Difference between revisions of "Digital-Divide/C2/How-to-apply-for-a-PAN-Card/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- |00:01 | '' 'এখন PAN কার্ডৰ বাবে কিভাবে আবেদন কৰে তাৰ স্পো...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | | | + | |নম্সকাৰ দৰ্শক সকল. এখন PAN কার্ডৰ বাবে কিভাবে আবেদন কৰে তাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. |
|- | |- | ||
|00:06 | |00:06 | ||
Line 10: | Line 10: | ||
|- | |- | ||
|00:09 | |00:09 | ||
− | | * এখন'' 'প্যান' '' কার্ডৰ বাবে আবেদন কৰা | + | | * এখন '' 'প্যান' '' কার্ডৰ বাবে আবেদন কৰা |
|- | |- | ||
|00:12 | |00:12 | ||
Line 19: | Line 19: | ||
|- | |- | ||
|00:18 | |00:18 | ||
− | |'' 'প্যান | + | |'' 'প্যান কার্ডৰ'' আবেদনপত্রক 'Form 49A বোলি কোৱা হয়. |
|- | |- | ||
|00:24 | |00:24 | ||
Line 34: | Line 34: | ||
|- | |- | ||
|00:45 | |00:45 | ||
− | |এখন ফর্ম পূৰণ কৰিবলৈ কলা | + | |এখন ফর্ম পূৰণ কৰিবলৈ কলা চঞাহিৰ এটা কলম ব্যবহাৰ কৰা বাঞ্ছনীয়. |
|- | |- | ||
|00:49 | |00:49 | ||
Line 110: | Line 110: | ||
|- | |- | ||
|03:00 | |03:00 | ||
− | | | + | |প্রাইভেট Ltd, P.Ltd ইত্যাদি নিচিনাৰ প্রকাৰভেদ অনুমতি দিয়া নাযায়. |
|- | |- | ||
|03:10 | |03:10 |
Revision as of 12:08, 10 November 2015
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. এখন PAN কার্ডৰ বাবে কিভাবে আবেদন কৰে তাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম. |
00:06 | এই টিউটোৰিয়েলত আমি শিকিম: |
00:09 | * এখন 'প্যান' কার্ডৰ বাবে আবেদন কৰা |
00:12 | পৰিচয় প্রমাণৰ বাবে ডকুমেন্টস |
00:15 | * আবেদনৰ অবস্থাত নজৰ ৰখা হৈছে. |
00:18 | 'প্যান কার্ডৰ আবেদনপত্রক 'Form 49A বোলি কোৱা হয়. |
00:24 | এই 'ফর্মখন তলৰ দিয়া লিঙ্কৰ পৰা ডাউনলোড কৰিব পাৰে. |
00:28 | আপোনি ফর্মখন ডাউনলোড কৰাৰ পিছত এটা প্রিন্ট আউট লৈ লব. |
00:35 | পিছৰ ধাপত ফর্মখন পূৰণ কৰিবলৈ চাম. |
00: 38 | ফর্মখন মাত্র ইংৰাজি ভাষাত, ডাঙৰ আখৰত স্পষ্টভাবে পূৰণ কৰা হয়. |
00:45 | এখন ফর্ম পূৰণ কৰিবলৈ কলা চঞাহিৰ এটা কলম ব্যবহাৰ কৰা বাঞ্ছনীয়. |
00:49 | প্রতিটো বাক্সত, মাত্র এটা অাক্ষৰ ভৰাওক অর্থাৎ বর্ণমালাৰ / সংখ্যা / যতিচিহ্ন সাইন ভৰাওক. |
00:58 | প্ৰতিটো শব্দৰ পিছত এটা খালি বাক্স ৰখা আবশ্যক. |
01:03 | প্ৰতি আবেদনকাৰীক, বগা ব্যাকগ্রাউন্ড সহ দুটা সাম্প্রতিক ৰঙিন ফটোগ্রাফ প্রয়োজন হয়. |
01:09 | এই ফটোকেইখন ফর্মত দেখোৱা জাগাৰ মতে আঠা লগাব লাগিব. |
01:14 | ছবিৰ আকাৰ 3.5cm x 2.5 সেমি হব লাগিব. |
01:21 | ফটোবোৰ ফর্মত স্ট্যাপোল বা ক্লিপ মৰা উচিত নহয়. |
01:26 | বাওফালৰ ছবিত, তাৰ উপৰত এটা স্বাক্ষৰ / টিপসহি থাকা উচিত. |
01:32 | সোফালৰ ছবিৰ বাবে, স্বাক্ষৰ / টিপসহি ইয়াৰ তলত হব লাগিব. |
01:39 | বুড়া আঙুলিৰ ইমপ্রেশনটো, এজন নোটাৰি পাবলিক বা এজন অনুমোদিত অফিসাৰ সৰকাৰি সীলমোহৰ আৰু স্ট্যাম্পৰ সৈতে কর্তৃক সত্যায়িত কৰিব লাগিব. |
01:48 | এতিয়া, ফর্ম পূৰণ কৰা আৰম্ভ কৰো. |
01:51 | প্রথমে, ' Assessing officer ৰ বিবৰণ পূৰণ কৰক. |
01:58 | Assessing officerৰ বিবৰণ এই ওয়েব পেজত পোৱা যাব. |
02:08 | 'আইটেম 1' বিভাগত, আপোনি আপোনাৰ ব্যক্তিগত তথ্য পূৰণ কৰিব লাগিব. |
02:13 | ইয়াত, শ্রী, শ্রীমতী ইত্যাদি নিচিনা আপোনাৰ শিৰোনাম নির্বাচন কৰক |
02:19 | full-formত আপোনাৰ চাৰনাম, প্রথম নাম আৰু মধ্যম নাম লিখক. |
02:25 | এইসকলোবোৰ কোনো আদ্যক্ষৰ নোহোৱাকৈ পূৰণ কৰিব লাগিব. |
02:29 | আপোনাৰ নামৰ অগত M/s, Dr., কুমাৰি, ইত্যাদিৰ নিচিনা কোনো শিৰোনামৰ সৈতে থকা উচিত নহয় |
02:37 | 'Non-Individualsৰ বাবে নামটো যদি দিয়া স্থানতচে বেছি দীঘল হয়? |
02:42 | সেই ক্ষেত্রত, ই প্রথম অাৰু মধ্যম নামৰ বাবে দিয়া স্থানত অব্যাহত কৰিব পাৰে. |
02:50 | এটা কোম্পানীৰ ক্ষেত্রত, নামটোত কোনো বর্ণমালা ধাৰণ কৰা উচিত নহয়. |
02:55 | উদাহৰণস্বৰুপে 'প্রাইভেট লিমিটেড' সম্পূর্ণ লিখিব লাগিব. |
03:00 | প্রাইভেট Ltd, P.Ltd ইত্যাদি নিচিনাৰ প্রকাৰভেদ অনুমতি দিয়া নাযায়. |
03:10 | একমাত্র proprietorship ক্ষেত্রত, প্যান, স্বত্বাধিকাৰীৰ নিজৰ নামৰ বাবে প্রয়োগ কৰা উচিত. |
03:16 | এইটো প্যান কার্ডত প্রিন্ট কৰা হব. |
03:19 | মন কৰক যে শেষৰ নামটো সম্পূর্ণ লিখা আবশ্যক. |
03:24 | পিছৰ অধ্যায়ত কিছো অন্য নামৰ বিষয়ে সোধে যি এজনৰ দ্বাৰা পৰিচিত হয়. |
03:30 | আবেদনকাৰীয়ে যদি "yes" নির্বাচন কৰে তেনেহলে আইটেম ১ৰ বাবে প্রযোজ্য নির্দেশাবলী অনুসৰণ কৰি এইটো পূৰণ কৰিব লাগে. |
03:38 | আইটেম 4ত, 'Gender' ক্ষেত্ৰত, মাত্র স্বতন্ত্র প্রার্থীৰ দ্বাৰা পূৰণ কৰা উচিত. |
03:44 | 'আইটেম 5' বিভাগত জন্মতাৰিখৰ বাবে অনুৰোধ কৰে. |
03:48 | আবেদনকাৰীৰ বিভিন্ন বিভাগৰ পৰা প্রত্যাশিত তাৰিখ ফৰ্মত উল্লেখ কৰা হয়. |
03:54 | উদাহৰণস্বৰুপে এটা কোম্পানীয়ে তাৰ 'তাৰিখ-অন্তর্গত'(Date-of-Incorporation) প্রদান কৰা উচিত. |
