Inkscape/C2/Create-and-edit-shapes/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল.Create and edit shapes এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |
| 00:06 | এই টিউটৰিয়েলত Inkscape এৰ সৈতে পৰিচিত হব লাগিব। |
| 00:10 | Inkscape ইন্টাৰফেস সম্পর্কে আৰু মৌলিক আকাৰ কিভাবে তৈয়াৰ কৰে সেই সম্পর্কে শিকিম। |
| 00:16 | হ্যান্ডল ব্যবহাৰ কৰি ৰঙ পূৰণ কৰা আৰু আকাৰ সলোৱা শিকিম। |
| 00:20 | টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো উবুন্টু লিনাক্স 12.04 OS |
| 00:25 | Inkscape সংস্কৰণ 0.48.4 |
| 00:29 | Dash home ত যাওক আৰু Inkscape লিখক। |
| 00:34 | আপোনি লোগোত দুইবাৰ টিপি Inkscape খুলিব পাৰে। |
| 00:38 | ইন্টাৰফেসত সবতচে উপৰত আপোনি Menu bar আৰু Tool controls bar দেখিব। |
| 00:44 | এইটো সবতচে উপৰৰ কোণত rulers এৰ পিছত আছে। |
| 00:48 | ইন্টাৰফেসৰ সোফালে আপোনি Command bar আৰু Snap controls bar দেখিব। |
| 00:54 | Tool box ইন্টাৰফেসৰ বাওফালে আছে। |
| 00:58 | কেন্দ্রত canvas আছে। যেতিয়াই আপোনি আপোনাৰ গ্রাফিক্স আঁকিব। |
| 01:03 | ইন্টাৰফেসৰ তলৰ অংশত আমি color palette আৰু status bar দেখিবলৈ পাৰো। |
| 01:09 | এতিয়া, Inkscapeত কিছু মৌলিক আকাৰ তৈয়াৰ আৰু সম্পাদনা কৰা শিকো। |
| 01:14 | প্রথমে আমি Select and Transform টুল সম্পর্কে শিকিম। এইটোক সাধাৰণতে Selector টুল বোলা হয়। |
| 01:22 | এইটো অত্যন্ত গুৰুত্বপূর্ণ টুল। আপোনি এইটোক Tool box এৰ বাও ফালে পাব। |
| 01:28 | এই টুলৰ সৈতে আপোনি অবজেক্ট নির্বাচন কৰিব পাৰে, canvas ত ৰুপান্তৰ আৰু এৰাবলৈ পাৰে। |
| 01:34 | নতুন Inkscape ডকুমেন্ট খুলিবলৈ File ত টিপক আৰু তাৰপিছত New নির্বাচন কৰক আৰু Default ত টিপক। |
| 01:41 | বিদ্যমান Inkscape ডকুমেন্ট খুলিবলৈ Fileত টিপক আৰু Open নির্বাচন কৰক। |
| 01:47 | drawing_1.svg ফাইল খুলক, যি আমি আগতে তৈয়াৰ কৰিছো। |
| 01:53 | আমি এইটোক Documents ফোল্ডাৰত সংৰক্ষণ কৰিছো। তলৰ সোফালৰ অংশত Open বোতামত টিপক। |
| 02:01 | আমি পূর্বে এটা আয়তক্ষেত্র তৈয়াৰ কৰিছো। |
| 02:04 | এতিয়া, আয়তক্ষেত্রত টিপক। |
| 02:06 | ডিফল্টৰুপে, আয়তক্ষেত্রৰ ৰঙ হল সেউজীয়া। |
| 02:09 | ৰঙ ৰঙালৈ সলাবলৈ আমি তলত color palette ব্যবহাৰ কৰিম। |
| 02:14 | সেয়ে, আমি কার্সাৰক তললৈ লৈ যাও আৰু ৰঙা ৰঙত টিপিম। |
| 02:18 | আয়তক্ষেত্রত ৰঙৰ পৰিবর্তন লক্ষ্য কৰক। |
| 02:22 | এতিয়া আয়তক্ষেত্র অতৰূৱাওক। এইটো কৰিবলৈ আপোনাৰ আয়তক্ষেত্রৰ কোনো এটা জাগাত টিপা উচিত। |
| 02:27 | মাউস বোতাম নেৰাকৈ canvasত আপোনি যেতিয়াই চাওক এইটোক ড্রেগ কৰক। |
| 02:33 | তাৰপিছত মাউস বোতাম এৰি দিয়ক। |
| 02:37 | ভালকৈ দেখিবলৈ জুম-ইন কৰক। এইটো কৰিবলৈ Ctrl কী টিপক আৰু মাউসৰ স্ক্রল বোতাম ব্যবহাৰ কৰক। |
| 02:46 | আয়তক্ষেত্রৰ আশে-পাশে অ্যাৰোস লক্ষ্য কৰক। এইবোৰক হ্যান্ডেল্স বোলে, যাৰ ব্যবহাৰ আমি স্কেল আৰু ৰোটেট কৰিবলৈ কৰিম। |
| 02:57 | যেতিয়া কার্সাৰ কোনো হ্যান্ডলত যায় তেতিয়া হ্যান্ডেলৰ ৰঙ পৰিবর্তন হয়। |
| 03:02 | এইটোৱে কয় যে সেই হ্যান্ডেল নির্বাচিত আৰু আকাৰ পৰিবর্তনৰ বাবে প্রস্তুত। |
| 03:08 | আয়তক্ষেত্র স্কেল বা মাপ পৰিবর্তন কৰিবলৈ, যি কোনো এটা কর্নাৰ হ্যান্ডলত টিপক আৰু ড্রেগ কৰক। |
| 03:17 | যদি আপোনি আকাৰৰ অনুপাত একেই ৰাখিবলৈ বিছাৰে তেনেহলে আকাৰ সলোৱাৰ সময় Ctrl কী টিপি থাকক। |
| 03:24 | আয়তক্ষেত্রৰ দৈর্ঘ্য বা প্রস্থ পৰিবর্তন কৰিবলৈ, আয়তক্ষেত্রৰ কোণত যি কোনো এটা হ্যান্ডল ব্যবহাৰ কৰক। |
| 03:32 | হয়তো সো বা বাও ফালে হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক। |
| 03:39 | আয়তক্ষেত্রৰ প্রস্থত পৰিবর্তন লক্ষ্য কৰক। |
| 03:43 | এতিয়া আয়তক্ষেত্রৰ উচ্চতা পৰিবর্তন কৰক। |
| 03:46 | সেয়ে আমি হ্যান্ডেলৰ তলত নহয়তো উপৰত টিপি আৰু ড্রেগ কৰিম। |
| 03:51 | আয়তক্ষেত্রৰ উচ্চতাত পৰিবর্তন লক্ষ্য কৰক। |
| 03:54 | আমি নিজেই Tool controls বাৰে width আৰু height প্যাৰামিটাৰ পৰিবর্তন কৰি আয়তক্ষেত্রৰ প্রস্থ আৰু উচ্চতা সলাবলৈ পাৰো। |
| 04:03 | আমি প্রস্থ 400 আৰু উচ্চতা 200 দ্বাৰা পৰিবর্তন কৰিম। |
| 04:07 | আয়তক্ষেত্রৰ আকাৰত পৰিবর্তন লক্ষ্য কৰক। |
| 04:10 | একেইভাবে, আপোনি X আৰু Y অক্ষৰ স্থান পৰিবর্তন কৰি অবজেক্ট স্থানান্তৰ কৰিব পাৰে। |
| 04:19 | এতিয়া শিকো যে ইয়াৰ আয়তক্ষেত্র কিভাবে ঘোৰে। |
| 04:24 | এইটো কৰিবলৈ, এবাৰ আয়তক্ষেত্রত টিপক। |
| 04:27 | লক্ষ্য কৰক যে এতিয়া কোণাৰ হ্যান্ডলৰ আকাৰ সলনি হৈছে। এইটোৱে দেখায় যে এইটো ঘুর্ণনৰ বাবে প্রস্তুত। |
| 04:34 | আমি হ্যান্ডেলৰ উপৰৰ সো ফালে কোণত টিপি আৰু আয়তক্ষেত্র ঘোৰাম। |
| 04:44 | আপোনি যে কোনো দিশৰ হ্যান্ডেলত টিপি আৰু ড্রেগ কৰি আয়তক্ষেত্র টেৰা কৰিব পাৰি। |
| 04:50 | আমি বাও মাঝৰ হ্যান্ডেলত টিপিছো আৰু আয়তক্ষেত্র টেৰা কৰিবলৈ এইটোক উপৰত বা তলত ড্রেগ কৰিছো। |
| 04:56 | আমাৰ দ্বাৰা কৰা পৰিবর্তন লক্ষ্য কৰক। |
| 04:59 | আমি অন্য টিউটৰিয়েলত এই হ্যান্ডলবোৰ ব্যবহাৰ কৰি আৰো বিস্তাৰিতভাবে শিকিম। |
| 05:04 | এতিয়া এই আকৃতি অনির্বাচন কৰো। |
| 05:06 | এইটো কৰিবলৈ ক্যানভাস এলাকাত বা ক্যানভাস সীমাৰ বাহিৰত যিকোনো এটাত টিপক। |
| 05:11 | মাউস পুনৰায় Tool box ত লৈ যাওক আৰু সেই rectangle টুলত ঘোৰাওক। |
| 05:17 | টুল টিপে দেখায় যে আমি এই টুল ব্যবহাৰ কৰি আয়তক্ষেত্র আৰু বর্গক্ষেত্র বনাবলৈ পাৰো। |
| 05:22 | সেয়ে, প্রথমে আমি এই টুলত টিপিম। |
| 05:25 | এটা বর্গক্ষেত্র আঁকিবলৈ Ctrl কী ধৰি থাকক আৰু canvas ত ড্র্যাগ কৰক। |
| 05:30 | আমি ইয়াৰ ৰঙ গোলাপীলৈ সলাও। |
| 05:32 | আপোনাৰ বাবে নির্দেশিত কাম। |
| 05:34 | Tool boxৰ পৰা Create circles and ellipses নির্বাচন কৰক। |
| 05:38 | Ctrl কী ব্যবহাৰ কৰি ক্যানভাসত এটা বৃত্ত আঁকক। |
| 05:42 | এইটোক নীলা ৰঙ দিয়ক। |
| 05:44 | এইটো আমাৰ বৃত্ত। |
| 05:46 | এতিয়া শিকো যে এই বৃত্তত কিভাবে পৰিবর্তন কৰিম। |
| 05:49 | আপোনি বৃত্তৰ আকাৰ এটা চাপ বা এটা বৃত্তাংশ পৰিবর্তন কৰিবলৈ Start আৰু End প্যাৰামিটাৰ সলাবলৈ পাৰে। |
| 05:56 | ইয়াত Tool controls bar ত 3টা বিকল্প আছে, যি আকৃতিৰ মাঝত যাবলৈ সাহায্য কৰে। |
| 06:03 | আমি Start প্যাৰামিটাৰ 100 আৰু End প্যাৰামিটাৰ -50 দ্বাৰা সালও। |
| 06:09 | আমি দেখিবলৈ পাৰো যে বৃত্তৰ আকৃতি এতিয়া বৃত্তাংশৰ আকৃতিত পৰিবর্তিত হৈছে। |
| 06:14 | এতিয়া আমি arc আইকনত টিপিম আৰু আমি আকৃতিত পৰিবর্তন চাম। |
| 06:19 | আমি circle আইকনত টিপি, বৃত্তৰ আকৃতি পুনৰায় সলাবলৈ পাৰো। |
| 06:25 | এতিয়া আমি ক্যানভাসত বৃত্তৰ আকৃতি বিস্তাৰিত ভাবে দেখো। |
| 06:30 | আকৃতিত 2 টা ৰিসাইজ হ্যান্ডল আৰু 2 টা বৃত্তাকাৰ হ্যান্ডল লক্ষ্য কৰক যাক arc হ্যান্ডেল বোলে। |
| 06:37 | 2 টা ৰিসাইজ হ্যান্ডল ব্যবহাৰ বৃত্তৰ আকৃতিক উপবৃত্তৰ আকৃতিত সলাবলৈ কৰা হয়। |
| 06:44 | এই হ্যান্ডেল উপৰ-তলত বা সো-বাও ফালেড্রেগ কৰক। |
| 06:53 | আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 06:56 | 2 চাপ হ্যান্ডল এটাৰ উপৰত এটা ওভাৰল্যাপ কৰে. চাপ হ্যান্ডেলত টিপক আৰু এইটোক anti-clockwise মুভ কৰক। |
| 07:04 | এতিয়া আমি উভয় চাপ হ্যান্ডল দেখিবলৈ পাৰো।arc handles. |
| 07:08 | আমি এই চাপ হ্যান্ডল ব্যবহাৰ কৰি বৃত্তৰ আকৃতি চাপ বা বৃতাংশৰ আকৃতিত সলাবলৈ পাৰো। |
| 07:14 | এইবোৰ ঘড়িৰ কাঁটাৰ ফালে বা উল্টো ফালে মুভ কৰক লগতে আকৃতিত পৰিবর্তন লক্ষ্য কৰক। |
| 07:24 | এতিয়া, আমি Tool box ত আয়তক্ষেত্র টুলত টিপিম আৰু তাৰপিছত বর্গক্ষেত্রে টিপিম। |
| 07:30 | আকৃতিৰ উপৰৰ সো কোণত 2 ৰিসাইজ হ্যান্ডেল আৰু 2 চাপ হ্যান্ডেল চাওক। |
| 07:40 | আগৰ নিচিনা, 2 চাপ হ্যান্ডল এটাৰ উপৰত এটা ওভাৰল্যাপ থাকে। |
| 07:43 | যি কোনো এটা চাপ হ্যান্ডেলত টিপক আৰু ঘড়িৰ কাঁটাৰ ফালে মুভ কৰক। |
| 07:48 | এতিয়া, আমি উভয় চাপ হ্যান্ডল দেখিবলৈ পাৰো। |
| 07:51 | আমি এই হ্যান্ডল ব্যবহাৰ কৰি বর্গক্ষেত্রৰ প্রান্তক গোল কৰিব পাৰি। |
| 07:56 | সেইবোৰ ঘড়িৰ কাঁটাৰ ফালে বা উল্টো ফালে মুভ কৰক আৰু আকৃতিৰ পৰিবর্তন লক্ষ্য কৰক। |
| 08:02 | এতিয়া, Tool box ত Stars and polygons টুলত টিপি এটা বহুভুজ তৈয়াৰ কৰক। |
| 08:08 | এইটো circle টুলৰ তলত সো ফালে আছে। এইটোত টিপক। |
| 08:13 | আমি একেইভাবে এটা বহুভুজ আঁকিম আৰু এইটোক সেউজীয়া ৰং দিম। |
| 08:20 | ডিফল্টৰুপে, এটা 5-পার্শ্বযুক্ত বহুভুজ অর্থাৎ পঞ্চভুজ তৈয়াৰ হৈছে। |
| 08:24 | Tool controls বাৰত চাওক। ইয়াত এইটো দেখায় যে বহুভুজৰ প্রান্ত সংখ্যা হল 5. |
| 08:32 | আপোনি সংখ্যা 4 কৰি বর্গক্ষেত্র আৰু এটা 3 কৰি ত্রিভুজ বনাব পাৰে। |
| 08:39 | এটা বড়াই আমি পঞ্চভুজ, ষড়ভুজ আৰু ইত্যাদি কৰিব পাৰো। |
| 08:44 | বহুভুজত ৰিসাইজ হ্যান্ডেল লক্ষ্য কৰক। |
| 08:47 | আমি ইয়াৰ ব্যবহাৰ বহুভুজৰ আকাৰ পৰিবর্তন বা এইটোক ঘোৰাবলৈ কৰিব পাৰে। |
| 08:52 | Tool controls বাৰত, polygon আইকনৰ আগত star আইকনত টিপি এই স্টাৰৰ আকৃতি সলাওক। |
| 09:00 | এটা আগত আৰু এটা জোড়ত স্টাৰৰ আকৃতিত 2 টা হ্যান্ডলবোৰ চাওক। |
| 09:06 | স্টাৰৰ আকৃতি সলাবলৈ বা ৰোটেট কৰিবলৈ আগৰ হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক। |
| 09:12 | আমি অন্য হ্যান্ডেল ব্যবহাৰ কৰি স্টাৰৰ আকৃতি টেৰা আৰু সলাবলৈ পাৰো। |
| 09:17 | এইটোত টিপক আৰু ঘড়িৰ কাঁটাৰ ফালে বা উল্টোফালে অতৰূৱাওক লগতে আকৃতি আৰু আকাৰ লক্ষ্য কৰক। |
| 09:25 | আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে, |
| 09:30 | এই টিউটৰিয়েলত আমি Inkscape ইন্টাৰফেস সম্পর্কে শিকিছো। |
| 09:34 | আমি মৌলিক আকৃতি যেনে আয়তক্ষেত্র, বর্গক্ষেত্র, বৃত্ত, উপবৃত্ত, বহুভুজ আৰু স্টাৰ তৈয়াৰ কৰাও শিকিছো। |
| 09:42 | হ্যান্ডেল ব্যবহাৰ কৰি আকৃতি পৰিবর্তন কৰা আৰু ৰঙ ভৰাও শিকিছো। |
| 09:46 | ইয়াত এটা নির্দেশিত কাম আছে। |
| 09:49 | নীলা ৰঙ দি এটা চতুর্ভুজৰ আকৃতি তৈয়াৰ কৰক, |
| 09:52 | ৰঙা ৰঙ দি এটা বৃত্তৰ আকৃতি তৈয়াৰ কৰক, |
| 09:54 | সেউজীয়া ৰঙত 7 প্রান্ত যুক্ত স্টাৰ তৈয়াৰ কৰক। |
| 09:58 | আপোনাৰ কৰা নির্দেশিত কাম এইৰকমে হোৱা উচিত। |
| 10:03 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 10:09 | ভাল ব্যান্ডউইডথ নাথাকলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 10:13 | স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 10:22 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 10:28 | স্পোকেন টিউটৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 10:32 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 10:38 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য, spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 10:47 | আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। |
| 10:50 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ। |