Difference between revisions of "BASH/C3/Here-document-and-Here-string/Assamese"
From Script | Spoken-Tutorial
Line 122: | Line 122: | ||
|- | |- | ||
| 02:20 | | 02:20 | ||
− | |দ্বিতীয় '''HERE(হিয়েৰ)'''টো সংঘতিত নোহোৱালৈকে ক’ডৰ ব্লক বা টেকষ্টটো এটা ফাইল হিচাবে | + | |দ্বিতীয় '''HERE(হিয়েৰ)'''টো সংঘতিত নোহোৱালৈকে ক’ডৰ ব্লক বা টেকষ্টটো এটা ফাইল হিচাবে গণ্য কৰা হ’ব |
|- | |- | ||
Line 146: | Line 146: | ||
|- | |- | ||
| 03:06 | | 03:06 | ||
− | |টাৰ্মিনেলটোলৈ | + | |টাৰ্মিনেলটোলৈ যাবলৈ আপোনাৰ কীবৰ্ডত '''Ctrl,Alt''' আৰু '''T''' কীছ (keys) একেলগে টিপক |
|- | |- | ||
Line 178: | Line 178: | ||
|- | |- | ||
| 03:41 | | 03:41 | ||
− | |আহক ইয়াত টেকষ্টটোৰ আৰম্ভণিত দুটা | + | |আহক ইয়াত টেকষ্টটোৰ আৰম্ভণিত দুটা অধিক ওৱৰ্ডচ সংলগ্ন কৰো |
|- | |- | ||
Line 425: | Line 425: | ||
|- | |- | ||
| 08:50 | | 08:50 | ||
− | |মই | + | |মই মৌচুম হাজৰিকা |
|- | |- |
Revision as of 00:17, 15 May 2015
Time | Narration |
00:01 | মৰমৰ বন্ধুসকল, হিয়েৰ দ’কোমেন্ত এন্দ ষ্ট্ৰিংগচৰ ( HERE document and strings) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:08 | এই টিউটৰিয়েলটোত, আমি শিকিম |
00:11 | * বিশেষ উদ্দেশ্যৰ (special-purpose) ৰিদাইৰেকচন (redirection) যাক কোৱা হয় Here documents (হিয়েৰ দ’কোমেন্তচ) আৰু Here strings (হিয়েৰ ষ্ট্ৰিংগচ)ৰ বিষয়ে |
00:17 | * কিছু উদাহৰণৰ সহায়ত |
00:20 | এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব |
00:26 | যদি নহয়, সঙ্গত শিকনিৰ (relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট (website) পৰিদৰ্শন কৰক, (http://www.spoken-tutorial.org) |
00:32 | এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো |
00:34 | * Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System) |
00:39 | * GNU BASH(বেচ) তাঙৰণ 4.2 |
00:42 | অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে |
00:49 | আহক আমি Here document (হিয়েৰ দ’কোমেন্ত)ৰ বিষয়ে শিকো |
00:52 | *এইটো এটা বিশেষ উদ্দেশ্যৰ (special-purpose) টেকষ্ট বা ক’ডৰ ব্লক |
00:56 | *এইটো এটা I/O ৰিদাইৰেক্তৰ গঠন |
01:00 | *ই এটা ইনটাৰেক্তিভ প্ৰোগ্ৰাম (interactive program) বা কমান্ড লাইনত এখন কমান্ড তালিকা ভৰ্তি কৰে |
01:06 | *ইয়াক এটা পৃথক ফাইল হিচাবে গণ্য কৰিব পাৰি |
01:10 | *ইয়াক লগতে এটা চেল স্ক্ৰিপ্তলৈ ৰিদাইৰেক্ত হোৱা বহু শাৰীৰ ইনপুত হিচাবে গণ্য কৰিব পাৰি |
01:17 | গাঠণিটো হৈছে, |
01:18 | command(কমান্ড) space(স্পেছ) less than(লেচ দেন) less than(লেচ দেন) space(স্পেছ) HERE(হিয়েৰ) |
01:24 | ইয়াৰ পাছত পাছৰ শাৰীটোত, আমি টেকষ্ট ইনপুত বিলাক দিব পাৰো |
01:29 | ই যিকোনো সংখ্যক শাৰীৰে গঠিত হ’ব পাৰে |
01:33 | ইয়াত, text(টেকষ্ট)1, text(টেকষ্ট)2, text(টেকষ্ট)N বিলাক হৈছে টেকষ্ট ইনপুতচ |
01:40 | টেকষ্ট ইনপুতচৰ পাছত, পাছৰ শাৰীটোত, আমি HERE(হিয়েৰ) কীৱৰ্ডটো আকৌ লিখো |
01:46 | ই HERE document (হিয়েৰ দ’কোমেন্ত)ৰ সামৰণিক সূচায় |
01:50 | আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো |
01:53 | মই here(হিয়েৰ) dot(দত) sh নামৰ ফাইল এটা খুলিম |
01:59 | ক’ডৰ প্ৰথম শাৰীটো হৈছে চিবেং শাৰী (shebang line) |
02:04 | মই এই শাৰীটোৰ পাছত ক’ডৰ ব্লক এটা থ’ম |
02:09 | wc য়ে ওৱৰ্ড গণনা প্ৰকাশ কৰে |
02:12 | wc হাইফেন w য়ে HERE(হিয়েৰ) দ’কোমেন্তত থকা ওৱৰ্ডচৰ সংখ্যাটো গণনা কৰে |
02:20 | দ্বিতীয় HERE(হিয়েৰ)টো সংঘতিত নোহোৱালৈকে ক’ডৰ ব্লক বা টেকষ্টটো এটা ফাইল হিচাবে গণ্য কৰা হ’ব |
02:28 | HERE(হিয়েৰ) দ’কোমেন্তত থকা বিষয়বস্তুটো হৈছে wc হাইফেন w কমান্ডটোলৈ এটা ইনপুত |
02:36 | যেতিয়া বহু শাৰীৰ ইনপুত পঢ়া হয় HERE(হিয়েৰ)এ wc হাইফেন w কমান্ডৰ বাবে দিলিমিটাৰ (delimiter) হিচাবে আচৰণ কৰে |
02:47 | যদি আমি টাৰ্মিনেলত একেটা কমান্ডকে কাৰ্যকৰী কৰিব বিচাৰো, আমি এটা আউত্পুত হিচাবে '4' পাব লাগিব |
02:55 | এইটো এইকাৰণেই যে আমি চাৰিটা ওৱৰ্ড 'wc হাইফেন w' কমান্ডটোলৈ পঠাইছো |
03:03 | এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভত টিপক |
03:06 | টাৰ্মিনেলটোলৈ যাবলৈ আপোনাৰ কীবৰ্ডত Ctrl,Alt আৰু T কীছ (keys) একেলগে টিপক |
03:15 | লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) here(হিয়েৰ) dot(দত) sh |
03:22 | এন্টাৰ টিপক |
03:24 | লিখক dot(দত) slash(শ্লাচ) here(হিয়েৰ) dot(দত) sh |
03:27 | এন্টাৰ টিপক |
03:30 | আমি আউতপুতটো '4 হিচাবে পাম |
03:33 | সেইটো, Here document(হিয়েৰ দকোমেন্ত)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 4 |
03:38 | প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
03:41 | আহক ইয়াত টেকষ্টটোৰ আৰম্ভণিত দুটা অধিক ওৱৰ্ডচ সংলগ্ন কৰো |
03:47 | Hello and welcome to Bash learning(হেল্ল’ এন্দ ওৱেলকাম টু বেচ লাৰনিং) |
03:52 | ছেভত টিপক |
03:54 | আহক প্ৰোগ্ৰামটো আকৌ কাৰ্যকৰী কৰো |
03:57 | টাৰ্মিনেলত, লিখক dot(দত) slash(শ্লাছ) here(হিয়েৰ) dot(দত) sh |
04:04 | এন্টাৰ টিপক |
04:06 | এতিয়া আউতপুতটো হৈছে 6 কাৰণ আমি আমাৰ টেকষ্টটোত আৰু দুটা ওৱৰ্ডচ সংলগ্ন কৰিছিলো |
04:13 | আমি লগতে Here document(হিয়েৰ দকোমেন্ত)টোলৈ এটা আৰগুমেন্ত পঠাব পাৰো |
04:18 | আহক এইটো কেনেকৈ কৰিব পাৰি এটা উদাহৰণৰ সৈতে চাওঁ |
04:22 | মই hereoutput(হিয়েৰআউতপুত) dot(দত) sh নামৰ ফাইল এটা খুলিম |
04:28 | cat(কেত) কমান্ডটোৱে ফাইল সমূহ শ্রেণীবদ্ধভাবে সংযুক্ত (concatenate) কৰিব আৰু বিশিষ্ট আউতপুতটো ছপা কৰিব |
04:35 | মন কৰিব যে আমি HERE (হিয়েৰ)ৰ সলনি this (দিছ) ষ্ট্ৰিংটো ব্যৱহাৰ কৰিছো |
04:41 | আপুনি সদায় HERE (হিয়েৰ) দিলিমিটাৰটো ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয় |
04:47 | আপুনি অন্য যিকোনো দিলিমিটাৰো ব্যৱ্হাৰ কৰিব পাৰে |
04:51 | এই শাৰীটোৱে 0th (জিৰ’থ) আৰগুমেন্তটো দৰ্শিত কৰিব |
04:55 | 0th (জিৰ’থ) আৰগুমেন্তটো, দিফল্টৰূপে, ফাইলনেম(filename)টো হয় |
05:00 | এই শাৰীটোৱে প্ৰোগ্ৰামটোলৈ পঠোৱা প্ৰথম আৰগুমেন্তটো দৰ্শিত কৰিব |
05:05 | আৰু এই শাৰীটোৱে প্ৰোগ্ৰামটোলৈ পঠোৱা দ্বিতীয় আৰগুমেন্তটো দৰ্শিত কৰিব |
05:09 | ইয়াত আমি একেটা দিলিমিটাৰ, this (দিছ) ব্যৱহাৰ কৰি দকোমেন্তটো বন্ধ কৰিব লাগিব |
05:17 | ফাইলটো ছেভ কৰক |
05:18 | আহক এতিয়া প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
05:21 | টাৰ্মিনেলত লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh |
05:29 | এন্টাৰ টিপক |
05:32 | লিখক dot(দত) slash(শ্লাছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh space(স্পেছ) Sunday(চান দে) space(স্পেছ) Monday(মন দে) |
05:40 | আউতপুতটো দৰ্শিত হৈছে যে: |
05:43 | 0'th argument(আৰগুমেন্ত) is(ইজ): dot(দত) salsh(শ্লাছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh যিটো হৈছে ফাইলনেম |
05:49 | 1st argument(আৰগুমেন্ত) is: Sunday(চান দে) |
05:51 | 2nd argument(আৰগুমেন্ত) is: Monday(মন দে) |
05:55 | আহক এতিয়া Here string (হিয়েৰ ষ্ট্ৰিং)ৰ বিষয়ে শিকো |
05:59 | * Here string (হিয়েৰ ষ্ট্ৰিং) টো ব্যৱহাৰ কৰা হয় টেকষ্ট বা ভেৰিয়েবল এটাৰ পৰা ইনপুত ৰিদাইৰেকচন কৰিবলৈ |
06:06 | *input (ইনপুত)টো একেটা শাৰীত একক উৰ্দ্ধকমাৰ ভিতৰত উল্লেখ কৰা হৈছে |
06:12 | গাঠণিটো হৈছে, command(কমান্ড) space(স্পেছ) তিনিটা লেচ দেন চিহ্ন space(স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত string(ষ্ট্ৰিং) লিখক |
06:22 | আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো |
06:25 | মই একেটা ফাইল here(হিয়েৰ) dot(দত) sh খুলিম |
06:30 | ইয়াত শেষত, মই লিখিম: wc space(স্পেছ) হাইফেন w তিনিটা লেচ দেন চিহ্ন space(স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত Welcome to Bash learning(ওৱেলকাম টু বেচ লাৰনিং) |
06:44 | ই উৰ্দ্ধকমাৰ ভিতৰত থকা ষ্ট্ৰিংটোক 'wc হাইফেন w' কমান্ডটোলৈ ৰিদাইৰেক্ত কৰিব |
06:52 | এতিয়া পৰিবৰ্তন সমূহ সংৰক্ষণ কৰিবলৈ ছেভত টিপক |
06:55 | আমি টাৰ্মিনেলটোলৈ গতি কৰিম |
06:58 | এতিয়া লিখক: dot(দত) slash(শ্লাছ) here(হিয়েৰ) dot(দত) sh |
07:03 | আমি আউতপুতটো 6 আৰু 4 হিচাবে দেখিছো |
07:08 | here document (হিয়েৰ দকোমেন্ত)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 6 আৰু here string (হিয়েৰ ষ্ট্ৰিঙ)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 4 |
07:15 | অনুৰূপভাৱে, আপুনি লিখিব্ পাৰে আপোনাৰ নিজা Here strings (হিয়েৰ ষ্ট্ৰিংচ) |
07:20 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
07:23 | আহক আমি মূলভাৱ চাওঁ |
07:25 | এই টিউটৰিয়েলত আমি শিকিলো |
07:27 | * HERE document (হিয়েৰ দকোমেন্ত) |
07:29 | * HERE string (হিয়েৰ ষ্ট্ৰিং) ৰ বিষয়ে |
07:31 | এটা অনুশিলনী হিচাবে, ষ্ট্ৰিং এটা বৰফলালৈ ৰূপান্তৰ কৰক ব্যৱহাৰ কৰি: |
07:36 | * Here document (হিয়েৰ দকোমেন্ত) |
07:37 | * Here string (হিয়েৰ ষ্ট্ৰিং) |
07:39 | সংকেত: tr space(স্পেছ) a হাইফেন z space(স্পেছ) বৰফলা A হাইফেন বৰফলা Z |
07:47 | এইটো হৈছে কেৰেক্তাৰ সমূহক সৰুফলাৰ পৰা বৰফলালৈ ৰূপান্তৰ কৰিবলৈ কমান্ড |
07:54 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
07:57 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
08:01 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব |
08:06 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
08:12 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
08:17 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
08:25 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
08:29 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
08:38 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro |
08:44 | স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান (contributed) দিছে |
08:50 | মই মৌচুম হাজৰিকা |
08:54 | সংযোগ কৰাৰ বাবে ধন্যবাদ |