Difference between revisions of "PHP-and-MySQL/C2/Echo-Function/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ(Hi) আৰু এটা বেচিক(basic) '''PHP''' টিউট'ৰিয়েললৈ স্...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:01 | |00:01 | ||
− | |নমস্কাৰ | + | |নমস্কাৰ আৰু এটা বেচিক (basic) '''PHP''' টিউট'ৰিয়েললৈ স্বাগতম |
|- | |- | ||
|00:05 | |00:05 | ||
− | |মই কেনেকৈ ইকৌ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু | + | |মই কেনেকৈ ইকৌ ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ ('''tags''') কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম |
|- | |- | ||
|00:10 | |00:10 | ||
− | |আপোনালোকৰ ''' "html" ''' ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা(page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত '''html''' টেগচ (''' tags''' )থাকে | + | |আপোনালোকৰ ''' "html" ''' ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা (page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত '''html''' টেগচ (''' tags''' ) থাকে |
|- | |- | ||
|00:18 | |00:18 | ||
− | |এটা '''html''' পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য(vital) নহয় । যেতিয়ালৈকে আপুনি এটা '''html''' এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল | + | |এটা '''html''' পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য (vital) নহয় । যেতিয়ালৈকে আপুনি এটা '''html''' এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল |
|- | |- | ||
|00:25 | |00:25 | ||
Line 22: | Line 22: | ||
|- | |- | ||
|00:34 | |00:34 | ||
− | |যিকিনহওঁক,আমাৰ বিষয়বস্ত(content) ইয়াৰ মাজত হ’ব | + | |যিকিনহওঁক, আমাৰ বিষয়বস্ত (content) ইয়াৰ মাজত হ’ব |
|- | |- | ||
|00:39 | |00:39 | ||
− | |এতিয়া,মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো | + | |এতিয়া, মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো |
|- | |- | ||
|00:43 | |00:43 | ||
− | |গতিকে,আহক তাক ছেভ('''save''') কৰো আৰু ইয়াত চাওঁ | + | |গতিকে, আহক তাক ছেভ ('''save''') কৰো আৰু ইয়াত চাওঁ |
|- | |- | ||
|00:47 | |00:47 | ||
− | |ঠিক আছে,এই মূহুৰ্তত পৃষ্ঠা(page) টোত একো নাই কিন্তু আমি পেজ চেত আপ(page set up)টো পাইছো । ই একেবাৰে সঠিক আছে | + | |ঠিক আছে, এই মূহুৰ্তত পৃষ্ঠা (page) টোত একো নাই কিন্তু আমি পেজ চেত আপ (page set up)টো পাইছো । ই একেবাৰে সঠিক আছে |
|- | |- | ||
|00:54 | |00:54 | ||
− | |ইকৌ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা(double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক(terminator) পালো যি হৈছে চেমিকলন চিহ্নটো(semicolon mark) | + | |ইকৌ ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা (double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক (terminator) পালো যি হৈছে চেমিকলন চিহ্নটো (semicolon mark) |
|- | |- | ||
|01:03 | |01:03 | ||
− | |আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ('''save''') কৰো আৰু আমি ৰিফ্ৰেচ('''refresh''') কৰিম । আৰু তাৰপাছত আমি যাম | + | |আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ ('''save''') কৰো আৰু আমি ৰিফ্ৰেচ ('''refresh''') কৰিম । আৰু তাৰপাছত আমি যাম |
|- | |- | ||
|01:09 | |01:09 | ||
− | |ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ("echo") ফাংচনটো এনেদৰে লিখক | + | |ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ ("echo") ফাংচনটো এনেদৰে লিখক |
|- | |- | ||
|01:16 | |01:16 | ||
− | |কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা '''html''' ক’ড(code) থয়,এই বিতসমূহে(bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত(represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ(suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো) | + | |কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা '''html''' ক’ড (code) থয়, এই বিতসমূহে (bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত (represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ (suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো) |
|- | |- | ||
|01:34 | |01:34 | ||
− | |তাৰবাবে, আপুনি আপোনাৰ নিজা '''html''' যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '<br>' আৰু তাৰপাছত নিউ লাইন('New line') | + | |তাৰবাবে, আপুনি আপোনাৰ নিজা '''html''' যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ '<br>' আৰু তাৰপাছত নিউ লাইন ('New line') |
|- | |- | ||
|01:43 | |01:43 | ||
− | |আমি এইটো ৰিফ্ৰেচ(refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল | + | |আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল |
|- | |- | ||
|01:48 | |01:48 | ||
− | |ঠিক আছে,আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায় | + | |ঠিক আছে, আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায় |
|- | |- | ||
|01:57 | |01:57 | ||
− | |যিকিনহওঁক,এই মূহুৰ্তত আমি ইকৌ ('echo') পালো | + | |যিকিনহওঁক, এই মূহুৰ্তত আমি ইকৌ ('echo') পালো |
|- | |- | ||
|02:01 | |02:01 | ||
− | |ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই,ইয়াত,দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো | + | |ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই, ইয়াত, দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো |
|- | |- | ||
|02:07 | |02:07 | ||
Line 64: | Line 64: | ||
|- | |- | ||
|02:11 | |02:11 | ||
− | |গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা(inverted commas) লাগিব | + | |গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা (inverted commas) লাগিব |
|- | |- | ||
|02:14 | |02:14 | ||
Line 70: | Line 70: | ||
|- | |- | ||
|02:18 | |02:18 | ||
− | |তাত কোনো নিৰ্দিষ্ট(specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব | + | |তাত কোনো নিৰ্দিষ্ট (specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব |
|- | |- | ||
|02:21 | |02:21 | ||
− | |গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক | + | |গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম |
|- | |- | ||
|02:28 | |02:28 | ||
− | |ঠিক,আমি পাৰ্চ এৰ’ৰ ('''Parse error''') পালো | + | |ঠিক, আমি পাৰ্চ এৰ’ৰ ('''Parse error''') পালো |
|- | |- | ||
|02:31 | |02:31 | ||
Line 85: | Line 85: | ||
|- | |- | ||
|02:42 | |02:42 | ||
− | |গতিকে,মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক | + | |গতিকে, মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক |
|- | |- | ||
|02:45 | |02:45 | ||
− | |ঠিক আছে, সেইটোৱেই হৈছে ইকৌ('''echo''') ফাংচন আৰু '''PHP''' টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে | + | |ঠিক আছে, সেইটোৱেই হৈছে ইকৌ ('''echo''') ফাংচন আৰু '''PHP''' টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে |
|- | |- | ||
|02:52 | |02:52 | ||
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা | |দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা |
Latest revision as of 18:07, 2 June 2015
Time | Narration |
00:01 | নমস্কাৰ আৰু এটা বেচিক (basic) PHP টিউট'ৰিয়েললৈ স্বাগতম |
00:05 | মই কেনেকৈ ইকৌ ("echo" ) ফাংচনটো ব্যৱহাৰ কৰা হয় আৰু আপোনাৰ টেগচ (tags) কেনেকৈ নিৰ্মান কৰা হয় তাৰ দ্বাৰা আগবাঢ়িম |
00:10 | আপোনালোকৰ "html" ৰ লগত পৰিচিত সকলে জানিব যে আপোনাৰ পৃষ্ঠা (page)টো আৰম্ভ কৰিবলৈ আৰু শেষ কৰিবলৈ তাত html টেগচ ( tags ) থাকে |
00:18 | এটা html পৃষ্ঠা (page)ত সিহঁত অপৰিহাৰ্য (vital) নহয় । যেতিয়ালৈকে আপুনি এটা html এক্সটেনচন (extension) পাই থাকিব, আপোনাৰ বাবে ভাল |
00:25 | যিকিনহওঁক, PHPত, আপোনাক টেগচ ( tags )টো প্ৰয়োজন । ই আৰম্ভ কৰে আৰু ই শেষ কৰে |
00:30 | সেইটো হৈছে মূলত ইয়াৰ বাবে ষ্টেনদাৰ্দ স্বৰলিপি (standard notation) |
00:34 | যিকিনহওঁক, আমাৰ বিষয়বস্ত (content) ইয়াৰ মাজত হ’ব |
00:39 | এতিয়া, মই ইতিমধ্যে মোৰ ফাইলটো "helloworld.php" হিচাবে ছেভ কৰিলো |
00:43 | গতিকে, আহক তাক ছেভ (save) কৰো আৰু ইয়াত চাওঁ |
00:47 | ঠিক আছে, এই মূহুৰ্তত পৃষ্ঠা (page) টোত একো নাই কিন্তু আমি পেজ চেত আপ (page set up)টো পাইছো । ই একেবাৰে সঠিক আছে |
00:54 | ইকৌ ("echo") ফাংচনটোৱে এনেদৰে কাম কৰে : আমি ইকৌ ("echo") পালো, আমি কিছু দ্বৈত উৰ্ধকমা (double quotes) পালো আৰু আমি এটা শাৰী অন্ত্কাৰক (terminator) পালো যি হৈছে চেমিকলন চিহ্নটো (semicolon mark) |
01:03 | আৰু আমাৰ আখৰ ইয়াৰ মাজত যাব । আহক তাক ছেভ (save) কৰো আৰু আমি ৰিফ্ৰেচ (refresh) কৰিম । আৰু তাৰপাছত আমি যাম |
01:09 | ঠিক, আপুনি পাৰে – আৰু মই ইয়াক বৰ উপযোগী হিচাবে পাম – আপোনাৰ ইকৌ ("echo") ফাংচনটো এনেদৰে লিখক |
01:16 | কাৰণ যেতিয়া আপোনাৰ ইকৌ ফাংচনৰ ভিতৰত আপুনি এটা html ক’ড (code) থয়, এই বিতসমূহে (bits) ইয়াত শাৰীৰ শেষক প্ৰ্কাশিত (represent) নকৰে । (আৰু আপোনাক জানিবলৈ দিওঁ যে, যদি আপুনি এতিয়ালৈকে html শিকা নাই মই পৰামৰ্শ (suggest) দিও যে ইয়াক শিকক, কমপক্ষে মূলসূত্ৰ সমূহ, কাৰণ আমি ইয়াক বেচিকৈ ব্যৱ্হাৰ কৰিবলৈ গৈ আছো) |
01:34 | তাৰবাবে, আপুনি আপোনাৰ নিজা html যুক্ত কৰিব লাগিব । গতিকে শাৰী অন্ত কৰিবলৈ ' ' আৰু তাৰপাছত নিউ লাইন ('New line') |
01:43 | আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু আপুনি দেখিব আমাৰ 'html' অন্তর্ভূক্ত (incorporated) হৈ গ’ল |
01:48 | ঠিক আছে, আপুনি জানিবৰ বাবে, এইটো এটা বস্তু যি অনেক লোকে চলায় : ইমেজ চৌৰ্চ ইকুৱেলচ ('image source equals') আৰু আপোনাৰ ফাইল তালৈ যায় |
01:57 | যিকিনহওঁক, এই মূহুৰ্তত আমি ইকৌ ('echo') পালো |
02:01 | ই দৰ্শায় যে আমি আমাৰ আউত্পুত্টো আৰম্ভ কৰিবলৈ গৈছো আৰু ই, ইয়াত, দৰ্শাব যে আমি আমাৰ আউত্পুত্টো শেষ কৰিছো |
02:07 | আমি ইয়াক ইয়াত শেষ নকৰো ; আমি ইয়াক ইয়াত শেষ কৰিম |
02:11 | গতিকে এইসমূহৰ পৰিৱৰ্তে, আমাক উৰ্ধকমা (inverted commas) লাগিব |
02:14 | মূলত, ই আমাৰ চিত্ৰখন ইয়াত দৰ্শিত কৰিবলৈ দিব |
02:18 | তাত কোনো নিৰ্দিষ্ট (specified) ফাইল নাই কিন্তু আপুনি চিত্ৰখন পাব |
02:21 | গতিকে, মই আপোনাক দেখুৱাওঁ যে যদি আমি ইহঁতক ৰাখো তেন্তে কি হ’ব আৰু তাৰ সৈতে মই টিউট’ৰিয়েলটো শেষ কৰিম |
02:28 | ঠিক, আমি পাৰ্চ এৰ’ৰ (Parse error) পালো |
02:31 | শেষ কৰিবলৈ হয় আমাক এটা কমা বা এটা চেমিকলন লাগে যি প্ৰ্মাণ কৰে যে আমি ইয়ালে আহিলে, ইয়াৰ পাছত আমাক এটা চেমিকলন লাগে |
02:40 | কিন্তু প্ৰকৃততে, সেইটো শুদ্ধ নহয় |
02:42 | গতিকে, মাত্ৰ সিহঁতক উৰ্ধকমা হিচাবে ৰাখক |
02:45 | ঠিক আছে, সেইটোৱেই হৈছে ইকৌ (echo) ফাংচন আৰু PHP টেগচৰ (tags) মূলতত্ত্ব । আশা কৰো আপুনি সিহঁতক শিকি উপভোগ কৰিলে |
02:52 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা |