Difference between revisions of "Inkscape/C2/Create-and-edit-shapes/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border =1 | Time | Narration |- | 00:00 | Create and edit shapes এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |- | 00:06 |এই...")
 
Line 5: Line 5:
 
|-
 
|-
 
| 00:00
 
| 00:00
| Create and edit shapes এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল.Create and edit shapes এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
  
 
|-
 
|-

Revision as of 14:45, 2 March 2016

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল.Create and edit shapes এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটৰিয়েলত Inkscape এৰ সৈতে পৰিচিত হব লাগিব।
00:10 Inkscape ইন্টাৰফেস সম্পর্কে আৰু মৌলিক আকাৰ কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিম।
00:16 হ্যান্ডল ব্যবহাৰ কৰি ৰঙ পূৰণ কৰা আৰু আকাৰ সলোৱা শিকিম।
00:20 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 OS
00:25 Inkscape সংস্কৰণ 0.48.4
00:29 Dash home ত যাওক আৰু Inkscape লিখক।
00:34 আপোনি লোগোত দুইবাৰ টিপি Inkscape খুলিব পাৰে।
00:38 ইন্টাৰফেসত সবতচে উপৰত আপোনি Menu bar আৰু Tool controls bar দেখিব।
00:44 এইটো সবতচে উপৰৰ কোণত rulers এৰ পিছত আছে।
00:48 ইন্টাৰফেসৰ সোফালে আপোনি Command bar আৰু Snap controls bar দেখিব।
00:54 Tool box ইন্টাৰফেসৰ বাওফালে আছে।
00:58 কেন্দ্রত canvas আছে। যেতিয়াই আপোনি আপোনাৰ গ্রাফিক্স আঁকিব।
01:03 ইন্টাৰফেসৰ তলৰ অংশত আমি color palette আৰু status bar দেখিবলৈ পাৰো।
01:09 এতিয়া, Inkscapeত কিছু মৌলিক আকাৰ তৈয়াৰ আৰু সম্পাদনা কৰা শিকো।
01:14 প্রথমে আমি Select and Transform টুল সম্পর্কে শিকিম। এইটোক সাধাৰণতে Selector টুল বোলা হয়।
01:22 এইটো অত্যন্ত গুৰুত্বপূর্ণ টুল। আপোনি এইটোক Tool box এৰ বাও ফালে পাব।
01:28 এই টুলৰ সৈতে আপোনি অবজেক্ট নির্বাচন কৰিব পাৰে, canvas ত ৰুপান্তৰ আৰু এৰাবলৈ পাৰে।
01:34 নতুন Inkscape ডকুমেন্ট খুলিবলৈ File ত টিপক আৰু তাৰপিছত New নির্বাচন কৰক আৰু Default ত টিপক।
01:41 বিদ্যমান Inkscape ডকুমেন্ট খুলিবলৈ Fileত টিপক আৰু Open নির্বাচন কৰক।
01:47 drawing_1.svg ফাইল খুলক, যি আমি আগতে তৈয়াৰ কৰিছো।
01:53 আমি এইটোক Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো। তলৰ সোফালৰ অংশত Open বোতামত টিপক।
02:01 আমি পূর্বে এটা আয়তক্ষেত্র তৈয়াৰ কৰিছো।
02:04 এতিয়া, আয়তক্ষেত্রত টিপক।
02:06 ডিফল্টৰুপে, আয়তক্ষেত্রৰ ৰঙ হল সেউজীয়া।
02:09 ৰঙ ৰঙালৈ সলাবলৈ আমি তলত color palette ব্যবহাৰ কৰিম।
02:14 সেয়ে, আমি কার্সাৰক তললৈ লৈ যাও আৰু ৰঙা ৰঙত টিপিম।
02:18 আয়তক্ষেত্রত ৰঙৰ পৰিবর্তন লক্ষ্য কৰক।
02:22 এতিয়া আয়তক্ষেত্র অতৰূৱাওক।
02:23 এইটো কৰিবলৈ আপোনাৰ আয়তক্ষেত্রৰ কোনো এটা জাগাত টিপা উচিত।
02:27 মাউস বোতাম নেৰাকৈ canvasত আপোনি যেতিয়াই চাওক এইটোক ড্রেগ কৰক।
02:33 তাৰপিছত মাউস বোতাম এৰি দিয়ক।
02:37 ভালকৈ দেখিবলৈ জুম-ইন কৰক। এইটো কৰিবলৈ Ctrl কী টিপক আৰু মাউসৰ স্ক্রল বোতাম ব্যবহাৰ কৰক।
02:46 আয়তক্ষেত্রৰ আশে-পাশে অ্যাৰোস লক্ষ্য কৰক। এইবোৰক হ্যান্ডেল্স বোলে, যাৰ ব্যবহাৰ আমি স্কেল আৰু ৰোটেট কৰিবলৈ কৰিম।
02:57 যেতিয়া কার্সাৰ কোনো হ্যান্ডলত যায় তেতিয়া হ্যান্ডেলৰ ৰঙ পৰিবর্তন হয়।
03:02 এইটোৱে কয় যে সেই হ্যান্ডেল নির্বাচিত আৰু আকাৰ পৰিবর্তনৰ বাবে প্রস্তুত।
03:08 আয়তক্ষেত্র স্কেল বা মাপ পৰিবর্তন কৰিবলৈ, যি কোনো এটা কর্নাৰ হ্যান্ডলত টিপক আৰু ড্রেগ কৰক।
03:17 যদি আপোনি আকাৰৰ অনুপাত একেই ৰাখিবলৈ বিছাৰে তেনেহলে আকাৰ সলোৱাৰ সময় Ctrl কী টিপি থাকক।
03:24 আয়তক্ষেত্রৰ দৈর্ঘ্য বা প্রস্থ পৰিবর্তন কৰিবলৈ, আয়তক্ষেত্রৰ কোণত যি কোনো এটা হ্যান্ডল ব্যবহাৰ কৰক।
03:32 হয়তো সো বা বাও ফালে হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক।
03:39 আয়তক্ষেত্রৰ প্রস্থত পৰিবর্তন লক্ষ্য কৰক।
03:43 এতিয়া আয়তক্ষেত্রৰ উচ্চতা পৰিবর্তন কৰক।
03:46 সেয়ে আমি হ্যান্ডেলৰ তলত নহয়তো উপৰত টিপি আৰু ড্রেগ কৰিম।
03:51 আয়তক্ষেত্রৰ উচ্চতাত পৰিবর্তন লক্ষ্য কৰক।
03:54 আমি নিজেই Tool controls বাৰে width আৰু height প্যাৰামিটাৰ পৰিবর্তন কৰি আয়তক্ষেত্রৰ প্রস্থ আৰু উচ্চতা সলাবলৈ পাৰো।
04:03 আমি প্রস্থ 400 আৰু উচ্চতা 200 দ্বাৰা পৰিবর্তন কৰিম।
04:07 আয়তক্ষেত্রৰ আকাৰত পৰিবর্তন লক্ষ্য কৰক।
04:10 একেইভাবে, আপোনি X আৰু Y অক্ষৰ স্থান পৰিবর্তন কৰি অবজেক্ট স্থানান্তৰ কৰিব পাৰে।
04:19 এতিয়া শিকো যে ইয়াৰ আয়তক্ষেত্র কিভাবে ঘোৰে।
04:24 এইটো কৰিবলৈ, এবাৰ আয়তক্ষেত্রত টিপক।
04:27 লক্ষ্য কৰক যে এতিয়া কোণাৰ হ্যান্ডলৰ আকাৰ সলনি হৈছে। এইটোৱে দেখায় যে এইটো ঘুর্ণনৰ বাবে প্রস্তুত।
04:34 আমি হ্যান্ডেলৰ উপৰৰ সো ফালে কোণত টিপি আৰু আয়তক্ষেত্র ঘোৰাম।
04:44 আপোনি যে কোনো দিশৰ হ্যান্ডেলত টিপি আৰু ড্রেগ কৰি আয়তক্ষেত্র টেৰা কৰিব পাৰি।
04:50 আমি বাও মাঝৰ হ্যান্ডেলত টিপিছো আৰু আয়তক্ষেত্র টেৰা কৰিবলৈ এইটোক উপৰত বা তলত ড্রেগ কৰিছো।
04:56 আমাৰ দ্বাৰা কৰা পৰিবর্তন লক্ষ্য কৰক।
04:59 আমি অন্য টিউটৰিয়েলত এই হ্যান্ডলবোৰ ব্যবহাৰ কৰি আৰো বিস্তাৰিতভাবে শিকিম।
05:04 এতিয়া এই আকৃতি অনির্বাচন কৰো।
05:06 এইটো কৰিবলৈ ক্যানভাস এলাকাত বা ক্যানভাস সীমাৰ বাহিৰত যিকোনো এটাত টিপক।
05:11 মাউস পুনৰায় Tool box ত লৈ যাওক আৰু সেই rectangle টুলত ঘোৰাওক।
05:17 টুল টিপে দেখায় যে আমি এই টুল ব্যবহাৰ কৰি আয়তক্ষেত্র আৰু বর্গক্ষেত্র বনাবলৈ পাৰো।
05:22 সেয়ে, প্রথমে আমি এই টুলত টিপিম।
05:25 এটা বর্গক্ষেত্র আঁকিবলৈ Ctrl কী ধৰি থাকক আৰু canvas ত ড্র্যাগ কৰক।
05:30 আমি ইয়াৰ ৰঙ গোলাপীলৈ সলাও।
05:32 আপোনাৰ বাবে নির্দেশিত কাম।
05:34 Tool boxৰ পৰা Create circles and ellipses নির্বাচন কৰক।
05:38 Ctrl কী ব্যবহাৰ কৰি ক্যানভাসত এটা বৃত্ত আঁকক।
05:42 এইটোক নীলা ৰঙ দিয়ক।
05:44 এইটো আমাৰ বৃত্ত।
05:46 এতিয়া শিকো যে এই বৃত্তত কিভাবে পৰিবর্তন কৰিম।
05:49 আপোনি বৃত্তৰ আকাৰ এটা চাপ বা এটা বৃত্তাংশ পৰিবর্তন কৰিবলৈ Start আৰু End প্যাৰামিটাৰ সলাবলৈ পাৰে।
05:56 ইয়াত Tool controls bar ত 3টা বিকল্প আছে, যি আকৃতিৰ মাঝত যাবলৈ সাহায্য কৰে।
06:03 আমি Start প্যাৰামিটাৰ 100 আৰু End প্যাৰামিটাৰ -50 দ্বাৰা সালও।
06:09 আমি দেখিবলৈ পাৰো যে বৃত্তৰ আকৃতি এতিয়া বৃত্তাংশৰ আকৃতিত পৰিবর্তিত হৈছে।
06:14 এতিয়া আমি arc আইকনত টিপিম আৰু আমি আকৃতিত পৰিবর্তন চাম।
06:19 আমি circle আইকনত টিপি, বৃত্তৰ আকৃতি পুনৰায় সলাবলৈ পাৰো।
06:25 এতিয়া আমি ক্যানভাসত বৃত্তৰ আকৃতি বিস্তাৰিত ভাবে দেখো।
06:30 আকৃতিত 2 টা ৰিসাইজ হ্যান্ডল আৰু 2 টা বৃত্তাকাৰ হ্যান্ডল লক্ষ্য কৰক যাক arc হ্যান্ডেল বোলে।
06:37 2 টা ৰিসাইজ হ্যান্ডল ব্যবহাৰ বৃত্তৰ আকৃতিক উপবৃত্তৰ আকৃতিত সলাবলৈ কৰা হয়।
06:44 এই হ্যান্ডেল উপৰ-তলত বা সো-বাও ফালেড্রেগ কৰক।
06:53 আকৃতিত পৰিবর্তন লক্ষ্য কৰক।
06:56 2 চাপ হ্যান্ডল এটাৰ উপৰত এটা ওভাৰল্যাপ কৰে. চাপ হ্যান্ডেলত টিপক আৰু এইটোক anti-clockwise মুভ কৰক।
07:04 এতিয়া আমি উভয় চাপ হ্যান্ডল দেখিবলৈ পাৰো।arc handles.
07:08 আমি এই চাপ হ্যান্ডল ব্যবহাৰ কৰি বৃত্তৰ আকৃতি চাপ বা বৃতাংশৰ আকৃতিত সলাবলৈ পাৰো।
07:14 এইবোৰ ঘড়িৰ কাঁটাৰ ফালে বা উল্টো ফালে মুভ কৰক লগতে আকৃতিত পৰিবর্তন লক্ষ্য কৰক।
07:24 এতিয়া, আমি Tool box ত আয়তক্ষেত্র টুলত টিপিম আৰু তাৰপিছত বর্গক্ষেত্রে টিপিম।
07:30 আকৃতিৰ উপৰৰ সো কোণত 2 ৰিসাইজ হ্যান্ডেল আৰু 2 চাপ হ্যান্ডেল চাওক।
07:40 আগৰ নিচিনা, 2 চাপ হ্যান্ডল এটাৰ উপৰত এটা ওভাৰল্যাপ থাকে।
07:43 যি কোনো এটা চাপ হ্যান্ডেলত টিপক আৰু ঘড়িৰ কাঁটাৰ ফালে মুভ কৰক।
07:48 এতিয়া, আমি উভয় চাপ হ্যান্ডল দেখিবলৈ পাৰো।
07:51 আমি এই হ্যান্ডল ব্যবহাৰ কৰি বর্গক্ষেত্রৰ প্রান্তক গোল কৰিব পাৰি।
07:56 সেইবোৰ ঘড়িৰ কাঁটাৰ ফালে বা উল্টো ফালে মুভ কৰক আৰু আকৃতিৰ পৰিবর্তন লক্ষ্য কৰক।
08:02 এতিয়া, Tool box ত Stars and polygons টুলত টিপি এটা বহুভুজ তৈয়াৰ কৰক।
08:08 এইটো circle টুলৰ তলত সো ফালে আছে। এইটোত টিপক।
08:13 আমি একেইভাবে এটা বহুভুজ আঁকিম আৰু এইটোক সেউজীয়া ৰং দিম।
08:20 ডিফল্টৰুপে, এটা 5-পার্শ্বযুক্ত বহুভুজ অর্থাৎ পঞ্চভুজ তৈয়াৰ হৈছে।
08:24 Tool controls বাৰত চাওক। ইয়াত এইটো দেখায় যে বহুভুজৰ প্রান্ত সংখ্যা হল 5.
08:32 আপোনি সংখ্যা 4 কৰি বর্গক্ষেত্র আৰু এটা 3 কৰি ত্রিভুজ বনাব পাৰে।
08:39 এটা বড়াই আমি পঞ্চভুজ, ষড়ভুজ আৰু ইত্যাদি কৰিব পাৰো।
08:44 বহুভুজত ৰিসাইজ হ্যান্ডেল লক্ষ্য কৰক।
08:47 আমি ইয়াৰ ব্যবহাৰ বহুভুজৰ আকাৰ পৰিবর্তন বা এইটোক ঘোৰাবলৈ কৰিব পাৰে।
08:52 Tool controls বাৰত, polygon আইকনৰ আগত star আইকনত টিপি এই স্টাৰৰ আকৃতি সলাওক।
09:00 এটা আগত আৰু এটা জোড়ত স্টাৰৰ আকৃতিত 2 টা হ্যান্ডলবোৰ চাওক।
09:06 স্টাৰৰ আকৃতি সলাবলৈ বা ৰোটেট কৰিবলৈ আগৰ হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক।
09:12 আমি অন্য হ্যান্ডেল ব্যবহাৰ কৰি স্টাৰৰ আকৃতি টেৰা আৰু সলাবলৈ পাৰো।
09:17 এইটোত টিপক আৰু ঘড়িৰ কাঁটাৰ ফালে বা উল্টোফালে অতৰূৱাওক লগতে আকৃতি আৰু আকাৰ লক্ষ্য কৰক।
09:25 আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে,
09:30 এই টিউটৰিয়েলত আমি Inkscape ইন্টাৰফেস সম্পর্কে শিকিছো।
09:34 আমি মৌলিক আকৃতি যেনে আয়তক্ষেত্র, বর্গক্ষেত্র, বৃত্ত, উপবৃত্ত, বহুভুজ আৰু স্টাৰ তৈয়াৰ কৰাও শিকিছো।
09:42 হ্যান্ডেল ব্যবহাৰ কৰি আকৃতি পৰিবর্তন কৰা আৰু ৰঙ ভৰাও শিকিছো।
09:46 ইয়াত এটা নির্দেশিত কাম আছে।
09:49 নীলা ৰঙ দি এটা চতুর্ভুজৰ আকৃতি তৈয়াৰ কৰক,
09:52 ৰঙা ৰঙ দি এটা বৃত্তৰ আকৃতি তৈয়াৰ কৰক,
09:54 সেউজীয়া ৰঙত 7 প্রান্ত যুক্ত স্টাৰ তৈয়াৰ কৰক।
09:58 আপোনাৰ কৰা নির্দেশিত কাম এইৰকমে হোৱা উচিত।
10:03 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
10:09 ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক।
10:13 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10:22 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:28 স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
10:32 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
10:38 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:47 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
10:50 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya