Difference between revisions of "Inkscape/C3/Create-a-3-fold-brochure/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 | Time | Narration |- | 00:01 | '''Create a 3-fold brochure''' ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |- | 00:05 |...") |
|||
| Line 74: | Line 74: | ||
| এইবোৰ পৰিবর্তন কৰক: | | এইবোৰ পৰিবর্তন কৰক: | ||
| − | 01.00 | + | |- |
| − | * Default units to mm | + | |01.00 |
| − | 01.03 | + | |* Default units to mm |
| − | * Page Size to A4 | + | |- |
| − | 01.05 | + | |01.03 |
| − | * Orientation to Landscape | + | |* Page Size to A4 |
| − | 01.07 | + | |- |
| − | * Custom Size Units to mm. | + | |01.05 |
| + | |* Orientation to Landscape | ||
| + | |- | ||
| + | |01.07 | ||
| + | |* Custom Size Units to mm. | ||
|- | |- | ||
Revision as of 14:44, 24 November 2015
| Time | Narration |
| 00:01 | Create a 3-fold brochure ৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:05 | এই টিউটোৰিয়েলত আমি শিকিম: |
| 00.08 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
| 00:10 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
| 00:12 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
| 00:15 | আমি লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতাও শিকিম । |
| 00:18 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ আমি ব্যবহাৰ কৰিছো: |
| 00:21 | উবুন্টু লিনাক্স 12.04 OS |
| 00:24 | Inkscape সংস্কৰণ 0.48.4 |
| 00:28 | এইটো 3 fold ব্রোসাৰৰ এটা নমুনা। আমি যেতিয়াই এইটো খুলো আমি 3 টা ভাঁজ চাব পাৰো। |
| 00:34 | সেয়ে ইয়াত মোট 6 টা ভাগ আছে। |
| 00:37 | বাহিৰৰ ভাগত আছে 1, 5 আৰু 6. |
| 00:42 | ব্রোসাৰৰ ভিতৰত ভাগ আছে 2, 3 আৰু 4. |
| 00:46 | এতিয়া এই ৰকমে এটা ব্রোসাৰ তৈয়াৰ কৰা শিকিম। |
| 00:51 | Inkscape খুলক। |
| 00:53 | File ত টিপক আৰু Document Properties ত যাওক। |
| 00:56 | প্রথমে কিছু মৌলিক সেটিং কৰক। |
| 00:59 | এইবোৰ পৰিবর্তন কৰক: |
| 01.00 | * Default units to mm |
| 01.03 | * Page Size to A4 |
| 01.05 | * Orientation to Landscape |
| 01.07 | * Custom Size Units to mm. |
| 01.00 | ডিফল্ট ইউনিটক mm ত। |
| 01.03 | পৃষ্ঠাৰ আকাৰক A4 ত। |
| 01.05 | বিন্যাসকক Landscape ত। |
| 01.07 | কাস্টম সাইজ ইউনিটক mm ত। |
| 01.11 | আমি ক্যানভাসক 3 টা ফোল্ডত ভাগ কৰিম। |
| 01.14 | ইয়াৰবাবে, লক্ষ্য কৰক যে ক্যানভাসৰ প্রস্থ হল 297. |
| 01.18 | সেয়ে আমি 297 ক তিনটা ভাগত ভাগ কৰিলে হব যিতিনটা বিভাগৰ প্রতিটোৰ বাবে 99. |
| 01.27 | Document Properties ডায়ালগ বাক্স বন্ধ কৰক। |
| 01.30 | ক্যানভাসত বাও ফালৰ পৰা এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
| 01.35 | গাইডলাইনত দুইবাৰ টিপক। |
| 01.37 | এটা ডায়লগ বাক্স খোলে। |
| 01.41 | X এৰ মান 99 ত কৰে OK ত টিপক। |
| 01.45 | ক্যানভাসত বাও ফালৰ পৰা আৰু এটা গাইডলাইনত টিপক আৰু ড্রেগ কৰক। |
| 01.50 | ডায়লগ বাক্স খুলিবলৈ এইটোত দুইবাৰ টিপক। |
| 01.53 | ইয়াত X এৰ মান 198 লৈ সলাওক। |
| 01.56 | এতিয়া আমাৰ ক্যানভাস 3 টা সমান বিভাগত বিভক্ত হৈছে। |
| 02.01 | এই নির্দেশিকায়ে আমাক কয় যে কোত প্রতিটা ফোল্ডাৰ আৰম্ভ আৰু শেষ হয়। |
| 02.06 | এই ফাইলক দুইবাৰ সংৰক্ষণ কৰো: |
| 02.08 | এটা ব্রোসাৰৰ ভিতৰ ফালৰ বাবে |
| 02.11 | আৰু অনয়টো বাহিৰৰ ফালৰ বাবে। |
| 02.13 | File ত যাওক আৰু Save as ত টিপক। |
| 02.16 | আমি Brochure-OUT.svg নামেৰে আমাৰ ডেস্কটপত ফাইলটা সংৰক্ষণ কৰিম। |
| 02.22 | আৰু এবাৰ File ত যাওক আৰু Save as ত টিপক। |
| 02.26 | এইবাৰ মই নাম Brochure-IN.svg দিও আৰু Save ত টিপিম। |
| 02.33 | সেয়ে এতিয়া 2 টা ফাইল আছে, এটা ভিতৰৰ ভাগৰ বাবে আৰু অনয়টো বাহিৰৰ ভাগৰ বাবে। |
| 02.39 | Brochure-IN.svg দি আৰম্ভ কৰো। |
| 02.43 | আমি এই ব্রোসাৰ তৈয়াৰ কৰাৰ সময়ত বিভিন্ন উপাদানৰ বাবে বিভিন্ন স্তৰ ব্যবহাৰ কৰা বাঞ্ছনীয়। |
| 02.50 | এই টাউটোৰিয়েলৰ শেষৰ ফালে, আমি এইটো কৰাৰ সুবিধা দেখিম। |
| 02.54 | প্রথমে ব্রোসাৰৰ ভিতৰৰ ভাগ ডিসাইন কৰি অর্থাৎ বিভাগ 2, 3 আৰু 4. |
| 03.00 | Bezier টুলটো ব্যবহাৰ কৰি ক্যানভাসৰ মাঝত এটা গ্রাফিক চিত্রণ আঁকক। ইয়াৰ ৰঙ নীলা কৰক। |
| 03.09 | স্ট্রোক অতৰুৱাওক। |
| 03.14 | এটা নতুন লেয়াৰ বনায় আপোনাৰ পছন্দমতে ইয়াৰ নাম দিয়ক। |
| 03.19 | 150x150 পিক্সেলৰ এটা বৃত্ত আঁকক। |
| 03.26 | ইয়াৰ ৰঙ সেউজীয়া কৰক। |
| 03.28 | বৃত্তৰ নকল তৈয়াৰ কৰক আৰু ইয়াতে প্রদর্শিত বিভিন্ন আকাৰৰ 5 টা বৃত্ত আঁকক। |
| 03.36 | বর্ণন হিসাবে এটা গ্রাফিক চিত্রণক উছৰা উছৰি ৰাখক। |
| 03.40 | এই বৃত্তৰ ভিতৰত, আমি কিছু চিত্র ৰাখিম। |
| 03.44 | আমি ইতিমধ্যে বৃত্তাকাৰ আকাৰত ইমেজ এডিট কৰি মাই ডকুমেন্ট ফোল্ডাৰত সংৰক্ষণ কৰিছো। |
| 03.50 | আপোনাৰ সুবিধাৰ বাবে, এই ইমেজ, কোড ফাইল লিঙ্কত আপোনাক দিয়া হৈছে। |
| 03.56 | টিউটোৰিয়েলটো ৰখাওক, লিঙ্কত টিপক আৰু পছন্দৰ স্থানত এই ইমেজ সংৰক্ষণ কৰক। |
| 04.02 | ইয়াৰ পিছত টিউটোৰিয়েল পুনৰায় আৰম্ভ কৰক। |
| 04.04 | File ত যাওক, Import ত টিপক আৰু তাৰপিছত Image1 ত। |
| 04.09 | এইটোক প্রথম বৃত্তৰ উপৰত ৰাখক। |
| 04.12 | একেইভাবে, অন্যান্য 5 টা ইমেজৰ বাবে এটা পুনৰাবৃত্তি কৰক। |
| 04.17 | Align and Distribute বিকল্প ব্যবহাৰ কৰি এটা সাৰিবদ্ধ কৰক। |
| 04.20 | এতিয়া, আপোনাৰ ক্যানভাস এই ৰকমে হোৱা উচিত। |
| 04.25 | ইয়াৰ পিছত এটা নতুন লেয়াৰ তৈয়াৰ কৰক। |
| 04.28 | Bezier টুল নির্বাচন কৰক আৰু এটা অ্যাৰো আঁকক। |
| 04.34 | ইয়াৰ ৰঙ ধূসৰ কৰক। |
| 04.38 | স্ট্রোক অতৰুৱাওক। |
| 04.41 | Filters মেনুত যাওক। Shadows and Glows নির্বাচন কৰক আৰু তাৰপিছত Drop Shadow ত টিপক। |
| 04.47 | প্রভাব চাবলৈ Preview বাক্স নির্বাচন কৰক। |
| 04.50 | এতিয়া Apply ত টিপক। ডায়ালগ বাক্স বন্ধ কৰক। |
| 04.55 | প্রদর্শিত, এটা ওভাৰল্যাপিং পদ্ধতিত, ইয়াক এটা প্রথম বৃত্তৰ উপৰত ৰাখক। |
| 05.01 | আৰো 2 টা অ্যাৰো আঁকিবলৈ এই অ্যাৰো দুইবাৰ নকল কৰক। |
| 05.05 | প্রদর্শন হিসাবে এইটোক যথাক্রমে দ্বিতীয় আৰু তৃতীয় বৃত্তত ৰাখক। |
| 05.10 | এতিয়া সকলো গ্রাফিক এলিমেন্ট হৈ গৈছে। |
| 05.13 | আমি এতিয়া প্রাসঙ্গিক টেক্সট সন্নিবেশ কৰিম। |
| 05.15 | নতুন লেয়াৰত, প্রথম ৰো ত Introduction লিখক। |
| 05.20 | দ্বিতীয় ৰোত Features লিখক। |
| 05.24 | তৃতীয় ৰো ত Usage লিখক। |
| 05.28 | এতিয়া আমাৰ সকলো বিভাগত এই টেক্সট সন্নিবেশ কৰিবলৈ হব। |
| 05.33 | মই ইতিমধ্যে সংৰক্ষণ কৰা LibreOffice Writer ফাইলৰ পৰা টেক্সট কপি আৰু পেস্ট কৰিম। |
| 05.40 | এই ফাইলটা আপোনাৰ সংৰক্ষিত ফোল্ডাৰত উপলব্ধ। |
| 05.43 | এইটোক সিনাক্ত কৰক আৰু ইয়াৰ পৰা টেক্সট কপি কৰক। |
| 05.47 | আৰু তাত দেখোৱাৰ দৰে এইটোক নতুন লেয়াৰত পেস্ট কৰক। |
| 05.50 | ফন্টৰ আকাৰ 15 লৈ হ্রাস কৰক আৰু Text and Font বিকল্প ব্যবহাৰ কৰি তাক সাৰিবদ্ধ কৰক। |
| 05.55 | ellipse টুল ব্যবহাৰ কৰি হালকা সেউজীয়া ৰঙৰ এটা বুলেট তৈয়াৰ কৰক। |
| 05.59 | এইটোক প্রথম বাক্যৰ সোফালে ৰাখক। |
| 06.02 | সকলো ব্যাক্যৰ বাবে একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
| 06.05 | এতিয়া ব্রোসাৰৰ ভিতৰৰ ভাগ প্রস্তুত। |
| 06.08 | আমাৰ SVG ফাইল সংৰক্ষণ কৰিবলৈ CTRL + S টিপক। |
| 06.12 | আপোনি অন্তিম ব্রোসাৰত যি লেয়াৰ বিছাৰে আপোনি তাক লুকাবলৈ বা প্রদর্শন কৰিবলৈ পাৰে। |
| 06.18 | এতিয়া PDF ত একেই ফাইলটোক সংৰক্ষণ কৰো। |
| 06.21 | File ত যাওক আৰু Save As ত টিপক। |
| 06.24 | ফাইল এক্সটেনশনক PDF ত সলাওক। |
| 06.29 | Save ত টিপক। |
| 06.31 | এটা নতুন ডায়লগ বাক্স খোলে। |
| 06.34 | প্রিন্টিং এৰ বাবে, ৰেজল্যুশন 300 হব। |
| 06.37 | ওয়েবৰ বাবে, এইটো 72 হব পাৰে। |
| 06.40 | ইয়াক 300 হিসাবে ৰাখো। |
| 06.42 | এতিয়া OK ত টিপক। |
| 06.44 | এতিয়া অ্যাৰোৰ অস্বচ্ছতা পৰিবর্তন কৰো। |
| 06.47 | অ্যাৰো লেয়াৰত যাওক আৰু লেয়াৰৰ অস্বচ্ছতা 70 ত সলাওক। |
| 06.52 | আমি ইঙ্ক-ব্লটৰ সৈতে এটা নতুন লেয়াৰ যোগ কৰিছো। |
| 06.58 | SVG আৰু PDF ফৰম্যাটত ফাইল সংৰক্ষণ কৰক। |
| 07.04 | পার্থক্য বুঝাবলৈ 2 টা PDF ফাইল তুলনা কৰক। |
| 07.08 | এতিয়া ব্রোসাৰৰ বাহিৰত অংশ তৈয়াৰ কৰো। |
| 07.12 | File ত যাওক, Open ত টিপক। |
| 07.14 | Brochure-OUT.svg নির্বাচন কৰক। |
| 07.18 | এতিয়া আমি প্রথম, চতুর্থও পঞ্চম বিভাগ ডিসাইন কৰিব লাগিব। |
| 07.22 | আৰু এবাৰ, বিভিন্ন এলিমেন্টৰ বাবে বিভিন্ন লেয়াৰ ব্যবহাৰ কৰিবলৈ নাপাহৰিব। |
| 07.28 | প্রদর্শিত Bezier টুল ব্যবহাৰ কৰি বাও ফালে উপৰত এটা গ্রাফিক চিত্রণ আঁকক। |
| 07.33 | এইটোক নীলা ৰঙত সলাওক. স্ট্রোক অতৰুৱাওক। |
| 07.36 | আপোনাৰ সংৰক্ষিত ফোল্ডাৰত থাকা Spoken Tutorial লোগোক ইম্পোর্ট কৰক। |
| 07.40 | আকাৰক হ্রাস কৰক আৰু এইটোক প্রথম অধ্যায়ৰ উপৰত বাঁফালৰ অংশত ৰাখক। |
| 07.46 | লিখক Spoken Tutorial আৰু এইটোক লোগোৰ সোফালে সাৰিবদ্ধ কৰক। |
| 07.51 | ফন্টৰ আকাৰ 25 ত সলাওক। |
| 07.54 | টেক্সটৰ তলত এটা বৃত্ত আঁকক আৰু ইয়াৰ ৰঙ হালধীয়া কৰক। |
| 07.58 | Inkscape লোগোক ইম্পোর্ট কৰক। |
| 08.00 | এটা হালধীয়া বৃত্তৰ উপৰত পেস্ট কৰক। |
| 08.03 | লোগোৰ তলত Inkscape লিখক। ফন্টৰ আকাৰ 45 ত সলাওক। |
| 08.09 | আমি স্পোকেন টাউটোৰিয়েল প্রকল্প সম্পর্কে বিস্তাৰিত তথ্য আৰু প্রাসঙ্গিক লোগো ইয়াত যুক্ত কৰিছো। |
| 08.15 | এইটোক এইভাবেই কৰক। |
| 08.17 | আমি সকলো এলিমেন্ট এইভাবে সাৰিবদ্ধ কৰিছো: |
| 08.19 | Text and font |
| 08.21 | আৰু Align and Distribute বিকল্প। |
| 08.24 | এতিয়া ব্রোসাৰৰ বাহিৰ ফাল প্রস্তুত। |
| 08.28 | File ত যাওক। |
| 08.29 | Save Asত টিপক। |
| 08.31 | ইয়াৰ ফৰম্যাট SVG ত সলাওক আৰু Save ত টিপক। |
| 08.37 | একেই পদ্ধতি পুনৰাবৃত্তি কৰক। |
| 08.39 | এক্সটেনশন PDF ত সলাওক। |
| 08.41 | Save ত টিপক। |
| 08.43 | এইটো আমাৰ প্রস্তুত ব্রোসাৰ। |
| 08.46 | আপোনি বিভিন্ন এলিমেন্টৰ বাবে লেয়াৰ ব্যবহাৰ কৰি থাকিলে আপোনি সুবিধামতে ৰঙ আৰু অস্বচ্ছতা সলাব পাৰে। |
| 08.54 | ইয়াতে আৰো 2 টা কালাৰ স্কিম আছে যি আমি এটা ব্রোসাৰত তৈয়াৰ কৰিছো। |
| 09.00 | সংক্ষিপ্তকৰণ কৰো। |
| 09.02 | এই টিউটোৰিয়েলত আমি শিকিছো: |
| 09.04 | নির্দেশিকা ব্যবহাৰ কৰি তাক সেট কৰা। |
| 09.07 | 3-fold ব্রোসৰৰ বাবে সেটিং কৰা। |
| 09.09 | 3-fold ব্রোসৰ ডিজাইন কৰা। |
| 09.11 | আমি এয়াও শিকিছো: |
| 09.12 | লেয়াৰ ব্যবহাৰ কৰাৰ উপযোগিতা। |
| 09.14 | আৰু বিভিন্ন কলৰ স্কিমত একেই ব্রোসাৰ পোৱা। |
| 09.18 | আপোনাৰ বাবে নির্দেশিত কাম আছে। |
| 09.20 | স্পোকেন টাউটোৰিয়েল প্রকল্পৰ বাবে এটা 3-fold ব্রোসৰ তৈয়াৰ কৰক। |
| 09.24 | আপোনাৰ সম্পন্ন কাম এইৰকমে হোৱা উচিত। |
| 09.29 | এই লিঙ্কত উপলব্ধ ভিডিওটাৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। এইটোক চাওক। |
| 09.35 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্রও দিয়ে। |
| 09.42 | বিস্তাৰিত তথ্যৰ বাবে আমালৈ লিখক। |
| 09.45 | স্পোকেন টাউটোৰিয়েল প্রকল্প ভাৰত সৰকাৰৰ NMEICT, MHRD দ্বাৰা সমর্থিত। |
| 09.50 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 09.54 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
| 09.57 | মই মৌচুমী মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। ধন্যবাদ। |