Difference between revisions of "Drupal/C3/Styling-a-Page-using-Themes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |'''Time''' |'''Narration''' |- | 00:01 |Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |- |...")
 
Line 5: Line 5:
 
|-
 
|-
 
| 00:01
 
| 00:01
|Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
+
|নমস্কাৰ দৰ্শক সকল. Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
  
 
|-
 
|-
Line 51: Line 51:
 
| 00:55
 
| 00:55
 
| আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি
 
| আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি
 
 
drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি।
 
drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি।
 
|-
 
|-
Line 451: Line 450:
 
| 09:37
 
| 09:37
 
| এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব।
 
| এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব।
 
 
drupal.org পৰা add-on Modules পাব পাৰি।
 
drupal.org পৰা add-on Modules পাব পাৰি।
  
Line 457: Line 455:
 
| 09:48
 
| 09:48
 
| Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme.
 
| Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme.
 
 
আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো।
 
আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো।
  

Revision as of 18:51, 8 September 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Styling a Page using Themes এৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
  • themes ৰ পৰিচয়
  • themes বিছৰা আৰু
  • মৌলিক theme ইনস্টল কৰা।
00:16 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো
  • উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
  • Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।

আপোনি অাপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে।

00:30 আগেই উল্লেখ কৰিছো যে আমি যেনে বিছাৰো Drupal সাইট তেনে দেখাত হব পাৰে।
00:36 ইয়াত বিভিন্ন Drupal সাইটৰ পৰা বিভিন্ন ৰুপ আৰু ধৰণ আছে।
00:42 লক্ষ্য কৰক যে সেইবোৰ সম্পূর্ণ ভিন্ন।
00:45 এইটো Themes এৰ উপৰত নির্ভৰ ।
00:48 আপোনি যেনে বিছাৰে Themesএ ড্রুপালৰ সাইটক তেনে বনাব পাৰে।
00:51 Themes সম্পর্কে কিছু বিষয় মনত ৰাখিব লাগিব.
00:55 আমি কিছু ভিন্ন স্থানৰ পৰা Themes পাব পাৰি

drupal.org ত বিনামূল্যৰ Themes আছে যাক Contributed Themes বোলে বা বিভিন্ন বিক্রতা পৰাও Theme কিনিব পাৰি।

01:11 বা আমি নিজস্ব Theme বনাব পাৰো যেনে Artisteer.com পৰা Artisteer যি স্ক্যাচৰ পৰা নির্মিত।
01:19 Contributed Themes, drupal.org/project/themes ত উপলব্ধ।
01:26 Block Regions, Theme দ্বাৰা নির্ধাৰিত হয়।
01:29 ওয়েবসাইটত কত Blocks ৰাখিব পাৰে, সেইতো theming প্রক্রিয়াৰ অংশ।
01:36 ইয়াত সঠিক স্থান নাথাকলে এইটো Theme ইস্যু Block ইস্যু নহয়।
01:42 এতিয়া Themesক অলপ ভালকে বুঝো।
01:46 drupal.org পৰা বিনামূল্যে কিছু চমত্কাৰ Themes পাব পাৰি।
01:51 drupal.org/projects/themes ত যাওক।
01:56 এতিয়া Drupal ত উপলব্ধ কিছু Themes দেখো।
02:01 Modules টিউটোৰিয়েল চাওক। আমি ব্যবহৃত Drupal সংস্কৰণৰ Core compatibility দ্বাৰা ফিল্টাৰ কৰিব লাগিব।
02:10 ইয়াত 2205 টা Themes আছে। Drupal 8 ত টিপিলে ইয়াৰ সংখ্যা অলপ কমি যায়।
02:18 টিউটোৰিয়েলটো ৰেকর্ডৰ পিছত নতুন থিম যোগ কৰি আপোনি অধিক সংখ্যা দেখিব পাৰে।
02:25 এতিয়া Themes বিছৰা আৰু মূল্যায়ন সম্পর্কে কও।
02:30 এইটো Modules এৰ অনুৰুপ।
02:33 আমি drupal.org ত আৰম্ভ কৰিম।
02:36 Core compatibility দ্বাৰা ফিল্টাৰ কৰিলে সিহত নিজেই Most Installed দ্বাৰা সৰ্ট হয়।
02:43 এই সময়ত Adaptive Theme হল এটা নম্বৰ।
02:46 আৰু Bootstrap হল দুই নম্বৰ।
02:50 Bootstrap ত টিপক।
02:53 Module টিউটোৰিয়েলৰ পৰা DMV চিত্রণ আকৌ এবাৰ কল কৰো? ইয়াত এইটো একেই বিষয়।
02:59 আগেই documentation পড়িব লাগিব।
03:02 তাৰপিছত Maintainers ত টিপক।
03:05 versions আৰু project informations চাওক।
03:08 ৰেকর্ডিং এৰ সমযত, এই বিশেষ Theme, Drupal 8 x 3.0 alpha 1 সংস্কৰণত থাকে।
03:16 তাতে development version ও আছে।
03:20 পিছত ইয়াত সেউজীয়া ৰঙত, Theme এৰ Drupal 8 সংস্কৰণ হব।
03:27 Contributed Theme এৰ বিভিন্ন ফ্লেভাৰ থাকিব পাৰে. তাতে 3 ধৰণৰ Themes আছে।
03:34 ইয়াত simple Contributed Theme থাকিব পাৰে যাক আপোনি কনফিগাৰ কৰিব পাৰে।
03:40 Bootstrap বা Zen এৰ মতে Starter Themes থাকিব পাৰে।
03:46 এইটোৱে আপোনাক ভিতৰত CSS ৰাখিবলৈ মাত্র এটা খালি স্ক্রিন আৰু গৌণ ফ্রেমওয়ার্ক দিয়ে।
03:52 বা Base Theme থাকিব পাৰে। এইটো Adaptive Theme এৰ মতে ইয়াৰ উপৰত থাকা অন্যান্য Sub-Themes ৰখা হয়।
04:02 কিন্তু ইয়াত সকলো নিয়ম একেই।
04:05 documentation চাওক। Maintainers আৰু versions ত চাওক।
04:11 এতিয়া Contributed Theme ইনস্টল কৰিম।
04:13 drupal.org/projects/zircon ত যাওক।
04:20 তলত স্ক্রোল কৰক। এইটো ভাল Theme, যাক বিশেষভাবে Drupal 7 আৰু 8 এৰ বাবে ডেভেলপ কৰা হৈছে।
04:28 এইটো বেশী সাইটত ব্যবহাৰ কৰা হোৱা নাই।
04:31 আমি এই থিম ব্যবহাৰ কৰিম কাৰণ এইটো বর্তমানে Drupal 8 এৰ বাবে প্রস্তুত।
04:37 tar.gz ত সো ক্লিক কৰি লিঙ্ক কপি কৰক। এইটো Modules ইনস্টল কৰাৰ অনুৰুপ। সাইটত উভতি যাও।
04:47 Appearance আৰু Install new theme ত টিপক।
04:52 আকৌ এবাৰ Modules এৰ মতে একেই প্রক্রিয়া।
04:56 URL পেস্ট কৰি Installত টিপক।
05:00 Theme ওয়েব সার্ভাৰত ডাউনলোড কৰা হয় আৰু এতিয়া এইটো ON কৰিবলৈ সক্ষম।
05:06 Install newly added themes ত টিপক।
05:09 তলত স্ক্রোল কৰক।
05:12 আপোনি Zircon দেখিব। A flexible, recolorable theme with many regions and a responsive mobile first layout.
05:21 Install and set as default ত টিপক।
05:25 এতিয়া এই পৰিচয়ৰ ভিডিওত শিকিছো যে -

এক নম্বৰ নতুন Themes এৰ সংস্থাপন কন্টেন্টক নসলায় আৰু দুই নম্বৰ: Blocks এৰ স্থান সলাব লাগিব পাৰে।

05:38 এতিয়া settings ত দেখো।
05:42 Settings শব্দত টিপক।
05:45 Zircon ত নৰম্যাল TOGGLE DISPLAY আছে।
05:49 আৰু shortcut আইকন।
05:51 লোগো আপডেট কৰিব বিছাৰিলে Global settings ত যাওক।
05:56 LOGO IMAGE SETTINGS
05:59 Save টিপক।
06:02 সাইটত উভতি যাও।
06:04 এইটো Zircon - Drupal এৰ বাবে ফ্লেক্সিবল, ৰোবাস্ট আৰু বিশ্বব্যাপী বন্ধুত্বপূর্ণ Theme.
06:11 Structure আৰু Blocks ত যাওক।
06:15 Demonstrate block regions for Zircon ত টিপক।
06:19 ইয়াত কিছু Block regions দেখিম।
06:22 এটা Header region. Main menu , Main menu Block Region ত যাব লাগিব কাৰণ এইটো যথাযথ ফৰম্যাটিং পায়।
06:32 তাৰপিছত Slideshow region. যদি ইয়াত আপোনি View Slideshow ব্যবহাৰ কৰিছে।
06:37 এটা Featured block region,
06:39 Help,

Sidebar First, Sidebar Second,

Content,

06:44 Panel First,

Panel Second ক 1, 2, 3 আৰু 4 বোলে আৰু তাৰপিছত Footer region.

06:53 আমাৰ ডিফল্ট Theme পৰা কিছু regions উপলব্ধ নাই।
07:00 ইয়াত কি কৰিব লাগিব তাক চাও।
07:03 Header region ত অনেক বিষয় আছে। Footer region ত নির্ধাৰিত Powered by Drupal আৰু নাই।
07:14 আমি সেইটো Footer ত ৰাখিম।
07:17 এইটো অবিলম্বে Header পৰা মুছি যাব।
07:20 Header পৰা Status message অতৰুৱাই আৰু ম্যাসেজত ৰাখো।
07:26 আকৌ এবাৰ Footer ত গৈ Footer menu ৰাখো।
07:30 আমি Search, Site branding আৰু User account menu ক একেইভাবে এৰি দিও।
07:36 Primary menu ভুল জাগাত আছে কিন্তু এতিয়া এইটো দেখো।
07:42 Save blocks টিপক।
07:44 সাইটত উভতি যাও।
07:47 আমি দেখো যে Main menuক কতোও নাপাও. কাৰণ Primary menu এই Themeত বিদ্যমান নহয়।
07:55 সেয়ে আমি Main navigation লৈ Main menu ত পৰিবর্তন কৰো।
08:01 তলত স্ক্রোল কৰক। এইটো এবাৰ চাও।
08:05 Content এলাকাত, Help block আছে।
08:09 এইটোক Help ব্লকত ৰাখো।
08:12 Page title, Primary admin actions আৰু Page Tabs সকলো ঠিক আছে।
08:18 Sidebar first, Welcome to Drupalville, Book navigation, Recent Events Added আৰু Tools.
08:26 Tools menu লৈ Sidebar second ত ৰাখো।

এইটোক আগতে কৰা নাছিলো।

08:34 ইয়াত চাৰিটা Panel region আছে যত আমি বিছৰা কিছু ৰাখিব পাৰো।
08:39 Save ত টিপক।
08:41 আমি কি কৰিছো তাক চাও।
08:44 এইটো এতিয়া বেশ ভাল।
08:47 menu ক Main menu block region ত ৰাখা হৈছে।

CSS লৈ কিছু শেডিং আৰু কালাৰিং সহ এইটোক ভাল in-line menu বানোৱা হৈছে।

08:58 বাওফালে BOOK NAVIGATION, RECENTLY ADDED EVENTS
09:03 TOOLS হল সো ফালে, আকৌ এবাৰ Sidebar first আৰু Sidebar second.
09:10 আৰু সকলো কন্টেন্ট মাঝত।
09:12 কিছু বিষয় লক্ষ্য কৰক।
09:15 আমি themes সলাইছো। সকলো কিছু সলোৱা গৈছে মাত্ৰ কন্টেন্টৰ বাহিৰে।
09:20 আমি নতুন fonts, নতুন font styles, নতুন H3 tags, নতুন Block regions, layouts আৰু নতুন Footer area পাইছো।
09:31 ইয়াত মাত্ৰ কন্টেন্ট আৰু কন্টেন্টৰ layout পৰিবর্তন নহয়।
09:37 এইটোক সলাবলৈ, Panels বা Display fields ব্যবহাৰ কৰিব লাগিব।

drupal.org পৰা add-on Modules পাব পাৰি।

09:48 Themes হল চমৎকাৰ. এইটো সচায়েই সহজ theme.

আমি Drupal পৰা আৰো কিছু খুব জটিল themes পাব পাৰো।

09:58 drupal.org/projects/themes ত উভতি যাওক. ইয়াত উপলব্ধ কিছু Drupal 8 themes চাওক।
10:08 কিছু পছন্দৰ themes বিছাৰি তাক ইনস্টল কৰি আৰু ব্যবহাৰ কৰক।
10:13 সাইটত themes এৰ প্রভাব সম্পর্কে শিকাৰ এইটো এটা ভাল উপায়। ইয়াত পছন্দৰ ডিসাইন পাব পাৰে।
10:21 ইয়াৰ  সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ অাহিছো।
10:24 সংক্ষিপ্তকৰণ কৰো। এই টিউটোৰিয়েলত আমি শিকিছো
  • themes এৰ পৰিচয়
  • themes বিছৰা আৰু
  • মৌলিক theme ইনস্টল কৰা।
10:45 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
10:54 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
11:00 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
11:08 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
11: 19 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi