Difference between revisions of "Drupal/C2/Overview-of-Drupal/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 1: Line 1:
 
{|border=1
 
{|border=1
|'''Time'''
+
|   Time  
|'''Narration'''
+
|   Narration  
  
 
|-
 
|-
 
|00:01
 
|00:01
|নমস্কাৰ দৰ্শক সকল. "Overview of Drupalৰ " স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
+
|নমস্কাৰ দৰ্শক সকল. Overview of Drupalৰ স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
  
 
|-
 
|-
 
|00:06
 
|00:06
|এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম
+
|এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম  
 
কন্টেন্ট ম্যানেজমেন্ট সিস্টেম
 
কন্টেন্ট ম্যানেজমেন্ট সিস্টেম
 
Drupal 
 
Drupal 
Line 103: Line 103:
 
|-
 
|-
 
|02:43
 
|02:43
| এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা '' 'Drupal' '' বনোৱা হৈছে.  
+
| এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা Drupal বনোৱা হৈছে.  
 
|-
 
|-
 
|02:51
 
|02:51
Line 114: Line 114:
 
|-
 
|-
 
|03:02
 
|03:02
| ইয়াৰ পিছত, আমি '' 'Drupal এৰ' '' শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
+
| ইয়াৰ পিছত, আমি Drupal এৰ শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
  
 
|-
 
|-
 
|03:06
 
|03:06
 
| নম্বৰ1:
 
| নম্বৰ1:
'' 'Drupal' ''বিনামূল্য আৰু সম্পূর্ণৰুপে '' 'ওপেন সোর্স' '' হয়.
+
Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়.
  
 
|-
 
|-
Line 127: Line 127:
 
|-
 
|-
 
|03:15
 
|03:15
| যদিও আপোনি এজন ডেভেপপাৰ হয়, '' 'Drupal এৰ' '' খুবেই দৰকাৰী.
+
| যদিও আপোনি এজন ডেভেপপাৰ হয়, Drupal এৰ খুবেই দৰকাৰী.
  
 
|-
 
|-
 
|03:20
 
|03:20
 
| ২ নম্বৰ:
 
| ২ নম্বৰ:
'' 'Drupal' '' ফ্লেক্সিবল হয়.  
+
Drupal ফ্লেক্সিবল হয়.  
  
 
|-
 
|-
 
|03:24
 
|03:24
| '' 'Drupal ''' আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.  
+
| Drupal আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.  
  
 
|-
 
|-
 
|03:28
 
|03:28
| '' 'Drupal ' '' অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
+
| Drupal অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
  
 
|-
 
|-
 
|03:35
 
|03:35
| ডেভেলপাৰে এইটোক উভয় "'সিএমএস'''আৰু এটা বৃহত্তৰ ''ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্ম' ''হিসাবে ব্যবহাৰ কৰে .
+
| ডেভেলপাৰে এইটোক উভয় সিএমএস   আৰু এটা বৃহত্তৰ  ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্মহিসাবে ব্যবহাৰ কৰে .
  
 
|-
 
|-
 
|03:42
 
|03:42
 
| নম্বৰ3:
 
| নম্বৰ3:
'' 'Drupal' '' মোবাইলত উপলব্ধ.
+
Drupal মোবাইলত উপলব্ধ.
  
 
|-
 
|-
 
|03:46
 
|03:46
| আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি 'Drupal এৰ''' সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
+
| আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি Drupal এৰ   সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
  
 
|-
 
|-
 
|03:54
 
|03:54
 
| নম্বৰ4:
 
| নম্বৰ4:
'' 'Drupal' '' ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.
+
Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.
  
 
|-
 
|-
 
|04:00
 
|04:00
| '' 'whitehouse.gov' ''ৰ পৰা '' weather.comলৈ '' 'আৰু' ''Dallas Cowboys, 'Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
+
| whitehouse.govৰ পৰা   weather.comলৈ আৰুDallas Cowboys, Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
  
 
|-
 
|-
 
|04:08
 
|04:08
| '' 'Drupal''' আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে.
+
| Drupal   আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে.
  
 
|-
 
|-
Line 179: Line 179:
 
|04:24
 
|04:24
 
| নম্বৰ5:
 
| নম্বৰ5:
'' 'Drupal ' '', বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.
+
Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.
  
 
|-
 
|-
 
|04:29
 
|04:29
| '' 'Drupal এ' '' মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
+
| Drupal এ মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
  
 
|-
 
|-
Line 192: Line 192:
 
|04:45
 
|04:45
 
| সংখ্যা 6:
 
| সংখ্যা 6:
'' 'Drupal ' '' নিৰাপদ আৰু সুৰক্ষিত হয়.
+
Drupal নিৰাপদ আৰু সুৰক্ষিত হয়.
  
 
|-
 
|-
 
|04:50
 
|04:50
| '' 'Drupal এ' '' আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
+
| Drupal এ আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
  
 
|-
 
|-
 
|04:57
 
|04:57
| '' 'session IDs ' 'যি '' অনুমতি(permissions) '' পৰিবর্তন  হোৱাত পৰিবর্তন হয়,
+
| session IDs যি অনুমতি(permissions) পৰিবর্তন হোৱাত পৰিবর্তন হয়,
  
 
|-
 
|-
 
|05:01
 
|05:01
| টেক্স্ট ফৰম্যাট '' 'অনুমতি' ''ইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
+
| টেক্স্ট ফৰম্যাট অনুমতিইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
  
 
|-
 
|-
 
|05:07
 
|05:07
| '' 'Drupal এ' '' নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
+
| Drupal এ নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
  
 
|-
 
|-
 
|05:11
 
|05:11
 
| সংখ্যা 7:
 
| সংখ্যা 7:
আমি Drupal ' '' সাইটত  বৈশিষ্ট্য যোগ কৰা '' হাজাৰ  'মডিউলৰ ব্যবহাৰ কৰি 'আমাৰ'' 'Drupal এৰ' '' সাইটক প্রসাৰিত কৰিব পাৰো.
+
আমি Drupal সাইটত  বৈশিষ্ট্য যোগ কৰা   হাজাৰ  মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো.
  
 
|-
 
|-
 
|05:18
 
|05:18
| যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা '' 'মডিউল' '' নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
+
| যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা মডিউল নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
  
 
|-
 
|-
 
|05:27
 
|05:27
| আমাৰ উচৰত একাধিক 'থিম' '' বা একেই সাইটত এটা '' 'থিম' '' এৰ সংস্কৰণ থাকিব পাৰে ''.
+
| আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে   .
 
আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.
 
আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.
  
Line 227: Line 227:
 
|05:40
 
|05:40
 
| সংখ্যা 8:
 
| সংখ্যা 8:
যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে  '' 'Drupal' ''ৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!
+
যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে  Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!
  
 
|-
 
|-
 
|05:48
 
|05:48
| '' 'Drupal এৰ' '' বাবে বিশ্বত বহুতো ইভেন্ট হয়.
+
| Drupal এৰ বাবে বিশ্বত বহুতো ইভেন্ট হয়.
  
 
|-
 
|-
 
|05:52
 
|05:52
| স্থানীয় ইভেন্টক '' 'Drupal' '' কেম্পস বুলি কোৱা হয়.
+
| স্থানীয় ইভেন্টক Drupal কেম্পস বুলি কোৱা হয়.
  
 
|-
 
|-
 
|05:55
 
|05:55
| আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান 'DrupalCons' ''হয় .
+
| আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান DrupalConsহয় .
  
 
|-
 
|-
 
|06:01
 
|06:01
| খুবেই সক্রিয় '' 'ফোৰাম আছে, User Groups ' '' আৰু '' 'IRC চ্যাটবোৰ' '' '' 'Drupal এৰ' '' সমর্থনত নিবেদিত.
+
| খুবেই সক্রিয় ফোৰাম আছে, User Groups আৰু IRC চ্যাটবোৰ     Drupal এৰ সমর্থনত নিবেদিত.
  
 
|-
 
|-
 
|06:08
 
|06:08
 
| সংখ্যা 9:
 
| সংখ্যা 9:
কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানি'' 'Drupal এৰ' '' চাৰিপাশে আছে.
+
কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে.
  
 
|-
 
|-
 
|06:15
 
|06:15
| '' 'Acquia' '', এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  '' 'Drupal এৰ' '' বৃহত্তম কোম্পানী.
+
| Acquia, এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  Drupal এৰ বৃহত্তম কোম্পানী.
  
 
|-
 
|-
 
|06:21
 
|06:21
| ভাৰতত ষাঠিটাত চে বেশি '' 'Drupal এৰ' '' সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
+
| ভাৰতত ষাঠিটাত চে বেশি Drupal এৰ সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
  
 
|-
 
|-
 
|06:32
 
|06:32
 
| সংখ্যা 10:
 
| সংখ্যা 10:
'' 'Drupal ' '' সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.
+
Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.
  
 
|-
 
|-
 
|06:40
 
|06:40
| '' 'Drupal এ' '' সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
+
| Drupal এ সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
  
 
|-
 
|-
 
|06:50
 
|06:50
| '' 'Drupal ' '' সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
+
| Drupal  সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
  
 
|-
 
|-
 
|06:58
 
|06:58
 
| এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম
 
| এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম
কিভাবে '' 'Drupal এৰ' '' ইনস্টল কৰে.
+
কিভাবে Drupal এৰ ইনস্টল কৰে.
  
 
|-
 
|-
 
|07:04
 
|07:04
| আমি '' 'Drupal ' '' আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
+
| আমি Drupal আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
  
 
|-
 
|-
 
|07:10
 
|07:10
| প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ '' 'লিনাক্স' '' বা ''উইন্ডোজ' '' এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
+
| প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ লিনাক্স বা   উইন্ডোজ এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
  
 
|-
 
|-
 
|07:18
 
|07:18
| '' 'বিষয়বস্তু' '' workflow-
+
| বিষয়বস্তু workflow-
ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু '' 'Drupal ত সংগঠিত হয়.
+
ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়.
  
 
|-
 
|-
Line 295: Line 295:
 
|-
 
|-
 
|07:34
 
|07:34
| তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে '' 'Drupalক' '' অনন্য কৰিব পাৰে.
+
| তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে Drupalক অনন্য কৰিব পাৰে.
  
 
|-
 
|-
Line 304: Line 304:
 
|07:49
 
|07:49
 
| কিভাবে Drupalক প্রসাৰিত কৰে-
 
| কিভাবে Drupalক প্রসাৰিত কৰে-
'' 'Drupal এৰ' '' দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় 'মডিউল' '' বা '' 'এক্সটেনশনস' ''.
+
Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস.
  
 
|-
 
|-
 
|07:56
 
|07:56
| আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা '' 'মডিউল' ''আছে, .
+
| আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা মডিউলআছে, .
  
 
|-
 
|-
 
|08:05
 
|08:05
| প্রদত্ত যে তাতে অসংখ্য '' 'মডিউল' '' আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা '' 'মডিউল' '' নির্বাচন কৰে.
+
| প্রদত্ত যে তাতে অসংখ্য মডিউল আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা মডিউল নির্বাচন কৰে.
  
 
|-
 
|-
 
|08:13
 
|08:13
| কিভাবে ''siteক লেআউট কৰে-
+
| কিভাবে   siteক লেআউট কৰে-
 
এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.
 
এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.
  
 
|-
 
|-
 
|08:24
 
|08:24
| '' 'লেআউট' '' অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
+
| লেআউট অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
  
 
|-
 
|-
 
|08:31
 
|08:31
| '' 'মডিউলৰ' '' নিচিনা, লেআউট বা '' 'থিম' ''ও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
+
| মডিউলৰ নিচিনা, লেআউট বা থিমও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
  
 
|-
 
|-
 
|08:38
 
|08:38
| 'peopleক কীভাবে পৰিচালনা কৰিব -
+
| peopleক কীভাবে পৰিচালনা কৰিব -
  
 
|-
 
|-
 
|08:40
 
|08:40
| অন্যান্য একক ভিত্তিক '' ' CMS' '' ব্যবহাৰকাৰী, যেনে '' 'ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
+
| অন্যান্য একক ভিত্তিক CMS ব্যবহাৰকাৰী, যেনে ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
  
 
|-
 
|-
 
|08:53
 
|08:53
| '' 'people' '' ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন '' 'অনুমতি' ''দিয়ে, শিকো.
+
| people ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন অনুমতিদিয়ে, শিকো.
  
 
|-
 
|-
 
|09:01
 
|09:01
| কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে '' 'Drupal এৰ' '' কোড পৰিচালনা কৰে শিকো.
+
| কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে Drupal এৰ কোড পৰিচালনা কৰে শিকো.
  
 
|-
 
|-
 
|09:11
 
|09:11
| এটা '' 'সাইট' '' নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
+
| এটা সাইট নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
  
 
|-
 
|-
 
|09:17
 
|09:17
| * এইটো '' 'সাইটক' '' আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
+
| * এইটো সাইটক আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
  
 
|-
 
|-
Line 359: Line 359:
 
| সংক্ষেপে.
 
| সংক্ষেপে.
 
এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:
 
এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:
* '' 'Drupal এৰ' '' পৰিচয়  
+
* Drupal এৰ পৰিচয়  
* '' 'Drupal এৰ' '' প্রধান বৈশিষ্ট্য আৰু
+
* Drupal এৰ প্রধান বৈশিষ্ট্য আৰু
* এই '' 'Drupal এৰ' '' শৃঙ্খলাৰ ওভাৰভিউ.
+
* এই Drupal এৰ শৃঙ্খলাৰ ওভাৰভিউ.
  
 
|-
 
|-
 
|09:41
 
|09:41
| এই ভিডিওটো '' 'Acquia' '' আৰু "' OS Trainingৰ পৰা অভিযোজিত হয় আৰু 'স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে  
+
| এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে  
  
 
|-
 
|-
Line 373: Line 373:
 
|-
 
|-
 
|09:59
 
|09:59
| স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
+
| স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
  
 
|-
 
|-

Revision as of 11:42, 1 September 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Overview of Drupalৰ স্পোকেন টিউটোৰিয়েলত অাপোনাক স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিম

কন্টেন্ট ম্যানেজমেন্ট সিস্টেম Drupal 

00:13 Drupal এৰ লক্ষণীয় বৈশিষ্ট্য আৰু

এই শৃঙ্খলাৰ ওভাৰভিউ

00:19 প্রথমে বুজো ড্রুপাল কি হয়.

Drupal এটা মুক্ত আৰু ওপেন সোর্স কনটেন্ট ম্যানেজমেন্ট সিস্টেম (সিএমএস) হয়.

00:30 এটা সিএমএস কি?

এইটো পুৰনা দিনৰ নিচিনা নহয় যত আমি এটা সার্ভাৰত আপলোড কৰা বিভিন্ন HTML ফাইল থাকে.

00:40 বুনিয়াদিৰুপে, প্রতিটো ওয়েবপেজৰ নিজস্ব এইচটিএমএল ফাইল আছে.
00:47 এতিয়া এইটো খুব ভিন্ন.

প্রতিটো পৃষ্ঠা ভিন্ন কম্পোনেন্ট ব্যবহাৰ কৰি নির্মিত হয়

00:55 কম্পোনেন্টৰ প্রতিটোৱে বিভিন্ন স্থানৰ পৰা আহিব পাৰে.
01:00 এই কম্পোনেন্টবোৰ কিছু প্রোগ্রামিং লজিক ব্যবহাৰ কৰি গোটোৱা হয়.
01:06 সেয়ে, আপোনি যি দেখে তাৰ উপৰত নির্ভৰ কৰি, এইটো ডেস্কটপ অথবা এটা মোবাইলত ভিন্ন হব পাৰে.
01:14 এইটো কোনে কৰ পৰা চাই তাৰ উপৰত নির্ভৰ কৰি পৰিবর্তন হব পাৰে.

আপোনি হয়টো ভাৰতৰ পৰা চোৱা এজন ছাত্র হব পাৰে,

01:23 অথবা এজন গ্রাহকে সিঙ্গাপুৰ পৰা কিছু কিনাৰ.

আপোনাৰ প্রত্যেকে এটা ভিন্ন পৃষ্ঠা দেখিব পাৰে.

01:32 CMS হল এই প্রসেনটেশন লজিকৰ কাৰণ.
01:37 ই যেনে PHP, Ajax, Javascript  ইত্যাদি বিভিন্ন প্রোগ্রামিং বৈশিষ্ট্য ব্যবহাৰ কৰে
01:47 সকলো সিএমএস সাধাৰণতে এটা ডাটাবেস ব্যবহাৰ কৰে কোনো ফৰম্যাটিং নোহোৱাকৈ তথ্য সংৰক্ষণ কৰাৰ বাবে.
01:55 বিষয়বস্তুৰ ফৰম্যাটিং বেলেগভাবে সম্পন্ন কৰা হয়.
02:00 সিএমএসে নন প্রযুক্তিগত(non-technical) ব্যবহাৰকাৰীক সহজেই এটা ওয়েবসাইটক পৰিচালনা কৰি তোলে.
02:07 Drupal এক ধৰনৰ সিএমএস যি ওপেন সোর্স হয়, অর্থ কোড বিনামূল্যে উপলব্ধ.
02:15 যি কোনোৱে ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
02:18 Drupal 2000 চনত Dries Buytaertৰ দ্বাৰা প্রতিষ্ঠিত হৈছিল, যেতিয়া তেখেত এজন ছাত্র আছিল.
02:24 যিহেতো এইটো ওপেন সোর্স হয়, বহুত মানুহে কোড পৰিবর্তন কৰাত সাহায্য কৰে.
02:32 তাৰপিছত তেখেতলোকে অলপ উন্নতি সম্প্রদায় কৰি উভতাই দিয়ে.
02:37 Drupal সম্প্রদায়ৰ বৃহত্তম আৰু ঘনিষ্ঠভাবে সংযুক্ত ওপেন সোর্স কমিউনিটিৰ অন্যতম.
02:43 এই সম্প্রদায়ত ডেভেলপাৰ, সাইট নির্মাতা, ভলুন্টাৰ যাৰ দ্ৱাৰা Drupal বনোৱা হৈছে.
02:51   ড্রুপালত এইটো কোৱা হৈছে যে, “Come for the code, stay for the community”
02:58 হব পাৰে, আপোনি একেই কাৰণে সম্প্রদায়টিত থাকিব পাৰে.
03:02 ইয়াৰ পিছত, আমি Drupal এৰ শীর্ষ 10টা বৈশিষ্ট্য তালিকা দিয়ো.
03:06 নম্বৰ1:

Drupalবিনামূল্য আৰু সম্পূর্ণৰুপে ওপেন সোর্স হয়.

03:11 যি কোনোৱে সোর্স কোড ডাউনলোড কৰি পৰিবর্তন কৰিব পাৰে.
03:15 যদিও আপোনি এজন ডেভেপপাৰ হয়, Drupal এৰ খুবেই দৰকাৰী.
03:20 ২ নম্বৰ:

Drupal ফ্লেক্সিবল হয়.

03:24 Drupal আজিকালি উপলব্ধ সবতচে অভিযোজিত সিস্টেম অন্যতম হয়.
03:28 Drupal অত্যাধুনিক ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে যাক বিভিন্ন কাস্টম ডাটা স্ট্রাকচাৰ প্রয়োজন হয়.
03:35 ডেভেলপাৰে এইটোক উভয় সিএমএস আৰু এটা বৃহত্তৰ  ওয়েব ডেভেলপমেন্ট প্ল্যাটফর্মহিসাবে ব্যবহাৰ কৰে .
03:42 নম্বৰ3:

Drupal মোবাইলত উপলব্ধ.

03:46 আমি নির্বাচন কৰাৰ যি কোনো মোবাইল ডিভাইসৰ পৰা আমি Drupal এৰ সাইটত প্রতিটো পৃষ্ঠাক দেখিব আৰু এডমিনিস্টাৰ কৰিব পাৰো.
03:54 নম্বৰ4:

Drupal ডাঙৰ প্রকল্পৰ বাবে অপূর্ব.

04:00  whitehouse.govৰ পৰা weather.comলৈ আৰুDallas Cowboys, Drupalএ যি কোনো প্রকল্প হ্যান্ডেল কৰিব পাৰে.
04:08 Drupal আৰো জটিল ওয়েবসাইটৰ সৈতে ভালকৈ কাম কৰে.
04:12 এইটো এটা বৈশিষ্ট্য সমৃদ্ধ ওয়েবসাইট নির্মাণ কৰিব বিছৰা মানুহৰ বাবে ভাল সমাধান হয়.
04:19 এইটো বৃহৎ উদ্যগৰবাবে অত্যন্ত উপযুক্ত.
04:24 নম্বৰ5:

Drupal , বন্ধুত্বপূর্ণ, সামাজিক আৰু অনুসন্ধানযোগ্য হয়.

04:29 Drupal এ মানুহক আমাৰ সাইট আৰু আমাৰ বিষয়বস্তু বিছৰাত সাহায্য কৰে.
04:34 লগতে Drupalএ সাইট এডিটৰক ট্যাগ, বিবৰণ, কীওয়ার্ড আৰু  বন্ধুত্বপূর্ণ URLs যোগ কৰিবলৈ দিয়ে.
04:45 সংখ্যা 6:

Drupal নিৰাপদ আৰু সুৰক্ষিত হয়.

04:50 Drupal এ আমাৰ সাইটক নিয়মিত নিৰাপত্তা সংক্রান্ত আপডেট, হ্যাশ পাসওয়ার্ডৰ সৈতে সুৰক্ষিত ৰাখে,
04:57 session IDs যি অনুমতি(permissions) পৰিবর্তন হোৱাত পৰিবর্তন হয়,
05:01 টেক্স্ট ফৰম্যাট অনুমতিইউজাৰ ইনপুট আৰু অনেকক সীমাবদ্ধ কৰে.
05:07 Drupal এ নিৰাপত্তা অত্যন্ত গুৰুত্ব সহকাৰে লয়.
05:11 সংখ্যা 7:

আমি Drupal সাইটত  বৈশিষ্ট্য যোগ কৰা হাজাৰ  মডিউলৰ ব্যবহাৰ কৰি আমাৰDrupal এৰ সাইটক প্রসাৰিত কৰিব পাৰো.

05:18 যি কোনো বৈশিষ্ট্যৰ চিন্তা কৰক আৰু কোনোবায়ে বেশিভাগ এটা মডিউল নির্মিত কৰে আৰু এইটোক বিনামূল্যে উপলব্ধ কৰে.
05:27 আমাৰ উচৰত একাধিক থিম বা একেই সাইটত এটা থিম এৰ সংস্কৰণ থাকিব পাৰে .

আৰু এতিয়ালৈকে, আপোনাৰ ওয়েবসাইটৰ তথ্যৰ ভিজ্যুয়াল প্রেসেন্টেশনৰ উপৰত সম্পূর্ণ নিয়ন্ত্রণ আছে.

05:40 সংখ্যা 8:

যদি আপোনাৰ সাহায্যৰ প্রয়োজন হয়, তাতে  Drupalৰ বাবে এটা সহায়ক সম্প্রদায় আছে আৰু এইটো বিশাল!

05:48 Drupal এৰ বাবে বিশ্বত বহুতো ইভেন্ট হয়.
05:52 স্থানীয় ইভেন্টক Drupal কেম্পস বুলি কোৱা হয়.
05:55 আৰু প্রতি বছৰত, বিশ্বত কিছো প্রধান DrupalConsহয় .
06:01  খুবেই সক্রিয় ফোৰাম আছে, User Groups আৰু IRC চ্যাটবোৰ Drupal এৰ সমর্থনত নিবেদিত.
06:08 সংখ্যা 9:

কিছু খুব ডাঙৰ আৰু অভিজ্ঞ কোম্পানিDrupal এৰ চাৰিপাশে আছে.

06:15 Acquia, এই শৃঙ্খলাৰ বাবে অংশীদাৰ,  Drupal এৰ বৃহত্তম কোম্পানী.
06:21 ভাৰতত ষাঠিটাত চে বেশি Drupal এৰ সার্ভিস কোম্পানি আছে. লগতে Drupal জনা ফ্রিল্যান্সাৰও বহুতু আছে.
06:32 সংখ্যা 10:

Drupal সর্বত্র উপলব্ধ. এই ৰেকর্ডিংৰ সময়ত 1.2 মিলিয়ন ওয়েবসাইট আছে.

06:40 Drupal এ সমগ্র ওয়েবৰ 3 শতাংশ আৰু শীর্ষ দশ হাজাৰ ওয়েবসাইটৰ 15 শতাংশ ৰান কৰে.
06:50 Drupal  সৰকাৰ, শিক্ষা-প্রতিষ্ঠান, নন-প্রফিট আৰু বৃহৎ উদ্যোগৰ সৈতে অত্যন্ত জনপ্রিয়.
06:58 এই টিউটোৰিয়েলৰ ধাৰাবাহিকত, আমি নিম্নলিখিত বিষয়বোৰ শিকিম

কিভাবে Drupal এৰ ইনস্টল কৰে.

07:04 আমি Drupal আৰু অন্যান্য সংশ্লিষ্ট সফ্টওয়্যাৰ ইনস্টল কিভাবে কৰো.
07:10 প্রায় যিকোনোৱে এইটো কৰিব পাৰে, আপোনাৰ লিনাক্স বা উইন্ডোজ এডমিন্সট্রেশন জ্ঞানৰ প্রয়োজন নাই.
07:18 বিষয়বস্তু workflow-

ইয়াত, আমি শিকিম কিভাবে এটা ওয়েবসাইটৰ মৌলিক বিষয়বস্তু Drupal ত সংগঠিত হয়.

07:26  আপোনি যিহেতু এটা ওয়ার্ড প্রসেসৰত সম্পাদনা কৰিছে আমি এটা সহজ ওয়েবসাইট কন্টেন্ট তৈয়াৰ কৰিম.
07:34 তাৰপিছত আমি কিছু শক্তিশালী বৈশিষ্ট্য শিকিম যিয়ে Drupalক অনন্য কৰিব পাৰে.
07:40 সেইবোৰ বিষয়বস্তুৰ সম্পৰ্ক, বিভিন্ন বিষয়বস্তুৰ কর্মসূচিগত(programmatic) ফৰম্যাট প্রদর্শন, ইত্যাদি.
07:49 কিভাবে Drupalক প্রসাৰিত কৰে-

Drupal এৰ দ্বিতীয় সবতচে শক্তিশালী বৈশিষ্ট্য হয় মডিউল বা এক্সটেনশনস.

07:56 আগতেই উল্লেখ কৰা নিচিনা, আপোনাৰ প্রয়োজন অনুশাৰি যি প্রায় কোনো বৈশিষ্ট্যৰ বাবে এটা অ্যাপ্লিকেশনৰ নিচিনা এটা মডিউলআছে, .
08:05 প্রদত্ত যে তাতে অসংখ্য মডিউল আছে, আমি আপোনাক দেখাম কিভাবে আপোনাৰ উদ্দেশ্যেৰ বাবে এটা মডিউল নির্বাচন কৰে.
08:13 কিভাবে siteক লেআউট কৰে-

এবাৰ মৌলিক কন্টেন্ট আৰু বৈশিষ্ট্য প্রস্তুত হলে, আমি এইটোক এটা সুন্দৰ প্রদর্শন কৰিব লাগিব.

08:24 লেআউট অংশত, আমি শিকিম কিভাবে ওয়েবসাইটৰ বর্ণন আৰু অনুভূতি সহজভাবে পৰিবর্তন কৰিব পাৰে.
08:31 মডিউলৰ নিচিনা, লেআউট বা থিমও কমিউনিটি কান্ট্রিবিউটৰ  হিসাবে পোৱা যায়.
08:38 peopleক কীভাবে পৰিচালনা কৰিব -
08:40 অন্যান্য একক ভিত্তিক CMS ব্যবহাৰকাৰী, যেনে ওয়ার্ডপ্রেস, ড্রুপালক পৰিস্থিতিত ব্যবহাৰ কৰা হয় যেতিয়া বিভিন্ন ব্যবহাৰকাৰীয়ে ওয়েবসাইটত বিভিন্ন কিছু কৰিবলগীয়া হয়.
08:53  people ব্যবস্থাপনা অংশত, আমি কিভাবে বিভিন্ন ভূমিকা সেট আপ কৰো আৰু  তেখেতলোকক বিভিন্ন অনুমতিদিয়ে, শিকো.
09:01 কিভাবে সঠিকভাবে সাইট পৰিচালনা কৰে; অবশেষত, শেষ অংশত, আমি কিভাবে Drupal এৰ কোড পৰিচালনা কৰে শিকো.
09:11 এটা সাইট নিৰাপত্তা আৰু স্থিতিশীলতাৰ বাবে আপডেট ৰাখা গুৰুত্বপূর্ণ.
09:17 * এইটো সাইটক আৰো ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ কৰিবলৈ নতুন বৈশিষ্ট্য পোৱা সহায়ক.
09:24 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো.
09:28 সংক্ষেপে.

এই টিউটোৰিয়েলত আমি নিম্ন সম্পর্কে শিকিছো:

  •  Drupal এৰ পৰিচয়
  • Drupal এৰ প্রধান বৈশিষ্ট্য আৰু
  • এই Drupal এৰ শৃঙ্খলাৰ ওভাৰভিউ.
09:41 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে
09:51 নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক.
09:59 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
10:11 স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
10:24 এইয়া হৈছে মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. অংশগ্রহনৰ বাবে ধন্যবাদ.

Contributors and Content Editors

Mousumi, PoojaMoolya