Digital-Divide/C2/How-to-apply-for-a-PAN-Card/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. এখন PAN কার্ডৰ বাবে কিভাবে আবেদন কৰে তাৰ স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
00:06 এই টিউটোৰিয়েলত আমি শিকিম:
00:09 এখন 'প্যান' কার্ডৰ বাবে আবেদন কৰা
00:12 পৰিচয় প্রমাণৰ বাবে ডকুমেন্টস
00:15 আবেদনৰ অবস্থাত নজৰ ৰখা হৈছে.
00:18 'প্যান কার্ডৰ আবেদনপত্রক 'Form 49A বোলি কোৱা হয়.
00:24 এই 'ফর্মখন তলৰ দিয়া লিঙ্কৰ পৰা ডাউনলোড কৰিব পাৰে.
00:28 আপোনি ফর্মখন ডাউনলোড কৰাৰ পিছত এটা প্রিন্ট আউট লৈ লব.
00:35 পিছৰ ধাপত ফর্মখন পূৰণ কৰিবলৈ চাম.
00:38 ফর্মখন মাত্র ইংৰাজি ভাষাত, ডাঙৰ আখৰত স্পষ্টভাবে পূৰণ কৰা হয়.
00:45 এখন ফর্ম পূৰণ কৰিবলৈ কলা চঞাহিৰ এটা কলম ব্যবহাৰ কৰা বাঞ্ছনীয়.
00:49 প্রতিটো বাক্সত, মাত্র এটা অাক্ষৰ ভৰাওক অর্থাৎ বর্ণমালাৰ / সংখ্যা / যতিচিহ্ন সাইন ভৰাওক.
00:58 প্ৰতিটো শব্দৰ পিছত এটা খালি বাক্স ৰখা আবশ্যক.
01:03 প্ৰতি আবেদনকাৰীক, বগা ব্যাকগ্রাউন্ড সহ দুটা সাম্প্রতিক ৰঙিন ফটোগ্রাফ প্রয়োজন হয়.
01:09 এই ফটোকেইখন ফর্মত দেখোৱা জাগাৰ মতে আঠা লগাব লাগিব.
01:14 ছবিৰ আকাৰ 3.5cm x 2.5 সেমি হব লাগিব.
01:21 ফটোবোৰ ফর্মত স্ট্যাপোল বা ক্লিপ মৰা উচিত নহয়.
01:26 বাওফালৰ ছবিত, তাৰ উপৰত এটা স্বাক্ষৰ / টিপসহি থাকা উচিত.
01:32 সোফালৰ ছবিৰ বাবে, স্বাক্ষৰ / টিপসহি ইয়াৰ তলত হব লাগিব.
01:39 বুড়া আঙুলিৰ ইমপ্রেশনটো, এজন নোটাৰি পাবলিক বা এজন অনুমোদিত অফিসাৰ সৰকাৰি সীলমোহৰ আৰু স্ট্যাম্পৰ সৈতে কর্তৃক সত্যায়িত কৰিব লাগিব.
01:48 এতিয়া, ফর্ম পূৰণ কৰা আৰম্ভ কৰো.
01:51 প্রথমে, ' Assessing officer ৰ বিবৰণ পূৰণ কৰক.
01:58 Assessing officerৰ বিবৰণ এই ওয়েব পেজত পোৱা যাব.
02:08 'আইটেম 1' বিভাগত, আপোনি আপোনাৰ ব্যক্তিগত তথ্য পূৰণ কৰিব লাগিব.
02:13 ইয়াত, শ্রী, শ্রীমতী ইত্যাদি নিচিনা আপোনাৰ শিৰোনাম নির্বাচন কৰক
02:19 full-formত আপোনাৰ চাৰনাম, প্রথম নাম আৰু মধ্যম নাম লিখক.
02:25 এইসকলোবোৰ কোনো আদ্যক্ষৰ নোহোৱাকৈ পূৰণ কৰিব লাগিব.
02:29 আপোনাৰ নামৰ অগত M/s, Dr., কুমাৰি, ইত্যাদিৰ নিচিনা কোনো শিৰোনামৰ সৈতে থকা উচিত নহয়
02:37 'Non-Individualsৰ বাবে নামটো যদি দিয়া স্থানতচে বেছি দীঘল হয়?
02:42 সেই ক্ষেত্রত, ই প্রথম অাৰু মধ্যম নামৰ বাবে দিয়া স্থানত অব্যাহত কৰিব পাৰে.
02:50 এটা কোম্পানীৰ ক্ষেত্রত, নামটোত কোনো বর্ণমালা ধাৰণ কৰা উচিত নহয়.
02:55 উদাহৰণস্বৰুপে 'প্রাইভেট লিমিটেড' সম্পূর্ণ লিখিব লাগিব.
03:00 প্রাইভেট Ltd, P.Ltd ইত্যাদি নিচিনাৰ প্রকাৰভেদ অনুমতি দিয়া নাযায়.
03:10 একমাত্র proprietorship ক্ষেত্রত, প্যান, স্বত্বাধিকাৰীৰ নিজৰ নামৰ বাবে প্রয়োগ কৰা উচিত.
03:16 এইটো প্যান কার্ডত প্রিন্ট কৰা হব.
03:19 মন কৰক যে শেষৰ নামটো সম্পূর্ণ লিখা আবশ্যক.
03:24 পিছৰ অধ্যায়ত কিছো অন্য নামৰ বিষয়ে সোধে যি এজনৰ দ্বাৰা পৰিচিত হয়.
03:30 আবেদনকাৰীয়ে যদি "yes" নির্বাচন কৰে তেনেহলে আইটেম ১ৰ বাবে প্রযোজ্য নির্দেশাবলী অনুসৰণ কৰি এইটো পূৰণ কৰিব লাগে.
03:38 আইটেম 4ত, 'Gender' ক্ষেত্ৰত, মাত্র স্বতন্ত্র প্রার্থীৰ দ্বাৰা পূৰণ কৰা উচিত.
03:44 'আইটেম 5' বিভাগত জন্মতাৰিখৰ বাবে অনুৰোধ কৰে.
03:48 আবেদনকাৰীৰ বিভিন্ন বিভাগৰ পৰা প্রত্যাশিত তাৰিখ ফৰ্মত উল্লেখ কৰা হয়.
03:54 উদাহৰণস্বৰুপে এটা কোম্পানীয়ে তাৰ 'তাৰিখ-অন্তর্গত'(Date-of-Incorporation) প্রদান কৰা উচিত.
04:00 ইয়াৰ পিছত, প্ৰতি আবেদনকাৰীয়ে তাৰ পিতাৰ নামত ভৰাব লাগে.
04:05 আইটেম 1ত দিয়া নাম ভৰোৱা নির্দেশনা মতে, ইয়াত প্রযোজ্য.
04:10 বিবাহিত নাৰীয়ে তেখেতৰ পিতাৰ নাম দিব লাগে আৰু তেখেতৰ স্বামীৰ নাম দিব নালাগে.
04:17 আইটেম -7ত আপোনাৰ ঠিকনাৰ বাবে অনুৰোধ কৰে.
04:20 ঘৰৰ ঠিকনা মাত্র ব্যক্তি,HUF, AOP, BOI or AJP'ৰ দ্বাৰা পূৰণ কৰা উচিত.
04:29 যদি তেখেতলোকৰ আয় যেনে ব্যবসায়ৰ বা চাকৰিয়ালৰ এটাউৎস আছে, ব্যক্তিবোৰে তেখেতলোকৰ 'অফিসৰ ঠিকানা' দিব লাগে.
04:38 এটা ফাৰ্ম, LLP বিভাগ, কোম্পানি, স্থানীয় কর্তৃপক্ষ বা ট্ৰাস্টৰ ক্ষেৰ্তত সম্পূর্ণ অফিসৰ ঠিকনা বাধ্যতা মূলক.
04:49 সকলো আবেদনকাৰীয়ে দিয়া ঠিকনাত এই বিবৰণ অন্তর্ভুক্ত কৰা উচিত -
04:54 টাউন / চহৰ / জিলা
04:57 ৰাজ্য / কেন্দ্রশাসিত(Union Territory) অঞ্চলও
05:00 পিনকোড.
05:02 বিদেশৰ ঠিকনাত তাৰ দেশৰ নাম লগতে জিপ কোদ লিখিব লাগিব.
05:07 আইটেম-৮-ৰ বাবে, অর্থাত ' Address for Communication-' -
05:11 Individuals/HUFs/AOP/BOI/AJP য়ে 'Residence' বা 'Office' ৰ ঠিকনাত টিক দিব পাৰে.
05:21 অন্যান্য আবেদনকাৰীয়ে তেখেতৰ 'অফিস' ঠিকনাত লিখা উচিত.
05:25 সকলো যোগাযোগ ইয়াত লিখা ঠিকনাত পঠোৱা হব.
05:30 'টেলিফোন নম্বৰ আৰু ইমেইল আইডি সম্পৰ্কে আইটেম-9-ত পূৰণ কৰা হব.
05:37 টেলিফোন ডিটেইলছত কান্ট্রি কোড' 'অর্থাৎ ISD কোড আৰু' Area/STD code 'অন্তর্ভুক্ত কৰা উচিত.
05:46 উদাহৰণস্বৰুপে এটা দিল্লি টেলিফোন সংখ্যা 23557505 এনে ধৰনৰ হিসাবে পূৰণ কৰা উচিত
05:54 9 1 কান্ট্রি কোড.
05:56 1 1 STD কোড
06:00 ই-মেইল আইডি আৰু 'সংখ্যাবোৰ প্রয়োজনীয় হয়
06:04 অ্যাপ্লিকেশনটত যি কোনো অমিল থাকিলে আবেদনকাৰীক যোগাযোগ কৰিবলৈ
06:09 ই-মেইলৰ মাধ্যমেৰে PAN কার্ড পঠোৱা
06:12 SMSৰ দ্ৱাৰা স্ট্যাটাস আপডেট কৰা.
06:16 আইটেম-10 ত সালে, category status নির্বাচন কৰক যি প্ৰযোজ্য.
06:21 ' Limited Liability Partnershipৰ ক্ষেত্ৰত পেনক এটা 'Firm বোলি অবস্থান দিয়া হব.
06:28 আইটেম -1ত কোম্পানি ৰেজিস্ট্রাৰ(Registrar of Companies) দ্বাৰা জাৰি কৰা কোম্পানি নিবন্ধনৰ বাবে সোধে.
06:35 অন্যান্য আবেদনকাৰীয়ে ৰাজ্য বা কেন্দ্রীয় সৰকাৰ কর্তৃপক্ষ দ্ৱাৰা জাৰি কৰা ৰেজিস্ট্রেশন নম্বৰ উল্লেখ কৰিব পাৰে.
06:42 আইটেম 12ত ভাৰতৰ নাগৰিকে তাৰ 'আধাৰ' সংখ্যা, প্রবেশ কৰিব লাগে, যদি আছে.
06:48 ই এখন 'আধাৰ' কার্ড ৰ কপি দ্বাৰা সমর্থিত হব.
06:53 আইটেম-13ত সালে, আবেদনকাৰীয়ে এটা ব্যবসায়িক / প্রোফেছন কোড ব্যবহাৰ কৰি তাৰ আয়ৰ উৎস নির্দেশ কৰিব লাগিব.
07:01 এই কোডবোৰ ফর্ম 3 পৃষ্ঠাত উপলব্ধ.
07:05 উদাহৰণস্বৰুপে চিকিৎসা পেশা আৰু ব্যবসায়-প্রতিষ্ঠান, ইয়াৰ কোড 01 হয়,
07:10 ইন্জিনিয়েৰিং 02 হয়.
07:13 আইটেম-14ত 'Representative Assessee ইয়াৰ ব্যক্তিগত বিবৰণৰ বাবে সোধে.
07:19 যিবোৰে (আয় কৰ অধনিয়ম)Income-tax Act,1961ৰ বিভাগ 160ত উল্লিখিতত পৰে তেখেতলোকেহে প্ৰতিনিধি নিৰ্ধাৰিতা (representative assessees) হিসাবে কাম কৰিব পাৰে.
07:29 তাৰে কিছো হল-
07:31 অনাবাসিকৰ এজেন্ট,
07:33 এটা পাগল বা নির্বোধ, Court of Wards গার্ডিয়ান বা ম্যানেজাৰ, ইত্যাদি
07:41 প্রতিনিধি নিৰ্ধাৰিত আবেদনকাৰীৰ বাবে বাধ্যতামূলক হয় যি নির্বোধ বা চন্দ্রাহত, মৃত, মানসিক প্রতিবন্ধী অপ্রাপ্তবয়স্কৰ হয় .
07:54 'প্রতিনিধি নিৰ্ধাৰিতৰ ব্যক্তিগত বিবৰন 'ইয়াত পূৰণ কৰিব লাগে.
08:00 আইটেম-15ত, প্যান কার্ড অ্যাপ্লিকেশনৰ বাবে ডকিউমেন্টস জমা দিব লগাৰ সম্পৰ্কে.
08:06 এটা PAN অ্যাপলিকেশনৰ সৈতে পৰিচয় আৰু ঠিকনাৰ প্রমাণ সংযুক্ত বাধ্যতামূলক হয়.
08:13 এই ডকিউমেন্টবোৰ আবেদনকাৰীৰ নামত হব লাগিব.
08:18 প্রতিনিধি নিৰ্ধাৰিতবোৰে এই ডকিউমেন্টবোৰ সংযুক্ত কৰিব লাগিব.
08:24 পৰিচয় আৰু ঠিকনাৰ প্রমাণ হিসাবে পৰিবেশন কৰা ডকিউমেন্টৰ তালিকা, প্যান আবেদন ফর্মৰ 4 পৃষ্ঠাত দিয়া হয়.
08:33 আবেদনকাৰীয়ে 'ফর্ম' ত তালিকাভুক্ত অপশনৰ পৰা যিকোনো এখন ডকুমেন্ট জমা কৰিব লাগিব.
08:39 যেনে-এজনৰ পৰিচয়ৰ পত্ৰ আৰু HUF 'যেনে
08:45 স্কুল ত্যাগৰ ছাৰ্তিফিকেট
08:47 ৰেশন কার্ড
08:49 ড্রাইভাৰ লাইসেন্স ইত্যাদি
08:53 ঠিকনাৰ প্রমাণৰ বাবে ডকিউমেন্ট -
08:56 বিদ্যুৎ বিল, টেলিফোন বিল
08:59 পাসপোর্ট ইত্যাদি
09:01 এতিয়া আমি আবেদন সংক্রান্ত কিছু সাধাৰণ তথ্য আলোচনা কৰিম.
09:06 PAN অ্যাপলিকেশন প্রক্রিয়াকৰণৰ বাবে ফি Rs. 96.00 অর্থাৎ 85.00 টকা + 12.36% চাৰভিচ টেক্চ.
09:18 পেমেন্ট

ডিমান্ড ড্রাফট বা চেক দ্ৱাৰা কৰা যাব পাৰে

09:23 ভাৰতৰ বাহিৰৰ ঠিকনাৰ বাবে, প্রসেসিং ফি টকা 962.00
09:28 অর্থাত্ [(আবেদন ফি 85.00 + ডিসপ্যাচ চার্জ 771.00 ) + 12.36% চাৰভিচ টেক্চ.]
09:40 বিদেশী ঠিকনাৰ বাবে, পেমেন্ট মাত্র মুম্বাইত পেয়েবেল ডিমান্ড ড্রাফট দ্বাৰাই তৈয়াৰ কৰা যাব পাৰে.
09:48 ফর্মৰ শেষ বক্সত আবেদনকাৰীৰ স্বাক্ষৰ বা থাম্ব-প্রিন্ট-ৰ বাবে অনুৰোধ কৰে.
09:54 প্রতিনিধি নিৰ্ধাৰিকতাৰ স্বাক্ষৰ বা থাম্ব প্রিন্ট অপ্রাপ্তবয়স্কৰ, মৃত, পাগলৰ আৰু মানসিক প্রতিবন্ধীৰ বাবে দিয়া উচিত.
10:04 স্বাক্ষৰ বা থাম্ব-প্রিন্ট নোহোৱাকৈ অ্যাপ্লিকেশন প্রত্যাখ্যান কৰা হব.
10:09 আবেদনকাৰীয়ে এই ফর্ম গ্রহণৰ এটা স্বীকৃতি পাব.
10:14 এইটোত অনন্য 'সিনাক্তকাৰী নম্বৰ (Identification number)' থাকিব.
10:18 এই সংখ্যাটো আবেদনৰ অবস্থা ট্র্যাকিংৰ বাবে ব্যবহাৰ কৰা যাব পাৰে.
10:23 আপোনি Income-tax Department website বা এই ওয়েবসাইটৰ ব্যবহাৰ কৰি তাৰ অবস্থা ট্র্যাক কৰিব পাৰে.
10:32 এই ওয়েবসাইটত এই Status Track অনুসন্ধানে এই টাস্ক সম্পাদন কৰিব.
10:38 এই অনুসন্ধানত প্রয়োজন হব পাৰে আপোনাৰ
10:40 স্বীকৃতি নম্বৰ বা
10:42 নাম আৰু জন্মতাৰিখৰ বিবৰণ.
10:46 লগতে 'প্যানৰ অবস্থা' 'এসএমএসৰ মাধ্যমেৰে বিবৰণ পাব পাৰে.
10:50 SMS- NSDLPAN <স্পেস> 15-সংখয়া স্বীকৃতি নং আৰু 57575 নম্বৰত পঠাওক.
11:01 ডাকৰ ঠিকনা এনে ধৰনৰ.
11:05 আশা কৰো এই তথ্য সহায়ক আছিল .
11:08 এতিয়া আমি সংক্ষেপ কৰো. এই টিউটোৰিয়েলত আমি শিকিছো -
11:13 প্যান কার্ডৰ বাবে আবেদন কৰা পদ্ধতি
11:15 পৰিচয়ৰ প্রমাণৰ বাবে ডকুমেন্টস আৰু
11:19 প্যানৰ অবস্থা ট্র্যাকিং কৰা.
11:22 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
11:25 এইটোৱে প্রকল্পক সংক্ষেপে বোঝায়।
11:28 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে।
11:33 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে
11:35 স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।।
11:38 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্রশংসাপত্র (সার্টিফিকেট) ও দিয়া হয়।
11:42 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক ।
11:49 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
11:53 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
12:01 এই বিষয়ে বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।: http://spoken-tutorial.org/NMEICT-Intro
12:11 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
12:13 মই মৌচুমী মেধি বিদায় লৈছো। ধন্যবাদ।

Contributors and Content Editors

Mousumi