Difference between revisions of "C-and-Cpp/C3/Working-With-2D-Arrays/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |Time |Narration |- | 00:01 |2 দাইমেনচনেল এৰে’জ ইন '''C''' এন্দ '''C++'''('''2Dimensional Arrays''' in '''C''' and ''...")
 
Line 182: Line 182:
 
|-
 
|-
 
| 03:34
 
| 03:34
|ইয়াত আমি দেখিছো, '''Enter the elements of '3 into 4' array num1'''
+
|ইয়াত আমি দেখিছো, '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num1'''
  
 
|-
 
|-
Line 190: Line 190:
 
|-
 
|-
 
| 03:52
 
| 03:52
|এতিয়া আমি দেখিম '''Enter the elements of '3 into 4' array num2'''
+
|এতিয়া আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num2'''
  
 
|-
 
|-
Line 290: Line 290:
 
|-
 
|-
 
| 05:52
 
| 05:52
|ইয়াত আমি দেখিম '''Enter the elements of 3 into 4 array num1'''
+
|ইয়াত আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)  3 into(ইনটু) 4 array(এৰে) num1'''
  
 
|-
 
|-
Line 298: Line 298:
 
|-
 
|-
 
| 06:07
 
| 06:07
|এতিয়া আমি দেখিম '''Enter the elements of 3 into 4 array num2'''
+
|এতিয়া আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)3 into(ইনটু) 4 array(এৰে) num2'''
  
 
|-
 
|-

Revision as of 17:53, 28 November 2015

Time Narration
00:01 2 দাইমেনচনেল এৰে’জ ইন C এন্দ C++(2Dimensional Arrays in C and C++) ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:08 এই টিউটৰিয়েলটোত আমি শিকিম,
00:10 এটা 2 দাইমেনচনেল এৰে (2 Dimensional array) কি হয়
00:13 আমি এটা উদাহৰণৰ সহায়ত এইটো কৰিম
00:16 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:18 Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.10,
00:22 Ubuntu(উবুন্তো)ত gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:29 আহক আমি 2 দাইমেনচনেল এৰে (2 dimensional Array)ৰ পৰিচয়ৰে আৰম্ভ কৰো
00:33 টু ডি এৰে’জ(2-D arrays) বিলাক এটা ৰ’ কোলম মেট্ৰিক্স(row column matrix)ত জমা হৈ থাকে
00:38 বাওঁফালৰ ইন্দেক্স (left index)টোৱে ৰ’(row)ক সূচায়
00:41 সোঁফালৰ ইন্দেক্স ( right index)টোৱে কোলম(column)ক সূচায়
00:44 C আৰু C++ত এটা মেট্ৰিক্স ( matrix) বা এৰে(array)ৰ আৰম্ভণি ইন্দেক্স(Starting index)টো সদায় 0 হয়
00:52 ইয়াত আমি ৰ’ কোলম মেট্ৰিক্স(row column matrix) এটাত 2 দাইমেনচনেল এৰে (2 dimensional Array) এটা দেখিছো
00:58 আৰম্ভণি ইন্দেক্স(Starting index)টো 0
01:01 এতিয়া, আহক আমি চাওঁ কেনেকৈ 2 দাইমেনচনেল এৰে (2 dimensional array) ডিক্লেয়াৰ (declare) কৰা হয়
01:04 ইয়াৰ গাঠণিটো হৈছেঃ
01:07 data-type (দাতা টাইপ) ,array name(এৰে নেম), row(ৰ’) আৰু column(কোলম)
01:13 উদাহৰণ, ইয়াত আমি 2টা ৰ’(row)আৰু 3 টা কোলম(column)ৰ সৈতে এটা 2 দাইমেনচনেল এৰে (2 Dimensional array ) num ক ডিক্লেয়াৰ (declare) কৰিছো
01:21 এতিয়া, আহক আমি এটা উদাহৰণ চাওঁ
01:23 মই ইতিমধ্যে প্ৰোগ্ৰাম (program) টো লিখি থৈছো, মই এইটো খুলিম
01:28 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array(এৰে) dot(দত) c
01:33 এই প্ৰোগ্ৰামটোত, আমি এটা 2 দাইমেনচনেল এৰে (2 Dimensional array)ত থকা উপাদান(elements) সমূহৰ যোগফল(sum) গণনা কৰিম
01:41 এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম
01:44 এইটো আমাৰ header file(হেদাৰ ফাইল)
01:46 এইটো আমাৰ main()(মেইন) ফাংচন( function)
01:49 ইয়াত, আমি ভেৰিয়েবল(variable) i আৰু j ক ডিক্লেয়াৰ(declare) কৰিছো
01:53 তাৰপাছত আমি num1 ক 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে ডিক্লেয়াৰ(declare) কৰিছো
01:58 আৰু num2 আকৌ 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে
02:03 num1 আৰু num2 হৈছে 2 দাইমেনচনেল এৰে (2 dimensional arrays)
02:07 ইয়াত আমি উপভোক্তাৰ পৰা num1 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম
02:13 উপাদান সমূহ ৰ’(row) হিচাবে জমা হব
02:16 আমি i ক ৰ’(row)ৰ বাবে আৰু j ক কোলম(column)ৰ বাবে ধাৰ্য কৰিছো
02:22 এই for লোপটোৱে i টো 0 ৰ পৰা 2 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব
02:28 এই for লোপটোৱে j টো 0 ৰ পৰা 3 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব
02:33 একেধৰণে, ইয়াত আমি উপভোক্তাৰ পৰা num2 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম
02:40 ইয়াত আমি মেট্ৰিক্স (matrix) num1ক দৰ্শিত কৰিম
02:43 ইয়াত টাৰ্মিনেল (terminal) ত মেট্ৰিক্স(matrix)টো শ্ৰেণীবদ্ধ(align)কৰিবলৈ পাৰচেন্ট(percent) 3d ব্যৱহাৰ হৈছে
02:49 এতিয়া, ইয়াত আমি মেট্ৰিক্স (matrix) num2 ক দৰ্শিত কৰিম
02:52 তাৰপাচত আমি num1 মেট্ৰিক্স (matrix) আৰু num2 মেট্ৰিক্স(matrix) টো সংলগ্ন কৰিম আৰু ফলাফলটো দৰ্শিত কৰিম
02:59 এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement)
03:01 এতিয়া, ছেভ (Save)ত টিপক
03:05 আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো
03:07 অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক
03:15 কম্পাইল কৰিবলৈ, লিখকgcc space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) arr আৰু এন্টাৰ(Enter) টিপক
03:28 কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr (./arr), এতিয়া এন্টাৰ(Enter) টিপক
03:34 ইয়াত আমি দেখিছো, Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num1
03:39 এতিয়া মই মানসমূহ এন্টাৰ(enter) কৰিম
03:52 এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num2
03:57 মই মানসমূহ এন্টাৰ(enter) কৰিম
04:10 আউতপুত(output)টো দৰ্শিত হৈছে
04:13 ইয়াত আমি num1 মেট্ৰিক্স(matrix)টো দেখিছো
04:16 ইয়াত আমি num2 মেট্ৰিক্স(matrix)টো দেখিছো
04:20 আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল
04:24 এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কেনেকৈ কাৰ্যকৰী হয় চাম
04:29 মই ইতিমধ্যে প্ৰোগ্ৰাম (program)টো বনাই থৈছো । মই এইটো খুলিম আৰু বৰ্ণনা কৰিম
04:34 এইটো হৈছে C++ ত 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ প্ৰোগ্ৰাম
04:38 লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array dot(এৰে দত) cpp
04:43 একষ্টেনচন (extension) টো হৈছে দত cpp (.cpp)
04:47 এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম
04:50 এইটো আমাৰ হেদাৰ ফাইল( header file) iostream
04:53 এইটো আমাৰ 'using'(ইউজিং) ষ্টেতমেন্ত(statement)
04:56 এইটো আমাৰ main()(মেইন) ফাংচন( function)
04:58 ইয়াত আমাৰ cout ফাংচন(function) আছে যিহেতু আমি C++ ত আউতপুত(output) ছপা কৰিবলৈ coutব্যৱহাৰ কৰো
05:06 তাৰপাছত আমাৰ cinফাংচন(function) আছে । আমি C++ ত এটা শাৰী পঢ়িবলৈ cin ব্যৱ্হাৰ কৰো
05:13 ইয়াত আমি / t ' bit (বিট) ব্যৱ্হাৰ কৰো যি বুজায় অনুভূমিক টেব( horizontal tab) যিটো 4 টা স্পেছ(space)ৰ সমতুল্য (equivalent)
05:21 বাকি থকা ক’ড (code)টো আমাৰ C কদৰ অনুৰূপ(similar)
05:25 এতিয়া ছেভ(Save)ত টিপক
05:27 আহক কাৰ্যকৰী কৰো
05:28 এটা টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক
05:31 মই প্ৰমপ্ত (prompt) খালি কৰো
05:33 কম্পাইল কৰিবলৈ, লিখক g++ space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) cpp hyphen(হাইফেন) o space(স্পেছ) arr1 আৰু এন্টাৰ(Enter) টিপক
05:47 কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr1, এতিয়া এন্টাৰ(Enter) টিপক
05:52 ইয়াত আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) 3 into(ইনটু) 4 array(এৰে) num1
05:57 মই মান সমূহ এন্টাৰ(enter) কৰিম
06:07 এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)3 into(ইনটু) 4 array(এৰে) num2
06:13 মই মান সমূহ দিম যে
06:24 আউতপুত(output)টো দৰ্শিত হৈছে
06:26 আমি num1 মেট্ৰিক্স(matrix), num2 মেট্ৰিক্স(matrix)টো চাব পাৰিম
06:31 আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল
06:36 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:39 আহক আমি মূলভাৱ চাওঁ
06:43 এই টিউটৰিয়েলত আমি শিকিলো:
06:45 *এটা 2D এৰে(array)ত উপাদানসমূহ সংলগ্ন কৰিবলৈ
06:48 *2D এৰে(array) ছপা কৰিবলৈ
06:50 *আৰু 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ যোগফল গণনা কৰিবলৈ
06:54 এটা অনুশিলনী হিচাবে:
06:55 উপভোক্তাৰ পৰা 2 দাইমেনচনেল এৰে(2 dimensional arrays) ইনপুত(input) হিচাবে লোৱা প্ৰোগ্ৰামটো লিখক
07:01 সিহঁতক বিয়োগ(Subtract) কৰক আৰু ফলাফলটো উলিয়াওঁক
07:05 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব:
07:08 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
07:11 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
07:15 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
07:17 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:21 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:25 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
07:36 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:43 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:48 মই কৃষ্ণ কমল দুৱৰা
07:54 উপভোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi