Drupal/C3/Controlling-Display-of-Images/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শ সকল. Controlling Display of Images ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি Image styles আৰু ফটো গ্যালাৰি ভিউ শিকিম।
00:12 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো:

উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

00:21 আপোনি পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।
00:25 আমাৰ আগই নির্মিত ওয়েবসাইটটো খুলো।
00:29 Drupal ত, সাইটৰ বিভিন্ন অবশ্য অনুযায়ী আকাৰ আৰু ইমেজৰ স্কেল পৰিচালনা কৰিব পাৰি।
00:37 Drupalএ মূল ইমেজ লয় আৰু আমাৰ ইচ্ছামতে আকাৰ আৰু স্কেলত সলায়।
00:43 এইটোৱে ফাইলৰ এই সংস্কৰণ সংৰক্ষণ কৰে।
00:46 Configuration ত টিপক।
00:48 আমি 2টা image style বনাও।
00:51 তলত স্ক্রোল কৰি MEDIA tab ত যাওক।
00:54 ইয়াত Image Styles দেখো। এইটোত টিপক।
00:58 Table ইয়াৰ বাবে Image style বনাও যাৰ সেট আপ আছে।
01:03 লগতে পৰবর্তী ভিউৰ বাবে যি বনোৱা হব সেইয়া হল লোগোৰ গ্রিড।
01:09 Add image styles ত টিপক।
01:12 Image style name ত, আমি লিখিম Upcoming Events 150 x 150.
01:19 লক্ষ্য কৰক ড্রুপালে আমাৰ বাবে মেশিনৰ নাম দিয়ে।
01:23 এইটো হল Image style name.
01:26 এতিয়া Create new style ত টিপক।
01:29 বাওফালে মূল ইমেজ আছে যি হল 600 by 800 পিক্সেল আৰু ইমেজৰ এডিট কৰা সংস্কৰণ সোফালে আছে।
01:38 EFFECT ত, Select a new effect ড্রপ ডাউনত টিপক।
01:42 তালিকাত অনেক বিকল্প দেখায়। এই বিকল্পৰ পৰা Scale and crop চয়ন কৰিম।
01:49 আপোনি বিছাৰিলে অন্য বিকল্প চয়ন কৰিব পাৰে যেনে Rotate, Resize বা অন্য কিছু।
01:56 Add বোতামত টিপক।
01:58 Width ত 150 আৰু Height ত 150 লিখক।
02:02 Width আৰু Height কেতিয়াও মূল ইমেজতকৈ বেশী নকৰিব।
02:07 এইটো কৰিলে ইমেজ পিক্সেলেট হব।
02:11 Add effect টিপক।
02:13 ইয়াতে নতুন Image Style আছে। সোফালৰ ইমেজত আমি দেখো যে এইটো স্কেল আৰু ক্রপ কৰা হৈছে।
02:22 আৰু এটা বনাও। Image styles ত টিপি Add image styles বোতামত টিপক।
02:29 এবাৰ Image style nameত আমি লিখিম: photo gallery of logos
02:35 Create new style বোতামত টিপক।
02:38 এইটো মেশিনত যি কোনো photo gallery ইয়াৰ ইমেজ হব পাৰে।
02:42 আপোনি এইটো যি কোনো ইমেজ, ফীল্ডত আৰু কন্টেন্টত কৰিব পাৰে।
02:47 আকৌ এবাৰ Select a new effect ত টিপি Scale and crop বিকল্পত টিপক।
02:53 Add বোতামত টিপক। Width ত 300 আৰু Height ত 300 লিখক।
03:00 Add effect বোতামত টিপক।
03:03 এতিয়া সোফালৰ ইমেজৰ 300 by 300 ইয়াৰ নতুন মাত্রা আছে।
03:09 এইটোৱে দেখায় যে Drupalএ নিজেই প্রতিটো Image style ইয়াৰ বাবে ইমেজ সংস্কৰণ বনায় আৰু সাইটত সংৰক্ষণ কৰে।
03:18 Structureত টিপি Views ত টিপক।
03:21 এতিয়া Upcoming Events view আপডেট কৰিবলৈ Editত টিপো।
03:27 Event Logo ত টিপক আৰু Image Style ক Upcoming Events লৈ সলাওক।
03:33 সিহতে পিছত Apply ত টিপক।
03:36 প্রিভিউ অংশত স্ক্রোল কৰিলে আমি দেখো যে লোগো অভিন্ন আছে।
03:42 Saveত টিপক।
03:45 Back to site ত টিপক। এইটো আমাৰ ওয়েবসাইটৰ ভিউ।
03:50 Image Styles এয়াই যি কৰে।
03:53 এতিয়া সকলো ইভেন্টৰ বাবে গ্রিড লেআউট হিসাবে নতুন view বনাও।
03:59 এইটো কৰিবলৈ Structures, তাৰ পিছত Views আৰু Add new view ত টিপক।
04:05 ইয়াৰ নাম Photo Gallery দিও।
04:09 View setting ক Content - of type - Events বুলি সেট কৰক।
04:14 এই বিশেষ ভিউক কোনো ইভেন্টৰ বাবে ইমেজৰ গ্যালাৰি বা photo-of-the-day(এই দিনৰ ফটো) হিসাবে ব্যবহৃত হব পাৰে।
04:22 Create a page ত টিপক।
04:25 তলত স্ক্রোল কৰি Grid অফ fields চয়ন কৰক।
04:29 আমি Drupal ত, ড্রপ-ডাউনত প্রদত্ত অন্য বিকল্পও চয়ন কৰিব পাৰো।
04:36 Items to display ফীল্ডত, 9 চয়ন কৰক কাৰণ এইটো 3 by 3 গ্রিড দিয়ে।
04:42 Create a menu link চেক কৰক।
04:46 Menu ড্রপ ডাউনত, Main navigation চয়ন কৰক।
04:51 Save and Edit টিপক।
04:54 5টা শর্ত দি প্ৰশিক্ষন কৰো:

Display হল Page.

04:59 Format হল Grid
05:01 Title নামত একমাত্র Field আছে।
05:04 আৰু শেষলৈ Filter আৰু Sort Criteria
05:08 এতিয়া এইবোৰ এইভাবে এৰি দিও।
05:12 তলত স্ক্রোল কৰক। ইয়াত 4 টা‌‍ columns আৰু 9 টা events দেখো।
05:17 কলমৰ সংখ্যা সলাবলৈ Format ত Settings বিকল্পত টিপক।
05:22 সিহতে পিছত কলমৰ সংখ্যা 3 ত সলাবলৈ Apply ত টিপক।
05:28 এইটো 3 by 3 গ্রিড দিয়ে।
05:31 Fields ত Addত টিপক।
05:34 Event Logo খুঁজিবলৈ ইয়াত চেক মার্ক দিয়ক আৰু Apply ত টিপক।
05:40 Image style ত photo gallery of logos চয়ন কৰক।
05:45 Link image to ত, Content চয়ন কৰি Apply ত টিপক।
05:50 লগে লগে, তলত Preview অংশত, এটা গ্রিড দেখায়।
05:55 আপোনি দেখে যে গ্রিড লেআউট টেবোলৰ পৰা ভিন্ন।
06:00 নোডৰ পৰা চয়নিত সকলো fields এটা সেলত আছে।
06:05 আমি কিমানবোৰ সেল দেখোবলৈ বিছাৰো তাক নিশ্চিত কৰো।
06:09 এতিয়া Save ত টিপক।
06:12 Back to site বোতামত টিপি Photo Gallery ত টিপক।
06:17 এইটো বেশ সুন্দৰ দেখায়।
06:19 মোবাইলৰ নিচিনা সৰু যন্ত্রত, 3 by 3 গ্রিড বজায় ৰাখিবলৈ ইমেজ সৰু হয়।
06:26 Drupalএ, gridৰ সৈতে এইয়া যি কৰে।
06:29 ইয়াৰ সৈতে আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষিপ্তকৰণ কৰো।
06:34 এই টিউটোৰিয়েলত আমি Image styles আৰু ফটো গ্যালাৰি ভিউ সম্পর্কে শিকিছো।
06:44 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
06:53 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
07:00 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
07:08 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
07:19 আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi