Difference between revisions of "LibreOffice-Suite-Draw/C4/Set-Draw-preferences/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|border=1 |Time |Narration |- |00:01 | লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্...")
 
Line 5: Line 5:
 
|-
 
|-
 
|00:01
 
|00:01
| লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
+
|নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
  
 
|-
 
|-
Line 102: Line 102:
 
|-
 
|-
 
|02:23
 
|02:23
| ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব: “নাম, প্ৰ্কাৰ আৰু পৰিমান” Name, Type and Value.  
+
| ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব: (“নাম, প্ৰ্কাৰ আৰু পৰিমান”) Name, Type and Value.  
  
 
|-
 
|-
Line 399: Line 399:
 
|-
 
|-
 
|08:54
 
|08:54
|  
+
| এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে.  আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ।
এই টিউটৰিয়েলটো দেচিক্ৰিউ চলিউচন প্ৰাইভেদ লিমিতেদৰ দ্বাৰা বৰঙনি যোগাইছে। যোগ দিয়াৰ বাবে ধন্যবাদ।
+
  
 
|}
 
|}

Revision as of 15:22, 3 November 2015

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো ।
00:06 এই টিউটৰিয়েলত আপোনালোকে শিকিব কেনেকৈ নিন্ম উল্লেখিত মনোনয়নবোৰ সংস্থাপন কৰা যায় :
  • প্ৰ’পাৰ্তিজ(Properties)
  • ভাৰ্চন(Versions) তৈয়াৰ কৰা ।
  • ৰঙত/গ্ৰেস্কেলত/কলা-আৰু বগা ৰঙত দেখুওৱা ।
00:18 ইয়াত আমাৰ অপাৰেতিং চিচতেম( operating system) হিচাবে আমি ১০.০৪ ভাৰ্চনৰ উবান্তু লিনাক্স(Ubuntu Linux) আৰু ৩.৩.৪ ভাৰ্চনৰ লিব্ৰে অফিচ চুট(LibreOffice Suite) ৱ্যবহাৰ কৰি আছো ।
00:29 থ্ৰিদি অবজেক্ত ছাৰ্ত(3D ObjectsChart) ফাইলতো খোলা যাওক যিটো আমি আগতে সংৰক্ষন কৰি থৈছিলো।আৰু পৃষ্ঠা ১ লৈ যাওক ।
00:40 ধৰা হওক পাছৰ উদ্ধৃতিৰ বাবে আমি এই ফাইলত বৰ্ননা যোগ কৰিব বিচাৰো।
00:45 এইটো কৰাৰ বাবে,মেইন মেনুৰ(Main menu) পৰা ফাইল নিৰ্বাচন কৰক আৰু প্ৰ’পাৰতিজ( Properties) নিৰ্বাচন কৰক ।
00:50 আপোনালোকে প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্স দেখা পাব ।
00:56 জেনেৰেল( General) টেবত ক্লিক কৰক ।আটাইবোৰ তথ্য যিবোৰ ফাইলতোলৈ প্ৰাসংগিক হয় ইয়াত লিষ্ট কৰা আছে ।
01:02 অনুগ্ৰহ কৰি নোট কৰক:আমি মাত্ৰ ইয়াত ফাইলৰ বিতং বৰ্ননা দেখা পাও ।আপোনালোকে কোনো ধৰনৰ পৰিবৰ্তন কৰিব নোৱাৰে ।
01:09 পাছত, দেচক্ৰিপচন( Description) টেবত ক্লিক কৰক ।
01:13 ইয়াত আমি শিৰ্ষনাম, বিষয়বস্তু, মুলশব্দ আৰু মতামত আপোনালোকৰ আৱশ্যকতা অনুসাৰে সংস্থাপন কৰিব পাৰে ।


01:20 এই তথ্যবোৰ পাছত উদ্ধৃতিৰ কাৰনেও ৱ্যবহাৰ কৰিব পাৰে ।
01:25 শিৰ্ষনামৰ ঠাইত “থ্ৰিদি অবজেক্ত চাৰ্ট”(3D Objects Chart) টাইপ কৰো আহক ।
01:30 বিষয় বস্তুৰ ঠাইত আমি “থ্ৰিদি অবজেক্ত ক’ম্প্যাৰিজঞ্ছ”(3D Objects Comparisons)টাইপ কৰিম ।
01:37 মূলশব্দত আমি “থ্ৰিদি আৰু থ্ৰিদি এফেক্ত”(3D and 3D Effects) টাইপ কৰিম ।
01:42 অবশেষত,মতামতৰ ঠাইত আমাক “লাৰ্নিং এবাওত ফাইল প্ৰ’পাৰ্তিজ”('Learning about File Properties) টাইপ কৰিবলৈ দিয়ক ।
01:48 দ্ৰ ফাইললৈ(Draw file) প্ৰাসংগিক হোৱা তথ্যবোৰ টাইপ কৰা এইতো এটা ভাল অভ্যাস হয় ।
01:54 দেচক্ৰিপচন তেবত উপস্থিত থকা বিষয় বস্তুবোৰলৈ যোগ দি আপোনালোকে হয়তো নিজৰ বিষয় বস্তু সংস্থাপন কৰিবলৈ বিচাৰিব পাৰে ।
02:00 উদাহৰনস্বৰূপে,আপোনালোকে হয়তো জানিবলৈ বিচাৰিব: তাৰিখতো যেতিয়া নথিপত্ৰ তৈয়াৰ কৰা হৈছিল ।
02:05 নথিপত্ৰৰ সংপাদকজন ।
02:07 গ্ৰাহক যাৰ বাবে নথিপত্ৰ তৈয়াৰ কৰা হৈছিল,ইত্যাদি ।
02:11 দ্ৰ( Draw)ৰ গঠন আছে যিবোৰে আপোনালোকক এই তথ্য বিক্ৰি কৰাত সহায় কৰিব ।
02:17 প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্সত কাস্তম প্ৰ’পাৰতিজ(Custom Properties) ক্লিক কৰক ।


02:23 ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব: (“নাম, প্ৰ্কাৰ আৰু পৰিমান”) Name, Type and Value.
02:30 তলৰ সোফালে থকা এদ(Add) বাটানতোত ক্লিক কৰো আহক ।
02:33 আপোনালোকে এতিয়া প্ৰতিতো ঠাইতে ওপৰৰ পৰা পৰিযোৱা বক্স দেখা পাব ।
02:40 এতিয়া ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত ক্লিক কৰো আহক আৰু দেত ক’ম্পলিতেত(Date Completed) অপচনতো নিৰ্বাচন কৰো আহক ।
02:46 ওপৰৰ পৰা পৰি অহা টাইপ( Type)ত,আমি দেট টাইম(Date Time)নিৰ্বাচন কৰিম ।
02:51 ভেলু( Value) ঠাইখিনিয়ে এতিয়া তাৰিখ আৰু সময় দেখাব।
02:55 তাৰিখতো পৰিবৰ্তন নকৰো আহক ।
02:57 সময় লিখা থকা ঠাইত ১০:৩০:৩৩ ভৰাও আহক ।
03:05 এতিয়া আপোনালোকে তাৰিখতো গম পাইছে যেতিয়া তথ্যতো প্ৰস্তুত কৰা হৈছিল ।
03:09 এতিয়া অন্য ঠাই যোগ কৰো আহক।এদত( Add)ক্লিক কৰক ।
03:14 আপোনালোকে দ্বিতীয় ওপৰৰ পৰা পৰি যোৱা বক্সৰ লিষ্ট দেখা পাব ।
03:21 ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত আমি ছেক্‌দ বাই (Checked by) নিৰ্বাচন কৰো আহক ।
03:25 টাইপৰ( Type) ঠাইৰ কাৰনে টেক্স( Text) নিৰ্বাচন কৰো আহক ।
03:29 ভেলু(Value)ত '“ABC” বাক্যতো লিখো আহক ।
03:33 ওকেত( OK) ক্লিক কৰক । তেনেকৈয়ে আপোনালোকে নিজৰ বিষয় বস্তু এটা দ্ৰ ফাইললৈ(Draw file) যোগ দিব পাৰে ।
03:39 এতিয়া, আমি তৈয়াৰ কৰা বিষয় বস্তু কেনেকৈ নোহোৱা কৰিব পাৰি আমি শিকো আহক।
03:44 মেইন মেনুলৈ(Main menu) যাওক,ফাইলত( File) ক্লিক কৰক আৰু প্ৰ’পাৰতিজ('Properties)নিৰ্বাচন কৰক ।
03:51 প্ৰ’পাৰতিজ(Properties) দাইল’গ বক্সত কাস্ত’ম প্ৰ’পাৰতিজত ক্লিক কৰক ।
03:55 প্ৰথম বিষয় বস্তু “ছেক্‌ট বাই”(Checked by)নোহোৱা কৰো আহক ।
04:01 সোফালৰ বাটানত থকা ৰিমোভ প্ৰ’পাৰতিজত(Remove Property) ক্লিক কৰক। বিষয় বস্তুতো নোহোৱা হৈ গৈছে ।
04:07 ওকেত( OK) ক্লিক কৰক
04:11 আপোনালোকে দ্ৰ ফাইলৰ বিভিন্ন ধৰনৰ সংস্কৰন সংৰক্ষন কৰিবও পাৰিব!

এই গঠনতোক ভাৰ্চন (Versions)বুলি কোৱা হয় ।

04:17 উদাহৰন স্বৰূপে,আপোনালোকে প্ৰথম দিনত বস্তু যোগ দিব পাৰে আৰু ইয়াক সংৰক্ষন কৰিব পাৰে ।
04:22 পিছৰ দিনত আপোনালোকে ছবিখনৰ পৰিবৰ্তনো কৰিব পাৰে ।
04:24 আপোনালোকে সম্ভবত প্ৰকৃত আৰু পৰিবৰ্তন কৰা দুয়োখন ছবিৰে প্ৰতিলিপি বিচাৰিছে ।
04:31 আমি ফাইলতো ভাৰ্চন (Versions)অপচন ব্যবহাৰ কৰি সংৰক্ষন কৰো আহক ।
04:33 মেইন মেনুৰ(Main menu)পৰা ফাইললৈ( File') যাওক আৰু ভাৰ্চন('Versions')ক্লিক কৰক ।
04:39 আপোনালোকে ভাৰ্চন( Versions) দাইল’গ বক্স দেখা পাব ।
04:42 চেভ নিউ ভাৰ্চন (Save New Version) বাটানত ক্লিক কৰক ।
04:47 আপোনালোকে ইঞ্চাৰ্ত ভাৰ্চন কমেন্ত (Insert Version Comment )দাইলগ বক্সতো দেখা পাব
04:51 ভাৰ্চন ওৱান(Version One) মতামততো টাইপ কৰো আহক ।
04:55 ওকে( OK)ত ক্লিক কৰক আৰু তাৰ পাছত ক্ল’জত(Close) ক্লিক কৰক
05:00 এতিয়া জিমিওত্ৰি ইন তু দি চেফচ আৰু থ্ৰিদি চেফচ(Geometry in Two D Shapes and Three D Shapes) শিৰ্ষনামত থকা বাক্যতো পৰিবৰ্তন কৰো আহক ।
05:07 বাক্যতোৰ ৰং নীলা ৰঙলৈ পৰিবৰ্তন কৰো আহক ।
05:18 ভাৰ্চন( Versions) অপচন ব্যবহাৰ কৰি ফাইলতো সংৰক্ষন কৰো আহক ।
05:22 মেইন মেনুৰ(Main menu) পৰা ফাইললৈ( File) যাওক আৰু ভাৰ্চনত( Versions) ক্লিক কৰক ।
05:26 চেভ নিউ ভাৰ্চন(Save New Version) বাটানত ক্লিক কৰক
05:30 ইঞ্চাৰ্ত ভাৰ্চন ক’মেন্ত(Insert Version Comment) দাইল’গ বক্স দেখা দিব ।
05:34 ভাৰ্চন তু(Version Two) মতামততো টাইপ কৰক ।
05:36 ওকে(OK)ত ক্লিক কৰক ।
05:40 ইয়াত এতিয়া দুটা ভাৰ্চন লিষ্টত আছে-ভাৰ্চন ওৱান(Version One )আৰু ভাৰ্চন টু( Version Two)
05:46 আমি জানো যে ভাৰ্চন ওৱানতো(Version One) এটা ক’লা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় ।
05:51 আৰু ভাৰ্চন টু নীলা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় ।
05:54 ভাৰ্চন ওৱান(Version One) নিৰ্বাচন কৰো আহক আৰু ওপেনত( Open) ক্লিক কৰক ।
06:00 বিভিন্ন ধৰনৰ ক’লা ৰঙৰ শিৰ্ষনামৰ সৈতে আমি ভাৰ্চনতো চাব পাৰিম ।
06:05 আপোনালোকে প্ৰতিবাৰে এটা দ্ৰ ফাইল(Draw file) বন্ধ কৰোতে আপোনালোকে নিজে নিজে সংৰক্ষন হোৱা ভাৰ্চনতো সমৰ্থ কৰি তুলিব পাৰে
06:11 সেইতো কৰিবলৈ,ফাইলত( File) ক্লিক কৰক আৰু তাৰ পাছত ভাৰ্চনত( Versions) ক্লিক কৰক ।
06:15 এতিয়া এটা ছেক বক্স অপচন আছে যিটোয়ে কয় “সদায় এটা ভাৰ্চন বন্ধৰ সময়ত সংৰক্ষন কৰক”
06:23 এই বক্সত নিৰিক্ষন কৰক ।
06:24 এইতোয়ে নিচ্চিত কৰিব যে প্ৰতিবাৰে আপোনালোকে দ্ৰ ফাইল(Draw file) বন্ধ কৰিতো ,এটা নতুন ভাৰ্চন সংৰক্ষন হব ।ক্ল’জ( Close) ত ক্লিক কৰক ।
06:34 আপোনালোকে আকৌ দৃশ্যমান মনোনয়ন আপোনালোকৰ দ্ৰ ফাইলৰ(Draw file) বাবে সংস্থাপন কৰিব পাৰে ।
06:38 আপোনালোকে আপোনালোকৰ ছবি ৰ্ং, গাঢ়তা মাপ নতুবা ৰ্ং বিহীন ভাবে চাব পাৰে ।
06:44 নিজে নিজে,আমি দ্ৰ ফাইল ৰঙত দেখা পাব ।
06:48 দৃশ্যতো গ্ৰে স্কেললৈ(Gray Scale) পৰিবৰ্তন কৰো আহক ।
06:53 ভিউত( 'View') ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত(Color/Grayscale) ক্লিক কৰক আৰু গ্ৰে স্কেল(Gray Scale. ) নিৰ্বাচন কৰক ।
06:59 আপোনালোকে দেখা পাব যে বস্তুবোৰ এতিয়া ধূসৰ বৰনত দৃশ্যমান হৈছে।
07:03 এতিয়া দৃশ্যতো ৰ্ং বিহীন কৰো আহক ।
07:08 মেইন মেনুৰ(Main Menu) পৰা ভিউ( View) নিৰ্বাচন কৰক ,কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু ব্লেক এন্দ হুৱাইত (Black and White)নিৰ্বাচন কৰক ।
07:17 আপোনালোকে দেখিব যে বস্তুবোৰ এতিয়া ৰং বিহীনভানে দেখা গৈছে ।
07:25 আপোনালোকে দৃশ্যতো আকৌ ৰঙলৈ উভতাই নিবও পাৰে ।
07:29 সেইতো কৰাৰ বাবে,ভিউত( View) ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু কালাৰ (Color) নিৰ্বাচন কৰক ।
07:36 ছবিখন আকৌ এবাৰ ৰঙত দেখা যাব ।
07:43 এইতোয়ে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে ।
07:45 এই টিউটৰিয়েলত , দ্ৰ( Draw )ত আমি তলৰ মনোনয়নবোৰ সংস্থাপন কৰিবলৈ শিকিছো ।
  • দ্ৰ ফাইলৰ('Draw file)'বিষয় বস্তু
  • 'দ্ৰ ফাইলৰ Draw file'অনুমোদিত ৰূপ তৈয়াৰ কৰা ।
  • চিত্ৰখন ৰঙত/গ্ৰেস্কেল/ৰঙবিহীনঅতাত দেখুওৱা ।


07:59 তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক ।
08:02 এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে
08:06 যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে
08:11 স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে
  • স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
  • যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক ।


08:21 আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক ।
08:29 স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ ।
08:33 এইতো আইচিতি,এমএইত্‌ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয়
08:40 এই মিচনৰ ওপৰত অধিক তথ্য htpp://spoken-tutorialorg/NMEICT-Intro ত উপলব্ধ আছে ।
08:54 এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble