Difference between revisions of "Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese"
From Script | Spoken-Tutorial
Line 30: | Line 30: | ||
|00:20 | |00:20 | ||
|এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো | |এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো | ||
− | + | উবুন্টু অপাৰেটিং সিস্টেম | |
− | + | Drupal 8 আৰু | |
− | + | ফায়াৰফক্স ওয়েব ব্রাউজাৰ | |
− | + | ||
|- | |- |
Revision as of 14:54, 7 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম. |
00:09 | এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে |
00:13 | Extend, |
00:15 | Configuration, |
00:16 | People আৰু |
00:18 | Report. |
00:20 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ |
00:29 | আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে. |
00:34 | আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো. |
00:38 | আমি আগেই উল্লেখ কৰিছো, Drupal এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে. |
00:45 | এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো |
00:53 | Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে. |
01:00 | মডিউল হৈছে বৈশিষ্ট্য. |
01:02 | আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম. |
01:06 | এইটো Drupal এৰ সৈতে অহা মডিউলৰ কিছু তালিকা হয়. |
01:11 | আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো. |
01:18 | Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক দেখিবলৈ অনুমতি দিয়ে. |
01:26 | আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম. |
01:32 | এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই. |
01:41 | যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো. |
01:47 | লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে. |
01:51 | আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে. |
01:54 | এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়. |
02:03 | মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো. |
02:09 | এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে |
02:16 | যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য. |
02:30 | আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম. |
02:35 | কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো. |
02:39 | Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত , টাইপ কৰক A Great Place to Learn All About Drupal. |
02:53 | যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে. |
02:58 | এইটো কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয় |
03:04 | সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব. |
03:16 | সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত. |
03:21 | লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়. |
03:29 | আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা. |
03:37 | মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়. |
03:41 | সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব. |
03:49 | তলত Save configurationবাটনত ক্লিক কৰো. |
03:54 | তাৰ পিছত Back to siteত ক্লিক কৰক |
03:58 | লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে. |
04:06 | আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম. |
04:12 | Administration toolbar থকা People ত ক্লিক কৰো. |
04:16 | এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়. |
04:20 | আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles.. |
04:26 | এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম. |
04:32 | Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা. |
04:44 | ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে. |
04:47 | Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো. |
04:54 | আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো. |
04:59 | তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়. |
05:09 | মোৰstatus Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস. |
05:21 | আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো. |
05:29 | সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক. |
05:37 | সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে. |
05:42 | Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে. |
05:48 | আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে. |
05:54 | তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে. |
06:04 | People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো. |
06:10 | শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম. |
06:16 | Reportsত ক্লিক কৰক. |
06:18 | এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়. |
06:25 | উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি? |
06:28 | সাম্প্রতিক লগ বার্তা (Recent log messages,) |
06:31 | সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে |
06:36 | স্ট্যাটাস ৰিপোর্ট , |
06:37 | শীর্ষ “access denied” আৰু Page not found” এৰৰ, |
06:42 | শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে. |
06:49 | Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে. |
06:58 | আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল. |
07:04 | এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন. |
07:10 | এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক. |
07:15 | আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়. |
07:24 | যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব. |
07:32 | আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম. |
07:37 | আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক . |
07:42 | উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল. |
07:49 | ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো. |
07:55 | আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি |
08:00 | আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত. |
08:05 | বিশেষকৈ, আপোনি যদি Drupal আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়. |
08:14 | সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে. |
08:22 | এইয়াই হৈছে আমাৰ Administration Toolbar. |
08:26 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে. |
08:32 | এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে
Extend Configuration People and Report. |
08:52 | এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
09:03 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
09:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
09:19 | স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়. |
09:32 | অংশগ্রহণৰ বাবে ধন্যবাদ। |