটো লোকেল মেশিন হয়।
05:47 Status ক Activeত সলাব লাগিব।
05:51 সিহতৰ Summer Intern ৰোল থাকিব লাগিব।
05:53 আমি বিছাৰিলে ছবি যোগ কৰিব পাৰো।
05:56 এতিয়াৰ বাবে Personal contact form অফ কৰিম. কাৰণ summer interns ইয়াৰ সৈতে যোগাযোগৰ দৰকাৰ নাই।
06:06 শেষলৈ Create new accountত টিপক।
06:10 সাফল্যবার্তা কয় যে,

Sam ইয়াৰ বাবে অ্যাকাউন্ট তৈয়াৰ হৈছে আৰু কোনো ইমেল পঠোৱা হোৱা নাই।

06:17 এতিয়া আমি ইউসাৰ তালিকাত Sam দেখো।
06:21 আমি এইৰকমে নতুন ইউসাৰক সেট কৰাত, এটা গুৰুত্বপূর্ণ বিষয় হল প্ৰশিক্ষন কৰা.
06:29 Sam হিসাবে লগআউট আৰু লগইন কৰি  প্ৰশিক্ষন  কৰো।
06:33 কিন্তু সমস্যা হল - যদি Sam এজন প্রকৃত ইউসাৰ হয় আৰু সি তাৰ পাসওয়ার্ড পৰিবর্তনৰ সিদ্ধান্ত লয়।
06:41 আমি লোকৰ account প্ৰশিক্ষন  কৰিব হলে সিহতৰ পাসওয়ার্ড যথা ভাবে সলাব নোৱাৰো।
06:48 এইটো নৈতিক নহয়।
06:49 drupal.org/project/masquerade ত এটা চমত্কাৰ module আছে।
06:55 Masquerade moduleএ এইটোৱে যি কয় তাক কৰাৰ অনুমতি দিয়ে - masquerade অন্য কোনো হিসাবে।
07:03 Summer Intern হিসাবে masquerade কৰি আমি তাৰ permissions সঠিকভাবে সেট কৰিছো।
07:10 মই  ইতিমধ্যে Masquerade module ইনস্টল কৰিছো।
07:14 আপোনাৰ মেশিনতও এইটো ইনস্টল কৰক।
07:18 নতুন modules ইনস্টল কৰিবলৈ Adding functionalities using Modules অনুসৰণ কৰিব পাৰে।
07:26 আপোনাৰ সুবিধাৰ বাবে Masquerade module টিউটোৰিয়েলৰ ওয়েবপেজত Code Files লিঙ্কত দিয়া হৈছে।
07:34 এইটোক ডাউনলোড কৰি ইনস্টল কৰক।
07:37 এবাৰ ইনস্টল হলে লগইন এলাকাত Unmasquerade লিঙ্ক দেখিব পাৰে।
07:43 Masquerade ব্যবহাৰ কৰিবলৈ People পৃষ্ঠাত যাওক।
07:48 Sam ইউসাৰৰ Edit ড্রপ ডাউনত টিপক আৰু Masquerade as চয়ন কৰক।
07:55 Sam হিসাবে Masquerade কৰাৰ সৈতে toolbars গুচি যায়।
08:01 ইয়াৰ কাৰণ হল ইউসাৰ Sam ইয়াৰ ৰোলৰ administrator toolbars ইয়াৰ permissions নাই।
08:08 Add content ত টিপিলে, একমাত্র বিষয় যাক আমি বনাব পাৰো সেয়া হল event. এই পর্যন্ত সকলো ঠিক।
08:17 Our Drupal Manual ত টিপি Installing Drupalত  টিপিলে এডিট কৰিব নোৱাৰে।
08:23 ইয়াতে কোনো ট্যাব নাই।
08:25 একেই বিষয় যদি আমি Forums ত যাও।
08:29 ইয়াতও এডিট কৰিব নোৱাৰে।
08:32 আমি কমেন্ট লিখিব পাৰো। কিন্তু এইটো নিজেই অনুমোদন কৰা নহব।
08:38 আকৌ এবাৰ এটা ইভেন্টত টিপিব পাৰি কিন্তু আমি এইটোক এডিট বা মুছিবলৈ সক্ষম নহয়।
08:45 দেখাত হৈছে permissions হল সঠিক।
08:47 এতিয়া Unmasquerade লিঙ্কত টিপি administrator role ত উভতি যাও।
08:54 ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
08:57 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো

People Management আৰু নতুন ইউসাৰ যোগ কৰা।

09:15 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
09:25 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে।
09:29 ভিডিওটো ডাউনলোড কৰি চাওক।
09:32 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
09:40 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
09:52 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya