Drupal/C2/Creating-Basic-Content/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Creating Basic Content এৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:

Content types এটা article আৰু এটা মৌলিক পৃষ্ঠা বনোৱা।

00:15 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
00:25 আপোনি আপোনাৰ পছন্দৰ ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:29 প্রথমে Drupal ত Content type সম্পর্কে শিকো। Content type হল কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ মূল।
00:39 এইটো এটা সাইটৰ মেৰুদণ্ড(backbone)।
00:42 এইটো এটা বিষয় হয় যি অন্যান্য CMSৰ বাহিৰে Drupalক সেট কৰে।
00:48 অধিকাংশ CMS ৰ মাত্র এটা শিৰোনাম আৰু বডি থাকে আৰু এইটোৱে যি ভাবে দেখায়, সম্পূর্ণৰুপে অপর্যাপ্ত।
00:57 Drupal ত প্রতিটো কনটেন্ট আইটেমক নোড বোলে। প্রতিটো নোড এটা একক কনটেন্ট টাইপৰ বাবে।
01:06 ইয়াৰ পিছত Content type এৰ গুৰুত্ব বুঝো। Content type সেই ধৰনৰ নোডৰ বাবে বিভিন্ন ডিফল্ট সেটিংস নির্ধাৰণ কৰে যেনে
01:17 যদি নোড স্বয়ংক্রিয়ভাবে প্রকাশিত হয় কিনাই বা কমেন্ট অনুমতিপ্রাপ্ত কিনাই আৰু
01:23 কনটেন্ট সাইটত কিভাবে যুক্ত হয়। প্রতিটো কনটেন্ট টাইপৰ ফীল্ড আছে।
01:30 কি ধৰনৰ কনটেন্ট চলি আছে তাৰ উপৰত নির্ভৰ কৰি প্রয়োজনীয় তথ্যৰ ফীল্ড আছে।
01:38 এইটোক এইভাবে চিত্রিত কৰো। এইটো হল IMDb.Com যি Drupal সাইট হব পাৰে। এইটো Red সিনেমা সম্পর্কে।
01:49 পর্দাত, আপোনি দেখিব -

এটা পোস্টাৰ, এটা শিৰোনাম, ৰিলিজৰ তাৰিখ,

01:55 এটা পেৰেন্টেল ৰেটিং,

এটা ৰান টাইম, এটা সিনেমা ৰীতি(genre)।

01:59 এটা বডি বা

সিনেমাৰ এটা বিবৰণ।

02:04 আমাৰ People ফীল্ডৰ সেট হব আৰু তাৰ সৈতে কিছু লিন্ক আৰু বোতাম আৰু কিছু।
02:09 অন্যান্য CMSত, CSS ত এই লেআউট বনাবলৈ Dreamweaver ৰ নিচিনা কিছু ব্যবহাৰ কৰিবলৈ পাৰি।
02:16 কি হব যদি আমি বিছাৰো

2010 চনত সকলো সিনেমাৰ বাবে ল্যান্ডিং পেজ যাতে ব্রুস উইলস আছে যাৰ পেৰেন্টেল ৰেটিং PG 13.

02:28 আপোনি অন্য CMS ব্যবহাৰ কৰিলে এইটো কৰা কঠিন। কিন্তু Drupalত এইটো খুব সহজে সম্পন্ন কৰা হয়।
02:37 এইটো Content types এৰ বাস্তব সুবিধা। এতিয়া কিছু বিল্ট ইন Content types অন্বেষণ কৰো।
02:46 ইয়াৰ পিছত নতুন Content types তৈয়াৰ সম্পর্কেও শিকিম। আগে নির্মিত Drupal সাইটটো খুলক।
02:54 প্রথমে Article Content type সম্পর্কে শিকিম। Content ত টিপি Add content ত টিপক।
03:04 মনত ৰাখিব আমি আগেই এটা আর্টিকল বনাইছিলো। এতিয়া সকলো এলিমেন্ট সহ আৰু এটা আর্টিকল বনাও।
03:13 Article ত টিপক। Articleত এটা বাধ্যতামূলক ফীল্ড আছে অর্থাৎ Title.
03:21 আমি body ত টেক্সট নিলিখিলে আমাৰ উচৰত একো নাথাকিব। Article Content type, Summary ৰ সৈতে আহে।
03:28 আমি Summary ত একো নিলিখিলে Drupalএ এইটোক বনাবলৈ প্রথম কিছু অক্ষৰ লয়। এইটোক Teaser mode বোলে।
03:38 এতিয়া আগোৱাও। আমি ইয়াতে টেক্সটৰ কিছু লাইন লিখিম।
03:43 আপোনি পছন্দৰ যি কোনো টেক্সট লিখিব পাৰে।
03:45 এইটো আমাৰ টেক্সট।
03:50 Text formatএ দেখায় যে আমি HTML ত কোন এলিমেন্ট ৰাখিবলৈ অনুমতিযোগ্য হয়।
03:56 ইয়াতে Basic, Restricted আৰু Full HTML আছে। যিহেতু আমি সুপাৰ ইউজাৰ হয়, আমি সকলো কিছু দেখিব পাৰো।
04:05 সাধাৰণতে, ব্যবহাৰকাৰীয়ে এডিটৰ বা প্রকাশক হিসাবে লগ কৰে, তাতে মাত্র এটা Text format থাকে। তেখেতলোকক মাত্র Text format ব্যবহাৰৰ অনুমতি দিয়া হয়।
04:17 অধিক বিবৰণৰ বাবে About text formats লিঙ্কত টিপক।
04:22 এতিয়া Basic HTML চয়ন কৰক।
04:26 Basic HTMLএ আমাক অনুমতি দিয়ে

সোর্স কোড দেখিবলৈ আৰু কিছু মৌলিক HTML এলিমেন্ট ব্যবহাৰ কৰিবলৈ যেনে

04:33 এটা প্যাৰাগ্রাফ ট্যাগ, স্ট্রং ইটালিক
04:36 অর্ডাৰ নোহোৱা তালিকা, অর্ডাৰ যুক্ত তালিকা আৰু কিছু।
04:41 Full HTMLএ, JavaScript আৰু iframes সহ যি কোনো HTMLক এম্বেড কৰাৰ অনুমতি দিয়ে।
04:48 Restricted HTML ত, আমাক মাত্ৰ প্যাৰাগ্রাফ ট্যাগ বা লাইন ব্রেকৰ নিচিনা কিছু লেখাৰ অনুমতি দিয়া হব।
04:57 WYSIWYG এডিটৰ হল CKEditor. আমি এই সম্পর্কে পিছত শিকিম।
05:03 ইয়াতে আমি দেখো

bold, italics, linking, unordered আৰু ordered lists, block quote আৰু image.

05:11 এটা formatting ড্রপ ডাউন বিভিন্ন H ট্যাগ আৰু তাৰপিছত View Source চয়ন কৰিবলৈ।
05:18 মই টেক্সট ফৰম্যাট পৰিবর্তন কৰিলে মই আৰু বোতাম পাও. আমি তাৰ সম্পর্কে পিছত শিকিম।
05:25 এতিয়া এইটোক Basic HTML হিসাবে ৰাখো। Continue বোতামত টিপক।
05:32 আমাৰ আর্টিকল শেষ কৰো. আকৌ এবাৰ এই ট্যাগ ব্যবহাৰ কৰো - introduction আৰু drupal.
05:40 আমি এতিয়া ইমেজক খালি ৰাখিম। আপোনি ইতিমধ্যে দেখিছে ই কেনেকৈ কাম কৰে।
05:47 ইয়াতে সো ফালে visibility আৰু publication settings আছে।
05:52 এই বিশেষ আর্টিকলৰ বাবে version control সক্রিয় কৰিবলৈ Create new revision চেকবাক্সত টিপক।
05:59 আমি menu link ত আর্টিকল যোগ কৰিবলৈ বিছাৰিলে Provide a menu link চেকবাক্সত টিপক। Drupalএ মেন নেভিগেশনত মেনু আইটেম যোগ কৰিব।
06:11 আপোনি সেইটো কৰিলে আমি শ শ মেইল পাম। সেয়ে চেকমার্ক অতৰুৱাই দিও।
06:17 আমি এটা বিশেষ নোডত Comments অন বা অফ কৰিবলৈ পাৰো।
06:22 ইয়াতে URL alias দিব পাৰি।
06:26 এইটোক খালি ৰাখিলে Drupalএ এইটো তৈয়াৰ কৰিব।
06:30 AUTHORING INFORMATION ত আমি দেখিব পাৰো কোনে আৰু কেতিয়া এই নোড বনাইছে।
06:37 PROMOTION OPTIONS ত আমি View সেটিংস সেট কৰিব পাৰো যেনে -

এই নোডক সন্মুখৰ পৃষ্ঠাত প্রম্পট কৰা হয় কিনাই আৰু এইটোক তালিকাৰ শীর্ষত স্টিকি হব কিনাই।

06:50 এইটো সেই সেট আপ হয় যেতিয়া Content type বনাও আৰু এডিটৰে সেইবোৰক সলোৱাৰ প্রয়োজন নাই।
06:56 কিন্তু আমি পছন্দ অনুযায়ী পৰিবর্তন কৰিবলৈ পাৰো।
07:00 নোড সংৰক্ষণ কৰিবলৈ Save and publishত টিপক।
07:04 অবিলম্বে, নোড সাইটত লাইভ হব. আমি এইটোক ইয়াত দেখিব পাৰো।
07:10 Home page ত টিপক।
07:12 ইয়াতে Welcome to Drupalville আৰু Drupalville's Second Article আছে।
07:17 Teaser mode ত এইটো প্রকাশনৰ তাৰিখৰ ক্রম অনুযায়ী প্রদর্শিত হয়।
07:23 Read more আৰু Add new comment লিঙ্ক ইয়াতে আছে।
07:28 Drupal শব্দ সহ সকলো ট্র্যাগ কৰা নোডৰ তালিকা পাবলৈ, Drupal লিঙ্কত টিপক।
07:35 আকৌ এবাৰ নোড প্রকাশনৰ তাৰিখ ক্রম অনুযায়ী প্রদর্শিত হয়।
07:40 এইটো Article Content type.
07:43 Edit লিঙ্কত টিপক।
07:45 আমি ইয়াতে যি কিছু ৰাখিব পাৰো।
07:51 Save and keep published ত টিপক।
07:56 আমি যি কিছুৰ বাবে Content types ব্যবহাৰ কৰিবলৈ পাৰো।
07:58 আৰু এটা আইটেম যোগ কৰো. Shortcuts ত টিপি Add contentত টিপক।
08:04 Basic page চয়ন কৰক। Basic page ত Title আৰু Body থাকে।
08:10 তাত কোনো ট্যাগ বা ইমেজ নাই। এইটোক ডিফল্টৰুপে সন্মুখৰ পৃষ্ঠাত উন্নীত কৰা নহয়।
08:17 লগতে,তাত কমেন্ট কৰাৰ বাবে কোনো বিধান নাই। কাৰণ এইটো হোম পেজত উন্নীত কৰা নহয়, এটা নতুন মেনু তৈয়াৰ কৰা খুবেই সহজ।
08:27 লিখক About Drupalville.
08:30 আপোনাৰ পছন্দৰ কিছু টেক্সট লিখক।
08:33 এতিয়া MENU SETTINGS ত Provide a menu link চেক কৰক।
08:38 আপোনি দেখিব যে Title এটা Menu Title লৈ পৰিবর্তিত হৈছে।
08:43 আমি বিছৰাত এইটোক সৰু কৰিবলৈ পাৰো। এইটোক মেন নেভিগেশনত চাওক আৰু Weight এতিয়াৰ বাবে 0 ত ৰাখক।
08:51 Weight হল যত মেনু তালিকাত দেখাব। এটা কম সংখ্যা বা ঋণাত্মক সংখ্যায়ে এইটোক উপৰত দেখাব অর্থাৎ এইটো উপৰত থাকিব।
09:03 সকলো কিছুক এইৰকমে এৰি দিয়ক। menu link চেক কৰা নিশ্চিত কৰক আৰু Save and publishত টিপক।
09:11 আমি About Drupalville লিঙ্ক পাও। এইটোৱে এটা নোডৰ শিৰোনাম About Drupalville সহ Basic page Content typeত লৈ যাব।
09:22 node ID, 3 দেখায়। আপোনি আগেই অন্য নোড যোগ কৰা থাকিলে আপোনাৰ নোড আইডি ভিন্ন হব পাৰে।
09:32 তলত বাওফালে, আমি দেখিব পাৰো এইটো হল node ID 3. যদিও, আপোনাৰ সেইটো ঘনেঘনে প্রয়োজন নহব।
09:41 এইটো হল menu linkৰ সৈতে আর্টিকল আৰু Basic page Content type. ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
09:50 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো:

Content types এটা article বনোৱা আৰু এটা মৌলিক পৃষ্ঠা বনোৱা।

10:05 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়াল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
10:15 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. ভিডিওটো ডাউনলোড কৰি চাওক।
10:22 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
10:30 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
10:44 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi