Difference between revisions of "PHP-and-MySQL/C2/POST-Variable/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |প’ষ্ট ভেৰিয়েবলৰ('''Post variable''') স্পকেন টিউটৰিয়েললৈ...") |
(No difference)
|
Revision as of 01:26, 2 June 2015
| Time | Narration |
| 00:00 | প’ষ্ট ভেৰিয়েবলৰ(Post variable) স্পকেন টিউটৰিয়েললৈ স্বাগতম । ইয়াত মই get.php পৃষ্ঠা(page)টোৰ দৰে একে ক’ড(code)টো ব্যৱহাৰ কৰিম । একেটাকে মই গেত (get) ভেৰিয়েবলৰ টিউটৰিয়েলটোত ব্যৱহাৰ কৰিছিলো |
| 00:13 | যদি ইতিমধ্যে আপুনি তাক দেখা নাই, তেন্তে তাক চাওঁক আৰু তাৰপাছত এই টিউটৰিয়েলটোৰ দ্বাৰা আগবাঢ়ক । আপুনি এই ক’ড সমূহৰ বিষয়ে জানিবলৈ সক্ষম হ’ব |
| 00:21 | যদি আপুনি এই ক’ড সমূহৰ বিষয়ে ইতিমধ্যে জানে আৰু আপুনি গেত (get) টিউটৰিয়েলটো চোৱা নাই,আমাক সংযোগ কৰিবলৈ আপোনাক স্বাগতম |
| 00:28 | মই মোৰ পৃষ্ঠাটো(page) আগতে গেত (get) ৰ সৈতে পাইছিলো |
| 00:31 | মই এটা 'post.php' নামৰ নতুন ফাইল পাইছো |
| 00:36 | প্ৰকৃততে, মই কৰিব বিচৰাটো হৈছে ইয়াক প’ষ্ট(post) লৈ সলাম আৰু ইয়াক প’ষ্ট(post) ভেৰিয়েবল হিচাবে প’ষ্ট(post) কৰিম |
| 00:44 | গতিকে, একেবাৰে সহজ আৰু যুক্তিগতভাবে(logically) মই ইয়াৰ দ্বাৰা আগবাঢ়িম আৰু ইয়াক প’ষ্ট(post)লৈ সলাম |
| 00:51 | আৰু ইয়াত আমি গেত('get') ৰ সলনি প’ষ্ট('post') ক’ম আৰু ই কাম কৰিব |
| 00:57 | আহক মই আপোনাক মোৰ প’ষ্ট(post) পৃষ্ঠা(page)টো দেখুৱাওঁ |
| 01:00 | ইয়াত একো নাই । তাত কোনো প্ৰশ্নবোধক চিহ্ন(question mark) নাই |
| 01:04 | মই এলেক্স("Alex") লিখিম আৰু ইয়াত টিপিম । কিন্তু একো নোলাল |
| 01:09 | সেইকাৰণেই, |
| 01:11 | আপোনাৰ মনত আছেনে যদি আপুনি আনএটা ফাইলৰ সৈতে কাম কৰে, আপুনি একচন(action)টো সলাব লাগিব |
| 01:19 | আহক ইয়াক ৰিফ্ৰেচ(refresh) কৰো |
| 01:22 | মই এলেক্স ("Alex") দেখিছো । মই ইয়াত টিপিম আৰু এইটো হেল্ল’ এলেক্স("Hello Alex") |
| 01:28 | পাছত, আমি 'post.php' ফন্ট(font)ত আছো আৰু তাত কোনো প্ৰশ্নবোধক চিহ্ন(question mark) নাই |
| 01:33 | কিবা এটা নিয়া হ’ল । ইয়াক এটা প’ষ্ট(post) ভেৰিয়েবলৰ ভিতৰত জমা ৰখা হ’ল |
| 01:39 | কিন্তু কিয় ই দুটা উপভোক্তা(user) দেখুওৱা নাই ? |
| 01:44 | এইটো সচাকৈ উত্তম হ’ব যদি আমি পাছওৱৰ্দ('password')ক’ব পাৰো । আহক ইয়াক পাছওৱৰ্দ('password') কওঁ |
| 02:02 | মই ইয়াত "Thanks for your password"(থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) বুলি ক’ম আৰু আহক ঘূৰি যাওঁ |
| 02:11 | আৰু এতিয়া, আপুনি দেখিছে যে, এইটো এটা পাছওৱৰ্দ(password) ফিল্ড(field) |
| 02:15 | গতিকে মই 123 মোৰ পাছওৱৰ্দ(password) হিচাবে লিখিম আৰু মই ইয়াত টিপিম |
| 02:22 | ই কয়, "Thanks for your password"(থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ) |
| 02:25 | এইটো জমা ৰখা হ’ল । গতিকে ইয়াক ব্যৱহাৰ কৰিব পাৰি । মই ইয়াক ব্যৱহাৰ কৰিব পাৰো, যদি মই বিচাৰো |
| 02:31 | মই মাত্ৰ তাক সলাম । গতিকে ই অধিক উমান দিয়ে |
| 02:37 | আহক এবাৰ ৰিফ্ৰেচ(refresh) কৰো আৰু দাতা(data)টো পুনৰ পঠাওঁ |
| 02:42 | 123, ইয়াত টিপক আৰু এইটো দৰ্শিত হোৱা নাই । সেইকাৰণে |
| 02:49 | আপুনি এই বস্তুবোৰ পৰীক্ষা কৰিব লাগিব । ভুল(mistake) কৰাটো সহজ |
| 02:54 | মই 123 লিখিম । মই ইয়াত টিপিম আৰু ই "Thanks for your password"( থেংকচ ফৰ ইয়ৰ পাছওৱৰ্দ)বুলি কয় আৰু ই মোক মোৰ পাছওৱৰ্দ(password)টো দিলে |
| 03:06 | ই প্ৰমান কৰে যে ইয়াক কঢ়িয়াই নিয়া হৈছে,ইয়াক এটা প’ষ্ট (post) ভেৰিয়েবলত জমা ৰখা হৈছে |
| 03:12 | কিন্তু ই উপভোক্তাক(user) দেখুওৱা নাই যি উমান দিব পাৰে |
| 03:16 | কাৰণ তাত এইবোৰক ব্লক(block) হিচাবে ৰখাৰ কোনো পইন্ট(point) নাই । সিহঁত কোনোধৰণে পাঠযোগ্য(readable) নহয় |
| 03:22 | আৰু ইয়াত, ইয়াক ৰখাৰ কোনো পইন্ট(point) নাই কাৰণ মানুহে আপোনাৰ পাছওৱৰ্দ(password)টো পঢ়িব পাৰে |
| 03:27 | গতিকে,মানুহৰ বাবে আপোনাৰ ইন্টাৰনেট হিষ্ট’ৰিৰ(internet history) দ্বাৰা এইটো চাবলৈ অতি সহজ |
| 03:32 | আৰু চাওঁক আপুনি আপোনাৰ পাছওৱৰ্দ(password)টো লিখিলে । কিন্তু মানুহে তাৰ সৈতে আপোনাৰ একাউন্টত(account) প্ৰবেশ(access) কৰিব পাৰে |
| 03:38 | গতিকে আপুনি এই প’ষ্ট(post)টো চাব পাৰে । এইবোৰ ফাংচনচৰ(functions) বাবে ব্যৱহাৰ হয়, লগতে ইয়াৰ দ্বাৰা পঠাব পৰা পৰিমাণটো(amount) |
| 03:45 | গতিকে, যদি উদাহৰণস্বৰূপে, ধৰাহ’ল প্ৰকৃততে মোৰ পাছওৱৰ্দ(password)টো 100 কেৰেক্তাৰতকৈ(characters)দীঘল আছিলে, তথাপিও এইটো গ্ৰহণ হ’ব |
| 03:52 | কিন্তু গেত('get') ভেৰিয়েবলত আপোনাৰ এশটা(hundred) কেৰেক্তাৰৰ(character) সীমা আছে |
| 03:57 | গতিকে, প’ষ্ট(post) টো এনেদৰে উপযোগী দেখা গ’ল । কিন্তু যদি আপুনি কিবা মূল্যায়ন কৰে,যেনে কিবা অলপ সজাবলৈ চেষ্টা কৰিছে, আপুনি গেত(get) ভেৰিয়েবলটো ব্যৱহাৰ কৰিব পাৰে |
| 04:08 | মাত্ৰ আপোনাৰ দাতা(data) ইয়াৰ দ্বাৰা পাৰ হৈছেনে চাবৰ বাবে |
| 04:11 | গতিকে মূলত সেইটোৱেই প’ষ্ট(post) ভেৰিয়েবল |
| 04:14 | আপুনি ফৰ্ম(form) জমা কৰা প্ৰকল্পৰ বাবে ইয়াক অধিক ব্যৱহাৰ কৰিব । ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি |
| 04:22 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । দৰ্শন কৰাৰ বাবে ধন্যবাদ |