Difference between revisions of "Drupal/C2/Creating-Basic-Content/Assamese"
From Script | Spoken-Tutorial
Line 10: | Line 10: | ||
|00:06 | |00:06 | ||
| এই টিউটোৰিয়েলত আমি শিকিম: | | এই টিউটোৰিয়েলত আমি শিকিম: | ||
− | + | Content types | |
− | + | এটা article আৰু এটা মৌলিক পৃষ্ঠা বনোৱা। | |
− | + | ||
|- | |- | ||
Line 61: | Line 60: | ||
|01:49 | |01:49 | ||
| পর্দাত, আপোনি দেখিব - | | পর্দাত, আপোনি দেখিব - | ||
− | + | এটা পোস্টাৰ, | |
− | + | এটা শিৰোনাম, | |
− | + | ৰিলিজৰ তাৰিখ, | |
− | + | ||
|- | |- | ||
|01:55 | |01:55 | ||
− | | | + | |এটা পেৰেন্টেল ৰেটিং, |
− | + | এটা ৰান টাইম, | |
− | + | এটা সিনেমা ৰীতি(genre)। | |
|- | |- | ||
|01:59 | |01:59 | ||
− | | এটা বডি বা | + | |এটা বডি বা |
− | + | সিনেমাৰ এটা বিবৰণ। | |
|- | |- | ||
Line 243: | Line 241: | ||
|06:37 | |06:37 | ||
| PROMOTION OPTIONS ত আমি View সেটিংস সেট কৰিব পাৰো যেনে - | | PROMOTION OPTIONS ত আমি View সেটিংস সেট কৰিব পাৰো যেনে - | ||
− | + | এই নোডক সন্মুখৰ পৃষ্ঠাত প্রম্পট কৰা হয় কিনাই আৰু | |
− | + | এইটোক তালিকাৰ শীর্ষত স্টিকি হব কিনাই। | |
− | + | ||
|- | |- | ||
|06:50 | |06:50 | ||
Line 363: | Line 360: | ||
|09:50 | |09:50 | ||
|সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: | |সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো: | ||
− | + | Content types | |
− | + | এটা article বনোৱা আৰু | |
− | + | এটা মৌলিক পৃষ্ঠা বনোৱা। | |
− | + | ||
|- | |- | ||
|10:05 | |10:05 |
Revision as of 14:55, 7 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Creating Basic Content এৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম:
Content types এটা article আৰু এটা মৌলিক পৃষ্ঠা বনোৱা। |
00:15 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
00:25 | আপোনি আপোনাৰ পছন্দৰ ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:29 | প্রথমে Drupal ত Content type সম্পর্কে শিকো। Content type হল কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ মূল। |
00:39 | এইটো এটা সাইটৰ মেৰুদণ্ড(backbone)। |
00:42 | এইটো এটা বিষয় হয় যি অন্যান্য CMSৰ বাহিৰে Drupalক সেট কৰে। |
00:48 | অধিকাংশ CMS ৰ মাত্র এটা শিৰোনাম আৰু বডি থাকে আৰু এইটোৱে যি ভাবে দেখায়, সম্পূর্ণৰুপে অপর্যাপ্ত। |
00:57 | Drupal ত প্রতিটো কনটেন্ট আইটেমক নোড বোলে। প্রতিটো নোড এটা একক কনটেন্ট টাইপৰ বাবে। |
01:06 | ইয়াৰ পিছত Content type এৰ গুৰুত্ব বুঝো। Content type সেই ধৰনৰ নোডৰ বাবে বিভিন্ন ডিফল্ট সেটিংস নির্ধাৰণ কৰে যেনে |
01:17 | যদি নোড স্বয়ংক্রিয়ভাবে প্রকাশিত হয় কিনাই বা কমেন্ট অনুমতিপ্রাপ্ত কিনাই আৰু |
01:23 | কনটেন্ট সাইটত কিভাবে যুক্ত হয়। প্রতিটো কনটেন্ট টাইপৰ ফীল্ড আছে। |
01:30 | কি ধৰনৰ কনটেন্ট চলি আছে তাৰ উপৰত নির্ভৰ কৰি প্রয়োজনীয় তথ্যৰ ফীল্ড আছে। |
01:38 | এইটোক এইভাবে চিত্রিত কৰো। এইটো হল IMDb.Com যি Drupal সাইট হব পাৰে। এইটো Red সিনেমা সম্পর্কে। |
01:49 | পর্দাত, আপোনি দেখিব -
এটা পোস্টাৰ, এটা শিৰোনাম, ৰিলিজৰ তাৰিখ, |
01:55 | এটা পেৰেন্টেল ৰেটিং,
এটা ৰান টাইম, এটা সিনেমা ৰীতি(genre)। |
01:59 | এটা বডি বা
সিনেমাৰ এটা বিবৰণ। |
02:04 | আমাৰ People ফীল্ডৰ সেট হব আৰু তাৰ সৈতে কিছু লিন্ক আৰু বোতাম আৰু কিছু। |
02:09 | অন্যান্য CMSত, CSS ত এই লেআউট বনাবলৈ Dreamweaver ৰ নিচিনা কিছু ব্যবহাৰ কৰিবলৈ পাৰি। |
02:16 | কি হব যদি আমি বিছাৰো
2010 চনত সকলো সিনেমাৰ বাবে ল্যান্ডিং পেজ যাতে ব্রুস উইলস আছে যাৰ পেৰেন্টেল ৰেটিং PG 13. |
02:28 | আপোনি অন্য CMS ব্যবহাৰ কৰিলে এইটো কৰা কঠিন। কিন্তু Drupalত এইটো খুব সহজে সম্পন্ন কৰা হয়। |
02:37 | এইটো Content types এৰ বাস্তব সুবিধা। এতিয়া কিছু বিল্ট ইন Content types অন্বেষণ কৰো। |
02:46 | ইয়াৰ পিছত নতুন Content types তৈয়াৰ সম্পর্কেও শিকিম। আগে নির্মিত Drupal সাইটটো খুলক। |
02:54 | প্রথমে Article Content type সম্পর্কে শিকিম। Content ত টিপি Add content ত টিপক। |
03:04 | মনত ৰাখিব আমি আগেই এটা আর্টিকল বনাইছিলো। এতিয়া সকলো এলিমেন্ট সহ আৰু এটা আর্টিকল বনাও। |
03:13 | Article ত টিপক। Articleত এটা বাধ্যতামূলক ফীল্ড আছে অর্থাৎ Title. |
03:21 | আমি body ত টেক্সট নিলিখিলে আমাৰ উচৰত একো নাথাকিব। Article Content type, Summary ৰ সৈতে আহে। |
03:28 | আমি Summary ত একো নিলিখিলে Drupalএ এইটোক বনাবলৈ প্রথম কিছু অক্ষৰ লয়। এইটোক Teaser mode বোলে। |
03:38 | এতিয়া আগোৱাও। আমি ইয়াতে টেক্সটৰ কিছু লাইন লিখিম। |
03:43 | আপোনি পছন্দৰ যি কোনো টেক্সট লিখিব পাৰে। |
03:45 | এইটো আমাৰ টেক্সট। |
03:50 | Text formatএ দেখায় যে আমি HTML ত কোন এলিমেন্ট ৰাখিবলৈ অনুমতিযোগ্য হয়। |
03:56 | ইয়াতে Basic, Restricted আৰু Full HTML আছে। যিহেতু আমি সুপাৰ ইউজাৰ হয়, আমি সকলো কিছু দেখিব পাৰো। |
04:05 | সাধাৰণতে, ব্যবহাৰকাৰীয়ে এডিটৰ বা প্রকাশক হিসাবে লগ কৰে, তাতে মাত্র এটা Text format থাকে। তেখেতলোকক মাত্র Text format ব্যবহাৰৰ অনুমতি দিয়া হয়। |
04:17 | অধিক বিবৰণৰ বাবে About text formats লিঙ্কত টিপক। |
04:22 | এতিয়া Basic HTML চয়ন কৰক। |
04:26 | Basic HTMLএ আমাক অনুমতি দিয়ে
সোর্স কোড দেখিবলৈ আৰু কিছু মৌলিক HTML এলিমেন্ট ব্যবহাৰ কৰিবলৈ যেনে |
04:33 | এটা প্যাৰাগ্রাফ ট্যাগ, স্ট্রং ইটালিক |
04:36 | অর্ডাৰ নোহোৱা তালিকা, অর্ডাৰ যুক্ত তালিকা আৰু কিছু। |
04:41 | Full HTMLএ, JavaScript আৰু iframes সহ যি কোনো HTMLক এম্বেড কৰাৰ অনুমতি দিয়ে। |
04:48 | Restricted HTML ত, আমাক মাত্ৰ প্যাৰাগ্রাফ ট্যাগ বা লাইন ব্রেকৰ নিচিনা কিছু লেখাৰ অনুমতি দিয়া হব। |
04:57 | WYSIWYG এডিটৰ হল CKEditor. আমি এই সম্পর্কে পিছত শিকিম। |
05:03 | ইয়াতে আমি দেখো
bold, italics, linking, unordered আৰু ordered lists, block quote আৰু image. |
05:11 | এটা formatting ড্রপ ডাউন বিভিন্ন H ট্যাগ আৰু তাৰপিছত View Source চয়ন কৰিবলৈ। |
05:18 | মই টেক্সট ফৰম্যাট পৰিবর্তন কৰিলে মই আৰু বোতাম পাও. আমি তাৰ সম্পর্কে পিছত শিকিম। |
05:25 | এতিয়া এইটোক Basic HTML হিসাবে ৰাখো। Continue বোতামত টিপক। |
05:32 | আমাৰ আর্টিকল শেষ কৰো. আকৌ এবাৰ এই ট্যাগ ব্যবহাৰ কৰো - introduction আৰু drupal. |
05:40 | আমি এতিয়া ইমেজক খালি ৰাখিম। আপোনি ইতিমধ্যে দেখিছে ই কেনেকৈ কাম কৰে। |
05:47 | ইয়াতে সো ফালে visibility আৰু publication settings আছে। |
05:52 | এই বিশেষ আর্টিকলৰ বাবে version control সক্রিয় কৰিবলৈ Create new revision চেকবাক্সত টিপক। |
05:59 | আমি menu link ত আর্টিকল যোগ কৰিবলৈ বিছাৰিলে Provide a menu link চেকবাক্সত টিপক। Drupalএ মেন নেভিগেশনত মেনু আইটেম যোগ কৰিব। |
06:11 | আপোনি সেইটো কৰিলে আমি শ শ মেইল পাম। সেয়ে চেকমার্ক অতৰুৱাই দিও। |
06:17 | আমি এটা বিশেষ নোডত Comments অন বা অফ কৰিবলৈ পাৰো। |
06:22 | ইয়াতে URL alias দিব পাৰি। |
06:26 | এইটোক খালি ৰাখিলে Drupalএ এইটো তৈয়াৰ কৰিব। |
06:30 | AUTHORING INFORMATION ত আমি দেখিব পাৰো কোনে আৰু কেতিয়া এই নোড বনাইছে। |
06:37 | PROMOTION OPTIONS ত আমি View সেটিংস সেট কৰিব পাৰো যেনে -
এই নোডক সন্মুখৰ পৃষ্ঠাত প্রম্পট কৰা হয় কিনাই আৰু এইটোক তালিকাৰ শীর্ষত স্টিকি হব কিনাই। |
06:50 | এইটো সেই সেট আপ হয় যেতিয়া Content type বনাও আৰু এডিটৰে সেইবোৰক সলোৱাৰ প্রয়োজন নাই। |
06:56 | কিন্তু আমি পছন্দ অনুযায়ী পৰিবর্তন কৰিবলৈ পাৰো। |
07:00 | নোড সংৰক্ষণ কৰিবলৈ Save and publishত টিপক। |
07:04 | অবিলম্বে, নোড সাইটত লাইভ হব. আমি এইটোক ইয়াত দেখিব পাৰো। |
07:10 | Home page ত টিপক। |
07:12 | ইয়াতে Welcome to Drupalville আৰু Drupalville's Second Article আছে। |
07:17 | Teaser mode ত এইটো প্রকাশনৰ তাৰিখৰ ক্রম অনুযায়ী প্রদর্শিত হয়। |
07:23 | Read more আৰু Add new comment লিঙ্ক ইয়াতে আছে। |
07:28 | Drupal শব্দ সহ সকলো ট্র্যাগ কৰা নোডৰ তালিকা পাবলৈ, Drupal লিঙ্কত টিপক। |
07:35 | আকৌ এবাৰ নোড প্রকাশনৰ তাৰিখ ক্রম অনুযায়ী প্রদর্শিত হয়। |
07:40 | এইটো Article Content type. |
07:43 | Edit লিঙ্কত টিপক। |
07:45 | আমি ইয়াতে যি কিছু ৰাখিব পাৰো। |
07:51 | Save and keep published ত টিপক। |
07:56 | আমি যি কিছুৰ বাবে Content types ব্যবহাৰ কৰিবলৈ পাৰো। |
07:58 | আৰু এটা আইটেম যোগ কৰো. Shortcuts ত টিপি Add contentত টিপক। |
08:04 | Basic page চয়ন কৰক। Basic page ত Title আৰু Body থাকে। |
08:10 | তাত কোনো ট্যাগ বা ইমেজ নাই। এইটোক ডিফল্টৰুপে সন্মুখৰ পৃষ্ঠাত উন্নীত কৰা নহয়। |
08:17 | লগতে,তাত কমেন্ট কৰাৰ বাবে কোনো বিধান নাই। কাৰণ এইটো হোম পেজত উন্নীত কৰা নহয়, এটা নতুন মেনু তৈয়াৰ কৰা খুবেই সহজ। |
08:27 | লিখক About Drupalville. |
08:30 | আপোনাৰ পছন্দৰ কিছু টেক্সট লিখক। |
08:33 | এতিয়া MENU SETTINGS ত Provide a menu link চেক কৰক। |
08:38 | আপোনি দেখিব যে Title এটা Menu Title লৈ পৰিবর্তিত হৈছে। |
08:43 | আমি বিছৰাত এইটোক সৰু কৰিবলৈ পাৰো। এইটোক মেন নেভিগেশনত চাওক আৰু Weight এতিয়াৰ বাবে 0 ত ৰাখক। |
08:51 | Weight হল যত মেনু তালিকাত দেখাব। এটা কম সংখ্যা বা ঋণাত্মক সংখ্যায়ে এইটোক উপৰত দেখাব অর্থাৎ এইটো উপৰত থাকিব। |
09:03 | সকলো কিছুক এইৰকমে এৰি দিয়ক। menu link চেক কৰা নিশ্চিত কৰক আৰু Save and publishত টিপক। |
09:11 | আমি About Drupalville লিঙ্ক পাও। এইটোৱে এটা নোডৰ শিৰোনাম About Drupalville সহ Basic page Content typeত লৈ যাব। |
09:22 | node ID, 3 দেখায়। আপোনি আগেই অন্য নোড যোগ কৰা থাকিলে আপোনাৰ নোড আইডি ভিন্ন হব পাৰে। |
09:32 | তলত বাওফালে, আমি দেখিব পাৰো এইটো হল node ID 3. যদিও, আপোনাৰ সেইটো ঘনেঘনে প্রয়োজন নহব। |
09:41 | এইটো হল menu linkৰ সৈতে আর্টিকল আৰু Basic page Content type. ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
09:50 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:
Content types এটা article বনোৱা আৰু এটা মৌলিক পৃষ্ঠা বনোৱা। |
10:05 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়াল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
10:15 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. ভিডিওটো ডাউনলোড কৰি চাওক। |
10:22 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
10:30 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
10:44 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |