BASH/C3/Here-document-and-Here-string/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, হিয়েৰ দ’কোমেন্ত এন্দ ষ্ট্ৰিংগচৰ ( HERE document and strings) স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:08 এই টিউটৰিয়েলটোত, আমি শিকিম
00:11 বিশেষ উদ্দেশ্যৰ (special-purpose) ৰিদাইৰেকচন (redirection) যাক কোৱা হয় Here documents (হিয়েৰ দ’কোমেন্তচ) আৰু Here strings (হিয়েৰ ষ্ট্ৰিংগচ)ৰ বিষয়ে
00:17 কিছু উদাহৰণৰ সহায়ত
00:20 এই টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ বেচত চেল স্ক্ৰিপতিঙৰ (Shell Scripting in BASH) জ্ঞান থাকিব লাগিব
00:26 যদি নহয়, সঙ্গত শিকনিৰ (relevant tutorials) বাবে, অনুগ্রহ কৰি দৰ্শিত ধৰণে আমাৰ উৱেবচাইট (website) পৰিদৰ্শন কৰক, (http://www.spoken-tutorial.org)
00:32 এই টিউট’ৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো
00:34 Ubuntu(উবুন্তো) Linux(লিনাক্স) 12.04 অপাৰেটিং চিষ্টেম(Operating System)
00:39 GNU BASH(বেচ) তাঙৰণ 4.2
00:42 অনুগ্ৰহ কৰি মন কৰিব,GNU Bash(বেচ) তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় অভ্যাসৰ বাবে
00:49 আহক আমি Here document (হিয়েৰ দ’কোমেন্ত)ৰ বিষয়ে শিকো
00:52 এইটো এটা বিশেষ উদ্দেশ্যৰ (special-purpose) টেকষ্ট বা ক’ডৰ ব্লক
00:56 এইটো এটা I/O ৰিদাইৰেক্তৰ গঠন
01:00 ই এটা ইনটাৰেক্তিভ প্ৰোগ্ৰাম (interactive program) বা কমান্ড লাইনত এখন কমান্ড তালিকা ভৰ্তি কৰে
01:06 ইয়াক এটা পৃথক ফাইল হিচাবে গণ্য কৰিব পাৰি
01:10 ইয়াক লগতে এটা চেল স্ক্ৰিপ্তলৈ ৰিদাইৰেক্ত হোৱা বহু শাৰীৰ ইনপুত হিচাবে গণ্য কৰিব পাৰি
01:17 গাঠণিটো হৈছে, command(কমান্ড) space(স্পেছ) less than(লেচ দেন) less than(লেচ দেন) space(স্পেছ) HERE(হিয়েৰ)
01:24 ইয়াৰ পাছত পাছৰ শাৰীটোত, আমি টেকষ্ট ইনপুত বিলাক দিব পাৰো
01:29 ই যিকোনো সংখ্যক শাৰীৰে গঠিত হ’ব পাৰে
01:33 ইয়াত, text(টেকষ্ট)1, text(টেকষ্ট)2, text(টেকষ্ট)N বিলাক হৈছে টেকষ্ট ইনপুতচ
01:40 টেকষ্ট ইনপুতচৰ পাছত, পাছৰ শাৰীটোত, আমি HERE(হিয়েৰ) কীৱৰ্ডটো আকৌ লিখো
01:46 HERE document (হিয়েৰ দ’কোমেন্ত)ৰ সামৰণিক সূচায়
01:50 আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো
01:53 মই here(হিয়েৰ) dot(দত) sh নামৰ ফাইল এটা খুলিম
01:59 ক’ডৰ প্ৰথম শাৰীটো হৈছে চিবেং শাৰী (shebang line)
02:04 মই এই শাৰীটোৰ পাছত ক’ডৰ ব্লক এটা থ’ম
02:09 wc য়ে ওৱৰ্ড গণনা প্ৰকাশ কৰে
02:12 wc হাইফেন w য়ে HERE(হিয়েৰ) দ’কোমেন্তত থকা ওৱৰ্ডচৰ সংখ্যাটো গণনা কৰে
02:20 দ্বিতীয় HERE(হিয়েৰ)টো সংঘতিত নোহোৱালৈকে ক’ডৰ ব্লক বা টেকষ্টটো এটা ফাইল হিচাবে গণ্য কৰা হ’ব
02:28 HERE(হিয়েৰ) দ’কোমেন্তত থকা বিষয়বস্তুটো হৈছে wc হাইফেন w কমান্ডটোলৈ এটা ইনপুত
02:36 যেতিয়া বহু শাৰীৰ ইনপুত পঢ়া হয় HERE(হিয়েৰ)wc হাইফেন w কমান্ডৰ বাবে দিলিমিটাৰ (delimiter) হিচাবে আচৰণ কৰে
02:47 যদি আমি টাৰ্মিনেলত একেটা কমান্ডকে কাৰ্যকৰী কৰিব বিচাৰো, আমি এটা আউত্পুত হিচাবে '4' পাব লাগিব
02:55 এইটো এইকাৰণেই যে আমি চাৰিটা ওৱৰ্ড 'wc হাইফেন w' কমান্ডটোলৈ পঠাইছো
03:03 এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভত টিপক
03:06 টাৰ্মিনেলটোলৈ যাবলৈ আপোনাৰ কীবৰ্ডত Ctrl,Alt আৰু T কীছ (keys) একেলগে টিপক
03:15 লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) here(হিয়েৰ) dot(দত) sh
03:22 এন্টাৰ টিপক
03:24 লিখক dot(দত) slash(শ্লাচ) here(হিয়েৰ) dot(দত) sh
03:27 এন্টাৰ টিপক
03:30 আমি আউতপুতটো '4 হিচাবে পাম
03:33 সেইটো, Here document(হিয়েৰ দকোমেন্ত)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 4
03:38 প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
03:41 আহক ইয়াত টেকষ্টটোৰ আৰম্ভণিত দুটা অধিক ওৱৰ্ডচ সংলগ্ন কৰো
03:47 Hello and welcome to Bash learning(হেল্ল’ এন্দ ওৱেলকাম টু বেচ লাৰনিং)
03:52 ছেভত টিপক
03:54 আহক প্ৰোগ্ৰামটো আকৌ কাৰ্যকৰী কৰো
03:57 টাৰ্মিনেলত, লিখক dot(দত) slash(শ্লাছ) here(হিয়েৰ) dot(দত) sh
04:04 এন্টাৰ টিপক
04:06 এতিয়া আউতপুতটো হৈছে 6 কাৰণ আমি আমাৰ টেকষ্টটোত আৰু দুটা ওৱৰ্ডচ সংলগ্ন কৰিছিলো
04:13 আমি লগতে Here document(হিয়েৰ দকোমেন্ত)টোলৈ এটা আৰগুমেন্ত পঠাব পাৰো
04:18 আহক এইটো কেনেকৈ কৰিব পাৰি এটা উদাহৰণৰ সৈতে চাওঁ
04:22 মই hereoutput(হিয়েৰআউতপুত) dot(দত) sh নামৰ ফাইল এটা খুলিম
04:28 cat(কেত) কমান্ডটোৱে ফাইল সমূহ শ্রেণীবদ্ধভাবে সংযুক্ত (concatenate) কৰিব আৰু বিশিষ্ট আউতপুতটো ছপা কৰিব
04:35 মন কৰিব যে আমি HERE (হিয়েৰ)ৰ সলনি this (দিছ) ষ্ট্ৰিংটো ব্যৱহাৰ কৰিছো
04:41 আপুনি সদায় HERE (হিয়েৰ) দিলিমিটাৰটো ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় নহয়
04:47 আপুনি অন্য যিকোনো দিলিমিটাৰো ব্যৱ্হাৰ কৰিব পাৰে
04:51 এই শাৰীটোৱে 0th (জিৰ’থ) আৰগুমেন্তটো দৰ্শিত কৰিব
04:55 0th (জিৰ’থ) আৰগুমেন্তটো, দিফল্টৰূপে, ফাইলনেম(filename)টো হয়
05:00 এই শাৰীটোৱে প্ৰোগ্ৰামটোলৈ পঠোৱা প্ৰথম আৰগুমেন্তটো দৰ্শিত কৰিব
05:05 আৰু এই শাৰীটোৱে প্ৰোগ্ৰামটোলৈ পঠোৱা দ্বিতীয় আৰগুমেন্তটো দৰ্শিত কৰিব
05:09 ইয়াত আমি একেটা দিলিমিটাৰ, this (দিছ) ব্যৱহাৰ কৰি দকোমেন্তটো বন্ধ কৰিব লাগিব
05:17 ফাইলটো ছেভ কৰক
05:18 আহক এতিয়া প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
05:21 টাৰ্মিনেলত লিখক: chmod space(স্পেছ) plus(প্লাচ) x space(স্পেছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh
05:29 এন্টাৰ টিপক
05:32 লিখক dot(দত) slash(শ্লাছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh space(স্পেছ) Sunday(চান দে) space(স্পেছ) Monday(মন দে)
05:40 আউতপুতটো দৰ্শিত হৈছে যে:
05:43 0'th argument(আৰগুমেন্ত) is(ইজ): dot(দত) salsh(শ্লাছ) hereoutput(হিয়েৰআউতপুত) dot(দত) sh যিটো হৈছে ফাইলনেম
05:49 1st argument(আৰগুমেন্ত) is: Sunday(চান দে)
05:51 2nd argument(আৰগুমেন্ত) is: Monday(মন দে)
05:55 আহক এতিয়া Here string (হিয়েৰ ষ্ট্ৰিং)ৰ বিষয়ে শিকো
05:59 Here string (হিয়েৰ ষ্ট্ৰিং) টো ব্যৱহাৰ কৰা হয় টেকষ্ট বা ভেৰিয়েবল এটাৰ পৰা ইনপুত ৰিদাইৰেকচন কৰিবলৈ
06:06 input (ইনপুত)টো একেটা শাৰীত একক উৰ্দ্ধকমাৰ ভিতৰত উল্লেখ কৰা হৈছে
06:12 গাঠণিটো হৈছে, command(কমান্ড) space(স্পেছ) তিনিটা লেচ দেন চিহ্ন space(স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত string(ষ্ট্ৰিং) লিখক
06:22 আহক আমি এইটো এটা উদাহৰণৰ সৈতে বুজো
06:25 মই একেটা ফাইল here(হিয়েৰ) dot(দত) sh খুলিম
06:30 ইয়াত শেষত, মই লিখিম: wc space(স্পেছ) হাইফেন w তিনিটা লেচ দেন চিহ্ন space(স্পেছ) একক উৰ্দ্ধকমাৰ ভিতৰত Welcome to Bash learning(ওৱেলকাম টু বেচ লাৰনিং)
06:44 ই উৰ্দ্ধকমাৰ ভিতৰত থকা ষ্ট্ৰিংটোক 'wc হাইফেন w' কমান্ডটোলৈ ৰিদাইৰেক্ত কৰিব
06:52 এতিয়া পৰিবৰ্তন সমূহ সংৰক্ষণ কৰিবলৈ ছেভত টিপক
06:55 আমি টাৰ্মিনেলটোলৈ গতি কৰিম
06:58 এতিয়া লিখক: dot(দত) slash(শ্লাছ) here(হিয়েৰ) dot(দত) sh
07:03 আমি আউতপুতটো 6 আৰু 4 হিচাবে দেখিছো
07:08 here document (হিয়েৰ দকোমেন্ত)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 6 আৰু here string (হিয়েৰ ষ্ট্ৰিঙ)ত থকা ওৱৰ্ডচৰ সংখ্যা হৈছে 4
07:15 অনুৰূপভাৱে, আপুনি লিখিব্ পাৰে আপোনাৰ নিজা Here strings (হিয়েৰ ষ্ট্ৰিংচ)
07:20 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
07:23 আহক আমি মূলভাৱ চাওঁ
07:25 এই টিউটৰিয়েলত আমি শিকিলো
07:27 HERE document (হিয়েৰ দকোমেন্ত)
07:29 HERE string (হিয়েৰ ষ্ট্ৰিং) ৰ বিষয়ে
07:31 এটা অনুশিলনী হিচাবে, ষ্ট্ৰিং এটা বৰফলালৈ ৰূপান্তৰ কৰক ব্যৱহাৰ কৰি:
07:36 Here document (হিয়েৰ দকোমেন্ত)
07:37 Here string (হিয়েৰ ষ্ট্ৰিং)
07:39 সংকেত: tr space(স্পেছ) a হাইফেন z space(স্পেছ) বৰফলা A হাইফেন বৰফলা Z
07:47 এইটো হৈছে কেৰেক্তাৰ সমূহক সৰুফলাৰ পৰা বৰফলালৈ ৰূপান্তৰ কৰিবলৈ কমান্ড
07:54 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
07:57 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
08:01 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড (download) কৰি চাব পাৰিব
08:06 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
08:12 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
08:17 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
08:25 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ (Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
08:29 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
08:38 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ http://spoken-tutorial.org\NMEICT-Intro
08:44 স্ক্ৰিপ্ত (script)টো FOSSEE আৰু স্প’কেন টিউট’ৰিয়েলৰ দল সমূহে অৱ্দান (contributed) দিছে
08:50 মই মৌচুম হাজৰিকা
08:54 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Mousumi