Difference between revisions of "PHP-and-MySQL/C2/Loops-While-Statement/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল...") |
|||
Line 4: | Line 4: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | | | + | |নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো |
+ | |||
|- | |- | ||
− | |00: | + | |00:07 |
− | |ইয়াক | + | |মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে('''loop''') কিদৰে কাম কৰে দেখুৱাব লাগে |
+ | |||
|- | |- | ||
− | |00: | + | |00:17 |
− | | | + | |এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ('''while''' loop)ৰ বিষয়ে শিকিম |
+ | |||
|- | |- | ||
− | |00: | + | |00:21 |
− | | | + | |এটা হোৱাইল লোপে('''while''' loop) চৰ্ত('''condition''') এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত('''condition''')টো ট্ৰু('''True''') হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে |
+ | |||
|- | |- | ||
− | |00: | + | |00:38 |
− | | | + | |উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ('''while''' loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত('''condition''') আৰু এইটো হৈছে মোৰ ব্লক('''block''') |
+ | |||
|- | |- | ||
− | |00: | + | |00:51 |
− | | | + | |মই মোৰ ব্লক('''block''')ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম |
+ | |||
|- | |- | ||
− | | | + | |00:56 |
− | | | + | |মোৰ চৰ্ত('''condition''')টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত('''if''' statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো |
+ | |||
|- | |- | ||
|01:04 | |01:04 | ||
− | | | + | |এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ |
+ | |||
|- | |- | ||
− | |01: | + | |01:07 |
− | | | + | |ইয়াত এইটো এটা লোপ('''loop''') আৰু তাৰপাছত এটা ব্ৰেক(break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব |
+ | |||
|- | |- | ||
− | |01: | + | |01:17 |
− | | | + | |যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো |
+ | |||
|- | |- | ||
− | |01: | + | |01:22 |
− | | | + | |ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ('''loop''')টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | |01: | + | |01:34 |
− | | | + | |গতিকে, যিহেতু লোপ('''loop''')টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব |
+ | |||
+ | |- | ||
+ | |01:40 | ||
+ | |আহক কওঁ যেতিয়া('''while''') এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ('''echo''')ৰ ভিতৰত মই ক’ব পাৰো - '''num(নাম) ++''' | ||
+ | |||
|- | |- | ||
|01:57 | |01:57 | ||
− | | | + | |'++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ('''operator''') । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে |
+ | |||
|- | |- | ||
− | |02: | + | |02:16 |
− | | | + | |গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান |
+ | |||
|- | |- | ||
− | |02: | + | |02:23 |
− | | | + | |গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ('''operator''') । যি ঘটিব সেইয়া হৈছে - |
|- | |- | ||
− | |02: | + | |02:29 |
− | | | + | |আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ('''echo''') লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয় |
+ | |||
|- | |- | ||
− | |02: | + | |02:41 |
− | | | + | |কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ('''loop''') হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব |
|- | |- | ||
− | | | + | |03:01 |
− | | | + | |তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব |
+ | |||
|- | |- | ||
− | | | + | |03:06 |
− | |গতিকে | + | |গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ |
+ | |||
|- | |- | ||
− | | | + | |03:20 |
− | | | + | |এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ ('''loop''' ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম |
|- | |- | ||
− | | | + | |03:27 |
− | | | + | |প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব |
+ | |||
|- | |- | ||
− | | | + | |03:37 |
− | |মই | + | |ঠিক আছে । মই ক’ম '''loop(লোপ) 1''' আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ(loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে |
+ | |||
|- | |- | ||
− | |03: | + | |03:49 |
− | | | + | |আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ('''Refresh''' ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|03:58 | |03:58 | ||
− | | | + | |আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ('''Refresh''') কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয় |
+ | |||
|- | |- | ||
− | |04: | + | |04:08 |
− | | | + | |আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ('''refresh''') কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয় |
+ | |||
|- | |- | ||
− | |04: | + | |04:20 |
− | | | + | |প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে('''array''')ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে('''array''')টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে |
+ | |||
|- | |- | ||
− | |04: | + | |04:27 |
− | | | + | |আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ('''echo''') কৰিবলৈ লোপচ('''loops''') ব্যৱহাৰ কৰিব পাৰে |
+ | |||
|- | |- | ||
− | |04: | + | |04:32 |
− | | | + | |ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয় |
+ | |||
|- | |- | ||
− | |04: | + | |04:40 |
− | | | + | |যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক |
+ | |||
|- | |- | ||
− | |04: | + | |04:53 |
− | |ঠিক | + | |ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব |
+ | |||
|- | |- | ||
− | | | + | |05:03 |
− | | | + | |যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা(readability ) আৰু নমনীয়তা(flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ('''while'''loop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত('''condition''')টো পৰীক্ষা কৰে |
+ | |||
|- | |- | ||
− | | | + | |05:17 |
− | | | + | |যদি চৰ্তটো ট্ৰু('''True''') হয় ই এই ক‘ড('''code''')ৰ ব্লক('''block''')টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | |05: | + | |05:24 |
− | | | + | |আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম('''infinity''')ৰ বাবে লোপ('''loop''') হ’ব |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | |05: | + | |05:32 |
− | | | + | |দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় । |
Revision as of 01:20, 2 June 2015
Time | Narration |
00:00 | নমস্কাৰ আৰু স্বাগতম । মই প্ৰত্যেক লোপিং ষ্টেতমেন্ত(looping statement)ৰ বাবে পৃথক টিউট’ৰিয়েল নিৰ্মান কৰাৰ সিদ্ধান্ত লৈছো |
00:07 | মই ইয়াক সহ্জ বাখিবলৈ বিচাৰিছো । এইটো এটা প্রসঙ্গ(reference) হিচাবে দৰকাৰী হ’ব লগতে আপুনি যদি এটা নিৰ্দষ্ট লোপে(loop) কিদৰে কাম কৰে দেখুৱাব লাগে |
00:17 | এই টিউট’ৰিয়েলটোত, আমি হোৱাইল লোপ(while loop)ৰ বিষয়ে শিকিম |
00:21 | এটা হোৱাইল লোপে(while loop) চৰ্ত(condition) এটাৰ বাবে লোপ(loop)টোৰ আৰম্ভণীতে পৰীক্ষা কৰে আৰু এই চৰ্ত(condition)টো ট্ৰু(True) হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰি ক’ড(code)টো কাৰ্যকৰী কৰে |
00:38 | উদাহৰণস্বৰূপে, মই ইয়াত মোৰ হোৱাইল লোপ(while loop)টো আৰম্ভ কৰিম আৰু এইটো হৈছে চৰ্ত(condition) আৰু এইটো হৈছে মোৰ ব্লক(block) |
00:51 | মই মোৰ ব্লক(block)ক মাজুবন্ধনী(curly brackets)ৰ মাজত প্ৰদৰ্শিত কৰিম |
00:56 | মোৰ চৰ্ত(condition)টো ইয়াত আছে । এতিয়া, ইফ ষ্টেতমেন্ত(if statement)টোত, উদাহৰণস্বৰূপে মই 1==1 ব্যৱ্হাৰ কৰিছো |
01:04 | এতিয়া,যদি মই ইয়াত টেষ্ট('test') বা লোপ('loop') কওঁ |
01:07 | ইয়াত এইটো এটা লোপ(loop) আৰু তাৰপাছত এটা ব্ৰেক(break) আছে । এতিয়া যি হ’ব সেইয়া হৈছে যেতিয়ালৈকে 1=1 হ’ব, ই এটা লোপ(loop) নিৰ্মান কৰিব |
01:17 | যদি মই ইয়াত কিবা এটা কৰো, আহক ইয়াক চেষ্টা কৰো |
01:22 | ই সম্ভৱত আপোনাৰ ব্ৰ’উজাৰ(browser)ক ক্ৰেচ(crash) কৰিব কাৰণ যেতিয়ালৈকে 1=1 হ’ব লোপ(loop)টো পুনৰাবৃত্তি হ’ব আৰু অসীম (infinite) বাৰৰ বাবে, 1 সদায় 1ৰ সমান হ’ব |
01:34 | গতিকে, যিহেতু লোপ(loop)টো সদায় পুনৰাবৃত্তি হ’ব, আপোনাৰ ব্ৰ’উজাৰ(browser) ক্ৰেচ(crash) হ’ব |
01:40 | আহক কওঁ যেতিয়া(while) এটা ভেৰিয়েবল নাম('num') সৰু বা সমান হয় 10 ৰ আৰু ইকৌ(echo)ৰ ভিতৰত মই ক’ব পাৰো - num(নাম) ++ |
01:57 | '++' হৈছে এটা আৰিথমেতিকেল(arithmetical) অপাৰেতৰ(operator) । আৰু ই মূলত যি কৰে সেইয়া হৈছে, ই নাম('num')ক 1ৰে বৰ্দ্ধিত কৰে । এইটো 'num(নাম) =num(নাম) +1' বুলি লিখাৰ দৰে একে |
02:16 | গতিকে, ই নাম('num')ক লয় আৰু কয় যে ই 'num(নাম) plus(প্লাচ) 1'ৰ মানৰ সমান |
02:23 | গতিকে, এইটো পুনৰ এটা আৰিথমেতিক(arithmetical) অপাৰেতৰ(operator) । যি ঘটিব সেইয়া হৈছে - |
02:29 | আমি ক’ম নাম('num') সৰু বা সমান (<=) হ’ব 10ৰ ; যদি হয়('yes') তেন্তে ইকৌ(echo) লোপ(loop) আৰু তাৰপাছত ভেৰিয়েবল নাম('num')টোলৈ 1 যোগ হয় |
02:41 | কিন্তু, এই মূহুৰ্তত প্ৰকৃততে আমি কৰিবলগীয়াটো হৈছে 'num(নাম) = 1' নিৰ্মান কৰা । গতিকে 1টো এবাৰ লোপ(loop) হয় । এইটো তাৰপাছত 2ৰ সমান হ’ব, তাৰপাছত 3ৰ, তাৰপাছত 4ৰ এনেদৰে 10 লৈকে হ’ব আৰু তাৰপাছত ই বন্ধ হ’ব |
03:01 | তাৰপাছত, ইয়াৰ তলত বাকী থকা ক’ড(code)টো চলিব |
03:06 | গতিকে, আমি এই 1টো কৈছিলো আৰু চাওঁক আমি কি পাম । ঠিক আছে আমি এটা লোপ(loop) পালো 1,2,3,4,5,6,7,8,9,10 বাৰ |
03:20 | এতিয়া ইয়াক অধিক মনোৰঞ্জক কৰিবলৈ, মই ক’ম লোপ (loop ) 1 আৰু তাৰ শেষত মই নাম('num')ক কনকেতিনেত(concatenate) কৰিম |
03:27 | প্ৰকৃততে,আহক ইয়াক সৰল কৰো আৰু ভিতৰত নাম('num') কওঁ - ই ইয়াক পঢ়িবলৈ অধিক সহজ কৰি তুলিব |
03:37 | ঠিক আছে । মই ক’ম loop(লোপ) 1 আৰু যোগ 1 আৰু তাৰপাছত মই ক’ম লোপ(loop) 2 আৰু মই আন এটা 1 যোগ কৰিম; সেইটো লোপ(loop) 3 আন এটা 1 যোগ কৰক 10 লৈকে |
03:49 | আহক ইয়াক খোলো । ইয়াক ৰিফ্ৰেচ(Refresh ) কৰক । আগবাঢ়ক । আপুনি দেখাৰ দৰে লোপ(loop) 1,2,3 এইদৰে 10 পৰ্যন্ত পালে |
03:58 | আহক এই মানটো 100 লৈ সলাওঁ । তাক ৰিফ্ৰেচ(Refresh) কৰক । আপুনি চাব পাৰে ই এশলৈকে গৈছে । সংখ্যাটো যিমান ডাঙৰ হয় ই লোপ(loop)ত সিমান দৈৰ্ঘ্যৰ হয় |
04:08 | আহক 6000 লওঁ । আহক তাক ৰিফ্ৰেচ(refresh) কৰো । ই কিছু সময় ল’ব । চাওঁক -6000 পৰ্যন্ত । গতিকে এনেদৰে এইটো অধিক দক্ষ হয় |
04:20 | প্ৰোগ্ৰাম এটা নিৰ্মান কৰিবলৈ আপুনি ইয়াক এটা এৰে(array)ৰ সৈতে সংযুক্ত কৰি চেষ্টা কৰক যি এৰে(array)টোৰ ভিতৰত থকা বৰ্ণক ইকৌ(echo) কৰে |
04:27 | আপুনি এৰে (array)এটাৰ প্ৰতিটো মানকে ইকৌ(echo) কৰিবলৈ লোপচ(loops) ব্যৱহাৰ কৰিব পাৰে |
04:32 | ইয়াক যাবলৈ দিয়ক । মই সম্ভৱত মোৰ এটা টিউটৰিয়েলত এইটো কৰিম - কিন্তু মূল অংশত নহয় |
04:40 | যিকিনহওঁক,এইটো হৈছে মূল গাঠণি(structure) । লগতে মই আপোনাক কৰিবলৈ পৰামৰ্শ দিওঁ যে,ইয়াত মেক্স('max') নামৰ এটা ভেৰিয়েবল নিৰ্মাণ কৰক আৰু ইয়াত আপোনাৰ সৰ্বোচ্চ মান দিয়ক |
04:53 | ই ঠিক একেটাকে কৰিব । ই মাত্ৰ পঢ়িবলৈ অতি সহজ আৰু আপুনি ইয়াত সকলো বিলাক ডিক্লেয়াৰ(declare) কৰিব পাৰে আৰু ই ইয়ালৈ এটা প্ৰাসংগিক(reference) হ’ব |
05:03 | যদি আপোনাৰ 1তকৈ অধিক লোপ(loop) থাকে । মোৰ প্ৰোগ্ৰামৰ পাঠযোগ্যতা(readability ) আৰু নমনীয়তা(flexibility)ৰ বাবে মই ইয়াক পছন্দ কৰো । ঠিক আছে । গতিকে, সেইটো এটা হোৱাইল লোপ(whileloop) । মই মূলভাৱ চাওঁ । ই আৰম্ভনীৰ চৰ্ত(condition)টো পৰীক্ষা কৰে |
05:17 | যদি চৰ্তটো ট্ৰু(True) হয় ই এই ক‘ড(code)ৰ ব্লক(block)টো কাৰ্যকৰী কৰিব আৰু আপুনি ইকৌ আলফা('echo alpha')ৰ দৰে কাৰ্য কৰিব পাৰিব |
05:24 | আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হৈছে । আপোনাৰ ভেৰিয়েবলটো বৰ্দ্ধিত হোৱাটো নিশ্বিত কৰক অন্যথা ই অসীম(infinity)ৰ বাবে লোপ(loop) হ’ব |
05:32 | দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য় । |