Difference between revisions of "Drupal/C2/Content-Management-in-Admin-Interface/Assamese"
From Script | Spoken-Tutorial
(2 intermediate revisions by the same user not shown) | |||
Line 18: | Line 18: | ||
| 00:23 | | 00:23 | ||
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | ||
− | + | উবুন্টু অপাৰেটিং সিস্টেম | |
− | + | Drupal 8 আৰু | |
− | + | ফায়াৰফক্স ওয়েব ব্রাউজাৰ।. | |
− | + | ||
|- | |- | ||
Line 377: | Line 376: | ||
|12:15 | |12:15 | ||
|আমি মেনু আইটেম সম্পর্কেও শিকিছো- | |আমি মেনু আইটেম সম্পর্কেও শিকিছো- | ||
− | + | Content | |
− | + | Structure আৰু | |
− | + | Appearance. | |
− | + | ||
|- | |- | ||
Line 400: | Line 398: | ||
|- | |- | ||
| 13:17 | | 13:17 | ||
− | |আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো . অংশগ্রহণৰ বাবে ধন্যবাদ। | + | |এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো . অংশগ্রহণৰ বাবে ধন্যবাদ। |
Latest revision as of 14:54, 7 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Content Management in Admin Interface এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলত আমি ড্রুপাল ইন্টাৰফেস অন্বেষণ কৰিম। |
00:13 | আমি কিছু মেনু আইটেম সম্পর্কে শিকিম যেনে Content, Structure আৰু Appearance. |
00:23 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।. |
00:34 | আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:39 | আমি পূর্বে নির্মিত ওয়েবসাইটটো খুলো। |
00:44 | বিস্তাৰিতভাবে Drupal ইন্টাৰফেস অন্বেষণৰ আগেই আমি কিছু কার্যকৰ গুৰুত্বপূর্ণ টাৰ্মস লক্ষণীয় কৰো। |
00:53 | মনত ৰাখিব যে আমি Drupal সাইট সেটআপ কৰাত আমি ইউসাৰ সংখ্যা এক বা সুপাৰ ইউসাৰ হয়। |
01:02 | সুপাৰ ইউসাৰ Drupal ত অন্য সকলো ইউসাৰৰ উপৰত। আমি অন্য কোনো অ্যাডমিনিস্ট্রেটৰ বনাব পাৰো যাৰ ভবিষ্যতে সকলো অনুমতি থাকিব। |
01:13 | কিন্তু, সেই অনুমতিও সুপাৰ ইউসাৰ দ্বাৰা প্রত্যাহাৰ বা পৰিচালিত হব পাৰে। |
01:20 | সুপাৰ ইউসাৰৰ অনুমতি প্রত্যাহাৰ কৰা নাযায়। |
01:24 | অন্য কথাত, সুপাৰ ইউসাৰৰ উচৰত Drupal সাইটৰ প্রতিটো এলাকাত এক্সেস আছে। |
01:30 | মনত ৰাখিব যে ইউসাৰ নম্বৰ এক যি কোনো Drupal সাইটত সুপাৰ ইউসাৰ হয়। |
01:36 | এইটো হল Administrative টুলবাৰ। |
01:40 | Manage ত টিপিলে আমি সাবমেনুত যাও. ইয়াতে, আমি Content, Structure, Appearance ইত্যাদি দেখিব পাৰো আৰু আমি কিছুক্ষণ পিছত এইটোক দেখিম। |
01:55 | Shortcuts ত টিপিলে ইয়াতে এটা শর্টকাট টুলবাৰ আছে। ইয়াকো আমি অলপ পিছত চাম। |
02:06 | adminত টিপিলে আমি নিজৰ প্রোফাইলত লিঙ্ক দেখিব পাৰো বা লগ আউট কৰিবলৈ পাৰো। |
02:13 | এইটোক টুলবাৰত admin বোলে কাৰণ এইটোৱেই ইউসাৰ নাম, যি মই ৰাখিছো। আপোনাৰ ভিন্ন হব পাৰে। |
02:23 | আকৌ এবাৰ এইটো হল Administration টুলবাৰ। এইটো Drupal অ্যাডমিনিস্ট্রেশন অভিজ্ঞতাৰ এটা গুৰুত্বপূর্ণ অংশ। |
02:33 | এইটো শর্টকাট বাৰত কিছু যোগ কৰিবলৈ বেশ সহজ। |
02:38 | উদাহৰণস্বৰুপে ধৰক মই Manage, Content >> Add Content ত আছো। |
02:45 | আৰু মই সাইটত এটা আর্টিকল যোগ কৰিবলৈ বিছাৰো. লক্ষ্য কৰক এটা ষ্টাৰ ইয়াতে পূৰণ হোৱা নাই। |
02:55 | স্টাৰত টিপাত মই এইটোক শর্টকাটত যোগ কৰিবলৈ পাৰো। |
03:01 | এতিয়া Shortcuts ত টিপিলে আমি Shortcuts ত এটা Create Article মেনু আইটেম দেখিব পাৰো। |
03:10 | আমি আর্টিকল তৈয়াৰ কৰাৰ পিছত এইটোক সহজে মুছিব পাৰো। |
03:15 | এইটো Drupal সাইটত কার্যত যি কোনো অ্যাডমিনিস্ট্রেশন স্ক্রীনৰ দ্বাৰা কৰা যাব পাৰে। Shortcutsএ এইটোক দ্রুতভাবে গতি কৰিবলৈ সাহায্য কৰে। |
03:25 | এতিয়া Appearance ত টিপো। লক্ষ্য কৰক যে তাত ট্যাব আছে আৰু এইৰকমৰ ট্যাব সাইটত সর্বত্র প্রদর্শিত হব। |
03:36 | এই ট্যাববোৰ গুৰুত্বপূর্ণ আৰু এইটোক section tabs বোলে। |
03:41 | আমি যি বিভাগতেই কাম কৰিছো তেখেতলোকে যি কোনো বিভাগ দেখিব পাৰে। |
03:47 | কেতিয়াবা এই বিভাগৰ সাব বিভাগ থাকে যেনেকৈ আপোনি ইয়াতে দেখিছে। |
03:54 | Global settings, Bartik, Classy আৰু Seven হল Settings ট্যাবৰ সাব বিভাগ বাটন। |
04:02 | অবশেষত, প্রতিটো Drupal Content আইটেমক নোড বোলে। |
04:08 | এতিয়া আমাৰ সাইটত কোনো নোড বা কনটেন্ট নাই। |
04:13 | আমি আসন্ন টিউটোৰিয়েলত সেইবোৰ তৈয়াৰ কৰিম। |
04:17 | Administration toolbar, sub-menu, section tabs আৰু sub-section buttons. |
04:23 | এইবোৰ কিছু বিষয় যাক আমি Drupal ইন্টাৰফেসৰ মাধ্যমেৰে যোৱা প্রয়োজন হব। |
04:30 | এতিয়া টুলবাৰৰ Content লিঙ্ক চাও। |
04:35 | আমি Content ত টিপিলে তেতিয়া আমি এটা ড্যাশবোর্ডত যাও. ড্যাশবোর্ডে সাইটৰ সকলো বিষয়বস্তু ৰাখে। |
04:45 | আমি Published বা Unpublished দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো। Content Typeৰ দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো বা যি কোনো Title আৰু ভাষা চয়ন কৰি কৰিব পাৰো। |
04:57 | যিহেতু আমাৰ উছৰত এতিয়া কনটেন্ট নাই, এই পৃষ্ঠা সামান্য সীমিত। |
05:03 | আমি ইয়াতে subtabs ত টিপিলে দেখো যে তাত কোনো কমেন্ট নাই। |
05:10 | Files শব্দত টিপিলে আমি সকলো ফাইলৰ তালিকা পাও যি এতিয়া পর্যন্ত আপলোড কৰা হৈছে। |
05:18 | এইটো এটা ইমেজ বা কোনো ফাইল হব পাৰে। আমি এইটো পিছত শিকিম। |
05:25 | Add content ত টিপি আৰু Homepageত এটা ওয়েলকাম আর্টিকল যোগ কৰক। |
05:32 | Article ত টিপক। লিখক Welcome to Drupalville. |
05:40 | আমাৰ সাইটৰ নাম Drupalville আৰু এইটো Drupal সম্পর্কে সকলো ধৰনৰ তথ্য দিছে। |
05:49 | বডিত আমি লিখিম - Welcome to our site! We are so glad you stopped by! |
05:57 | এতিয়া আমি সকলো ফীল্ডত নাযাও. আমি এইটো পিছৰ টিউটোৰিয়েলত চাম। |
06:06 | কিন্তু Tags ত আমি লিখিম welcome, Drupal. |
06:11 | এইটোৱে সকলো আর্টিকলৰ তালিকাত লিঙ্ক বনাব যাক আমি এই ট্যাগ দিছো। |
06:18 | আমি ইয়াতে ইমেজ আপলোড কৰিবলৈ পাৰো। |
06:22 | মই ইতিমধ্যে মোৰ মেশিনত এটা Drupal 8 লোগো ডাউনলোড আৰু সেভ কৰিছো। |
06:29 | আপোনাৰ সুবিধাৰ বাবে Drupal 8 লোগো এই টিউটোৰিয়েলৰ ওয়েবপেজত Code Files লিঙ্কত দিয়া হৈছে। |
06:39 | এইটো ডাউনলোড কৰি ব্যবহাৰ কৰক। |
06:41 | Browse ত টিপি সংৰক্ষিত ইমেজ সিনাক্ত কৰক। লক্ষ্য কৰক যে আমি আপলোড কৰাৰ সৈতে Drupalএ দৰকাৰী Alternative টেক্সট সোধে। |
06:54 | সৰু ৰঙা asterisk চিহ্ন ইঙ্গিত কৰে যে এইটো বাধ্যতামূলক। |
07:00 | Alternative টেক্সট যি স্ক্রিন ৰিডাৰে দেখিব পাৰে আৰু অন্ধ লোকে শুনিব পাৰে আৰু গুগলে আমাৰ সাইটত বিছাৰিলে এনেকৈয়ে যি দেখাত হয়। |
07:09 | লিখক this is the Drupal 8 logo. এতিয়া Save and publish ত টিপক। |
07:17 | আমি এইমাত্র নতুন Drupal সাইটত সবতচে প্রথম নোড বনাইছো। |
07:23 | এতিয়া আমি Contentত টিপিলে নোড তালিকাভুক্ত হয়। Title, Content Type, এৰ নির্মাতা, নোডৰ স্থিতি, অন্তিম আপডেট সময়কাল। |
07:37 | আৰু কিছু অপাৰেশন যি আমি কৰিবলৈ পাৰো যেনে Edit, Delete ইত্যাদি। আমি শীঘ্রই এইবোৰ শিকিম। |
07:47 | এইটো আমাৰ Administrative টুলবাৰৰ কন্টেন্ট। |
07:52 | Administrative টুলবাৰৰ পৰবর্তী লিঙ্ক হল Structure. এইটোত টিপো। |
07:58 | Structure যত আমি Drupalত সাইট বনাও। এইটোক site building বোলে। |
08:07 | ইয়াতে অনেকবোৰ বিষয় আছে -Block layout, Comment types, Contact forms, Content types, Display modes, Menus, Taxonomy, Views. |
08:21 | এই বিকল্পয়ে কয় যে আমাৰ অধিকাংশ site building, Structure and Content আইটেমত কৰা হয়। |
08:30 | এতিয়াৰ বাবে Block layoutত টিপো। |
08:34 | আমি থিমৰ উপৰত ভিত্তি কৰি সাইটৰ বিভিন্ন এলাকাত ব্লক স্থাপন কৰিব পাৰো। আমি পিছলৈ এইটোক আৰু বিস্তাৰত দেখোৱাম। |
08:45 | Custom block library ত টিপক আৰু এটা welcome block যোগ কৰো। |
08:50 | Add Custom block ত টিপক আৰু এইটোক Welcome to Drupalville বুলি কও। |
08:57 | বডিত লিখক-Welcome to Drupalville. ইয়াতেই যি আপোনি Drupal সম্পর্কে শিকিব। |
09:06 | মনত ৰাখিব - এইটো কনটেন্ট নহয়। ব্লক সামান্য ভিন্ন আৰু সাইডবাৰৰ নিচিনা। |
09:15 | এতিয়া Save ত টিপক। |
09:18 | আমাৰ ব্লক আছে আৰু এতিয়া এইটোক কোন ঠাইত ৰাখিম তাক নিশ্চিত কৰো। |
09:22 | আকৌ এবাৰ Block layout ত টিপক। প্রথমে সাইডবাৰত যাওক আৰু Place block ত টিপক। |
09:33 | উপলব্ধ সকলো ব্লকৰ এটা পপ-আপ উইন্ডো যি Drupal সাইটত ৰাখা হৈছে প্রদর্শিত হয়। |
09:41 | আমাৰ নির্মিত Custom ব্লক চিহ্নিত কৰক - Welcome to Drupalville. তাৰপিছত Place block ত টিপক। |
09:49 | ইয়াতে কিছু সীমাবদ্ধতা আছে যি আমি অন্য টিউটোৰিয়েলত দেখোৱাম। এতিয়াৰ বাবে Save block ত টিপক। |
09:59 | আমাৰ হোম পেজত যাও আৰু আমি Welcome to Drupalville দেখিব পাৰো। |
10:04 | এইটো হয়তো সেই অর্ডাৰ বা সেই স্থানত নাই যত আমি এইটো বিছাৰিচিলো, কিন্তু ঠিক আছে। |
10:13 | এইটো Structure মেনু আইটেমত site building প্রক্রিয়াৰ অংশ। |
10:19 | Administration টুলবাৰৰ পৰবর্তী আইটেমত টিপো যি হয় Appearance. |
10:26 | এইটোৱে Drupal সাইটৰ বাবে উপলব্ধ সকলো থিমৰ এটা ওভাৰভিউ দিয়ে। এইটোৱে আমাক আপডেট আৰু গ্লোবেল সেটিংস চাবলৈ সক্ষম কৰে। |
10:38 | এতিয়া Bartik এৰ বাবে Settings ত টিপো। |
10:44 | ইয়াতে যি আমি চয়নিত থিমৰ উপৰত নির্ভৰ কৰি সাইটৰ বর্ণন আৰু পৰিচালনা কৰিব পাৰিম। |
10:52 | আমি অন্য এটা চয়ন কৰি Bartik এৰ বাবে ইয়াতে কলৰ স্কিম আপডেট কৰিব পাৰিম বা নিজেই আমি ৰঙ চয়ন কৰিব পাৰিম। |
11:03 | এইটোৱে এটা প্রিভিউ দিয়ে। আমি আমাৰ সাইটত এইবোৰৰ কিছু প্রদর্শনক টগলও কৰিব পাৰো। |
11:12 | উপৰত স্ক্রোল কৰি Global settings ত টিপক। ইয়াতে সাইটৰ লোগো সলাবলৈ পাৰো, কাস্টম পাথ দিব পাৰি, নতুবা নতুন আপলোডও কৰিব পাৰি। |
11:26 | কি হব যদি আমি এটা নতুনকে আপলোড নকৰাকৈ Save ত টিপো। |
11:31 | সাইটত উভতি যাওক আৰু আমি দেখো যে লোগো গুচি গৈছে। |
11:36 | এইটোক আকৌ এবাৰ উভতি আনিবলৈ Appearance ত টিপক, তাৰপিছত Settings আৰু Global settings. Use the default logo ত টিপক আৰু Save configuration ত টিপক। |
11:50 | এতিয়া আমাৰ সাইটত যিমান বোৰ পৃষ্ঠায়েই থাকিব, আমাৰ লোগো সকলো পৃষ্ঠাত দেখাব। |
11:58 | তাতেই যি Appearance ট্যাবৰ অধিনত Drupal সাইটৰ বাবে Themesক পৰিচালনা কৰো। ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
12:08 | সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি Drupal ইন্টাৰফেস নেভিগেট কৰা শিকিছো। |
12:15 | আমি মেনু আইটেম সম্পর্কেও শিকিছো-
Content Structure আৰু Appearance. |
12:33 | এই ভিডিওটো Acquia আৰু OS Training পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত। |
12:44 | এই লিঙ্কত থকা ভিডিওটোৱে প্রকল্পক সংক্ষিপ্ত বিবৰণ দিয়ে। ভিডিওটো ডাউনলোড কৰি চাওক। |
12:52 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক। |
13:02 | স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত। |
13:17 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো . অংশগ্রহণৰ বাবে ধন্যবাদ। |