Advanced-Cpp/C2/Static-Members/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. C++ ত static membersৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম, |
| 00:09 | Static keyword, Static variable |
| 00:12 | Static function |
| 00:14 | আমি এইটো এটা উদাহৰণ মাধ্যমেৰে কৰিম. |
| 00:17 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
| 00:20 | উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 |
| 00:24 | g++ compiler সংস্কৰণ 4.6.1 |
| 00:29 | আমি staticৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
| 00:33 | প্রথম অবজেক্টটো নির্মিত হোৱাৰ আগতে Static variables ক শূন্যলৈ সক্রিয়া কৰা হয়.. |
| 00:39 | সমস্ট প্রোগ্রামৰ বাবে static variableৰ মাত্ৰ এটা প্রতিলিপিহে উপস্থিত থাকে. |
| 00:44 | সমস্ত অবজেক্টে সেই ভেৰিয়েবল বোৰক ভাগ কৰাব. |
| 00:47 | ই প্রোগ্রাম শেষ হোৱালৈকে মেমৰিত থাকিব. |
| 00:52 | Static functions |
| 00:54 | এটা স্ট্যাটিক ফাংশন কোনো অবজেক্টৰ উপৰত নির্ভৰ নকৰাকে নিজে নিজে মতা হয়. |
| 01.00 | এটা স্ট্যাটিক ফাংশন উপলব্ধ কৰিবৰ বাবে, |
| 01:03 | classname :: (scope resolution operator) আৰু staticfunction(); |
| 01:09 | আমি স্ট্যাটিক membersৰ উপৰত এটা উদাহৰণ চাও. |
| 01:13 | আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো. |
| 01:17 | মন কৰক যে আমাৰ ফাইলৰ নাম static dot cpp হয়. |
| 01:21 | আমি এতিয়া কোডটো ব্যাখ্যা কৰো. |
| 01:24 | এইটো আমাৰ header file iostream হয়. |
| 01:27 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো |
| 01:31 | তাৰপিছত আমাৰ উচৰত class statex আছে . |
| 01:34 | ইয়াত আমাৰ উচৰত private হিচাবে দিক্লেয়াৰ কৰা x নামৰ non-static ভেৰিয়েবল আছে |
| 01:40 | তাৰপিছত আমাৰ উচৰত public হিচাবে দিক্লেয়াৰ কৰা এটা static ভেৰিয়েবল sum আছে |
| 01:45 | এইটো হল আমাৰ constructor statex. |
| 01:48 | ইয়াত আমি sum বৃদ্ধি কৰিছো. |
| 01:52 | তাৰপিছত sumৰ মান xত সঞ্চিত হয় . |
| 01:55 | ইয়াত আমাৰ উচৰত static function stat আছে. |
| 01:58 | ইয়াত আমি sum প্রিন্ট কৰিছো. |
| 02:01 | তাৰপিছত আমাৰ উচৰত function number আছে. |
| 02:04 | ইয়াত আমি সংখ্যা x প্রিন্ট কৰো. |
| 02:07 | ক্লাছটো ইয়াত বন্ধ হয়. |
| 02:10 | বিশ্বব্যাপী ভাবে static variable দিক্লেয়াৰ কৰিবলৈ আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰো. |
| 02:15 | এটা static variable উপলব্ধ কৰিবলৈ লিখক: |
| 02:19 | datatype classৰ নাম scope resolution operator আৰু static variable ৰ নাম. |
| 02:26 | এতিয়া সংৰক্ষন খিনি sum ভেৰিয়েবললৈ নিয়ক. |
| 02:31 | ইয়াক 0লৈ সক্রিয়া কৰা হয়. |
| 02:33 | এইটো আমাৰ main function হয়. |
| 02:35 | ইয়াতে আমি statex ক্লাসৰ অবজেক্ট তৈয়াৰ কৰো. |
| 02:39 | 01, 02 আৰু 03 হিসাবে |
| 02:42 | তাৰপিছত আমি 01, 02 আৰু 03 অবজেক্ট ব্যবহাৰ কৰি ফাংশন নম্বৰক কল কৰো. |
| 02:49 | Static ফাংশন stat ইয়াতে ব্যবহাৰ কৰা হয়. |
| 02:52 | ক্লাসৰ নাম আৰু scope resolution অপাৰেটৰ ব্যবহাৰ কৰি |
| 02:56 | ইয়াত আমি static variable sum প্রিন্ট কৰো. |
| 03:00 | আৰু এইটো আমাৰ ৰিটার্ন স্তেটমেন্ট হয়. |
| 03:03 | আমি প্রোগ্রামটো চলাও. |
| 03:05 | আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক. |
| 03:13 | কম্পাইল কৰাৰ বাবে |
| 03:15 | g++ স্পেচ static dot cpp স্পেচ hyphen o স্পেচ stat. Enter টিপক |
| 03:24 | ./stat (dot slash stat) টিপক. Enter টিপক |
| 03:28 | আউটপুট এনেধৰনে প্রদর্শিত হয়, |
| 03:30 | Number is: 0, 1, 2 |
| 03:33 | Result is: 3 |
| 03:35 | Now static var sum is 3 |
| 03:38 | এতিয়া আমি আউটপুটটো ব্যাখ্যা কৰো: আমি ৱিন্দোৰ মাপ পৰিবর্তন কৰো. |
| 03:42 | ইয়াত, প্রথমে number এৰ মান 0 হয় অর্থাৎ x হল 0 . |
| 03:49 | প্রথম অবজেক্টে 0 হিসাবে মান দিয়ে. |
| 03:53 | তাৰপিছত আমাৰ উচৰত 1 হিসাবে মান আছে অর্থাৎ x = 1 |
| 03:58 | দ্বিতীয় অবজেক্টে 1 হিসাবে মান দিয়ে. |
| 04:01 | আৰু তৃতীয় অবজেক্টে 2 হিসাবে মান দিয়ে. |
| 04:05 | তাৰপিছত আমি stat ফাংশন কল কৰো যিয়ে sumৰ মান দিয়ে. |
| 04:10 | Result is sum. |
| 04:13 | ইয়াত সমষ্টি টো বৃদ্ধি হয় আৰু x ত সংৰক্ষণ হয় . |
| 04:18 | সেয়ে, এইটোৱে 3 হিসাবে মান দিয়ে. |
| 04:22 | সেয়ে আমাৰ চূড়ান্ত আউটপুট হয়. |
| 04:25 | Static var sum is 3. |
| 04:28 | এতিয়া আমি O4"" হিসাবে ইয়াতে অন্য অবজেক্ট এটা তৈয়াৰ কৰো. |
| 04:34 | আমি object o4 ব্যবহাৰ কৰি ফাংশন number কল কৰো. |
| 04:43 | Saveত ক্লিক কৰক |
| 04:45 | আমি সম্পাদনা কৰো. |
| 04:48 | এৰো কী দুবাৰ টিপক. |
| 04:51 | আকৌ এৰো কী দুবাৰ টিপক. |
| 04:54 | আপোনি দেখে যে Result is 4. |
| 04:57 | Now static var sum is 4. |
| 05:00 | যিহেতু চতূৰ্থ অবজেক্ট নির্মিত হয়. |
| 05:03 | ইয়াতে এই টিউটোৰিয়েল সমাপ্ত হল. |
| 05:06 | স্লাইডৰলৈ উভতি আহো. |
| 05:08 | আমি সংক্ষেপ কৰো . |
| 05:10 | এই টিউটোৰিয়েলত আমি শিকিলো, |
| 05:12 | static keyword, Static variable |
| 05:15 | যেনে, static int sum; |
| 05:18 | Static function, যেনে, static void stat() |
| 05:22 | এটা নিয়োগ হিসাবে, এটা ক্লাছ তৈয়াৰ কৰক যিয়ে static variable দিক্লেয়াৰ কৰে. |
| 05:26 | ভেৰিয়েবলটো হ্রাস কৰক. |
| 05:29 | আৰু মানটো প্রিন্ট কৰক. |
| 05:31 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
| 05:34 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
| 05:37 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
| 05:41 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
| 05:44 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
| 05:47 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
| 05:51 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 05:58 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 06:02 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 06:08 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 06:13 | এই পাঠটি মৌচুমী মেধিৰ দ্ৱাৰা যোগদান কৰ হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |