Difference between revisions of "Drupal/C3/Controlling-Display-of-Images/Assamese"
From Script | Spoken-Tutorial
Line 14: | Line 14: | ||
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো: | ||
− | + | উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম | |
− | + | Drupal 8 আৰু | |
− | + | ফায়াৰফক্স ওয়েব ব্রাউজাৰ। | |
|- | |- |
Revision as of 11:05, 7 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শ সকল. Controlling Display of Images ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:06 | এই টিউটোৰিয়েলত আমি Image styles আৰু ফটো গ্যালাৰি ভিউ শিকিম। |
00:12 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। |
00:21 | আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে। |
00:25 | আমাৰ আগই নির্মিত ওয়েবসাইটটো খুলো। |
00:29 | Drupal ত, সাইটৰ বিভিন্ন অবশ্য অনুযায়ী আকাৰ আৰু ইমেজৰ স্কেল পৰিচালনা কৰিব পাৰি। |
00:37 | Drupalএ মূল ইমেজ লয় আৰু আমাৰ ইচ্ছামতে আকাৰ আৰু স্কেলত সলায়। |
00:43 | এইটোৱে ফাইলৰ এই সংস্কৰণ সংৰক্ষণ কৰে। |
00:46 | Configuration ত টিপক। |
00:48 | আমি 2টা image style বনাও। |
00:51 | তলত স্ক্রোল কৰি MEDIA tab ত যাওক। |
00:54 | ইয়াত Image Styles দেখো। এইটোত টিপক। |
00:58 | Table ইয়াৰ বাবে Image style বনাও যাৰ সেট আপ আছে। |
01:03 | লগতে পৰবর্তী ভিউৰ বাবে যি বনোৱা হব সেইয়া হল লোগোৰ গ্রিড। |
01:09 | Add image styles ত টিপক। |
01:12 | Image style name ত, আমি লিখিম Upcoming Events 150 x 150. |
01:19 | লক্ষ্য কৰক ড্রুপালে আমাৰ বাবে মেশিনৰ নাম দিয়ে। |
01:23 | এইটো হল Image style name. |
01:26 | এতিয়া Create new style ত টিপক। |
01:29 | বাওফালে মূল ইমেজ আছে যি হল 600 by 800 পিক্সেল আৰু ইমেজৰ এডিট কৰা সংস্কৰণ সোফালে আছে। |
01:38 | EFFECT ত, Select a new effect ড্রপ ডাউনত টিপক। |
01:42 | তালিকাত অনেক বিকল্প দেখায়। এই বিকল্পৰ পৰা Scale and crop চয়ন কৰিম। |
01:49 | আপোনি বিছাৰিলে অন্য বিকল্প চয়ন কৰিব পাৰে যেনে Rotate, Resize বা অন্য কিছু। |
01:56 | Add বোতামত টিপক। |
01:58 | Width ত 150 আৰু Height ত 150 লিখক। |
02:02 | Width আৰু Height কেতিয়াও মূল ইমেজতকৈ বেশী নকৰিব। |
02:07 | এইটো কৰিলে ইমেজ পিক্সেলেট হব। |
02:11 | Add effect টিপক। |
02:13 | ইয়াতে নতুন Image Style আছে। সোফালৰ ইমেজত আমি দেখো যে এইটো স্কেল আৰু ক্রপ কৰা হৈছে। |
02:22 | আৰু এটা বনাও। Image styles ত টিপি Add image styles বোতামত টিপক। |
02:29 | এবাৰ Image style nameত আমি লিখিম: photo gallery of logos |
02:35 | Create new style বোতামত টিপক। |
02:38 | এইটো মেশিনত যি কোনো photo gallery ইয়াৰ ইমেজ হব পাৰে। |
02:42 | আপোনি এইটো যি কোনো ইমেজ, ফীল্ডত আৰু কন্টেন্টত কৰিব পাৰে। |
02:47 | আকৌ এবাৰ Select a new effect ত টিপি Scale and crop বিকল্পত টিপক। |
02:53 | Add বোতামত টিপক। Width ত 300 আৰু Height ত 300 লিখক। |
03:00 | Add effect বোতামত টিপক। |
03:03 | এতিয়া সোফালৰ ইমেজৰ 300 by 300 ইয়াৰ নতুন মাত্রা আছে। |
03:09 | এইটোৱে দেখায় যে Drupalএ নিজেই প্রতিটো Image style ইয়াৰ বাবে ইমেজ সংস্কৰণ বনায় আৰু সাইটত সংৰক্ষণ কৰে। |
03:18 | Structureত টিপি Views ত টিপক। |
03:21 | এতিয়া Upcoming Events view আপডেট কৰিবলৈ Editত টিপো। |
03:27 | Event Logo ত টিপক আৰু Image Style ক Upcoming Events লৈ সলাওক। |
03:33 | সিহতে পিছত Apply ত টিপক। |
03:36 | প্রিভিউ অংশত স্ক্রোল কৰিলে আমি দেখো যে লোগো অভিন্ন আছে। |
03:42 | Saveত টিপক। |
03:45 | Back to site ত টিপক। এইটো আমাৰ ওয়েবসাইটৰ ভিউ। |
03:50 | Image Styles এয়াই যি কৰে। |
03:53 | এতিয়া সকলো ইভেন্টৰ বাবে গ্রিড লেআউট হিসাবে নতুন view বনাও। |
03:59 | এইটো কৰিবলৈ Structures, তাৰ পিছত Views আৰু Add new view ত টিপক। |
04:05 | ইয়াৰ নাম Photo Gallery দিও। |
04:09 | View setting ক Content - of type - Events বুলি সেট কৰক। |
04:14 | এই বিশেষ ভিউক কোনো ইভেন্টৰ বাবে ইমেজৰ গ্যালাৰি বা photo-of-the-day(এই দিনৰ ফটো) হিসাবে ব্যবহৃত হব পাৰে। |
04:22 | Create a page ত টিপক। |
04:25 | তলত স্ক্রোল কৰি Grid অফ fields চয়ন কৰক। |
04:29 | আমি Drupal ত, ড্রপ-ডাউনত প্রদত্ত অন্য বিকল্পও চয়ন কৰিব পাৰো। |
04:36 | Items to display ফীল্ডত, 9 চয়ন কৰক কাৰণ এইটো 3 by 3 গ্রিড দিয়ে। |
04:42 | Create a menu link চেক কৰক। |
04:46 | Menu ড্রপ ডাউনত, Main navigation চয়ন কৰক। |
04:51 | Save and Edit টিপক। |
04:54 | 5টা শর্ত দি প্ৰশিক্ষন কৰো:
Display হল Page. |
04:59 | Format হল Grid |
05:01 | Title নামত একমাত্র Field আছে। |
05:04 | আৰু শেষলৈ Filter আৰু Sort Criteria |
05:08 | এতিয়া এইবোৰ এইভাবে এৰি দিও। |
05:12 | তলত স্ক্রোল কৰক। ইয়াত 4 টা columns আৰু 9 টা events দেখো। |
05:17 | কলমৰ সংখ্যা সলাবলৈ Format ত Settings বিকল্পত টিপক। |
05:22 | সিহতে পিছত কলমৰ সংখ্যা 3 ত সলাবলৈ Apply ত টিপক। |
05:28 | এইটো 3 by 3 গ্রিড দিয়ে। |
05:31 | Fields ত Addত টিপক। |
05:34 | Event Logo খুঁজিবলৈ ইয়াত চেক মার্ক দিয়ক আৰু Apply ত টিপক। |
05:40 | Image style ত photo gallery of logos চয়ন কৰক। |
05:45 | Link image to ত, Content চয়ন কৰি Apply ত টিপক। |
05:50 | লগে লগে, তলত Preview অংশত, এটা গ্রিড দেখায়। |
05:55 | আপোনি দেখে যে গ্রিড লেআউট টেবোলৰ পৰা ভিন্ন। |
06:00 | নোডৰ পৰা চয়নিত সকলো fields এটা সেলত আছে। |
06:05 | আমি কিমানবোৰ সেল দেখোবলৈ বিছাৰো তাক নিশ্চিত কৰো। |
06:09 | এতিয়া Save ত টিপক। |
06:12 | Back to site বোতামত টিপি Photo Gallery ত টিপক। |
06:17 | এইটো বেশ সুন্দৰ দেখায়। |
06:19 | মোবাইলৰ নিচিনা সৰু যন্ত্রত, 3 by 3 গ্রিড বজায় ৰাখিবলৈ ইমেজ সৰু হয়। |
06:26 | Drupalএ, gridৰ সৈতে এইয়া যি কৰে। |
06:29 | ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষিপ্তকৰণ কৰো। |
06:34 | এই টিউটোৰিয়েলত আমি Image styles আৰু ফটো গ্যালাৰি ভিউ সম্পর্কে শিকিছো। |
06:44 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
06:53 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
07:00 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
07:08 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
07:19 | আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |