Difference between revisions of "Advanced-Cpp/C2/Static-Members/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 4: Line 4:
 
|-
 
|-
 
| 00:01  
 
| 00:01  
| C++ ত static membersৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
+
| নমস্কাৰ দৰ্শক সকল. C++ ত static membersৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
  
 
|-
 
|-

Revision as of 10:40, 27 May 2015

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ ত static membersৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:06 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Static keyoword.
00:10 Static variable
00:12 Static function
00:14 আমি এইটো এটা উদাহৰণ মাধ্যমেৰে কৰিম.
00:17 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:20 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10
00:24 g++ compiler সংস্কৰণ  4.6.1
00:29 আমি staticৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:33 প্রথম অবজেক্টটো  নির্মিত হোৱাৰ আগতে Static variables ক শূন্যলৈ সক্রিয়া কৰা হয়..
00:39 সমস্ট প্রোগ্রামৰ বাবে static variableৰ  মাত্ৰ  এটা প্রতিলিপিহে উপস্থিত থাকে.
00:44 সমস্ত অবজেক্টে সেই ভেৰিয়েবল বোৰক ভাগ কৰাব.
00:47 ই প্রোগ্রাম শেষ হোৱালৈকে মেমৰিত থাকিব. 
00:52 Static functions
00:54 এটা স্ট্যাটিক ফাংশন কোনো অবজেক্টৰ উপৰত নির্ভৰ নকৰাকে নিজে নিজে মতা হয়.
01.00  এটা স্ট্যাটিক ফাংশন উপলব্ধ কৰিবৰ বাবে,
01:03 classname :: (scope resolution operator) আৰু staticfunction();
01:09 আমি স্ট্যাটিক memebersৰ উপৰত এটা উদাহৰণ চাও.
01:13 আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.
01:17 মন কৰক যে আমাৰ ফাইলৰ নাম static dot cpp হয়.
01:21 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:24 এইটো আমাৰ headerfile iostream হয়.
01:27 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো
01:31 তাৰপিছত আমাৰ উচৰত  class statex 'আছে' .
01:34 ইয়াত আমাৰ উচৰত private হিচাবে দিক্লেয়াৰ কৰা x নামৰ  non-static ভেৰিয়েবল আছে
01:40 তাৰপিছত আমাৰ উচৰত public হিচাবে দিক্লেয়াৰ কৰা এটা static ভেৰিয়েবল sum আছে
01:45 এইটো হল আমাৰ  constructor statex.
01:48 ইয়াত আমি  sum বৃদ্ধি কৰিছো. 
01:52 তাৰপিছত  sumৰ মান xত সঞ্চিত হয় .
01:55 ইয়াত আমাৰ উচৰত  static function stat আছে.
01:58 ইয়াত আমি  sum প্রিন্ট কৰিছো.
02:01 তাৰপিছত আমাৰ উচৰত function number আছে.
02:04 ইয়াত আমি সংখ্যা x প্রিন্ট  কৰো.
02:07 ক্লাছটো ইয়াত বন্ধ হয়.
02:10 বিশ্বব্যাপী ভাবে static variable দিক্লেয়াৰ কৰিবলৈ আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰো.
02:15 এটা static variable' উপলব্ধ কৰিবলৈ লিখক:
02:19 datatype classৰ নাম scope resolution operator আৰু static variable ৰ নাম.
02:26 এতিয়া সংৰক্ষন খিনি sum ভেৰিয়েবললৈ নিয়ক. 
02:31 ইয়াক  '0'লৈ সক্রিয়া কৰা হয়.
02:33 এইটো আমাৰ main function হয়.
02:35 ইয়াতে আমি statex ক্লাসৰ অবজেক্ট তৈয়াৰ কৰো.
02:39   o1, o2 আৰু o3 হিসাবে
02:42 তাৰপিছত আমি o1, o2 আৰু o3 অবজেক্ট ব্যবহাৰ কৰি ফাংশন নম্বৰক কল কৰো.
02:49 'Static' ফাংশন 'stat' ইয়াতে ব্যবহাৰ কৰা হয়.
02:52 'ক্লাসৰ নাম আৰু scope resolution অপাৰেটৰ ব্যবহাৰ কৰি
02:56 ইয়াত আমি  static variable sum প্রিন্ট কৰো.
03:00 আৰু এইটো আমাৰ ৰিটার্ন স্তেটমেন্ট হয়.
03:03 আমি প্রোগ্রামটো চলাও.
03:05 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক.
03:13  কম্পাইল কৰাৰ বাবে
03:15 g++ স্পেচ static dot cpp স্পেচ hyphen o স্পেচ stat. Enter টিপক
03:24 ./stat (dot slash stat) টিপক. Enter টিপক
03:28 আউটপুট এনেধৰনে প্রদর্শিত হয়,
03:30 Number is: 0, 1, 2
03:33 Result is: 3
03:35 Now static var sum is 3   
03:38 এতিয়া আমি আউটপুটটো ব্যাখ্যা কৰো:
03:39 আমি ৱিন্দোৰ মাপ পৰিবর্তন কৰো.
03:42 ইয়াত, প্রথমে number এৰ  মান 0 হয় অর্থাৎ x   হল '0' .
03:49 প্রথম অবজেক্টে 0 হিসাবে মান দিয়ে.
03:53 তাৰপিছত আমাৰ উচৰত  1 হিসাবে মান আছে অর্থাৎ x = 1'
03:58  দ্বিতীয় অবজেক্টে 1 হিসাবে মান দিয়ে.
04:01 আৰু তৃতীয় অবজেক্টে 2 হিসাবে মান দিয়ে.
04:05 তাৰপিছত আমি stat  ফাংশন কল কৰো যিয়ে sumৰ মান দিয়ে.
04:10 Result is sum. 
04:13 ইয়াত সমষ্টি টো বৃদ্ধি হয় আৰু x ত সংৰক্ষণ হয় .
04:18 সেয়ে, এইটোৱে '3' হিসাবে মান দিয়ে.
04:22 সেয়ে আমাৰ চূড়ান্ত আউটপুট হয়.
04:25 Static var sum is 3.
04:28 এতিয়া আমি 'O4""' হিসাবে ইয়াতে অন্য অবজেক্ট এটা  তৈয়াৰ কৰো.
04:34 আমি 'object o4 'ব্যবহাৰ কৰি  ফাংশন number কল কৰো.
04:43 'Saveত ক্লিক কৰক
04:45 আমি সম্পাদনা কৰো.
04:48 এৰো কী দুবাৰ টিপক.
04:51 আকৌ এৰো কী দুবাৰ টিপক.
04:54 আপোনি দেখে যে Result is 4.
04:57 Now static var sum is 4. 
05:00 যিহেতু চতূৰ্থ অবজেক্ট নির্মিত হয়.
05:03 ইয়াতে এই টিউটোৰিয়েল সমাপ্ত হল.
05:06  স্লাইডৰলৈ উভতি আহো. 
05:08 আমি সংক্ষেপ কৰো .
05:10 এই টিউটোৰিয়েলত আমি শিকিলো,
05:12 static keyword.
05:13 Static variable
05:15 যেনে, static int sum;
05:18 Static function.
05:19 যেনে, static void stat()
05:22 এটা নিয়োগ হিসাবে
05:23 এটা ক্লাছ তৈয়াৰ কৰক যিয়ে static variable দিক্লেয়াৰ কৰে.
05:26 ভেৰিয়েবলটো হ্রাস কৰক.
05:29 আৰু মানটো প্রিন্ট কৰক.
05:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
05:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
05:37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
05:41 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে 
05:44 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
05:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
05:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
05:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:08 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:13 এই পাঠটি মৌচুমী মেধিৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi