Difference between revisions of "Inkscape/C2/Create-and-Format-Text/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border =1 |'''Time''' |'''Narration''' |- |00:01 | Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম। |- |00:06...")
 
 
(2 intermediate revisions by the same user not shown)
Line 5: Line 5:
 
|-  
 
|-  
 
|00:01
 
|00:01
| Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
+
| নমস্কাৰ দৰ্শক সকল. Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
  
 
|-
 
|-
 
|00:06
 
|00:06
 
| এই টিউটৰিয়েলত আমি শিকিম:
 
| এই টিউটৰিয়েলত আমি শিকিম:
 
 
টেক্সট সন্নিবেশ কৰা,
 
টেক্সট সন্নিবেশ কৰা,
 
 
টেক্সট ফৰম্যাটিং আৰু বিন্যস্ত কৰা,
 
টেক্সট ফৰম্যাটিং আৰু বিন্যস্ত কৰা,
 
 
স্পেসিং আৰু বুলেট।
 
স্পেসিং আৰু বুলেট।
 
 
|-
 
|-
 
|00:15
 
|00:15
Line 44: Line 40:
 
| 00:45
 
| 00:45
 
| আমি দুইভাবে টেক্সট যোগ কৰিব পাৰো-
 
| আমি দুইভাবে টেক্সট যোগ কৰিব পাৰো-
 
 
Regular Text
 
Regular Text
  
Line 212: Line 207:
 
|05:19
 
|05:19
 
|টুল কন্ট্রোল বাৰত Italic আইকনৰ উচৰত থাকা চাৰিটা আইকন টেক্সট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে
 
|টুল কন্ট্রোল বাৰত Italic আইকনৰ উচৰত থাকা চাৰিটা আইকন টেক্সট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে
 
 
বাওত
 
বাওত
 
 
কেন্দ্রত বা
 
কেন্দ্রত বা
 
 
টেক্সট বাক্সৰ সোফালে।
 
টেক্সট বাক্সৰ সোফালে।
  
Line 262: Line 254:
 
| 06:44
 
| 06:44
 
| Shift কী ব্যবহাৰ কৰি 4 টা টেক্সট নির্বাচন কৰক। এইবোৰত টিপক।  
 
| Shift কী ব্যবহাৰ কৰি 4 টা টেক্সট নির্বাচন কৰক। এইবোৰত টিপক।  
 
 
Align baseline of text আৰু  
 
Align baseline of text আৰু  
 
 
Distribute baseline of text horizontally.
 
Distribute baseline of text horizontally.
  
Line 273: Line 263:
 
|-
 
|-
 
|07:02
 
|07:02
| প্রথম শব্দৰ প্রথম অক্ষৰ আৰু দ্বিতীয় শব্দৰ প্রথম অক্ষৰৰ মাঝত সমান ব্যবধান আছে। কিন্তু শব্দৰ নিজৰ সমান ব্যবধান যুক্ত নাই।********
+
| প্রথম শব্দৰ প্রথম অক্ষৰ আৰু দ্বিতীয় শব্দৰ প্রথম অক্ষৰৰ মাঝত সমান ব্যবধান আছে। কিন্তু শব্দৰ নিজৰ সমান ব্যবধান যুক্ত নাই।
  
 
|-
 
|-
Line 394: Line 384:
 
|09:59
 
|09:59
 
| এই টিউটৰিয়েলত আমি শিকিছো:
 
| এই টিউটৰিয়েলত আমি শিকিছো:
 
 
টেক্সট সন্নিবেশ কৰা,
 
টেক্সট সন্নিবেশ কৰা,
 
 
টেক্সট ফৰম্যাট আৰু বিন্যস্ত কৰা,
 
টেক্সট ফৰম্যাট আৰু বিন্যস্ত কৰা,
 
 
স্পেসিং আৰু বুলেট তালিকা।
 
স্পেসিং আৰু বুলেট তালিকা।
 
|-
 
|-
Line 406: Line 393:
 
|-
 
|-
 
| 10:09
 
| 10:09
| আপোনাৰ কৰা নির্দেশিত কাম এৰকমে হব লাগিব।
+
| আপোনি কৰা নির্দেশিত কাম এইৰকমে হব লাগিব।
  
 
|-
 
|-
 
|10:11
 
|10:11
 
| এৰকমে এটা ফ্লায়াৰ তৈয়াৰ কৰক।
 
| এৰকমে এটা ফ্লায়াৰ তৈয়াৰ কৰক।
 
 
টেক্সট লিখিবলৈ টেক্সট টুল ব্যবহাৰ কৰক।
 
টেক্সট লিখিবলৈ টেক্সট টুল ব্যবহাৰ কৰক।
 
 
Rectangle টুল ব্যবহাৰ কৰি bullets আৰু boxes তৈয়াৰ কৰক।
 
Rectangle টুল ব্যবহাৰ কৰি bullets আৰু boxes তৈয়াৰ কৰক।
  
Line 419: Line 404:
 
|10:19
 
|10:19
 
| 10 কোণ সহ স্টাৰ টুল ব্যবহাৰ কৰি স্টাৰ তৈয়াৰ কৰক।
 
| 10 কোণ সহ স্টাৰ টুল ব্যবহাৰ কৰি স্টাৰ তৈয়াৰ কৰক।
 
 
ৰঙ সলাবলৈ ক‍ালাৰ প্যালেট আৰু Fill and stroke ব্যবহাৰ কৰক।
 
ৰঙ সলাবলৈ ক‍ালাৰ প্যালেট আৰু Fill and stroke ব্যবহাৰ কৰক।
 
 
Align and distribute ব্যবহাৰ কৰি টেক্সট সাৰিবদ্ধ কৰক।
 
Align and distribute ব্যবহাৰ কৰি টেক্সট সাৰিবদ্ধ কৰক।
  
Line 446: Line 429:
 
|-
 
|-
 
|11:03
 
|11:03
| মই মৌচূমী মেধি এই টিউটৰিয়েলটো অনুবাদ কৰিছো। যোগাযোগৰ বাবে ধন্যবাদ।
+
| আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 12:29, 29 January 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Create and format text এৰ টিউটৰিয়েলত আপোনাক স্বাগতম।
00:06 এই টিউটৰিয়েলত আমি শিকিম:

টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাটিং আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট।

00:15 তাৰ লগতে আমি শেষত এটা সহজ ফ্লাইয়াৰ তৈয়াৰ কৰা শিকিম।
00:19 টিউটৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো,

উবুন্টু লিনাক্স 12.04 OS

Inkscape সংস্কৰণ 0.48.4

00:29 আমি এই টিউটৰিয়েল সর্বোচ্চ ৰেজল্যুশন মোডত ৰেকর্ড কৰিম। এইটোক সকলো টুল অন্তর্ভুক্ত কৰাৰ বাবেই যি ব্যাখ্যা কৰা হব।
00:38 Inkscape খুলক।
00:40 টুল বাক্সৰ পৰা টেক্সট টুল ব্যবহাৰ কৰি টেক্সট সন্নিবেশ কৰা যাব পাৰে।
00:45 আমি দুইভাবে টেক্সট যোগ কৰিব পাৰো-

Regular Text

Flowed Text

00:50 প্রথমে আমি Regular টেক্সট সম্পর্কে শিকিম। টেক্সট টুল আৰু তাৰপিছত ক্যানভাসত টিপক।
00:57 এতিয়া লিখক Spoken. লক্ষ্য কৰক যে টেক্সট বাক্স টেক্সট অন্তর্ভুক্ত কৰিবলৈ ডাঙৰ হৈছে।
01:03 লাইন ব্রেকাৰ নিজে নিজে যুক্ত হব. সেয়ে, পিছৰ লাইনত যাবলৈ Enter টিপক আৰু লিখক Tutorial.
01:11 আগৰ লাইনত শব্দ লৈ যাবলৈ বর্ণমালা T ৰ আগত কার্সাৰ ৰাখক। এতিয়া ব্যাকস্পেস টিপক আৰু 2 টা শব্দৰ মাঝত এটা স্পেস যোগ কৰক।
01:22 একেইভাবে, Spoken Tutorial ৰ তলত নতুন লাইনত http://spoken-tutorial.org লিখক।
01:33 ইয়াৰ পিছত আমি Flowed টেক্সটৰ মাধ্যমেৰে টেক্সট সন্নিবেশ কৰা শিকিম।
01:38 এইবাৰ আমি আগতে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি কৰিম।
01:45 সম্পূর্ণ টেক্সট নির্বাচন কৰিবলৈ Ctrl + A টিপক আৰু কপি কৰিবলৈ Ctrl + C টিপক।
01:52 এতিয়া Inkscapeত উভতি আহো. নিশ্চিত কৰক যে টেক্সট টুলটো নির্বাচিত।
01:58 ক্যানভাসত টিপক আৰু আয়তক্ষেত্রাকাৰ বা বর্গাকাৰ টেক্সট এৰিয়া গঠন কৰিবলৈ ড্রেগ কৰক।
02:03 লক্ষ্য কৰক যে মাউস বোতাম এৰাত ক্যানভাসত এটা নীলা আয়তকাৰ বাক্স গঠিত হৈছে।
02:10 এতিয়া টেক্সট বাক্সৰ ভিতৰত, একেবাৰে উপৰৰ বাও কোনত জিলিকা থকা টেক্সট প্রম্পট লক্ষ্য কৰক।
02:17 কপি কৰা টেক্সট পেস্ট কৰিবলৈ Ctrl + V টিপক।
02:22 ৰঙালৈ সলনি হোৱা টেক্সট বাক্সৰ ৰঙ লক্ষ্য কৰক।
02:25 ইয়াৰ কাৰণ হল সন্নিবেশ কৰা টেক্সটবোৰ টেক্সট বাক্সৰ সীমাত অতিক্রম কৰে।
02:31 আমি টেক্সট বাক্সৰ সো ফালে কোণত অবস্থিত সৰু ডায়মন্ড হ্যান্ডেল ব্যবহাৰ কৰি এইটোক সংশোধন কৰিব পাৰো।
02:38 টেক্সট বাক্স নীলা ৰঙত সলনি নোহোৱালৈকে এইটোক টিপি ৰাখি ড্রেগ কৰক।
02:44 টেক্সটৰ অন্তিম বাক্য পূর্ববর্তী বাক্যৰ সৈতে জুড়া যায়।
02:48 এইটোক বেলেগ কৰিবলৈ শেষ বাক্যৰ আৰম্ভনিত দুইবাৰ এন্টাৰ টিপক।
02:53 এতিয়া টেক্সটৰ বাবে উপলব্ধ বিভিন্ন ফর্ম্যাটিং বিকল্প শিকো। Spoken Tutorial শব্দত টিপক।
03:01 Main মেনুত যাওক। Text ত টিপক আৰু তাৰপিছত Text and Font বিকল্পত।
03:09 Font আৰু Text বিকল্প সহ এটা ডায়লগ বাক্স দেখায়। Font ট্যাবৰ তলত বিভিন্ন বিকল্প আছে।
03:17 Font family তালিকা হল সকলো উপলব্ধ ফন্ট। আপোনি পছন্দৰ যি কোনো উপলব্ধ ফন্ট নির্বাচন কৰিব পাৰে।
03:25 আমি ইয়াত প্রিভিউ বাক্সত নির্বাচিত ফন্ট প্রিভিউ কৰিব পাৰো। মোৰ পছন্দ ফন্ট হল Bitstream Charter.
03:33 ইয়াত চাৰি ধৰনৰ স্টাইল বিকল্প আছে- Normal, Italic, Bold আৰু Bold Italic. আপোনাৰ প্রয়োজন অনুযায়ী স্টাইল নির্বাচন কৰক। মই Bold চয়ন কৰিম।
03:46 ফন্টৰ আকাৰ সলাবলৈ ড্রপ ডাউন অ্যাৰোত টিপক আৰু আকাৰ নির্বাচন কৰক। যিহেতু এইটো শিৰোনাম, আমি ডাঙৰ ফন্ট নির্বাচন কৰিম, ধৰক 64.
03:57 ইয়াৰ পিছত হল Layout.
03:59 এই বিকল্পৰ বাবে প্রিভিউ দৃশ্যমান নোহোৱাত আমি এইটোক কিছুক্ষণৰ পিছত শিকিম।
04:04 এতিয়া Font ট্যাবৰ পৰবর্তী Text ট্যাবত টিপক। ইয়াত এটা প্রিভিউ উইন্ডো তাৰ ভিতৰত টেক্সট সহ দৃশ্যমান হয়।
04:12 ইয়াত টেক্সটত যি কোনো পৰিবর্তন কৰা সম্ভব।
04:16 Apply ত টিপক আৰু ডায়ালগ বাক্স বন্ধ কৰক। লক্ষ্য কৰক যে টেক্সট ফৰম্যাট হৈ গৈছে।
04:23 আমি তলৰ কলাৰ প্যালেট ব্যবহাৰ কৰি টেক্সটৰ ৰঙ সলাবলৈ পাৰো। এতিয়া মেৰুন ৰঙত টিপো।
04:30 ইয়াৰ পিছত http://spoken-tutorial.org, URL এৰ বাবে টেক্সট নির্বাচন কৰক।
04:40 টেক্সট ফর্ম্যাটিং বিকল্প টুল কন্ট্রোলস বাৰতও উপলব্ধ।
04:44 মই ফন্টক Bitstream charter ত, ফন্টৰ আকাৰ 28 ত আৰু ৰঙ Blue ত সলাম।
04:54 ইয়াৰ পিছত প্যাৰাগ্রাফ টেক্সট চয়ন কৰো।
04:57 টেক্সট টুল ইতিমধ্যে নির্বাচিত হৈ থাকিলে আপোনি টেক্সট বাক্সৰ ভিতৰত যাবলৈ কেবল টেক্সটে টিপিব পাৰে।
05:04 মই টেক্সটৰ ফন্টৰ আকাৰ 25 ত সলাম।
05:08 টেক্সটক ক্যানভাসৰ ভিতৰত গতি কৰাবলৈ ডায়মন্ড হ্যান্ডেলত টিপক আৰু ড্রেগ কৰক।
05:15 ইয়াৰ পিছত টেক্সটক সাৰিবদ্ধ কৰো।
05:19 টুল কন্ট্রোল বাৰত Italic আইকনৰ উচৰত থাকা চাৰিটা আইকন টেক্সট সাৰিবদ্ধ কৰিবলৈ সাহায্য কৰে

বাওত কেন্দ্রত বা টেক্সট বাক্সৰ সোফালে।

05:30 চতুর্থ বিকল্পয়ে টেক্সট বাক্সৰ সীমাত টেক্সট সমর্থন কৰে. আমি আগোৱাৰ পূর্বে বাও এলাইনত(left align) টিপিম।
05:39 আমি Align and distribute বিকল্প ব্যবহাৰ কৰিও টেক্সট এলাইন কৰিব পাৰো।
05:43 Main মেনুত যাওক আৰু তাৰপিছত Object মেনুত টিপক। তাৰপিছত Align and Distribute বিকল্পত টিপক।
05:51 এতিয়া আমি Spoken Tutorial শব্দটো কেন্দ্রত গতি কৰাম। সেয়ে এইটোত টিপক।
05:57 প্রথমে ছেক কৰক যে Relative to প্যাৰামিটাৰ Page ত সেট হৈছে কি নাই।
06:01 সেয়ে, Centre on vertical axisত টিপক। লক্ষ্য কৰক যে টেক্সট কেন্দ্রত সাৰিবদ্ধ আছে।
06:10 এতিয়া তলত খালি এলাকাত আৰো কিছু টেক্সট যোগ কৰা দেখো।
06:13 লিখক FOSS Categories. এতিয়া Centre on vertical axis ত টিপি এটা পৃষ্ঠাৰ কেন্দ্রত সাৰিবদ্ধ কৰক।
06:25 ক্যানভাসত বেলেগভাবে আৰু এলোমেলোভাবে কিছু FOSS ৰ নাম লিখক যেনে Linux, LaTeX, Scilab, Python
06:39 এতিয়া ইকুয়েল স্পেস সহ একক ৰোত এই সকলো টেক্সট সাৰিবদ্ধ কৰক।
06:44 Shift কী ব্যবহাৰ কৰি 4 টা টেক্সট নির্বাচন কৰক। এইবোৰত টিপক।

Align baseline of text আৰু Distribute baseline of text horizontally.

06:58 লক্ষ্য কৰক যে শব্দৰ মাঝৰ স্থান সমান নহয়।
07:02 প্রথম শব্দৰ প্রথম অক্ষৰ আৰু দ্বিতীয় শব্দৰ প্রথম অক্ষৰৰ মাঝত সমান ব্যবধান আছে। কিন্তু শব্দৰ নিজৰ সমান ব্যবধান যুক্ত নাই।
07:10 এইটো উল্লম্ব টেক্সটৰ বাবেও ঠিক একেই ভাবে কাম কৰে।
07:15 এই বিকল্প নির্দিষ্ট পৰিস্থিতিত সহায়ক হব পাৰে।
07:20 আমি শব্দৰ মাঝত ব্যবধান একেই ৰাখিম।
07:23 এইটো কৰিবলৈ Distribute এৰ তলত প্রথম ৰো এৰ চতুর্থ আইকনত টিপক। এতিয়া শব্দৰ মাঝৰ ব্যবধান সমান।
07:32 ইয়াৰ পিছত আমি প্যাৰাগ্রাফ টেক্সটৰ লাইনৰ মাঝৰ ব্যবধান সমন্বয় কৰা শিকিম।
07:38 টেক্সট বাক্সৰ ভিতৰত যাবলৈ প্যাৰাগ্রাফ টেক্সটত দুইবাৰ টিপক।
07:44 টেক্সট কন্ট্রোল বাৰত Spacing between lines (লাইন আইকনৰ মাঝৰ ব্যবধান) আইকন লাইনৰ ব্যবধান কমাবলৈ বা বাড়াবলৈ সাহায্য কৰে।
07:50 লক্ষ্য কৰক আমি ব্যবধান বড়ালে কি হয়।
07:55 আমি লাইন স্পেসিং 1.50 ৰাখো।
07:59 পৰবর্তী আইকন অক্ষৰৰ মাঝত ব্যবধান সমন্বয় কৰিবলৈ সাহায্য কৰে। এবাৰ, আপ আৰু ডাউন অ্যাৰোত টিপক আৰু পৰিবর্তন লক্ষ্য কৰক।
08:07 আমি স্পেস প্যাৰামিটাৰ 0 হিসাবে ৰাখো।
08:12 লক্ষ্য কৰক ক্যানভাসৰ উভয় উল্লম্ব কোণত ব্যবধান আছে। আমি এইটো কিছু টেক্সট দি পূৰণ কৰিব পাৰো।
08:19 ক্যানভাসৰ বাহিৰত কোনো এটা জাগাত Learn Open Source Software for free বাক্যটো লিখক।
08:24 Font ক এতিয়া Ubuntu লৈ সলাওক। Font size ক 22 লৈ আৰু এইটোক Bold কৰক।
08:34 এতিয়া টুল কন্ট্রোল বাৰত অন্তিম আইকনত টিপক অর্থাৎ Vertical text.
08:39 লক্ষ্য কৰক যে এতিয়া টেক্সট উল্লম্ব ফালে সাৰিবদ্ধ আছে।
08:43 Selector টুল ব্যবহাৰ কৰি টেক্সটত টিপক আৰু এইটোক ক্যানভাসৰ বাও ফালে অতৰূৱাওক।
08:49  এইটোক ডুপ্লিকেট কৰিবলৈ Ctrl + D টিপক আৰু এই কপিটোক Ctrl কী ব্যবহাৰ কৰি পৃষ্ঠাৰ অনয় প্রান্তত অতৰূৱাওক।
08:59 এতিয়া আমি প্যাৰাগ্রাফৰ টেক্সটত বুলেট পয়েন্ট যোগ কৰিম।
09:03 Inkscapeএ টেক্সটৰ বাবে বুলেট বা সংখ্যাৰ তালিকা প্রদান নকৰে। সেয়ে এজনে বুলেট পয়েন্ট নিজেই তৈয়াৰ কৰিব লাগিব।
09:11 ellipse টুলত টিপক। ৰঙা ৰঙৰ এটা সৰু বৃত্ত আঁকক।
09:17 এতিয়া এই বুলেট প্যাৰাগ্রাফৰ প্রথম লাইনত লৈ যাওক। ডুপ্লিকেট কৰক আৰু ইয়াৰ কপিক পিছৰ বাক্যত অতৰূৱাওক।
09:27 সকলো বাক্যৰ বাবে এটা পুনৰাবৃত্তি কৰক।
09:32 এতিয়া আমাৰ প্রয়োজন অনুযায়ী সকলো টেক্সট আছে।
09:36 অবশেষত, এইটোক ফ্লায়াৰৰ নিচিনা দেখাবলৈ কিছু বিউটিফিকেশন কৰো।
09:41 ইয়াত এইটো এটা সম্পন্ন ফ্লায়াৰ।
09:45 মই উপৰত আৰু তলত সীমা যোগ কৰিছো আৰু এইটোক এটা বৃত্তাকাৰ আয়তক্ষেত্র আৰু উপবৃত্তৰ আকাৰ দ্বাৰা আচ্ছাদিত কৰিছো।
09:51 আপোনি আপোনাৰ ফ্লায়াৰৰ বাবে বিভিন্ন বিন্যাস আৰু ডিজাইন তৈয়াৰ কৰিবলৈ আপোনাৰ সৃজনশীলতা ব্যবহাৰ কৰিব পাৰে।
09:57 সংক্ষেপে,
09:59 এই টিউটৰিয়েলত আমি শিকিছো:

টেক্সট সন্নিবেশ কৰা, টেক্সট ফৰম্যাট আৰু বিন্যস্ত কৰা, স্পেসিং আৰু বুলেট তালিকা।

10:06 লগতে এটা সহজ ফ্লায়াৰ তৈয়াৰ কৰা শিকিছো।
10:09 আপোনি কৰা নির্দেশিত কাম এইৰকমে হব লাগিব।
10:11 এৰকমে এটা ফ্লায়াৰ তৈয়াৰ কৰক।

টেক্সট লিখিবলৈ টেক্সট টুল ব্যবহাৰ কৰক। Rectangle টুল ব্যবহাৰ কৰি bullets আৰু boxes তৈয়াৰ কৰক।

10:19 10 কোণ সহ স্টাৰ টুল ব্যবহাৰ কৰি স্টাৰ তৈয়াৰ কৰক।

ৰঙ সলাবলৈ ক‍ালাৰ প্যালেট আৰু Fill and stroke ব্যবহাৰ কৰক। Align and distribute ব্যবহাৰ কৰি টেক্সট সাৰিবদ্ধ কৰক।

10:31 এই লিঙ্কত উপলব্ধ ভিডিওটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটি ডাউনলোড কৰি চাওক।
10:39 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
10:47 বিস্তাৰিত তথ্যৰ বাবে আমালৈ যোগাযোগ কৰক। স্পোকেন টিউটৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD এৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
10:57 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:01 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
11:03 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi