LibreOffice-Suite-Draw/C4/Set-Draw-preferences/Assamese
From Script | Spoken-Tutorial
Time | Narration |
00:01 | নম্সকাৰ দৰ্শক সকল. লিব্ৰে অফিচ দ্ৰত থকা চেতিং প্ৰিফাৰেঞ্চৰ বিষয়ে স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো । |
00:06 | এই টিউটৰিয়েলত আপোনালোকে শিকিব কেনেকৈ নিন্ম উল্লেখিত মনোনয়নবোৰ সংস্থাপন কৰা যায় :
প্ৰ’পাৰ্তিজ(Properties) ভাৰ্চন(Versions) তৈয়াৰ কৰা । ৰঙত/গ্ৰেস্কেলত/কলা-আৰু বগা ৰঙত দেখুওৱা । |
00:18 | ইয়াত আমাৰ অপাৰেতিং চিচতেম( operating system) হিচাবে আমি ১০.০৪ ভাৰ্চনৰ উবান্তু লিনাক্স(Ubuntu Linux) আৰু ৩.৩.৪ ভাৰ্চনৰ লিব্ৰে অফিচ চুট(LibreOffice Suite) ৱ্যবহাৰ কৰি আছো । |
00:29 | থ্ৰিদি অবজেক্ত ছাৰ্ত(3D ObjectsChart) ফাইলতো খোলা যাওক যিটো আমি আগতে সংৰক্ষন কৰি থৈছিলো।আৰু পৃষ্ঠা ১ লৈ যাওক । |
00:40 | ধৰা হওক পাছৰ উদ্ধৃতিৰ বাবে আমি এই ফাইলত বৰ্ননা যোগ কৰিব বিচাৰো। |
00:45 | এইটো কৰাৰ বাবে,মেইন মেনুৰ(Main menu) পৰা ফাইল নিৰ্বাচন কৰক আৰু প্ৰ’পাৰতিজ( Properties) নিৰ্বাচন কৰক । |
00:50 | আপোনালোকে প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্স দেখা পাব । |
00:56 | জেনেৰেল( General) টেবত ক্লিক কৰক ।আটাইবোৰ তথ্য যিবোৰ ফাইলতোলৈ প্ৰাসংগিক হয় ইয়াত লিষ্ট কৰা আছে । |
01:02 | অনুগ্ৰহ কৰি নোট কৰক:আমি মাত্ৰ ইয়াত ফাইলৰ বিতং বৰ্ননা দেখা পাও ।আপোনালোকে কোনো ধৰনৰ পৰিবৰ্তন কৰিব নোৱাৰে । |
01:09 | পাছত, দেচক্ৰিপচন( Description) টেবত ক্লিক কৰক । |
01:13 | ইয়াত আমি শিৰ্ষনাম, বিষয়বস্তু, মুলশব্দ আৰু মতামত আপোনালোকৰ আৱশ্যকতা অনুসাৰে সংস্থাপন কৰিব পাৰে । |
01:20 | এই তথ্যবোৰ পাছত উদ্ধৃতিৰ কাৰনেও ৱ্যবহাৰ কৰিব পাৰে । |
01:25 | শিৰ্ষনামৰ ঠাইত “থ্ৰিদি অবজেক্ত চাৰ্ট”(3D Objects Chart) টাইপ কৰো আহক । |
01:30 | বিষয় বস্তুৰ ঠাইত আমি “থ্ৰিদি অবজেক্ত ক’ম্প্যাৰিজঞ্ছ”(3D Objects Comparisons)টাইপ কৰিম । |
01:37 | মূলশব্দত আমি “থ্ৰিদি আৰু থ্ৰিদি এফেক্ত”(3D and 3D Effects) টাইপ কৰিম । |
01:42 | অবশেষত,মতামতৰ ঠাইত আমাক “লাৰ্নিং এবাওত ফাইল প্ৰ’পাৰ্তিজ”('Learning about File Properties) টাইপ কৰিবলৈ দিয়ক । |
01:48 | দ্ৰ ফাইললৈ(Draw file) প্ৰাসংগিক হোৱা তথ্যবোৰ টাইপ কৰা এইতো এটা ভাল অভ্যাস হয় । |
01:54 | দেচক্ৰিপচন তেবত উপস্থিত থকা বিষয় বস্তুবোৰলৈ যোগ দি আপোনালোকে হয়তো নিজৰ বিষয় বস্তু সংস্থাপন কৰিবলৈ বিচাৰিব পাৰে । |
02:00 | উদাহৰনস্বৰূপে,আপোনালোকে হয়তো জানিবলৈ বিচাৰিব: তাৰিখতো যেতিয়া নথিপত্ৰ তৈয়াৰ কৰা হৈছিল । |
02:05 | নথিপত্ৰৰ সংপাদকজন । |
02:07 | গ্ৰাহক যাৰ বাবে নথিপত্ৰ তৈয়াৰ কৰা হৈছিল,ইত্যাদি । |
02:11 | দ্ৰ( Draw)ৰ গঠন আছে যিবোৰে আপোনালোকক এই তথ্য বিক্ৰি কৰাত সহায় কৰিব । |
02:17 | প্ৰ’পাৰতিজ( Properties) দাইল’গ বক্সত কাস্তম প্ৰ’পাৰতিজ(Custom Properties) ক্লিক কৰক । |
02:23 | ইয়াত আপোনালোকে তিনিখন ঠাই দেখা পাব: (“নাম, প্ৰ্কাৰ আৰু পৰিমান”) Name, Type and Value. |
02:30 | তলৰ সোফালে থকা এদ(Add) বাটানতোত ক্লিক কৰো আহক । |
02:33 | আপোনালোকে এতিয়া প্ৰতিতো ঠাইতে ওপৰৰ পৰা পৰিযোৱা বক্স দেখা পাব । |
02:40 | এতিয়া ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত ক্লিক কৰো আহক আৰু দেত ক’ম্পলিতেত(Date Completed) অপচনতো নিৰ্বাচন কৰো আহক । |
02:46 | ওপৰৰ পৰা পৰি অহা টাইপ( Type)ত,আমি দেট টাইম(Date Time)নিৰ্বাচন কৰিম । |
02:51 | ভেলু( Value) ঠাইখিনিয়ে এতিয়া তাৰিখ আৰু সময় দেখাব। |
02:55 | তাৰিখতো পৰিবৰ্তন নকৰো আহক । |
02:57 | সময় লিখা থকা ঠাইত ১০:৩০:৩৩ ভৰাও আহক । |
03:05 | এতিয়া আপোনালোকে তাৰিখতো গম পাইছে যেতিয়া তথ্যতো প্ৰস্তুত কৰা হৈছিল । |
03:09 | এতিয়া অন্য ঠাই যোগ কৰো আহক।এদত( Add)ক্লিক কৰক । |
03:14 | আপোনালোকে দ্বিতীয় ওপৰৰ পৰা পৰি যোৱা বক্সৰ লিষ্ট দেখা পাব । |
03:21 | ওপৰৰ পৰা পৰি যোৱা নেম( Name) ত আমি ছেক্দ বাই (Checked by) নিৰ্বাচন কৰো আহক । |
03:25 | টাইপৰ( Type) ঠাইৰ কাৰনে টেক্স( Text) নিৰ্বাচন কৰো আহক । |
03:29 | ভেলু(Value)ত '“ABC” বাক্যতো লিখো আহক । |
03:33 | ওকেত( OK) ক্লিক কৰক । তেনেকৈয়ে আপোনালোকে নিজৰ বিষয় বস্তু এটা দ্ৰ ফাইললৈ(Draw file) যোগ দিব পাৰে । |
03:39 | এতিয়া, আমি তৈয়াৰ কৰা বিষয় বস্তু কেনেকৈ নোহোৱা কৰিব পাৰি আমি শিকো আহক। |
03:44 | মেইন মেনুলৈ(Main menu) যাওক,ফাইলত( File) ক্লিক কৰক আৰু প্ৰ’পাৰতিজ('Properties)নিৰ্বাচন কৰক । |
03:51 | প্ৰ’পাৰতিজ(Properties) দাইল’গ বক্সত কাস্ত’ম প্ৰ’পাৰতিজত ক্লিক কৰক । |
03:55 | প্ৰথম বিষয় বস্তু “ছেক্ট বাই”(Checked by)নোহোৱা কৰো আহক । |
04:01 | সোফালৰ বাটানত থকা ৰিমোভ প্ৰ’পাৰতিজত(Remove Property) ক্লিক কৰক। বিষয় বস্তুতো নোহোৱা হৈ গৈছে । |
04:07 | ওকেত( OK) ক্লিক কৰক |
04:11 | আপোনালোকে দ্ৰ ফাইলৰ বিভিন্ন ধৰনৰ সংস্কৰন সংৰক্ষন কৰিবও পাৰিব!
এই গঠনতোক ভাৰ্চন (Versions)বুলি কোৱা হয় । |
04:17 | উদাহৰন স্বৰূপে,আপোনালোকে প্ৰথম দিনত বস্তু যোগ দিব পাৰে আৰু ইয়াক সংৰক্ষন কৰিব পাৰে । |
04:22 | পিছৰ দিনত আপোনালোকে ছবিখনৰ পৰিবৰ্তনো কৰিব পাৰে । |
04:24 | আপোনালোকে সম্ভবত প্ৰকৃত আৰু পৰিবৰ্তন কৰা দুয়োখন ছবিৰে প্ৰতিলিপি বিচাৰিছে । |
04:31 | আমি ফাইলতো ভাৰ্চন (Versions)অপচন ব্যবহাৰ কৰি সংৰক্ষন কৰো আহক । |
04:33 | মেইন মেনুৰ(Main menu)পৰা ফাইললৈ( File') যাওক আৰু ভাৰ্চন('Versions')ক্লিক কৰক । |
04:39 | আপোনালোকে ভাৰ্চন( Versions) দাইল’গ বক্স দেখা পাব । |
04:42 | চেভ নিউ ভাৰ্চন (Save New Version) বাটানত ক্লিক কৰক । |
04:47 | আপোনালোকে ইঞ্চাৰ্ত ভাৰ্চন কমেন্ত (Insert Version Comment )দাইলগ বক্সতো দেখা পাব |
04:51 | ভাৰ্চন ওৱান(Version One) মতামততো টাইপ কৰো আহক । |
04:55 | ওকে( OK)ত ক্লিক কৰক আৰু তাৰ পাছত ক্ল’জত(Close) ক্লিক কৰক |
05:00 | এতিয়া জিমিওত্ৰি ইন তু দি চেফচ আৰু থ্ৰিদি চেফচ(Geometry in Two D Shapes and Three D Shapes) শিৰ্ষনামত থকা বাক্যতো পৰিবৰ্তন কৰো আহক । |
05:07 | বাক্যতোৰ ৰং নীলা ৰঙলৈ পৰিবৰ্তন কৰো আহক । |
05:18 | ভাৰ্চন( Versions) অপচন ব্যবহাৰ কৰি ফাইলতো সংৰক্ষন কৰো আহক । |
05:22 | মেইন মেনুৰ(Main menu) পৰা ফাইললৈ( File) যাওক আৰু ভাৰ্চনত( Versions) ক্লিক কৰক । |
05:26 | চেভ নিউ ভাৰ্চন(Save New Version) বাটানত ক্লিক কৰক |
05:30 | ইঞ্চাৰ্ত ভাৰ্চন ক’মেন্ত(Insert Version Comment) দাইল’গ বক্স দেখা দিব । |
05:34 | ভাৰ্চন তু(Version Two) মতামততো টাইপ কৰক । |
05:36 | ওকে(OK)ত ক্লিক কৰক । |
05:40 | ইয়াত এতিয়া দুটা ভাৰ্চন লিষ্টত আছে-ভাৰ্চন ওৱান(Version One )আৰু ভাৰ্চন টু( Version Two) |
05:46 | আমি জানো যে ভাৰ্চন ওৱানতো(Version One) এটা ক’লা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় । |
05:51 | আৰু ভাৰ্চন টু নীলা ৰঙৰ বিভিন্ন ধৰনৰ শিৰ্ষনামৰ সৈতে থকা এটা ফাইল হয় । |
05:54 | ভাৰ্চন ওৱান(Version One) নিৰ্বাচন কৰো আহক আৰু ওপেনত( Open) ক্লিক কৰক । |
06:00 | বিভিন্ন ধৰনৰ ক’লা ৰঙৰ শিৰ্ষনামৰ সৈতে আমি ভাৰ্চনতো চাব পাৰিম । |
06:05 | আপোনালোকে প্ৰতিবাৰে এটা দ্ৰ ফাইল(Draw file) বন্ধ কৰোতে আপোনালোকে নিজে নিজে সংৰক্ষন হোৱা ভাৰ্চনতো সমৰ্থ কৰি তুলিব পাৰে |
06:11 | সেইতো কৰিবলৈ,ফাইলত( File) ক্লিক কৰক আৰু তাৰ পাছত ভাৰ্চনত( Versions) ক্লিক কৰক । |
06:15 | এতিয়া এটা ছেক বক্স অপচন আছে যিটোয়ে কয় “সদায় এটা ভাৰ্চন বন্ধৰ সময়ত সংৰক্ষন কৰক” |
06:23 | এই বক্সত নিৰিক্ষন কৰক । |
06:24 | এইতোয়ে নিচ্চিত কৰিব যে প্ৰতিবাৰে আপোনালোকে দ্ৰ ফাইল(Draw file) বন্ধ কৰিতো ,এটা নতুন ভাৰ্চন সংৰক্ষন হব ।ক্ল’জ( Close) ত ক্লিক কৰক । |
06:34 | আপোনালোকে আকৌ দৃশ্যমান মনোনয়ন আপোনালোকৰ দ্ৰ ফাইলৰ(Draw file) বাবে সংস্থাপন কৰিব পাৰে । |
06:38 | আপোনালোকে আপোনালোকৰ ছবি ৰ্ং, গাঢ়তা মাপ নতুবা ৰ্ং বিহীন ভাবে চাব পাৰে । |
06:44 | নিজে নিজে,আমি দ্ৰ ফাইল ৰঙত দেখা পাব । |
06:48 | দৃশ্যতো গ্ৰে স্কেললৈ(Gray Scale) পৰিবৰ্তন কৰো আহক । |
06:53 | ভিউত( 'View') ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত(Color/Grayscale) ক্লিক কৰক আৰু গ্ৰে স্কেল(Gray Scale. ) নিৰ্বাচন কৰক । |
06:59 | আপোনালোকে দেখা পাব যে বস্তুবোৰ এতিয়া ধূসৰ বৰনত দৃশ্যমান হৈছে। |
07:03 | এতিয়া দৃশ্যতো ৰ্ং বিহীন কৰো আহক । |
07:08 | মেইন মেনুৰ(Main Menu) পৰা ভিউ( View) নিৰ্বাচন কৰক ,কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু ব্লেক এন্দ হুৱাইত (Black and White)নিৰ্বাচন কৰক । |
07:17 | আপোনালোকে দেখিব যে বস্তুবোৰ এতিয়া ৰং বিহীনভানে দেখা গৈছে । |
07:25 | আপোনালোকে দৃশ্যতো আকৌ ৰঙলৈ উভতাই নিবও পাৰে । |
07:29 | সেইতো কৰাৰ বাবে,ভিউত( View) ক্লিক কৰক, কালাৰ/গ্ৰেস্কেলত ('Color/Grayscale)ক্লিক কৰক আৰু কালাৰ (Color) নিৰ্বাচন কৰক । |
07:36 | ছবিখন আকৌ এবাৰ ৰঙত দেখা যাব । |
07:43 | এইতোয়ে আমাক এই টিউটৰিয়েলতোৰ শেষলৈ আনিছে । |
07:45 | এই টিউটৰিয়েলত , দ্ৰ( Draw )ত আমি তলৰ মনোনয়নবোৰ সংস্থাপন কৰিবলৈ শিকিছো ।
দ্ৰ ফাইলৰ('Draw file)'বিষয় বস্তু 'দ্ৰ ফাইলৰ Draw file'অনুমোদিত ৰূপ তৈয়াৰ কৰা । চিত্ৰখন ৰঙত/গ্ৰেস্কেল/ৰঙবিহীনঅতাত দেখুওৱা । |
07:59 | তলৰ লিংকত উপলব্ধ ভিডিওতো চাওক । |
08:02 | এইটোই স্প’কেন টিউটৰিয়েল প্ৰ’জেক্টোৰ সংক্ষিপ্তকৰন কৰে |
08:06 | যদি আপোনালোকৰ ভাল চিগ্নেল নাই,আপোনালোকে ইয়াক দাউনলোদ কৰিব আৰু চাব পাৰে |
08:11 | স্প’কেন টিউতৰিয়েল প্ৰ’জেক্ত টিমে স্পোকেন টিউটৰিয়েল ৱ্যবহাৰ কৰি কাৰ্যশালা আয়োজন কৰে ।
যিবোৰে অনলাইন পৰীক্ষা উত্তিৰ্ন কৰে তেওলোকক চাৰ্টিফিকেট প্ৰদান কৰক । |
08:21 | আৰু অধিক তথ্যৰ বাবে অনুগ্ৰহ কৰি স্পোকেন হাইফেন টিউটৰিয়েল দট ওআৰ্জি( spoken hyphen tutorial dot org) ঠিকনালৈ লিখক । |
08:29 | স্পোকেন টিউটৰিয়েল প্ৰ’জেক্ট হৈছে এজন শিক্ষকৰ বক্তিতাৰ এটা অংশ । |
08:33 | এইতো আইচিতি,এমএইত্ছআৰদি,ভাৰত চৰকাৰৰ যৰিয়তে শিক্ষাৰ ওপৰত থকা নেচনেল মিচনৰ দ্বাৰা সমৰ্থিত হয় |
08:40 | এই মিচনৰ ওপৰত অধিক তথ্য htpp://spoken-tutorialorg/NMEICT-Intro ত উপলব্ধ আছে । |
08:54 | এই পাঠটি বৈজয়ন্তি দেকাৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী বিদায় লৈছো। যোগ দিয়াৰ বাবে ধন্যবাদ। |