Difference between revisions of "Netbeans/C2/Introduction-to-Netbeans/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 !Time !Narration |- | 00:00 | নমস্কাৰ বন্ধুগণ, উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ এই ট…')
 
 
Line 1: Line 1:
{| border=1
+
Introduction-to-Netbeans
!Time
+
{|Border=1
!Narration
+
|'''Time'''
 +
|'''Narration'''
 +
 
 
|-
 
|-
| 00:00
+
|00:01
| নমস্কাৰ বন্ধুগণ, উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ এই টিউটোৰিয়েললৈ আমি আপোনাক স্বাগত জানাচ্ছি,
+
|নমস্কাৰ বন্ধুগণ।
 +
 
 
|-
 
|-
| 00:08
+
|00:02
|লেটেক্ উত্কৃষ্ট ডকুমেন্ট তৈয়াৰ কৰিবলৈ সাহায্য কৰে | আপোনি যদি আপোনাৰ জীবনত অনেক ডকুমেন্ট তৈয়াৰ কৰিবলৈ bisariboচাব, তেনেহলে আপোনি লেটেক্ ব্যবহাৰ আৰম্ভ কৰা উচিত
+
|Netbeans IDE ইয়াৰ পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক  স্বাগতম।
 +
 
 
|-
 
|-
| 00:19
+
|00:06
| আপোনি যদি ডকুমেন্টত অনেক গাণিতিক চিন্হেৰ টিউটোৰিয়েল ব্যবহাৰ কৰিব বিছাৰে, তেনেহলে লেটেক্ এৰ কোনো বিকল্প নাই |
+
|এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সৈতে অাৰম্ভ কৰাৰ সম্পর্কে মৌলিক পৰিচয় কৰাম।
 +
 
 
|-
 
|-
| 00:27
+
|00:13
|লেটেক্ ডকুমেন্ট এটি অপাৰেটিং সিস্টেম, যেনে উইন্ডোসত তৈয়াৰ কৰা হৈছে , সেইটো অন্য কোনো অপাৰেটিং সিস্টেম যেনে লিনাক্স বা ম্যাক কোনো পৰিবর্তন নোহোৱাকে ব্যবহাৰ কৰিব পাৰে আৰু ইয়াৰ বিপৰীতটোও প্রযোজ্য | লেটেক্ সম্পূর্ণ বিনামূল্য আৰু open source software |
+
|Netbeans হল www.netbeans.org উপলব্ধ ফ্রি আৰু ওপেন সোর্স ইন্টিগ্রেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট।
 +
 
 
|-
 
|-
| 00:44
+
|00:23
| সর্বপৰি লেটেকত উত্কৃষ্ট user community বা ব্যবহাৰকাৰীৰ সংগঠন আছে যি যিকোনো প্রকাৰৰ সাহায্য প্রস্তুত কৰে, উদাহৰণস্বৰুপে tug india
+
|এইটোৱে  বিভিন্ন এলিমেন্টৰ ইন্টিগ্রেশনৰ অনুমতি দিয়ে।
 +
 
 
|-
 
|-
| 00:52
+
|00:27
|এই নিম্নলিখিত টিউটোৰিয়েলবোৰ আপোনি moudgalya.org ওয়েবসাইটত পাব |
+
|বিভিন্ন স্ক্রিপ্টিং ভাষা আৰু উন্নত টেক্সট এডিটৰৰ সমর্থন কৰে।
 +
 
 
|-
 
|-
| 00:58
+
|00:31
| বৰ্তমানৰ টিউটৰিয়েল আগ বঢ়াৰ আগত কম্পাইলেশন কি তাৰ বিষয়ে জনা যাওক |
+
|এইটোৱে  প্রজেক্ট  তৈয়াৰ আৰু ডিসাইন তৈয়াৰ কৰিবলৈ GUI ও প্রদান কৰে লগতে ডেটাবেসকও সমর্থন কৰে।
 +
 
 
|-
 
|-
| 01:06
+
|00:39
|সর্বপৰি ইন্টাৰনেটত সন্ধান কৰিলে আপোনি এই বিষয়ে সকলো উত্কৃষ্ট জ্ঞান অর্জন কৰিব পাৰিব| আপোনি http fossee.in ওয়েবসাইটৰ পৰা লেটেকৰ বিষয়ে ভবিষতে যিকোনো প্রকাৰৰ সাহায্য আশা কৰিব পাৰিব | লক্ষ্য কৰক fossee শব্দ দুটি s আৰু দুটি e এৰ ব্যবহাৰ আছে 
+
|এই টিউটোৰিয়ালটোক বুঝিবলৈ জাভা প্রোগ্রামিং ল্যাঙ্গুয়েজৰ মৌলিক জ্ঞান থকা প্রয়োজন।
 +
 
 
|-
 
|-
| 01:22
+
|00:47
| fossee শব্দৰ সম্পূর্ণ ৰুপ টি হল free and open source software in science and engineering education | আমি এতিয়া উইন্ডোস্ অপাৰেটিং সিস্টেমত লেটেক্ ব্যবহাৰ কৰাৰ পদ্ধতি বর্ণনা কৰিম |
+
|এই টিউটোৰিয়েলত স্ট্যান্ডার্ড প্রোগ্রামিং টার্মিনোলজি ব্যবহাৰ কৰা হৈছে।
 +
 
 
|-
 
|-
| 01:37
+
|00:52
|   আমি প্রথমে মিকটেক্, যি লেটেকৰ এটি বিনামূল্য সংস্কৰণ, তাৰ ইনস্টলেশান পদ্ধতি বর্ণনা কৰিম | তাৰপিছত চাম টেকনিক্ সেন্টাৰ , যি মিকটেকৰ এটি বিনামূল্য front end
+
|Netbeans ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ,
 +
 
 
|-
 
|-
| 01:49
+
|00:55
| আমি আপোনাক আৰু জনাম কিভাবে টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰি কম্পাইল্ আৰু adobe ৰিডাৰ ব্যবহাৰ কৰি pdf ডকুমেন্ট দেখা যায় | আমি এটি বিনামূল্য আৰু ওপেন সোর্স pdf ৰিডাৰ , সুমাত্রাৰ বর্ণনা দি আমাৰ এই টিউটোৰিয়েল সমাপ্ত কৰিম | সুমাত্রাৰ ব্যবহাৰ optional অর্থাৎ ঐচ্ছিক হয়
+
|আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.04 আৰু  
 +
 
 
|-
 
|-
| 02:04
+
|01:00
| উইন্ডোসত লেটেক্ ইনস্টল্ কৰাৰ বাবে মিকটেক্ খুবেই জনপ্রিয় software | ইয়াৰ ২.৭ সংস্কৰণ টি আপোনি mictex dot org ত পাব
+
|Netbeans IDE সংস্কৰণ 7.1.1 ব্যবহাৰ কৰিছো।
 +
 
 
|-
 
|-
| 02:18
+
|01:05
| আহক তালৈ যোৱা যাওক | 24ইয়াত এইটো আছে | 30আপোনি এইটোক ডাউনলোড় কৰিব পাৰে |
+
|এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সংস্থাপন দেখিম।
 +
 
 
|-
 
|-
| 02:40
+
|01:11
| আপোনি যদি লেটেকত নতুন হয়, তেনেহলে এইটি ডাউনলোড হোবাৰ পিছত এইটিক সেভ্ কৰক, যাতে আপোনি এইটিক ভবিষ্যতেও ব্যবহাৰ কৰিব পাৰে | ফাইল টিৰ নাম ইয়াত দেখোৱা হৈছে | এটি এটি ডাঙৰ ফাইল হয়,প্রায় ৮৩ মেগা বাইটৰ |
+
|Netbeans ইন্টাৰফেসৰ সৈতে ভালমতে পৰিচয় হব আৰু
 +
 
 
|-
 
|-
| 02:57
+
|01:16
. মিকটেকৰ সম্পূর্ণ সংস্কৰণ টি আৰু ডাঙৰ, প্রায় ৯০০ মেগা বাইটৰ,সেয়ে আমি ইয়াক ব্যবহাৰ নকৰো|  
+
|এটা স্যাম্পল জাভা প্রকল্প তৈয়াৰ কৰিম।
 +
 
 
|-
 
|-
| 03:04
+
|01:19
| যদি আপোনাৰ কম্পিউটাৰত ভাল সংযোগ ব্যবস্থা নাথাকে তেনেহলে আপোনি CD ব্যবহাৰ কৰক , যি ভবিষ্যতে fossee.in পৰা পাব |
+
|প্রথমে IDE ইয়াৰ সংস্থাপন চাও।
 +
 
 
|-
 
|-
| 03:12
+
|01:22
| আমি ইনস্টলেশন ফাইল-টিক downloads directory ত সেভ্ কৰি থৈছো| আমি সেইটিক এতিয়া ওপেন কৰিম |
+
|Netbeans ক netbeans.org পৰা ডাউনলোড কৰা যাব পাৰে।
 +
 
 
|-
 
|-
| 03:21
+
|01:27
| আমি পূর্বেই এইটিক ইয়াতে ডাউনলোড কৰে ৰাখিছো | সেই আইকনত ক্লিক কৰি ইনস্টলেশান আৰম্ভ কৰো |
+
|এইটো  অফিসিয়েল মেন সাইট।
 +
 
 
|-
 
|-
| 03:32
+
|01:31
| সকলো প্রশ্নৰ default উত্তৰ দিয়া অর্থাৎ কোনো উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই | এইটো প্রায় ২০ মিনিট সময় লব ইনস্টল হবলৈ ,সেয়ে আমি ইয়াত নেদেখাও |
+
|সাইটৰ মেন পৃষ্ঠাত Download link ত টিপক।
 +
 
 
|-
 
|-
| 03:41
+
|01:36
| মই মোৰ কমপিউটাৰত আগতেই এইটোক ইনস্টল কৰে ৰাখিছো | এইটি এই স্থানত ইনস্টল হৈ অছে |
+
|পৰবর্তী পৃষ্ঠাত যি লোড হয়,
 +
 
 
|-
 
|-
| 03:47
+
|01:39
| ইয়াৰ পিছত আমি adobe ৰিডাৰ বিষয়ে আলোচনা কৰিম | ই এটি বিনামূল্য reader যা pdf ফাইলত দেখাবলৈ সাহায্য কৰে |
+
|অন্তিম কলমত download link ত টিপক, যত সকলো সমর্থিত টার্মিনোলজিৰ ডাউনলোড সম্মিলিত আছে যি Glassfish Server ইয়াৰ সৈতে IDE দ্বাৰা আবশ্যক।
|-
+
 
|03:56
+
| আপোনাৰ কম্পিউটাৰত ই আগেৰে পৰা থাকিব পাৰে | যদি থাকে, তেনেহলে আপোনি এই slideৰ বাকি অংশক নাচালেও হব|
+
 
|-
 
|-
| 04:03
+
|01:53
|যদি এইটো নাথাকে, তেনেহলে adobe dot comত যাই আৰু বিনামূল্য adobe ৰিডাৰ টো ডাউনলোড কৰক |
+
|Netbeans ইয়াৰ সংস্থাপনৰ জাভা ডেভেলপমেন্ট কিট অর্থাৎ JDK সংস্থাপনৰ ও প্রয়োজন। যি java.sun.com পৰা ডাউনলোড কৰা যাব পাৰে।
 +
 
 
|-
 
|-
| 04:11
+
|02:05
| আমি এইটোক downloads directory ত ডাউনলোড় কৰি ৰোখিছো| এইটি ইয়াত দেখা গৈছে |
+
|ইয়াতে Get Java লিঙ্কত টিপক লগতে Netbeans আৰু JDK Bundle উভয়ক ডাউনলোড কৰিবলৈ লিঙ্ক চয়ন কৰক।
 +
 
 
|-
 
|-
| 04:21
+
|02:15
| আইকনত ডবল ক্লিক কৰি এই ৰিডাৰ ইনস্টল কৰক | কোনো প্রশ্নেৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নাই | আমি এই ইনস্টলেশন পূর্বেই কৰি ৰাখিছো|
+
|পৰবর্তী পৃষ্ঠা যি লোড হয়,
 +
 
 
|-
 
|-
| 04:29
+
|02;19
|এবাৰ আমি উইন্ডোসত টেকনিক্ সেন্টাৰ ইনস্টল কৰিম | texnicenter.org -এই ওএবসাইটলৈ যাওক | লক্ষ্য কৰক, texniccenter বানানত দুটি c আছে |
+
|তাৰ পৰা setup ফাইল চয়ন কৰক যি আপোনাৰ অপাৰেটিং সিস্টেমৰ অনুকুল হয়।
 +
 
 
|-
 
|-
| 04:43
+
|02:24
| দেখা যাওক মোৰ ওচৰত যদি এইটো আছে| টেকনিক্ সেন্টাৰৰ ওএবসাইটত ইয়াতে download directory আছে
+
|উবুন্টুত setup ফাইল .sh (dot sh) ফাইল হিসাবে ডাউনলোড হয়।
 +
 
 
|-
 
|-
| 05:01
+
|02:29
| আমি তললৈ যোৱাত texniccenter . ওআৰজি লৈ উভতি গৈছো.
+
|অর্থাৎ shell স্ক্রিপ্ট ফাইল হিসাবে।
 +
 
 
|-
 
|-
| 05:10
+
|02:33
| এইটো টেকনিক্ সেন্টাৰৰ homepage হয় |
+
|'টার্মিনেলত গৈ এই ফাইল ৰান কৰক।
 +
 
 
|-
 
|-
| 05:28
+
|02:38
| ইয়াত টেকনিক্ সেন্টাৰ বিষয়ে কিছু তথ্য জনাইছে, যি, এইটো আপোনাৰ লেটেক ইউনিভাৰ্চৰ কেন্দ্রবিন্দু ইত্যাদি | |
+
|উইন্ডো বা ডাইৰেক্টৰিত যাওক, যত ডাউনলোড কৰা সেটআপ ফাইল আছে আৰু প্রম্পটত
 +
 
 
|-
 
|-
| 05:36
+
|02:46
ডাউনলোডত ক্লিক কৰা যাওক . আমি আমাৰ পূর্বৰ ওয়েবপেজত উভতি গৈছো|  
+
|ডাউনলোড ফাইলৰ নামৰ পৰা sh লিখক আৰু এন্টাৰ টিপক।
 +
 
 
|-
 
|-
| 05:45
+
|02:54
| এই ওয়েবপেজত সর্বপ্রথমে যি সংস্কৰণটিৰ উল্লেখ আছে, সেটিত ক্লিক কৰি ডাউনলোড় কৰিব লাগিব | যিহেতু আমি পূর্বে ই এইটোক ডাউনলোড কৰি ৰাখিছো,  
+
|এইটোৱে  ইনস্টলাৰ আৰম্ভ কৰিব, যি কিছু সময় লব।
  
 
|-
 
|-
| 06:00
+
|03:04
| সেয়ে আপোনি এইটোক ডাউনলোডস ডাইৰেকটৰি- ত দেখিব পাৰিছে| তেনেহলে সম্পূর্ণ পদ্ধতি-টো দেখা যাওক | ওয়েবসাইট-ত গৈ ডাউনলোড বাটন ত ক্লিক কৰক |
+
|ইনস্টলাৰ পর্দাত দেখা দিয়ে।
 +
 
 
|-
 
|-
| 06:19
+
|03:06
| ই আপনাক ডাউনলোডৰ সূচীটি দেখাব যিটোৰ বিষয়ে আমি আগেই আলোচনা কৰিছো | সূচীৰ প্রথমেই থাকা টেকনিক্ সেন্টাৰ installer আপোনাৰ প্রয়োজন হব |
+
|আপোনাৰ সিস্টেমত IDE সংস্থাপিত কৰিবলৈ আপোনাৰ পর্দাত দিয়া নির্দেশাবলী অনুসৰণ কৰিবলৈ পাৰে।
 +
 
 
|-
 
|-
| 06:27
+
|03:13
|এইটিক ক্লিক কৰক, ডাউনলোড কৰাৰ বাবে আপোনি mirror নির্বাচন কৰিব লাগিব| ডাউনলোড় কৰাৰ পিছত, এইটোক সেভ কৰে, যাতে ভবিষ্যতত ইনস্টল কৰাৰ সময়ত পুনৰায় ইয়াৰ ব্যবহাৰ কৰিব পাৰে |
+
|আমি এতিয়া ইনস্টলাৰ পৰা প্রস্থান কৰিম।
 +
 
 
|-
 
|-
| 06:38
+
|03:17
| আমাৰ সিস্টেমত ই downloads ফোল্ডাৰত আছে | এইটোক ডবল ক্লিক কৰি আৰু তাৰ পিছত কোনো উত্তৰ পৰিবর্তন ন কৰাকে এইটোক ইনস্টল্ কৰা যাওক |
+
|এতিয়া Netbeans উইন্ডোত চাওক।
 +
 
 
|-
 
|-
| 06:47
+
|03:21
| তেনেহলে downloads ফোল্ডাৰলৈ যোৱা যাওক | ইনস্টলেশান আৰম্ভ কৰা যাওক | gpl চুক্তিক মানা যাওক| পৰবর্তী পর্যায় লৈ যাওক |ইয়াক ইনস্টল্ কৰা যাওক | ঠিকআছে, ই ইনস্টল্ হৈছে |
+
|আপোনাৰ উবুন্টু অপাৰেটিং সিস্টেমত Netbeans আৰম্ভ কৰিবলৈ
 +
 
 
|-
 
|-
| 07:29
+
|03:25
|টেকনিক্ সেন্টাৰ ইনস্টল্ হোৱাত ডেস্কটপত এটা শর্টকাট তৈয়াৰ হৈছে |  আইকনৰ ওপৰত ডবল ক্লিক কৰক আৰু টেকনিক্ সেন্টাৰ launch কৰক|
+
|মেনু আইটেমস applications, Programmings এ যাওক আৰু Netbeans IDE আইকনত টিপক।
 +
 
 
|-
 
|-
| 07:45
+
|03:34
|   ডেস্কটপত আহা যাওক | ঠিকআছে , আইকন টি ডেস্কটপত আছে | এইটোক লন্চ(launch) কৰা যাওক | এইটোক বন্ধ কৰা যাওক | ইয়াৰ পিছত আমি এটিক configure কৰিম | ই কয় যে কোন স্থানত টেক্ সংস্কৰণ টি আছে |
+
|আপোনি প্রথমে IDE আৰম্ভ কৰাত এইটোৱে  Netbeans স্টার্ট পৃষ্ঠা খোলে।
 +
 
 
|-
 
|-
| 08:15
+
|03:41
| মই জানো সেইটো কত আছে. আমি সেইটো ইয়াত লিখো | c colon,program files,miktex ২.৭ ,miktex,bin | ইয়াক আপোনি অবশ্যই ব্রাউস(browse) কৰি সঠিক স্থানটি বিচাৰিব পাৰিব|
+
|IDE উইন্ডোত আছে:
 +
 
 
|-
 
|-
| 08:41
+
|03:43
|আমি পৰবর্তী পর্যায়লৈ আহিছো | এইটি হল post script viewer | আমি ইয়াক সম্মতি দিও| আৰু একো এন্টাৰ নকৰো
+
|মেনু বাৰত Menus
  
 
|-
 
|-
| 08:49
+
|03:46
| ইয়াত আমি browse কৰিম আৰু directory ইনচ্টল কৰো যত adobe reader আছে |
+
|Toolbar আৰু
  
 
|-
 
|-
| 09:06
+
|03:48
| Finish. চাওক, এইটি program files adobe reader ৯.০, readerৰ ভিতৰত আছে | এইটিক ক্লিক কৰা যাওক | এতিয়া ই নির্বাচিত হৈ আছে, next তাৰপিছত finish ত ক্লিক কৰা হল |
+
|Workspace যেনে ফাইল সিস্টেম উইন্ডো।
 +
 
 
|-
 
|-
| 09:33
+
|03:52
| এভাবে টেকনিক্ সেন্টাৰ এৰ configuration সম্পূর্ণ কৰা হল | এতিয়া আমি এইটিক সৰু কৰিম যাতে আপোনি সম্পূর্ণটা দেখিব পাৰে |
+
|ৰানটাইম উইন্ডো আৰু
  
 
|-
 
|-
| 09:46
+
|03:53
|ই ইয়াত আহিছে| এইটিক সামান্য কিছু দাঙৰ কৰো | ঠিকআছে, এতিয়া এইটো ব্যবহাৰ কৰা যাব পাৰে | এতিয়া ইয়ালৈ উভতি আহা যাওক |
+
|আউটপুট উইন্ডো।
 +
 
 
|-
 
|-
| 10:07
+
|03:57
| 'tip' -ৰ উইন্ডো-টি বন্ধ কৰক |ই এটা configuration মেনু খুলিব আৰু আপনাকে কোনো লেটেক সংস্কৰণ ইনস্টল কৰিবলৈ সোধিব| ই আপোনাক মিকটেক্ ইনস্টল কৰিবলৈতে অনুমোদন কৰে|
+
|main মেনুয়ে আপোনাক প্রজেক্ট তৈয়াৰ কৰিবলৈ, সম্পাদন কৰিবলৈ, কম্পাইল কৰিবলৈ, ৰান কৰিবলৈ আৰু ডি বাগ কৰাৰ সৈতে
 +
 
 
|-
 
|-
| 10:16
+
|04:03
| আমি আগেই এইটি কৰিছো | next -ত ক্লিক কৰক| ফোল্ডাৰত মিকটেক ৰ binary ফাইল-টি আছে, তাৰ অবস্থান নির্দেশ কৰিব লাগিব|
+
|Netbeans ব্যবহাৰ কৰিবলৈ আবশ্যক কমান্ড ও প্রদান কৰে।
 +
 
 
|-
 
|-
| 10:27
+
|04:10
| আমি সেইতোও লিখিলো| আমাৰ ডাইৰেকটৰি-ত় ই ইয়াত আছে | এইটি আমি লিখিছো | PS files -ত আমি কিছু লিখা (ভৰোৱা) প্রয়োজন নাই *** | তাৰপিছত আমি ব্রাউস কৰো আৰু acrobat PDF reader বাবে ইয়াক স্থাপন (লোকেট )কৰো |
+
|মেনু বাৰৰ তলত থাকা টুলবাৰ মেনুবাৰত উপযোগিত অনেক ঘন ঘন কমান্ডৰ বাবে বোতাম প্রদান কৰে।
 +
 
 
|-
 
|-
| 10:48
+
|04:18
| এতিয়া আমি টেকনিক্ সেন্টাৰ ব্যবহাৰ কৰিবলৈ সাজো | আপোনি যদি moudgalya dot org ত  ‘what is compilation’ নামৰ মৌখিক টিউটোৰিয়াল-টি দেখা নাই, তেনেহলে এতিয়া সেটিক চাওক|
+
|Workspace , উইন্ডোসৰ এটা সংকলন যাৰ ব্যবহাৰ কিছু ধৰনৰ অপাৰেশন কৰিবলৈ কৰা হয়।
 +
 
 
|-
 
|-
| 11:00
+
|04:23
| আমি ধৰি লৈছো যে এই টিউটোৰিয়ালৰ পৰবর্তী অংশ আপোনি পূর্ব উল্লিখিত টিউটোৰিয়াল-ট দেখিছে| তেনেহলে টেকনিক সেন্টাৰলৈ যাওক আৰু ফাইল মেনু-ত় ক্লিক কৰা যাওক |
+
|যেনে ওয়ার্কস্পেস উইন্ডোত এডিটিং, নিষ্পাদন, আউটপুট বা ডিবাগিং,  যি ওয়ার্কস্পেসৰ তলত উপস্থিত।
 +
 
 
|-
 
|-
| 11:15
+
|04:35
| এতিয়া যদি আমি এটা নতুন ফাইল তৈয়াৰ কৰিব বিছাৰো, তেনেহলে new ত় ক্লিক কৰি টাইপ কৰৰিব পাৰিব আৰু তাৰপিছত সেভ কৰিব পাৰিব| আমাৰ উচৰত আগৰে পৰা hello.tex নামৰ এটা ফাইল আছে, এইটিক লোড কৰা যাওক | সেয়ে এয়াই যি আমি কৰিম  ,
+
|তাৰ পিছত এটা স্যাম্পল জাভা প্রজেক্ট তৈয়াৰ কৰো।
 +
 
 
|-
 
|-
| 11:24
+
|04:40
| ইয়ালৈ যাওক, ফাইল ওপেন , এইটি লেটেক ফাইলত আছে, hello.tex | তেনেহলে এইটি ওপেন কৰা যাওক | ইয়ালৈ উভতি আহা যাওক |
+
|জাভা প্রজেক্ট তৈয়াৰ কৰিবলৈ File মেনুত যাওক. New Project ত টিপক।
 +
 
 
|-
 
|-
| 11:50
+
|04:47
| টেকনিক সেন্টাৰ-এৰ সবতকে ভাল সহায়তা ইয়াৰ লগতে আহে| texnic center dot org ৰ পৰাও আপোনি সহায়তা পাব পাৰে, এই ওএবসাইট-টি আমি আগেও দেখিছো |
+
|Categories ইয়াৰ তলত New Project উইজার্ড বাক্সত
 +
 
 
|-
 
|-
| 12:00
+
|04:51
| এতিয়া helpলৈ যাওক, contentsয় ক্লিক কৰা যাওক , আপোনি ইয়াত টেকনিক সেন্টাৰ আৰু লেটেকৰ বিষয়ে সহায়তা পাব পাৰে | মোৰ মানে ইয়ালৈ আহা যাওক, ইয়াতে help, contents আছে |
+
|Projects ত java চয়ন কৰক, Java Applications চয়ন কৰক আৰু Nextত টিপক।
 +
 
 
|-
 
|-
| 12:16
+
|04:58
| ইয়াত দেখা গৈছে যে আমাৰ উচৰত দুটি বিষয়ে সাহায্য উপলব্ধ আছে - এটা টেকনিক সেন্টাৰ-এৰ উপৰত আৰু latex help e-bookৰ উপৰত |
+
|উইজার্ডৰ name আৰু location পৃষ্ঠাত
 +
 
 
|-
 
|-
| 12:28
+
|05:02
| এতিয়া যদি ইয়াত ক্লিক কৰা হয়, তেনেহলে আপোনি বিভিন্ন প্রকাৰৰ তথ্য দেখিব পাৰিব | আপোনি ইয়াতো ক্লিক কৰিব পাৰিব, অনেক প্রকাৰৰ তথ্য দেখিব পাৰিব যেনে latex maths আৰু graphics সংক্রান্ত তথ্য.
+
|KeyboardReader হিসাবে আপোনাৰ প্রকল্পৰ নাম দিয়ক।
 +
 
 
|-
 
|-
| 12:42
+
|05:08
| maths সংক্রান্ত আপোনি ইয়াত আৰু অনেক বিষয় যেনে ভগ্নাংশ , matrices সম্পর্কে জানিব পাৰিব| এইটিক বন্ধ কৰা যাওক |
+
|চয়নিত Set as Main Project চেক বাক্স সেট কৰক আৰু  
 +
 
 
|-
 
|-
| 12:52
+
|05:12
| Advanced latex , environments, আপোনাৰ উচৰত alignments, environments, array, pictures, maths ইত্যাদি বিষয়ে তথ্য আছে |
+
|Finish ত টিপক।
 +
 
 
|-
 
|-
| 13:02
+
|05:15
| এটোকোও বন্ধ কৰা যাওক | ইয়ালৈ আহা যাওক | সেয়ে help on texnic center **- প্রথমটো আপোনাক টেকনিক সেন্টাৰ-এৰ font, look and feel এৰ  বিষয়ে জানিবলৈ সাহায্য কৰে |
+
|প্রজেক্ট তৈয়াৰ হৈ গৈছে আৰু IDE ত খোলা আছে।
 +
 
 
|-
 
|-
| 13:25
+
|05:20
|এইটি আপনাক টেকনিক সেন্টাৰ configure কৰিবলৈ সাহায্য কৰে | কেতিয়াবা ইয়াত এই manualত প্রদর্শিত তথ্য আৰু প্রকৃত implementationৰ মাজত পার্থক্য থাকে, সেয়ে তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ কৰিব পাৰে|
+
|এবাৰ প্রজেক্ট  তৈয়াৰ হৈ গলে আপোনি প্রকল্প উইন্ডোক IDE উইন্ডোসৰ বাওফালে দেখিবলৈ সক্ষম হব।
 +
 
 
|-
 
|-
| 13:37
+
|05:27
| প্রকৃতপক্ষে, যিকোনো ওপেন সোর্স সফটওয়াৰ ৰ সম্পর্কে জানিবলৈ এইটো এটা প্রচলিত পদ্ধতি - কাৰোবাক প্রশ্ন কৰাত উত্তৰ পাব |
+
|যাতে আপোনাৰ কোডৰ উপৰত নির্ভৰিত সোর্স ফাইল, লাইব্রেৰিৰ সৈতে প্রজেক্টৰ উপাদানৰ ট্রি ভিউ আছে।
 +
 
 
|-
 
|-
| 13:45
+
|05:36
| দ্বিতীয়টি হল লেটেক সংক্রান্ত সহায়তা- যেনে কিভাবে ৰিপোর্ট লিখিব, কিভাবে গণিত অন্তর্ভুক্ত কৰিব, কিভাবে তালিকাৰ এনভয়ৰনমেন্ট ব্যবহাৰ কৰিব ইত্যাদি |
+
|KeyboardReader.java নামৰ ফাইলৰ সৈতে সোফালে সোর্স এডিটৰ খোলা আছে।
 +
 
 
|-
 
|-
| 13:52
+
|05:43
| তথ্যেৰ বাবে ইন্টাৰনেটত সার্চ অবশ্যই এটা উত্কৃষ্ট উপায় | এতিয়া ইয়ালৈ আহা যাওক আৰু লেখাৰ ফন্ট সামান্য দাঙৰ কৰা যাওক | সেয়ে tools, options, text format-লৈ যোৱা যাওক |
+
|এতিয়া main ক্লাসত, এটা স্যাম্পল জাভা কোড লিখক।
  
 
|-
 
|-
| 14:19
+
|05:49
| এতিয়া যদি ফন্ট সাইজ হিসাবে ১২-এৰ নির্বাচন কৰা হয়, তেনেহলে দেখা গৈছে যে লেখাবোৰ দাঙৰ হৈছে| তেনেহলে আমি ফন্ট সাইজ দাঘৰ কৰিছি | এতিয়া আপোনি এডিটৰত লাইন-এৰ নম্বৰ-ও দেখিব পাৰিব|
+
|ইনপুট পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা হলে এই কোড কীবোর্ড পৰা ইনপুট পড়ে আৰু এটা আউটপুট দেখায়।
 +
 
 
|-
 
|-
| 14:44
+
|05:58
|   ইয়ালৈ আহা যাওক | tools, options, editor, show line numbers -ত ক্লিক কৰা যাওক | এতিয়া লাইন-এৰ নম্বৰবোৰ দেখা গৈছে|
+
|আমি এতিয়া এই কোড আমাৰ ক্লিপবোর্ডত কপি কৰিছো আৰু IDE ওয়ার্কস্পেসত উপস্থিত কোডত পেস্ট কৰিছো।
 +
 
 
|-
 
|-
| 15:03
+
|06:11
| সেয়ে এতিয়া এই ডকুমেন্ট-টিক কম্পাইল কৰা যাওক | latex to pdf অপশন-টিত ক্লিক কৰক| তেনেহলে এইটি কৰা যাওক | ইয়াৰ পিছচত CTRL SHIFT আৰু F5 key একেলগে press বা প্রয়োগ কৰিব পাৰে |
+
|পৰবর্তী ধাপ হল, আমাৰ প্রজেক্ট ৰান কৰা।
  
 
|-
 
|-
| 15:27
+
|06:14
| তেনেহলে এইটি কৰা যাওক | CTRL SHIFT আৰু F5 key একেলগে প্রয়োগ কৰলে কি হব ? ডকুমেন্ট কম্পাইল হৈ যাব আৰু তৈয়াৰ হোৱা pdf ফাইল-টি দেখা যাব | ফাইল-টিত এটামাত্র লাইন থাকা উচিত | তেনেহলে এইটি কৰা যাওক - ctrl shift, f5 |
+
|Netbeans IDE ত যিকোনো প্রজেক্ট ৰান কৰিবলৈ ইয়াত 3 টা পদ্ধতি আছে।
 +
 
 
|-
 
|-
| 15:48
+
|06:20
| আপোনি দেখিব পাৰিছে যে এইটি কম্পাইল হৈআছে | আৰু এতিয়া ই pdf reader খুলিছে | সেয়ে এইটোক ইয়ালৈ আনা যাওক | এইটিকে দাঙৰ কৰা যাওক | আপোনি ইয়াত মাত্র এটা লাইন দেখিব পাৰিছে|
+
|প্রথম পদ্ধতি হল, আপোনি প্রজেক্ট উইন্ডোত প্রজেক্ট নোডত টিপিব পাৰে আৰু contextual মেনুৰ পৰা Run চয়ন কৰিবলৈ পাৰে।
 +
 
 
|-
 
|-
| 16:06
+
|06:29
| আপোনি এই ফাইল-টিক পৰিবর্তন কৰিব পাৰিব আৰু কম্পাইল কৰি তৈয়াৰ হোৱা ফাইলটিক দেখিব পাৰিব| এতিয়া hello dot tex আৰু hello dot pdf ফাইল-দুটিকেই বন্ধ কৰা যাওক | আমি এইটোক পিছত কৰিব পাৰো|
+
|বা আপোনি টুলবাৰত যাব পাৰে আৰু Run Project বোতামত টিপিব পাৰে।
 +
 
 
|-
 
|-
| 16:19
+
|06:34
| আমি এতিয়া adobe reader -ৰ কিছু ত্রুটিৰ কথা উল্লেখ কৰিম| ইয়াৰ বাবে report dot tex ফাইলটো লোদ কৰা যাওক  যি 'report writing' এৰ বিষয় মৌখিক টিউটোৰিয়াল প্রস্তুত কৰৰিবলৈ ব্যবহাৰ কৰা হৈছে | এই টিউটোৰিয়াল টি moudgalya dot org ওএবসাইটত আছে |
+
|বা আপোনি আপোনাৰ কীবোর্ডত প্রজেক্ট ৰান কৰিবলৈ F6 কীস ও টিপিব পাৰে।
  
 
|-
 
|-
| 16:32
+
|06:40
| তেনেহলে এটি কৰা যাওক | এ টিকে বন্ধ কৰা যাওক আৰু report dot tex ফাইলটিকে খোলা যাওক | আমি এটিক ইয়াত ৰাখো, যাতে আমি এটিৰ আৰো বেশি অংশ দেখিব পাৰো|  এইবাৰ প্রথমে crtl shft f5 key একেলগে প্রয়োগ কৰি বা press কৰে এটিকে কম্পাইল্ কৰা যাওক |
+
|আমি প্রজেক্ট নোডত সো ক্লিক কৰি আৰু Run বিকল্প চয়ন কৰো।
 +
 
 
|-
 
|-
| 17:06
+
|06:45
কম্পাইল্ হোৱাৰ পিছত এটা পাতৰ ৰিপোর্ট তৈয়াৰ হৈছে | সেয়ে এইটিক ইয়াত লোৱা যাওক | এটিকোও ালপ দাঙৰ কৰা যাওক | কি হয়
+
|আপোনি জাভা অ্যাপ্লিকেশন ৰান কৰাত IDE অ্যাপ্লিকেশনে কোড তৈয়াৰ কৰে আৰু কম্পাইল কৰে আৰু প্রোগ্রাম আউটপুট উইন্ডোত ৰান কৰে যি ওয়ার্কস্পেসৰ তলত দেখায়।
 +
 
 
|-
 
|-
| 17:31
+
|06:57
| তেনেহলে এইটি কৰা হৈছে | এতিয়া এই ডকুমেন্ট-এৰ ক্লাস টি ৰিপোর্টলৈ পৰিবর্তন কৰা যাওক | ইয়াত এটি আর্টিকল আছে, এইটিক ডিলিট কৰা যাওক আৰু ইয়াত ৰিপোর্ট লেখা যাওক |
+
|IDE এতিয়া আমাক যি কোনো সংখ্যা লিখাৰ বাবে কয়।
 +
 
 
|-
 
|-
| 17:46
+
|07:01
|এটিক সেভ কৰক তাৰপিছত ctrl shift f5 -এৰ প্রয়োগৰ দ্বাৰা কম্পাইল কৰা যাওক | চাওক, এতিয়া ই দুটি পৃষ্ঠা-লৈ আহিছে | এটিক দাঙৰ কৰা যাওক | এবাৰ দ্বিতীয় পৃষ্ঠায়লৈ যোৱা যাওক | এতিয়া ই দ্বিতীয় পৃষ্ঠাত আছে .
+
|আমি এটা ৰান্ডম সংখ্যা লিখি আৰু এন্টাৰ টিপো।
 +
 
 
|-
 
|-
| 18:14
+
|07:06
|এতিয়া ৰিপোর্ট-টি দুই পৃষ্ঠাবিশিষ্ট হৈ গৈছে আৰু মনত ৰাখিব যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা দেখি আছিলো| এবাৰ এটিক পুনৰায় কম্পাইল কৰা যাওক | সেয়ে ইয়ালৈ ইভতি আহা যাওক | এইটিৰ কোনো প্রয়োজন নাই, সেয়ে এইটিক বন্ধ কৰা যাওক |
+
|এইটোৱে  কয় যে, ইনপুট এটা পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা।
 +
 
 
|-
 
|-
| 18:36
+
|07:11
| report dot pdf ফাইলটি দেখা যাওক | আমি এইটি-উল্লেখ কৰিব বিচাৰিছো যে আমি এতিয়া দ্বিতীয় পৃষ্ঠা-টি দেখি আছো| আপোনি দ্বিতীয় পৃষ্ঠাটো ইয়াত দেখিব পাৰিছে |
+
|এতিয়া নির্দেশিত কাম,
 +
 
 
|-
 
|-
| 18:51
+
|07:15
| আমি দ্বিতীয় পৃষ্ঠাটো চাই আছো. ইয়ালৈ আসা যাওক আৰু Ctrl, shift, f5 –এৰ দ্বাৰা পুনৰায় কম্পাইল কৰা যাওক |
+
|KeyboardInputReader প্রজেক্টৰ বাবে এক্সটেনশন হিসাবে,
 +
 
 
|-
 
|-
| 19:03
+
|07:19
| আপোনি দেখিব পাৰিছে যে ই পুনৰায় খুলিছে কিন্তু প্রথম পৃষ্ঠটি দেখা পাইচে | সেয়ে এইটি উল্লেখ কৰা প্রয়োজন যে pdf ফাইলটি প্রথম পৃষ্ঠাত খোলে | আমি আগে দ্বিতীয় পৃষ্ঠা-টি দেখিছিলো কিন্তু কম্পায়লেশনন কৰাত ই প্রথম পৃষ্ঠাত    খোলে |
+
|অন্য প্রকল্প পৰিবর্তন কৰক অর্থাৎ এটা টেম্পাৰেচৰ কনভার্টাৰ অ্যাপ্লিকেশন যি এটা ইনপুট টেম্পাৰেচৰ লয়।
 +
 
 
|-
 
|-
| 19:19
+
|07:27
| সমস্যা-টি হল এই যে adobe readerয়ে কোনো পৃষ্ঠা অগতে খোলা মনত ৰাখিব নোৱাৰে| এইটো ডকুমেন্ট-এৰ বাবে এটা সচায়ে সমস্যাৰ কাৰণ হব পাৰে |
+
|সেলসিয়াসৰ পৰা ফাৰেনহাইটত ৰুপান্তৰ কৰা আৰু বিপৰীত।
 +
 
 
|-
 
|-
| 19:27
+
|07:31
|adobe reader ব্যবহাৰ কৰিলে প্রত্যেকবাৰ কম্পায়লেশন-এৰ পিছত ডকুমেন্ট-টি সদায়ে প্রথম পৃষ্ঠাত খোলে| এইটো দাঙৰ ডকুমেন্টৰ বাবে এটা সমসা হয়.
+
|আউটপুট উইন্ডোত পৰিবর্তিত তাপমাত্রা প্রদর্শন কৰক।
 +
 
 
|-
 
|-
| 19:37
+
|07:36
| pdf reader সুমাত্রা এই সমস্যাৰ সমাধান কৰে | সুমাত্রা নিজেই pdf-ফাইলটোক ৰিফ্রেশ কৰে আৰু ইয়াৰ সৈতে ই সর্বশেষত পড়া পৃষ্ঠা-টি মনত ৰাখে |
+
|আমি আগেই নির্দেশিত কাম কৰি পেলাইছো।
 +
 
 
|-
 
|-
| 19:51
+
|07:40
| I’ll show that page shortly. সুমাত্রা-বিনামূল্য আৰু ওপেন সোর্স software | এই software -টি বিচৰাত আপোনি এই পৃষ্ঠা-টিত পাব | আমি এতিয়া আপোনাক এই পৃষ্ঠা-টি দেখোৱাম |
+
|নির্দেশিত কাম ৰান কৰক।
 +
 
 
|-
 
|-
| 20:01
+
|07:47
| এতিয়া এইটি দেখা গৈচ্ছে | আৰু এই ডাউনলোদ পৃষ্ঠাযলৈ যাওক | আৰু  ই আপনাকে ইনস্টল কৰিবলগিয়া ফাইলটি দেখোৱাই, এইটি প্রায় ১.৫ Mb সাইজৰ হয় যি আমি আগেই ডাউনলোড কৰে ৰাখিছো |
+
|প্রোগ্রাম আউটপুট উইন্ডোত আমাক ইনপুট তাপমাত্রা লিখিব কয়।
 +
 
 
|-
 
|-
| 20:17
+
|07:52
| তেনেহলে এইটি এতিয়া বন্ধ কৰা যাওক | ইয়ালৈ উভতি আসা যাওক | পৰবর্তী পৃষ্ঠালৈ যোৱা যাওক | এতিয়া এই আইকনক ডবল ক্লিক কৰি ইনস্টল কৰাৰ প্রক্রিয়া আৰম্ভ কৰা যাওক | কোনো প্রশ্নৰ উত্তৰ পৰিবর্তনৰ প্রয়োজন নেই |
+
|আমি Fahrenheit ত স্যাম্পল তাপমাত্রা -40 লিখো আৰু এইটোৱে আমাক সেলসিয়াসত ৰুপান্তৰিত তাপমাত্রা দেখায়।
 +
 
 
|-
 
|-
| 20:35
+
|08:07
| এইটি কৰা যাওক | প্রথমে downloadsলৈ যোয়া যাওক, মই সুমাত্রা আগেই ডাউনলোড কৰি ৰাখিছো | এইটি ইনস্টল কৰা যাওক | ঠিকআছে, এইটি হৈ গৈছে |
+
|স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ এই ভিডিওটো চাওক।
 +
 
 
|-
 
|-
| 20:54
+
|08:10
| এইটিক বন্ধ কৰা যাওক | তেনেহলে এতিয়া সুমাত্রা ইনস্টল হৈ গৈছে | এতিয়া পৰবর্তী পৃষ্ঠালৈ যোয়া যাওক | তেনেহলে আমাৰ কম্পিউটাৰ-ত ই program files-ত ইনস্টল হৈছে, sumatra dot pdf |
+
|এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
 +
 
|-
 
|-
| 21:11
+
|08:14
| প্রথমে আপোনি টেকনিক্ সেন্টাৰক সুমাত্রা ব্যবহাৰ কৰাৰ কথা কব লাগিব |সেয়ে buildলৈ যাওক তাৰপিছত আউটপুট প্রোফাইল নির্ধাৰিত কৰিব | তাৰপিছত আমি পৰবর্তী কার্যবোৰ কৰিম|
+
|ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
 +
 
 
|-
 
|-
| 21:22
+
|08:20
|তাৰপিছত viewer-লৈ |ই ইয়াত আছে | সেয়ে এইটোক বিছচৰা যাওক | এতিয়া আমাক এইটোৰ প্রয়োজনো নেই | সেয়ে এইটোক বন্ধ কৰা যাওক | এইটো টেকনিক সেন্টাৰ , তাৰপিছত build, আউটপুট প্রোফাইল নির্ধাৰণ কৰা যাওক, viewerলৈ- যোয়া যাওক |
+
|স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
 +
 
 
|-
 
|-
| 21:43
+
|08:27
| এতিয়া এইটি Adobe-এৰলৈ নির্দেশ কৰিছে | মনে কৰক যে আমি এইটিক পৰিবর্তন কৰিবলৈ চাও | ব্যাক কৰা যাওক | ব্যাক |
+
|অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে।
 +
 
 
|-
 
|-
| 21:54
+
|08:31
|ইয়ালৈ ব্যাক কৰা যাওক | প্রোগ্রাম ফাইলসত আপোনি সুমাত্রা দেখিছা| ই ইয়াত আছে | আপনি ইয়াক ব্যবহাৰ কৰিব লাগিব| ঠিকআছে,আমি কার্য সম্পন্ন কৰিলো |
+
|বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
 +
 
 
|-
 
|-
| 22:11
+
|08:38
|  এতিয়াৰ পৰা এইটি সুমাত্রা ব্যবহাৰ কৰি কম্পাইল্ কৰিব| এইটো যি অমি কৰিলো. এতিয়া আমি সুমাত্রা ব্যবহাৰ কৰাৰ উপযুক্ত হয়|
+
|স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
|-
+
| 22:25
+
| তেনেহলে adobe reader বন্ধ কৰা যাওক | এতিয়া report dot tex ফাইল টিক crtl আৰু f7 key এৰ একেলগে প্রয়োগৰ দ্বাৰা কম্পাইল্ কৰা যাওক |
+
|-
+
| 22:34
+
|সেয়ে আমি crtl আৰু f7 key টিপাত ই কম্পাইল হৈ গৈছে |
+
|-
+
| 22:47
+
| তাৰ পিছত report dot pdf ফাইলক বিছাৰক আৰু সুমাত্রাৰ দ্বাৰা সেইটিক open কৰা যাওক | তেনেহলে লেটেক্ ফাইলস -লৈ যাওক, সেয়ে report dot pdf ফাইল ইয়াতে আছে | এতিয়া সুমাত্রা-এৰ দ্বাৰা ওপেন কৰা যাওক |
+
|-
+
| 23:08
+
| আচ্ছা এইটি হৈছে সুমাত্রা| এইটিক নিয়া যাওক | এতিয়া পিছৰ পাতটোলৈ যোয়া যাওক | এইটি প্রথম পাত হয়, তাৰপিছত দ্বিতীয় পাতলৈ যোৱা যাওক |
+
|-
+
| 23:42
+
| তাৰপিছত আমি দ্বিতীয় পাতত গৈ টেক্সট-ত ১ টা লাইন যোগ কৰো | আমি ইয়াত"Added line" -এই লাইন টি যোগ কৰিম, সেভ কৰক আৰু তাৰপিছত Crtl F7 কৰিম |
+
|-
+
| 24:03
+
|আপোনি report dot pdf ফাইলটিত় দেখিব পাৰিছে যে পৃষ্ঠা-সংখ্যাৰ কোনো পৰিবর্তন নাই হোৱা| প্রকৃতপক্ষে এইটি আগৰে পৰা আছিল,এই বিষয়টি প্রমান কৰাৰ সবতকৈ সহজ উপায় হল এইটোক সৰু কৰা ,যাতে দুটিকে একেলগে দেখা যায় |
+
  
 
|-
 
|-
| 24:23
+
|08:43
| ঠিকআছে, তেনেহলে এইটি ডিলিট কৰা যাওক, সেভ কৰা যাওক, control f7,এইটি কম্পাইল হৈ গৈছে | এইটি খোলা যাওক, লেখাটি এতিয়া আৰু নাই |
+
|এইটোৱে  ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
|-
+
 
| 24:38
+
| এতিয়া বৰং ‘chapter- new'-লৈ যোয়া যাওক | এইটি বন্ধ কৰা যাওক, সেভ কৰা যাওক, ctrl f7 |
+
|-
+
| 24:59
+
| ইয়ালৈ আহা যাওক, লক্ষ্য কৰক ডকুমেন্ট-ত এতিয়া তিনটি পৃষ্ঠা আছে, আমি যদিও এতিয়া দ্বিতীয় পৃষ্ঠাত আছো কাৰণ আমি আগৰে পৰা দ্বিতীয় পৃষ্ঠাতেই আছিলো |
+
 
|-
 
|-
| 25:05
+
|08:49
| এতিয়া তৃতীয় পৃষ্ঠালৈ যাও, যদি আৰু এবাৰ কম্পাইল কৰা হয়*** |ইয়ালৈ উভতি আসা যাওক | এইটি পৰিবর্তিত নাই হয়| সেয়ে এইটি সুমাত্রা-ৰ সর্বপ্রধান বৈশিষ্ট্য |
+
|এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
|-
+
| 25:18
+
| তেনেহলে আমি এইবোৰ সকলো কৰিলো, এইটি এবাৰ দেখা যাওক | pdf ফাইলটি নিজে নিজেই পৰিবর্তিত হৈ যায়, আমি একো কৰিব নালাগে|
+
|-
+
| 25:25
+
| সকলোতকে গুৰুত্বপূর্ণ বিষয় হল এই যে, এটি একেই পৃষ্ঠা দেখায় | এটা appendix যোগ কৰা যাওক, ctrl f7-এৰ দ্বাৰা কম্পাইল কৰা যাওক, এতিয়া ডকুমেন্টত এতিয়া তিনটি পৃষ্ঠা আছে | এতিয়া তেনেহলে তৃতীয় পৃষ্ঠাযলৈ যোয়া যাওক আৰু পুনৰায় কম্পাইল কৰা যাওক | এতিয়া ডকুমেন্ট-টি তৃতীয় পৃষ্টা-তেই খোলে |
+
  
 
|-
 
|-
| 25:38
+
|09:00
|এতিয়া পৰবর্তী আলোচনালৈ আসা যাওক | আমি মিকটেক্এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰিছো আৰু লেটেক্এৰ এটা প্রাথমিক সংস্কৰণ উপলব্দ আছে. এইটোক ব্যবহাৰ কৰি বহু কাম কৰিব পাৰে|
+
|আই আই টি বোম্বেৰ পৰা মই মৌছুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
|-
+
| 25:48
+
| কিন্তু, কিছু প্যাকেজ্ ইয়াতে উপস্থিত নাই | তাৰে কিছো ইয়াত তালিকাবদ্ধ হৈছে. যাৰ মাজত অবশ্যই এটা হল বিমাৰ |
+
|-
+
| 25:57
+
|  পৰবর্তী স্লাইডত এই অনুপস্থিত প্যাকেজ্ বোৰক  ইনস্টল্ কৰাৰ পদ্ধতি বর্ণনা কৰা হৈছে | মিকটেক্ এৰ প্রাথমিক সংস্কৰণ ইনস্টল্ কৰাৰ পিছত সেইটিক আপডেট্ কৰক|
+
|-
+
| 26:06
+
| Windows স্ক্রীন এৰ তলৰ taskbar এৰ বাও কোণত থাকা  start button টি ত ক্লিক কৰক|
+
|-
+
| 26:12
+
| programeত ক্লিক কৰক, miktex ২.৭ত ক্লিক কৰক | আপডেট্ ত ক্লিক কৰক, mirror,proxy -ত ইতয়াদি নির্বাচন কৰক| এইভাবে মিকটেক্ আপডেট্ হব |
+
|-
+
| 26:22
+
| তাৰপিছত টিউটোৰিয়ালত যিভাবে ব্যাক্ষা কৰা আছে সেই অনুযায় টেকনিক্ সেন্টাৰ এৰ ব্যবহাৰ কৰক| যদি কোনো প্যাকেজ্ অনুপস্হিত থাকে , তেনেহলে মিকটেক্ ইনস্টলেশান -ই আপনাক সেইটি ইনস্টল্ কৰাৰ বাবে prompt কৰিব বা জিঞ্জাস কৰিব|
+
|-
+
| 26:32
+
| আপোনি এইটি ইন্টাৰনেটৰ পৰা ইনস্টল্ কৰিব পাৰিব | বা CDৰ পৰাও ব্যবহাৰ কৰিব পাৰিব | প্রথমে hard ডিস্ক-ত CD -এৰ সম্পূর্ণ তথ্যটি copy কৰিব লাগিব আৰু তাৰপিছত তাৰ পৰা ইন্চটল কৰক |
+
|-
+
| 26:45
+
| CD পৰা ইনস্টলেশান-এৰ কিছু অসুবিধা আছে | ইয়াৰ বাবে hard disc-ত প্রায় ১ GB জাগাৰ প্রয়োজন হয়|
+
  
 
|-
 
|-
| 26:55
+
|09:05
| যদি আপনাৰ কোনো প্রশ্ন থাকে তেনেহলে user community ত অবশ্যই যোগাযোগ কৰিব পাৰিব | উদাহৰণস্বৰুপ,আপোনি Tug india ত য়োগায়োগ কৰিব পাৰিব |
+
|অংশগ্রহনৰ বাবে ধন্যবাদ।
|-
+
| 27:01
+
| আমি fossee dot in এৰ মাধমেৰে সাহায্য কৰাৰ আশা ৰাখো | আমি লেটেক্ এৰ বিষয় ভবিষ্যতে আৰু মৌখিক টিউটোৰিয়াল  প্রস্তুত কৰাও আশা ৰাখো |
+
|-
+
| 27:12
+
| এই বিষয় আমাক আপোনাৰ সুচিন্তিত মতামত জনাওক | অংশগ্রহন কৰাৰ বাবে ধন্যবাদ |
+

