Drupal/C3/People-Management/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. Drupal People Management ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম-People Management আৰু নির্দিষ্ট টাস্ক ভিত্তিক ৰোল সেট কৰা. |
| 00:14 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো-উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
| 00:29 | People management সম্পর্কে শিকো। |
| 00:31 | আমি ZIRCON theme ত উভতি যাও আৰু বাকি টিউটোৰিয়েলৰ বাবে এই theme ৰাখিম। |
| 00:39 | People management সচায়েই খুবেই গুৰুত্বপূর্ণ। |
| 00:42 | এইটো সঠিকভাবে পোৱা বেশ জটিল। |
| 00:46 | এইটো মাত্ৰ এবাৰ কিন্তু সঠিকভাবে কৰিব লাগিব। |
| 00:50 | People ত টিপো। |
| 00:53 | Drupalত People ক roles দিয়া হয় যাৰ permissions থাকে। |
| 00:58 | permission স্ট্রাকচাৰ দ্বাৰা Drupalএ আমাক, মানুহে কি দেখিবলৈ আৰু কৰিব পাৰে তাক অনুমতি দিয়ে। |
| 01:06 | ইয়াতে কিছু বিষয় মনত ৰাখা গুৰুত্বপূর্ণ। |
| 01:10 | আপোনি ইউসাৰ সংখ্যা 1 - অর্থাৎ super user. |
| 01:15 | কোনোৱেও আপোনাৰ permissions সলাব নোৱাৰে। |
| 01:18 | ইয়াৰ তলত এজন ইউসাৰ ADMINISTRATOR আছে। |
| 01:23 | Administratorsক সাধাৰণতে সমগ্র সাইট পৰিচালনা কৰাৰ অনুমতি দিয়ে। |
| 01:29 | কিন্তু সিহত User No.1 ইয়াৰ মতে উচ্চ নহয়। |
| 01:33 | Authenticated Users সেই মানুহ হয় যাৰ নির্দিষ্টি অধিকাৰ আছে। |
| 01:39 | শেষলৈ, Anonymous Users হল অতিথি যাৰ লগইন নাই। |
| 01:45 | সাধাৰণতে, Anonymous Usersএ মাত্ৰ অসুৰক্ষিত কন্টেন্ট দেখিবলৈ পাৰে আৰ কিছু নহয়। |
| 01:53 | আৰু এটা মনত ৰাখাৰ বিষয় হল, সাইটত টাস্কৰ বাবে নির্দিষ্ট ৰোল সেট কৰা। |
| 02:01 | ধৰক এজন summer intern আছে যাক মাত্ৰ Events আপডেট কৰাৰ অনুমতি আছে। কোনো Articles কোনো Pages কোনো User Groups নহয়. |
| 02:11 | summer internএ ইয়াৰ নিজস্ব ভূমিকা বিছাৰে, যাতে আপোনি permissions ম্যানেজ কৰিব পাৰে। |
| 02:19 | এইটো খুব শীঘ্রই সেট কৰিম। |
| 02:22 | এতিয়া Permissions ট্যাবত টিপো। |
| 02:26 | লাহে লাহে স্ক্রোল কৰি দেখো যে কি উপলব্ধ। |
| 02:30 | এই তালিকা লাহে লাহে বাড়ি থাকে -যোগ কৰা Content type ইয়াৰ বাবে, যোগ কৰা Module ইয়াৰ বাবে। |
| 02:39 | প্রতিটো View যাক আমি বনাও। |
| 02:42 | Drupal ত People management মানে মানুহে কি কৰিব পাৰে। |
| 02:46 | ইয়াৰ পিছত নতুন ৰোল যোগ কৰো, ইয়াতে permissions দি আৰু পৰীক্ষা কৰো। |
| 02:52 | Roles ত টিপক। |
| 02:54 | এটা নতুন ৰোল যোগ কৰো, Summer Intern. |
| 02:59 | Drupalএ সর্বদা নিচিনা এইটোক এটা মেশিন নাম দিব। |
| 03:03 | Save টিপক। |
| 03:05 | এতিয়া এটা নতুন ৰোল Summer Intern আছে যাৰ এতিয়ালৈকে কোনো permissions নাই। |
| 03:12 | মই মোৰ ৰোলৰ ক্ষমতা বা permissions ইয়াৰ ক্রমত ৰাখিব বিছাৰো। |
| 03:17 | এইটোৱে লজিক্যাল ক্রমত ৰোল দেখোবলৈ সাহায্য কৰে - কাৰ কি permissions আছে। |
| 03:24 | Save order ত টিপক। |
| 03:27 | এতিয়া নতুন ৰোলক permissions দিব বিছাৰো। |
| 03:31 | Permissions ট্যাবত টিপক। |
| 03:34 | আমি দেখো যে এই পৃষ্ঠা সকলো permissions ইয়াৰ ওভাৰভিউ। |
| 03:39 | এতিয়া Roles ট্যাবত টিপি এবাৰ উভতি যাও। |
| 03:44 | Summer Intern ত টিপি Edit permissions চয়ন কৰক। |
| 03:51 | এতিয়া আমি Summer Intern ইয়াৰ permissions দেখিছো আৰু এইটো অলপ সহজ। |
| 03:58 | তলত স্ক্রোল কৰি Events নামৰ Content type খুঁজক - এইটো আমাৰ বাবে প্রায় অর্ধক পথ। |
| 04:06 | ধৰক Summer Intern এ নতুন ইভেন্ট বনাব পাৰে মাত্ৰ সিহতৰ নিজৰ ইভেন্ট মুছা আৰু সিহতৰ নিজস্ব ইভেন্ট এডিট কৰা। |
| 04:18 | আমি Summer Intern ক কি কৰিব মানা কৰিম -অন্য লোকৰ কন্টেন্ট মুছিবলৈ, ৰিভিশনস মুছিবলৈ, সিহতে নবনোৱা ইভেন্ট এডিট কৰিবলৈ। |
| 04:30 | আমি সিহতকও পুৰনা সংস্কৰণত প্রত্যাবর্তনৰ অনুমতি নিদিও। |
| 04:37 | এইটো আমাৰ এডিটৰৰ সেই বিশেষ ক্ষমতা দিব। |
| 04:41 | এইটো বেশ সীমিত ৰোল। |
| 04:44 | এতিয়া স্ক্রোল কৰি তলত যাওক আৰু Save permissions ত টিপক। |
| 04:50 | আকৌ এবাৰ লক্ষ্য কৰক -সিহতে ভিউস এডিট কৰিব নোৱাৰে। |
| 04:54 | সিহতে কিতাপ এডিট কৰিব নোৱাৰে, সিহতে কাৰোৰ অনুমতি নোহোৱাকৈ কমেন্ট ও কৰিব নোৱাৰে। |
| 04:58 | সেয়ে এইটো খুব সীমিত ৰোল. তৃতীয় ধাপ হল ব্যক্তি যোগ কৰা। |
| 05:06 | আমি ৰোল সেট কৰি permissions যোগ কৰিছো। |
| 05:11 | এটা ইউসাৰ যোগ কৰি আৰু ইয়াতে এটা জালি ইমেল এড্রেস দিব পাৰি। |
| 05:18 | এইটো মাত্ৰ বৈধ ফৰম্যাটত হব লাগিব। |
| 05:22 | আমি কম intern@email.com কাৰণ আমি সিহতক আসলতে ইমেল নপঠাও। |
| 05:31 | Username ত, আমি Sam লিখিম আৰু পাসওয়ার্ড হিসাবেও sam ব্যবহাৰ কৰিম। |
| 05:38 | এইটো অসুৰক্ষিত পাসওয়ার্ড। কিন্তু এতিয়াৰ বাবে এইটো ঠিক আছে কাৰণ এইটো লোকেল মেশিন হয়। |
| 05:47 | Status ক Activeত সলাব লাগিব। |
| 05:51 | সিহতৰ Summer Intern ৰোল থাকিব লাগিব। |
| 05:53 | আমি বিছাৰিলে ছবি যোগ কৰিব পাৰো। |
| 05:56 | এতিয়াৰ বাবে Personal contact form অফ কৰিম. কাৰণ summer interns ইয়াৰ সৈতে যোগাযোগৰ দৰকাৰ নাই। |
| 06:06 | শেষলৈ Create new accountত টিপক। |
| 06:10 | সাফল্যবার্তা কয় যে, Sam ইয়াৰ বাবে অ্যাকাউন্ট তৈয়াৰ হৈছে আৰু কোনো ইমেল পঠোৱা হোৱা নাই। |
| 06:17 | এতিয়া আমি ইউসাৰ তালিকাত Sam দেখো। |
| 06:21 | আমি এইৰকমে নতুন ইউসাৰক সেট কৰাত, এটা গুৰুত্বপূর্ণ বিষয় হল প্ৰশিক্ষন কৰা. |
| 06:29 | Sam হিসাবে লগআউট আৰু লগইন কৰি প্ৰশিক্ষন কৰো। |
| 06:33 | কিন্তু সমস্যা হল - যদি Sam এজন প্রকৃত ইউসাৰ হয় আৰু সি তাৰ পাসওয়ার্ড পৰিবর্তনৰ সিদ্ধান্ত লয়। |
| 06:41 | আমি লোকৰ account প্ৰশিক্ষন কৰিব হলে সিহতৰ পাসওয়ার্ড যথা ভাবে সলাব নোৱাৰো।এইটো নৈতিক নহয়। |
| 06:49 | drupal.org/project/masquerade ত এটা চমত্কাৰ module আছে। |
| 06:55 | Masquerade moduleএ এইটোৱে যি কয় তাক কৰাৰ অনুমতি দিয়ে - masquerade অন্য কোনো হিসাবে। |
| 07:03 | Summer Intern হিসাবে masquerade কৰি আমি তাৰ permissions সঠিকভাবে সেট কৰিছো। |
| 07:10 | মই ইতিমধ্যে Masquerade module ইনস্টল কৰিছো। |
| 07:14 | আপোনাৰ মেশিনতও এইটো ইনস্টল কৰক। |
| 07:18 | নতুন modules ইনস্টল কৰিবলৈ Adding functionalities using Modules অনুসৰণ কৰিব পাৰে। |
| 07:26 | আপোনাৰ সুবিধাৰ বাবে Masquerade module টিউটোৰিয়েলৰ ওয়েবপেজত Code Files লিঙ্কত দিয়া হৈছে। |
| 07:34 | এইটোক ডাউনলোড কৰি ইনস্টল কৰক। |
| 07:37 | এবাৰ ইনস্টল হলে লগইন এলাকাত Unmasquerade লিঙ্ক দেখিব পাৰে। |
| 07:43 | Masquerade ব্যবহাৰ কৰিবলৈ People পৃষ্ঠাত যাওক। |
| 07:48 | Sam ইউসাৰৰ Edit ড্রপ ডাউনত টিপক আৰু Masquerade as চয়ন কৰক। |
| 07:55 | Sam হিসাবে Masquerade কৰাৰ সৈতে toolbars গুচি যায়। |
| 08:01 | ইয়াৰ কাৰণ হল ইউসাৰ Sam ইয়াৰ ৰোলৰ administrator toolbars ইয়াৰ permissions নাই। |
| 08:08 | Add content ত টিপিলে, একমাত্র বিষয় যাক আমি বনাব পাৰো সেয়া হল event. এই পর্যন্ত সকলো ঠিক। |
| 08:17 | Our Drupal Manual ত টিপি Installing Drupalত টিপিলে এডিট কৰিব নোৱাৰে। |
| 08:23 | ইয়াতে কোনো ট্যাব নাই। |
| 08:25 | একেই বিষয় যদি আমি Forums ত যাও। |
| 08:29 | ইয়াতও এডিট কৰিব নোৱাৰে। |
| 08:32 | আমি কমেন্ট লিখিব পাৰো। কিন্তু এইটো নিজেই অনুমোদন কৰা নহব। |
| 08:38 | আকৌ এবাৰ এটা ইভেন্টত টিপিব পাৰি কিন্তু আমি এইটোক এডিট বা মুছিবলৈ সক্ষম নহয়। |
| 08:45 | দেখাত হৈছে permissions হল সঠিক। |
| 08:47 | এতিয়া Unmasquerade লিঙ্কত টিপি administrator role ত উভতি যাও। |
| 08:54 | ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 08:57 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো People Management আৰু নতুন ইউসাৰ যোগ কৰা। |
| 09:15 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
| 09:25 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। |
| 09:29 | ভিডিওটো ডাউনলোড কৰি চাওক। |
| 09:32 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
| 09:40 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
| 09:52 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |