Difference between revisions of "PHP-and-MySQL/C2/Functions-Basic/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:00 |বেচিক ফাংচন ('''Function''')ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বা...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 7: | Line 7: | ||
|- | |- | ||
|00:06 | |00:06 | ||
− | |এই টিউট'ৰিয়েলত, মই আপোনাক কেনেকৈ আপোনাৰ ফাংচন ('''Function''') নিৰ্মান কৰা হয়, ইয়াৰ | + | |এই টিউট'ৰিয়েলত, মই আপোনাক কেনেকৈ আপোনাৰ ফাংচন ('''Function''') নিৰ্মান কৰা হয়, ইয়াৰ চিনতেক্স ('''syntax''')টো আৰু এটা বা ততোধিক মান কেনেকৈ ইনপুত কৰা হয় তাৰ দ্বাৰা লৈ যাম |
|- | |- | ||
|00:13 | |00:13 | ||
Line 31: | Line 31: | ||
|- | |- | ||
|01:05 | |01:05 | ||
− | |তাৰ কাৰণে আমি আমাৰ ফাংচনটো দিক্লেয়াৰ (declare) কৰিছো । কিন্তু আমি ইয়াক এতিয়ালৈকে | + | |তাৰ কাৰণে আমি আমাৰ ফাংচনটো দিক্লেয়াৰ (declare) কৰিছো । কিন্তু আমি ইয়াক এতিয়ালৈকে কল (call)কৰা নাই |
|- | |- | ||
|01:11 | |01:11 | ||
− | |এতিয়া, আমাৰ ফাংচনটো | + | |এতিয়া, আমাৰ ফাংচনটো কল ('''call''') কৰিবলৈ, আমি মাত্ৰ ফাংচন ('''function''')টোৰ নামটো, বন্ধনী দুটা আৰু শাৰী অন্তকাৰকটো লিখিব লাগিব |
|- | |- | ||
|01:18 | |01:18 | ||
Line 49: | Line 49: | ||
|- | |- | ||
|01:53 | |01:53 | ||
− | |আমি চাব পাৰো যে ই কাম কৰিছে । আৰু এটা বস্তু যোগ কৰিব পাৰো যে ই নিজকে নিজে | + | |আমি চাব পাৰো যে ই কাম কৰিছে । আৰু এটা বস্তু যোগ কৰিব পাৰো যে ই নিজকে নিজে কল কৰাৰ দৰকাৰ নাই । ইয়াক কল (call) কৰিব পাৰি, উদাহৰণ স্বৰূপে, my name is 'myName'(মাই নেম ইজ মাইনেম) |
|- | |- | ||
|02:13 | |02:13 |
Latest revision as of 18:46, 3 July 2015
Time | Narration |
00:00 | বেচিক ফাংচন (Function)ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । এই বিষয়ৰ টিউটৰিয়েল দুটাৰ এটা হৈছে এইটো |
00:06 | এই টিউট'ৰিয়েলত, মই আপোনাক কেনেকৈ আপোনাৰ ফাংচন (Function) নিৰ্মান কৰা হয়, ইয়াৰ চিনতেক্স (syntax)টো আৰু এটা বা ততোধিক মান কেনেকৈ ইনপুত কৰা হয় তাৰ দ্বাৰা লৈ যাম |
00:13 | আন টিউটৰিয়েলটো মান ঘূৰাই দিয়াৰ ওপৰত হ’ব |
00:17 | গতিকে, আহক আমি ইয়াৰ সৈতে আৰম্ভ কৰো । মই ইয়াত মোৰ PHP tags(টেগচ) নিৰ্মান কৰিম । মই মোৰ গাঠনিটোৰে আৰম্ভ কৰিম যিটো হৈছে ফাংচন (function) |
00:23 | আৰু তাৰপাছত ফাংচন নামটো যিটো হৈছে myName(মাই নেম) |
00:27 | সম্ভৱত ইয়াত বৰফলা ব্যৱহাৰ কৰা সহজ । সেইবাবে আপোনাৰ সৰুফলা আছে, তাৰপাছত বৰফলালৈ যাব, সৰুফলালৈ ঘূৰি আহিব । শেষত, নতুন শব্দ সমূহ বৰফলাৰ পৰা আৰম্ভ হ’ব |
00:38 | ই পঢ়িবলৈ অতি সহজ । কিন্তু মই সদায় সৰুফলা ব্যৱহাৰ কৰাতো পচন্দ কৰো |
00:43 | তাৰপাছত আপুনি দুটা বন্ধনী পাব; এতিয়ালৈকে সিহঁতৰ ভিতৰত একো নাই । আমি ইয়াত কোনো ইনপুত লোৱা নাই আৰু ভিতৰত মই মোৰ ক’ড (code) লিখিম । গতিকে মই এলেক্স ("Alex") লিখিম |
00:56 | ঠিক আছে । যদি এতিয়া আমি ইয়াক চলাওঁ, আমি দেখিম যে একো নাই হোৱা |
01:05 | তাৰ কাৰণে আমি আমাৰ ফাংচনটো দিক্লেয়াৰ (declare) কৰিছো । কিন্তু আমি ইয়াক এতিয়ালৈকে কল (call)কৰা নাই |
01:11 | এতিয়া, আমাৰ ফাংচনটো কল (call) কৰিবলৈ, আমি মাত্ৰ ফাংচন (function)টোৰ নামটো, বন্ধনী দুটা আৰু শাৰী অন্তকাৰকটো লিখিব লাগিব |
01:18 | যদি আমি ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ হ’ব লগা মানবোৰ দিওঁ, আমি সিহঁতক ইয়াত থ’ম |
01:24 | কিন্তু, এতিয়াৰ বাবে সেই বিষয়ে চিন্তা নকৰিব । আমি মাত্ৰ আমাৰ ফাংচনটোক মাতিছো যি এই ক’ড (code)ৰ ব্লক (block)টো কাৰ্যকৰী কৰিব |
01:30 | গতিকে, আহক এবাৰ ৰিফ্ৰেছ (Refresh) কৰো আৰু আগবাঢ়ক । এলেক্স ("Alex") একৌ হৈছে |
01:36 | এতিয়া ধৰক, যদি মই এশাৰীতকৈ অধিক ক’ড যোগ কৰিব বিচাৰো, মই যিমান বিচাৰো সিমান ক’ড ইয়াত থব পাৰো । সেইবাবেই তাত ব্লক (block)টো আছে ; অধিক নতুন শাৰীক সমাহাৰ ঘটাবলৈ । আহক তাক পৰীক্ষা কৰো |
01:53 | আমি চাব পাৰো যে ই কাম কৰিছে । আৰু এটা বস্তু যোগ কৰিব পাৰো যে ই নিজকে নিজে কল কৰাৰ দৰকাৰ নাই । ইয়াক কল (call) কৰিব পাৰি, উদাহৰণ স্বৰূপে, my name is 'myName'(মাই নেম ইজ মাইনেম) |
02:13 | ঠিক আছে । আমি মাইনেম ইজ ('my name is') ক'ব লাগিব আৰু তাৰপাছত ফাংচন
(function)টো পৃথককৈ একৌ (echo) কৰিব লাগিব |
02:22 | এইটো সথিককৈ কাম নকৰাৰ কাৰণটো হৈছে ই এটা মান নহয় । এইটো এটা ফাংচন, গতিকে ই ইতিমধ্যে এলেক্স ("Alex) একৌ (echo) কৰিব |
02:36 | গতিকে, নতুন শাৰী এটা লবলৈ এইটো একে হ’ব, কৈ একৌ মাই নেম ইজ (echo my name is), একৌ (echo) এলেক্স ("Alex"), ঠিক আছে ? |
02:45 | গতিকে ই কাম নকৰিব যদি আমাৰ ওচৰত ই ইয়াত থাকে । উদাহৰণস্বৰূপে, আপুনি আক্ষৰিকভাবে মাত্ৰ মাইনেম ইজ (my name is), মাইনেম (my name) আউতপুত (output) কৰিলে, ঠিক আছে ? |
02:57 | গতিকে, আহক ইয়াক ইয়াৰ তললৈ নিওঁ । ইয়াক ৰিফ্ৰেছ (Refresh) কৰক, আগবাঢ়ক, মাত্ৰ মাইনেম ইজ এলেক্স ("my name is Alex"), |
03:03 | নিশ্বিত কৰিবলৈ যে মই স্পষ্ট । যদি মই ইয়াক এটা ক’ডে (code)ৰে সলাওঁ যিটো কাৰ্যকৰী হৈছে, এইটো দেখিবলৈ তেনেকোৱা হ’ব |
03:11 | গতিকে, আমি সেইটো নকৰো, ঠিক আছে? |
03:16 | গতিকে, সেইটো মাত্ৰ তাক স্পষ্ট কৰিবলৈ । এতিয়া আমি সত্যলৈ যাওঁ যে আপুনি ফাংচন (function) এটাক সূচিত কৰাৰ আগতে মাতিব (call) পাৰে । সেইটো হৈছে, PHP এ কাম কৰা পদ্ধতিটোৰ কাৰণে । গতিকে যদি মই কওঁ, ইয়াক ৰিফ্ৰেছ (refresh) কৰক, আপুনি ইয়াক আশা কৰিব কাৰণ ফাংচনটো ই ডিক্লেয়াৰ কৰাৰ আগতে মতা হৈছে । ই ইয়াক গৃহীত কৰিব ওপৰৰ পৰা তললৈকে |
03:46 | যিকিনহওঁক, ই তেনেদৰে কাম নকৰে । আপুনি ইয়াক পৃষ্ঠাটোৰ ওপৰত ডিক্লেয়াৰ কৰিব পাৰে যদি আপুনি সেইটো উত্তম বুলি ভাবে । মই সদায় ওপৰত ডিক্লেয়াৰ কৰাক পচন্দ কৰো যাতে মই পুনৰচালনা বা ওপৰলৈ ঘূৰি যাব পাৰো আৰু মই ক’ত আছো চাওঁ |
04:00 | কিন্তু, সেইয়া ইয়াৰ বিষয়ে । এতিয়া, মান এটা দিওঁ, মই যি কৰিম সেইয়া হৈছে মই ক’ম ইয়ৰ নেম ইজ নেম ("your name is" name) । সি ইয়ৰ নেম ইজ ("your name is" ) আৰু তাৰপাছত ভেৰিয়েবল নেম (name) একৌ কৰিব । মই ফাংচনটো ইয়ৰ নেম (yourname) নাম দিম |
04:19 | এতিয়া, ভেৰিয়েবলটো ক’ৰ পৰা আহিব ? মই উপভোক্তাই ইয়াক ইনপুত (input) দিব পৰাটো বিচাৰো । মই বুজাওঁ মই ইনপুত (input)ৰ বিষয়ে কোৱা নাই কিন্তু যদি মই নামটো ইয়াত থওঁ আৰু তাৰপাছত মই কওঁ আপোনাৰ নাম, এলেক্স ("Alex") |
04:39 | ই এনেদৰেই কাম কৰে । ইয়ৰনেম (yourname) এ ফাংচনটোক মাতে , এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে, এই ভেৰিয়েবলটো নেম (name)ত থয় আৰু তাৰপাছত ভেৰিয়েবলটো একৌৰ (echo) পৰা পঢ়ে । ইয়াকে মই বুজাইছো |
04:58 | গতিকে, আমি মূলত কৈছো ইয়ৰ নেম এলেক্স ('your name Alex') । আগবাঢ়িবলৈ, মোক ইয়াৰ বাবে এটা মান লাগে, বিশেষভাৱে এটা ষ্ট্ৰিং (string) মান । গতিকে আপুনি ইয়ালৈ যাওঁক আৰু চাওঁক ইনপুত হিচাবে কিবা এন্টাৰ (enter) কৰা হৈছেনেকি । আপুনি দেখিছে এইটো কৰা হৈছে । ই এলেক্স ("Alex") । গতিকে আমি এতিয়া ইয়ৰ নেম ইজ এলেক্স ('your name is Alex') পাব লাগিব |
05:17 | আমি পাইছো! আমি ইয়াক বিলি ("Billy")লৈ সলাব পাৰো । তেনেহ’লে আপুনি দেখিছে ই কেনেদৰে কাম কৰে |
05:26 | ঠিক আছে । এতিয়া মই যি কৰিব বিচাৰিছো সেইয়া হৈছে, মই হয়তো মোৰ ফাংচন (function)টো যোগ কৰিব বিচাৰিম আপুনি বেছি বয়সৰ বুলি ক’বলৈ । গতিকে, মই ক’ব পাৰো যে আপুনি এজ (age) বছৰ বয়সৰ |
05:38 | আমি ক’ব লগীয়াটো হৈছে নেম (name) আৰু এজ (age) । মূলত, আমি কৰিবলগীয়াটো হৈছে অন্য এটা ভেৰিয়েবল যোগ কৰা |
05:50 | ঠিক আছে, গতিকে, আমি ইয়াত এটা অধিক বস্তু যোগ কৰিছো, এটা ক’মাৰে পৃথক কৰি । ইয়াত আমি ভেৰিয়েবলবোৰ এটা ক’মাৰে পৃথক কৰা দৰকাৰ । গতিকে, ই পুনৰ এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে , ইয়াক ইয়াত থয় আৰু ইয়াত একৌ কৰে । এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে । ইয়াক ক’ল (call)ত থয় আৰু ইয়াত একৌ কৰে |
06:10 | এইটোৱেই হৈছে আপোনাৰ ভেৰিয়েবলটোৰ মূল গাঠণিটো । ই কিমান ভেৰিয়েবলচ লয় আৰু এনেদৰে আপুনি আপোনাৰ ফাংচনটো ক’ড (code) কৰে |
06:19 | গতিকে আহক তাক পৰীক্ষা কৰো । ঠিক আছে, আপোনাক তাত এটা স্পেছ লাগিব । মই ইয়াক পুনৰ এলেক্স ("Alex")লৈ সলাব পাৰো, 19 আৰু ৰিফ্ৰেছ (Refresh) । আগবাঢ়ক |
06:31 | গতিকে ফাংচনবিলাক (functions) লিখা হৈছে সময় বচাবলৈ । ই ডাঙৰ ক’ডৰ ব্লক লয় । ই এটা ইনপুত (input) লব পাৰে । ই ইয়াক এনেদৰে প্ৰক্ৰিয়াকৰণ কৰে যে অন্যথা ই অধিক সময় ল’ব |
06:46 | ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি । উন্নত ফাংচনচ যেনে ৰিটাৰ্নিং ভেলু ('returning value')ৰ বাবে, অনুগ্ৰহ কৰি ফাংচনচ (functions)ৰ অন্য টিউট’ৰিয়েল চাওঁক |
06:55 | দৰ্শনৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদায় । |