Difference between revisions of "PHP-and-MySQL/C2/Loops-While-Statement/Assamese"
From Script | Spoken-Tutorial
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো | + | |নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত (looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো |
|- | |- | ||
|00:07 | |00:07 | ||
− | |মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে('''loop''') কিদৰে কাম কৰে দেখুৱাব লাগে | + | |মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ (reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে ('''loop''') কিদৰে কাম কৰে দেখুৱাব লাগে |
|- | |- | ||
|00:17 | |00:17 | ||
− | |এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ('''while''' loop)ৰ বিষয়ে শিকিম | + | |এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ ('''while''' loop)ৰ বিষয়ে শিকিম |
|- | |- | ||
|00:21 | |00:21 | ||
− | |এটা হোৱাইল লোপে('''while''' loop) চৰ্ত('''condition''') এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত('''condition''')টো ট্ৰু('''True''') হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে | + | |এটা হোৱাইল লোপে ('''while''' loop) চৰ্ত ('''condition''') এটাৰ বাবে লোপ (loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত ('''condition''')টো ট্ৰু ('''True''') হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড (code)টো কাৰ্যকৰী কৰে |
|- | |- | ||
|00:38 | |00:38 | ||
− | |উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ('''while''' loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত('''condition''') আৰু এইটো হৈছে মোৰ ব্লক('''block''') | + | |উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ ('''while''' loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত ('''condition''') আৰু এইটো হৈছে মোৰ ব্লক ('''block''') |
|- | |- | ||
|00:51 | |00:51 | ||
− | |মই মোৰ ব্লক('''block''')ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম | + | |মই মোৰ ব্লক ('''block''')ক মাজুবন্ধনী (curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম |
|- | |- | ||
|00:56 | |00:56 | ||
− | |মোৰ চৰ্ত('''condition''')টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত('''if''' statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো | + | |মোৰ চৰ্ত ('''condition''')টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত ('''if''' statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো |
|- | |- | ||
|01:04 | |01:04 | ||
− | |এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ | + | |এতিয়া, যদি মই ইয়াত টেষ্ট ('test') বা লোপ ('loop') কওঁ |
|- | |- | ||
|01:07 | |01:07 | ||
− | |ইয়াত এইটো এটা লোপ('''loop''') আৰু তাৰপাছত এটা ব্ৰেক(break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব | + | |ইয়াত এইটো এটা লোপ ('''loop''') আৰু তাৰপাছত এটা ব্ৰেক (break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ (loop) নিৰ্মান কৰিব |
|- | |- | ||
Line 44: | Line 44: | ||
|- | |- | ||
|01:22 | |01:22 | ||
− | |ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ('''loop''')টো পুনৰাবৃত্তি হ’ব আৰু অসীম | + | |ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ (browser)ক ক্ৰেচ (crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ ('''loop''')টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব |
|- | |- | ||
|01:34 | |01:34 | ||
− | |গতিকে, যিহেতু লোপ('''loop''')টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব | + | |গতিকে, যিহেতু লোপ ('''loop''')টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ (browser) ক্ৰেচ (crash) হ’ব |
|- | |- | ||
|01:40 | |01:40 | ||
− | |আহক কওঁ যেতিয়া('''while''') এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ('''echo''')ৰ ভিতৰত মই ক’ব পাৰো - '''num(নাম) ++''' | + | |আহক কওঁ যেতিয়া ('''while''') এটা ভেৰিয়েবল নাম ('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ ('''echo''')ৰ ভিতৰত মই ক’ব পাৰো - '''num(নাম) ++''' |
|- | |- | ||
|01:57 | |01:57 | ||
− | |'++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ('''operator''') । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে | + | |'++' হৈছে এটা আৰিথমেতিকেল (arithmetical) অপাৰেতৰ ('''operator''') । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম ('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে |
|- | |- | ||
|02:16 | |02:16 | ||
− | |গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান | + | |গতিকে, ই নাম ('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান |
|- | |- | ||
|02:23 | |02:23 | ||
− | |গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ('''operator''') । যি ঘটিব সেইয়া হৈছে - | + | |গতিকে, এইটো পুনৰ এটা আৰিথমেতিক (arithmetical) অপাৰেতৰ ('''operator''') । যি ঘটিব সেইয়া হৈছে - |
|- | |- | ||
|02:29 | |02:29 | ||
− | |আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ('''echo''') লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয় | + | |আমি ক’ম নাম ('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয় ('yes') তেন্তে ইকৌ ('''echo''') লোপ (loop) আৰু তাৰপাছত ভেৰিয়েবল নাম ('num')টোলৈ 1 যোগ হয় |
|- | |- | ||
|02:41 | |02:41 | ||
− | |কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ('''loop''') হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত | + | |কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ ('''loop''') হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব |
|- | |- | ||
|03:01 | |03:01 | ||
− | |তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব | + | |তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড (code)টো চলিব |
|- | |- | ||
|03:06 | |03:06 | ||
− | |গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ | + | |গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ (loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ |
|- | |- | ||
|03:20 | |03:20 | ||
− | |এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ ('''loop''' ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম | + | |এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ ('''loop''' ) 1 আৰু তাৰ শেষত মই নাম ('num')ক কনকেতিনেত (concatenate) কৰিম |
|- | |- | ||
|03:27 | |03:27 | ||
− | |প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব | + | |প্ৰকৃততে, আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম ('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব |
|- | |- | ||
|03:37 | |03:37 | ||
− | |ঠিক আছে । মই ক’ম '''loop(লোপ) 1''' আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো | + | |ঠিক আছে । মই ক’ম '''loop(লোপ) 1''' আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ (loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ (loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে |
|- | |- | ||
|03:49 | |03:49 | ||
− | |আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ('''Refresh''' ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে | + | |আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ ('''Refresh''' ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ (loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে |
|- | |- | ||
|03:58 | |03:58 | ||
− | |আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ('''Refresh''') কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয় | + | |আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ ('''Refresh''') কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ (loop)ত সিমান দৈৰ্ঘ্যৰ হয় |
|- | |- | ||
|04:08 | |04:08 | ||
− | |আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ('''refresh''') কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয় | + | |আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ ('''refresh''') কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয় |
|- | |- | ||
|04:20 | |04:20 | ||
− | |প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে('''array''')ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে('''array''')টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে | + | |প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে ('''array''')ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে ('''array''')টোৰ ভিতৰত থকা বৰ্ণক ইকৌ (echo) কৰে |
|- | |- | ||
|04:27 | |04:27 | ||
− | |আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ('''echo''') কৰিবলৈ লোপচ('''loops''') ব্যৱহাৰ কৰিব পাৰে | + | |আপুনি এৰে (array) এটাৰ প্ৰতিটো মানকে ইকৌ ('''echo''') কৰিবলৈ লোপচ ('''loops''') ব্যৱহাৰ কৰিব পাৰে |
|- | |- | ||
Line 118: | Line 118: | ||
|- | |- | ||
|04:40 | |04:40 | ||
− | |যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক | + | |যিকিনহওঁক, এইটো হৈছে মূল গাঠণি (structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে, ইয়াত মেক্স ('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক |
|- | |- | ||
|04:53 | |04:53 | ||
− | |ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব | + | |ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ (declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক (reference) হ’ব |
|- | |- | ||
|05:03 | |05:03 | ||
− | |যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে । মোৰ প্ৰোগ্ৰামৰ | + | |যদি আপোনাৰ 1তকৈ অধিক লোপ (loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা (readability ) আৰু নমনীয়তা (flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ ('''while'''loop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত ('''condition''')টো পৰীক্ষা কৰে |
|- | |- | ||
|05:17 | |05:17 | ||
− | |যদি চৰ্তটো ট্ৰু('''True''') হয় ই এই ক‘ড('''code''')ৰ ব্লক('''block''')টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব | + | |যদি চৰ্তটো ট্ৰু ('''True''') হয় ই এই ক‘ড ('''code''')ৰ ব্লক ('''block''')টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা ('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব |
|- | |- | ||
|05:24 | |05:24 | ||
− | |আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম('''infinity''')ৰ বাবে লোপ('''loop''') হ’ব | + | |আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম ('''infinity''')ৰ বাবে লোপ ('''loop''') হ’ব |
|- | |- | ||
|05:32 | |05:32 | ||
− | |দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন | + | |দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় । |
Latest revision as of 23:12, 2 June 2015
Time | Narration |
00:00 | নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত (looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো |
00:07 | মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ (reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে (loop) কিদৰে কাম কৰে দেখুৱাব লাগে |
00:17 | এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ (while loop)ৰ বিষয়ে শিকিম |
00:21 | এটা হোৱাইল লোপে (while loop) চৰ্ত (condition) এটাৰ বাবে লোপ (loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত (condition)টো ট্ৰু (True) হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড (code)টো কাৰ্যকৰী কৰে |
00:38 | উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ (while loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত (condition) আৰু এইটো হৈছে মোৰ ব্লক (block) |
00:51 | মই মোৰ ব্লক (block)ক মাজুবন্ধনী (curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম |
00:56 | মোৰ চৰ্ত (condition)টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত (if statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো |
01:04 | এতিয়া, যদি মই ইয়াত টেষ্ট ('test') বা লোপ ('loop') কওঁ |
01:07 | ইয়াত এইটো এটা লোপ (loop) আৰু তাৰপাছত এটা ব্ৰেক (break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ (loop) নিৰ্মান কৰিব |
01:17 | যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো |
01:22 | ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ (browser)ক ক্ৰেচ (crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ (loop)টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব |
01:34 | গতিকে, যিহেতু লোপ (loop)টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ (browser) ক্ৰেচ (crash) হ’ব |
01:40 | আহক কওঁ যেতিয়া (while) এটা ভেৰিয়েবল নাম ('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ (echo)ৰ ভিতৰত মই ক’ব পাৰো - num(নাম) ++ |
01:57 | '++' হৈছে এটা আৰিথমেতিকেল (arithmetical) অপাৰেতৰ (operator) । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম ('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে |
02:16 | গতিকে, ই নাম ('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান |
02:23 | গতিকে, এইটো পুনৰ এটা আৰিথমেতিক (arithmetical) অপাৰেতৰ (operator) । যি ঘটিব সেইয়া হৈছে - |
02:29 | আমি ক’ম নাম ('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয় ('yes') তেন্তে ইকৌ (echo) লোপ (loop) আৰু তাৰপাছত ভেৰিয়েবল নাম ('num')টোলৈ 1 যোগ হয় |
02:41 | কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ (loop) হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব |
03:01 | তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড (code)টো চলিব |
03:06 | গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ (loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ |
03:20 | এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ (loop ) 1 আৰু তাৰ শেষত মই নাম ('num')ক কনকেতিনেত (concatenate) কৰিম |
03:27 | প্ৰকৃততে, আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম ('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব |
03:37 | ঠিক আছে । মই ক’ম loop(লোপ) 1 আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ (loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ (loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে |
03:49 | আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ (Refresh ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ (loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে |
03:58 | আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ (Refresh) কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ (loop)ত সিমান দৈৰ্ঘ্যৰ হয় |
04:08 | আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ (refresh) কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয় |
04:20 | প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে (array)ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে (array)টোৰ ভিতৰত থকা বৰ্ণক ইকৌ (echo) কৰে |
04:27 | আপুনি এৰে (array) এটাৰ প্ৰতিটো মানকে ইকৌ (echo) কৰিবলৈ লোপচ (loops) ব্যৱহাৰ কৰিব পাৰে |
04:32 | ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয় |
04:40 | যিকিনহওঁক, এইটো হৈছে মূল গাঠণি (structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে, ইয়াত মেক্স ('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক |
04:53 | ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ (declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক (reference) হ’ব |
05:03 | যদি আপোনাৰ 1তকৈ অধিক লোপ (loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা (readability ) আৰু নমনীয়তা (flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ (whileloop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত (condition)টো পৰীক্ষা কৰে |
05:17 | যদি চৰ্তটো ট্ৰু (True) হয় ই এই ক‘ড (code)ৰ ব্লক (block)টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা ('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব |
05:24 | আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম (infinity)ৰ বাবে লোপ (loop) হ’ব |
05:32 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় । |