Latest revision as of 12:55, 1 August 2016

Introduction-to-Netbeans

Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 Netbeans IDE ইয়াৰ পৰিচয়ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সৈতে অাৰম্ভ কৰাৰ সম্পর্কে মৌলিক পৰিচয় কৰাম।
00:13 Netbeans হল www.netbeans.org ত উপলব্ধ ফ্রি আৰু ওপেন সোর্স ইন্টিগ্রেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট।
00:23 এইটোৱে বিভিন্ন এলিমেন্টৰ ইন্টিগ্রেশনৰ অনুমতি দিয়ে।
00:27 বিভিন্ন স্ক্রিপ্টিং ভাষা আৰু উন্নত টেক্সট এডিটৰৰ সমর্থন কৰে।
00:31 এইটোৱে প্রজেক্ট তৈয়াৰ আৰু ডিসাইন তৈয়াৰ কৰিবলৈ GUI ও প্রদান কৰে লগতে ডেটাবেসকও সমর্থন কৰে।
00:39 এই টিউটোৰিয়ালটোক বুঝিবলৈ জাভা প্রোগ্রামিং ল্যাঙ্গুয়েজৰ মৌলিক জ্ঞান থকা প্রয়োজন।
00:47 এই টিউটোৰিয়েলত স্ট্যান্ডার্ড প্রোগ্রামিং টার্মিনোলজি ব্যবহাৰ কৰা হৈছে।
00:52 Netbeans ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ,
00:55 আমি লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 11.04 আৰু
01:00 Netbeans IDE সংস্কৰণ 7.1.1 ব্যবহাৰ কৰিছো।
01:05 এই টিউটোৰিয়েলত আমি Netbeans ইয়াৰ সংস্থাপন দেখিম।
01:11 Netbeans ইন্টাৰফেসৰ সৈতে ভালমতে পৰিচয় হব আৰু
01:16 এটা স্যাম্পল জাভা প্রকল্প তৈয়াৰ কৰিম।
01:19 প্রথমে IDE ইয়াৰ সংস্থাপন চাও।
01:22 Netbeans ক netbeans.org পৰা ডাউনলোড কৰা যাব পাৰে।
01:27 এইটো অফিসিয়েল মেন সাইট।
01:31 সাইটৰ মেন পৃষ্ঠাত Download link ত টিপক।
01:36 পৰবর্তী পৃষ্ঠাত যি লোড হয়,
01:39 অন্তিম কলমত download link ত টিপক, যত সকলো সমর্থিত টার্মিনোলজিৰ ডাউনলোড সম্মিলিত আছে যি Glassfish Server ইয়াৰ সৈতে IDE দ্বাৰা আবশ্যক।
01:53 Netbeans ইয়াৰ সংস্থাপনৰ জাভা ডেভেলপমেন্ট কিট অর্থাৎ JDK সংস্থাপনৰ ও প্রয়োজন। যি java.sun.com পৰা ডাউনলোড কৰা যাব পাৰে।
02:05 ইয়াতে Get Java লিঙ্কত টিপক লগতে Netbeans আৰু JDK Bundle উভয়ক ডাউনলোড কৰিবলৈ লিঙ্ক চয়ন কৰক।
02:15 পৰবর্তী পৃষ্ঠা যি লোড হয়,
02;19 তাৰ পৰা setup ফাইল চয়ন কৰক যি আপোনাৰ অপাৰেটিং সিস্টেমৰ অনুকুল হয়।
02:24 উবুন্টুত setup ফাইল .sh (dot sh) ফাইল হিসাবে ডাউনলোড হয়।
02:29 অর্থাৎ shell স্ক্রিপ্ট ফাইল হিসাবে।
02:33 'টার্মিনেলত গৈ এই ফাইল ৰান কৰক।
02:38 উইন্ডো বা ডাইৰেক্টৰিত যাওক, যত ডাউনলোড কৰা সেটআপ ফাইল আছে আৰু প্রম্পটত
02:46 ডাউনলোড ফাইলৰ নামৰ পৰা sh লিখক আৰু এন্টাৰ টিপক।
02:54 এইটোৱে ইনস্টলাৰ আৰম্ভ কৰিব, যি কিছু সময় লব।
03:04 ইনস্টলাৰ পর্দাত দেখা দিয়ে।
03:06 আপোনাৰ সিস্টেমত IDE সংস্থাপিত কৰিবলৈ আপোনাৰ পর্দাত দিয়া নির্দেশাবলী অনুসৰণ কৰিবলৈ পাৰে।
03:13 আমি এতিয়া ইনস্টলাৰ পৰা প্রস্থান কৰিম।
03:17 এতিয়া Netbeans উইন্ডোত চাওক।
03:21 আপোনাৰ উবুন্টু অপাৰেটিং সিস্টেমত Netbeans আৰম্ভ কৰিবলৈ
03:25 মেনু আইটেমস applications, Programmings এ যাওক আৰু Netbeans IDE আইকনত টিপক।
03:34 আপোনি প্রথমে IDE আৰম্ভ কৰাত এইটোৱে Netbeans স্টার্ট পৃষ্ঠা খোলে।
03:41 IDE উইন্ডোত আছে:
03:43 মেনু বাৰত Menus
03:46 Toolbar আৰু
03:48 Workspace যেনে ফাইল সিস্টেম উইন্ডো।
03:52 ৰানটাইম উইন্ডো আৰু
03:53 আউটপুট উইন্ডো।
03:57 main মেনুয়ে আপোনাক প্রজেক্ট তৈয়াৰ কৰিবলৈ, সম্পাদন কৰিবলৈ, কম্পাইল কৰিবলৈ, ৰান কৰিবলৈ আৰু ডি বাগ কৰাৰ সৈতে
04:03 Netbeans ব্যবহাৰ কৰিবলৈ আবশ্যক কমান্ড ও প্রদান কৰে।
04:10 মেনু বাৰৰ তলত থাকা টুলবাৰ মেনুবাৰত উপযোগিত অনেক ঘন ঘন কমান্ডৰ বাবে বোতাম প্রদান কৰে।
04:18 Workspace , উইন্ডোসৰ এটা সংকলন যাৰ ব্যবহাৰ কিছু ধৰনৰ অপাৰেশন কৰিবলৈ কৰা হয়।
04:23 যেনে ওয়ার্কস্পেস উইন্ডোত এডিটিং, নিষ্পাদন, আউটপুট বা ডিবাগিং, যি ওয়ার্কস্পেসৰ তলত উপস্থিত।
04:35 তাৰ পিছত এটা স্যাম্পল জাভা প্রজেক্ট তৈয়াৰ কৰো।
04:40 জাভা প্রজেক্ট তৈয়াৰ কৰিবলৈ File মেনুত যাওক. New Project ত টিপক।
04:47 Categories ইয়াৰ তলত New Project উইজার্ড বাক্সত
04:51 Projects ত java চয়ন কৰক, Java Applications চয়ন কৰক আৰু Nextত টিপক।
04:58 উইজার্ডৰ name আৰু location পৃষ্ঠাত
05:02 KeyboardReader হিসাবে আপোনাৰ প্রকল্পৰ নাম দিয়ক।
05:08 চয়নিত Set as Main Project চেক বাক্স সেট কৰক আৰু
05:12 Finish ত টিপক।
05:15 প্রজেক্ট তৈয়াৰ হৈ গৈছে আৰু IDE ত খোলা আছে।
05:20 এবাৰ প্রজেক্ট তৈয়াৰ হৈ গলে আপোনি প্রকল্প উইন্ডোক IDE উইন্ডোসৰ বাওফালে দেখিবলৈ সক্ষম হব।
05:27 যাতে আপোনাৰ কোডৰ উপৰত নির্ভৰিত সোর্স ফাইল, লাইব্রেৰিৰ সৈতে প্রজেক্টৰ উপাদানৰ ট্রি ভিউ আছে।
05:36 KeyboardReader.java নামৰ ফাইলৰ সৈতে সোফালে সোর্স এডিটৰ খোলা আছে।
05:43 এতিয়া main ক্লাসত, এটা স্যাম্পল জাভা কোড লিখক।
05:49 ইনপুট পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা হলে এই কোড কীবোর্ড পৰা ইনপুট পড়ে আৰু এটা আউটপুট দেখায়।
05:58 আমি এতিয়া এই কোড আমাৰ ক্লিপবোর্ডত কপি কৰিছো আৰু IDE ওয়ার্কস্পেসত উপস্থিত কোডত পেস্ট কৰিছো।
06:11 পৰবর্তী ধাপ হল, আমাৰ প্রজেক্ট ৰান কৰা।
06:14 Netbeans IDE ত যিকোনো প্রজেক্ট ৰান কৰিবলৈ ইয়াত 3 টা পদ্ধতি আছে।
06:20 প্রথম পদ্ধতি হল, আপোনি প্রজেক্ট উইন্ডোত প্রজেক্ট নোডত টিপিব পাৰে আৰু contextual মেনুৰ পৰা Run চয়ন কৰিবলৈ পাৰে।
06:29 বা আপোনি টুলবাৰত যাব পাৰে আৰু Run Project বোতামত টিপিব পাৰে।
06:34 বা আপোনি আপোনাৰ কীবোর্ডত প্রজেক্ট ৰান কৰিবলৈ F6 কীস ও টিপিব পাৰে।
06:40 আমি প্রজেক্ট নোডত সো ক্লিক কৰি আৰু Run বিকল্প চয়ন কৰো।
06:45 আপোনি জাভা অ্যাপ্লিকেশন ৰান কৰাত IDE অ্যাপ্লিকেশনে কোড তৈয়াৰ কৰে আৰু কম্পাইল কৰে আৰু প্রোগ্রাম আউটপুট উইন্ডোত ৰান কৰে যি ওয়ার্কস্পেসৰ তলত দেখায়।
06:57 IDE এতিয়া আমাক যি কোনো সংখ্যা লিখাৰ বাবে কয়।
07:01 আমি এটা ৰান্ডম সংখ্যা লিখি আৰু এন্টাৰ টিপো।
07:06 এইটোৱে কয় যে, ইনপুট এটা পূর্ণ সংখ্যা বা ফ্লোটিং পয়েন্ট সংখ্যা।
07:11 এতিয়া নির্দেশিত কাম,
07:15 KeyboardInputReader প্রজেক্টৰ বাবে এক্সটেনশন হিসাবে,
07:19 অন্য প্রকল্প পৰিবর্তন কৰক অর্থাৎ এটা টেম্পাৰেচৰ কনভার্টাৰ অ্যাপ্লিকেশন যি এটা ইনপুট টেম্পাৰেচৰ লয়।
07:27 সেলসিয়াসৰ পৰা ফাৰেনহাইটত ৰুপান্তৰ কৰা আৰু বিপৰীত।
07:31 আউটপুট উইন্ডোত পৰিবর্তিত তাপমাত্রা প্রদর্শন কৰক।
07:36 আমি আগেই নির্দেশিত কাম কৰি পেলাইছো।
07:40 নির্দেশিত কাম ৰান কৰক।
07:47 প্রোগ্রাম আউটপুট উইন্ডোত আমাক ইনপুট তাপমাত্রা লিখিব কয়।
07:52 আমি Fahrenheit ত স্যাম্পল তাপমাত্রা -40 লিখো আৰু এইটোৱে আমাক সেলসিয়াসত ৰুপান্তৰিত তাপমাত্রা দেখায়।
08:07 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ এই ভিডিওটো চাওক।
08:10 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
08:14 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
08:20 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
08:27 অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়ে।
08:31 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
08:38 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
08:43 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
08:49 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
09:00 আই আই টি বোম্বেৰ পৰা মই মৌছুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
09:05 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi