Difference between revisions of "PHP-and-MySQL/C2/Comparison-Operators/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |এই '''PHP''' টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ('''Compar...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | |এই '''PHP''' টিউটৰিয়েলত,আমি কম্পেৰিজন অপাৰেতৰচ('''Comparison Operators''')ৰ বিষয়ে শিকিম | + | |এই '''PHP''' টিউটৰিয়েলত, আমি কম্পেৰিজন অপাৰেতৰচ ('''Comparison Operators''')ৰ বিষয়ে শিকিম |
|- | |- | ||
|00:05 | |00:05 | ||
− | |কম্পেৰিজন অপাৰেতৰচে(Comparison operators) দুটা মান('''values'''),দুটা ষ্ট্ৰিং('''string''') বা দুটা ভেৰিয়েবলচ('''variables''') তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে | + | |কম্পেৰিজন অপাৰেতৰচে (Comparison operators) দুটা মান ('''values'''), দুটা ষ্ট্ৰিং ('''string''') বা দুটা ভেৰিয়েবলচ ('''variables''') তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে |
|- | |- | ||
|00:15 | |00:15 | ||
− | |ইয়াৰ বাবে,মই এটা ইফ('''if''') ষ্টেতমেন্ত(statement) ব্যৱহাৰ কৰিবলৈ গৈছো | + | |ইয়াৰ বাবে,মই এটা ইফ ('''if''') ষ্টেতমেন্ত (statement) ব্যৱহাৰ কৰিবলৈ গৈছো |
|- | |- | ||
|00:19 | |00:19 | ||
− | |আহক ইফ('''if''') ষ্টেতমেন্ত(statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো | + | |আহক ইফ ('''if''') ষ্টেতমেন্ত (statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো |
|- | |- | ||
|00:25 | |00:25 | ||
− | |মোৰ চৰ্ত('''condition''') হৈছে '''if(ইফ) 1==1''', | + | |মোৰ চৰ্ত ('''condition''') হৈছে '''if(ইফ) 1==1''', |
|- | |- | ||
|00:30 | |00:30 | ||
− | |'''echo'''(ইকৌ) | + | |'''echo''' (ইকৌ) |
|- | |- | ||
|00:33 | |00:33 | ||
− | |"True"(ট্ৰু) | + | |"True" (ট্ৰু) |
|- | |- | ||
|00:37 | |00:37 | ||
− | |আৰু তাৰপাছত '''else'''(এলচ) | + | |আৰু তাৰপাছত '''else''' (এলচ) |
|- | |- | ||
|00:42 | |00:42 | ||
− | |'''echo'''(ইকৌ) | + | |'''echo''' (ইকৌ) |
|- | |- | ||
|00:44 | |00:44 | ||
− | |"False"(ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ(brackets) নালাগে ;গতিকে মই সিহঁতক আঁতৰ কৰিম | + | |"False" (ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ (brackets) নালাগে ; গতিকে মই সিহঁতক আঁতৰ কৰিম |
|- | |- | ||
|00:51 | |00:51 | ||
− | |আহক ইয়াক সভৃত('''indent''' ) কৰো | + | |আহক ইয়াক সভৃত ('''indent''' ) কৰো |
|- | |- | ||
|00:56 | |00:56 | ||
− | |সভৃতকৰণ(indenting)ক সংকোচ নকৰিব | + | |সভৃতকৰণ (indenting)ক সংকোচ নকৰিব |
|- | |- | ||
|00:59 | |00:59 | ||
− | |এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ(comparison operator) | + | |এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ (comparison operator) |
|- | |- | ||
|01:02 | |01:02 | ||
− | |দুটা সমান চিহ্ন(==)ই কম্পেৰিজন অপাৰেতৰক(comparison operator) বুজাই । আমি এইটো আগতে ইফ('''if''') ষ্টেতমেন্তত দেখিছো | + | |দুটা সমান চিহ্ন (==)ই কম্পেৰিজন অপাৰেতৰক (comparison operator) বুজাই । আমি এইটো আগতে ইফ ('''if''') ষ্টেতমেন্তত দেখিছো |
|- | |- | ||
|01:08 | |01:08 | ||
− | |1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু("True") ইকৌ('''echo''' ) কৰিব । আহক ইয়াক চেষ্টা কৰো | + | |1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু ("True") ইকৌ ('''echo''' ) কৰিব । আহক ইয়াক চেষ্টা কৰো |
|- | |- | ||
|01:13 | |01:13 | ||
Line 52: | Line 52: | ||
|- | |- | ||
|01:15 | |01:15 | ||
− | |মই এইটো সলাম । যদি('''if''') 1টো 1 তকৈ ডাঙৰ হয়(1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ | + | |মই এইটো সলাম । যদি ('''if''') 1টো 1 তকৈ ডাঙৰ হয় (1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ |
|- | |- | ||
|01:27 | |01:27 | ||
− | |ফল্চ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয় | + | |ফল্চ ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয় |
|- | |- | ||
|01:33 | |01:33 | ||
− | |এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান(1>=1)লৈ সলাওঁ | + | |এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান (1>=1)লৈ সলাওঁ |
|- | |- | ||
|01:37 | |01:37 | ||
− | |যদি('''if''') 1টো 1তকৈ ডাঙৰ বা সমান হয়,ট্ৰু("True") অন্যথা ফল্চ("False") ইকৌ('''echo''') কৰিব | + | |যদি ('''if''') 1টো 1তকৈ ডাঙৰ বা সমান হয়, ট্ৰু ("True") অন্যথা ফল্চ ("False") ইকৌ ('''echo''') কৰিব |
|- | |- | ||
|01:45 | |01:45 | ||
− | |ইয়াত, আমি ট্ৰু("True") পাব লাগিব | + | |ইয়াত, আমি ট্ৰু ("True") পাব লাগিব |
|- | |- | ||
|01:48 | |01:48 | ||
− | |আপুনি সৰু(less than)বা সমান(equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে,উদাহৰণ স্বৰূপেঃ সৰু(less than)(<) | + | |আপুনি সৰু (less than) বা সমান (equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে, উদাহৰণ স্বৰূপেঃ সৰু (less than)(<) |
|- | |- | ||
|01:55 | |01:55 | ||
− | |ফল্চ("False") হ’ব, সৰু(less than)বা সমান(equal to)টো ট্ৰু("True") হ’ব | + | |ফল্চ ("False") হ’ব, সৰু (less than) বা সমান (equal to)টো ট্ৰু ("True") হ’ব |
|- | |- | ||
|02:01 | |02:01 | ||
− | |লগতে আমি কব পাৰো সমান নহয় ('not equal')। গতিকে,যদি 1টো 1ৰ সমান নহয়(1!=1) ইকৌ('''echo''') ট্ৰু("True") | + | |লগতে আমি কব পাৰো সমান নহয় ('not equal') । গতিকে, যদি 1টো 1ৰ সমান নহয় (1!=1) ইকৌ ('''echo''') ট্ৰু ("True") |
|- | |- | ||
|02:11 | |02:11 | ||
− | |ৰিফ্ৰেচ(Refresh) কৰি,আমি ইয়াত ফল্চ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয়(1!=2) | + | |ৰিফ্ৰেচ (Refresh) কৰি, আমি ইয়াত ফল্চ ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয় (1!=2) |
|- | |- | ||
|02:20 | |02:20 | ||
− | |আমি ট্ৰু("True") পাম কাৰন 1টো 2ৰ সমান নহয় | + | |আমি ট্ৰু ("True") পাম কাৰন 1টো 2ৰ সমান নহয় |
|- | |- | ||
|02:25 | |02:25 | ||
− | |এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ(comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব | + | |এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ (comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব |
|- | |- | ||
|02:33 | |02:33 | ||
− | |ইয়াক বিস্তৃত(Expand) কৰক - সিহঁতক অভ্যাস(practice) কৰক-আৰু আপুনি সিহঁতক ভালদৰে বুজিব | + | |ইয়াক বিস্তৃত (Expand) কৰক - সিহঁতক অভ্যাস (practice) কৰক - আৰু আপুনি সিহঁতক ভালদৰে বুজিব |
|- | |- | ||
|02:40 | |02:40 | ||
− | |আপুনি লগতে এই অপাৰেতৰ(operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1 | + | |আপুনি লগতে এই অপাৰেতৰ (operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1 |
|- | |- | ||
|02:48 | |02:48 | ||
Line 94: | Line 94: | ||
|- | |- | ||
|03:01 | |03:01 | ||
− | |ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা | + | |ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু ("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা |
|- | |- | ||
|03:11 | |03:11 | ||
− | |অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ("False") পাওঁ | + | |অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ ("False") পাওঁ |
|- | |- | ||
|03:24 | |03:24 | ||
− | |ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ(comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ | + | |ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ (comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ |
|- | |- | ||
|03:33 | |03:33 | ||
|স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো | |স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো | ||
|- | |- |
Latest revision as of 19:00, 2 June 2015
Time | Narration |
00:00 | এই PHP টিউটৰিয়েলত, আমি কম্পেৰিজন অপাৰেতৰচ (Comparison Operators)ৰ বিষয়ে শিকিম |
00:05 | কম্পেৰিজন অপাৰেতৰচে (Comparison operators) দুটা মান (values), দুটা ষ্ট্ৰিং (string) বা দুটা ভেৰিয়েবলচ (variables) তুলনা কৰিব পাৰে যি সিহঁতৰ যি কোনো এটা ধৰি ৰাখে আৰু তাৰ ওপৰত কাৰ্য কৰিব পাৰে |
00:15 | ইয়াৰ বাবে,মই এটা ইফ (if) ষ্টেতমেন্ত (statement) ব্যৱহাৰ কৰিবলৈ গৈছো |
00:19 | আহক ইফ (if) ষ্টেতমেন্ত (statement)ৰ গাঠনিটোৰ নিৰ্মানৰে আৰম্ভ কৰো |
00:25 | মোৰ চৰ্ত (condition) হৈছে if(ইফ) 1==1, |
00:30 | echo (ইকৌ) |
00:33 | "True" (ট্ৰু) |
00:37 | আৰু তাৰপাছত else (এলচ) |
00:42 | echo (ইকৌ) |
00:44 | "False" (ফল্চ) । মনত ৰাখিব, মোক এই বন্ধনীবোৰ (brackets) নালাগে ; গতিকে মই সিহঁতক আঁতৰ কৰিম |
00:51 | আহক ইয়াক সভৃত (indent ) কৰো |
00:56 | সভৃতকৰণ (indenting)ক সংকোচ নকৰিব |
00:59 | এইটো হৈছে প্ৰথম কম্পেৰিজন অপাৰেতৰ (comparison operator) |
01:02 | দুটা সমান চিহ্ন (==)ই কম্পেৰিজন অপাৰেতৰক (comparison operator) বুজাই । আমি এইটো আগতে ইফ (if) ষ্টেতমেন্তত দেখিছো |
01:08 | 1 টো 1 ৰ সমান হয় ; গতিকে ই ট্ৰু ("True") ইকৌ (echo ) কৰিব । আহক ইয়াক চেষ্টা কৰো |
01:13 | আমি ট্ৰু ("True") পালো |
01:15 | মই এইটো সলাম । যদি (if) 1টো 1 তকৈ ডাঙৰ হয় (1>1) তেন্তে আহক আমি কি ফলাফল পাম চাওঁ |
01:27 | ফল্চ ("False"), কাৰণ 1টো 1ৰ সমান হয় আৰু 1ত্কৈ ডাঙৰ নহয় |
01:33 | এতিয়া আহক ইয়াক 1টো 1তকৈ ডাঙৰ বা সমান (1>=1)লৈ সলাওঁ |
01:37 | যদি (if) 1টো 1তকৈ ডাঙৰ বা সমান হয়, ট্ৰু ("True") অন্যথা ফল্চ ("False") ইকৌ (echo) কৰিব |
01:45 | ইয়াত, আমি ট্ৰু ("True") পাব লাগিব |
01:48 | আপুনি সৰু (less than) বা সমান (equal to)ৰ সৈতে একেদৰে কৰিব পাৰে । গতিকে, উদাহৰণ স্বৰূপেঃ সৰু (less than)(<) |
01:55 | ফল্চ ("False") হ’ব, সৰু (less than) বা সমান (equal to)টো ট্ৰু ("True") হ’ব |
02:01 | লগতে আমি কব পাৰো সমান নহয় ('not equal') । গতিকে, যদি 1টো 1ৰ সমান নহয় (1!=1) ইকৌ (echo) ট্ৰু ("True") |
02:11 | ৰিফ্ৰেচ (Refresh) কৰি, আমি ইয়াত ফল্চ ("False") পাম কাৰণ 1টো 1ৰ সমান হয় । এতিয়া আহক কওঁ যদি 1টো 2ৰ সমান নহয় (1!=2) |
02:20 | আমি ট্ৰু ("True") পাম কাৰন 1টো 2ৰ সমান নহয় |
02:25 | এই বিলাকেই হৈছে প্ৰাথমিক কম্পেৰিজন অপাৰেতৰচ (comparison operators) যি আপুনি আমাৰ টিউট'ৰিয়েল বোৰৰ বাবে ব্যৱ্হাৰ কৰি থাকিব |
02:33 | ইয়াক বিস্তৃত (Expand) কৰক - সিহঁতক অভ্যাস (practice) কৰক - আৰু আপুনি সিহঁতক ভালদৰে বুজিব |
02:40 | আপুনি লগতে এই অপাৰেতৰ (operator) সমূহ ব্যৱহাৰ কৰি ভেৰিয়েবলচ তুলনা কৰিব পাৰিব । গতিকে উদাহৰণ স্বৰূপে : num1 = 1 |
02:48 | num2 = 2 । এতিয়া আমি যি কৰিম, এই মান সমূহ সলনি কৰিম আৰু আমি আগ বাঢ়িম |
03:01 | ই সম্পূৰ্ণ একেই ফলাফল উৎপন্ন কৰিব যি আমি আগতে ট্ৰু ("True") হিচাবে পাইছিলো । এতিয়া আমি কৰিব লগা খিনি হৈছে, এই মান সমূহ সলনি কৰা |
03:11 | অনুগ্ৰহ কৰি মন কৰিব, এইটো এতিয়া num1 = 1, num2 = 1 বুলি পঢ়িব লাগিব । গতিকে যদি 'num1' টো 1ৰ সমান নহয় এইটো ফল্চ ("False") হ’ব কাৰণ 1 টো 1 ৰ সমান সেইবাবে আমি ফল্চ ("False") পাওঁ |
03:24 | ইয়াত এইসমূহেই হৈছে সৰল কম্পেৰিজন অপাৰেতৰচ (comparison operators) । সিহঁতক অভ্যাস কৰক । আপুনি কি কৰিব পাৰে চাওঁক । দৰ্শন কৰাৰ বাবে ধন্যবাদ |
03:33 | স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো |