PHP-and-MySQL/C2/Functions-Basic/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 বেচিক ফাংচন (Function)ৰ স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । এই বিষয়ৰ টিউটৰিয়েল দুটাৰ এটা হৈছে এইটো
00:06 এই টিউট'ৰিয়েলত, মই আপোনাক কেনেকৈ আপোনাৰ ফাংচন (Function) নিৰ্মান কৰা হয়, ইয়াৰ চিনতেক্স (syntax)টো আৰু এটা বা ততোধিক মান কেনেকৈ ইনপুত কৰা হয় তাৰ দ্বাৰা লৈ যাম
00:13 আন টিউটৰিয়েলটো মান ঘূৰাই দিয়াৰ ওপৰত হ’ব
00:17 গতিকে, আহক আমি ইয়াৰ সৈতে আৰম্ভ কৰো । মই ইয়াত মোৰ PHP tags(টেগচ) নিৰ্মান কৰিম । মই মোৰ গাঠনিটোৰে আৰম্ভ কৰিম যিটো হৈছে ফাংচন (function)
00:23 আৰু তাৰপাছত ফাংচন নামটো যিটো হৈছে myName(মাই নেম)
00:27 সম্ভৱত ইয়াত বৰফলা ব্যৱহাৰ কৰা সহজ । সেইবাবে আপোনাৰ সৰুফলা আছে, তাৰপাছত বৰফলালৈ যাব, সৰুফলালৈ ঘূৰি আহিব । শেষত, নতুন শব্দ সমূহ বৰফলাৰ পৰা আৰম্ভ হ’ব
00:38 ই পঢ়িবলৈ অতি সহজ । কিন্তু মই সদায় সৰুফলা ব্যৱহাৰ কৰাতো পচন্দ কৰো
00:43 তাৰপাছত আপুনি দুটা বন্ধনী পাব; এতিয়ালৈকে সিহঁতৰ ভিতৰত একো নাই । আমি ইয়াত কোনো ইনপুত লোৱা নাই আৰু ভিতৰত মই মোৰ ক’ড (code) লিখিম । গতিকে মই এলেক্স ("Alex") লিখিম
00:56 ঠিক আছে । যদি এতিয়া আমি ইয়াক চলাওঁ, আমি দেখিম যে একো নাই হোৱা
01:05 তাৰ কাৰণে আমি আমাৰ ফাংচনটো দিক্লেয়াৰ (declare) কৰিছো । কিন্তু আমি ইয়াক এতিয়ালৈকে কল (call)কৰা নাই
01:11 এতিয়া, আমাৰ ফাংচনটো কল (call) কৰিবলৈ, আমি মাত্ৰ ফাংচন (function)টোৰ নামটো, বন্ধনী দুটা আৰু শাৰী অন্তকাৰকটো লিখিব লাগিব
01:18 যদি আমি ইয়াৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ হ’ব লগা মানবোৰ দিওঁ, আমি সিহঁতক ইয়াত থ’ম
01:24 কিন্তু, এতিয়াৰ বাবে সেই বিষয়ে চিন্তা নকৰিব । আমি মাত্ৰ আমাৰ ফাংচনটোক মাতিছো যি এই ক’ড (code)ৰ ব্লক (block)টো কাৰ্যকৰী কৰিব
01:30 গতিকে, আহক এবাৰ ৰিফ্ৰেছ (Refresh) কৰো আৰু আগবাঢ়ক । এলেক্স ("Alex") একৌ হৈছে
01:36 এতিয়া ধৰক, যদি মই এশাৰীতকৈ অধিক ক’ড যোগ কৰিব বিচাৰো, মই যিমান বিচাৰো সিমান ক’ড ইয়াত থব পাৰো । সেইবাবেই তাত ব্লক (block)টো আছে ; অধিক নতুন শাৰীক সমাহাৰ ঘটাবলৈ । আহক তাক পৰীক্ষা কৰো
01:53 আমি চাব পাৰো যে ই কাম কৰিছে । আৰু এটা বস্তু যোগ কৰিব পাৰো যে ই নিজকে নিজে কল কৰাৰ দৰকাৰ নাই । ইয়াক কল (call) কৰিব পাৰি, উদাহৰণ স্বৰূপে, my name is 'myName'(মাই নেম ইজ মাইনেম)
02:13 ঠিক আছে । আমি মাইনেম ইজ ('my name is') ক'ব লাগিব আৰু তাৰপাছত ফাংচন

(function)টো পৃথককৈ একৌ (echo) কৰিব লাগিব

02:22 এইটো সথিককৈ কাম নকৰাৰ কাৰণটো হৈছে ই এটা মান নহয় । এইটো এটা ফাংচন, গতিকে ই ইতিমধ্যে এলেক্স ("Alex) একৌ (echo) কৰিব
02:36 গতিকে, নতুন শাৰী এটা লবলৈ এইটো একে হ’ব, কৈ একৌ মাই নেম ইজ (echo my name is), একৌ (echo) এলেক্স ("Alex"), ঠিক আছে ?
02:45 গতিকে ই কাম নকৰিব যদি আমাৰ ওচৰত ই ইয়াত থাকে । উদাহৰণস্বৰূপে, আপুনি আক্ষৰিকভাবে মাত্ৰ মাইনেম ইজ (my name is), মাইনেম (my name) আউতপুত (output) কৰিলে, ঠিক আছে ?
02:57 গতিকে, আহক ইয়াক ইয়াৰ তললৈ নিওঁ । ইয়াক ৰিফ্ৰেছ (Refresh) কৰক, আগবাঢ়ক, মাত্ৰ মাইনেম ইজ এলেক্স ("my name is Alex"),
03:03 নিশ্বিত কৰিবলৈ যে মই স্পষ্ট । যদি মই ইয়াক এটা ক’ডে (code)ৰে সলাওঁ যিটো কাৰ্যকৰী হৈছে, এইটো দেখিবলৈ তেনেকোৱা হ’ব
03:11 গতিকে, আমি সেইটো নকৰো, ঠিক আছে?
03:16 গতিকে, সেইটো মাত্ৰ তাক স্পষ্ট কৰিবলৈ । এতিয়া আমি সত্যলৈ যাওঁ যে আপুনি ফাংচন (function) এটাক সূচিত কৰাৰ আগতে মাতিব (call) পাৰে । সেইটো হৈছে, PHP এ কাম কৰা পদ্ধতিটোৰ কাৰণে । গতিকে যদি মই কওঁ, ইয়াক ৰিফ্ৰেছ (refresh) কৰক, আপুনি ইয়াক আশা কৰিব কাৰণ ফাংচনটো ই ডিক্লেয়াৰ কৰাৰ আগতে মতা হৈছে । ই ইয়াক গৃহীত কৰিব ওপৰৰ পৰা তললৈকে
03:46 যিকিনহওঁক, ই তেনেদৰে কাম নকৰে । আপুনি ইয়াক পৃষ্ঠাটোৰ ওপৰত ডিক্লেয়াৰ কৰিব পাৰে যদি আপুনি সেইটো উত্তম বুলি ভাবে । মই সদায় ওপৰত ডিক্লেয়াৰ কৰাক পচন্দ কৰো যাতে মই পুনৰচালনা বা ওপৰলৈ ঘূৰি যাব পাৰো আৰু মই ক’ত আছো চাওঁ
04:00 কিন্তু, সেইয়া ইয়াৰ বিষয়ে । এতিয়া, মান এটা দিওঁ, মই যি কৰিম সেইয়া হৈছে মই ক’ম ইয়ৰ নেম ইজ নেম ("your name is" name) । সি ইয়ৰ নেম ইজ ("your name is" ) আৰু তাৰপাছত ভেৰিয়েবল নেম (name) একৌ কৰিব । মই ফাংচনটো ইয়ৰ নেম (yourname) নাম দিম
04:19 এতিয়া, ভেৰিয়েবলটো ক’ৰ পৰা আহিব ? মই উপভোক্তাই ইয়াক ইনপুত (input) দিব পৰাটো বিচাৰো । মই বুজাওঁ মই ইনপুত (input)ৰ বিষয়ে কোৱা নাই কিন্তু যদি মই নামটো ইয়াত থওঁ আৰু তাৰপাছত মই কওঁ আপোনাৰ নাম, এলেক্স ("Alex")
04:39 ই এনেদৰেই কাম কৰে । ইয়ৰনেম (yourname) এ ফাংচনটোক মাতে , এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে, এই ভেৰিয়েবলটো নেম (name)ত থয় আৰু তাৰপাছত ভেৰিয়েবলটো একৌৰ (echo) পৰা পঢ়ে । ইয়াকে মই বুজাইছো
04:58 গতিকে, আমি মূলত কৈছো ইয়ৰ নেম এলেক্স ('your name Alex') । আগবাঢ়িবলৈ, মোক ইয়াৰ বাবে এটা মান লাগে, বিশেষভাৱে এটা ষ্ট্ৰিং (string) মান । গতিকে আপুনি ইয়ালৈ যাওঁক আৰু চাওঁক ইনপুত হিচাবে কিবা এন্টাৰ (enter) কৰা হৈছেনেকি । আপুনি দেখিছে এইটো কৰা হৈছে । ই এলেক্স ("Alex") । গতিকে আমি এতিয়া ইয়ৰ নেম ইজ এলেক্স ('your name is Alex') পাব লাগিব
05:17 আমি পাইছো! আমি ইয়াক বিলি ("Billy")লৈ সলাব পাৰো । তেনেহ’লে আপুনি দেখিছে ই কেনেদৰে কাম কৰে
05:26 ঠিক আছে । এতিয়া মই যি কৰিব বিচাৰিছো সেইয়া হৈছে, মই হয়তো মোৰ ফাংচন (function)টো যোগ কৰিব বিচাৰিম আপুনি বেছি বয়সৰ বুলি ক’বলৈ । গতিকে, মই ক’ব পাৰো যে আপুনি এজ (age) বছৰ বয়সৰ
05:38 আমি ক’ব লগীয়াটো হৈছে নেম (name) আৰু এজ (age) । মূলত, আমি কৰিবলগীয়াটো হৈছে অন্য এটা ভেৰিয়েবল যোগ কৰা
05:50 ঠিক আছে, গতিকে, আমি ইয়াত এটা অধিক বস্তু যোগ কৰিছো, এটা ক’মাৰে পৃথক কৰি । ইয়াত আমি ভেৰিয়েবলবোৰ এটা ক’মাৰে পৃথক কৰা দৰকাৰ । গতিকে, ই পুনৰ এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে , ইয়াক ইয়াত থয় আৰু ইয়াত একৌ কৰে । এই ভেৰিয়েবলটো একাউন্ট (account)লৈ নিয়ে । ইয়াক ক’ল (call)ত থয় আৰু ইয়াত একৌ কৰে
06:10 এইটোৱেই হৈছে আপোনাৰ ভেৰিয়েবলটোৰ মূল গাঠণিটো । ই কিমান ভেৰিয়েবলচ লয় আৰু এনেদৰে আপুনি আপোনাৰ ফাংচনটো ক’ড (code) কৰে
06:19 গতিকে আহক তাক পৰীক্ষা কৰো । ঠিক আছে, আপোনাক তাত এটা স্পেছ লাগিব । মই ইয়াক পুনৰ এলেক্স ("Alex")লৈ সলাব পাৰো, 19 আৰু ৰিফ্ৰেছ (Refresh) । আগবাঢ়ক
06:31 গতিকে ফাংচনবিলাক (functions) লিখা হৈছে সময় বচাবলৈ । ই ডাঙৰ ক’ডৰ ব্লক লয় । ই এটা ইনপুত (input) লব পাৰে । ই ইয়াক এনেদৰে প্ৰক্ৰিয়াকৰণ কৰে যে অন্যথা ই অধিক সময় ল’ব
06:46 ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি । উন্নত ফাংচনচ যেনে ৰিটাৰ্নিং ভেলু ('returning value')ৰ বাবে, অনুগ্ৰহ কৰি ফাংচনচ (functions)ৰ অন্য টিউট’ৰিয়েল চাওঁক
06:55 দৰ্শনৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদায় ।

Contributors and Content Editors

Mausamh9