04:00 | ইয়াৰ পিছত, প্ৰতি আবেদনকাৰীয়ে তাৰ পিতাৰ নামত ভৰাব লাগে. |
04:05 | আইটেম 1ত দিয়া নাম ভৰোৱা নির্দেশনা মতে, ইয়াত প্রযোজ্য. |
04:10 | বিবাহিত নাৰীয়ে তেখেতৰ পিতাৰ নাম দিব লাগে আৰু তেখেতৰ স্বামীৰ নাম দিব নালাগে. |
04:17 | আইটেম -7ত আপোনাৰ ঠিকনাৰ বাবে অনুৰোধ কৰে. |
04:20 | ঘৰৰ ঠিকনা মাত্র ব্যক্তি,HUF, AOP, BOI or AJP'ৰ দ্বাৰা পূৰণ কৰা উচিত. |
04:29 | যদি তেখেতলোকৰ আয় যেনে ব্যবসায়ৰ বা চাকৰিয়ালৰ এটাউৎস আছে, ব্যক্তিবোৰে তেখেতলোকৰ 'অফিসৰ ঠিকানা' দিব লাগে. |
04:38 | এটা ফাৰ্ম, LLP বিভাগ, কোম্পানি, স্থানীয় কর্তৃপক্ষ বা ট্ৰাস্টৰ ক্ষেৰ্তত সম্পূর্ণ অফিসৰ ঠিকনা বাধ্যতা মূলক. |
04:49 | সকলো আবেদনকাৰীয়ে দিয়া ঠিকনাত এই বিবৰণ অন্তর্ভুক্ত কৰা উচিত - |
04:54 | * টাউন / চহৰ / জিলা |
04:57 | * ৰাজ্য / কেন্দ্রশাসিত(Union Territory) অঞ্চলও |
05:00 | * পিনকোড. |
05:02 | বিদেশৰ ঠিকনাত তাৰ দেশৰ নাম লগতে জিপ কোদ লিখিব লাগিব. |
05:07 | আইটেম-৮-ৰ বাবে, অর্থাত ' Address for Communication-' - |
05:11 | Individuals/HUFs/AOP/BOI/AJP য়ে 'Residence' বা 'Office' ৰ ঠিকনাত টিক দিব পাৰে. |
05:21 | অন্যান্য আবেদনকাৰীয়ে তেখেতৰ 'অফিস' ঠিকনাত লিখা উচিত. |
05:25 | সকলো যোগাযোগ ইয়াত লিখা ঠিকনাত পঠোৱা হব. |
05:30 | 'টেলিফোন নম্বৰ আৰু ইমেইল আইডি সম্পৰ্কে আইটেম-9-ত পূৰণ কৰা হব. |
05: 37 | টেলিফোন ডিটেইলছত কান্ট্রি কোড' 'অর্থাৎ ISD কোড আৰু' Area/STD code 'অন্তর্ভুক্ত কৰা উচিত. |
05:46 | উদাহৰণস্বৰুপে এটা দিল্লি টেলিফোন সংখ্যা 23557505 এনে ধৰনৰ হিসাবে পূৰণ কৰা উচিত |
05: 54 | 9 1 কান্ট্রি কোড. |
05:56 | 1 1 STD কোড |
06:00 | ই-মেইল আইডি আৰু 'সংখ্যাবোৰ প্রয়োজনীয় হয় |
06:04 | অ্যাপ্লিকেশনটত যি কোনো অমিল থাকিলে * আবেদনকাৰীক যোগাযোগ কৰিবলৈ |
06:09 | * ই-মেইলৰ মাধ্যমেৰে PAN কার্ড পঠোৱা |
06:12 | * SMSৰ দ্ৱাৰা স্ট্যাটাস আপডেট কৰা. |
06: 16 | আইটেম-10 ত সালে, category status নির্বাচন কৰক যি প্ৰযোজ্য. |
06:21 | ' Limited Liability Partnershipৰ ক্ষেত্ৰত পেনক এটা 'Firm বোলি অবস্থান দিয়া হব. |
06:28 | আইটেম -1ত কোম্পানি ৰেজিস্ট্রাৰ(Registrar of Companies) দ্বাৰা জাৰি কৰা কোম্পানি নিবন্ধনৰ বাবে সোধে. |
06:35 | অন্যান্য আবেদনকাৰীয়ে ৰাজ্য বা কেন্দ্রীয় সৰকাৰ কর্তৃপক্ষ দ্ৱাৰা জাৰি কৰা ৰেজিস্ট্রেশন নম্বৰ উল্লেখ কৰিব পাৰে. |
06:42 | আইটেম 12ত - |
06:43 | ভাৰতৰ নাগৰিকে তাৰ 'আধাৰ' সংখ্যা, প্রবেশ কৰিব লাগে, যদি আছে. |
06:48 | ই এখন 'আধাৰ' কার্ড ৰ কপি দ্বাৰা সমর্থিত হব. |
06:53 | আইটেম-13ত সালে, আবেদনকাৰীয়ে এটা ব্যবসায়িক / প্রোফেছন কোড ব্যবহাৰ কৰি তাৰ আয়ৰ উৎস নির্দেশ কৰিব লাগিব. |
07:01 | এই কোডবোৰ ফর্ম 3 পৃষ্ঠাত উপলব্ধ. |
07:05 | উদাহৰণস্বৰুপে চিকিৎসা পেশা আৰু ব্যবসায়-প্রতিষ্ঠান, ইয়াৰ কোড 01 হয়, |
07:10 | ইন্জিনিয়েৰিং 02 হয়. |
07:13 | আইটেম-14ত 'Representative Assessee ইয়াৰ ব্যক্তিগত বিবৰণৰ বাবে সোধে. |
07:19 | যিবোৰে (আয় কৰ অধনিয়ম)Income-tax Act,1961ৰ বিভাগ 160ত উল্লিখিতত পৰে তেখেতলোকেহে প্ৰতিনিধি নিৰ্ধাৰিতা (representative assessees) হিসাবে কাম কৰিব পাৰে. |
07:29 | তাৰে কিছো হল- |
07:31 | অনাবাসিকৰ এজেন্ট, |
07:33 | এটা পাগল বা নির্বোধ, Court of Wards গার্ডিয়ান বা ম্যানেজাৰ, ইত্যাদি |
07:41 | প্রতিনিধি নিৰ্ধাৰিত আবেদনকাৰীৰ বাবে বাধ্যতামূলক হয় যি নির্বোধ বা চন্দ্রাহত, মৃত, মানসিক প্রতিবন্ধী অপ্রাপ্তবয়স্কৰ হয় . |
07:54 | 'প্রতিনিধি নিৰ্ধাৰিতৰ ব্যক্তিগত বিবৰন 'ইয়াত পূৰণ কৰিব লাগে. |
08:00 | আইটেম-15ত, প্যান কার্ড অ্যাপ্লিকেশনৰ বাবে ডকিউমেন্টস জমা দিব লগাৰ সম্পৰ্কে. |
08:06 | এটা PAN অ্যাপলিকেশনৰ সৈতে পৰিচয় আৰু ঠিকনাৰ প্রমাণ সংযুক্ত বাধ্যতামূলক হয়. |
08:13 | এই ডকিউমেন্টবোৰ আবেদনকাৰীৰ নামত হব লাগিব. |
08:18 | প্রতিনিধি নিৰ্ধাৰিতবোৰে এই ডকিউমেন্টবোৰ সংযুক্ত কৰিব লাগিব. |
08:24 | পৰিচয় আৰু ঠিকনাৰ প্রমাণ হিসাবে পৰিবেশন কৰা ডকিউমেন্টৰ তালিকা, প্যান আবেদন ফর্মৰ 4 পৃষ্ঠাত দিয়া হয়. |
08:33 | আবেদনকাৰীয়ে 'ফর্ম' ত তালিকাভুক্ত অপশনৰ পৰা যিকোনো এখন ডকুমেন্ট জমা কৰিব লাগিব. |
08:39 | যেনে-এজনৰ পৰিচয়ৰ পত্ৰ আৰু HUF 'যেনে |
08:45 | * স্কুল ত্যাগৰ ছাৰ্তিফিকেট |
08:47 | * ৰেশন কার্ড |
08:49 | * ড্রাইভাৰ লাইসেন্স ইত্যাদি |
08:53 | ঠিকনাৰ প্রমাণৰ বাবে ডকিউমেন্ট - |
08:56 | * বিদ্যুৎ বিল |
08:57 | * টেলিফোন বিল |
08:59 | * পাসপোর্ট ইত্যাদি |
09:01 | এতিয়া আমি আবেদন সংক্রান্ত কিছু সাধাৰণ তথ্য আলোচনা কৰিম. |
09:06 | PAN অ্যাপলিকেশন প্রক্রিয়াকৰণৰ বাবে ফি Rs. 96.00 অর্থাৎ 85.00 টকা + 12.36% চাৰভিচ টেক্চ. |
09:18 | পেমেন্ট
|
09:23 | ভাৰতৰ বাহিৰৰ ঠিকনাৰ বাবে, প্রসেসিং ফি টকা 962.00 |
09:28 | অর্থাত্ [(আবেদন ফি 85.00 + ডিসপ্যাচ চার্জ 771.00 ) + 12.36% চাৰভিচ টেক্চ.] |
09:40 | বিদেশী ঠিকনাৰ বাবে, পেমেন্ট মাত্র মুম্বাইত পেয়েবেল ডিমান্ড ড্রাফট দ্বাৰাই তৈয়াৰ কৰা যাব পাৰে. |
09:48 | ফর্মৰ শেষ বক্সত আবেদনকাৰীৰ স্বাক্ষৰ বা থাম্ব-প্রিন্ট-ৰ বাবে অনুৰোধ কৰে. |
09:54 | প্রতিনিধি নিৰ্ধাৰিকতাৰ স্বাক্ষৰ বা থাম্ব প্রিন্ট অপ্রাপ্তবয়স্কৰ, মৃত, পাগলৰ আৰু মানসিক প্রতিবন্ধীৰ বাবে দিয়া উচিত. |
10:04 | স্বাক্ষৰ বা থাম্ব-প্রিন্ট নোহোৱাকৈ অ্যাপ্লিকেশন প্রত্যাখ্যান কৰা হব. |
10:09 | আবেদনকাৰীয়ে এই ফর্ম গ্রহণৰ এটা স্বীকৃতি পাব. |
10:14 | এইটোত অনন্য 'সিনাক্তকাৰী নম্বৰ (Identification number)' থাকিব. |
10:18 | এই সংখ্যাটো আবেদনৰ অবস্থা ট্র্যাকিংৰ বাবে ব্যবহাৰ কৰা যাব পাৰে. |
10:23 | আপোনি Income-tax Department website বা এই ওয়েবসাইটৰ ব্যবহাৰ কৰি তাৰ অবস্থা ট্র্যাক কৰিব পাৰে. |
10:32 | এই ওয়েবসাইটত এই Status Track অনুসন্ধানে এই টাস্ক সম্পাদন কৰিব. |
10:38 | এই অনুসন্ধানত প্রয়োজন হব পাৰে আপোনাৰ |
10:40 | স্বীকৃতি নম্বৰ বা |
10:42 | নাম আৰু জন্মতাৰিখৰ বিবৰণ. |
10:46 | লগতে 'প্যানৰ অবস্থা' 'এসএমএসৰ মাধ্যমেৰে বিবৰণ পাব পাৰে. |
10:50 | SMS- NSDLPAN <স্পেস> 15-সংখয়া স্বীকৃতি নং আৰু 57575 নম্বৰত পঠাওক. |
11:01 | ডাকৰ ঠিকনা এনে ধৰনৰ. |
11:05 | আশা কৰো এই তথ্য সহায়ক আছিল . |
11:08 | এতিয়া আমি সংক্ষেপ কৰো. এই টিউটোৰিয়েলত আমি শিকিছো - |
11:13 | * প্যান কার্ডৰ বাবে আবেদন কৰা পদ্ধতি |
11:15 | পৰিচয়ৰ প্রমাণৰ বাবে ডকুমেন্টস আৰু |
11:19 | * প্যানৰ অবস্থা ট্র্যাকিং কৰা. |
11:22 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
11:25 | এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়। |
11:28 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। |
11:33 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে |
11:35 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।। |
11:38 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়। |
11:42 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক । |
11:49 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
11:53 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
12:01 | এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।: http://spoken-tutorial.org/NMEICT-Intro |
12:11 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
12:13 | মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ। |