Drupal/C2/Content-Management-in-Admin-Interface/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Content Management in Admin Interface এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলত আমি ড্রুপাল ইন্টাৰফেস অন্বেষণ কৰিম।
00:13 আমি কিছু মেনু আইটেম সম্পর্কে শিকিম যেনে Content, Structure আৰু Appearance.
00:23 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:

উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।.

00:34 আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:39 আমি পূর্বে নির্মিত ওয়েবসাইটটো খুলো।
00:44 বিস্তাৰিতভাবে Drupal ইন্টাৰফেস অন্বেষণৰ আগেই আমি কিছু কার্যকৰ গুৰুত্বপূর্ণ টাৰ্মস লক্ষণীয় কৰো।
00:53 মনত ৰাখিব যে আমি Drupal সাইট সেটআপ কৰাত আমি ইউসাৰ সংখ্যা এক বা সুপাৰ ইউসাৰ হয়।
01:02 সুপাৰ ইউসাৰ Drupal ত অন্য সকলো ইউসাৰৰ উপৰত। আমি অন্য কোনো অ্যাডমিনিস্ট্রেটৰ বনাব পাৰো যাৰ ভবিষ্যতে সকলো অনুমতি থাকিব।
01:13 কিন্তু, সেই অনুমতিও সুপাৰ ইউসাৰ দ্বাৰা প্রত্যাহাৰ বা পৰিচালিত হব পাৰে।
01:20 সুপাৰ ইউসাৰৰ অনুমতি প্রত্যাহাৰ কৰা নাযায়।
01:24 অন্য কথাত, সুপাৰ ইউসাৰৰ উচৰত Drupal সাইটৰ প্রতিটো এলাকাত এক্সেস আছে।
01:30 মনত ৰাখিব যে ইউসাৰ নম্বৰ এক যি কোনো Drupal সাইটত সুপাৰ ইউসাৰ হয়।
01:36 এইটো হল Administrative টুলবাৰ।
01:40 Manage ত টিপিলে আমি সাবমেনুত যাও. ইয়াতে, আমি Content, Structure, Appearance ইত্যাদি দেখিব পাৰো আৰু আমি কিছুক্ষণ পিছত এইটোক দেখিম।
01:55 Shortcuts ত টিপিলে ইয়াতে এটা শর্টকাট টুলবাৰ আছে। ইয়াকো আমি অলপ পিছত চাম।
02:06 adminত টিপিলে আমি নিজৰ প্রোফাইলত লিঙ্ক দেখিব পাৰো বা লগ আউট কৰিবলৈ পাৰো।
02:13 এইটোক টুলবাৰত admin বোলে কাৰণ এইটোৱেই ইউসাৰ নাম, যি মই ৰাখিছো। আপোনাৰ ভিন্ন হব পাৰে।
02:23 আকৌ এবাৰ এইটো হল Administration টুলবাৰ। এইটো Drupal অ্যাডমিনিস্ট্রেশন অভিজ্ঞতাৰ এটা গুৰুত্বপূর্ণ অংশ।
02:33 এইটো শর্টকাট বাৰত কিছু যোগ কৰিবলৈ বেশ সহজ।
02:38 উদাহৰণস্বৰুপে ধৰক মই Manage, Content >> Add Content ত আছো।
02:45 আৰু মই সাইটত এটা আর্টিকল যোগ কৰিবলৈ বিছাৰো. লক্ষ্য কৰক এটা ষ্টাৰ ইয়াতে পূৰণ হোৱা নাই।
02:55 স্টাৰত টিপাত মই এইটোক শর্টকাটত যোগ কৰিবলৈ পাৰো।
03:01 এতিয়া Shortcuts ত টিপিলে আমি Shortcuts ত এটা Create Article মেনু আইটেম দেখিব পাৰো।
03:10 আমি আর্টিকল তৈয়াৰ কৰাৰ পিছত এইটোক সহজে মুছিব পাৰো।
03:15 এইটো Drupal সাইটত কার্যত যি কোনো অ্যাডমিনিস্ট্রেশন স্ক্রীনৰ দ্বাৰা কৰা যাব পাৰে। Shortcutsএ এইটোক দ্রুতভাবে গতি কৰিবলৈ সাহায্য কৰে।
03:25 এতিয়া Appearance ত টিপো। লক্ষ্য কৰক যে তাত ট্যাব আছে আৰু এইৰকমৰ ট্যাব সাইটত সর্বত্র প্রদর্শিত হব।
03:36 এই ট্যাববোৰ গুৰুত্বপূর্ণ আৰু এইটোক section tabs বোলে।
03:41 আমি যি বিভাগতেই কাম কৰিছো তেখেতলোকে যি কোনো বিভাগ দেখিব পাৰে।
03:47 কেতিয়াবা এই বিভাগৰ সাব বিভাগ থাকে যেনেকৈ আপোনি ইয়াতে দেখিছে।
03:54 Global settings, Bartik, Classy আৰু Seven হল Settings ট্যাবৰ সাব বিভাগ বাটন।
04:02 অবশেষত, প্রতিটো Drupal Content আইটেমক নোড বোলে।
04:08 এতিয়া আমাৰ সাইটত কোনো নোড বা কনটেন্ট নাই।
04:13 আমি আসন্ন টিউটোৰিয়েলত সেইবোৰ তৈয়াৰ কৰিম।
04:17 Administration toolbar, sub-menu, section tabs আৰু sub-section buttons.
04:23 এইবোৰ কিছু বিষয় যাক আমি Drupal ইন্টাৰফেসৰ মাধ্যমেৰে যোৱা প্রয়োজন হব।
04:30 এতিয়া টুলবাৰৰ Content লিঙ্ক চাও।
04:35 আমি Content ত টিপিলে তেতিয়া আমি এটা ড্যাশবোর্ডত যাও. ড্যাশবোর্ডে সাইটৰ সকলো বিষয়বস্তু ৰাখে।
04:45 আমি Published বা Unpublished দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো। Content Typeৰ দ্বাৰা ফিল্টাৰ কৰিবলৈ পাৰো বা যি কোনো Title আৰু ভাষা চয়ন কৰি কৰিব পাৰো।
04:57 যিহেতু আমাৰ উছৰত এতিয়া কনটেন্ট নাই, এই পৃষ্ঠা সামান্য সীমিত।
05:03 আমি ইয়াতে subtabs ত টিপিলে দেখো যে তাত কোনো কমেন্ট নাই।
05:10 Files শব্দত টিপিলে আমি সকলো ফাইলৰ তালিকা পাও যি এতিয়া পর্যন্ত আপলোড কৰা হৈছে।
05:18 এইটো এটা ইমেজ বা কোনো ফাইল হব পাৰে। আমি এইটো পিছত শিকিম।
05:25 Add content ত টিপি আৰু Homepageত এটা ওয়েলকাম আর্টিকল যোগ কৰক।
05:32 Article ত টিপক। লিখক Welcome to Drupalville.
05:40 আমাৰ সাইটৰ নাম Drupalville আৰু এইটো Drupal সম্পর্কে সকলো ধৰনৰ তথ্য দিছে।
05:49 বডিত আমি লিখিম - Welcome to our site! We are so glad you stopped by!
05:57 এতিয়া আমি সকলো ফীল্ডত নাযাও. আমি এইটো পিছৰ টিউটোৰিয়েলত চাম।
06:06 কিন্তু Tags ত আমি লিখিম welcome, Drupal.
06:11 এইটোৱে সকলো আর্টিকলৰ তালিকাত লিঙ্ক বনাব যাক আমি এই ট্যাগ দিছো।
06:18 আমি ইয়াতে ইমেজ আপলোড কৰিবলৈ পাৰো।
06:22 মই ইতিমধ্যে মোৰ মেশিনত এটা Drupal 8 লোগো ডাউনলোড আৰু সেভ কৰিছো।
06:29 আপোনাৰ সুবিধাৰ বাবে Drupal 8 লোগো এই টিউটোৰিয়েলৰ ওয়েবপেজত Code Files লিঙ্কত দিয়া হৈছে।
06:39 এইটো ডাউনলোড কৰি ব্যবহাৰ কৰক।
06:41 Browse ত টিপি সংৰক্ষিত ইমেজ সিনাক্ত কৰক। লক্ষ্য কৰক যে আমি আপলোড কৰাৰ সৈতে Drupalএ দৰকাৰী Alternative টেক্সট সোধে।
06:54 সৰু ৰঙা asterisk চিহ্ন ইঙ্গিত কৰে যে এইটো বাধ্যতামূলক।
07:00 Alternative টেক্সট যি স্ক্রিন ৰিডাৰে দেখিব পাৰে আৰু অন্ধ লোকে শুনিব পাৰে আৰু গুগলে আমাৰ সাইটত বিছাৰিলে   এনেকৈয়ে যি দেখাত হয়।
07:09 লিখক this is the Drupal 8 logo. এতিয়া Save and publish ত টিপক।
07:17 আমি এইমাত্র নতুন Drupal সাইটত সবতচে প্রথম নোড বনাইছো।
07:23 এতিয়া আমি Contentত টিপিলে নোড তালিকাভুক্ত হয়। Title, Content Type, এৰ নির্মাতা, নোডৰ স্থিতি, অন্তিম আপডেট সময়কাল।
07:37 আৰু কিছু অপাৰেশন যি আমি কৰিবলৈ পাৰো যেনে Edit, Delete ইত্যাদি। আমি শীঘ্রই এইবোৰ শিকিম।
07:47 এইটো আমাৰ Administrative টুলবাৰৰ কন্টেন্ট।
07:52 Administrative টুলবাৰৰ পৰবর্তী লিঙ্ক হল Structure. এইটোত টিপো।
07:58 Structure যত আমি Drupalত সাইট বনাও। এইটোক site building বোলে।
08:07 ইয়াতে অনেকবোৰ বিষয় আছে -Block layout, Comment types, Contact forms, Content types, Display modes, Menus, Taxonomy, Views.
08:21 এই বিকল্পয়ে কয় যে আমাৰ অধিকাংশ site building, Structure and Content আইটেমত কৰা হয়।
08:30 এতিয়াৰ বাবে Block layoutত টিপো।
08:34 আমি থিমৰ উপৰত ভিত্তি কৰি সাইটৰ বিভিন্ন এলাকাত ব্লক স্থাপন কৰিব পাৰো। আমি পিছলৈ এইটোক আৰু বিস্তাৰত দেখোৱাম।
08:45 Custom block library ত টিপক আৰু এটা welcome block যোগ কৰো।
08:50 Add Custom block ত টিপক আৰু এইটোক Welcome to Drupalville বুলি কও।
08:57 বডিত লিখক-Welcome to Drupalville. ইয়াতেই যি আপোনি Drupal সম্পর্কে শিকিব।
09:06 মনত ৰাখিব - এইটো কনটেন্ট নহয়। ব্লক সামান্য ভিন্ন আৰু সাইডবাৰৰ নিচিনা।
09:15 এতিয়া Save ত টিপক।
09:18 আমাৰ  ব্লক আছে আৰু এতিয়া এইটোক কোন ঠাইত ৰাখিম তাক নিশ্চিত কৰো।
09:22 আকৌ এবাৰ Block layout ত টিপক। প্রথমে সাইডবাৰত যাওক আৰু Place block ত টিপক।
09:33 উপলব্ধ সকলো  ব্লকৰ এটা পপ-আপ উইন্ডো যি Drupal সাইটত ৰাখা হৈছে প্রদর্শিত হয়।
09:41 আমাৰ নির্মিত Custom  ব্লক চিহ্নিত কৰক - Welcome to Drupalville. তাৰপিছত Place block ত টিপক।
09:49 ইয়াতে কিছু সীমাবদ্ধতা আছে যি আমি অন্য টিউটোৰিয়েলত দেখোৱাম। এতিয়াৰ বাবে Save block ত টিপক।
09:59 আমাৰ হোম পেজত যাও আৰু আমি Welcome to Drupalville দেখিব পাৰো।
10:04 এইটো হয়তো সেই অর্ডাৰ বা সেই স্থানত নাই যত আমি এইটো বিছ‍া‍ৰিচিলো, কিন্তু ঠিক আছে।
10:13 এইটো Structure মেনু আইটেমত site building প্রক্রিয়াৰ অংশ।
10:19 Administration টুলবাৰৰ পৰবর্তী আইটেমত টিপো যি হয় Appearance.
10:26 এইটোৱে Drupal সাইটৰ বাবে উপলব্ধ সকলো থিমৰ এটা ওভাৰভিউ দিয়ে। এইটোৱে আমাক আপডেট আৰু গ্লোবেল সেটিংস চাবলৈ সক্ষম কৰে।
10:38 এতিয়া Bartik এৰ বাবে Settings ত টিপো।
10:44 ইয়াতে যি আমি চয়নিত থিমৰ উপৰত নির্ভৰ কৰি সাইটৰ বর্ণন আৰু পৰিচালনা কৰিব পাৰিম।
10:52 আমি অন্য এটা চয়ন কৰি Bartik এৰ বাবে ইয়াতে কলৰ স্কিম আপডেট কৰিব পাৰিম বা নিজেই আমি ৰঙ চয়ন কৰিব পাৰিম।
11:03 এইটোৱে এটা প্রিভিউ দিয়ে। আমি আমাৰ সাইটত এইবোৰৰ কিছু প্রদর্শনক টগলও কৰিব পাৰো।
11:12 উপৰত স্ক্রোল কৰি Global settings ত টিপক। ইয়াতে সাইটৰ লোগো সলাবলৈ পাৰো, কাস্টম পাথ দিব পাৰি, নতুবা নতুন আপলোডও কৰিব পাৰি।
11:26 কি হব যদি আমি এটা নতুনকে আপলোড নকৰাকৈ Save ত টিপো।
11:31 সাইটত উভতি যাওক আৰু আমি দেখো যে লোগো গুচি গৈছে।
11:36 এইটোক আকৌ এবাৰ উভতি আনিবলৈ Appearance ত টিপক, তাৰপিছত Settings আৰু Global settings. Use the default logo ত টিপক আৰু Save configuration ত টিপক।
11:50 এতিয়া আমাৰ সাইটত যিমান বোৰ পৃষ্ঠায়েই থাকিব, আমাৰ লোগো সকলো পৃষ্ঠাত দেখাব।
11:58 তাতেই যি Appearance ট্যাবৰ অধিনত Drupal সাইটৰ বাবে Themesক পৰিচালনা কৰো। ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
12:08 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি Drupal ইন্টাৰফেস নেভিগেট কৰা শিকিছো।
12:15 আমি মেনু আইটেম সম্পর্কেও শিকিছো-

Content Structure আৰু Appearance.

12:33 এই ভিডিওটো Acquia আৰু OS Training পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আইআইটি বোম্বেৰ দ্বাৰা সংশোধিত।
12:44 এই লিঙ্কত থকা ভিডিওটোৱে প্রকল্পক সংক্ষিপ্ত বিবৰণ দিয়ে। ভিডিওটো ডাউনলোড কৰি চাওক।
12:52 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু প্রশংসাপত্র দিয়ে। আমাৰ সৈতে যোগাযোগ কৰক।
13:02 স্পোকেন টিউটোৰিয়েল প্রজেক্ট ভাৰত সৰকাৰৰ MHRD এৰ NMEICT আৰু মিনিস্ট্রি অফ কলচাৰৰ NVLI দ্বাৰা সমর্থিত।
13:17 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো . অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi